Geogebra/C2/Angles-and-Triangles-Basics/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ. কোণ আৰু ত্রিকোণ মূলতত্বতৰ (Angles and Triangles Basics)  উপৰত জীয়োজেব্রাৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম জনাইছো ।
00:06 যদি আপোনি জীয়োজেব্রা এই প্ৰথমবাৰৰ বাবে ব্যবহাৰ কৰিছে, তেনেহলে স্পোকেন টিউটোৰিয়েল ওয়েবসাইটত "Introduction to Geogebra” টিউটোৰিয়েল চাওক ।
00:14 জীয়োজেব্রাৰ সৈতে আৰম্ভ কৰিবলৈ, আমি লিনাক্স অপাৰেটিং সিস্টেমৰ উবুন্টু সংস্কৰণ 10,04 LTS আৰু জীয়োজেব্রা সংস্কৰণ 3.2.40.0 ব্যবহাৰ কৰিছো ।
00:24 এই টিউটোৰিয়েলটোৰ উদ্দেশ্য জীয়োজেব্রা ব্যবহাৰ কৰি প্ৰশিক্ষন কৰক যে এটা ত্রিভুজৰ অন্ত:কোণতৰ(interior angles) সমষ্টি সর্বদা 180 ডিগ্রী হয় ।
00:33 এই টিউটোৰিয়েলত আমি Polygon বা বহুভুজ , Angle বা কোণ আৰু ইন্সার্ট টেক্সট টুল ব্যবহাৰ কৰা শিকিম ।
00:42 এতিয়া প্ৰথমে 'Polygon' টুল নির্বাচন কৰক । এটা বহুভুজ, এই ক্ষেত্রত এটা ত্রিভুজ আঁকাৰ বাবে , অঙ্কন প্যাডত ক্লিক কৰি তিনটা শীর্ষ নির্বাচন কৰক, তাৰপিছত প্ৰথম শীর্ষত ক্লিক কৰক ।
00:57 ত্রিভুজৰ অন্ত:কোণ পৰিমাপ কৰাৰ বাবে 'এঙ্গেল' টুল নির্বাচন কৰক । আপোনি কোণক দুটা পদ্ধতিত পৰিমাপ কৰিব পাৰে । ঘড়িৰ কাঁটাৰ ফালে তিনটা শীর্ষ বিন্দু A, B তাৰপিছত C ত ক্লিক কৰক । এইটোৱে আলফা নামৰ কোণ(angle) ABC ক মাপ কৰে ।
01:15 দ্বিতীয় উপায় হল ৰেখাংশ নির্বাচন কৰা, যিয়ে কোণ গঠন কৰে । ৰেখাংশ (সেগমেন্ট) 'a' আৰু ৰেখাংশ (সেগমেন্ট) 'b' নির্বাচন কৰক। এইবাৰ ঘড়িৰ কাঁটা বিপৰীত ফালে ঘোৰোৱাত বিটা নামৰ BCA কোণ পাব ।
01:27 একেইভাবে, CABএ কোণ গামাক পৰিমাপ কৰিব ।
01:35 উল্লেখ্য যে, সকলো কোণৰ নামকৰণ গাণিতিক প্ৰচলন অনুযায়ী গ্রিক বর্ণমালা দ্বাৰা কৰা হৈছে।
01:41 আৰু আপোনি যদি শীর্ষবিন্দু CBA ক ঘড়িৰ কাঁটাৰ বিপৰীত ফালে নির্বাচন কৰে, তেনেহলে বহি:কোণ(exterior angle) মাপ কৰা যাব ।
01:53 আপোনাৰ আঁকাৰ ( drawing ) প্যাডত লিখা যুক্ত কৰাৰ বাবে "insert text" টুলৰ ব্যবহাৰ কৰক । তাৰপিছত অঙ্কন প্যাডত কোনো এটা ঠাইত ক্লিক কৰক, এটা টেক্সট উইন্ডো প্ৰদর্শিত হব।
