Java/C3/Polymorphism/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | java ত Polymorphism ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:06 | ইয়াতে আমি শিকিম:
java ত Polymorphism Run-time polymorphism Virtual Method Invocation আৰু Compile-time polymorphism. |
00:19 | ইয়াতে ব্যবহাৰ কৰিছো: উবুন্টু লিনাক্স সংস্কৰণ 12.04 JDK সংস্কৰণ 1.7 আৰু Eclipse 4.3.1 |
00:31 | টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ Java আৰু Eclipse IDE ইয়াৰ মৌলিক জ্ঞান থাকিব লাগিব। |
00:37 | Subclassing, Method overriding আৰু overloading সম্পর্কে জ্ঞান থাকিব লাগিব। |
00:43 | নহলে, প্ৰাসঙ্গিক Java টিউটোৰিয়েলবোৰৰ বাবে, আমাৰ ওয়েবসাইটত যাওক। |
00:48 | Polymorphism ই এটা অবজেক্টৰ বিভিন্ন ৰুপ লোৱাৰ ক্ষমতা ৰাখে। |
00:54 | Polymorphism ইয়াৰ প্ৰধান সুবিধা হল: Reduction of complexity আৰু Code re-usability. |
01:03 | জাভাত দুটা ধৰনৰ polymorphism আছে: Compile-time আৰু Run-time polymorphism. |
01:11 | Compile-time polymorphism মূলত Method overloading হিসাবে পৰিচিত। এইটোক Static Bindingও বোলে। |
01:20 | Run-time polymorphism মূলত Method overriding হিসাবে পৰিচিত। এইটোক Dynamic Binding ও বোলে। |
01:29 | আমি ইতিমধ্যে Run-time polymorphism অর্থাৎ Method overriding সম্পর্কে শিকিছো। |
01:35 | Eclipse IDE ত যাও। মই ইতিমধ্যে পূর্বৰ টিউটোৰিয়েলত MyProject নামৰ প্ৰজেক্ট বনাইছো। |
01:44 | Using final keyword টিউটোৰিয়েলৰ কোড ফাইল লও। |
01:49 | Employee ক্লাস হল parent ক্লাস। |
01:52 | Manager ক্লাস হল subclass. |
01:55 | Manager ক্লাসত এটা অতিৰিক্ত ভ্যাৰিয়েবল department আছে। |
02:01 | Manager ক্লাস মেথড getDetails(), Employee ক্লাস মেথড getDetails() ক override কৰে। |
02:08 | আমি Manager ক্লাস অবজেক্ট দ্বাৰা getDetails () মেথডক কল কৰিছো অর্থাৎ Manager. |
02:16 | বিবৰণক প্ৰিন্ট কৰিবলৈ লিখক: system.out.println Details of Manager Class. |
02:28 | প্ৰোগ্ৰাম সংৰক্ষণ কৰি ৰান কৰক। আমি আউটপুটত department ভ্যাৰিয়েবল ভ্যালু দেখো। |
02:37 | সেয়ে subclass মেথডক runtimeত প্ৰয়োগ কৰা হয়। |
02:42 | মেথড invocation, JVM দ্বাৰা নির্ধাৰণ কৰা হয়, কম্পাইলাৰ দ্বাৰা নহয়। |
02:48 | সেয়ে এইটোক Runtime polymorphism বা method overriding হিসাবে পৰিচিত। |
02:55 | আমি Run time polymorphism শিকিছো। |
02:58 | এতিয়া Virtual Method Invocation শিকো। |
03:03 | Eclipse IDE ত Employee ক্লাসত আহক। |
03:07 | ভ্যাৰিয়েবল name ইয়াৰ বাবে static আৰু final কীওয়ার্ড অতৰাওক। |
03:13 | মেথড setName ইয়াক আনকমেন্ট কৰক। |
03:16 | static ব্লক অতৰাওক। ফাইলটো সংৰক্ষণ কৰক। |
