Gedit-Text-Editor/C2/Handling-Tabs/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Handling tabs এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:04 এই টিউটোৰিয়েলত, মই ট্যাবক Add, move, re-order আৰু বন্ধ কৰা শিকিম।
00:13 ফাইলবোৰ ব্ৰাউজ আৰু খুলিবলৈ Side Panel ব্যবহাৰ কৰক।
00:19 লাইন সংখ্যা লিখক আৰু টেক্সট Wrap কৰক।
00:22 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ, মই উবুন্টু লিনাক্স 14.04 অপাৰেটিং সিস্টেম, gedit 3.10 ব্যবহাৰ কৰিছো।
00:32 টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ যি কোনো এটা অপাৰেটিং সিস্টেমৰ সম্পর্কে জানিব লাগিব।
00:38 gedit Text editor খুলক।
00:42 ডিফল্টৰুপে, gedit Text editor ত Untitled Document 1 নামৰ ট্যাব আছে।
00:49 এতিয়া, টিউটোৰিয়েলটো ৰখাওক আৰু স্ক্ৰীনত প্ৰদর্শিত কোড লিখক।
00:56 এইটো C প্ৰোগ্ৰামিং ল্যাঙ্গুয়েজ।
00:58 প্ৰোগ্ৰামটোক সংৰক্ষণ কৰক।
01:01 কীবোর্ডত একেসৈতে Ctrl + S কী টিপক।
01:06 Save ডায়লগ বাক্সত sample dot c নামটো লিখক।
01:11 Extension ‘c’ ইঙ্গিত কৰে যে এইটো C ল্যাঙ্গুয়েজ প্ৰোগ্ৰামিং।
01:16 ফোল্ডাৰটো চয়ন কৰক যত ফাইলটোক সংৰক্ষণ কৰিব বিচাৰে।
01:20 মই Desktop চয়ন কৰিম আৰু তাৰপিছত Save বোতামত ক্লিক কৰিম।
01:25 ট্যাবৰ নাম sample dot c লৈ সলনি হৈ যায়।
01:29 ফাইলটো সংৰক্ষণ কৰাৰ পিছত আপোনি প্ৰোগ্ৰামটোত থকা বিভিন্ন ৰং লক্ষ্য কৰিছেনে?
01:35 ইয়াৰ কাৰণ হল gedit Text editorএ লেখা কোডক C প্ৰোগ্ৰাম হিসাবে জানে।
01:42 আমি পৰবর্তী টিউটোৰিয়েলত সিনট্যাক্স হাইলাইট সম্পর্কে আৰু শিকিম।
01:47 লগতে স্ট্যাটাস বাৰ লক্ষ্য কৰক যি C ত সলনি হৈ গৈছে।
01:52 মই চাব পাৰো যে উইন্ডোৰ নামও sample dot c ত সলনি হৈ গৈছে।
01:57 নতুন ট্যাব জুড়াবলৈ, মেন মেনুৰ পৰা, File আৰু New ত ক্লিক কৰক।
02:04 sample.c ডকুমেন্টৰ সোফালে Untitled Document 1 নামৰ নতুন ট্যাব তৈয়াৰ হৈছে।
02:12 আকৌ এবাৰ, উইন্ডোৰ শীর্ষত থকা শিৰোনাম Untitled Document 1 ত সলনি হৈ গৈছে।
02:18 সেয়ে, সক্ৰিয় ট্যাবৰ নাম উইন্ডোৰ শিৰোনাম হিসাবে দেখায়।
02:23 এতিয়া, ট্যাবক অন্য উপায়েৰে খোলা শিকো।
02:27 টুলবাৰত New আইকনত ক্লিক কৰক।
02:31 আৰু এটা ট্যাব Untitled Document 2 তৈয়াৰ হয়।
02:35 ট্যাবৰ ক্ৰমাঙ্কন 1ৰ পৰা আৰম্ভ হয় আৰু প্ৰতিটো খোলা নতুন ট্যাবৰ বাবে 1 দ্বাৰা বৃদ্ধি হয়।
02:43 এইবাবেই এই ট্যাবটো 2 সংখ্যাযুক্ত।
02:47 একেইভাবে, আৰো দুটা নতুন ডকুমেন্ট বনাও।
02:52 এতিয়া, আমাৰ উছৰত sample.c সহ 5 টা ট্যাব আছে।
02:58 মই এই ট্যাবৰ পৰা কিভাবে নেভিগেট কৰিম।
03:01 লক্ষ্য কৰক, ট্যাব বাৰৰ উভয় প্ৰান্ত ত্ৰিভুজাকাৰ বোতাম আছে।
03:07 আপোনি এই বোতামৰ ব্যবহাৰ ট্যাবৰ মাধ্যমে নেভিগেটৰ বাবে কৰিব পাৰে।
03:12 বাও ত্ৰিভুজীয় বোতামত ক্লিক কৰক, যেতিয়ালৈকে sample.c ডকুমেন্ট দৃশ্যমান নহয়।
03:19 ট্যাবক কিভাবে বন্ধ কৰিম? এইটো খুবেই সহজ।
03:22 মেন মেনুৰ পৰা, File আৰু Close ত ক্লিক কৰক।
03:27 নতুবা, আপোনি কেবল ট্যাবৰ X বোতামত ক্লিক কৰিব পাৰে।
03:32 একেইভাবে Untitled Document 2 আৰু 3 বন্ধ কৰক।
03:39 সেয়ে, এতিয়া sample dot c, Untitled Document 1 আৰু Untitled Document 4 আছে।
03:47 এতিয়া, আৰো দুটা নতুন ডকুমেন্ট জুড়ো।
03:52 এই দুটা নতুন ট্যাবৰ নাম হল Untitled Document 2 আৰু 3.
03:57 ডকুমেন্টবোৰ ক্ৰমাঙ্কিত বা ক্ৰমত আছে, যেনে ইয়াতে দেখোৱা হৈছে।
04:03 অর্ডাৰ gedit এৰ নিম্ন সংস্কৰণৰ বাবে ভিন্ন হব পাৰে।
04:08 সংস্কৰণত কিছু পার্থক্য থাকিব আৰু শিক্ষার্থীয়ে এইবোৰ পৰিচালনা কৰিবলৈ প্ৰস্তুত থাকা উচিত।
04:15 এতিয়া ট্যাববোৰক পুনৰায় সজাও।
04:18 প্ৰথমে, Untitled Document 1 চয়ন কৰক।
04:21 মাউসৰ বাও বোতাম টিপি এইটোক sample.c ফাইলৰ বাওফালে ৰাখক।
04:27 মাউসৰ বাও বোতামটো এৰি দিয়ক।
04:30 ট্যাবটো পুনৰায় সজোৱা হৈছে।
04:33 একেইভাবে, ট্যাব 2 আৰু 4 ক পুনৰায় সজাও।
04:38 ইয়াৰ পিছত ট্যাবক অন্য উইন্ডোলৈ পদক্ষেপ কৰা শিকো।
04:42 প্ৰথমে sample.c ট্যাব চয়ন কৰক যাক মই পদক্ষেপ কৰিবলৈ বিছাৰো।
04:47 তাৰপিছত ট্যাবত সো ক্লিক কৰি Move to New Window চয়ন কৰক।
04:52 sample.c নতুন উইন্ডোত খোলে।
04:56 Untitled Documents সহ অন্য উইন্ডোত যাবলৈ sample.c ৰ পৰা উভতি যাও.
05:02 মেন মেনুত যাওক, View আৰু Side Panel ত ক্লিক কৰক।
05:07 সাইড প্যানেল উইন্ডোৰ বাও ফালে খোলে।
05:12 আপোনি সাইড প্যানেলত থকা সকলো ডকুমেন্টৰ নাম চাব পাৰে।
05:17 এইটো একেই ক্ৰমত আছে যেনেকৈ সিহতে উইন্ডো প্যানেলত দেখাইছিলে।
05:22 সাইড প্যানেলত Untitled Document 2 ত ক্লিক কৰক।
05:27 এই ডকুমেন্টটো এতিয়া সক্ৰিয় হৈ যায়।
05:31 ডকুমেন্টটো gedit Text editor উইন্ডোত পুনৰায় সজাও, যেনেকৈ আগত কৰিছিলো।
05:37 Untitled Document 4 ট্যাবত ক্লিক কৰক।
05:40 ফাইলটোক অন্তিম ট্যাবৰ পিছত ক্লিক, ড্ৰেগ আৰু ড্ৰপ কৰক।
05:46 লক্ষ্য কৰক যে ডকুমেন্টৰ ক্ৰম সাইড প্যানেলতও সলনি হৈ গৈছে।
05:52 সাইড প্যানেল বন্ধ কৰিবলৈ, উপৰৰ সোফালে X বোতামটোত ক্লিক কৰক।
05:58 এতিয়া শিকো যে gedit Text editor ফাইলত নির্দিষ্ট লাইন সংখ্যায়লৈ কিভাবে যায়।
06:04 sample.c ফাইলত যাওক।
06:07 মেন মেনুৰ পৰা, Search আৰু Go to Line ত ক্লিক কৰক।
06:12 Go to Line ডায়ালগ বাক্স gedit Text editor উইন্ডোৰ উপৰৰ সোফালে দেখায়।
06:20 ডায়ালগ বাক্সত, সংখ্যা 8 লিখক আৰু Enter টিপক।
06:26 কার্সাৰটো লাইন 8 ত আহে। মই লাইন সংখ্যা 8 ক স্ট্যাটাস বাৰতোও চাব পাৰো।
06:33 কিন্তু, কার্সাৰক সনাক্ত কৰিবলৈ সহজ লাগিব যদি লাইন সংখ্যা টেক্সটৰ সৈতে দেখায়।
06:40 কোডৰ লাইন সংখ্যা চাবলৈ, মেন মেনুৰ পৰা, Edit আৰু Preferences চয়ন কৰক।
06:47 gedit Preferences ডায়লগ বাক্স দেখায়।
06:50 View ট্যাবত ক্লিক কৰক।
06:52 Display line numbers বিকল্পত চেক মার্ক কৰক।
06:56 Highlight current line বিকল্পত চেক মার্ক কৰক। Close বোতামত ক্লিক কৰক।
07:04 লক্ষ্য কৰক যে লাইন সংখ্যা কোডৰ বাওফালে দেখায়।
07:09 নতুবাও, লাইন যাৰ উপৰত কার্সাৰ আছে তাক বোল্ডত প্ৰদর্শিত হয়।
07:14 ইয়াৰ পিছত মই টেক্সট wrapping সম্পর্কে শিকিম।
07:18 প্ৰোগ্ৰামত কোডৰ লাইন gedit Text editor উইন্ডোৰ দৈর্ঘ্যৰতচে অধিক হব পাৰে।
07:24 এতিয়া টেক্সটৰ সম্পূর্ণ লাইন পড়িবলৈ অসুবিধা হয়।
07:29 Text wrappingএ টেক্সটক উইন্ডোৰ আকাৰত wrap কৰিবলৈ সাহায্য কৰে।
07:34 sample.c প্ৰোগ্ৰামত উভতি যাওক।
07:37 মেন মেনুৰ পৰা Edit আৰু তাৰপিছত Preferences ত ক্লিক কৰক।
07:43 লক্ষ্য কৰক যে Enable text wrapping বিকল্পটো ডিফল্টৰুপে চেক আছে।
07:50 এই বাক্সটোক আনচেক কৰক। Close বোতামত ক্লিক কৰক।
07:55 মই প্ৰোগ্ৰামৰ শেষত কোডৰ এটা লাইন যোগ কৰো।
08:00 লক্ষ্য কৰক যে টেক্সটৰ দৈর্ঘ্য উইন্ডোৰ আকাৰতকৈ বেছি হৈ গৈছে।
08:05 এতিয়া, Enable text wrapping বিকল্পটো চেক কৰক।
08:10 টেক্সট সুন্দৰভাবে উইন্ডোত ফিট হৈ গৈছে।
08:15 ইয়াৰ সৈতে মই টিউটোৰিয়েলৰ শেষলৈ আহিছো। সংক্ষেপে :
08:20 ইয়াতে মই ট্যাবক Add, move, re-order আৰু বন্ধ কৰা শিকিছো।
08:26 ফাইলবোৰক ব্ৰাউজ আৰু খুলিবলৈ সাইড প্যানেল ব্যবহাৰ কৰা।
08:30 লাইন সংখ্যাৰ সম্মিলিত কৰা আৰু টেক্সট Wrap কৰা।
08:34 ইয়াতে এটা অনুশীলনী আছে।
08:37 gedit Text Editor ত 5 টা নতুন ট্যাব বনাওক।
08:41 তাক One, Two,Three, Four আৰু Five হিসাবে সংৰক্ষণ কৰক।
08:47 এতিয়া ট্যাবক Three, Two, One, Five আৰু Four হিসাবে পুনৰায় সাজাওক।
08:54 সাইড প্যানেল খুলক।
08:56 সাইড প্যানেলত ফাইল Five ত ক্লিক কৰক আৰু কিছু টেক্সট লিখক।
09:01 নিম্ন লিঙ্কত দিয়া ভিডিওটো প্ৰকল্পক সাৰসংক্ষেপে বোঝায়। এইটোক ডাউনলোড কৰি চাওক।
09:08 স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষাত পাস কৰিলে সার্টিফিকেট দিয়ে।
09:17 অধিক তথ্যৰ বাবে, আমালৈ লিখক।
09:21 আপোনাৰ এই স্পোকেন টিউটোৰিয়েলত কোনো প্ৰশ্ন আছে? এই সাইটত যাওক।
09:26 মিনিট আৰু সেকেন্ড চয়ন কৰক যত প্ৰশ্ন আছে। আপোনাৰ প্ৰশ্ন সংক্ষেপে ব্যাখ্যা কৰক।
09:32 আমাৰ দলৰ কোনো এজনে ইয়াৰ উত্তৰ দিব।
09:36 স্পোকেন টিউটোৰিয়েল প্ৰকল্পটো ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা পৰিচালিত।
09:43 এই মিশন সম্পর্কে আৰো তথ্য এই লিঙ্কত উপলব্ধ।
09:48 আইআইটো বোম্বেৰ পৰা মই বিদায় লৈছো। অংশগ্ৰহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi