Introduction-to-Computers/C2/Getting-to-know-computers/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | নমস্কাৰ দৰ্শক সকল. Getting to know Computers ৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম। |
| 00:06 | এই টিউটোৰিয়েলত আমি শিকিম: |
| 00:09 | কম্পিউটাৰৰ বিভিন্ন উপাদান সম্পর্কে। |
| 00:11 | বিভিন্ন উপাদান সংযোগ কৰাও শিকিম। |
| 00:15 | সাধাৰনতে, কম্পিউটাৰ 2 ধৰনৰ হয় - |
| 00:18 | ডেস্কটপ বা ব্যক্তিগত(Personal) কম্পিউটাৰ আৰু ল্যাপটপ। |
| 00:23 | আজিকালি ট্যাবলেট পিসি বা ট্যাবও অনেক জনপ্রিয়। |
| 00:31 | কম্পিউটাৰৰ কার্যাবলী। |
| 00:33 | এটা কম্পিউটাৰে ইয়াৰ আকাৰৰ নির্বিশেষে পাঁচটা ক্রিয়া সঞ্চালিত কৰে। |
| 00:40 | ই ইনপুটৰ মাধ্যমেৰে তথ্য বা নির্দেশ গ্রহণ কৰে। |
| 00:45 | ইউসাৰৰ প্রয়োজনীয়তা অনুযায়ী তথ্য সংসাধিত(processes) কৰে। |
| 00:50 | ই তথ্য সঞ্চয় কৰে। |
| 00:52 | ই আউটপুটৰ ৰুপত ফলাফল দিয়ে। |
| 00:56 | ই কম্পিউটাৰৰ ভিতৰত সকলো অপাৰেশন নিয়ন্ত্রণ কৰে। |
| 01:01 | কম্পিউটাৰৰ মৌলিক সংগঠন এই ব্লক ডায়াগ্রামত দেখোৱাৰ দৰে হয়। |
| 01:08 | ইনপুট ইউনিট। |
| 01:09 | সেন্ট্রেল প্রসেসিং ইউনিট। |
| 01:11 | আউটপুট ইউনিট। |
| 01:14 | ইনপুট ইউনিটে, তথ্য আৰু প্রোগ্রামক কম্পিউটাৰত সংগঠিত পদ্ধতিত সংৰক্ষণ কৰিবলৈ সাহায্য কৰে। |
| 01:23 | কীবোর্ড, মাউস, ক্যামেৰা আৰু স্ক্যানাৰ হল কিছু ইনপুট যন্ত্র। |
| 01:31 | সেন্ট্রেল প্রসেসিং ইউনিট |
| 01:33 | ই গাণিতিক আৰু লজিক্যাল অপাৰেশনৰ নিচিনা অপাৰেশন সঞ্চালিত কৰে |
| 01:38 | তথ্য আৰু নির্দেশাবলী সংৰক্ষণ কৰে। |
| 01:41 | সাধাৰণতে, সেন্ট্রেল প্রসেসিং ইউনিট বা CPU এইৰকমে দেখাত হয়। |
| 01:48 | ইউনিটৰ সন্মোখত আৰু পিছৰফালে অনেকবোৰ পোর্ট থাকে। |
| 01:53 | আমি কিছু ক্ষণৰ পিছত এইবোৰৰ সম্পর্কে শিকিম। |
| 01:57 | ই তথ্য আৰু নির্দেশাবলী লয়, তাক সংসাধিত কৰে আৰু আউটপুট বা ফলাফল দিয়ে। |
| 02:05 | অপাৰেশনক কার্যান্নিত কৰাকে প্রসেসিং বোলে। |
| 02:11 | তথ্য আৰু নির্দেশাবলী সহ আউটপুটক স্টোৰেজ ইউনিটত সংৰক্ষিত কৰা হয়। |
| 02:18 | ইউনিট যি তথ্যৰ পৰা প্রাপ্ত ফলাফলৰ উৎপাদনৰ প্রক্রিয়াক সমর্থন কৰে তাক আউটপুট ইউনিট বোলে। |
| 02:26 | মনিটৰ আৰু প্রিন্টাৰ হল কিছু আউটপুট যন্ত্র। |
| 02:33 | সাধাৰনতে, এটা ডেস্কটপ কম্পিউটাৰত 4 টা প্রমুখ উপাদান থাকে। |
| 02:38 | মনিটৰ, |
| 02:39 | CPU, |
| 02:40 | কীবোর্ড |
| 02:41 | আৰু মাউস। |
| 02:43 | ক্যামেৰা, প্রিন্টাৰ বা স্ক্যানাৰ ও কম্পিউটাৰৰ সৈতে যুক্ত কৰা যাব পাৰে। |
| 02:50 | এইটোক মনিটৰ বা কম্পিউটাৰৰ স্ক্রীন বোলি কোৱা হয়। |
| 02:55 | এইটো টিভি স্ক্রীনৰ নিচিনা দেখাত হয়। |
| 02:57 | এইটো কম্পিউটাৰৰ ভিজ্যুয়েল ডিসপ্লে ইউনিট। |
| 03:02 | ই কম্পিউটাৰৰ ইউজাৰ ইন্টাৰফেসক দেখায়। |
| 03:05 | কীবোর্ড আৰু মাউস ব্যবহাৰ কৰি বিভিন্ন প্রোগ্রাম খুলি কম্পিউটাৰৰ সৈতে যোগাযোগ কৰিব পাৰে। |
| 03:13 | কীবোর্ড, কম্পিউটাৰত টেক্সট, ক্যাৰেক্টাৰ বা অন্যান্য কমান্ড লিখিবলৈ ইয়াক ডিজাইন কৰা হৈছে। |
| 03:21 | এইটো হল কম্পিউটাৰ মাউস। |
| 03:24 | ইয়াত 2 টা ক্লিক যোগ্য বোতাম আৰু মাঝত এটা স্ক্রোল বোতাম আছে। |
| 03:31 | বাও মাউস বোতাম টিপিলে অনেক প্রক্রিয়া সক্রিয় হয় আৰু |
| 03:35 | সো মাউস বাটন টিপিলে প্রমিত(non-standard) প্রক্রিয়া যেনে শর্টকাট সক্রিয় হয়। |
| 03:43 | স্ক্রোল বোতাম ঘুৰায়, স্ক্রোল উপৰ বা তললৈ কৰিবলৈ মাউস হুইল ব্যবহৃত হয়। |
| 03:49 | মাউস হল কীবোর্ডৰ বাহিৰে কম্পিউটাৰৰ সৈতে যোগাযোগ কৰাৰ এটা বিকল্পিত উপায়। |
| 03:57 | এতিয়া, CPU ৰ বিভিন্ন অংশ চাও। |
| 04:02 | CPU ৰ সন্মোখত এটা POWER ON সুইচ আছে। |
| 04:08 | কম্পিউটাৰক অন কৰিবলৈ, সেই সুইচক টিপা জৰুৰী হয়। |
| 04:14 | এটা reset বোতামও আছে, যি প্রয়োজন হলে কম্পিউটাৰক পুনৰায় ৰিস্তাৰ্ত(restart) কৰে। |
| 04:21 | সন্মোখৰ ফালে 2টা বা অধিক USB পোর্ট আৰু DVD/CD-ROM ৰিডাৰ-ৰাইটাৰ ও দেখিব। |
| 04:30 | USB পোর্ট কম্পিউটাৰত পেন-ড্রাইভ সংযোগ কৰিবলৈ ব্যবহৃত হয়. |
| 04:35 | আৰু DVD/CD-ROM ৰিডাৰ-ৰাইটাৰ CD বা DVD ৰিড বা ৰাইট কৰিবলৈ ব্যবহৃত হয়। |
| 04:43 | এতিয়া কম্পিউটাৰৰ পিছৰফালে চাও। |
| 04:48 | পিছ ফালে থকা পোর্ট, কম্পিউটাৰৰ অন্যান্য যন্ত্রতCPU ৰ সৈতে সংযোগ কৰিবলৈ ব্যবহৃত হয়। |
| 04:55 | এইটো কেব্ল্স ব্যবহাৰ কৰি কৰা হয়। |
| 04:58 | CPU ৰ ভিতৰত অনেক উপাদান থাকে। |
| 05:02 | যেতিয়া কম্পিউটাৰ চলি থাকে, তেতিয়া অনেক তাপ উৎপন্ন কৰে। |
| 05:08 | পিছ ফালে থকা পাখিখনে উপাদানবোৰ ঠান্ডা কৰিবলৈ বায়ু প্রবাহ প্রদান কৰে। |
| 05:14 | নহলে বেচি গৰম হলে CPU ৰ ক্ষতি হব পাৰে, যাৰ ফলত ডেটাৰও ক্ষতি হব পাৰে। |
| 05:21 | এইটো হল কেস কুলিং ফ্যান। |
| 05:23 | ই CPU ৰ স্বাভাবিক তাপমাত্রা বজায় ৰাখে আৰু বেচি গৰম হোৱাত প্রতিৰোধ কৰে। |
| 05:30 | পাৱাৰ সাপ্লাই ইউনিটক PSU ও বোলা হয়, এইটোৱে কম্পিউটাৰত শক্তি প্ৰবাহ কৰে। |
| 05:37 | এতিয়া, বিভিন্ন উপাদানক CPU ৰ সৈতে সংযোগ কৰা শিকো। |
| 05:42 | দেখোৱাৰ দৰে সেইভাবে উপাদান ৰাখক। |
| 05:46 | দেখোৱাৰ দৰে সেইভাবে সকলো কেব্ল্সবোৰ ৰাখক। |
