Git/C3/Working-with-Remote-Repositories/Assamese
From Script | Spoken-Tutorial
|
|
00:01 | ওৱৰকিং ওইথ ৰিম’ত ৰেপ’জিত’ৰিচৰ (Working with Remote Repositories) স্প’কেন টিউট'ৰিয়েল (spoken tutorial) টোলৈ স্বাগতম |
00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম - ৰিম’ত ৰেপ’জিত’ৰি (Remote repository) কি হয় আৰু |
00:12 | ৰিম’ত ৰেপ’জিত’ৰিটোলৈ (Remote repository) কেনেকৈ দাতা চিংক্ৰ’নাইজ কৰা হয় |
00:16 | এই টিউট’ৰিয়েলটোৰ বাবে, মই ব্যৱ্হাৰ কৰিছো উবুন্তো (Ubuntu) লিনাক্স (Linux) 14.04 |
00:22 | গিত (Git) 2.3.2 |
00:25 | gedit টেকস্ত (Text) এদিতৰ (Editor) আৰু |
00:28 | ফায়াৰফক্স (Firefox) ওৱেব (web) ব্ৰ’জাৰ (browser) |
00:30 | আপুনি আপোনাৰ পচন্দৰ যিকোনো এদিতৰ আৰু ওৱেব ব্ৰ’জাৰ ব্যৱ্হাৰ কৰিব পাৰে |
00:36 | এই টিউট’ৰিয়েলটোৰ বাবে, আপোনাক এটা কামকৰা ইন্তাৰনেত (Internet) সংযোগ লাগিব |
00:41 | আপোনাৰ লগতে গিত (Git) কমান্ডচৰ মূল জ্ঞান থাকিব লাগিব |
00:46 | যদি নাই, সঙ্গত গিত (Git) টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰহ কৰি প্ৰদত্ত লিংকটো চাওঁক |
00:52 | প্ৰথমে, আহক আমি বুজো ৰিম’ত (Remote) ৰেপ’জিত’ৰি (repository) এটা কি হয় |
00:56 | এটা ৰেপ’জিত’ৰি (repository) যি ইন্টাৰনেত বা যিকোনো নেতওৱৰ্কত হ’ষ্টেদ হয় তাক কোৱা হয় ৰিম’ত (Remote) ৰেপ’জিত’ৰি (repository) |
01:04 | এই কেন্দ্রীভূত কৰা ৰেপ’জিত’ৰিটো (repository) ব্যৱ্হাৰ কৰি, মানুহে প্ৰকল্প এটাত পৃথিবীৰ যিকোনো ঠাইৰ পৰা যিকোনো সময়ত সহযোগ কৰিব পাৰে |
01:13 | ধৰক, উদাহৰণৰ বাবে, তিনিজন ইউজাৰ আছে যি একেটা ৰেপ’জিত’ৰিত (repository) সন্মিলিতভাবে কাম কৰিব বিচাৰে |
01:21 | গিতে (Git) তেওঁলোকৰ ল’কেল চিষ্টেমলৈ ৰিম’ত (Remote) ৰেপ’জিত’ৰিটোৰ (repository) ক’পি এটা ল’বলৈ অনুমতি দিয়ে |
01:28 | ইয়াক কৰা হ’ব ক্ল’ন (clone) কমান্দ ব্যৱ্হাৰ কৰি |
01:31 | তেতিয়া তেওঁলোকে ল’কেল ৰেপ’জিত’ৰিটোৰ (repository) সৈতে অফলাইন কাম কৰিব পাৰে |
01:36 | এবাৰ কামটো সন্তুষ্ট হ’লে, তেওঁলোকে ইয়াক প্ৰধান ৰেপ’জিত’ৰিটোলৈ (repository) চিংক্ৰ’নাইজ কৰিব লাগিব |
01:43 | ইয়াক কৰা হ’ব পুচ (Push) আৰু পুল (pull) কমান্দচ ব্যৱ্হাৰ কৰি |
01:48 | আপুনি সম্পূৰ্ণ প্ৰচেচটো এই টিউট’ৰিয়েলটোৰ শেষত বুজিব |
01:53 | প্ৰথমে আমি গিতহাব ৰেপ’জিত’ৰিটো (GitHub repository) খুলিম যাক আমি আগতে বনাইছিলো |
01:59 | সোফালে, আমি এই ৰেপ’জিত’ৰিটোৰ URL টো দেখিছো |
02:05 | আহক এই URL টো ক’পি কৰো |
02:08 | আমি এই ৰেপ’জিত’ৰিটোৰ (repository) ক’পি এটা বনাম URL টো ব্যৱ্হাৰ কৰি ল’কেল ৰেপ’জিত’ৰি (repository) এটা নিৰ্মান কৰিবলৈ |
02:16 | আহক টাৰ্মিনেলটো (terminal) খুলো |
02:18 | আহক আমি এতিয়া বুজো কেনেকৈ দুজন ইউজাৰে একেটা ৰিম’ত (Remote) ৰেপ’জিত’ৰিত (repository) কাম কৰিব পাৰে |
02:24 | ইয়াৰ বাবে, মই ইতিমধ্যে User1 আৰু User2 নামৰ দুটা দাইৰেক্তৰী বনালো মোৰ দেচকটপত (Desktop) |
02:33 | অনুগ্ৰহ কৰি আপোনাৰ দেচকটপতো (Desktop) তেনে কৰক |
02:36 | একেটা টাৰ্মিনেলত (terminal), মই দাইৰেক্তৰীচ খুলিম দুটা বেলেগ টেবত |
02:43 | প্ৰথম টেবটোত, লিখক cd স্পেচ (space) User1 |
02:49 | দ্বিতীয় টেবটো খুলিবলৈ, ফাইল মেনুত (File menu) টিপক আৰু অপেন টেবক (Open Tab) বাচক |
02:55 | দ্বিতীয় টেবটোত, লিখক cd User2 |
03:00 | আহক আমি User1 টেবটোলৈ যাওঁ |
03:03 | এতিয়া আহক আমি ৰিম’ত (Remote) ৰেপ’জিত’ৰিটোৰ (repository) ক’পি এটা বনাওঁ |
03:08 | লিখক গিত স্পেছ ক্ল’ন (git space clone) আৰু তেতিয়া ক’পি কৰা URLটো পেষ্ট কৰক স্পেছ আৰু এই কমান্দটোৰ শেষত দত এটা লিখক |
03:17 | দতে (Dot) সূচায় যে আমি ৰেপ’জিত’ৰিটো (repository) একেটা দাইৰেক্তৰীৰ (directory) ভিতৰত ক’পি কৰিম যি হৈছে User1 |
03:25 | অন্যহাতে, ই ৰেপ’জিত’ৰিটোৰ (repository) সৈতে ষ্ট’ৰিজ (stories) নামৰ নতুন দাইৰেক্তৰী (directory) এটা বনাব |
03:31 | এতিয়া এন্টাৰ (Enter) টিপক |
03:33 | ক্ল’ন (clone) কমান্দটোৱে সম্পূৰ্ণ মধ্য ফ’ল্দাৰটো ক’পি কৰিব আৰু ইয়াক এটা ল’কেল ৰেপ’জিত’ৰি (repository) বনাব |
03:40 | ls লিখক । আপুনি দেখিছে যে ৰিম’ত (Remote) ৰেপ’জিত’ৰিটোৰ (repository) উপাদান ইয়াত ক’পি হৈছে |
03:48 | পাছত, মই এই ৰেপ’জিত’ৰিটোৰ (repository) ইউজাৰ নেম (user name) আৰু email id সলাম ভালদৰে বুজিবলৈ |
03:55 | মই ইতিমধ্যে আৰু দুটা গিতহাব ইউজাৰচ (GitHub users) বনালো - priya-spoken1 আৰু kaushik-spoken - বৰ্ণনাৰ উদ্দেশ্যে |
04:04 | মই সিহঁতক ইয়াত ব্যৱ্হাৰ কৰিম |
04:14 | আহক আমি গিত লগটো (Git log) চাওঁ |
04:16 | আপুনি দেখিছে একে কমিতচ (commits) ৰিম’ত (Remote) ৰেপ’জিত’ৰিটোৰ (repository) |
04:21 | একেদৰে, মই দ্বিতীয় টেবটোত User2 দাইৰেক্তৰীৰ ভিতৰত ৰেপ’জিত’ৰিটো (repository) ক্ল’ন (clone) কৰিম |
04:28 | ইয়াতো লগতে মই ইউজাৰ নেম (user name) আৰু email id সলাম আগতে User1ৰ বাবে কৰাৰ দৰে |
04:35 | পাছত, আহক আমি বুজো এই ইউজাৰসকলে কেনেদৰে ৰিম’ত (Remote) ৰেপ’জিত’ৰিটোত (repository) কাম কৰিব |
04:41 | ধৰক, User1 এ lion-and-mouse.html নামৰ ফাইল এটাত কাম কৰিব |
04:48 | ফাইলটো নিৰ্মান কৰিবলৈ, লিখক gedit lion-and-mouse.html |
04:54 | মই কিছু টেকস্ত ক’পি আৰু পেষ্ট কৰিম এই ফাইলটোত, মোৰ ৰাইতাৰ দকোমেন্তটোৰ ( Writer document) পৰা, যাক মই আগতে ছেভ কৰিছিলো |
05:02 | একেদৰে, আপুনি কিছু বিষয়বস্তু যোগ কৰিব পাৰে আপোনাৰ ফাইলটোত |
05:06 | আহক ফাইলটো ষ্টেজিং এৰিয়াটোত (staging area) যোগ কৰো |
05:11 | লিখক গিত (git) এদ (add) lion-and-mouse.html |
05:17 | পাছত আহক আমি নতুনকৈ যোগ কৰা ফাইলটো কমিত (commit) কৰো |
05:21 | লিখক গিত (git) কমিত (commit) হাইফেন (hyphen) m উৰ্দ্ধক’মাৰ ভিতৰত এদেদ (Added) lion-and-mouse.html |
05:29 | পাছত আমি ল’কেল ৰেপ’জিত’ৰিটো (repository) প্ৰধান ৰিম’ত (Remote) ৰেপ’জিত’ৰিটোৰ (repository) সৈতে চিংক্ৰ’নাইজ কৰিব লাগিব |
05:35 | ৰেপ’জিত’ৰিটো (repository) চিংক্ৰ’নাইজ কৰাৰ আগতে, আমি ৰিম’তচৰ (remotes) বিষয়ে শিকিম |
05:40 | ৰিম’ত (Remote) ৰেপ’জিত’ৰি (repository) এটাৰ URL টোক ৰিম’ত (Remote) কোৱা হয় |
05:45 | আমি URL টোক এটা নিকনেম দিব পাৰো |
05:49 | ই উপকাৰী হ’ব যেতিয়া আমি বহুতো ৰিম’ত (Remote) ৰেপ’জিত’ৰিত (repository) কাম কৰো |
05:54 | যেতিয়া আমি ৰেপ’জিত’ৰিটো (repository) চিংক্ৰ’নাইজ কৰো, আমি নিকনেমটো ব্যৱ্হাৰ কৰো, সম্পূৰ্ণ URLটো লিখাৰ পৰিবৰ্তে |
06:01 | ৰিম’ত (Remote) এটাৰ দিফল্ট নিকনেমটো সদায় অৰিজিন (origin) হয় |
06:06 | এতিয়া আহক আমি শিকো ৰিম’ত (Remote) এটা কেনেকৈ যোগ কৰা হয় |
06:10 | আমাৰ টাৰ্মিনেললৈ (terminal) ঘূৰি আহক |
06:13 | লিখক গিত ৰিম’ত (git remote) । আপুনি দেখিছে যে দিফল্ট ৰিম’ত (Remote) নামটো অৰিজিন (origin) হয় |
06:20 | পাছত আহক আমি চাওঁ ৰিম’তলৈ (Remote) কেনেকৈ নিকনেম এটা যোগ কৰা হয় |
06:25 | লিখক গিত (git) ৰিম’ত (remote) এদ (add) ষ্ট’ৰিজ (stories) আৰু ৰিম’ত (Remote) ৰেপ’জিত’ৰিটোৰ (repository) URLটো লিখক |
06:32 | ইয়াত মই ৰিম’তক (Remote) ষ্ট’ৰিজ (stories) নাম দিম যি হৈছে ৰিম’ত (Remote) ৰেপ’জিত’ৰিটোৰ (repository) নাম |
06:38 | এতিয়া এন্টাৰ (Enter) কী টিপক |
06:41 | পুনৰ ৰিম’ত (remote) লিষ্ট চাবলৈ, লিখক গিত ৰিম’ত (git remote) |
