JChemPaint/C3/Properties-of-JChemPaint/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নম্সকাৰ দৰ্শক সকল. Properties of JChemPaint ৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:07 এই টিউটোৰিয়েলত আমি শিকিম:
00:09 পিৰিয়ডিক টেবোল (Periodic table) ট্রেন্ডস।
00:11 এটা বিক্রিয়া আঁকা।R-Group ক্যোয়াৰী সেট কৰা।
00:16 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো:
00:19 উবুন্টু লিনাক্স OS সংস্কৰণ 12.04,
00:23 JChemPaint সংস্কৰণ 3.3-1210,
00:29 জাভা সংস্কৰণ 7
00:31 টিউটোৰিয়েল অনুসৰণ কৰিবলৈ JChemPaint কেমিকেল স্ট্রাকচাৰ এডিটৰ সম্পর্কে জানিব লাগিব।
00:39 নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে, আমাৰ ওয়েবসাইটত যাওক।
00:44 এতিয়া JChemPaint উইন্ডোত যাও।
00:48 ডেস্কটপত সংৰক্ষণ কৰা .jar ফাইল পুনৰায় কল কৰক।
00:54 টার্মিনেল খুলিবলৈ Ctrl, Alt আৰু T কী একেলগে টিপক।
01:00 লিখক cd স্পেস Desktop আৰু এন্টাৰ টিপক।
01:06 লিখক java স্পেস হাইফেন jar স্পেস ডট স্ল্যাশ jchempaint হাইফেন 3.3-1210 ডট jar আৰু এন্টাৰ টিপক।
01:21 JChemPaint উইন্ডো খোলে।
01:24 পিৰিয়ডিক টেবোল (Periodic table) ট্রেন্ডস দি আৰম্ভ কৰো।
01:28 তলৰ পৰা টুল বাৰ কিছু গুৰুত্বপূর্ণ এলিমেন্টৰ বোতাম দেখায়।
01:35 টুল বাৰৰ সো ফালে দুটা অতিৰিক্ত বোতাম আছে।
01:40 Enter an element symbol via keyboard আৰু
01:44 Select new drawing symbol from periodic table.
01:48 Select new drawing symbol from periodic table বোতামত টিপক।
01:55 এটা ইনবিল্ট পিৰিয়ডিক টেবোল (Periodic table)ৰ সৈতে Choose an element উইন্ডো খোলে।
02:01 ইয়াত Periodic Table of elements টেক্সটেৰ সৈতে এটাবাক্স দেখিব পাৰি।
02:06 এইটো এটা তথ্য বাক্স।
02:11 তথ্য বাক্স নির্বাচিত এলিমেন্টৰ বর্ণন প্রদর্শন কৰে।
02:16 উদাহৰণস্বৰুপে: আমি Oxygen ইয়াৰ উপৰত কার্সাৰ ৰাখিম।
02:21 তথ্য বাক্সত Oxygen সম্পর্কে বিস্তাৰিত বর্ণন দেখায়।
02:26 একেইভাবে, আমি তথ্য বাক্সত বিভিন্ন এলিমেন্টৰ বিবৰণ দেখিব পাৰো।
02:34 উইন্ডো বন্ধ কৰিবলৈ Close ত টিপক।
02:38 Enter an element symbol via keyboard বোতামত টিপক।
02:42 Panel ত টিপক।
02:45 Enter element টেক্সট বাক্স খোলে।
02:48 আমি টেক্সট বাক্সত এলিমেন্টৰ সঙ্কেত লিখিব পাৰো।
02:53 উদাহৰণস্বৰুপ: আমি লিখিম Xenon ৰ বাবে Xe.
02:58 OK বোতামত টিপক।
03:02 প্যানেলত Xenon (Xe) ইয়াৰ সঙ্কেত প্রদর্শিত হৈছে।
03:08 এতিয়া Xenondifluoride (XeF2) ইয়াৰ গঠন আঁকো।
03:14 Edit মেনুত গৈয়ে Preferences ত যাওক আৰু এইটোত টিপক।
03:20 Preferences উইন্ডো খোলে।
03:23 Show Implicit hydrogens চেক বাক্স নির্বাচিত থাকিলে তাক আনচেক কৰক।
03:29 Preferences উইন্ডো বন্ধ কৰিব OK ত টিপক।
03:33 Fluorine(F) বোতামত টিপক আৰু তাৰপিছত Single bond বোতামত টিপক।
03:39 কার্সাৰ Xenon পৰমাণুত লৈ যাওক।
03:42 ইয়াৰ উপৰত এটা সৰু নীলা বৃত্ত দেখায়।
03:46 বাও মাউস বোতাম ক্লিক কৰি ধৰি থাকক
03:50 আৰু তাৰপিছত দুটা Xenon-Fluoride বন্ধন আঁকিবলৈ ড্রেগ কৰক।
03:56 এতিয়া আমি XenonAtom Popup মেনু সম্পর্কে ব্যাখ্যা কৰিম।
04:02 কার্সাৰ Xenon পৰমাণুৰ উপৰত লৈ যাওক আৰু ইয়াত সো ক্লিক কৰক।
04:07 XenonAtom Popup মেনু খোলে।
04:11 ইয়াত আমি আইসোটোপ, এলিমেন্ট পৰিবর্তন আৰু প্রোপার্টি বিকল্প সম্পর্কে ব্যাখ্যা কৰিম।
04:18 প্রথমে আইসোটোপত যাও।
04:21 Xenon ৰ আইসোটপেৰ তালিকাৰ সৈতে এটা সাব মেনু খোলে।
04:26 ইয়াৰ পিছত আমি কার্সাৰ Change Element ত লৈ যাও।
04:30 এলিমেন্টৰ বিভিন্ন বিভাগৰ সৈতে এটা সাব মানু খোলে।
04:36 আমি তলৰ বিভিন্ন শ্রেণীত স্ক্রল কৰিম।
04:40 আমি Alkali Earth Metals নির্বাচন কৰিম।
04:44 Alkali Earth Metals তালিকা খোলে।
04:48 তালিকাৰ পৰা Calcium(Ca) নির্বাচন কৰক।
04:52 আমি দেখো যে Xenon এলিমেন্ট Calcium দ্বাৰা প্রতিস্থাপিত হৈছে।
04:57 এতিয়া, আমি Molecular Properties বিকল্পত যাও।
05:01 Calcium ত সো ক্লিক কৰক।
05:04 CalciumAtom Popup Menu খোলে।
05:08 Molecular Properties বিকল্পত টিপক।
05:11 Properties টেক্সট বাক্স খোলে।
05:14 যৌগৰ নাম হিসাবে Calcium Fluoride লিখক আৰু OK বোতামত টিপক।
05:20 গঠনৰ তলৰ যৌগৰ নাম দেখায়।
05:24 এতিয়া ফাইলটো সংৰক্ষণ কৰো।
05:26 টুলবাৰত Save বোতামত টিপক।
05:30 Save ডায়লগ বাক্স খোলে।
05:32 ফাইলৰ নাম হিসাবে Calcium-fluoride লিখক।
05:36 Save বোতামত টিপক।
05:39 ইয়াৰ পিছত, আমি বিক্রিয়া তৈয়াৰ কৰা শিকিম।
05:42 বিক্রিয়া আঁকিবলৈ, আমি প্রয়োজনীয় গঠন আঁকা প্রয়োজন।
05:48 আমি প্রয়োজনীয় গঠনৰ সৈতে এটা নতুন উইন্ডো খুলিছো।
05:52 ইয়াত বিক্রিয়ক হল Propene আৰু Chlorine অণু আৰু উত্পাদিত বস্তু হল 1,2-dicholoropropane.
06:01 বাও ফালে টুল বাৰত, Reaction arrow বোতামত টিপক।
06:06 বিক্রিয়ক আৰু উত্পাদিত বস্তুৰ মাঝত টিপক।
06:10 বিক্রিয়া নির্মিত হৈছে।
06:13 এতিয়া আমি সঠিকভাবে বিক্রিয়াৰ গঠনটো সাৰিবদ্ধ কৰিম।
06:18 উপৰত টুল বাৰৰ Relayout the structures বোতামত টিপক। গঠনটো সঠিকভাবে সাৰিবদ্ধ হয়।
06:27 এতিয়া আমি এটা R group query সেট আপ সম্পর্কে আলোচনা কৰিম।
06:31 R-group query কি?
06:35 এটা R-group queryRoot স্ট্রাকচাৰ আৰু সাব্সটিটুএন্টস আছে।
06:41 এইটো একেই root স্ট্রাকচাৰত সাব্সটিটুএন্টসক বোঝায়।
06:45 ইয়াত ডেৰিভেটিভস জড়িত থাকিব পাৰে যি এক বা একাধিক সাব্সটিটুএন্টসত ভিন্ন হয়।
06:53 এটা নতুন উইন্ডো খুলিবলৈ Create a new file আইকনত টিপক।
07:01 Draw a chain বোতামত টিপক।
07:03 তিন কার্বন পৰমাণুৰ সৈতে এটা কার্বন চেন আঁকিবলৈ Panelত টিপক।
07:09 এতিয়া এটা সাব্সটিটুএন্টস আঁকক যি কার্বন চেইনত যুক্ত কৰা হৈছে।
07:14 উদাহৰণস্বৰুপে: Benzene.
07:17 সো ফালে টুল বাৰত Benzeneৰিঙত টিপক।
07:22 Panel ত টিপক।
07:24 কার্বন চেইনত R1 হিসাবে টার্মিনৰলৰ কার্বন পৰমাণু লেবেল কৰক।
07:31 টার্মিনেলৰ Carbon পৰমাণুত সো ক্লিক কৰক।
07:35 Atom Pop Menu খোলে।
07:38 Pseudo Atoms ত স্ক্রোল কৰক।
07:42 এটা সাবমেনু খোলে; R1 নির্বাচন কৰক।
07:45 এতিয়া root স্ট্রাকচাৰ হিসাবে কার্বন চেন সংজ্ঞায়িত কৰক।
07:50 Selection বোতামত টিপক।
07:53 Root স্ট্রাকচাৰৰ উপৰত ড্রেগ কৰি এইটো নির্বাচন কৰক।
07:57 R-groups মেনুত যাও আৰু Define as Root Structure নির্বাচন কৰক।
08:04 সাব্সটিটুএন্টস স্ট্রাকচাৰ Not in R-Group হিসাবে যোগ কৰা হব।
08:10 Selection বোতামত টিপক।
08:13 সাব্সটিটুএন্ট নির্বাচন কৰক।
08:16 R-groups মেনুত যাওক আৰু Define as Substituent নির্বাচন কৰক।
08:22 এটা ইনপুট বাক্স খোলে।
08:24 ইয়াত 1 হিসাবে R-group নম্বৰ লিখি OK বোতামত টিপক।
08:30 সাব্সটিটুএন্ট R1 হিসাবে সংখ্যাযুক্ত কৰা হব।
08:34 Root স্ট্রাকচাৰত, সাব্সটিটুএন্ট R1 এস্টেৰিস্ক (*) ইয়াৰ সৈতে চিহ্নিত কৰা হব।
08:41 সাব্সটিটুএন্ট R1 ইয়াৰ সংযোজিত কার্বন পৰমাণুও এস্টেৰিস্ক (*) ইয়াৰ সৈতে চিহ্নিত কৰা হব।
08:49 Selection বোতামত টিপক। Root Structure আৰু substituent (R1) নির্বাচন কৰক।
08:56 R-groups মেনুত যাওক, General Possible configurations(sdf) নির্বাচন কৰক।
09:03 Save ডায়লগ বাক্স খোলে।
09:06 ফাইলৰ নাম হিসাবে r-group লিখক, স্থান হিসাবে Desktop নির্বাচন কৰক।
09:12 Save বোতামত টিপক।
09:15 টুল বাৰত Open আইকনত টিপক।
09:19 Open ডায়ালগ বাক্স খোলে।
09:22 Files of TypeAll Files নির্বাচন কৰক।
09:27 Desktop ত টিপক।
09:29 Open ত টিপক; তাৰপিছত সংৰক্ষিত r-group ফাইল নির্বাচন কৰক।
09:34 Open বোতামত টিপক।
09:37 এটা ম্যাসেজ দেখায়; OK ত টিপক।
09:41 r-group query স্ট্রাকচাৰৰ সৈতে এটা নতুন ফাইল খোলে।
09:46 স্ট্রাকচাৰ সঠিকভাবে সাৰিবদ্ধ কৰিব টুলবাৰত Relayout the structure বোতামত টিপক।
09:54 R-group সাব্সটিটুএন্ট বেঞ্জিনৰ সৈতে জড়িত root স্ট্রাকচাৰ প্রদর্শিত হৈছে।
10:02 সংখিপ্তকৰণ কৰো।
10:04 এই টিউটোৰিয়েলত আমি শিকিছো:
10:06 পিৰিয়ডিক টেবোল (Periodic table) ট্রেন্ডস।
10:09 এটা বিক্রিয়া আঁকা।
10:11 R-Group ক্যোয়াৰী সেট কৰা।
10:14 নির্দেশিত কাম হিসাবে,
10:16 বিভিন্ন পিৰিয়ডিক টেবোল (Periodic table) ট্রেন্ডস অন্বেষণ কৰক আৰু
10:19 আপোনাৰ পছন্দৰ বিক্রিয়া আঁকক।
10:24 এই ভিডিওটো প্রকল্পক সাৰসংক্ষেপে বোঝায়।
10:28 ভাল ব্যান্ডউইডথ নাথাকলে ভিডিওটো ডাউনলোড কৰি চাওক।
10:33 স্পোকেন টিউটোৰিয়েল প্রকল্প দল কর্মশালাৰ আয়োজন কৰে আৰু প্রশংসাপত্র দিয়ে।
10:39 আমাৰ সৈতে যোগাযোগ কৰক।
10:42 প্রকল্পটো ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত।
10:49 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
10:55 আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো। ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble