Java/C3/Custom-Exceptions/Assamese
From Script | Spoken-Tutorial
00:01 | Custom exceptions ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:05 | ইয়াতে আমি শিকিম: Custom exceptions আৰু throw আৰু throws keywords ইয়াৰ ব্যবহাৰ। |
00:14 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো: উবুন্টু লিনাক্স 16.04 OS JDK 1 .7 আৰু Eclipse 4.3.1 |
00:26 | টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ Java ত Exceptions Handling ইয়াৰ মৌলিক জ্ঞান থাকিব লাগিব। নহলে, প্ৰাসঙ্গিক জাভা টিউটোৰিয়েলৰ বাবে, নিম্ন লিঙ্কত যাওক। |
00:38 | প্ৰথমে custom exception সম্পর্কে শিকিম। |
00:42 | Custom exception এটা user defined exception ক্লাস। এইটোক সাধাৰণতে checked exceptions হিচাবে বনোৱা হয়। |
00:51 | এইটোৰ ব্যবহাৰ, ইউসাৰৰ প্ৰয়োজন অনুযায়ী exception কাস্টমাইজ কৰিবলৈ কৰা হয়। |
00:57 | এতিয়া আমি eclipse খুলিম আৰু CustomExceptionDemo নামৰ নতুন প্ৰজেক্ট বনাম। |
01:04 | custom exception প্ৰদর্শন কৰিবলৈ আমি এই প্ৰজেক্টত আবশ্যক ক্লাস বনাম। |
01:11 | আমি নতুন ক্লাস InvalidMarkException বনাম। |
01:15 | এইটোক exception class ইয়াৰ ধৰনে বনাবলৈ, এইটো Java exception class ক্লাসৰ subclass হোৱা উচিত। |
01:22 | এইটো কৰিবলৈ লিখক extends Exception. |
01:27 | Source মেনুত ক্লিক কৰক আৰু তাৰপিছত Generate constructors from Superclass চয়ন কৰক। |
01:34 | সোফালে Deselect All বোতামত ক্লিক কৰক। |
01:38 | তাৰপিছত single string argument সহ constructor চয়ন কৰক আৰু তলত OK বোতামত ক্লিক কৰক। |
01:45 | এই string argument ইয়াৰ ব্যবহাৰ প্ৰদর্শিত ম্যাসেজক কাস্টমাইজ কৰিবলৈ কৰা হয় যেতিয়া এই exception আহে. |
01:52 | StudentMarks নামৰ আৰু এটা ক্লাস জুড়ক। |
01:57 | তাৰপিছত নিম্ন কোড লিখক। |
02:00 | এই classত marks নামৰ কেবল এটা ভ্যাৰিয়েবল আছে। |
02:04 | এইটো constructorএ marks ইয়াৰ ভ্যালু ইনিসিয়েলাইজ কৰে। |
02:09 | মার্ক্স চেক কৰিবলৈ method জুড়ক। |
02:13 | মার্কৰ স্বাভাবিক ৰেঞ্জ 0 পৰা 100 পর্যন্ত হয়। |
02:18 | marks less than 0 or greater than 100 প্ৰক্ৰিয়াকৃত কৰিলে InvalidMarkException আহিব।*** |
02:25 | সেয়ে আমি custom exception অতৰাবলৈ throw keyword ব্যবহাৰ কৰিব লাগিব। |
02:33 | মার্ক বৈধ হলে, Entry OK প্ৰদর্শিত হব। |
02:39 | আমি দেখো যে ইয়াতে InvalidMarkException এৰৰ আছে। |
02:43 | এইটো চেক কৰি সমাধান কৰো। |
02:46 | এৰৰত ক্লিক কৰক আৰু Add throws declarationত ডাবল ক্লিক কৰক। |
02:51 | আমি দেখো যে method signatureত throws InvalidMarkException জুড়ালে এৰৰ অদৃশ্য হৈ যায়। |
03:00 | ইয়াতে দেখো যে throws keyword ইয়াৰ ব্যবহাৰ methods ইয়াৰ সৈতে কৰা হয়। |
03:06 | এইটোৱে ইঙ্গিত কৰে যে মেথডে specified exceptionক বঢ়াব। |
03:11 | এই মেথডক কল কৰিলে exception handling কোড প্ৰদান কৰিব লাগিব। |
03:16 | এতিয়া file access operation দেখাও যি FileNotFoundExceptionক বঢ়াব। |
03:23 | FileReader class ইয়াৰ এটা উদাহৰণ বনাবলৈ নিম্ন কোড লিখক। |
03:29 | Eclipseএ কিছু এৰৰ দেখাব কাৰণ আমি সংশ্লিষ্ট Java packages ইম্পোর্ট কৰা নাই। |
03:36 | তাকেই সংশোধন কৰিবলৈ এৰৰত ক্লিক কৰক আৰু তাৰ পিছত import 'FileReader' (java.io) ত ডাবল ক্লিক কৰক। |
03:44 | আমি package আৰু ইয়াৰ ব্যবহাৰ সম্পর্কে পৰবর্তী টিউটোৰিয়েলত শিকিম। |
03:50 | হোম ফোল্ডাৰত Marks নামৰ ফাইল অ্যাক্সেস কৰিবলৈ fr ক অনুমতি দিবলৈ নিম্ন কোড লিখক। |
03:59 | ইয়াতে প্ৰদর্শিত পাথ আপোনাৰ সিস্টেমৰ হোম ফোল্ডাৰৰ সৈতে প্ৰতিস্থাপিত হব লাগিব। |
04:05 | এটা এৰৰৰে দেখায় যে এই কোডৰ লাইনে FileNotFoundExceptionক বড়াব পাৰে। |
04:10 | আমি throws clauseত এই এক্সেপশনক যোগ কৰি এইটোক সমাধান কৰিব পাৰো। |
04:16 | আমি দেখো যে FileNotFoundException ও throws clauseত জুড়া গৈছে। |
04:22 | ইয়াতে দেখোৱাৰ মতে throws ব্যবহাৰ কৰি একাধিক exceptionsক নিয়ন্ত্ৰণ কৰিব পাৰি। |
04:28 | এতিয়া StudentMarks classত main method বনাম আৰু ফলাফল চেক কৰিম। |
04:34 | ইয়াতে marks ইয়াৰ বাবে ভ্যালু হিসাবে 40ৰ সৈতে ইনিসিয়েলাইজ কৰি অবজেক্ট m1 বনাইছো। |
04:41 | পিছৰ লাইনত m1 অবজেক্ট ব্যবহাৰ কৰি validate মেথড লাগু কৰো। |
04:47 | আমি দেখো যে validate মেথড লাগু হলে ইয়াতে এৰৰ আছে। |
04:52 | এই মেথডে InvalidMarkException আৰু FileNotFoundExceptionক বঢ়াব। |
04:59 | এৰৰক সঠিক কৰিবলৈ, main methodত throws clause জুড়াব পাৰি যেনেকৈ আগতে কৰিছিলো। |
05:05 | কিন্তু try আৰু catch block ইয়াৰ ব্যবহাৰৰ সুপাৰিশ কৰা হয়। |
05:10 | সেয়ে Surround with try/catchত ডাবল ক্লিক কৰক। |
05:14 | এতিয়া আবশ্যক try-catch blocks জুড়া হৈছে আৰু exception নিয়ন্ত্ৰণ কৰা হৈছে। |
05:20 | এতিয়া এই প্ৰোগ্ৰামটোক ৰান কৰক। |
05:23 | এইটোৱে দেখায় Entry OK আৰু rest of the code. |
05:27 | কাৰণ marks ইয়াৰ ভ্যালু 40 এটা বৈধ এন্ট্ৰি হয়। |
05:32 | এতিয়া ভ্যালুক -10লৈ কৰক যি এটা অবৈধ এন্ট্ৰি হয়। |
05:37 | আৰু এবাৰ প্ৰোগ্ৰাম ৰান কৰিম। |
05:40 | এতিয়া আমি দেখো যে InvalidMarkExceptionক অতৰাব লাগিব কাৰণ -10 এটা অবৈধ এন্ট্ৰি হয়। |
05:47 | exception নিয়ন্ত্ৰন কৰাত আমি rest of the code ম্যাসেজ দেখো। |
05:53 | ইয়াৰ সলনি throws clause ব্যবহাৰ কৰিলে, rest of the code ম্যাসেজ প্ৰিন্ট নহব। |
06:00 | লগতে প্ৰোগ্ৰামটো টার্মিনেটও হব। |
06:03 | সেয়ে try catch block ব্যবহাৰ কৰা ভাল, যেতিয়া main methodত মেথড কল কৰা হয়। |
06:10 | ইয়াৰ সৈতেই টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
06:13 | সংক্ষেপে: |
06:15 | ইয়াতে শিকিছো: Custom Exception কি আৰু throw আৰু throws keywords ইয়াৰ ব্যবহাৰ, custom exceptions বনোৱা আৰু ব্যবহাৰ কৰা। |
06:26 | অনুশীলনী হিসাবে: InvalidAgeException নামৰ custom exception class বনাওক। |
06:33 | আৰু এটা class Age বনাওক আৰু ইনিসিয়েলাইজ কৰিবলৈ constructor বনাওক। |
06:39 | এটা exception অতৰাবলৈ method validate বনাওক, যদি আয়ু 18 বয়সৰ কম হয়। |
06:45 | main methodত অবজেক্ট বনাওক আৰু validate() method লাগু কৰক। |
06:51 | প্ৰয়োজন অনুযায়ী try-catch blocks দ্বাৰা exception handling প্ৰদান কৰক। |
06:56 | custom exception class চেক কৰক। |
07:00 | নিম্ন লিঙ্কত উপলব্ধ ভিডিওটোৱে প্ৰকল্পক সাৰসংক্ষেপে বোঝায়। এইটো চাওক। |
07:06 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰ দিয়া হয়। অধিক জানিবলৈ আমালৈ লিখক। |
07:18 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত।এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্ৰাপ্তিসাধ্য। |
07:29 | আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো। |
07:36 | অংশগ্ৰহনৰ বাবে ধন্যবাদ। |