06:46 | আপুনি দেখিছে যে ৰিম’ত (remote) লিষ্টখনলৈ যোগ হৈছে |
06:50 | এতিয়া আমি ল’কেল ৰেপ’জিত’ৰিটো (repository) প্ৰধান ৰিম’ত (Remote) ৰেপ’জিত’ৰিটোৰ (repository) সৈতে চিংক্ৰ’নাইজ কৰিম |
06:55 | তাক কৰিবলৈ, লিখক গিত (git) পুচ (push) ষ্ট’ৰিজ (stories) মাষ্টাৰ (master) |
07:00 | ইয়াত ষ্ট’ৰিজ (stories) হৈছে ৰিম’ত (remote) নাম আৰু মাষ্টাৰ (master) হৈছে ব্ৰানচটো (branch) য’ত আমি পৰিবৰ্তনক আপদেত কৰো |
07:07 | এতিয়া এন্টাৰ (Enter) টিপক |
07:09 | মই priya-spoken1 ক User1ৰ ইউজাৰনেম (username) হিচাবে লিখিম আৰু এন্টাৰ (Enter) টিপক |
07:17 | User1ৰ সঙ্গত পাচৱৰ্দ লিখক |
07:21 | মই এই ইউজাৰনেমটো আগতে বৰ্ণনাৰ উদ্দেশ্যে নিৰ্মান কৰিছিলো |
07:27 | অনুগ্ৰহ কৰি ইয়াত আপোনাৰ ইউজাৰনেম আৰু পাচৱৰ্দ ব্যৱ্হাৰ কৰক |
07:31 | ই এৰ’ৰ এটা দিয়ে আনেবল তু এক্সেচ (unable to access) |
07:35 | এই এৰ’ৰটো কিয় হ’ল? ইয়াৰ কাৰণটো হৈছে আমাৰ ৰিম’ত (Remote) ৰেপ’জিত’ৰিটোলৈ (repository) এক্সেচ নাই |
07:42 | গতিকে এতিয়া, আহক আমি শিকো কনত্ৰিবিউতৰচক এক্সেচ পাৰ্মিচন কেনেকৈ দিয়া হয় |
07:48 | গিতহাব ৰেপ’জিত’ৰিটোলৈ (GitHub repository) ঘূৰি আহক |
07:51 | শেষৰ টেবত টিপক -চেতিংগচ (Settings) - ওপৰৰ পেনেলত |
07:55 | তেতিয়া বাওঁ ফালৰ বক্সত ক’লাব’ৰেতৰচ (Collaborators) লিংকত টিপক |
08:00 | নিশ্বিতকৰণৰ বাবে আপোনাৰ গিতহাব (GitHub) একাউন্টৰ পাচৱৰ্দ লিখক |
08:04 | ইয়াত টেকস্ত বক্সটোত, আমি সহযোগীৰ নাম যোগ কৰিব পাৰো |
08:10 | বুজিব যে যিকোনো লোকে এই গিতহাব ৰেপ’জিত’ৰিটো (GitHub repository) ক্ল’ন (clone) কৰিব পাৰে |
08:15 | কিন্তু আমি সহযোগী হিচাবে যোগ কৰা লোকে, ৰেপ’জিত’ৰিটোলৈ (repository) পুচ (push) কৰিব পাৰে |
08:21 | এতিয়া মই priya-spoken1 আৰু kaushik-spoken ইউজাৰ দুজনক যোগ কৰিম |
08:27 | আপুনি দেখিছে যে ইউজাৰ নেমতো লিষ্টেদ হৈছে যেতিয়া মই টেকস্ত বক্সটোত লিখিছো |
08:33 | এদ ক’লাব’ৰেতৰ (Add Collaborator) বুটামটোত টিপক ইউজাৰজনক সহযোগী হিচাবে যোগ কৰিবলৈ |
08:38 | মই লগতে আনজন ইউজাৰ kaushik-spokenক যোগ কৰিম |
08:43 | আপুনি ইয়াত যোগকৰা নামসমূহ লিষ্টেদ হোৱা দেখিছে |
08:47 | এতিয়া আমি ৰিম’ত (Remote) ৰেপ’জিত’ৰিটোলৈ (repository) পুচ কৰিবলৈ চেষ্টা কৰিম |
08:51 | টাৰ্মিনেললৈ (terminal) ঘূৰি আহক |
08:54 | লিখক গিত (git) পুচ (push) ষ্ট’ৰিজ (stories) মাষ্টাৰ (master) |
08:58 | ইউজাৰজনৰ ইউজাৰনেম (username) আৰু পাচৱৰ্দ (password) দিয়ক যাৰ ৰেপ’জিত’ৰিটোলৈ (repository) এক্সেচ আছে |
09:04 | আপুনি দেখিছে যে আমি ইয়াক সফলভাবে পুচ কৰিলো |
09:08 | পাছত, আহক আমাৰ পৰিবৰ্তনখিনি আপদেত হৈছেনে নাই চাবলৈ আমি গিতহাব ৰেপ’জিত’ৰিটো (GitHub repository) পৰীক্ষা কৰো |
09:14 | গিতহাব ৰেপ’জিত’ৰিটোলৈ (GitHub repository) ঘূৰি আহক |
09:17 | ক’ড (Code) টেবত টিপক |
09:20 | আহক কমিত লিষ্ট (commit list) চাওঁ |
09:23 | আপুনি দেখিছে যে সহযোগীৰ কমিত (commit) ইয়াত লিষ্টেদ হৈছে |
09:28 | পাছত, আহক আমি শিকো User2 এ কেনেকৈ ৰিম’ত (Remote) ৰেপ’জিত’ৰিটোৰ (repository) সৈতে সহযোগ কৰিব পাৰে |
09:34 | টাৰ্মিনেললৈ (terminal) ঘূৰি আহক |
09:37 | ধৰক, User2এ friends.html নামৰ ফাইল এটাত কাম কৰি আছে |
09:43 | ফাইলটো বনাবলৈ, লিখক gedit friends.html |
09:49 | মই কিছু টেকস্ত ক’পি আৰু পেষ্ট কৰিম এই ফাইলটোত, মোৰ ৰাইতাৰ দকোমেন্তটোৰ ( Writer document) পৰা |
09:54 | একেদৰে, আপুনি কিছু বিষয়বস্তু যোগ কৰিব পাৰে আপোনাৰ ফাইলটোত |
09:59 | আহক ফাইলটো ষ্টেজিং এৰিয়াটোত (staging area) যোগ কৰো |
10:03 | পাছত আহক নতুনকৈ যোগ কৰা ফাইলটো কমিত (commit) কৰো |
10:07 | লিখক গিত (git) কমিত (commit) হাইফেন (hyphen) m উৰ্দ্ধক’মাৰ ভিতৰত এদেদ (Added) friends.html |
10:15 | পাছত আমি ল’কেল ৰেপ’জিত’ৰিটো (repository) প্ৰধান ৰিম’ত (Remote) ৰেপ’জিত’ৰিটোৰ (repository) সৈতে চিংক্ৰ’নাইজ কৰিব লাগিব |
10:21 | লিখক গিত (git) পুচ (push) অৰিজিন (origin) মাষ্টাৰ (master) |
10:25 | মনত ৰাখিব যে আমি এই ল’কেল ৰেপ’জিত’ৰিটোত (repository) ৰিম’ত (Remote) যোগ নকৰো |
10:30 | গতিকে ইয়াত আমি দিফল্ট ৰিম’ত (Remote) নাম অৰিজিন (origin) ব্যৱ্হাৰ কৰিছো |
10:34 | এতিয়া এন্টাৰ (Enter) টিপক |
10:37 | User2ৰ গিতহাব (GitHub) ইউজাৰনেম আৰু পাচৱৰ্দ লিখক |
10:42 | ই এটা এৰ’ৰ দিয়ে যি কয় ফেইলদ তু পুচ (failed to push) |
10:46 | লগতে, ই এৰ’ৰটোৰ বাবে কাৰণটো দেখুৱাই:ৰিম’তত কাম আছে যি আপোনাৰ ল’কেলি নাই |
10:53 | মনত ৰাখিব যে User1এ আগতে কমিত এটা পুচ কৰিছিলে |
10:58 | কিন্তু User2 ৰ ল’কেল ৰেপ’জিত’ৰিত User1ৰ কামখিনি নাই |
11:04 | ই লগতে এৰ’ৰটো সংশোধন কৰিবলৈ গিত পুল (git pull) কমান্দটো ৰান কৰিবলৈ পৰামৰ্শ এটা দিয়ে |
11:10 | গতিকে প্ৰথমে, আমি User1ৰ কামক পুল দাউন কৰিব লাগিব আৰু ইয়াক User2ৰ ল’কেল ৰেপ’জিত’ৰিত অন্তৰ্ভুক্ত কৰিব লাগিব । আহক এতিয়া তাক কৰো |
11:21 | লিখক গিত (git) পুল (pull) অৰিজিন (origin) মাষ্টাৰ (master) |
11:25 | প্ৰথমে ই ৰিম’ত (Remote) ৰেপ’জিত’ৰিটোৰ (repository) পৰা দাতাক আনিব তাৰপাছত ইয়াক ল’কেল ৰেপ’জিত’ৰিটোৰ সৈতে মাৰ্জ (merge) কৰিব |
11:32 | গতিকে ই মাৰ্জিংৰ (merging) বাবে মেচেজ এটা দিবলৈ এদিতৰ এটা খুলে |
11:36 | আহক একেটা মেচেজ ৰাখো আৰু Ctrl + X টিপি এদিতৰটো বন্ধ কৰো |
11:42 | এতিয়া পুনৰ, আমি দাতাটো পুচ কৰিবলৈ চেষ্টা কৰিম । লিখক গিত (git) পুচ (push) অৰিজিন (origin) মাষ্টাৰ (master) |
11:50 | User2ৰ ইউজাৰনেম (username) আৰু পাচৱৰ্দ (password) দিয়ক |
11:54 | আপুনি দেখিছে যে এতিয়া আমি সফলভাবে দাতাটো পুচ কৰিব পাৰিছো |
11:59 | পাছত আহক আমাৰ পৰিবৰ্তনখিনি আপদেত হৈছেনে নাই চাবলৈ আমি গিতহাব ৰেপ’জিত’ৰিটো (GitHub repository) পৰীক্ষা কৰো |
12:05 | গিতহাব ৰেপ’জিত’ৰিটোলৈ (GitHub repository) ঘূৰি আহক |
12:08 | ষ্ট’ৰিজ (Stories) নামৰ ৰেপ’জিত’ৰিটোত টিপক |
12:12 | আপুনি দেখিছে যে friends.html ফাইলটো এতিয়া ৰেপ’জিত’ৰিটোত যোগ হ’ল |
12:18 | আহক এতিয়া কমিত লিষ্ট (commit list) চাওঁ |
12:21 | আপুনি দেখিছে যে User2ৰ কমিত (commit) লগতে ইয়াত লিষ্টেদ হৈছে |
12:26 | ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
12:30 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো - |
12:35 | ৰিম’ত ৰেপ’জিত’ৰি (Remote repository) কি হয় আৰু |
12:38 | ৰিম’ত ৰেপ’জিত’ৰিটোলৈ (Remote repository) কেনেকৈ দাতা চিংক্ৰ’নাইজ কৰা হয় |
12:42 | এটা অনুশিলনী হিচাবে, User3 নামৰ আৰু এটা ইউজাৰ বনাওঁক |
12:47 | User3ৰ বাবে দাতা ক্ল’ন (Clone) কৰক |
12:50 | User3ৰ ল’কেল ৰেপ’জিত’ৰিটোত কাম কৰিবলৈ আৰম্ভ কৰক আৰু |
12:54 | User3ৰ পৰা দাতা পুচ কৰিবলৈ চেষ্টা কৰক |
12:58 | তলৰ সংযোজনত থকা কথাচিত্ৰটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় |
13:03 | অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰক আৰু চাওঁক |
13:05 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
13:12 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক |
13:16 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ অৱদান |
13:22 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ |
13:27 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |