Inkscape/C2/Create-and-edit-multiple-objects/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Create and edit multiple objects এৰ টিউটৰিয়েলত আপোনাক স্বাগতম।
00:08 এই টিউটৰিয়েলত আমি শিকিম অবজেক্ট কপি আৰু পেস্ট কৰা।
00:13 অবজেক্ট ডুপ্লিকেট আৰু ক্লোন কৰা।
00:16 বিভিন্ন অবজেক্টৰ সমূহ আৰু ক্রম তৈয়াৰ কৰা।
00:19 মাল্টিপল সিলেকশন আৰু ইনভার্ট সিলেকশন।
00:22 ক্লিপিং আৰু মাস্কিং।
00:25 এই টিউটৰিয়েলটো ৰেকর্ড কৰিবলৈ আমি ব্যবহাৰ কৰিছো উবুন্টু লিনাক্স 12.04 OS
00:31 Inkscape সংস্কৰণ 0.48.4.
00:35 Dash Home ত যাওক আৰু লিখক Inkscape
00:39 আপোনি লোগোত টিপি Inkscape খুলিব পাৰে।
00:42 Assignment_1.svg ফাইল খুলক, যি আমি আগেই তৈয়াৰ কৰিছো।
00:49 আমি এইটোক ডকুমেন্টস ফোল্ডাৰত সংৰক্ষণ কৰিছো।
00:52 প্রথমে আমি এটা অবজেক্ট কপি আৰু পেস্ট কৰা শিকিম।
00:56 এইটো কৰিবলৈ এটা অবজেক্ট নির্বাচন কৰিব লাগিব। সেয়ে, পঞ্চভূজত টিপক।
01:02 এতিয়া, এইটো কপি কৰিবলৈ কীবোর্ডত Ctrl + C টিপক।
01:07 এতিয়া অবজেক্ট পেস্ট কৰিবলৈ Ctrl + V টিপক। আপোনি পঞ্চভূজৰ কপি ক্যানভাসত দেখিবলৈ পাৰে।
01:17 অবজেক্টৰ কপি তৈয়াৰ কৰিবলৈ 3 টা অন্যান্য উপায় আছে।
01:21 এই সকলো 3টা পদ্ধতিত, অবজেক্টৰ এটা কপি ঠিক মূল অবজেক্টৰ উপৰত তৈয়াৰ হয়।
01:29 প্রথম পদ্ধতিক Paste Special বোলা হয়।
01:32 মনত ৰাখক যে আমি অবজেক্ট কপি কৰিবলৈ Ctrl + C পূর্বেই টিপিছো।
01:38 যৰ পৰা এইটোক কপি কৰা হৈছিল, তাক সঠিক জাগাত অবজেক্টক পেস্ট কৰিবলৈ Ctrl + Alt + V কীস টিপক।
01:47 মূল অবজেক্টক ইয়াৰ সোফালে আৰু তলত দেখিবলৈ কপি কৰা অবজেক্ট কপি কৰক।
01:54 এই দুটা অবজেক্টক গতি কৰাওক আৰু বেলেগভাবে ৰাখক।
01:57 দ্বিতীয় পদ্ধতিক Duplication বোলা হয়. ডুপ্লিকেশনৰ বাবে, আমালৈ প্রথম অবজেক্ট কপি কৰা আবশ্যক নহয়।
02:05 পঞ্চভুজ নির্বাচন কৰক আৰু আপোনাৰ কীবোর্ডত Ctrl + D টিপক।
02:13 এতিয়া মূলৰ ঠিক উপৰত এটা ডুপ্লিকেট পঞ্চভুজ তৈয়াৰ হয়।
02:19 এতিয়া ইয়াৰ তলত মূল অবজেক্ট দেখিবলৈ ডুপ্লিকেট অবজেক্ট গতি কৰক।
02:25 ডুপ্লিকেট অবজেক্টত পৰিবর্তন মূল অবজেক্টক প্রভাবিত নকৰে।
02:32 ইয়াৰ ৰঙ সেউজীয়ালৈ সলনি কৰি আৰু আকাৰ কম কৰি এইটোক ছেক কৰক।
02:40 তৃতীয় পদ্ধতি হল Cloning.
02:44 উপবৃত্তত ক্লিক কৰক আৰু ক্লোন তৈয়াৰ কৰিবলৈ Alt + D টিপক।
02:49 আগৰ নিচিনা, ক্লোন মূল অবজেক্টৰ ঠিক উপৰত তৈয়াৰ হয়।
02:55 এইটোক দৃশ্যমান কৰিবলৈ ইয়াক অলপ অতৰুৱাই আনক।
02:58 লক্ষ্য কৰক যে, ক্লোন অবজেক্ট সর্বদা মূল অবজেক্টৰ সৈতে যুক্ত থাকিব।
03:04 মূল অবজেক্ট তাৰ প্যাৰেন্ট হিসাবেও পৰিচিত।
03:08 মূল অবজেক্টত কোনো পৰিবর্তন যেনে আকাৰ, ৰঙ ইত্যাদি তাৰ ক্লোনক প্রভাবিত কৰিব।
03:16 মূল অবজেক্টৰ ৰঙ গোলাপীলৈ সলনি কৰি এইটোক ৰোটেট কৰক আৰু ইয়াৰ আকাৰ হ্রাস কৰি ছেক কৰক।
03:30 চাওক যে একেই পৰিবর্তন স্বয়ংক্রিয়ভাবে ক্লোন অবজেক্টত হয়।
03:36 মূল অবজেক্টৰ পৰা ক্লোন বেলেগে কৰিবলৈ প্রথমে ক্লোন নির্বাচন কৰক তাৰপিছত Shift + Alt + D টিপক।
03:44 এতিয়া মূল অবজেক্ট পুনৰায় নির্বাচন কৰক আৰু ইয়াৰ আকাৰ সলাওক।
03:50 চাওক যে ক্লোন অবজেক্ট প্রভাবিত নহয়।
03:54 এই অপাৰেশনসৰ বাবে শর্টকাট আইকন্স কমান্ড বাৰত উপলব্ধ যেনে কি দেখোৱা হৈছে।
04:01 মাল্টিপল অবজেক্ট নির্বাচন কৰিবলৈ Shift key ধৰি থাকক আৰু অবজেক্টত টিপক যি আপোনি নির্বাচন কৰিবলৈ বিছাৰে।
04:08 আমি প্রথমে উপবৃত্ত নির্বাচন কৰিম. তাৰপিছত আমি Shift key ধৰি থাকিম আৰু অন্যান্য উপবৃত্ত নির্বাচন কৰিম।
04:15 লক্ষ্য কৰক যে উভয় বস্তু এতিয়া নির্বাচিত।
04:19 Ctrl + G কীস একে সৈতে টিপি আমি এতিয়া এইবোৰক সমূহ কৰিব পাৰো।
04:24 লক্ষ্য কৰক যে উপবৃত্ত এতিয়া এটা অবজেক্ট হিসাবে শ্রেণীবদ্ধ হৈছে।
04:28 আপোনি এইদৰে আশেপাশে গতি কৰিব পাৰে আৰু আপোনি দেখিব যে দুইটা অবজেক্ট এটা অবজেক্ট হিসাবে গতি কৰে।
04:35 সমূহৰ আকাৰ সলোৱাৰ চেষ্টা কৰক আৰু আপোনি দেখিব যে দুটা অবজেক্টৰ আনুপাতিক মাপ পৰিবর্তন হয়।
04:43 ৰঙ নীলালৈ সলাওক আৰু চাওক যে দুটা অবজেক্ট একেই ৰঙত সলায়।
04:53 আমি কি কৰিম যদি আমি সমূহ কোনো এটা অবজেক্টৰ বৈশিষ্ট্য সলাবলৈ বিছাৰো।
05:01 সমূহৰ পৰা এটা অবজেক্ট নির্বাচন কৰিম Ctrl বোতাম টিপক আৰু অবজেক্টত ক্লিক কৰক।
05:08 এই ক্রিয়া দ্বাৰা আমি সমূহত প্রবেশ কৰিব পাৰো আৰু স্বতন্ত্র অবজেক্ট নির্বাচন কৰিব পাৰো।
05:13 সমূহৰ পৰা প্রস্থান কৰিবলৈ ক্যানভাসত কোনো এটা খালি স্থানত টিপক।
05:18 অবজেক্টক বেলেগ কৰিবলৈ প্রথম সমূহ নির্বাচন কৰক আৰু Ctrl + Shift + G কীস বা Ctrl + U কীস টিপক।
05:28 এতিয়া উপবৃত্ত বেলেগ বেলেগ হৈ গৈছে।
05:31 এই বিকল্পৰ বাবে শর্টকাট আইকন্স কমান্ডৰ বাৰত উপলব্ধ, যি নেকি দেখোৱা হৈছে।
05:36 ক্যানভাসত সকলো অবজেক্ট নির্বাচন কৰিবলৈ Ctrl + A কীস টিপক।
05:42 সকলো অবজেক্ট অনির্বাচিত কৰিবলৈ ক্যানভাসত কোনো এটা খালি স্থানত টিপক।
05:48 আমি এটা বিশিষ্ট নোহোৱাকৈ বাকি সকলো অবজেক্ট নির্বাচন কৰিবলৈ বিছাৰিলে Invert Selection বিকল্প ব্যবহাৰ কৰিব পাৰে।
05:55 আমি অ্যাৰো নোহোৱাকৈ সকলো অবজেক্ট নির্বাচন কৰিবলৈ বিছাৰো।
05:59 সেয়ে প্রথম অ্যাৰোত টিপক। Edit menu ত যাওক আৰু Invert selection ত টিপক।
06:08 লক্ষ্য কৰক যে ক্যানভাসত অ্যাৰো নোহোৱাকৈ সকলো অবজেক্ট নির্বাচিত।
06:16 এতিয়া শিকো যে অবজেক্ট কিভাবে ক্রমবদ্ধ কৰে।
06:20 বড় পঞ্চভূজৰ উপৰত সৰু পঞ্চভুজ গতি কৰক।
06:25 এতিয়া এটা স্টাৰ আঁকক আৰু এইটোক সৰু পঞ্চভূজৰ উপৰত ৰাখক।
06:36 সৰু পঞ্চভুজ নির্বাচন কৰক। Object মেনুত যাওক আৰু Raiseত টিপক।
06:42 চাওক যে এতিয়া সৰু পঞ্চভূজ ডাঙৰ হৈ গৈছে এতিয়া স্টাৰৰ উপৰত আছে।
06:47 এতিয়া star ত টিপক। Object মেনুত যাওক। Lower ত টিপক।
06:53 এতিয়া স্টাৰ তলৰ ফালে মুভ হয় আৰু ডাঙৰ পঞ্চভূজ এৰ উপৰত দেখা দিয়ে।
07:00 এতিয়া ডাঙৰ পঞ্চভুজত টিপক। Object মেনুত যাওক আৰু Raise to top ত টিপক। এতিয়া ডাঙৰ পঞ্চভুজ সবতচে উপৰত দেখায়।
07:11 এতিয়া এবাৰ Object মেনুত যাওক। Lower to bottom ত টিপক। চাওক ডাঙৰ পঞ্চভূজ তলত গতি হয়।
07:20 আমি এই বিকল্প Tool controls bar এও পাব পাৰি।
07:25 এতিয়া শিকিম যে কিভাবে ক্লিপিং কৰে।
07:28 ক্লিপিং আপোনাৰ জটিল অবজেক্ট দ্রুত
07:31 আৰু সহজে তাৰ সম্পূর্ণ আকাৰ সলনি
07:35 আপোনাৰ ডিসাইনৰ অন্য এলিমেন্ট বা আকাৰ তাৰ অনুৰুপ কৰে।
07:39 এইটোক প্রদর্শনৰ বাবে আমি এটা ইমেজ ব্যবহাৰ কৰিম. আমাৰ উচৰত ইয়াত নতুন Inkscape ফাইলত এটা ইমেজ আছে।
07:45 এই ইমেজত আমি এটা উপবৃত্তৰ আকাৰ আঁকিম।
07:49 এতিয়া ইমেজ আৰু উপবৃত্ত নির্বাচন কৰক।
07:53 Object মেনুত যাওক. Clip ত টিপক আৰু তাৰপিছত Set ত ক্লিক কৰক।
07:59 চাওক যে ইমেজ এতিয়া উপবৃত্তৰ আকৃতি পৰা ক্লিপ হৈ গৈছে।
08:04 ক্লিপিংত অবজেক্টৰ আকৃতি ক্লিপ হিসাবে উপযোগিত, যি দৃশ্যমান এলাকা সংজ্ঞায়িত কৰে।
08:09 আমি Object মেনুত উভতি গৈ ক্লিপ এৰাবলৈ পাৰি। Clip ত টিপক আৰু তাৰপিছত Release ত ক্লিক কৰক।
08:17 এতিয়া ক্লিপ মুক্ত হয়।
08:19 এতিয়া Masking কৰা শিকো।
08:22 Masking, Clipping এৰ অনুৰুপ।
08:25 Masking ত, এটা অবজেক্টৰ পাৰদর্শিতা বা স্বচ্ছতা দ্বিতীয় অবজেক্টৰ অস্বচ্ছতা নির্ধাৰণ কৰে।
08:32 Masking প্রদর্শন কৰিবলৈ, আমি gradient টুল ব্যবহাৰ কৰি প্রথমে উপবৃত্ত অর্ধ-স্বচ্ছ বনাও।
08:38 এতিয়া উপবৃত্ত নির্বাচন কৰক।
08:40 Object মেনুত যাওক. Fill and stroke ত টিপক।
08:44 Radial gradient ত টিপক আৰু তাৰপিছত Edit ত টিপক।
08:50 ৰঙ বগালৈ সলাবলৈ RGB স্লাইডাৰ একেবাৰে সোফালে অতৰূৱাওক।
09:00 Stop ড্রপ ডাউন অ্যাৰোত টিপক আৰু অন্য stop নির্বাচন কৰক।
09:05 ৰঙ কলা আৰু আলফা ভ্যালু 255 ত সলাবলৈ RGB স্লাইডাৰ একেবাৰে বাও ফালে অতৰূৱাওক।
09:15 মাঝত এটা অন্য ৰঙ যোগ কৰিবলৈ Add stop ত টিপক।
09:20 Node টুলত টিপক আৰু ডায়মন্ড হ্যান্ডেল উপৰৰ ফালে অতৰূৱাওক।
09:27 এতিয়া ইমেজ আৰু উপবৃত্ত নির্বাচন কৰক।
09:30 Object মেনুত যাওক।
09:32 Mask ত টিপক আৰু তাৰপিছত Set ত টিপক।
09:36 চাওক যে mask ইমেজত তৈয়াৰ হৈছে।
09:40 লক্ষ্য কৰক যে ইমেজ masking অবজেক্টৰ পাৰদর্শিতা বৈশিষ্ট্য লৈ আহে যিহল উপবৃত্ত।
09:47 মাস্ক মুছি পেলাবলৈ Object মেনুত উভতি যাওক।
09:51 Mask ত টিপক আৰু তাৰপিছত Release ত টিপক।
09:54 mask এতিয়া মুছি গৈছে।
09:56 সংক্ষেপে, এই টিউটৰিয়েলত আমি শিকিছো অবজেক্ট কপি আৰু পেস্ট কৰা।
10:02 ডুপ্লিকেট আৰু ক্লোন অবজেক্টস।
10:05 বিভিন্ন অবজেক্টসৰ সমূহ আৰু ক্রমবদ্ধ কৰা।
10:08 মাল্টিপল সিলেকশন আৰু ইনভার্ট সিলেকশন।
10:10 ক্লিপিং আৰু মাস্কিং।
10:12 ইয়াত 2 টা নির্দেশিত কাম আছে।
10:15 ধূসৰ ৰঙৰ এটা উল্লম্ব উপবৃত্ত আৰু কলা ৰঙৰ এটা বৃত্ত তৈয়াৰ কৰক।
10:20 উপবৃতৰ উপৰৰ কেন্দ্রত বৃত্ত ৰাখক।
10:23 এটা চকুৰ আকৃতিৰ নিচিনা হোৱা উচিত।
10:25 এতিয়া তাৰ সমূহক ৰাখক।
10:27 বেলেগ এটা চকু বনাবলৈ এটা ক্লোন তৈয়াৰ কৰক।
10:31 উভয় চকু দৃশ্যমান কৰিবলৈ ইয়াক একফালে মুভ কৰক।
10:35 নীলা ৰঙৰ এটা বৃত্ত আৰু ৰঙা ৰঙৰ এটা বর্গক্ষেত্র তৈয়াৰ কৰক।
10:40 বর্গক্ষেত্রৰ ডুপ্লিকেট তৈয়াৰ কৰক আৰু উভয় বর্গক্ষেত্রক আড়াআড়কৈ  বিপৰীত ফালে ৰাখক।
10:45 উভয় বর্গক্ষেত্র নির্বাচন কৰক আৰু তাৰ একেই অবজেক্টত সমুহিত কৰক।
10:50 বৃত্তক সমুহিত বর্গক্ষেত্রৰ উপৰৰ কেন্দ্রত ৰাখক।
10:54 উভয় নির্বাচন কৰক আৰু এটা ক্লিপ তৈয়াৰ কৰক। এটা ধনুকৰ নিচিনা হোৱা উচিত।
11:00 আপোনি কৰা নির্দেশিত কাম এইৰকমে হোৱা উচিত।
11:03 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। এইটো প্রকল্পক সাৰসংক্ষেপে বোঝায়। ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক।
11:12 স্পোকেন টিউটৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে। অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে।
11:21 বিস্তাৰিত তথ্যৰ বাবে আমালৈ ইমেল কৰক।
11:23 এইটো ভাৰত সৰকাৰৰ NMEICT, MHRD এৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত।
11:31 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
11:35 আমি টিউটৰিয়েলৰ শেষলৈ আহিছো।
11:38 আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya