Introduction-to-Computers/C2/Printer-Connection/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল. Printer Connection ৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম। |
00:06 | এই টিউটোৰিয়েলত কম্পিউটাৰত প্রিন্টাৰ এটা যুক্ত কৰা শিকিম। |
00:11 | ইয়াত ব্যবহাৰ কৰিছো |
00:13 | উবুন্টু লিনাক্স 12.10 OS |
00:17 | আৰু Canon প্রিন্টাৰ। |
00:20 | এতিয়া কম্পিউটাৰৰ বিভিন্ন উপাদানৰ সম্পর্কে দ্রুতভাবে কও। |
00:25 | এইটো CPU |
00:27 | মনিটৰ |
00:29 | কীবোর্ড |
00:30 | মাউস |
00:32 | আৰু প্রিন্টাৰ। |
00:34 | এতিয়া CPUত চাও। |
00:41 | অধিকাংশ CPU ত, সন্মোখৰ ফালে USB পোর্ট থাকে |
00:46 | আৰু কিছু পিছৰফালে। |
00:49 | এতিয়া প্রিন্টাৰত এবাৰ চাও। |
00:53 | সাধাৰণতে প্রিন্টাৰৰ সন্মোখত বা উপৰত পাৱাৰ সুইচ থাকে। |
01:00 | আৰু প্রিন্টাৰৰ পিছফালে এটা পাৱাৰ স্লট আৰু এটা USB পোর্ট থাকে। |
01:11 | প্রিন্টাৰত যুক্ত কৰিবলৈ USB কেবোল ব্যবহাৰ কৰা হয়। |
01:16 | এতিয়া USB কেবোলক প্রিন্টাৰত যুক্ত কৰো। |
01:22 | এতিয়া কেবোলৰ অন্য প্রান্তক CPU ৰ USB পোর্টত যুক্ত কৰো। |
01:30 | এতিয়া আমাৰ প্রিন্টাৰ কম্পিউটাৰত যুক্ত হৈছে। |
01:33 | প্রিন্টাৰত থকা পাৱাৰ বাটনক চুইত্চ অন কৰক। |
01:37 | এতিয়া, আমাৰ কম্পিউটাৰ ব্যবহাৰ কৰি প্রিন্টাৰক কনফিগাৰ কৰো। |
01:43 | এতিয়া Desktop লৈ যাও। |
01:46 | বাওফালে সবতচে উপৰত launcher bar ৰ Dash Home আইকনত টিপক। |
01:53 | Search bar ত লিখক printing. |
01:58 | printer আইকন প্রদর্শিত হব। |
02:02 | এইটোত টিপক। |
02:04 | উবুন্টুৰ পুৰণা সংস্কৰনত |
02:07 | System |
02:08 | Administration |
02:09 | আৰু Printing ত টিপক। |
02:12 | এতিয়া Printing ডায়ালগ বক্স খোলে। |
02:16 | ই কয় যে -There are no printers configured yet. |
02:21 | উপৰৰ বাওকোণত, সেউজীয়া ৰঙৰ(green) প্লাস চিন্হৰ সৈতে এটা add বোতাম আছে। এইটোত টিপক। |
02:30 | এইটোৱে New Printer ডায়লগ বাক্স খোলে। |
02:34 | বাওফালে, কম্পিউটাৰৰ সৈতে যুক্ত প্রিন্টাৰ ডিভাইচৰ তালিকা আছে। |
02:42 | ইয়াত, আপোনি প্রিন্টাৰ নির্বাচন কৰক অর্থাৎ Cannon প্রিন্টাৰ আৰু Forward ত টিপক। |
02:51 | তাৰ পিছত ই স্বয়ংক্রিয়ভাবে ড্রাইভাৰ বিছাৰিবলৈ আৰম্ভ কৰিব। আমি Cancel ত টিপো। |
02:59 | এতিয়া, ডায়লগ বক্স Choose Driver বিকল্পলৈ যাব। |
03:04 | অধিকাংশ ক্ষেত্রত ডিফল্ট বিকল্প কাম কৰিব। |
03:08 | আমাৰ উচৰত Canon প্রিন্টাৰ আছে, ইয়াত এই সূচিত ই ডিফল্ট ৰুপে নির্বাচিত হয়। |
03:16 | এতিয়া Forward ত টিপক। |
03:19 | Model পৃষ্ঠাত, আমাৰ প্রিন্টাৰ মডেল স্বয়ংক্রিয়ভাবে চিহ্নিত হয়। |
03:26 | এইটোক বন্ধনীত, Recommended হিসাবে দেখোৱা হৈছে। |
03:31 | লগতে Drivers বিভাগত, ই মোৰ প্রিন্টাৰৰ বাবে উপযুক্ত ড্রাইভাৰ দেখায়। |
03:38 | আকৌ এবাৰForward ত টিপক। |
03:42 | এতিয়া, আমাৰ প্রিন্টাৰক বর্ণনা দিবলে কয়। প্রিন্টাৰ নাম(printer name) আৰু ইয়াৰ লোকেশন। |
03:49 | এইটোক এইৰকমে ৰাখি Apply ত টিপক। |
03:53 | আমাৰ প্রিন্টাৰ সফলভাবে কম্পিউটাৰৰ সৈতে যুক্ত হৈছে। |
04:00 | এটা বাৰ্তা আহে Would you like to print a test page? |
04:04 | Print Test Page বিকল্পত টিপক। |
04:08 | এটা ম্যাসেজ পপ আপ হয়: |
04:12 | Submitted – Test Page submitted as job ... আৰু তাৰ নম্বৰ। |
04:18 | OK ত টিপক। |
04:20 | Printer Properties ডায়ালগ বাক্সত আকৌ এবাৰ OK ত টিপক। |
04:24 | ইয়াত আমাৰ প্রিন্টাৰ পৰা পোৱা টেস্ট প্রিন্ট। |
04:29 | এতিয়া আমাৰ প্রিন্টাৰ ডকুমেন্ট প্রিন্ট কৰিবলৈ প্রস্তুত। |
04:34 | Printer ডায়ালগ বাক্স বন্ধ কৰো। |
04:37 | এতিয়া আমি দ্রুতভাবে এটা ডকুমেন্ট প্রিন্ট কৰা প্রদর্শন কৰো। |
04:42 | এটা ডকুমেন্ট খোলক। |
04:45 | Ctrl আৰু P একেলগে টিপক। |
04:49 | Print ডায়লগ বাক্স প্রদর্শিত হয়। |
04:53 | লক্ষ্য কৰক যে জড়িত প্রিন্টাৰ ডিফল্টৰুপে নির্বাচিত। |
04:58 | এই ডায়লগ বাক্সত, বিভিন্ন বিকল্প আছে। |
05:03 | Rangeএ আমি প্ৰীন্ট কৰিব লগীয়া পৃষ্ঠাৰ পৰিসৰ বাছিবলৈ অনুমতি দিয়ে। |
05:08 | ইয়াত Range ত কিছু বিকল্প আছে। |
05:12 | All pages বিকল্পয়ে ডকুমেন্টৰ সকলো পৃষ্ঠা প্রিন্ট কৰে। |
05:16 | Current page বিকল্পয়ে মাত্র এতিয়াৰ নির্বাচিত পৃষ্ঠা প্রিন্ট কৰে। |
05:22 | Pages বিকল্পয়ে আমাৰ নির্দিষ্ট বর্ণনা অনুযায়ী পৃষ্ঠা প্রিন্ট কৰে, যেনে 3 পৰা 4. |
05:31 | তাৰ পিছত, Copies ত উপলব্ধ বিকল্পবোৰ চাও। |
05:36 | Copies বিকল্পত, আমি ইচ্ছামতে প্রিন্ট কৰিব লগীয়া কপিবোৰৰ সংখ্যা নির্বাচন কৰা। |
05:42 | Copies ত 2 লিখিলে এইটো নির্বাচিত পৃষ্ঠাবোৰক দুটা কপি প্রিন্ট কৰিব। |
05:49 | এতিয়া Print বোতামত টিপক। |
05:52 | প্রিন্টাৰক সঠিকভাবে কনফিগাৰ কৰা থাকিলে ডকুমেন্ট প্রিন্ট হোৱা আৰম্ভ হব। |
05:58 | আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। ইয়াত শিকিছো: |
06:05 | কম্পিউটাৰৰ সৈতে প্রিন্টাৰক জোড়া। |
06:07 | প্রিন্টাৰৰ সেটিং কনফিগাৰ কৰা। |
06:10 | ডকুমেন্ট প্রিন্ট কৰা। |
06:12 | উপলব্ধ বিভিন্ন প্রিন্ট বিকল্প সম্পর্কে। |
06:17 | আশা কৰো এই তথ্য সহায়ক আছিল। |
06:20 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। |
06:24 | এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। |
06:27 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰিও চাব পাৰে। |
06:32 | স্পকেন টিউটোৰিয়েল প্রকল্প দলে,স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।। |
06:38 | যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়। |
06:42 | আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক। । |
06:49 | স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
06:55 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
07:02 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য, http://spoken-tutorial.org/NMEICT-Intro |
07:12 | আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। |
07:16 | যোগদানৰ বাবে ধন্যবাদ। |