Java/C2/Installing-Eclipse/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 লিনক্সত ইক্লিপ্চ ইনন্চটল কৰা এই স্পকেন টিউটোৰিয়ালতি লৈ আপোনাক স্ৱাগতম
00:06 এই টিউটোৰিয়ালটুত আপোনি উবুন্টুত আৰ Redhatত eclipseইনচ্টল কৰা শিকিব
00:15 এই টিউটোৰিয়ালৰ বাবে আমি  উবুন্টু 11.10  ব্যবহাৰ কৰিম
00:20 এই টিউটোরিয়ালতু অনুসরণ কৰিবলৈ, আপোনি
00:22 ইন্টাৰনেটেৰ  লগত সংযুক্ত হোৱা আৰু লিনাক্সট টার্মিনাল ব্যবহাৰ কৰাৰ জ্ঞান থকা আবশ্যক.
00:28 আপোনাৰ উচৰত root access(ৰুত উপলব্ধি) বা sudo অনুমতি থাকিব লাগিব
00:32 আপোনি যদি  root বা sudo কি হয় নাজানে  চিন্তা নকৰিব
00:36 আপোনি  টিউটোৰিয়ালটু দ্ৱাৰা আগ বাড়িব পাৰিব
00:39 যদি আপোনি প্রক্সি ব্যবহাৰ কৰা নেটওয়ার্কত থাকে, তেনেহলে আপোনি প্রক্সি ব্যবহাৰ কৰাৰ সুযোগ তু থাকিব
00:45 যদি নহয়, প্রাসঙ্গিক টিউটোৰিয়ালৰ বাবে আমাৰ ওয়েবসাইট চাওক
00:51 আমি এতিয়া দেখোৱাৰ কমান্ড ব্যবহাৰ কৰি উবুন্টুত ইক্লিপ্চ ইনন্চটল কৰিম
00:55 এইখিনিকে Redhatত কৰিবৰ বাবে লাগতিয়াল সৰু সুৰা সলনি খিনি শিকি লব
01:05 এতিয়া আমি terminal টু খুলিম
01:07 Control, Alt আৰু T টিপক
01:10 ই উবুন্টুtটার্মিনাল আৰম্ভ কৰা হয়.
01:18 যদি আপোনি প্রক্সি ব্যবহাৰ কৰা এটা নেটওয়ার্কত থাকে, তেনেহলে আপোনি  ইয়াক টাৰমিনেলত চেত কৰিব লাগিব
01:23 যদি আপোনি  প্রক্সি  কি   নাজানে তেনেহলে  আপুনি চাগে প্রক্সি ব্যবহাৰ নকৰা নেটওয়ার্কত থাকিব পাৰে
01:28 আৰু আপুনি এইটু step বাদ দিব পাৰে  
01:30 জিয়ে প্রক্সি ব্যবহাৰ কৰে, সিহতে এইতু সেত কৰিব লাগিব 
01:34 প্ৰক্সিচ দুই ধৰনৰ থাকে
01:36 এটাক username আৰু password লাগে আনটুক নালাগে
01:40 আপনি সংশ্লিষ্ট ব্যক্তিৰ পৰা ব্যবহাৰ কৰা প্রক্সি ধাৰণ কৰক.
01:45 terminalত sudo SPACE HYPHEN s টাইপ কৰক
01:52 যেতিয়াই ইয়াক প্ৰম্পট কৰে হয় পাছৱৰ্দটো টাইপ কৰক
01:57 মন কৰক যে যেতিয়াই আপোনি পাছৱৰ্দটো টাইপ কৰিব asterisk বা অনয় কিছো চিহ্নৰ ৰুপত তাত কোনো ফিদবাক নাথাকে এন্টাৰ টিপক
02:06 মন দিব জ প্ৰম্পট চিন্ তো DOLLARৰ পৰা HASHলৈ সলনি হৈ যাব
02:14 এতিয়া তাইপ কৰকexport SPACE http UNDERSCORE proxy EQUAL TO http://tsuser:tspwd@10.24.0.2:8080
02:47 এই কমান্দত, প্রক্সি প্রমাণীকৰনr বাবে  username টু হয় tsuser আৰু পাসওয়ার্ড হয়  tspwd
02:55 অনুগ্ৰহ কৰি আপোনাৰ প্রয়োজন অনুসৰে এই মান পৰিবর্তন কৰক.
02:59 প্রক্সিৰ হোস্ট ঠিকনা হয় 10.24.0.2 আৰু 8080 পোর্ট সংখ্যা হয়
03:07 আপোনাৰ প্রয়োজন অনুসৰে, এই বিবৰণো পৰিবর্তন কৰক enter টিপক .
03:14 কিছুমাণ ক্ষেত্ৰত নেটওয়ার্কত  প্রমাণীকৰন নালাগে
03:18 সেইবুৰ ক্ষেত্ৰত username আৰু পাসওয়ার্ড খালিকে থৈ দিব পাৰে
03:22 যি হেতু মুৰ প্রক্সিক প্রমাণীকৰন নালাগে, মই বিৱৰনখিনি আঁতৰাই দিম
03:28 পূর্ববর্তী কমান্ড টুলৈ যাবলই up arrow টিপক আৰু username আৰু পাসওয়ার্ড মুছি পেলাউক
03:35 Enter টিপক
03:36 ইখিনি কমান্ডe  http proxy চেত কৰি দিয়ে . http proxy চেত কৰিবলৈ আমি জানো
03:44 পূর্ববর্তী কমান্ড টুলৈ যাবলই উপৰ ৰ (up) arrow টিপক আৰু  http পৰা httpsলৈ সলনি কৰিবলৈ  s' তাইপ কৰক আৰু enter টিপক
03:54 আমি এতিয়া সফলভাবে প্রক্সি সেট কৰিলু
03:58 স্বাভাবিক ( normal) prompt লৈ যাবৰ বাবে Ctrl + D টিপক
04:02  screen খন পৰিষ্কাৰ কৰিবলৈ clear তাইপ কৰক আৰু  enter টিপক
04:11 এতিয়া আমি ইক্লিপ্চ ইন্চটল কৰিম
04:14 তাইপ কৰক sudo SPACE apt HYPHEN get SPACE update `
04:25 এই কমান্ডে সমস্ত উপলব্ধ সফ্টওয়্যাৰ  তালিকা খিনি লৈ আনে, এন্টাৰ টিপক
04:33 আপোনাৰ ইন্টাৰনেটৰ গতিৰ উপৰত নির্ভৰ কৰি, ই সফটওয়্যাৰেৰ তালিকা খিনি আনিবলৈ অলপ সময় লৈ
04:45 যেতিয়া টার্মিনালতু DOLLAR প্রম্পট লৈ উভতি যাই তেতিয়া এই  অপাৰেশন টু সম্পন্ন হৈ.  screen খন পরিষ্কাৰ কৰিবলৈ clear তাইপ কৰক আৰু  enter টিপক
04:55 sudo' spaceapt hypen 'get spaceinstall spaceeclipse তাইপ কৰক আৰু enter টিপক
05:10 এই কমান্দে ইক্লিপ্চ  সফ্টওয়্যাৰ টো চিছটেমত আনি ইন্চটল কৰে 
05:15 needs to get 10.8 Mb. এই লাইন টো মন কৰিব
05:22 এই নমবৰ টো আপোনাৰ চিছতেম আৰু ইন্টাৰনেট গতিৰ ঊপৰত নিৰ্ভৰ কৰি ভিন্ন হয়
05:27 পেকেজবোৰ আনাৰ বাবে লাগতিয়াল সময় বেলেগ বেলেগ হয়
05:30 Y বা N promptত  টাইপ কৰক  Y আৰু enter  টিপক
05:39 সমস্ত প্রয়োজনীয় প্যাকেজ ডাউনলোড কৰা হল আৰু সিস্টেমেতো আনপ্যাক কৰক
05:59 ইনস্টলেশন সম্পূর্ণ হই যেতিয়া টার্মিনাল ডলাৰ প্রম্পট লৈ উভতি আহে
06:05 এতিয়া প্ৰমান কৰা যাওক যে চিছটেমত ইক্লিপ্চ ইন্টল হয় উপলব্ধ আছে নে নাই
06:10 dialog boxত Alt+ F2 টিপক আৰু ইক্লিপ্চ টাইপ কৰক আৰু Enter টিপক
06:22 ই ইক্লিপ্চ application টু আৰম্ভ কৰ . যদি ইক্লিপ্চ টু  ইনচ্টল হোৱা নাই, তেতিয়া application টু খুল নাখাই
06:31 Workspace Launcher prompt টু আমি পাউ. আগবাঢ়িবলৈ OK টিপক
06:40 আৰু আমি “Welcome to Eclipse” পেজ টু পাউ. তাৰ মানে  ইক্লিপ্চ  সফলভাবে সিস্টেমত ইনস্টল কৰা হল.
06:53 Debian, kubuntu, আৰু Xubuntu ইক্লিপ্চ ইনস্টল কৰাৰ  প্রক্রিয়াতো, উবুন্টুৰ নিচিনা একে
07:04 ইক্লিপ্চ Redhatত ইনস্টল কৰাৰ  প্রক্রিয়া টু উবুন্টুৰ নিচিনা একে
07:09 মাত্ৰ আনা আৰু ইনস্টল কৰা বাবে বয়ৱহাৰ কৰা কমান্ড কেইটা হে বেলেগ
07:13 সফ্টওয়্যাৰ তালিকা খিনি আনিবলৈ sudo SPACE yum SPACE update ব্যবহাৰ কৰক
07:19 ইক্লিপ্চ  ইনস্টল কৰিবলৈ sudo SPACE yum SPACE install SPACE eclipse ব্যবহাৰ কৰক
07:27 Fedora, centos and suse linuxat ইক্লিপ্চ ইনস্টল কৰাৰ  প্রক্রিয়া, Redhatৰ নিচিনা একে
07:37 ইখিনি টে ই  টিউটোৰিয়ালটু সামৰনি হৈছে
07:39 আমি দেখিলো যে কেনেকৈ উবন্টুত আৰু আৰু অনু্ৰুপ অপাৰেটিং সিস্টেমত আৰু RedHat আৰু অনুৰুপ অপাৰেটিং সিস্টেমত ইক্লিপ্চ ইনস্টল কৰে
07:49 এই টিউটোৰিয়ালটুৰ বাবে এটা কার্য
07:52 Eclipse বাবে অনুৰুপ ইনস্টলেশন পদ্ধতি থকা আৰু অপাৰেটিং সিস্টেম আবিষ্কাৰ কৰক
07:59 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
08:04 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
08:07 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
08:12 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
08:13 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
08:16 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
08:19 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
08:26 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
08:30 ই ভাৰত চৰকাৰৰ MHRDICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
08:36 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08:42 এই পাঠটি অৰুন পাঠকৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya