Introduction-to-Computers/C2/Printer-Connection/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Printer Connection ৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
00:06 এই টিউটোৰিয়েলত কম্পিউটাৰত প্রিন্টাৰ এটা যুক্ত কৰা শিকিম।
00:11 ইয়াত ব্যবহাৰ কৰিছো
00:13 উবুন্টু লিনাক্স 12.10 OS
00:17 আৰু Canon প্রিন্টাৰ।
00:20 এতিয়া কম্পিউটাৰৰ বিভিন্ন উপাদানৰ সম্পর্কে দ্রুতভাবে কও।
00:25 এইটো CPU
00:27 মনিটৰ
00:29 কীবোর্ড
00:30 মাউস
00:32 আৰু প্রিন্টাৰ।
00:34 এতিয়া CPUত চাও।
00:41 অধিকাংশ CPU ত, সন্মোখৰ ফালে USB পোর্ট থাকে
00:46 আৰু কিছু পিছৰফালে।
00:49 এতিয়া প্রিন্টাৰত এবাৰ চাও।
00:53 সাধাৰণতে প্রিন্টাৰৰ সন্মোখত বা উপৰত পাৱাৰ সুইচ থাকে।
01:00 আৰু প্রিন্টাৰৰ পিছফালে এটা পাৱাৰ স্লট আৰু এটা USB পোর্ট থাকে।
01:11 প্রিন্টাৰত যুক্ত কৰিবলৈ USB কেবোল ব্যবহাৰ কৰা হয়।
01:16 এতিয়া USB কেবোলক প্রিন্টাৰত যুক্ত কৰো।
01:22 এতিয়া কেবোলৰ অন্য প্রান্তক CPUUSB পোর্টত যুক্ত কৰো।
01:30 এতিয়া আমাৰ প্রিন্টাৰ কম্পিউটাৰত যুক্ত হৈছে।
01:33 প্রিন্টাৰত থকা পাৱাৰ বাটনক চুইত্চ অন কৰক।
01:37 এতিয়া, আমাৰ কম্পিউটাৰ ব্যবহাৰ কৰি প্রিন্টাৰক কনফিগাৰ কৰো।
01:43 এতিয়া Desktop লৈ যাও।
01:46 বাওফালে সবতচে উপৰত launcher barDash Home আইকনত টিপক।
01:53 Search bar ত লিখক printing.
01:58 printer আইকন প্রদর্শিত হব।
02:02 এইটোত টিপক।
02:04 উবুন্টুৰ পুৰণা সংস্কৰনত
02:07 System
02:08 Administration
02:09 আৰু Printing ত টিপক।
02:12 এতিয়া Printing ডায়ালগ বক্স খোলে।
02:16 ই কয় যে -There are no printers configured yet.
02:21 উপৰৰ বাওকোণত, সেউজীয়া ৰঙৰ(green) প্লাস চিন্হৰ সৈতে এটা add বোতাম আছে। এইটোত টিপক।
02:30 এইটোৱে  New Printer ডায়লগ বাক্স খোলে।
02:34 বাওফালে, কম্পিউটাৰৰ সৈতে যুক্ত প্রিন্টাৰ ডিভাইচৰ তালিকা আছে।
02:42 ইয়াত, আপোনি প্রিন্টাৰ নির্বাচন কৰক অর্থাৎ Cannon প্রিন্টাৰ আৰু Forward ত টিপক।
02:51 তাৰ পিছত ই স্বয়ংক্রিয়ভাবে ড্রাইভাৰ বিছাৰিবলৈ আৰম্ভ কৰিব। আমি Cancel ত টিপো।
02:59 এতিয়া, ডায়লগ বক্স Choose Driver বিকল্পলৈ যাব।
03:04 অধিকাংশ ক্ষেত্রত ডিফল্ট বিকল্প কাম কৰিব।
03:08 আমাৰ উচৰত Canon প্রিন্টাৰ আছে, ইয়াত এই সূচিত ই ডিফল্ট ৰুপে নির্বাচিত হয়।
03:16 এতিয়া Forward ত টিপক।
03:19 Model পৃষ্ঠাত, আমাৰ প্রিন্টাৰ মডেল স্বয়ংক্রিয়ভাবে চিহ্নিত হয়।
03:26 এইটোক বন্ধনীত, Recommended হিসাবে দেখোৱা হৈছে।
03:31 লগতে Drivers বিভাগত, ই মোৰ প্রিন্টাৰৰ বাবে উপযুক্ত ড্রাইভাৰ দেখায়।
03:38 আকৌ এবাৰForward ত টিপক।
03:42 এতিয়া, আমাৰ প্রিন্টাৰক বর্ণনা দিবলে কয়। প্রিন্টাৰ নাম(printer name) আৰু ইয়াৰ লোকেশন।
03:49 এইটোক এইৰকমে ৰাখি Apply ত টিপক।
03:53 আমাৰ প্রিন্টাৰ সফলভাবে কম্পিউটাৰৰ সৈতে যুক্ত হৈছে।
04:00 এটা বাৰ্তা আহে Would you like to print a test page?
04:04 Print Test Page বিকল্পত টিপক।
04:08 এটা ম্যাসেজ পপ আপ হয়:
04:12 Submitted – Test Page submitted as job ... আৰু তাৰ নম্বৰ।
04:18 OK ত টিপক।
04:20 Printer Properties ডায়ালগ বাক্সত আকৌ এবাৰ OK ত টিপক।
04:24 ইয়াত আমাৰ প্রিন্টাৰ পৰা পোৱা টেস্ট প্রিন্ট।
04:29 এতিয়া আমাৰ প্রিন্টাৰ ডকুমেন্ট প্রিন্ট কৰিবলৈ প্রস্তুত।
04:34 Printer ডায়ালগ বাক্স বন্ধ কৰো।
04:37 এতিয়া আমি দ্রুতভাবে এটা ডকুমেন্ট প্রিন্ট কৰা প্রদর্শন কৰো।
04:42 এটা ডকুমেন্ট খোলক।
04:45 Ctrl আৰু P একেলগে টিপক।
04:49 Print ডায়লগ বাক্স প্রদর্শিত হয়।
04:53 লক্ষ্য কৰক যে জড়িত প্রিন্টাৰ ডিফল্টৰুপে নির্বাচিত।
04:58 এই ডায়লগ বাক্সত, বিভিন্ন বিকল্প আছে।
05:03 Rangeএ আমি প্ৰীন্ট কৰিব লগীয়া পৃষ্ঠাৰ পৰিসৰ বাছিবলৈ অনুমতি দিয়ে।
05:08 ইয়াত Range ত কিছু বিকল্প আছে।
05:12 All pages বিকল্পয়ে ডকুমেন্টৰ সকলো পৃষ্ঠা প্রিন্ট কৰে।
05:16 Current page বিকল্পয়ে মাত্র এতিয়াৰ নির্বাচিত পৃষ্ঠা প্রিন্ট কৰে।
05:22 Pages বিকল্পয়ে আমাৰ নির্দিষ্ট বর্ণনা অনুযায়ী পৃষ্ঠা প্রিন্ট কৰে, যেনে 3 পৰা 4.
05:31 তাৰ পিছত, Copies ত উপলব্ধ বিকল্পবোৰ চাও।
05:36 Copies বিকল্পত, আমি ইচ্ছামতে প্রিন্ট কৰিব লগীয়া কপিবোৰৰ সংখ্যা নির্বাচন কৰা।
05:42 Copies2 লিখিলে এইটো নির্বাচিত পৃষ্ঠাবোৰক দুটা কপি প্রিন্ট কৰিব।
05:49 এতিয়া Print বোতামত টিপক।
05:52 প্রিন্টাৰক সঠিকভাবে কনফিগাৰ কৰা থাকিলে ডকুমেন্ট প্রিন্ট হোৱা আৰম্ভ হব।
05:58 আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। ইয়াত শিকিছো:
06:05 কম্পিউটাৰৰ সৈতে প্রিন্টাৰক জোড়া।
06:07 প্রিন্টাৰৰ সেটিং কনফিগাৰ কৰা।
06:10 ডকুমেন্ট প্রিন্ট কৰা।
06:12 উপলব্ধ বিভিন্ন প্রিন্ট বিকল্প সম্পর্কে।
06:17 আশা কৰো এই তথ্য সহায়ক আছিল।
06:20 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক।
06:24 এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়।
06:27 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰিও চাব পাৰে।
06:32 স্পকেন টিউটোৰিয়েল প্রকল্প দলে,স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।।
06:38 যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়।
06:42 আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক। ।
06:49 স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
06:55 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
07:02 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য, http://spoken-tutorial.org/NMEICT-Intro
07:12 আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো।
07:16 যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi