Java/C2/Using-this-keyword/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:02 | জাভাত this কীওয়ার্ড ব্যবহাৰৰ স্পকেন টিউটোৰীয়েললৈ আপোনাক স্বাগতম। |
00:07 | এই টিউটোৰিয়েলত আমি শিকিম |
00:09 | this কীওয়ার্ডৰ ব্যবহাৰৰ সম্পর্কে। |
00:11 | ফীল্ডৰ সৈতে this কীওয়ার্ডৰ ব্যবহাৰৰ। |
00:14 | কন্সট্ৰকটৰৰ শৃঙ্খলাৰ বাবে this কীওয়ার্ডৰ ব্যবহাৰ। |
00:17 | ইয়াত আমি
উবুন্টু সংস্কৰণ 11.10 jdk 1.6 আৰু Eclipse 3.7.0 ব্যবহাৰ কৰছি। |
00:28 | এই টিউটোৰিয়ালটো অনুসৰন কৰিবলৈ |
00:30 | এক্লীপ্স ব্যবহাৰ কৰি জাভাত কন্সট্ৰকটৰ তৈয়াৰ কৰা সম্পর্কে জানা আবশ্যক। |
00:34 | নহলে, প্ৰাসঙ্গিক টিউটোৰিয়ালেৰ বাবে আমাৰ ওয়েবসাইট পৰিদর্শন কৰক। |
00:40 | এতিয়া আমি this কীওয়ার্ডৰ ব্যবহাৰ চাও। |
00:44 | কন্সট্ৰকটৰ এটাত, this'হল বর্তমান অবজেক্টেৰ ৰেফাৰেন্স। |
00:48 | this ব্যবহাৰ কৰি আমি কন্সট্ৰকটৰত বর্তমান অবজেক্টৰ যিকোনো সদস্য ৰেফাৰ কৰিব পাৰো । |
00:55 | এতিয়া আমি ফীল্ডৰ সৈতে this কীওয়ার্ডৰ ব্যবহাৰ চাও। |
01:00 | this কীওয়ার্ডে আমাক নামৰ conflicts avoid মানে দ্বন্দ্ব এড়াত সাহায্য কৰে। |
01:07 | আমি ইয়াত এনেধৰনৰ উদাহৰণ চাব পাৰো। |
01:10 | তাৰ বাবে Eclipse খোলা যাওক। |
01:17 | আগৰ টিউটোৰিয়ালত তৈয়াৰ কৰা Student নামৰ ক্লাসটো খুলক |
01:23 | default constructorত কমেন্ট কৰক, 1টা প্যাৰামিটাৰৰ সৈতে constructor কমেন্ট কৰক। |
01:40 | আৰু প্ৰথম দুটা অবজেক্ট তৈয়াৰ কৰিবলৈ কোডটো কমেন্ট কৰক। |
02:03 | এতিয়া parameterized constructor লক্ষ্য কৰক। |
02:11 | the_roll_number আৰু the_name এইববোৰ আর্গুমেন্ট হয় যি কন্সট্ৰকটৰলৈ পাস কৰে। |
02:20 | roll_number আৰু name হল instance ভ্যাৰিয়েবল। |
02:26 | এতিয়া, আর্গুমেন্টক roll_number আৰু nameৰ লৈ সলনি কৰক |
02:39 | সেয়ে কন্সট্ৰকটৰত |
02:42 | roll_number = roll_number আৰুname = name আছে |
02:55 | এতিয়া ফাইল সংৰক্ষণ কৰি ৰান কৰক। সেয়ে Ctrl ,S আৰু Ctrl, F11 টিপক । |
03:04 | আমি নিম্নৰুপে আউটপুট পাই: |
03:07 | I am a Parameterized Constructor 0 null |
03:12 | এতিয়া কোডলৈ আহিলো। |
03:17 | আমি কোডত দুটি সতর্কতা দেখো । |
03:20 | মাউসটো ওয়ার্নিং সিম্বললৈ লৈ যাওক । |
03:23 | আমি দেখিব পাৰো যে The assignment to the variable roll_number has no effect |
03:29 | আৰু The assignment to the variable name has no effect. |
03:33 | ইয়াৰ কাৰণ হল যে কন্সট্ৰকটৰ roll_number আৰু name হল লোকেল ভ্যাৰিয়েবল। |
03:40 | লোকেল ভ্যাৰিয়েবল বোৰ হৈছে ভ্যাৰিয়েবল যি মেথডত বা ব্লকত উপলব্ধ। |
03:47 | ইয়াত, roll_number আৰু name , 11 আৰুRajuলৈ ইনিসিয়েলাইজ কৰা হব। |
03:54 | কাৰণ আমি 11 আৰু Raju কন্সট্ৰকটৰ পাস কৰিছো । |
04:01 | কিন্তু এবাৰ সিহতে কন্সট্ৰকটৰৰ বাহিৰত আহাত, ইয়াক এক্সেস কৰা সম্ভব নহয়। |
04:06 | তাৰপিছত আমি জানা roll_number আৰু nameবোৰ হল ইন্সট্যান্স ভ্যাৰিয়েবল (instance variables) |
04:13 | এবাৰ অবজেক্ট তৈয়াৰ হোৱা পিছত সিহতক ইতিমধ্যে 0 আৰু nullলৈ ইনিসিয়েলাইজ কৰা হৈছে। |
04:18 | আমি 0 আৰু null হিসাবে আউটপুট পাইছো । |
04:21 | এতিয়া, কন্সট্ৰকটৰত এটা সৰু পৰিবর্তন কৰা যাওক। |
04:29 | সেয়ে লিখক this dot roll_number = roll_number. |
04:37 | আৰু this dot name = name. |
04:44 | এতিয়া ফাইল সংৰক্ষণ কৰে ৰান কৰক। সেয়ে Ctrl, S আৰু Ctrl, F11 কী টিপক। |
04:51 | আমই নিম্নৰুপে আউটপুট পাউ: |
04:53 | 'I am Parameterized Constructor'11 আৰুRaju |
04:58 | ইয়াৰ কাৰণ হল this dot roll_number আৰু this dot name ইন্সট্যান্স ভ্যাৰিয়েবল roll_number আৰু name লৈ ৰেফাৰ কৰে। |
05:12 | আৰু ইয়াত roll_number আৰু name হল আর্গুমেন্ট যি মেথডত পাস কৰা হৈছে। |
05:19 | লোকাল আৰু ইন্সট্যান্স ভ্যাৰিয়েবলৰ মাজত থকা confliction মানে সংহৰ্শ অতৰুৱাবলৈ আমি this কীওয়ার্ড ব্যবহাৰ কৰো। |
05:29 | এতিয়া কন্সট্ৰকটৰৰ শৃঙ্খলাৰ বাবে আমি this কীওয়ার্ডেৰ ব্যবহাৰ হোৱা চাম। |
05:34 | অন্য এটা কন্সট্ৰকটৰক কল কৰিবলৈ আমি এটা কন্সট্ৰকটৰত this কীওয়ার্ড ব্যবহাৰ কৰিব পাৰো |
05:39 | কন্সট্ৰকটৰ একেই ক্লাসত হব লাগিব। |
05:43 | ইয়াক explicit constructor invocation বোলা হয়। |
05:46 | সেয়ে, আমি তৈয়াৰ কৰাStudent ক্লাসলৈ উভতি আহো। |
05:53 | এতিয়া কমেন্টবোৰ মুছি পেলাওক। |
06:28 | এতিয়া প্ৰথম দুটা কন্সট্ৰাকটৰত ইন্সট্যান্স ভ্যাৰিয়েবলক তাৰ মানলৈ এসাইন কৰিবলৈ এই অংশ কমেন্ট কৰক। |
06:52 | তাৰপিছয়ত সেই অংশটো কমেন্ট কৰক যি দ্বিতীয় আৰু তৃতীয় অবজেক্টক তৈয়াৰ কৰে। |
07:08 | এতিয়া প্ৰথমে প্যাৰামিটাৰ নোহোৱাকৈ কন্সট্ৰকটৰলৈ আহা যাওক। |
07:16 | কাৰ্লী বন্ধনীৰ পিছত লিখক this প্ৰথম বন্ধনীত 11 আৰু সেমিকোলন। |
07:28 | দ্বিতীয় কন্সট্ৰকটৰত লিখকthis প্ৰথম বন্ধনীত 11 কমা ডাবল উদ্ধৃতিত Raju সেমিকোলন। |
07:42 | এতিয়া ফাইল সংৰক্ষণ কৰি ৰান কৰক। তাই Ctrl, S আৰু Ctrl, F11 টিপক। |
07:49 | আমই নিম্নৰুপে আউটপুট পাউ: |
07:51 | I am a Parameterized Constructor |
07:54 | I am a constructor with a single parameter |
07:57 | I am Default Constructor 11 আৰুRaju |
08:02 | এতিয়া, আমি আউটপুট ব্যাখ্যা কৰিম । |
08:08 | যেতিয়াই অবজেক্টটো তৈয়াৰ হয়, তাৰ সম্বন্ধীয় কন্সট্ৰকটৰক কল কৰা হয়। |
08:13 | ইয়াত উপস্থিত কন্সট্ৰকটৰ হল no argument constructor. |
08:20 | কন্ট্ৰোল কন্সট্ৰকটৰত প্ৰথম লাইনলৈ আহে । |
08:24 | ই this বন্ধনীত 11 স্টেটমেন্ট এনকাউন্টাৰ কৰে। |
08:26 | সেয়ে ই সেই কন্সট্ৰকটৰক কল কৰে যি একক ইন্টিজাৰ আর্গুমেন্টক গ্ৰহণ কৰে। |
08:36 | তাৰপিছত কন্ট্ৰোল this প্ৰথম বন্ধনীত 11 কমা Raju লৈ আহে। |
08:44 | সেয়ে কন্সট্ৰকটৰক কল কৰে যি 1 টা ইন্টিজাৰ আৰু 1 টা স্ট্ৰিং argumenত গ্ৰহণ কৰে। |