02:07 এতিয়া কোণ ABC প্ৰদর্শন কৰাৰ বাবে আমি এইটোক ডবল কোটত Angle ABC = লিখিম , উদ্ধৃতি চিহ্ন বন্ধ কৰিব, + যুক্ত কৰিব আৰু তাৰপিছত আলফাত ক্লিক কৰিব, OK ত ক্লিক কৰিব । তেনেহলে আমি কোণ ABCৰ মান পাম ।
02:28 একেইভাবে গাণিতিক কাম কৰাৰ বাবে, এই ত্রিভুজৰ অন্ত:কোণতৰ (interior angles) সমষ্টি প্ৰদর্শন কৰাৰ বাবে 'insert text' টুলত ক্লিক কৰক, অঙ্কন প্যাডত ক্লিক কৰক । ডবল  কোটত লিখক Sum of the interior angles of triangle ABC =, ডবল কোট বন্ধ কৰক + বন্ধনী খোলক, alpha+ beta + gamma টিপক, বন্ধনী বন্ধ কৰক আৰু OKত ক্লিক কৰক । এতিয়া আপোনি প্ৰদর্শিত সমষ্টি দেখিব পাৰিছে ।
03:14 এতিয়া মুভ টুল নির্বাচন কৰক, মুক্ত অবজেক্টবোৰক (free objects) স্থানান্তৰিত কৰক, এই ক্ষেত্রত শীর্ষবিন্দু A, B বা C ক স্থানান্তৰিত কৰক আৰু আপোনি লক্ষ্য কৰিব যে অন্ত:কোণতৰ সমষ্টি সকলো সময়ত ১৮০ ডিগ্রী হয় ।
03:32 এই পাঠত মোৰ প্রিয় অংশটোৱে দেখোৱাব যে, যেতিয়া সকলো তিনটা শীর্ষবিন্দু এটা সৰল ৰেখাত থাকে তেতিয়া কিভাবে দুটা অন্ত:কোণক শূন্যলৈ আৰু তৃতীয়টোক ১৮০ ডিগ্রীলৈ অর্থাত এটা সৰলকোণৰ নিচিনা হৈ যায় ।
03:52 ইয়াৰ পিছত, আমি আৰো দুটা বস্তু শিকিম , অঙ্কন প্যাড বৈশিষ্ট্য আৰু জীয়োজেব্রাত অবজেক্টক কিভাবে মুছি পেলোৱা যায় ।
04:04 প্ৰথমে অঙ্কন প্যাড বৈশিষ্ট্য । অঙ্কন প্যাডত কোনো এটা ঠাইত ৰাইট ক্লিক কৰক আৰু তাৰপিছত অঙ্কন প্যাডত ক্লিক কৰক ।
04:14 অঙ্কন প্যাড প্রোপার্টিজ উইন্ডো খুলে । ইয়াত আপোনি অঙ্কন প্যাডৰ পটভূমিৰ ৰঙ(background colour) পৰিবর্তন কৰিব পাৰে ।
04:20 আপোনি ইয়াত X অক্ষ আৰু Y অক্ষ উভয় অক্ষৰ বৈশিষ্ট্য পৰিবর্তন কৰিব পাৰে, আৰু আপোনি ইয়াত গ্রিডৰ বৈশিষ্ট্য পৰিবর্তন কৰিব পাৰে ।
04:31 কিছু বৈশিষ্ট্য যি লক্ষ্য ৰখা জৰুৰি, ইউনিট যিটো আপোনি অক্ষৰ বাবে যোগ কৰিব পাৰে, লেবেলস যিটো আপোনি অক্ষৰ বাবে যোগ কৰিব পাৰে, আৰু X অক্ষ ও Y অক্ষৰ অনুপাত ।
04:43 যেতিয়া আমি সহজ জ্যামিতি কৰো তেতিয়া সাধাৰণতে এইটোক 1:1 অনুপাতত ৰখা পছন্দ কৰা হয় ।
04:49 যেতিয়া আপোনি সকলো বন্ধ কৰিব, তেতিয়া সকলো পৰিবর্তন যি আপোনি কৰিছিলে সেইবোৰ সংৰক্ষিত হব।
04:54 এতিয়া অঙ্কন প্যাডত এটা অবজেক্ট মুছি পেলোৱাৰ বাবে, অবজেক্টৰ উপৰেৰে মাউসটো স্হানান্তৰ কৰক, আমি বহিঃকোণৰ উপৰত মাউস স্থানান্তৰ কৰিম, ৰাইট ক্লিক কৰিম, আপোনি এতিয়া ইয়াত অবজেক্টৰ নাম প্ৰদর্শিত হোৱা লক্ষ্য কৰিব, তাৰপিছত ডিলীটত ক্লিক কৰিলে অবজেক্টটো মুছি যাব  ।
05:15 অবজেক্টটোক মুছি পেলোৱাৰ আৰু এটা উপায় হল বীজগাণিতিক(এলজেব্রা)ভিউত অবজেক্টটো নির্বাচন কৰা, ইয়াত ৰাইট ক্লিক কৰক আৰু ডিলীট টিপক ।
05:25 লক্ষ্য কৰক যেতিয়া আমি কোণ গামা মুছি পেলাও, তেতিয়া এই লেখাটোও অন্তর্হিত হৈ যায় কাৰণ এইটো কোণ গামাৰ উপৰত নির্ভৰশীল ।
05:35 যদি আমি মুছি পেলোৱাবোৰক আন্ডু কৰিব চাও তেনেহলে এডিট আৰু তাৰপিছত আন্ডু ক্লিক কৰক অথবা CTRL Z টিপক ।
05:45 জীয়োজেব্রাত একাধিক অবজেক্ট মুছি পেলোৱাৰ বাবে সহজতম উপায় হল অঙ্কন প্যাডত কোনো এটা ঠাইত বাও ক্লিক কৰক, সমস্ত অবজেক্টৰ উপৰত মাউস টানি আনক যিবোৰ আপোনি মুছি পেলাবলৈ বিছাৰে , মাউস-টো এৰি দিয়ক। সমস্ত অবজেক্ট নির্বাচিত আছে আৰু তাৰপিছত আপোনাৰ কীবোর্ডত ডিলীট টিপক ।
06:05 আকৌ এবাৰ আন্ডুত ক্লিক কৰি ইয়াক আন্ডু কৰক ।
06:10 এতিয়া, আমি এবাৰ লেখাটোৰ(text) শব্দবিন্যাস(সিনট্যাক্স) ব্যাখ্যা কৰিব চাও ।
06:17 লেখাখিনি(Text) যেনেকৈ প্ৰদর্শিত হব লাগে তেনেকৈ কৰিব, সেইটোক উদ্ধৃতি চিহ্নত ৰখা দৰকাৰ, যেনে এই উদাহৰণত দেখোৱা হৈছে।
06:25 জীয়োজেব্রা ভেৰিয়েবলৰ মানৰ বাবে ভেৰিয়েবল নাম ব্যবহাৰ কৰক যেনেকৈ কোট (quotes) নোহোৱাকৈ বীজগাণিতিক দৃশ্যত (এলজেব্রা ভিউ) দেখোৱা হৈছে ।
06:34 মানৰ লগত গাণিতিক কার্য কৰাৰ বাবে বন্ধনীত ভেৰিয়েবলবোৰ ব্যবহাৰ কৰক ।
06:40 অবশেষত লেখা কন্ক্যাটিনেট বা সংযোগ কৰাৰ বাবে + চিহ্ন ব্যবহাৰ কৰক ।
06:46 ইয়াৰ পিছত আমি কোণ আৰু লেখাৰ(text) ৰঙ মিলোৱা কিছু উপায় চাম ।
06:59 এতিয়া আমি যদি লেখাৰ ৰঙ পৰিবর্তন কৰিবলৈ চাও তেনেহলে আমি ৰাইট ক্লিক কৰিম আৰু (Object Properties) নির্বাচন কৰিম, color ত যাওক আৰু ৰঙ পৰিবর্তন কৰক, তাৰ পিছত closeত টিপক ।
07:12 এতিয়া আমি ইয়াত কোণলৈ যাব পাৰো ৰাইট ক্লিক কৰি (Object Properties) চয়ন কৰিম , ইয়াত আমি বর্তমান উইন্ডো চয়ন কৰিব পাৰো আৰু সঠিক মিলাবলৈ এই ৰঙত টিপিব পাৰে ।
07:26 একেইভাবে যদি আমি জুম ইন আৰু জুম আউট কৰিব চাও তেনেহলে আমি ইয়াত জুম ইন- ৰ বাবে জুম ইন আৰু জুম আউট- ৰ বাবে জুম আউট বিকল্পৰ ব্যবহাৰ কৰিম, অঙ্কন প্যাডত(drawing pad) ক্লিক কৰিব জুম আউট কৰিবলৈ ।
07:47 কোণৰ একক পৰিবর্তনৰ বাবে আমি বিকল্প (অপশন), কোণ ইউনিটত(Angle unit) যাব পাৰো আৰু ডিগ্রীৰ পৰা ৰেডিয়ানস- লৈ পৰিবর্তন কৰিব পাৰো ।
08:02 সেয়ে সংক্ষিপ্তৰ বাবে আমি জানো কিভাবে কোণৰ পৰিমাপ ৰেডিয়ানস পৰা ডিগ্রী লৈ পৰিবর্তন কৰে, আমি জুম ইন আৰু জুম আউটও কৰিব পাৰো ।
08:15 এতিয়া নির্দেশিত কাম ।
08:19 প্ৰশিক্ষন কৰাৰ বাবে আঁকক যে এটা ত্রিভুজৰ বহি:কোণৰ বিপৰীত অন্ত:কোণ বোৰৰ সমষ্টিৰ সমান হয় ।
08:28: নিম্নলিখিত ধাপবোৰ কৰক, বহুভুজ (পলিগন) টুলটো ব্যবহাৰ কৰি এটা ত্রিভুজ আঁকক ।
08:32 line through two points টুল ব্যবহাৰ কৰি যি কোনো এটা দিশৰ ফালে আগবড়াওক ।
08:36 বহি:কোণ আৰু বিপৰীত অন্ত:কোণ-বোৰ পৰিমাপ কৰাৰ বাবে কোণ (Angle ) টুল ব্যবহাৰ কৰক ।
08:41 ফলাফল দেখোৱাৰ বাবে ইনসার্ট টেক্সট টুল ব্যবহাৰ কৰক, মুভ টুল ব্যবহাৰ কৰি আৰু মুক্ত অবজেক্টবোৰ স্হানান্তৰ কৰি ইয়াক প্ৰশিক্ষন কৰক ।
08:49 মই আপোনাক দেখোৱাম, যে আমি কৰিছো, আপোনাক মাত্ৰ মুভ টুল ব্যবহাৰ কৰি তাৰপিছত মুক্ত অবজেক্টবোৰ(free objects) স্হানান্তৰ কৰি।
08:57 আপোনি দেখিব যে বহি:কোণ সর্বদা বিপৰীত অন্ত:কোণ-বোৰৰ সমষ্টিৰ সমান হয় ।
09:08 স্পোকেন টিউটোৰিয়েল প্ৰকল্প talk to a teacher প্ৰকল্পৰ অংশবিশেষ ।
09:14 এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত ।
09:20 আপোনি এই সম্বন্ধে আৰু তথ্য এই ওয়েবসাইটত দেখিব পাৰে ।
09:24 এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. মই মৌচূমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো. অংশগ্ৰহন কৰাৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Anamika, Mousumi