JChemPaint/C3/Features-of-JChemPaint/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | নম্সকাৰ দৰ্শক সকল. Features of JChemPaint ৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
| 00:07 | এই টিউটোৰিয়েলত আমি পৰিবর্তন কৰা শিকিম: |
| 00:10 | প্যানেলৰ ব্যাকগ্রাউন্ডৰ ৰঙ। |
| 00:12 | উইন্ডোৰ বাহ্যিক চেহাৰা। |
| 00:14 | ইউজাৰ ইন্টাৰফেসৰ ভাষা। |
| 00:18 | আমি আৰু শিকিম, |
| 00:20 | টেমপ্লেট সন্নিবেশ কৰা। |
| 00:22 | এটা নির্দিষ্ট গঠনৰ বাবে SMILES আৰু InChi কী নির্মাণ কৰা। |
| 00:26 | গঠন নির্মান কৰিবলৈ SMILES আৰু InChi কী সন্নিবেশ কৰা। |
| 00:31 | টিউটোৰিয়েল ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো, |
| 00:33 | উবুন্টু লিনাক্স OS সংস্কৰণ 12.04 |
| 00:38 | JChemPaint সংস্কৰণ 3.3-1210 |
| 00:43 | জাভা সংস্কৰণ 7 |
| 00:46 | টিউটোৰিয়েল অনুসৰণ কৰিবলৈ JChemPaint কেমিকেল স্ট্রাকচাৰ এডিটৰ সম্পর্কে জানিব লাগিব। |
| 00:54 | নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে, আমাৰ ওয়েবসাইটত যাওক। |
| 01:01 | JChemPaint উইন্ডোত যাও। |
| 01:04 | ডেস্কটপত সংৰক্ষণ কৰা .jar ফাইল আৰু এবাৰ মন কৰো। |
| 01:10 | টার্মিনেল খুলিবলৈ Ctrl, Alt আৰু T কী একেলগে টিপক। |
| 01:17 | লিখক cd স্পেস Desktop আৰু এন্টাৰ টিপক। |
| 01:24 | লিখক java স্পেস হাইফেন jar স্পেস ডট স্ল্যাশ jchempaint হাইফেন 3.3-1210 ডট jarআৰু এন্টাৰ টিপক। |
| 01:43 | JChemPaint উইন্ডো দেখায়। |
| 01:45 | এতিয়া প্যানেলৰ পটভূমিৰ ৰঙ পৰিবর্তন কৰা চাও। |
| 01:50 | Edit মেনুত গৈ Preferences ত যাওক আৰু এইটোত টিপক। |
| 01:56 | JChemPaint Preferences উইন্ডো খোলে। |
| 02:00 | Choose background color বোতামত টিপক। |
| 02:04 | Choose background color উইন্ডো খোলে। |
| 02:07 | এই উইন্ডোত তিনটা ট্যাব আছে যি হৈছে Swatches, HSB আৰু RGB. |
| 02:15 | আপোনাৰ অপাৰেটিং সিস্টেমৰ উপৰত নির্ভৰ কৰি, এই উইন্ডো অলপ পৰিবর্তন হব পাৰে। |
| 02:21 | HSB হয়তো HSV হব পাৰে। |
| 02:25 | আপোনি হয়তো Swatches ট্যাব নেদেখিব পাৰে। |
| 02:28 | উইন্ডোজ অপাৰেটিং সিস্টেমৰ দুটা অতিৰিক্ত ট্যাব আছে যি হৈছে HSL আৰু CMYK |
| 02:37 | আপোনি পছন্দৰ ব্যাকগ্রাউন্ডৰ ৰং বাছিব পাৰে। |
| 02:40 | ব্যাক গ্রাউন্ডক হালকা সেউজীয়া ৰঙত সলাবলৈ হালকা সেউজীয় ৰঙৰ Swatch ত টিপিম। |
| 02:47 | উইন্ডো বন্ধ কৰিবলৈ OK ত টিপক। |
| 02:50 | প্রেফেৰেন্সেস উইন্ডো বন্ধ কৰিবলৈ OK ত টিপক। |
| 02:55 | Choose background color উইন্ডো ব্যবহাৰ কৰি বিভিন্ন ৰঙ সমন্বয় চেষ্টা কৰক। |
| 03:01 | ইয়াৰ পিছত Other Preferences ট্যাব। |
| 03:05 | Edit মেনুত গৈ Preferences ত টিপক। |
| 03:09 | Preferences উইন্ডো খোলে। |
| 03:12 | Other Preferences ট্যাবত টিপক। |
| 03:15 | Look and feel ফীল্ডত যাওক। |
| 03:19 | এই ফীল্ডৰ এটা ড্রপ ডাউন তালিকা আছে। |
| 03:21 | তালিকাত আছে System, Metal, Nimbus, Motif, GTK আৰু Windows. |
| 03:29 | আমি Nimbus ত টিপিম। |
| 03:32 | তাৰ পিছত OK বোতামত টিপক। |
| 03:35 | উইন্ডোৰ বাহ্যিক চেহাৰা লক্ষ্য কৰক। |
| 03:40 | Edit মেনুত টিপক, তাৰপিছত Preferences ত টিপক। |
| 03:45 | অন্যান্য Preferences ত টিপক। |
| 03:49 | User Interface Language ফীল্ডত যাওক। |
| 03:53 | এই ফীল্ডৰ এটা ড্রপ ডাউন তালিকা আছে। |
| 03:56 | তালিকাত আছে American English আৰু অন্যান্য ভাষা। |
| 04:02 | ডিফল্টৰুপে American English নির্বাচিত। |
| 04:06 | আমি Spanish থ টিপিম। |
| 04:09 | OK বোতামত টিপক। |
| 04:12 | মেনু বাৰ আৰু স্টেটাস বাৰত ভাষা পৰিবর্তন লক্ষ্য কৰক। |
| 04:19 | আমি পৰিবর্তনবোৰ বাতিল কৰিম। |
| 04:23 | এতিয়া প্যানেলেত টেম্পলেট সন্নিবেশ কৰক। |
| 04:27 | Templates মেনুত টিপক। |
| 04:30 | Templates ড্রপ ডাউন দেখায়। |
| 04:33 | অথবা আপোনি চাইদ টুল বাৰ পৰা টেমপ্লেট মেনু খুলিব পাৰে। |
| 04:39 | ইয়াত আপোনি বিভিন্ন টেমপ্লেট ট্যাব দেখিব পাৰে। |
| 04:43 | All Templates ট্যাবত টিপক। |
| 04:47 | Structure Templates উইন্ডো দেখায়। |
| 04:51 | উইন্ডো তাৰ গঠনৰ সৈতে টেমপ্লেটৰ তালিকা দেখায়। |
| 04:56 | মই বিভিন্ন গঠন দেখিবলৈ উইন্ডোৰ তলৰ স্ক্রল কৰিম। |
| 05:01 | গঠন প্রদর্শন কৰিবলৈ কিছো টেমপ্লেট ট্যাবত টিপিম। |
| 05:06 | Beta Lactums ট্যাবত টিপক। |
| 05:10 | Penicillin ইয়াৰ গঠন প্যানেলত দেখিবলৈ ইয়াৰ গঠনত টিপক। |
| 05:16 | পৰিবর্তনবোৰ পূর্বাবস্থাত আনিবলৈ Ctrl+ Z টিপক। |
| 05:20 | Templates ট্যাবত টিপক, Miscellaneous ত টিপক। |
| 05:25 | C60 Fullerene ইয়াৰ গঠন প্যানেলত দেখিবলৈ ইয়াৰ গঠনত টিপক। |
| 05:31 | আপোনি প্যানেলত আপোনাৰ পছন্দৰ অন্যান্য টেমপ্লেট লোড কৰিব পাৰে। |
| 05:36 | ইয়াৰ পিছত আমিSMILES আৰু InChi কী সম্পর্কে শিকিম। |
| 05:41 | SMILES আৰু InChi কীস কি? |
| 05:45 | SMILES সৰলীকৃত আণবিক ইনপুট লাইন এন্ট্রি সিস্টেম। |
| 05:51 | এইটোৱে সৰু ASCII স্ট্রিং ব্যবহাৰ কৰি ৰাসায়নিক গঠন বর্ণন কৰে। |
| 05:57 | মলিকুলাৰ এডিটৰ গঠনে 2D অঙ্কনত সলাবলৈ SMILES স্ট্রিং ইম্পোর্ট কৰে। |
| 06:06 | উদাহৰণস্বৰুপে, CCCCCC হেক্সেনৰ এটা ক্যানোনিকেল SMILES. |
| 06:15 | InChi আন্তর্জাতিক ৰাসায়নিক আইডেন্টিফায়াৰ। |
| 06:19 | এইটোৱে তথ্যৰ লেয়াৰৰ পৰিপ্রেক্ষিত এটা কেমিকেল বর্ণন কৰে। |
| 06:25 | পৰমাণু আৰু তাৰ বন্ধনৰ সংযোগ, |
| 06:28 | আইসোটপিক, স্টিৰিওকেমিকেল আৰু ইলেকট্রনিক চার্জ তথ্য। |
| 06:34 | উদাহৰণস্বৰুপে, এইটো প্রোপেনৰ InChi কী। |
| 06:41 | মই উইন্ডো মুছি পেলাও। |
| 06:43 | কীবোর্ডত Delete টিপক। |
| 06:47 | SMILES তৈয়াৰ কৰিবলৈ Templates মেনুৰ পৰা মই Alkaloid, Morhphine লোড কৰিম। |
| 06:55 | Tools মেনুত টিপক, তাৰপিছত Create SMILES ত টিপক। |
| 07:02 | SMILES ডায়লগ বাক্স Generated SMILES ইয়াৰ সৈতে খোলে। |
