GIMP/C2/Using-Layers-Healing-Cloning-Tools/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:21 নমস্কাৰ দৰ্শক সকল. Meet The GIMP ৰ স্পোকেন টিউতোৰিয়েললৈ স্বাগতম জনাইছো .
00:25 আগৰ তিউতৰিয়েলত মই আপোনালকক এই ছবিখনৰ সৈতে এৰিছিলো ।
00:30 মই জাহাজখন এই ছবিখনত আৰু অলপ বেছি গাঢ় কৰিব বিছাৰিছো ।
00:34 আৰু এইতো কৰাৰ সকোলোতকৈ ভাল পথতো হৈছে লেয়াৰ্চৰ সৈতে কাম কৰা ।
00:40 গতিকে মই ছবিখনত ডাঙৰকৈ চাম য’ত জাহাজখন আছে ।
00:52 আৰু মই নতুল লেয়াৰ যোগ দিয়াৰ অপচনত ক্লিক কৰিম আৰু সহজ ভাবে নতুন লেয়াৰ এটা যোগ কৰিম ।
01:01 মই এই লেয়াৰতো ছিপ নামেৰে নামাংকন কৰিছো আৰু মই লেয়াৰ ফিল তাইপতো ত্ৰেঞ্চপাৰেঞ্চি হিছাবে বাছি লৈছো
01:11 এতিয়া পাছৰ পদক্ষেপতো হৈছে ৰঙৰ চেনেল তিনিটাৰ উজ্জলতা হ্ৰাস কৰা আৰু এইতো কৰিবলৈ মই এইবাৰো মাল্টিপ্লাই মোদতো ৱ্যবহাৰ কৰিব লাগিব ।
01:22 মই ইয়াত ধূসৰ বৰনৰ ৰং অন্য ৰঙৰ সৈতে পূৰন কৰোতে ৱ্যবহাৰ কৰিম কাৰন ই ছবিখনত জাহাজখন গাঢ় হোৱাত সহায় কৰিব ।
01:34 গতিকে মই কালাৰ চিলেকচন মোদৰ অপচনলৈ গৈছো আৰু মই ভাল ধুসৰ বৰনৰ ৰঙৰ ছা নপোৱালৈকে শ্লাইদাৰতো তললৈ তানি আনি ধূসৰ ৰঙৰ পৰিমান কমাইছো ।
01:52 আৰু এতিয়া মাত্ৰ ধূসৰ ৰঙতো ছবিখনত তানি আনক আৰু আপোনালোকে ক’লা জাহাজৰ সৈতে গাঢ় ছবি এখন পাব ।
02:02 লেয়াৰ দাইল’গলৈ উভতি আহি,মই ধূসৰ ৰঙৰ লেয়াৰ অন আৰু অফ কৰি আৰু অপাচিতি শ্লাইদাৰৰ সহায়ত ধূসৰ ৰঙৰ গাঢ়তা নিয়ন্ত্ৰন কৰিব পাৰিম ।
02:18 কিন্তু লেয়াৰৰ প্ৰভাব গোতেই ছবিখনত প্ৰয়োগ কৰা গৈছে আৰু মই জাহাজখনৰ চাৰিওফালে প্ৰভাবতো থকাতো নিবিচাৰো ।
02:28 সেইতো কৰাৰ বাবে মই এটা লেয়াৰ মাচ্‌ক ৱ্যবহাৰ কৰিছো।
02:31 এটা লেয়াৰ মাচ্‌কে নিৰ্ধাৰিত কৰে ক’ত লেয়াৰতো দেখা পাব লাগে আৰু ক’ত এইতো দেখা পাব নালাগে ।
02:38 শ্ছিপ নামেৰে নামাংকন কৰা লেয়াৰলৈ মই গৈছো আৰু মই লেয়াৰত সোফালে ক্লিক কৰিছো,আৰু তাৰ পাছত এদ লেয়াৰ মাচ্‌ক অপচনতো বাছি লৈছো আৰু মই ইনিচিয়েলাইজ লেয়াৰ মাচ্‌কত ক’লা ৰং বাচি লৈছো কাৰন ক’লা ৰঙে সকোলো লেয়াৰ লুকায় থকাত সহায় কৰে আৰু ব’গা ৰঙে সকোলো লেয়াৰ দেখাত সহায় কৰে ।
02:58 আৰু অন্য এইবোৰ অপচনৰ বিষয়ে ভবিষ্যতৰ তিউতৰিয়েলবোৰত আলোচনা কৰিম। এদত ক্লিক কৰক।
03:08 আপোনালোকে দেখা পাইছে যে লেয়াৰৰ কোনো প্ৰভাব নাই।