08:53 | সেয়ে এই কন্সট্ৰকটৰ এক্সিকিউট কৰা হৈছে আৰু আমি I am Parameterized Constructor হিচাবে আউটপুট পাও |
09:02 | এতিয়া আমি যিহেতু পাস কৰাইছো, ইন্সট্যান্স ভ্যাৰিয়েবল বোৰ 11 আৰু Raju লৈ ইনিসিয়েলাইজ কৰা হব। |
09:11 | এতিয়া, কন্ট্ৰোলে calling কন্সট্ৰকটৰৰলৈ উভতি যায়। |
09:16 | সেয়ে দ্বিতীয় কন্সট্ৰকটৰ এক্সিকিউট কৰা হয়। |
09:19 | আমৰা I am constructor with a single parameterহিচাবে আউটপুট পাই |
09:25 | তাৰপিছত, কন্ট্ৰোলে প্ৰথমে কন্সট্ৰকটৰলৈ যায় আৰু এক্সিকিউট কৰে। |
09:30 | সেয়ে আমি I am a default constructor হিচাবে আউটপুট পাও |
09:36 | তাৰপছিত studentDetail মেথড এক্সিকিউট কৰা হয়। |
09:42 | আমি 11 আৰু Raju পাও। |
09:45 | এতিয়া এটা সৰু পৰিবর্তন কৰো। |
09:47 | এই this স্টেটমেন্টক কন্সট্ৰকটত শেষত ৰাখক। |
10:00 | আমি এটা কম্পাইলাৰ এৰৰ পাই। |
10:03 | মাউসক এৰৰ চিহ্নলৈ নিয়ক। |
10:06 | আমি নিম্নৰূপে আউটপুট পাও: |
10:07 | কনস্ট্ৰাকটৰত প্ৰথম স্টেত মেন্ট কনস্ট্ৰাকটৰ কল হোৱা উচিত '. |
10:12 | সেয়ে আমি ইয়াক কন্সট্ৰকটৰেৰ প্ৰথম লাইন কৰা আবশ্যক। |
10:16 | সেয়ে ইয়াক কন্সট্ৰকটৰৰ প্ৰথম লাইন বনাওক |
10:27 | এতিয়া আমি চাব পাৰো যে এৰৰটো নাই। |
10:31 | এই টিউটোৰিয়েলত আমি শিকিছো |
10:35 | ফীল্ডেৰ সৈতেthis কীওয়ার্ডেৰ ব্যবহাৰ কৰা। |
10:38 | কন্সট্ৰকটৰৰ শৃঙ্খলাৰ বাবে this' কীওয়ার্ডৰ ব্যবহাৰ কৰা |
10:41 | কন্সট্ৰকটৰত কিভাবে this কীওয়ার্ড ব্যবহাৰ কৰা উচিত। |
10:45 | আত্ম মূল্যায়নৰ বাবে, আগতে তৈয়াৰ কৰা Employee ক্লাসত: |
10:49 | দুটা প্যাৰামিটাৰৰ সৈতে কন্সট্ৰকটৰ তৈয়াৰ কৰক। |
10:52 | ইন্সট্যান্স ভ্যাৰিয়েবলক ইনিসিয়েলাইজ কৰিবলৈ this কীওয়ার্ড ব্যবহাৰ কৰক। |
10:57 | 1 ৰ সৈতে আৰু প্যাৰামিটাৰ নোহোৱাকৈ কন্সট্ৰকটৰ তৈয়াৰ কৰক । |
11:01 | টিউটোৰিয়েলত ব্যাখ্যা কৰাৰ নিচিনা this ব্যবহাৰ কৰে কন্সট্ৰাকটৰ শৃঙ্খলিত কৰাৰ চেষ্টা কৰক। |
11:07 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ |
11:09 | তলৰ সংযোগত থকা ভিডিঅ’ চাওক। http://spoken-tutorial.org/What_is_a_Spoken_Tutorial |
11:12 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
11:16 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
11:19 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
11:23 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
11:26 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
11:30 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
11:36 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
11:40 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
11:46 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
11:55 | আমৰা টিউটোৰিয়ালেৰ শেষে চলে এসেছি। ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে s |
11:58 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |