Java-Business-Application/C2/Issuing-and-Returning-a-book/Assamese
From Script | Spoken-Tutorial
Java-Business-Application/C2/Issuing-and-Returning-a-book/English-timed
| Time | Narration |
| 00.00 | নমস্কাৰ দৰ্শক সকল. Issuing and returning a book স্পৌকেন টিউটৰিয়েললৈ স্ৱাগতম । |
| 00.05 | এই টিউটৰিয়েলত আমি শিকিম : |
| 00.08 | সকলো ব্যৱহাৰকাৰীৰ তথ্য আহৰণ কৰিবলৈ |
| 00.11 | এখন কিতাপ ইছো কৰিবলৈ |
| 00.13 | কিতাপ এখন ঘূৰাবলৈ |
| 00.15 | ইয়াত আমি ব্যৱহাৰ কৰিছো |
| 00.17 | ""উবুন্তু ভাৰ্চন 12.04"" |
| 00.20 | নেটবীন্চ IDE 7.3 |
| 00.23 | JDK 1.7 |
| 00.25 | ফায়াৰফক্স ৱেব ব্ৰাউচাৰ 21.0 |
| 00.29 | নিজৰ ইচ্ছা অনুশৰি যিকোনো ৱেব ব্ৰাউচাৰ ব্যৱহাৰ কৰিব পাৰে । |
| 00.33 | এই টিওটৰিয়েলটো বুজিবলৈ, আপুনাৰ |
| 00.37 | Java Servlet আৰু JSP ৰ বিষয়ত সামান্য জ্ঞান থকা উচিত ।। |
| 00.40 | ইনভেন্টৰী সৃষ্টি আৰু প্ৰদৰ্শনৰ বিষয়ত সামান্য জ্ঞান থকাও উচিত ।। |
| 00.44 | যদিহে নাই, তেন্তে প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট প্ৰত্যক্ষ কৰক । |
| 00.48 | আগৰ টিউটৰিয়েলত আমি দেখিলো কিদৰে এদমিন ভাগে কাম কৰে |
| 00.53 | আমি এই টিউটৰিয়েলৰ এদমিন ভাগত আৰু বহুকেইটা কাৰ্য্য যোগ কৰিছো |
| 00.59 | এতিয়া ব্ৰাউচাৰলৈ যাও আহক । |
| 01.02 | Admin বুলি ল'গিন কৰো আহক |
| 01.05 | এদমিন ভাগ থকা পাঠত আমি আৰু দুটা অপচন প্ৰত্যক্ষ কৰিব সক্ষম হৈছো - List Users আৰু Checkout/Return Book |
| 01.14 | এতিয়া IDE লৈ যাও আহক । |
| 01.18 | adminsection.jspত আৰু দুটা ৰেডিঅ' বাটন দেখা পাব |
| 01.24 | এটা লিষ্ট ইউজাৰৰ বাবে আৰু আনটো Checkout/Return Book ৰ বাবে |
| 01.30 | এতিয়া ব্ৰাউচাৰলৈ যাও আহক । |
| 01.33 | আমি List Users বুলা ৰেডিঅ' বাটনত ক্লিক কৰিম |
| 01.38 | ইয়াত সকলো তথ্য ঊপলব্ধি কৰিব পাৰি যেনে First Name, Surname, Age, Gender আৰু Username |
| 01.48 | ইয়াক কৰাৰ পদ্ধতি আগৰ দুটা অপচনৰ সৈতে প্ৰায় একেই |
| 01.51 | সেইটো আমি আগৰ টিউটৰিয়েলত প্ৰত্যক্ষ কৰিছিলো |
| 01.55 | এতিয়া পাছৰ অপচনটো ক্লিক কৰো আহক যিটো Checkout অথবা Return Book. |
| 02.01 | আমি checkout অথবা return book কৰিব পৰাকৈ এখন ফৰ্ম পাবলৈ সক্ষম হৈছো |
| 02.06 | ওপৰত হোৱা কাৰ্য্যৰ বাবে ক'ড খিনি চাওঁ আহক |
| 02.09 | এতিয়া IDE লৈ যাও আহক । |
| 02.11 | আমি Checkout/Return Bookত ক্লিক কৰিলো |
| 02.14 | সেইবাবে ইয়াত মেনোচিলেকচন আৰু চেকআউতবুক সমান হৈছে |
| 02.18 | List Booksৰ বাবে দেখা পদ্ধতিৰে সৈতে একেয় |
| 02.23 | ইয়াত আমি, RequestDispatcher ব্যৱহাৰ কৰি requestটো checkOut.jspলৈ নিৰ্দেশ দিছো |
| 02.29 | এতিয়া checkOut.jspলৈ আহক |
| 02.33 | এই পাঠ খন listBooks.jspৰ সৈতে একেই |
| 02.38 | পাৰ্থক্য মাথো প্ৰতিখন কিতাপৰ বিপৰীতে থকা এটা ৰেডিঅ' বাটন |
| 02.42 | কিতাপ এখন Checkout/Return কৰিব পৰাৰ সুবিধাৰ্থে |
| 02.46 | কিতাপ চেকআউত কৰিব ওলোৱা ব্যৱহাৰকাৰীৰ নাম সংৰক্ষণ কৰিবলৈ এটা username field আছে |
| 02.53 | কিতাপ ঘূৰাই দিয়াৰ তাৰিখ ধাৰ্য্য কৰিবলৈ এটা Date field আছে |
| 02.59 | আমি কিতাপ ঘূৰাই দিয়াৰ তাৰিখটো, বৰ্তমানৰ তাৰিখৰ পৰা এক সপ্তাহ পাছৰ ধাৰ্য্য কৰিছো |
| 03.04 | এই কাৰ্য্য Calendar ক্লাছ ব্যৱহাৰ কৰি সমপন্ন কৰা হৈছে |
| 03.07 | এই ক্লাছৰ যোগ ফান্কচনে দুটা মান সংগ্ৰহ কৰিব পাৰে |
| 03.13 | প্ৰথমটো হৈছে বছৰৰ বৰ্তমান দিন |
| 03.16 | দ্বিতীয়টো হৈছে, বৰ্তমান দিনৰ সৈতে যোগ কৰিব লগা দিনৰ সংখ্য |
| 03.21 | আমি সাত দিন যোগ কৰিছো |
| 03.23 | এতিয়া মন কৰিব যে form action আৰু CheckoutServlet সমান হৈছে |
| 03.29 | এতিয়া ব্ৰাউচাৰলৈ যাও আহক । |
| 03.32 | আমি BookId 1ত ক্লিক কৰিম । |
| 03.35 | username arya বুলি টাইপ কৰিব |
| 03.38 | আমি দেখিম যে ঘূৰাই দিয়াৰ তাৰিখ বৰ্তমানৰ তাৰিখৰ পৰা আৰু এক সপ্তাহৰ পাছৰ |
| 03.43 | মন কৰিব যে Available Copies ৯খন আছে |
| 03.48 | Checkout Bookত ক্লিক কৰিব |
| 03.51 | আমি Checkout Success পাঠ খন পাবলৈ সক্ষম হওঁ |
| 03.55 | Admin Section Pageলৈ ঘূৰি আহিবলৈ আমি hereত ক্লিক কৰিম |
| 03.59 | Checkout/Return Bookত ক্লিক কৰিব |
| 04.03 | আমি দেখিম যে Available Copies ৮খন আছেগৈ |
| 04.08 | ওপৰত হোৱা কাৰ্য্যৰ বাবে ক'ড খিনি চাওঁ আহক |
| 04.10 | এতিয়া IDE লৈ যাও আহক । |
| 04.13 | CheckoutServlet.javaলৈ যাওঁ আহক |
| 04.16 | errorMsgs লিষ্ট খন ধাৰ্য্য কৰিছো |
| 04.19 | Requestত আমি errorMsgs ধাৰ্য্য কৰিছো |
| 04.23 | Requestত আমি getParameter ব্যৱহাৰ কৰি username পাবলৈ সক্ষম হৈছো |
| 04.28 | একেদৰে আমি checkout_book, return_book আৰু book id পাবলৈ সক্ষম হৈছো |
| 04.34 | আমি Idৰ পৰা BookIdটো ইন্টেজাৰ পদ বুলি নিৰ্ণয় কৰিছো |
| 04.40 | আমি username আৰু book id নিশ্চিত কৰো আহক |
| 04.44 | আমি Checkout_book আৰু Return_Bookৰ মান নাল হোৱাৰ নিশ্চিয়তা পৰীক্ষা কৰো আহক |
| 04.50 | তাৰ পাছত, দুয়োটাৰে মান নাল নোহোৱাৰ নিশ্চিয়তা পৰীক্ষা কৰো আহক |
| 04.55 | আমি userExists মেঠদ ব্যৱহাৰ কৰি user জন systemৰ অন্তৰ্গত হয় নে নহয় পৰীক্ষা কৰো আহক |
| 05.01 | মেঠদৰ পৰা সংগ্ৰহিত মান userExists variableত সংৰক্ষণ কৰো আহক |
| 05.07 | আমি এতিয়া, এই মেঠদত কি কৰিব পাৰি চাও আহক |
| 05.11 | প্ৰথমে আমি কোৱেৰী এক্সিকিউত কৰি tableত username থকা নথকাৰ পৰীক্ষা কৰো |
| 05.18 | তাৰ পাছত আমি userExists বোলা ইন্টেজাৰ ভেৰিয়েব্লটোৰ মান ০লৈ ধাৰ্য্য কৰো |
| 05.23 | যদি usernameটি থাকে তাৰ পাছত আমি userExists ভেৰিয়েব্লটোৰ মান 1 লৈ ধাৰ্য্য কৰো |
| 05.29 | তাৰ পাছত আমি userExistsৰ মান ৰিটাৰ্ণ কৰো |
| 05.33 | যদি মেঠদে ০ ৰিটাৰ্ণ কৰে ইয়াৰ অৰ্থ হৈছে userজন চিস্টেমত নাই । |
| 05.42 | অথবা যদি userজন থাকে আমি bookAlreadyIssued, এই মেঠদ কল কৰিম |
| 05.50 | তাৰ পাছত আমি মেঠদে ৰিটাৰ্ণ কৰা মান bookIssuedত সংৰক্ষণ কৰিম |
| 05.55 | ইয়াত আমি পৰীক্ষা কৰিম যে একেই কিতাপ খন একেজন ব্যৱহাৰকাৰীয়ে ইছো কৰিছে নেকি |
| 06.01 | এতিয়া bookAlreadyIssued মেঠদলৈ যাও আহক |
| 06.05 | ইয়াত আমি bookAlreadyIssued বোলা ভেৰিয়েব্ল এটাৰ মান ০লৈ ধাৰ্য্য কৰিছো |
| 06.12 | আমি কোৱেৰী এক্সিকিউত কৰি,একেই bookid থকা কিতাপ ইছো হোৱাৰ পৰীক্ষা কৰো |
| 06.18 | আমি Checkout টেব্লৰ পৰা bookid পাবলৈ সক্ষম হৈছো |
| 06.23 | যদি BookId থাকে তেন্তে আমি bookAlreadyIssued বোলা ভেৰিয়েব্লৰ মান ১ লৈ ধাৰ্য্য কৰিম |
| 06.30 | তাৰ পাছত আমি bookAlreadyIssuedৰ মান ৰিটাৰ্ণ কৰিম |
| 06.34 | যদি মেঠদ ১ ৰিটাৰ্ণ কৰে ইয়াৰ অৰ্থ হৈছে ব্যৱহাৰকাৰীয়ে কিতাপ খন আগতে ধাৰত লৈছে |
| 06.43 | এতিয়া ব্ৰাউচাৰলৈ যাও আহক |
| 06.46 | এতিয়া একেখন কিতাপ একেজন ব্যৱহাৰকাৰীৰ দ্বাৰা চেক আউত কৰিবলৈ চেষ্টা কৰো আহক |
| 06.51 | ব্যৱহাৰকাৰীৰ নাম arya বুলি টাইপ কৰিব |
| 06.54 | BookId 1ৰ বিপৰীতে থকা ৰেডিঅ' বাটনত ক্লিক কৰিব |
| 06.59 | তাৰ পাছত Checkout bookত ক্লিক কৰিব |
| 07.03 | আমি এটা ইৰ'ৰ বাৰ্তা পাম যে the same user has already borrowed this book |
| 07.10 | এতিয়া IDE লৈ যাও আহক |
| 07.14 | চিস্টেমত যদি userExists থাকে আৰু checkout_bookৰ মান, নাল নহয় আমি checkout মেঠদ কল কৰিম |
| 07.22 | এই মেঠদত কি কৰিম চাও আহক |
| 07.25 | ইয়াত আমি সাদৃশ্য থকা idৰ বাবে availablecopies সমূহ পাবলৈ সক্ষম হৈছো |
| 07.31 | ইয়াক আমি Books টেব্লৰ পৰা সংগ্ৰহ কৰিব পাৰিম |
| 07.35 | তাৰ পাছত আমি লভ্য বহীৰ সংখ্য availableCopies বোলা ভেৰিয়েব্ল এটাত সংৰক্ষন কৰিম |
| 07.41 | আমি পৰীক্ষা কৰিম যে availableCopiesৰমান ০ত কৈ বেছি হয় আৰু bookIssuedৰ মান ০ৰ সমান হয় |
| 07.50 | আমি কৰা requestৰ পৰা dateofreturn পাম আৰু ইয়াক returndateত সংৰক্ষণ কৰিম |
| 07.56 | তাৰ পাছত আমি insertIntoCheckout কল কৰিম |
| 08.00 | insertIntoCheckout মেঠদত কি কৰিম চাও আহক |
| 08.05 | ইয়াত আমি Checkout tableত book_id, userName আৰু returndate সংৰক্ষণ কৰিম |
| 08.12 | তাৰ পাছত আমি decrementAvailableCopies বোলা মেঠদ কল কৰিম |
| 08.16 | এই মেঠদত কি কৰিম চাও আহক |
| 08.19 | ইয়াত আমি কোৱেৰী এক্সিকিউত কৰি Books tableত থকা কিতাপৰ সংখ্যা 1ৰে কমাই দিলো |
| 08.26 | তাৰ পাছত আমি setCheckoutIntoRequest মেঠদ কল কৰিম |
| 08.29 | এই মেঠদটো চাও আহক |
| 08.32 | এই মেঠদত আমি checkout attributeটো requestত ধাৰ্য্য কৰিছো |
| 08.38 | তাৰ পাছত আমি RequestDispatcher ব্যৱহাৰ কৰি requestটো successCheckout.jspলৈ নিৰ্দেশ দিছো |
| 08.45 | যদি availableCopies ০ হয়, আমি , There are no copies of the requested book available বুলি প্ৰীন্ট কৰিম |
| 08.53 | এতিয়া successCheckout dot jspলৈ যাও আহক |
| 08.58 | ইয়াত প্ৰথমে আমি requestৰ পৰা checkout attribute সংগ্ৰহ কৰিবলৈ সক্ষম হৈছো |
| 09.03 | তাৰ পাছত আমি সফল Checkoutৰ বাবে সফলতাৰ বাৰ্তা প্ৰদৰ্শন কৰো |
| 09.08 | আপুনি বিভিন্ন ধৰণৰ ভুল নিজেই চেষ্টা কৰি চাব পাৰে |
| 09.11 | এতিয়া কিতাপ খন ঘূৰাই দিও আহক । তাৰ বাবে ব্ৰাউচাৰলৈ যাও আহক |
| 09.15 | bookId 1ত ক্লিক কৰিব আৰু ব্যৱহাৰকাৰীৰ নাম arya বুলি টাইপ কৰিব |
| 09.21 | তাৰ পাছত Return bookত ক্লিক কৰিব |
| 09.24 | আমি সফলতাৰ বাৰ্তা পাও যে কিতাপ খন সফলতাৰে ৰিটাৰ্ণ মানে উভতাই দিয়া হ'ল |
| 09.29 | Hereত ক্লিক কৰিব আন এটা checkout/returnৰ বাবে |
| 09.33 | আমি Admin Section Pageলৈ যাও আহক |
| 09.36 | Checkout/Return Bookত ক্লিক কৰিব |
| 09.39 | আমি দেখা পাম যে লভ্য কিতাপৰ সংখ্যা বাঢ়ি গৈছে |
| 09.45 | এইখিনিৰ বাবে ক'ড খিনি চাও আহক |
| 09.47 | IDEলৈ ঘূৰি যাও আহক |
| 09.49 | CheckoutServlet. java খোলক |
| 09.53 | আমি পৰীক্ষা কৰো যদি userExistsৰ মান 1ৰ সমান হয় আৰু return_bookৰ মান নাল নহয় |
| 10.00 | তাৰ পাছত আমি returnBook মেঠদ কল কৰিম |
| 10.03 | এই মেঠদলৈ যাও আহক |
| 10.06 | ইয়াত আমি book idৰ বাবে, Books টেব্লৰ পৰা totalcopies আৰু availablecopies বাছি লৈছো |
| 10.14 | আমি totalcopies আৰু availablecopiesৰ মান সমূহ totcopies আৰু availcopiesত সংৰক্ষণ কৰিছো |
| 10.21 | তাৰ পাছত আমি পৰীক্ষা কৰিম যদি available copiesৰ সংখ্যা totalcopiesৰ সংখ্যাত কৈ বেছি হয় । |
| 10.27 | এতিয়া ব্ৰাউচাৰলৈ ঘূৰি যাও আহক |
| 10.30 | এতিয়া কিতাপ ধাৰত নোলোৱা এজন ব্যক্তিৰ নামত কিতাপ ৰিটাৰ্ণ কৰি চাও আহক |
| 10.35 | username mdhusein বুলি টাইপ কৰি চাও আহক |
| 10.39 | book id 1ত ক্লিক কৰিব |
| 10.42 | তাৰ পাছত Return Bookত ক্লিক কৰিব |
| 10.44 | আমি এটা ইৰ'ৰ বাৰ্তা পাম The given user has not borrowed this book!! |
| 10.50 | এতিয়া IDE লৈ ঘূৰি যাও আহক |
| 10.53 | ইয়াত আমি পৰীক্ষা কৰো যদি bookIssuedৰ মান 1 হয় |
| 10.57 | তাৰ পাছত আমি removeFromCheckout মেঠদ কল কৰিম |
| 11.01 | এই মেঠদলৈ আহক |
| 11.04 | ইয়াত আমি কোৱেৰী এক্সিকিউত কৰি Checkout tableৰ পৰা এন্ট্ৰী এটা আতঁৰাই দিছো |
| 11.14 | তাৰ পাছত আমি incrementAvailableCopies মেঠদ কল কৰিম |
| 11.18 | এই মেঠদলৈ আহক |
| 11.21 | ইয়াত আমি availablecopiesৰ সংখ্যা ১ ৰে বঢ়াই দিছো |
| 11.25 | Books টেব্লত আপদেট কৰিবলৈ আমি কোৱেৰী এক্সকিউত কৰিছো |
| 11.29 | তাৰ পাছত আমি setReturnIntoRequest মেঠদ কল কৰিছো |
| 11.34 | এই মেঠদলৈ যাও আহক |
| 11.37 | ইয়াত আমি returnBook attributeটো requestত ধাৰ্য্য কৰিছো |
| 11.41 | তাৰ পাছত RequestDispatcher ব্যৱহাৰ কৰি successReturn পাঠলৈ নিৰ্দেশ দিছো |
| 11.48 | successReturn পাঠ খন, successCheckout পাঠৰ সৈতে একেই |
| 11.53 | এতিয়া ব্ৰাউচাৰলৈ ঘূৰি যাও আহক । ল'গিন পাঠলৈ ঘূৰি আহক |
| 11.58 | আমি দেখা পাম যে Visitor’s Home Page বুলি এটা লিন্ক আছে |
| 12.03 | আমি এখন লভ্য কিতাপৰ লিষ্ট পাম |
| 12.07 | আমি এই টিওটৰিয়েলত আমি শিকিলো: |
| 12.10 | সকলো ব্যৱহাৰকাৰীক কি দৰে তালিকাভুত্ত কৰিব পাৰি |
| 12.12 | কিতাপ এখন পাবলৈ| ৰিটাৰ্ণ কৰিবলৈ |
| 12.15 | স্পৌকেন টিওটৰিয়েল প্ৰজেক্টৰ বিষয়ে অধিক জানিবৰ বাবে, তলৰ সংযোগত থকা ভিদিয়'তো চাওক । |
| 12.20 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
| 12.24 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
| 12.28 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: |
| 12.30 | স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে |
| 12.32 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
| 12.36 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org |
| 12.41 | স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । |
| 12.44 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় । |
| 12.50 | এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব |
| 12.52 | http://spoken-tutorial.org/NMEICT-Intro |
| 12.58 | Corporate Social Responsibility Programmeৰ দ্বাৰা এটা আগশাৰীৰ চফ্টৱেৰ MNCয়ে Library Management Systemৰ বাবে বৰঙনি আগবঢ়াইছে |
| 13.06 | তেওলোকে এই স্পৌকেন টিওটৰিয়েলৰ বিষয়বস্তুৰ ওপৰত বৈধতা প্ৰদান কৰিছে । |
| 13.10 | এই পাঠটি অম্লান শইকীয়াৰ দ্বাৰা যোগদান কৰা হৈছে. মই মৌচুমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো । যোগ দিয়াৰ বাবে ধণ্যবাদ । |