| 07:07 | ডায়লগ বাক্সত SMILES আৰু Chiral SMILES আছে। |
| 07:13 | ডায়লগ বাক্স বন্ধ কৰিবলৈ OKত টিপক। |
| 07:17 | গঠন নির্বাচিত নাথাকিলে এইটো কৰিবলৈ Ctrl + A টিপক। |
| 07:22 | Morphine ইয়াৰ InChi কী তৈয়াৰ কৰিবলৈ Tools মেনুতে যাওক। |
| 07:27 | Create InChi ত টিপক। |
| 07:30 | InChi ডায়লগ বাক্স Morphine ইয়াৰ InChi তৈয়াৰৰ সৈতে প্রর্দশিত হব। |
| 07:36 | ডায়লগ বাক্স বন্ধ কৰিবলৈ OK টিপক। |
| 07:40 | Morphine ইয়াৰ গঠন মুছি পেলাবলৈ কীবোর্ডত Delete টিপক। |
| 07:45 | এতিয়া সন্নিবেশ কৰা SMILES পৰা গঠন প্রাপ্ত কৰা শিকিম। |
| 07:50 | Formatting টুলবাৰৰ তলত, আমাৰ উছৰত ইনসার্ট বোতামৰ সৈতে এটাইনসার্ট বাৰ আছে। |
| 07:59 | ইনসার্ট বাৰত টিপক আৰু লিখক c1ccc1 আৰু ইনসার্ট বোতামত টিপক। |
| 08:09 | Cyclobutene ইয়াৰ গঠন প্যানেলত তৈয়াৰ হৈছে। |
| 08:14 | পৰিবর্তনবোৰ পূর্বাবস্থাত আনিবলৈ Ctrl+Z টিপক। |
| 08:19 | আমি ইতিমধ্যে PubChem পেজৰ পৰা Text Editor ত কিছো SMILES আৰু InChi কীস সংৰক্ষণ কৰিছো। |
| 08:27 | আমি Text Editor পৰা SMILES কপি কৰিম আৰু ইনসার্ট বাৰত পেস্ট কৰিম। |
| 08:34 | আৰু Insert বোতামত টিপক। |
| 08:38 | সন্নিবেশ কৰা SMILES প্যানেলত Aspartic অ্যাসিডৰ গঠন প্রদর্শন কৰে। |
| 08:44 | পৰিবর্তন পূর্বাবস্থাত আনিবলৈ OK টিপক। |
| 08:48 | আমি টেক্সট এডিটৰ পৰা এটাInchi কী কপি কৰিম আৰু ইনসার্ট বাৰত পেস্ট কৰিম। |
| 08:57 | তাৰপিছত Insert বোতামত টিপক। |
| 09:00 | সন্নিবেশ কৰা Inchi কী, প্যানেলত Benzeneৰ গঠন প্রদর্শন কৰে। |
| 09:07 | নির্দেশিত কাম হিসাবে বিভিন্ন গঠন পাবলৈ প্রদত্ত SMILES আৰু InChi কী সন্নিবেশ কৰক। |
| 09:16 | সংখিপ্তকৰণ কৰো। |
| 09:18 | এই টিউটোৰিয়েলত আমি পৰিবর্তন কৰা শিকিছো: |
| 09:21 | প্যানেলৰ ব্যাকগ্রাউন্ডৰ ৰঙ। |
| 09:24 | উইন্ডোৰ বাহ্যিক চেহাৰা। |
| 09:27 | ইউজাৰ ইন্টাৰফেসৰ ভাষা। |
| 09:30 | টেম্পলেট সন্নিবেশ কৰা। |
| 09:32 | এটাপ্রদত্ত গঠনৰ বাবে SMILES আৰু InChi কী নির্মাণ কৰা। |
| 09:37 | গঠন নির্মান কৰিবলৈ SMILES আৰু InChi কী সন্নিবেশ কৰা। |
| 09:43 | এই ভিডিওট প্রকল্পক সাৰসংক্ষেপে বোঝায়। |
| 09:47 | ভাল ব্যান্ডউইডথ নাথাকলে ভিডিওটো ডাউনলোড কৰি চাওক। |
| 09:52 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে |
| 09:53 | টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে। |
| 09:56 | অনলাইন পৰীক্ষা পাস কীলে প্রশংসাপত্র দিয়ে। |
| 09:59 | বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক। |
| 10:06 | স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
| 10:09 | এইটো ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত। |
| 10:17 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
| 10:23 | মই মৌচুমি মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো। ধন্যবাদ। |