| 05:51 | প্রথমে, মনিটৰক CPU ৰ সৈতে জুড়ক। |
| 05:55 | দেখোৱাৰ দৰে পাৱাৰ কেবোলক মনিটৰৰ সৈতে জুড়ক। |
| 06:00 | এতিয়া, অন্য প্রান্তত পাৱাৰ সাপ্লাই সকেটক যুক্ত কৰো। |
| 06:04 | এইটো হল CPU ৰ পাৱাৰ কেবোল। |
| 06:08 | এইভাবে CPU ৰ সৈতে জুড়ক। |
| 06:11 | তাৰ পিছত, পাৱাৰ সাপ্লাই সকেটৰ সৈতে জুড়ক। |
| 06:14 | তাৰ পিছত, কীবোর্ড কেবোলক CPU ৰ সৈতে যুক্ত কৰক। |
| 06:19 | কীবোর্ডৰ পোর্ট সাধাৰণতে বেগুনীয়া ৰঙৰ হয়। |
| 06:23 | মাউসক সেউজীয়া ৰঙৰ পোর্টৰ সৈতে যুক্ত কৰিব পাৰে। |
| 06:28 | অথবা, আপোনি USB কীবোর্ডক আৰু মাউসক যি কোনো USB পোর্টৰ সৈতে যুক্ত কৰিব পাৰে। |
| 06:35 | অবশিষ্ট USB পোর্টক পেন ড্রাইভ, হার্ড ডিস্ক ইত্যাদি জুড়িবলৈ ব্যবহৃত কৰিব পাৰে। |
| 06:42 | এইটো LAN কেবোল হয় |
| 06:44 | এইটো LAN পোর্ট হয়। |
| 06:46 | এইটো ওয়্যাৰ কানেকশনৰ দ্বাৰা কম্পিউটাৰক নেটওয়র্কৰ সৈতে সংযুক্ত কৰা হয়। |
| 06:52 | LAN কেবোলৰ অন্য প্রান্তত modem বা wi-fi ৰাউটাৰ সৈতে যুক্ত কৰা হয়। |
| 06:58 | wi-fi কানেকশনক কনফিগাৰ আৰু সংযোগ কৰা অন্য টিউটোৰিয়েলত শিকিম। |
| 07:03 | LAN পোর্ট সক্রিয় হলে আৰু সক্রিয়তা গ্রহণ কৰাত LED লাইট ঝিকমিক কৰে। |
| 07:10 | CPU ত অন্যান্য সিৰিয়েল পোর্ট আছে। |
| 07:15 | এইবোৰ PDA, modem বা অন্যান্য সিৰিয়েল ডিভাইস জুড়িবলৈ ব্যবহৃত হয়। |
| 07:21 | CPU ৰ উপৰত কিছু সমান্তৰাল পোর্ট(parallel ports) আছে। |
| 07:25 | এইবোৰ প্রিন্টাৰ বা স্ক্যানাৰ নিচিনা যন্ত্রৰ সৈতে জুড়িবলৈ ব্যবহৃত হয়। |
| 07:31 | এতিয়া, অডিও জ্যাকস চাও। |
| 07:34 | গোলাপী ৰঙৰ পোর্টক মাইক্রোফোন জুড়িবলৈ ব্যবহৃত হয়। |
| 07:38 | নীলা পোর্টক লাইন ইন(line in) জুড়িবলৈ ব্যবহৃত হয়, যেনে ৰেডিও বা টেপ প্লেয়াৰৰ পৰা। |
| 07:45 | সেউজীয়া পোর্ট হেডফোন / স্পিকাৰ জুড়িবলৈ ব্যবহৃত হয়। |
| 07:51 | এতিয়া সকলো যন্ত্র যুক্ত কৰাৰ পিছত, কম্পিউটাৰ চলাও। |
| 07:57 | প্রথমে, মনিটৰৰ আৰু CPU ৰ পাৱাৰ সাপ্লাই বোতাম অন কৰো। |
| 08:03 | এতিয়া, মনিটৰত পাৱাৰ অন বোতামত টিপক |
| 08:07 | CPU ৰ সন্মোখত, পাৱাৰ অন সুইচ টিপক। |
| 08:12 | কম্পিউটাৰ প্রথমবাৰ অন কৰিলে কলা স্ক্রীনখনত শব্দৰ কিছো লাইন(string) চাব পাৰে। |
| 08:18 | এইটো BIOS সিস্টেম যি নিম্ন তথ্য প্রদর্শন কৰে। |
| 08:22 | কম্পিউটাৰৰ CPU সম্পর্কে। |
| 08:25 | কম্পিউটাৰত কিমান মেমৰি আছে। |
| 08:28 | ফ্লপি আৰু হার্ড ডিস্ক ড্রাইভৰ সম্পর্কে। |
| 08:33 | BIOS এটা সফটওয়্যাৰ হয় যি কম্পিউটাৰ প্রথমবাৰ অন কৰাত CPU ক সবতচে প্রথমে নির্দেশ দিয়ে। |
| 08:41 | অপাৰেটিং সিস্টেমক লোড কৰাৰ সম্পূর্ণ পদ্ধতিক কম্পিউটাৰ বুটিং বোলে। |
| 08:48 | সকলো প্রয়োজনীয় কাম(checks) হৈ গলে আপোনি অপাৰেটিঙ সিস্টেমৰ ইন্টাৰফেস দেখিব। |
| 08:54 | উবুন্টু লিনাক্স ব্যবহাৰীসকলে এইৰকমে দেখিব |
| 08:58 | আৰু উইন্ডোজ ব্যবহাৰীসকলে এইৰকমে দেখিব। |
| 09:02 | এতিয়া, এটা ল্যাপটপ চাও। |
| 09:06 | এইটো সহজে বহনীয়(portable) আৰু আকাৰত সৰু। |
| 09:09 | ল্যাপটপ সৰু আৰু উজনত পাতল হয় যত ব্যবহাৰকাৰীয়ে কোলাত(lap) লৈও কাম কৰিব পাৰে। |
| 09:16 | সেয়ে, এইটোক ল্যাপটপ বোলা হয়। |
| 09:18 | ইয়াৰ উচৰত ডেস্কটপৰ নিচিনা একেই উপাদান থাকে |
| 09:23 | ডিসপ্লে, |
| 09:24 | কীবোর্ড, |
| 09:25 | টাচপ্যাড, যি নির্দেশিত(pointing) আৰু সঞ্চালক(navigating) কৰা যন্ত্র। |
| 09:29 | CD/DVD ৰিডাৰ-ৰাইটাৰ আৰু |
| 09:32 | মাইক আৰু স্পিকাৰ যি একক ইউনিটত নির্মিত হয়। |
| 09:36 | ইয়াত LAN আৰু USB পোর্ট আছে। |
| 09:40 | ইয়াত ভিডিও পোর্টও আছে যাৰ দ্বাৰা প্রজেক্টৰ জোড়া যায়। |
| 09:46 | অডিও জ্যাক যেনে মাইক আৰু হেডফোনৰ বাবে ইয়াত পৃথক আইকন আছে। |
| 09:53 | এইটো পূর্বত নির্মিত কুলিং ফ্যান |
| 09:57 | যি ল্যাপটপক গৰম হোৱাৰ পৰা ৰক্ষা কৰে। |
| 10:01 | AC অ্যাডাপ্টাৰৰ মাধ্যমেৰে বিদ্যুৎ সঞ্চালিত হয় আৰু ইয়াত চার্জ সঞ্চাৰক হোৱাৰ ব্যাটাৰি আছে। |
| 10:09 | এইটো সহজে বহনীয় আৰু বিদ্যুৎ উৎস নোহোৱাকৈ ব্যবহাৰ কৰা যাব পাৰে। |
| 10:16 | সংক্ষেপে, ইয়াত শিকিছো: |
| 10:20 | ডেস্কটপ আৰু ল্যাপটৰ বিভিন্ন উপাদান সম্পর্কে |
| 10:23 | আৰু ডেস্কটপৰ বিভিন্ন উপাদানক কিভাবে জোড়ে। |
| 10:28 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। |
| 10:31 | এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। |
| 10:34 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰিও চাব পাৰে। |
| 10:37 | স্পকেন টিউটোৰিয়েল প্রকল্প দলে,স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।। |
| 10:42 | যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়। |
| 10:46 | আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক। । |
| 10:52 | স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
| 10:56 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 11:01 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য, http://spoken-tutorial.org/NMEICT-Intro |
| 11:11 | আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। |
| 11:16 | যোগদানৰ বাবে ধন্যবাদ। |