03:21 | TestEmployee ক্লাসত আহক। ভ্যালু manager.setName(“Nikkita Dinesh”) ইয়াক আনকমেন্ট কৰক। |
03:31 | এই উদাহৰণক আনকমেন্ট কৰো কাৰণ Employee ক্লাসত setName () মেথডক আনকমেন্ট কৰিছিলো। |
03:38 | এতিয়া, Employee ক্লাসৰ বাবে Employee অবজেক্ট emp1 দেখাও। |
03:46 | লিখক: Employee emp1 = new Employee ওপেন আৰু ক্লোস প্ৰথম বন্ধনী সেমিকোলন |
03:57 | এতিয়া Employee ক্লাসৰ বাবে setEmail আৰু setName ইয়াৰ বাবে ভ্যালু ইনিসিয়েলাইজ কৰক। |
04:03 | লিখক: emp1.setName("Jayesh"); emp1.setEmail("pqr@gmail.com"); |
04:16 | employee বিবৰণ প্ৰিন্ট কৰিবলৈ লিখক: System.out.println("Details of Employee class:" emp1.getDetails()) সেমিকোলন। |
04:37 | Employee ক্লাসৰ বাবে Manager অবজেক্ট emp2 দেখাও।
লিখক: Employee emp2 = new Manager ওপেন আৰু ক্লোস প্ৰথম বন্ধনী সেমিকোলন। |
04:54 | আমি এইটোক কৰিবলৈ সক্ষম কাৰণ যি কোনো Java object যি একাধিক IS-A টেস্ট পাস কৰে, হল polymorphic. |
05:04 | জাভাত সকলো অবজেক্ট হল polymorphic, কাৰণ যি কোনো অবজেক্টে IS-A টেস্ট তাৰ নিজস্ব ধৰন আৰু ক্লাস অবজেক্টৰ বাবে পাস কৰিব। |
05:16 | A Manager IS-A Employee
A Manager IS-A Manager A Manager IS-A Object. |
05:23 | reference variable দ্বাৰা কোনো অবজেক্ট পর্যন্ত পাবলৈ মাত্ৰ এটা সম্ভাব্য উপায় আছে। |
05:29 | Reference variables যেনে emp1, emp2 আৰু manager. |
05:36 | ইয়াতে দুটা Manager অবজেক্ট দেখাও:
প্ৰথমটো যি Employee ক্লাস উল্লেখ কৰে আৰু দ্বিতীয়টো যি Manager ক্লাস উল্লেখ কৰে। |
05:47 | emp2 অবজেক্ট দ্বাৰা setEmail, setName আৰু setDepartment ইয়াৰ বাবে ভ্যালু ইনিসিয়েলাইজ কৰো। |
05:55 | লিখক:
emp2.setName("Ankita"); emp2.setEmail(“xyz@gmail.com”); emp2.setDepartment(“IT”); |
06:14 | আমি এটা এৰৰ দেখো, The method setDepartment(String) is undefined for the type Employee. |
06:23 | কাৰণ setDepartment মেথড Employee ইয়াৰ বাবে বিদ্যমান নহয়। |
06:30 | এতিয়া emp2.setDepartment("IT"); অতৰাই দিয়ক |
06:37 | বিবৰণক প্ৰিন্ট কৰিবলৈ লিখক: System.out.println("Details of Manager class:" emp2.getDetails()) সেমিকোলন। |
06:55 | প্ৰোগ্ৰামটো সংৰক্ষণ কৰি ৰান কৰক। |
06:58 | ইয়াতে আউটপুটত, আমি Manager of: ইয়াক খালি পাইছো। |
07:04 | কাৰণ, আমি emp2 দ্বাৰা Manager ক্লাসত department ইনিসিয়েলাইজ কৰা নাই। |
07:12 | ডেমোৰ উদ্দেশ্যে, ডিফল্ট department হল IT. |
07:17 | Manager ক্লাসত যাওক আৰু department ইয়াৰ বাবে ভ্যালু ইনিসিয়েলাইজ কৰক। |
07:25 | প্ৰোগ্ৰামটো সংৰক্ষণ কৰি ৰান কৰক। |
07:28 | আউটপুট হল : Employee অবজেক্ট Employee ক্লাস উল্লেখ কৰি, |
07:34 | Manager অবজেক্ট Employee ক্লাস উল্লেখ কৰি আৰু Manager অবজেক্ট Manager ক্লাস
উল্লেখ কৰি। |
07:42 | ইয়াতে দেখো যে Manager ক্লাসৰ getDetails() মেথডক emp2 দ্বাৰা কল কৰা হয়। |
07:49 | কিন্তু যেতিয়া emp2, setDepartmentক কল কৰাৰ চেষ্টা কৰে, এটা এৰৰ পাই। |
07:54 | ইয়াৰ কাৰণ নিম্নৰুপ:
কম্পাইলাৰে emp2.getDetails() ইয়াৰ সময়ত Employee ক্লাসত getDetails () মেথড দেখে। |
08:05 | এইটোৱে কোনো এৰৰ নিদিয়ে আৰু কোডটোক চেক কৰে। |
08:10 | run timeত যদিও Manager ক্লাসত JVM, getDetails () লাগু কৰে কাৰণ Manager ক্লাসৰ getDetails (), Employee ক্লাসৰ getDetails () ইয়াক override কৰে। |
08:24 | আমি Manager ক্লাসৰ getDetails() অনুযায়ী আউটপুট পাও। কিন্তু কম্পাইলাৰে Employee ক্লাসত setDepartment মেথড নেদেখে। |
08:36 | সেয়ে, emp2ক কল কৰিলে setDepartment এটা এৰৰ দিয়ে। |
08:43 | ইয়াত, Employee মেথড getDetails(), Employee ক্লাসৰ বাবে লাগু হয়। |
08:49 | কম্পাইলাৰে emp1.getDetails() ইয়াৰ সময়ত getDetails () ইয়াৰ বাবে Employee ক্লাস উল্লেখ কৰে। |
08:57 | ৰান টাইমত JVM, Employee ক্লাসত getDetails () লাগু কৰে। আমি Employee ক্লাসৰ getDetails () অনুযায়ী আউটপুট পাও। |
09:08 | সেয়ে JVM, object ইয়াৰ বাবে উপযুক্ত মেথড কল কৰে যি প্ৰতিটো ভ্যাৰিয়েবোলত নির্দিষ্ট কৰা হয়। |
09:16 | এই ব্যবহাৰ Virtual Method Invocation ৰুপে উল্লেখ কৰা হয়। |
09:21 | মেথড Virtual Methods হিসাবে উল্লিখিত। |
09:26 | জাভাত সকলো মেথডে এই উপায়ত আচৰণ কৰে। |
09:31 | আমি সফলভাবে শিকিছো যে Virtual Method Invocation কি। |
09:36 | আমি ইতিমধ্যে Compile-time polymorphism অর্থাৎ method overloading সম্পর্কে শিকিছো। |
09:42 | সংক্ষেপে দেখো যে Compile time polymorphism কি। |
09:47 | Compile time polymorphismত, ক্লাসত একাধিক মেথড থাকিব পাৰে। |
09:53 | মেথডৰ একেই নাম হয় কিন্তু বিভিন্ন আর্গুমেন্ট সহ। |
09:59 | কম্পাইলাৰে কম্পাইল-টাইমত মেথড কল কৰিবলৈ সক্ষম হয়। সেই কাৰণেই এইটো compile time polymorphism নামৰ পৰিচিত। |
10:09 | সংক্ষেপে, |
10:11 | ইয়াতে আমি শিকিছো:
java ত Polymorphism কি? Run-time polymorphism Virtual Method Invocation আৰু Compile-time polymorphism. |
10:23 | অনুশীলনী হিসাবে, Vehicle আৰু Bike ক্লাসৰ বাবে আগৰ টিউটোৰিয়েলত ব্যবহাৰ কৰা মেথডক override কৰক। |
10:32 | নিম্ন লিঙ্কত উপলব্ধ ভিডিওটোৱে প্ৰকল্পক সাৰসংক্ষেপে বোঝায়। এইটো চাওক। |
10:40 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰ দিয়া হয়। অধিক জানিবলৈ আমালৈ লিখক। |
10:51 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ অংশবিশেষ। এইটো ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত। এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্ৰাপ্তিসাধ্য। |
11:03 | আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো। অংশগ্ৰহনৰ বাবে ধন্যবাদ। |