Java/C2/Installing-Eclipse/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | লিনক্সত ইক্লিপ্চ ইনন্চটল কৰা এই স্পকেন টিউটোৰিয়ালতি লৈ আপোনাক স্ৱাগতম |
00:06 | এই টিউটোৰিয়ালটুত আপোনি উবুন্টুত আৰ Redhatত eclipseইনচ্টল কৰা শিকিব |
00:15 | এই টিউটোৰিয়ালৰ বাবে আমি উবুন্টু 11.10 ব্যবহাৰ কৰিম |
00:20 | এই টিউটোরিয়ালতু অনুসরণ কৰিবলৈ, আপোনি |
00:22 | ইন্টাৰনেটেৰ লগত সংযুক্ত হোৱা আৰু লিনাক্সট টার্মিনাল ব্যবহাৰ কৰাৰ জ্ঞান থকা আবশ্যক. |
00:28 | আপোনাৰ উচৰত root access(ৰুত উপলব্ধি) বা sudo অনুমতি থাকিব লাগিব |
00:32 | আপোনি যদি root বা sudo কি হয় নাজানে চিন্তা নকৰিব |
00:36 | আপোনি টিউটোৰিয়ালটু দ্ৱাৰা আগ বাড়িব পাৰিব |
00:39 | যদি আপোনি প্রক্সি ব্যবহাৰ কৰা নেটওয়ার্কত থাকে, তেনেহলে আপোনি প্রক্সি ব্যবহাৰ কৰাৰ সুযোগ তু থাকিব |
00:45 | যদি নহয়, প্রাসঙ্গিক টিউটোৰিয়ালৰ বাবে আমাৰ ওয়েবসাইট চাওক |
00:51 | আমি এতিয়া দেখোৱাৰ কমান্ড ব্যবহাৰ কৰি উবুন্টুত ইক্লিপ্চ ইনন্চটল কৰিম |
00:55 | এইখিনিকে Redhatত কৰিবৰ বাবে লাগতিয়াল সৰু সুৰা সলনি খিনি শিকি লব |
01:05 | এতিয়া আমি terminal টু খুলিম |
01:07 | Control, Alt আৰু T টিপক |
01:10 | ই উবুন্টুtটার্মিনাল আৰম্ভ কৰা হয়. |
01:18 | যদি আপোনি প্রক্সি ব্যবহাৰ কৰা এটা নেটওয়ার্কত থাকে, তেনেহলে আপোনি ইয়াক টাৰমিনেলত চেত কৰিব লাগিব |
01:23 | যদি আপোনি প্রক্সি কি নাজানে তেনেহলে আপুনি চাগে প্রক্সি ব্যবহাৰ নকৰা নেটওয়ার্কত থাকিব পাৰে |
01:28 | আৰু আপুনি এইটু step বাদ দিব পাৰে |
01:30 | জিয়ে প্রক্সি ব্যবহাৰ কৰে, সিহতে এইতু সেত কৰিব লাগিব |
01:34 | প্ৰক্সিচ দুই ধৰনৰ থাকে |
01:36 | এটাক username আৰু password লাগে আনটুক নালাগে |
01:40 | আপনি সংশ্লিষ্ট ব্যক্তিৰ পৰা ব্যবহাৰ কৰা প্রক্সি ধাৰণ কৰক. |
01:45 | terminalত sudo SPACE HYPHEN s টাইপ কৰক |
01:52 | যেতিয়াই ইয়াক প্ৰম্পট কৰে হয় পাছৱৰ্দটো টাইপ কৰক |
01:57 | মন কৰক যে যেতিয়াই আপোনি পাছৱৰ্দটো টাইপ কৰিব asterisk বা অনয় কিছো চিহ্নৰ ৰুপত তাত কোনো ফিদবাক নাথাকে এন্টাৰ টিপক |
02:06 | মন দিব জ প্ৰম্পট চিন্ তো DOLLARৰ পৰা HASHলৈ সলনি হৈ যাব |
02:14 | এতিয়া তাইপ কৰকexport SPACE http UNDERSCORE proxy EQUAL TO http://tsuser:tspwd@10.24.0.2:8080 |
02:47 | এই কমান্দত, প্রক্সি প্রমাণীকৰনr বাবে username টু হয় tsuser আৰু পাসওয়ার্ড হয় tspwd |
02:55 | অনুগ্ৰহ কৰি আপোনাৰ প্রয়োজন অনুসৰে এই মান পৰিবর্তন কৰক. |
02:59 | প্রক্সিৰ হোস্ট ঠিকনা হয় 10.24.0.2 আৰু 8080 পোর্ট সংখ্যা হয় |
03:07 | আপোনাৰ প্রয়োজন অনুসৰে, এই বিবৰণো পৰিবর্তন কৰক enter টিপক . |
03:14 | কিছুমাণ ক্ষেত্ৰত নেটওয়ার্কত প্রমাণীকৰন নালাগে |
03:18 | সেইবুৰ ক্ষেত্ৰত username আৰু পাসওয়ার্ড খালিকে থৈ দিব পাৰে |
03:22 | যি হেতু মুৰ প্রক্সিক প্রমাণীকৰন নালাগে, মই বিৱৰনখিনি আঁতৰাই দিম |
03:28 | পূর্ববর্তী কমান্ড টুলৈ যাবলই up arrow টিপক আৰু username আৰু পাসওয়ার্ড মুছি পেলাউক |
03:35 | Enter টিপক |
03:36 | ইখিনি কমান্ডe http proxy চেত কৰি দিয়ে . http proxy চেত কৰিবলৈ আমি জানো |
03:44 | পূর্ববর্তী কমান্ড টুলৈ যাবলই উপৰ ৰ (up) arrow টিপক আৰু http পৰা httpsলৈ সলনি কৰিবলৈ s' তাইপ কৰক আৰু enter টিপক |
03:54 | আমি এতিয়া সফলভাবে প্রক্সি সেট কৰিলু |
03:58 | স্বাভাবিক ( normal) prompt লৈ যাবৰ বাবে Ctrl + D টিপক |
04:02 | screen খন পৰিষ্কাৰ কৰিবলৈ clear তাইপ কৰক আৰু enter টিপক |
04:11 | এতিয়া আমি ইক্লিপ্চ ইন্চটল কৰিম |
04:14 | তাইপ কৰক sudo SPACE apt HYPHEN get SPACE update ` |
04:25 | এই কমান্ডে সমস্ত উপলব্ধ সফ্টওয়্যাৰ তালিকা খিনি লৈ আনে, এন্টাৰ টিপক |
04:33 | আপোনাৰ ইন্টাৰনেটৰ গতিৰ উপৰত নির্ভৰ কৰি, ই সফটওয়্যাৰেৰ তালিকা খিনি আনিবলৈ অলপ সময় লৈ |
04:45 | যেতিয়া টার্মিনালতু DOLLAR প্রম্পট লৈ উভতি যাই তেতিয়া এই অপাৰেশন টু সম্পন্ন হৈ. screen খন পরিষ্কাৰ কৰিবলৈ clear তাইপ কৰক আৰু enter টিপক |
04:55 | sudo' spaceapt hypen 'get spaceinstall spaceeclipse তাইপ কৰক আৰু enter টিপক |
05:10 | এই কমান্দে ইক্লিপ্চ সফ্টওয়্যাৰ টো চিছটেমত আনি ইন্চটল কৰে |
05:15 | needs to get 10.8 Mb. এই লাইন টো মন কৰিব |
05:22 | এই নমবৰ টো আপোনাৰ চিছতেম আৰু ইন্টাৰনেট গতিৰ ঊপৰত নিৰ্ভৰ কৰি ভিন্ন হয় |
05:27 | পেকেজবোৰ আনাৰ বাবে লাগতিয়াল সময় বেলেগ বেলেগ হয় |
05:30 | Y বা N ৰ promptত টাইপ কৰক Y আৰু enter টিপক |
05:39 | সমস্ত প্রয়োজনীয় প্যাকেজ ডাউনলোড কৰা হল আৰু সিস্টেমেতো আনপ্যাক কৰক |
05:59 | ইনস্টলেশন সম্পূর্ণ হই যেতিয়া টার্মিনাল ডলাৰ প্রম্পট লৈ উভতি আহে |
06:05 | এতিয়া প্ৰমান কৰা যাওক যে চিছটেমত ইক্লিপ্চ ইন্টল হয় উপলব্ধ আছে নে নাই |
06:10 | dialog boxত Alt+ F2 টিপক আৰু ইক্লিপ্চ টাইপ কৰক আৰু Enter টিপক |
06:22 | ই ইক্লিপ্চ application টু আৰম্ভ কৰ . যদি ইক্লিপ্চ টু ইনচ্টল হোৱা নাই, তেতিয়া application টু খুল নাখাই |
06:31 | Workspace Launcher prompt টু আমি পাউ. আগবাঢ়িবলৈ OK টিপক |
06:40 | আৰু আমি “Welcome to Eclipse” পেজ টু পাউ. তাৰ মানে ইক্লিপ্চ সফলভাবে সিস্টেমত ইনস্টল কৰা হল. |
06:53 | Debian, kubuntu, আৰু Xubuntu ইক্লিপ্চ ইনস্টল কৰাৰ প্রক্রিয়াতো, উবুন্টুৰ নিচিনা একে |
07:04 | ইক্লিপ্চ Redhatত ইনস্টল কৰাৰ প্রক্রিয়া টু উবুন্টুৰ নিচিনা একে |
07:09 | মাত্ৰ আনা আৰু ইনস্টল কৰা বাবে বয়ৱহাৰ কৰা কমান্ড কেইটা হে বেলেগ |
07:13 | সফ্টওয়্যাৰ তালিকা খিনি আনিবলৈ sudo SPACE yum SPACE update ব্যবহাৰ কৰক |
07:19 | ইক্লিপ্চ ইনস্টল কৰিবলৈ sudo SPACE yum SPACE install SPACE eclipse ব্যবহাৰ কৰক |
07:27 | Fedora, centos and suse linuxat ইক্লিপ্চ ইনস্টল কৰাৰ প্রক্রিয়া, Redhatৰ নিচিনা একে |
07:37 | ইখিনি টে ই টিউটোৰিয়ালটু সামৰনি হৈছে |
07:39 | আমি দেখিলো যে কেনেকৈ উবন্টুত আৰু আৰু অনু্ৰুপ অপাৰেটিং সিস্টেমত আৰু RedHat আৰু অনুৰুপ অপাৰেটিং সিস্টেমত ইক্লিপ্চ ইনস্টল কৰে |
07:49 | এই টিউটোৰিয়ালটুৰ বাবে এটা কার্য |
07:52 | Eclipse বাবে অনুৰুপ ইনস্টলেশন পদ্ধতি থকা আৰু অপাৰেটিং সিস্টেম আবিষ্কাৰ কৰক |
07:59 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
08:04 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
08:07 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
08:12 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
08:13 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
08:16 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
08:19 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
08:26 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
08:30 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
08:36 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
08:42 | এই পাঠটি অৰুন পাঠকৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |