Java/C3/Abstract-Classes/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:00 Abstract Classes ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:05 ইয়াতে আমি শিকিম: Abstract Methods আৰু Concrete Methods.
00:12 Abstract Classes আৰু Concrete Classes আৰু
00:16 Abstract Classes ইয়াৰ ব্যবহাৰ।
00:18 ইয়াতে আমি ব্যবহাৰ কৰিছো: উবুন্টু 12.04 , JDK 1.7 আৰু Eclipse 4.3.1.
00:28 টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ Java আৰু Eclipse IDE ইয়াৰ মৌলিক জ্ঞান থাকিব লাগিব।
00:36 java ত subclassing সম্পর্কে জানিব লাগিব।
00:40 নহলে, প্ৰাসঙ্গিক জাভা টিউটোৰিয়েলৰ বাবে, প্ৰদত্ত লিঙ্কত যাওক।
00:46 প্ৰথমে Abstract মেথড সম্পর্কে শিকিম।
00:50 Abstract মেথড এটা মেথড হয় যাক implementation নোহোৱাকৈ ঘোষিত কৰা হয়।
00:55 এইটো abstract কীওয়ার্ড দ্বাৰা ঘোষিত হয়।
00:59 এই মেথডৰ বাবে বন্ধনী খোলা আৰু বন্ধ কৰা উচিত নহয়।
01:04 স্যাম্পল প্ৰোগ্ৰাম সহ Abstract ক্লাসৰ ব্যবহাৰ বুঝো।
01:09 এতিয়া Eclipseত যাও আৰু AbstractDemo নামৰ নতুন প্ৰজেক্ট বনাম।
01:16 এই প্ৰজেক্টত, Abstract ক্লাস দ্বাৰা প্ৰদর্শন কৰিবলৈ প্ৰয়োজনীয় classes বনাম।
01:24 এতিয়া, src ফোল্ডাৰত সো ক্লিক কৰক আৰু New> Classত ক্লিক কৰক।
01:30 Person হিসাবে ক্লাসৰ নাম লিখক আৰু এন্টাৰ টিপক।
01:35 এতিয়া নামৰৰ প্ৰতিনিধিত্ব কৰিবলৈ field আৰু Person ইয়াৰ বয়স যোগ কৰিম। লিখক String name সেমিকোলন।
01:44 লগতেও লিখক: int age সেমিকোলন।
01:48 এতিয়া Sourceত ক্লিক কৰক আৰু Generate constructor using fields চয়ন কৰক।
01:55 উত্পন্ন কোড পৰা super কীওয়ার্ড মুছক।
01:59 Constructorএ, name আৰু age ফীল্ডসৰ ভ্যালু ইনিসিয়েলাইজ কৰিব পাৰে।
02:05 এতিয়া concrete method সম্পর্কে শিকিম।
02:08 Concrete মেথড সম্পূর্ণৰুপে কাৰ্লী বন্ধনীত প্ৰয়োগ কৰিছিলো।
02:14 আমি এই ক্লাসত নাম আৰু বয়স প্ৰিন্ট কৰিবলৈ concrete মেথড জুড়িম।
02:21 স্ক্ৰীনত প্ৰদর্শিত তলৰ কোড লিখক।
02:25 এই মেথড showBasicDetails() ইয়াতে চিত্ৰিত, এইটো concrete মেথডৰ উদাহৰণ।
02:32 উল্লেখ্য যে এই মেথডক সম্পূর্ণভাবে প্ৰয়োগ কৰা হৈছে।
02:36 এতিয়া এই ক্লাসৰ বাবে abstract মেথড জুড়িম।
02:41 সেয়ে লিখক: public void showDetails( ) সেমিকোলন।
02:46 এটা এৰৰ আহে কাৰণ আমি এতিয়াও abstract কীওয়ার্ড জুড়া নাই।
02:51 সেয়ে abstract কীওয়ার্ড যোগ কৰক।
02:55 আমি আৰু এটা এৰৰ দেখো।
02:58 ইয়াৰ কাৰণ হল abstract মেথডক মাত্ৰ abstract ক্লাসৰ বাবে জুড়াব পাৰি।
03:03 এইটোক abstract ক্লাস বনাবলৈ Person ক্লাসত abstract কীওয়ার্ড যোগ কৰক।
03:10 class Person এ ইয়াতে এটা abstract ক্লাস দেখায়।
03:15 ইয়াতে showDetails() নামৰ abstract মেথড আছে।
03:20 চিত্ৰটোৱে ইয়াতে inheritance relation ইয়াৰ প্ৰতিনিধিত্ব কৰে।
03:24 ইয়াতে, Person ক্লাস এটা abstract ক্লাস হয়।
03:29 Employee ক্লাস আৰু Student ক্লাস Person ক্লাসৰ subclasses হয়.
03:35 এই subclasses সিহতৰ নিজস্ব ভিন্ন বাস্তবায়ন প্ৰদান কৰে।
03:40 এইটোক Person ক্লাসত স্থিত showDetails( ) মেথড দ্বাৰা কৰা হয়।
03:45 উদাহৰণস্বৰুপে: Employee ক্লাসত ShowDetails() মেথডে Employee ID আৰু Salary প্ৰিন্ট কৰে, যত Student ক্লাসত ShowDetails() মেথডে Student Register Number আৰু Grade প্ৰিন্ট কৰে।
04:01 default packageত সো ক্লিক কৰক আৰু Employee নামৰ আৰু এটা ক্লাস বনাওক।
04:07 এতিয়া এইটোক Person ক্লাসৰ subclass বনাবলৈ, লিখক extends Person.
04:14 আমি Eclipse IDE ত এটা এৰৰ দেখো।
04:19 এইটোৱে ইঙ্গিত দিয়ে যে abstract method showDetails( ) ইয়াত এটা implementation প্ৰদান কৰা উচিত।
04:26 এইটোক অলপ পিছত কৰিম।
04:28 এতিয়া employee id আৰু employee salary দেখাবলৈ দুটা field বনাওক।
04:34 লিখক: String empid সেমিকোলন আৰু int salary সেমিকোলন।
04:42 এতিয়া Sourceত ক্লিক কৰক আৰু তাৰপিছত Generate constructor using fields চয়ন কৰক।
04:49 এইটো constructor এ name, age, empid আৰু salary ইয়াৰ ভ্যালু ইনিসিয়েলাইজ কৰিব পাৰে।
04:56 এতিয়া showDetails মেথড সংজ্ঞায়িত কৰো। লিখক public void showDetails( )
05:04 এই মেথডত, employee ইয়াৰ বিবৰণ প্ৰিন্ট কৰিব লাগিব।
05:09 স্ৰীনত প্ৰদর্শিত নিম্ন কোড লিখক।
05:13 উল্লেখ্য যে, এবাৰ showDetails() মেথড প্ৰয়োগ কৰাত এৰৰ অদৃশ্য হৈ যায়।
05:19 ইয়াৰপিছত প্ৰজেক্টতৰ Student ক্লাস সম্পর্কে চাম।
05:23 আমি ইতিমধ্যে Student নামৰ subclass বনাইছো।
05:28 Student ক্লাসত দুটা ফীল্ড আছে - register number আৰু grade যি শিক্ষার্থীৰ ৰেজিস্ট্ৰশন নম্বৰ আৰু গ্ৰেড দেখায়।
05:37 এই ক্লাসত constructor ও বনাইছো।
05:42 এই constructor ইয়াৰ ব্যবহাৰ name, age, register number আৰু grade ইয়াৰ ভ্যালু ইনিসিয়েলাইজ কৰিবলৈ কৰা হয়।
05:50 showDetails মেথডক এই ক্লাসতও প্ৰয়োগ কৰা হয়।
05:56 এইটোৱে Student Register Number আৰু grade ইয়াৰ ভ্যালু প্ৰিন্ট কৰে।
06:00 এতিয়া Employee ক্লাসৰ নিজস্ব showDetails() ইয়াৰ বাস্তবায়ন আছে
06:08 আৰু Student ক্লাসৰ নিজস্ব showDetails() ইয়াৰ বাস্তবায়ন আছে।
06:14 default packageত সো ক্লিক কৰক।
06:17 New> Classত ক্লিক কৰক আৰু Demo নাম দিয়ক।
06:23 এই ক্লাসত, আমাৰ উচৰত main মেথড থাকিব।
06:27 সেয়ে লিখক main আৰু তাৰপিছত main মেথড বনাবলৈ ctrl + space টিপক।
06:33 এতিয়া Person p equals new Person লিখি Person ক্লাসক দৃষ্টান্ত কৰাৰ চেষ্টা কৰক।
06:42 বন্ধনী আৰু ডাবল উদ্ধৃতিত লিখক John আৰু সেমিকোলন দিয়ক।
06:48 আমি এটা এৰৰ দেখো। ইয়াৰ কাৰণ Person ক্লাস হল abstract আৰু এইটোক দৃষ্টান্ত কৰা যাব নোৱাৰে।
06:58 লাইনটো মুছি দিয়ক।
07:00 স্ক্ৰীনত প্ৰদর্শিত নিম্ন কোড লিখক।
07:04 এতিয়া, Employee classক Person p1 equals new Employee হিসাবে Person ক্লাসক দৃষ্টান্ত কৰক।
07:14 প্ৰথম লাইনত, বিভিন্ন arguments ইয়াৰ ভ্যালু পাস কৰিছো।
07:19 John, Employee name হিসাবে পাস কৰা হয়।
07:22 age হিসাবে 40.
07:25 E267 হল Employee ID ইয়াৰ ভ্যালু আৰু 10000 হল Employee salary ইয়াৰ ভ্যালু।
07:33 এতিয়া p1.showBasicDetails() হিসাবে Person ক্লাসত concrete মেথড লাগু কৰিব পাৰো।
07:41 object p1 ক p1.showDetails () হিসাবে showDetails () মেথডক কল কৰিব পাৰো।
07:50 একেইভাবে Student ক্লাস দ্বাৰা Person ক্লাস দৃষ্টান্ত কৰক।
07:55 এইটোক Person p2 equals new Student হিসাবে দেখায়।
08:01 এতিয়া বিভিন্ন arguments ইয়াৰ বাবে ভ্যালু পাস কৰিছো।
08:06 আমি object দ্বাৰা showBasicDetails () মেথড আৰু showDetails() মেথড লাগু কৰিব পাৰো।
08:15 এতিয়া এই ডেমো প্ৰোগ্ৰামটো ৰান কৰো।
08:18 class Demo ত সো ক্লিক কৰক আৰু তাৰপিছত Run as > Java Application চয়ন কৰক।
08:25 আমি মৌলিক তথ্য যেনে name আৰু age আউটপুট দেখো।
08:31 এইটো showBasicDetails () মেথড দ্বাৰা প্ৰিন্ট হয়।
08:35 অন্যান্য employee তথ্য যেনে employee ID আৰু salary, showDetails() মেথড দ্বাৰা প্ৰিন্ট হয়।
08:43 একেইভাবে শিক্ষার্থীৰ বুনিয়াদী তথ্য যেনে name আৰু age, showBasicDetails() মেথড দ্বাৰা প্ৰিন্ট হয়।
08:52 শিক্ষার্থীৰ অন্যান্য তথ্য যেনে Student register number আৰু grade, showDetails() মেথড দ্বাৰা প্ৰিন্ট হয়।
09:01 ইয়াৰ সৈতেই আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। সংক্ষেপে:
09:07 ইয়াতে আমি শিকিছো: Abstract Methods আৰু Concrete Methods
09:14 Abstract Classes আৰু Concrete Classes আৰু Abstract Classes বনোৱা আৰু ব্যবহাৰ কৰা।
09:21 অনুশীলনী হিসাবে, এটা abstract class Vehicle বনাওক যত abstract method run() আছে।
09:29 subclass Car ক্লাস বনাওক যি Vehicle classক প্ৰসাৰিত কৰে আৰু run মেথডক লাগু কৰে যি Car is running on 4 wheels প্ৰিন্ট কৰে।
09:39 subclass Bike ও বনাওক যি আকৌ এবাৰ Vehicle classক বিস্তাৰ কৰে আৰু run মেথডক লাগু কৰে যি Bike is running on 2 wheels প্ৰিন্ট কৰে।
09:50 ফলাফলবোৰ চেক কৰিবলৈ main মেথড যুক্ত থকা Demo class ও বনাওক।
09:56 নিম্ন লিঙ্কত উপলব্ধ ভিডিওটোৱে প্ৰকল্পক সাৰসংক্ষেপে বোঝায়। এইটো ডাউনলোড কৰি চাওক।
10:03 স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু
10:09 অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰ দিয়া হয়।
10:13 বিস্তাৰিত তথ্যৰ বাবে আমালৈ লিখক।
10:16 স্পোকেন টিউটোৰিয়েল প্ৰকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত।
10:23 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্ৰাপ্তিসাধ্য, http://spoken-tutorial.org/NMEICT-Intro
10:28 আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো। অংশগ্ৰহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi