Geogebra/C2/Spreadsheet-View-Basics/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Naraation
00:01 নমস্কাৰ দৰ্শক সকল. স্প্রেডসীটৰ মূলকথাৰ(Basics of Spreadsheets)ৰ উপৰত জীয়োজেব্রাৰ এই টিউটোৰিয়েলত আপোনাক স্বাগত জনাইছো।
00:05 যদি আপোনি জীয়োজেব্রা এই প্ৰথমবাৰ ব্যবহাৰ কৰিছে, তেনেহলে স্পোকেন টিউটোৰিয়েল ওয়েবসাইটত "Introduction to Geogebra” টিউটোৰিয়েলটো চাওক।
00:12 জীয়োজেব্রা সৈতে কাম আৰম্ভ কৰিবলৈ, আমি জিএনইউ/লিনাক্স অপাৰেটিং সিস্টেমৰ উবুন্টু সংস্কৰণ 10.04 LTS আৰু জীয়োজেব্রা সংস্কৰণ 3.2.40.0 ব্যবহাৰ কৰিছো।
00:23 এই টিউটোৰিয়েলৰ উদ্দেশ্য হল জীয়োজেব্রাত স্প্রেডসীটৰ ব্যবহাৰ কিভাবে কৰে ত়াক শিকিবলৈ।
00:29 এই টিউটোৰিয়েলত আমি স্প্রেডসীটৰ ব্যবহাৰ প্রাথমিক তথ্য উপস্থাপনা আৰু গণনা কৰাৰ বাবে কৰিম।
00:36 আৰু হিস্টোগ্রাম তৈয়াৰ কৰাৰ বাবে তথ্যৰ ব্যবহাৰ কৰিম।
00:39 আমি আৰু চাম যে, আবৃত্ত জীয়োজেব্রা অবজেক্ট তৈয়াৰ কৰাৰ বাবে স্প্রেডশীট ভিউ কিভাবে ব্যবহাৰ কৰা যায়, যেনে সমান্তৰাল লাইনৰ এটা সেট তৈয়াৰ কৰা।
00:49 প্ৰথমে আমি এটা 50 নম্বৰৰ পৰীক্ষাত 50 জন ছাত্রৰ নম্বৰ ব্যবহাৰ কৰিম।
00:53 ইয়াত 'From' আৰু 'To'  class boundaries লগতে frequency (ফ্রিকোয়েন্সি) উপলব্ধ।
00:59 আমি ফ্রিকোয়েন্সিক ক্লিপবোর্ডত প্ৰতিলিপি কৰিম।
01:05 এতিয়া জীয়োজেব্রা উইন্ডোত।
01:09 প্ৰথম ধাপ স্প্রেডশীট ভিউ দৃশ্যমান কৰি তোলা।
01:13 মেনু আইটেম ভিউ নির্বাচন কৰক আৰু তাৰপিছত স্প্রেডশীট ভিউ নির্বাচন কৰক।
01:19 স্প্রেডশীট ভিউক ইয়াত লৈ আহক।
01:25 প্ৰথম কলম A from class boundary (বর্গ সীমা), কলম B To, আৰু কলম C ফ্রিকোয়েন্সি প্ৰতিনিধিত্ব কৰে।
01:36 এতিয়া আমি ফ্রিকোয়েন্সি প্ৰতিলিপি কৰিছো, আমি ইয়াক ইয়াত পেস্ট কৰিছো।
01:41 এতিয়া From আৰু Toৰ মানৰ বাবে।
01:46 আমি এইবোৰক পেস্ট কৰা নাই কাৰণ আমি আপোনাক জীয়োজেব্রা স্প্রেডসীটৰ আৰু এটা বৈশিষ্ট্য প্ৰদর্শন কৰিম।
01:53 প্ৰথমে আমি আৰম্ভ কৰিম-
01:56 ০,
01:59 তাৰপিছত ৫, ৫
02:04 আৰু ১০
02:06 এতিয়া আমি যদি ইয়াত দুটা সেল্ নির্বাচন কৰো আৰু তাৰপিছত এই নীলা বর্গক্ষেত্ৰক তলৰ ফালে টানি আনো, লক্ষ্য কৰক যে এটা গাণিতিক প্ৰগতি(arithmetic progression) তৈয়াৰ হৈছে।
02:16 একেইভাবে আমি এটা Toৰ মানৰ বাবে কৰিব পাৰো।
02:22 ক্লাস বাউনডাৰি তালিকা আৰু ফ্রিকোয়েন্সি তালিকা তৈয়াৰ কৰক। এইটো কৰাৰ বাবে ইয়াত কলম B নির্বাচন কৰক।
02:30 ৰাইট ক্লিক কৰক আৰু create list নির্বাচন কৰক, ইয়াত L1 লক্ষ্য কৰক যাৰ মানে L_1 তৈয়াৰ হৈ গৈছে।
02:40 এতিয়া ৰাইট ক্লিক কৰি আৰু অবজেক্টৰ বৈশিষ্ট্যাবলী নির্বাচন কৰি এইটো পৰিবর্তন কৰক। নিশ্চিত কৰক যে প্ৰথম মান শূন্য ইয়াত প্ৰদর্শিত হৈছে।
02:53 আৰু close টিপক।
02:57 এতিয়া ফ্রিকোয়েন্সি তালিকাৰ বাবে একেই কাম কৰক। ফ্রিকোয়েন্সিক নির্বাচন কৰক, ৰাইট ক্লিক কৰক আৰু create listত টিপক।
03:04 আমাৰ উচৰত L_2 আছে।
03:09 এতিয়া হিস্টোগ্রাম তৈয়াৰ কৰাৰ বাবে ইয়াত ইনপুট বাৰলৈ যাওক।
03:15 আপোনি ইয়াত কমান্ডৰ পৰা নির্বাচন কৰিব পাৰে অথবা আপোনি মাত্ৰ হিস্টোগ্রাম লিখিব পাৰে।
03:22 এতিয়া আপোনি যদি ইয়াত বর্গাকাৰ বন্ধনীৰ মাজত Enter টিপে, তেনেহলে এইটোৱে আপোনাক বিভিন্ন বিকল্প কব।
03:28 ইয়াত এটা বিকল্প হল list of class boundaries আৰু list of raw data, বলক এটা ব্যবহাৰ কৰো।
03:35 আমি লিখিম L_1, জীয়োজেব্রা হল কেস সেন্সিটিভ আৰু class boundariesৰ বাবে লগতে L_2 ফ্রিকোয়েন্সিৰ বাবে আৰু Enter টিপক।
03:47 উল্লেখ্য, যে হিস্টোগ্রাম ইয়াত তৈয়াৰ হৈ গৈছে।
03:52 এতিয়া হিস্টোগ্রামক আৰো দৃশ্যমান বা পাঠযোগ্য কৰাৰ বাবে, আমি Move drawing pad ব্যবহাৰ কৰিম আৰু তাৰপিছত আমি ইয়াত drawing pad propertiesৰ উপৰত ৰাইট ক্লিক কৰিম আৰু এই (Distance)দূৰত্বক 5লৈ পৰিবর্তন কৰিম যি প্ৰতিটো বাৰৰ প্রস্থ হয় আৰু Close(বন্ধ কৰক)।
04:15 তাৰপিছত আমি জুম আউট কৰিব পাৰিম।
04:22 আৰু পুনৰায় আঁকাৰ প্যাড(Drawing pad) স্থানান্তৰিত কৰিম।
04:28 উল্লেখ্য যেতিয়া আমি হিস্টোগ্রাম তৈয়াৰ কৰো, এইটোৱে a= 250 মান নির্মাণ কৰে
04:34 A হল প্ৰতিটো বাৰৰ প্ৰস্থ আৰু দৈর্ঘ্যৰ গুণফল
04:41 আমি ইয়াত এই Aৰ মানক উপৰলৈ লৈ যাব পাৰো
04:49 পিছৰ ধাপটো হল, Y অক্ষৰ উপৰত সমান্তৰাল ৰেখাৰ এটা সেট তৈয়াৰ কৰাৰ বাবে স্প্রেডশীট ভিউত বিন্দু আৰু লাইন তৈয়াৰ কৰা।
04:56 আমি এটা নতুন জীয়োজেব্রা উইন্ডো খুলিম।
05:02 এতিয়া জীয়োজেব্রাৰ পৰা যি কোনো কমান্ড ইয়াত সেলত লিখা যাব পাৰে।
05:07 প্ৰথমতে, বিন্দু তৈয়াৰ কৰাৰ বাবে, আপোনি মাত্ৰ এটা বিন্দু দিব লাগিব।
05:19 ইয়াত প্ৰদর্শিত A1 নামৰ বিন্দুৰ উপৰত লক্ষ্য কৰক যি 1, 2 স্থানাঙ্কৰ সৈতে সেল এড্রেস কলম A সাৰি 1ত আছে।
05:34 একেইভাবে, আমি ইয়াত 2.2 লিখিম আৰু এন্টাৰ টিপক, আমি A2 পাম।
05:45 এতিয়া, আমি যদি এই সেল্স দুটাক নির্বাচন কৰি আৰু তাৰপিছত নীলা বর্গক্ষেত্ৰক তললৈ  টানি আনো।
05:54 ইয়াক ইয়ালৈ লৈ আনো।
05:56 এই টিউটোৰিয়েলৰ বাবে, আমি algebra view বন্ধ কৰিম।
06:02 উল্লেখ্য, যে আমি ইয়াত 10টা বিন্দু পাইছো।
06:08 আৰু একেইভাবে আমি কলম Bত কৰিম।
06:16 বিন্দু হিসাবে 1, 4 ৰাখিম, আমি ইয়াত এই বিন্দু পাও, আমি ৰাইট ক্লিক কৰিব পাৰো আৰু শো লেবেল(Show Label) নির্বাচন কৰিম, এইটো সেল ঠিকানা B1 দেখায়।
06:28 আমি লিখিব পাৰো।
06:35 2, 4 আৰু আমি b2 পাও।
06:41 আমি ইয়াক এবাৰ টানো আৰু আমি ইয়াত 10টা বিন্দু পাও।
06:48 এতিয়া, তৃতীয় কলমত আমি যদি ৰেখাংশ তৈয়াৰ কৰিব বিছাৰো,
06:56 আমি জীয়োজেব্রা কমান্ড সেগমেন্ট ব্যবহাৰ কৰিব পাৰো আৰু মানত আমি সেল ঠিকানা A1 দিব পাৰো।
07:08 আমি ইয়াক ইয়ালৈ লৈ আনো।
07:12 B1 আৰু এন্টাৰ টিপক।
07:17 এইটো সেই ৰেখাৰ দৈর্ঘ্য, যি A1 আৰু B1ত আছে।
07:23 এতিয়া আমি মাত্ৰ এই কক্ষটো নির্বাচন কৰিম আৰু এইটোক তলৰ ফালে টানি আনিম, আমি 10-টা সমান্তৰাল লাইনৰ এটা সেট পাও।
07:33 আৰু এটা উল্লেখ্য বিষয় জনা যাব যদি আপোনি options (বিকল্প) আৰু Algebra (বীজগণিত) ত যাই।
07:40 এতিয়া এইটো (Value)মানত আছে, অর্থাত আপোনি কলম C-ত ৰেখাৰ দৈর্ঘ্য দেখিব পাব।
07:44 আমি এইটোক কমান্ডত পৰিবর্তন কৰিব পাৰো আৰু এইটোৱে আমাক কমান্ড প্ৰদর্শন কৰিব।
07:51 এতিয়া নির্দেশিত কাম।
07:55 প্ৰথমে নির্দেশিত কামত নিম্নলিখিত তথ্য ব্যবহাৰ কৰি কোনো এটা বর্গৰ 35 জন ছাত্রৰ ঘৰৰ পৰা স্কুলৰ দূৰত্বৰ এটা histogram তৈয়াৰ কৰক।
08:04 আমাৰ উচৰত আছে ইয়াত class boundaries (বর্গ গণ্ডি) আৰু frequencies (ফ্রিকোয়েন্সিস)।
08:09 তথ্য প্ৰস্তুত কৰাৰ বাবে স্প্রেডশীট ভিউৰ ব্যবহাৰ কৰক, class boundary (বর্গ সীমা) আৰু frequency lists (ফ্রিকোয়েন্সি তালিকা) তৈয়াৰ কৰক।
08:15 তালিকাৰ সৈতে  histogram নির্মাণ কৰাৰ বাবে ইনপুট বাৰৰ ব্যবহাৰ কৰক।
08:18 ফ্রিকোয়েন্সি পৰিবর্তন কৰক আৰু histogramত পৰিবর্তনবোৰ নিৰীক্ষণ কৰক।
08:22 আমি ইতিমধ্যে এই টিউটোৰিয়েলটো ইয়াত নির্মিত কৰি ৰাখিছো।
08:26 লক্ষ্য কৰক,
08:31 ইয়াত histogramৰ উপৰত
08:33 এতিয়া পিছতবর্তী নির্দেশিত কাম।
08:36 দ্বিতীয় নির্দেশিত কামত, আমি স্প্রেডশীট ভিউ ব্যবহাৰ কৰি সমকেন্দ্রি বৃত্ত(concentric circles) তৈয়াৰ কৰিম।
08:43 বৃত্তৰ কেন্দ্ৰ চিহ্নিত কৰাৰ বাবে অঙ্কন প্যাডত বিন্দু A আঁকক, ব্যাসার্ধযুক্ত( Radius) কলম A তৈয়াৰ কৰাৰ বাবে স্প্রেডসীটৰ ব্যবহাৰ কৰক।
08:52 কেন্দ্ৰ Aৰ সৈতে বৃত্ত আৰু কলম Aৰ পৰা ব্যাসার্ধ নির্মাণ কৰাৰ বাবে স্প্রেডসীটৰ কলম Bৰ ব্যবহাৰ কৰক।
08:58 কেন্দ্ৰবিন্দু A-ক স্থানান্তৰিত কৰক আৰু নিৰীক্ষণ কৰক।
09:02 আমি ইয়াত নির্দেশিত কাম নির্মিত কৰিছো।
09:06 কেন্দ্ৰবিন্দুক স্থানান্তৰিত কৰক আৰু
09:10 বৃত্তক নিৰীক্ষণ কৰক।
09:12 স্পোকেন টিউটোৰিয়েল প্ৰকল্প talk to a teacher প্ৰকল্পৰ অংশবিশেষ।
09:18 এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত।
09:23 আপোনি এই সম্বন্ধে আৰু তথ্য এই ওয়েবসাইটত দেখিব পাৰে।
09:27 এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. মই মৌচূমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো. অংশগ্ৰহন কৰাৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Anamika, Mousumi, Pratik kamble