JChemPaint/C2/Introduction-to-JChemPaint/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:00 | নম্সকাৰ দৰ্শক সকল. Introduction to JChemPaint ৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
| 00:06 | এই টিউটোৰিয়েলত আমি শিকিম: |
| 00:08 | JChemPaint সম্পর্কে। |
| 00:10 | উইন্ডোজ অপাৰেটিং সিস্টেমত JChemPaint সংস্থাপন কৰা। |
| 00:13 | উবুন্টু OS 12.04 ত JChemPaint সংস্থাপন কৰা। |
| 00:18 | আমি আৰু শিকিম: |
| 00:20 | JChemPaint ইন্টাৰফেসৰ মেনু বাৰ, টুল বাৰ আৰু প্যানেল। |
| 00:25 | প্রেফেৰেন্সেস উইন্ডো। |
| 00:27 | টুল ব্যবহাৰ কৰি গঠন আঁকা আৰু |
| 00:30 | .mol এক্সটেনশন দ্বাৰা অঙ্কন সংৰক্ষণ কৰা। |
| 00:34 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো, উবুন্টু লিনাক্স OS সংস্কৰণ 12.04, |
| 00:41 | উইন্ডোজ সংস্কৰণ 7, |
| 00:43 | JChemPaint সংস্কৰণ 3.3-1210, |
| 00:48 | ফায়াৰফক্স ব্রাউজাৰ 31.0, |
| 00:52 | জাভা সংস্কৰণ 7. |
| 00:55 | টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ ইন্টাৰনেট সংযোগৰ প্রয়োজন, |
| 00:59 | সিস্টেমত সিন্যাপটিক প্যাকেজ ম্যানেজাৰ সংস্থাপন, |
| 01:03 | উবুন্টুত টার্মিনেলৰ ধাৰণা, |
| 01:06 | উইন্ডোজত কমান্ড প্রম্পটৰ ধাৰণা। |
| 01:10 | মনত ৰাখিব যে JChemPaint ৰান কৰিবলৈ আপোনাৰ সিস্টেমত Java সংস্থাপনৰ প্রয়োজন। |
| 01:16 | Java, সিন্যাপটিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰ কৰি উবুন্টুত সংস্থাপন কৰা যাব পাৰে। |
| 01:21 | উদাহৰণস্বৰুপে: openjdk-7-jre |
| 01:27 | এতিয়া JChemPaint সম্পর্কে শিকো। |
| 01:30 | JChemPaint এটা 2D কেমিকেল স্ট্রাকচাৰ এডিটৰ আৰু ভিউয়াৰ। |
| 01:35 | এইটো Java ত বিকশিত বিনামূল্য আৰু ওপেন সোর্স ক্রস প্ল্যাটফর্ম অ্যাপ্লিকেশন। |
| 01:43 | এইটোৱে SMILES, Molfile, CML আৰু InChi কীৰ নিচিনা প্লেন টেক্সট ফৰম্যাটত স্ট্রাকচাৰ ডেটা ইম্পোর্ট আৰু এক্সপোর্টৰ অনুমতি দিয়ে। |
| 01:56 | উবুন্টু 12.04 OS ত JChemPaint সংস্থাপন দি আৰম্ভ কৰো। |
| 02:02 | ফায়াৰফক্স ওয়েব ব্রাউজাৰ খুলক। |
| 02:06 | উবুন্টুত JChemPaint সংস্থাপন কৰিবলৈ এড্রেস বাৰত, এই URL লিখক http://jchempaint.github.io/ |
| 02:21 | আপোনি JChemPaint ৰ ডাউনলোড পৃষ্ঠাত যাব। |
| 02:26 | ওয়েব পৃষ্ঠাত, download a recent jar file from github (current is 3.3-1210): খুঁজক। |
| 02:37 | the desktop application (6.8 MB) ত টিপক। |
| 02:42 | Save file ডায়লগ বাক্স খোলে, Save File বোতামত টিপক আৰু OK ত টিপক। |
| 02:48 | এতিয়া সংৰক্ষিত ফাইল Downloads ফোল্ডাৰ পৰা Desktop ৰ লৈ যোৱা যাওক। |
| 02:53 | সংৰক্ষিত ফাইলত সো ক্লিক কৰি Move to আৰু Desktop নির্বাচন কৰক। |
| 03:00 | এটা নতুন JChemPaint উইন্ডো খুলিবলৈ, আমাক টার্মিনেলৰ প্রয়োজন। |
| 03:04 |
টার্মিনেল খুলিবলৈ Ctrl + Alt আৰু T কী একেলগে টিপক। |
| 03:10 | লিখক cd স্পেস Desktop আৰু Enter টিপক। |
| 03:16 |
লিখক java স্পেস ./jchempaint-3.3-1210.jar আৰু Enter টিপক। |
| 03:32 | JChemPaint উইন্ডো খোলে। |
| 03:35 | লক্ষ্য কৰক JChemPaint মাত্র টার্মিনেলৰ পৰা খোলা যায়। |
| 03:41 | এতিয়া উইন্ডোজৰ সংস্থাপন প্রক্রিয়াত যাও। |
| 03:45 | এতিয়া Windows OS ত জাভা সংস্থাপন কৰো। |
| 03:50 | আপোনাৰ উইন্ডোজ মেশিনত ফায়াৰফক্স ওয়েব ব্রাউজাৰ খুলক। |
| 03:55 | এড্রেস বাৰত, লিখক jre-7-downloads আৰু Enter টিপক। |
| 04:02 | এটা নতুন ওয়েব পৃষ্ঠা খোলে। |
| 04:06 | Java SE Runtime Environment 7 Downloads-Oracle লিঙ্কত টিপক। |
| 04:14 | Downloads পৃষ্ঠা খোলে। |
| 04:17 | ওয়েব পৃষ্ঠাত, Accept License Agreement চয়ন কৰক। |
| 04:22 | jre-7-windows-i586.exe লিঙ্ক চয়ন কৰক। |
| 04:31 | Save file ডায়ালগ বাক্স খোলে। |
| 04:35 | Save File বোতামত টিপক। |
| 04:38 | ফাইল Downloads ফোল্ডাৰত ডাউনলোড হব। |
| 04:42 | ডাউনলোড কৰা ফাইলত টিপক। |
| 04:46 | Java সংস্থাপন কৰিবলৈ সংস্থাপনৰ প্রক্রিয়া অনুসৰণ কৰক। |
| 04:51 | Close ত টিপক। |
| 04:54 | Jre-7 আপোনাৰ মেশিনত সংস্থাপিত হব। |
| 04:59 | এতিয়া JChemPaint সংস্থাপন কৰো। |
| 05:02 | আপোনাৰ উইন্ডোজ মেশিনত ফায়াৰফক্স ওয়েব ব্রাউজাৰ খুলক। |
| 05:06 | উইন্ডোজত JChemPaint সংস্থাপন কৰিবলৈ এড্রেস বাৰত, এই URL লিখক http://jchempaint.github.io/ |
| 05:21 | আপোনি JChemPaint ৰ ডাউনলোড পৃষ্ঠাত যাওক। |
| 05:26 | ওয়েব পৃষ্ঠাত, download a recent jar file from github (current is 3.3-1210): সিনাক্ত কৰক। |
| 05:39 | the desktop application (6.8 MB) ত টিপক। |
| 05:44 | Save file ডায়ালগ বাক্স খোলে। |
| 05:47 | Save File বোতামত টিপক। |
| 05:51 | .jar ফাইল Downloads ফোল্ডাৰত ডাউনলোড হব। |
| 05:57 | Downloads ফোল্ডাৰ খুলক আৰু jchempaint-3.3-1210.jar ফাইল নির্বাচন কৰক। |
| 06:08 | আপোনি উপলব্ধ সবতচে আধুনিক সংস্কৰণ ডাউনলোড কৰিব পাৰে। |
| 06:13 | এক্সিকিউটেবল ফাইলে সো ক্লিক কৰক। |
| 06:16 | JChemPaint খুলিবলৈ Open ত টিপক। |
| 06:20 | অথবা, কমান্ড প্রম্পট ব্যবহাৰ কৰি JChemPaint খুলিবলৈ পাৰে। |
| 06:26 | কমান্ড প্রম্পট খুলিবলৈ, আপোনাৰ কীবোর্ডত Windows আৰু R কী একেলগে টিপক। |
| 06:34 | Run প্রম্পট বাক্স খোলে। |
| 06:37 | Open box ত লিখক cmd আৰু OK ত টিপক। |
| 06:43 | কমান্ড প্রম্পট খোলে। |
| 06:46 | এতিয়া Downloads ফোল্ডাৰত যাওক যত আমি ডাউনলোড কৰা .jar ফাইল সংৰক্ষণ কৰা আছে। |
| 06:54 | প্রম্পটত লিখক cd স্পেস Downloads আৰু Enter টিপক। |
| 07:00 | লিখক java স্পেস -jar স্পেস jchempaint-3.3-1210.jar আৰু Enter টিপক। |
| 07:13 | JChemPaint উইন্ডো খোলে। |
| 07:17 | কমান্ড প্রম্পটত এৰৰ দেখালে |
| 07:20 | java ফোল্ডাৰত স্থিত Program files ত যাওক আৰু এইটোত টিপক। |
| 07:27 | bin ফোল্ডাৰ খুঁজক আৰু ইয়াত সো ক্লিক কৰক। |
| 07:32 | Properties ত যাওক। |
| 07:35 | C:\Program Files within brackets (x86)\Java\jre7 এড্রেস কপি কৰক। |
| 07:48 | পাথ সেট কৰিবলৈ পদক্ষেপবোৰ অনুসৰণ কৰক। |
| 07:51 | My Computer ত সো ক্লিক কৰি Properties বিকল্প নির্বাচন কৰক। |
| 07:57 | Advanced System settings ত টিপক, আৰু তাৰপিছত Environment Variables ত টিপক। |
| 08:04 | System Variables ত Path সন্ধান কৰক। |
| 08:09 | Edit ত টিপক। |
| 08:11 | Edit system Variable ডায়লগ বাক্স খোলে। |
| 08:16 | C:\Program Files within brackets (x86)\Java\jre7 এড্রেস পেস্ট কৰক। |
| 08:28 | OK ত টিপক আৰু উইন্ডো বন্ধ কৰক। |
| 08:32 | JChemPaint উইন্ডো এইৰকমে দেখাত হয়। |
| 08:36 | এইটো হল মেনু বাৰ। |
| 08:38 | মেনু বাৰত এইৰকম মেনু আইটেম থাকে: File, Edit, View, Atom, Bond, Tools, R-groups, Templates আৰু Help. |
| 08:54 | JChemPaint ইয়াৰ সৈতে কাম কৰিব টুল বাৰত সকলো প্রয়োজনীয় টুল আছে। |
| 09:02 | JChempaint উইন্ডোত আছে: |
| 09:04 | উপৰত Formatting টুল |
| 09:07 | বাওফালে Bond টুল |
| 09:09 | সো ফালে Ring টুল আৰু |
| 09:12 | তলৰ Element টুল। |
| 09:15 | প্যানেলে আঁকা গঠনটো দেখায়। |
| 09:18 | এতিয়া JChemPaint প্রেফেৰেন্সেস উইন্ডো চাও। |
| 09:22 | Draw a chain টুলত টিপক। |
| 09:24 | এইটোত টিপি আৰু ড্রেগ কৰি প্যানেলত 6 টা কার্বন পৰমাণুত লৈ যাওক। |
| 09:30 | লক্ষ্য কৰক কার্বন চেইনত কোনো পৰমাণু নাই। |
| 09:35 | Edit মেনুত যাওক, Preferences ত যাওক আৰু এইটোত টিপক। |
| 09:42 | Preferences উইন্ডো খোলে। |
| 09:45 | Preferences উইন্ডোৰ দুটা ট্যাব আছে Display Preferences আৰু Other Preferences. |
| 09:54 | ডিফল্টৰুপে Display Preferences ট্যাব নির্বাচিত। |
| 10:00 | লক্ষ্য কৰক যে কোনো চেকবাক্স নির্বাচিত নাই। |
| 10:05 | এতিয়া কিছো চেকবাক্সত টিপি আৰু চাও যে সেইবোৰ কিভাবে জৰুৰি। |
| 10:12 | চেইনত মিথাইল গ্রুপ দেখিবলৈ Show explicit methyl groups ত টিপক। |
| 10:18 | হাইড্রোজেন দেখিবলৈ Show implicit hydrogens ত টিপক। |
| 10:23 | Apply ত টিপক আৰু পৰিবর্তনবোৰ প্রয়োগ কৰিবলৈ OK টিপক। |
| 10:29 | উদাহৰণ হিসাবে ফসফৰিক অ্যাসিড (H3PO4) ইয়াৰ গঠন আঁকো। |
| 10:35 | আঁকিবলৈ Phosphorus(P) টুলত টিপক আৰু তাৰপিছত Panel ত টিপক। |
| 10:42 | Phosphine(PH3) প্রদর্শিত হব। |
| 10:46 | Oxygen(O) টুলত টিপক আৰু তাৰপিছত Single bond টুলত টিপক। |
| 10:51 | কার্সাৰ P ইয়াৰ উপৰত ৰাখিলে ইয়াৰ উপৰত এটা সৰু 'নীলা' ৰঙৰ বৃত্ত প্রদর্শিত হব। |
| 10:57 | P ত টিপক আৰু চাৰিটা হাইড্রক্সি বন্ধন আঁকিবলৈ ড্র্যাগ কৰক। |
| 11:02 | আপোনি Phosphorus পৰমাণুৰ তলৰ ৰঙা লাইন লক্ষ্য কৰিবনে। |
| 11:07 | ইয়াৰ অর্থ হল যোজ্যতা সম্পূর্ণ নহয়। |
| 11:11 | যোজ্যতা সম্পূর্ণ কৰিবলৈ শীর্ষৰ Phosphorus-hydroxy বন্ধনক দ্বিবন্ধন হিসাবে ৰাখক। |
| 11:19 | double bond টুলত টিপক। |
| 11:21 | শীর্ষৰ Phosphorus-hydroxy বন্ধনত টিপক। |
| 11:26 | প্রাপ্ত গঠনটো হল ফসফৰিক অ্যাসিড। |
| 11:30 | লক্ষ্য কৰক যে গঠনত সকলো পৰমাণু কলা ৰঙত আছে। |
| 11:36 | এলিমেন্টৰ Rasmol ৰঙ প্রদর্শন কৰিম |
| 11:39 | Edit মেনুত গৈ Preferences ত যাওক। |
| 11:44 | উইন্ডোত Color atoms by element চেক বাক্সত টিপক। |
| 11:50 | এইটোৱে এলিমেন্টৰ Rasmol ৰঙ দেখায়। |
| 11:55 | Apply ত টিপক আৰু পৰিবর্তনবোৰ প্রয়োগ কৰিবলৈ OK টিপক। |
| 12:00 | দ্রষ্টব্য যি এলিমেন্ট তাৰ Rasmol ৰঙৰ সৈতে প্রদর্শিত হয়। |
| 12:05 | ফাইলটো সংৰক্ষণ কৰো। |
| 12:07 | File মেনুত টিপক আৰু Save as নির্বাচন কৰক। |
| 12:12 | Save as ডায়লগ বাক্স খোলে। |
| 12:15 | ডেস্কটপত ফাইল সংৰক্ষণ কৰিবলৈ Desktop ফোল্ডাৰ নির্বাচন কৰক। |
| 12:21 | ফাইলৰ নাম হিসাবে Phosphoric acid লিখক আৰু Save বোতামত টিপক। |
| 12:27 | ফাইলটো .mol এক্সটেনশন সহ সংৰক্ষণ হব. |
| 12:31 | সংক্ষিপ্তকৰণ কৰো। |
| 12:33 | এই টিউটোৰিয়েলত শিকিছো: |
| 12:36 | JChemPaint সম্পর্কে। |
| 12:38 | উইন্ডোজ অপাৰেটিং সিস্টেমত JChemPaint সংস্থাপন কৰা। |
| 12:42 | উবুন্টু অপাৰেটিং সিস্টেম 12.04ত JChemPaint সংস্থাপন কৰা। |
| 12:47 | JChemPaint ইন্টাৰফেসৰ মেনু বাৰ, টুল বাৰ আৰু প্যানেল। |
| 12:52 | প্রেফেৰেন্সেস উইন্ডো। |
| 12:55 | টুল ব্যবহাৰ কৰি গঠন আঁকা আৰু |
| 12:58 | .mol এক্সটেনশন সহ অঙ্কন সংৰক্ষণ কৰা। |
| 13:02 | নির্দেশিত কাম হিসাবে |
| 13:04 | JChemPaint সংস্থাপন কৰক। |
| 13:06 | বিভিন্ন মেনু আইটেম অন্বেষণ কৰক। |
| 13:09 | এই ভিডিওটো প্রকল্পক সাৰসংক্ষেপে বোঝায়। |
| 13:12 | ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক। |
| 13:18 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে। |
| 13:22 | অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে। |
| 13:27 | বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক। |
| 13:34 | স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
| 13:39 | এইটো ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত। |
| 13:46 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য, http://spoken-tutorial.org/NMEICT-Intro ] |
| 13:52 | মই মৌচুমি মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো. ধন্যবাদ। |