03:11 মই লেয়াৰ অন আৰু অফ কৰিব পাৰো ,কিন্তু লেয়াৰ মাচ্‌ক যোগ দিয়াৰ পাছত কোনো প্ৰ্ভাব নাথাকে ।
03:18 কিন্তু মই লেয়াৰ মাচ্‌কৰ ভিতৰত ৰং দিব পাৰিম আৰু অন্য কিছুমান সংস্কৰন কৰা সজুলি ৱ্যবহাৰ কৰিব পাৰিম ।
03:24 আৰু মই যেতিয়া ৰং দিম আৰু সজুলিবোৰ ৱ্যবহাৰ কৰিম, প্ৰ্ভাবতো ছবিখনৰ ভিতৰত দেখা যাব ।
03:31 লেয়াৰৰ ভিতৰত ৰং কৰাৰ বাবে মই ব’গা ৰং আগপিনৰ ৰং হিচাবে আৰু ক’লা ৰং পিছফালৰ ৰং হিচাবে ৱ্যবহাৰ কৰিম ।
03:41 মই ব্ৰাচ তুলত ক্লিক কৰিছো,অপচন দাইল’গলৈ গৈছো আৰু এডাল ব্ৰাচ বাচি লৈছো যিতো ১৯ পিক্সেল ঘুৰনীয়া হয়।
03:54 আৰু মই আকৌ লেয়াৰ দাইল’গলৈ লেয়াৰ মাচ্‌কতো বচা গৈছে নে চাবলৈ যাম কাৰন মই লেয়াৰতো নহয় লেয়াৰ মাচ্‌কতোহে ৰং কৰিব লাগে।
04:06 মোক আপোনালোকক ফলাফল দেখাবলৈ দিয়ক ।
04:09 মই লেয়াৰ মোদতো নৰ্মেল লেয়াৰ মোদ লৈ পৰিবৰ্তন কৰিছো আৰু আপোনালোকে দেখিছে যে আগৰ লেয়াৰ ছবিখনত অদৃষ্ট হৈছে ।
04:18 মই ইয়াত এডাল ব্ৰাচ বাচি লৈছো আৰু জাহাজখনৰ অংশত ৰং দিবলৈ আৰম্ভ কৰিছো আৰু আপোনালোকে দেখিছে যে এটা ধূসৰ ৰঙৰ লেয়াৰ দেখা গৈছে ।
04:30 এতিয়া মই যেতিয়া গোতেই লেয়াৰতোয়ে বাচি ল’ম আৰু ৰং কৰিম,আপোনালোকে দেখা পাইছে যে লেয়াৰতো এতিয়া ধূসৰ বৰনৰ ৰঙেৰে নহয় ব’গা ৰঙেৰেহে ৰং কৰা গৈছে ।
04:41 মই আকৌ লেয়াৰ মাচ্‌কতো বাচি লৈছো আৰু আগফালৰ ৰং ক’লা কৰিবলৈ আৰু পিছফালৰ ৰং ব’গা কৰিবলৈ‘x’ কি তো দবাইছো
04:51 আৰু ব’গা ৰঙেৰে মোৰ লেয়াৰ মাচ্‌কত ৰং কৰা আৰম্ভ কৰিছো ।
04:55 আৰু ক’লা ৰঙৰ বাবে ছবিখন লুকাই আছে ।
05:04 ctrl + z দবাই মই নিবিছৰা পৰিনাম বিলাগ অতি সহজে নোহোৱা কৰিব পাৰিম আৰু ইয়াত আমি লেয়াৰ মাচ্‌ক ৰং কৰিবলৈ উভতি আহিছো ।
05:14 এতিয়া মই পিছফালৰ ৰং ক’লা ৰঙলৈ আৰু আগফালৰ ৰং ব’গা ৰঙলৈ পৰিবৰ্তন কৰিছো আৰু জাহাজখনৰ গাথনিবিলাগ পূৰ কৰিবলৈ আৰম্ভ কৰিছো ।
05:29 মই ভাবো নৰ্মেল মোদত ৰং কৰাতো বেছি সহজ।
05:34 আমি নৰ্মেল মোদত ৰং কৰাৰ পিছত ধূসৰ বৰনৰ জাহাজ পাইছো বাবে, মাল্‌তিপ্লাই লেয়াৰ মোদত কৰাতকৈ এইতো পিছফালৰ পৰা এইতোৰ পাৰ্থক্য কৰিবলৈ সহজ হৈছে।
05:55 জাহাজখনৰ তীক্ষ্ণ কোনবোৰত ৰং কৰাৰ বাবে মই ব্ৰাচৰ আকাৰ কমাই দিছো ।
06:01 আপোনালোকে সৰু ব্ৰাচ এডাল তিনিতা বেলেগ বেলেগ পদ্ধতিৰে বাচি লব পাৰে ।
06:06 প্ৰথমতো হৈছে মাপকাঠি ৱ্যবহাৰ কৰা ব্ৰাচৰ আকাৰ কমাবলৈ।
06:12 দ্বিতীয় পথতো হৈছে ইয়াত সৰু নীলা ত্ৰিকোনত ক্লিক কৰা আৰু যিকোনো আকাৰৰ ব্ৰাচ বাচি লোৱা আৰু অন্যথা আপোনালোকে চাৰিকোনিয়া ব্ৰেকেতত লিখিও কৰিব পাৰে ।
06:27 চাৰিকোনিয়া ব্ৰেকেত খুলিলে ব্ৰাচৰ আকাৰ কমিব আৰু চাৰিকোনিয়া ব্ৰেকেত বন্ধ কৰিলে ব্ৰাচৰ বাঢ়িব।
06:40 মই সৰু ব্ৰাচ ক্ষুদ্ৰ অংশৰ বাবে ৱ্যবহাৰ কৰিব বিচাৰো গতিকে মই খোলা চাৰিকোনিয়া ব্ৰেকেতত দবাম ।
06:47 কিন্তু আপোনালোকে কল্পনা কৰিব পাৰিছে মই ইয়াত কি কৰিব লাগিব আৰু আপোনালোকে গোতেই জাহাজখন ৰং কৰাৰ বাবে মোলৈ চাব নালাগে।
07:00 এতিয়া মই গোতেই জাহাজখন ধূসৰ ৰঙৰ লেয়াৰেৰে ৰং কৰাতো শেষ কৰিলো ।
07:05 মই ক’ত বেছি ৰঙৰ ধাৰ কৰিছো সেই ঠাই বিলাগ বিচাৰিব লাগিব
07:11 গতিকে মই লেয়াৰ মোদতো মাল্‌তিপ্লাই মোদঅলৈ সলাইছো আৰু অপাচিতি শ্লাইদাৰতো অকনমান কমাইছো ।
07:19 অপাচিতি শ্লাইদাৰতো এনেধৰনে মিলোৱা যাতে আপোনালোকে এখন গাঢ় জাহাজ ছবিখনত পাই ।
07:26 আৰু মই অতি সুন্দৰ কাম কৰিছো ।
07:30 কিন্তু মই জাহাজখনৰ সন্মুখৰ পিনে থকা নদীৰ বহি:পৃষ্ঠৰ পৰা মই বেছি সুখি নহয়
07:37 আৰু মই ইয়াক আৰু অলপ বেছি উজ্জল বনাব লাগিব ।
07:42 গতিকে মই আগফালৰ ৰং ক’লা ৰঙলৈ ‘x’কি দবাই পৰিবৰ্তন কৰিছো আৰু ইয়াক জাহাজখনতকৈ কম গাঢ় কৰিবলৈ জাহাজখনৰ আগপিনে থকা নদীৰ বহি:পৃষ্ঠত ক’লা ৰঙেৰে ৰং কৰা আৰম্ভ কৰি দিছো ।
08:04 মোৰ ছবিখনৰ ওপৰত এবাৰ কাম শেষ হোৱাৰ পিছত মই এই ফলাফলতো নিৰিক্ষন কৰিব লাগিব
08:13 এতিয়া মই কৰা কামতো পৰীক্ষা কৰা যাওক
08:17 মই যুম মোদ ৱ্যবহাৰ কৰি ছবিখনৰ ভিতৰত ডাঙৰকৈ চাইছো আৰু মই মাত্ৰ অপাচিতি শ্লাইদাৰতো ঘুৰাই জাহাজখন আৰু অলপ গাঢ় আৰু উজ্জল কৰিব পাৰো ।
08:29 মই ভাবো এইতো দেখিবলৈ ভাল হৈছে আৰু মই লেয়াৰ মাচকিং কৰি ভাল কাম কৰিছো।
08:38 কিন্তু মই ভাবো যে জাহাজখনৰ ৰঙতো সামান্য অনুজ্বল হৈছে আৰু এইতো সম্ভব কাৰন জাহাজখনৰ স্তৰতো ৰং শুধ্য কৰা স্তৰৰ ওপৰত আছে আৰু সিহতে জাহাজখনৰ স্তৰ পোৱাৰ আগতে কাম কৰি আছে গতিকে মই মাত্ৰ জাহাজৰ স্তৰতো ৰং শুধ্য কৰা স্তৰবোৰৰ তলত নমাম ।
08:59 আৰু এতিয়া আপোনালোকে পৰিবৰ্তনতো দেখা পাব, জাহাজখনৰ ৰঙতো এতিয়া উজ্জলতাহীন হৈছে ।
09:06 এতিয়া মই সম্পুৰ্ন ছবিখন চাব পাৰিম আৰু চমু বাটৰ কি(key)তো হৈছে Shift+ Ctrl +E ।
09:14 আৰু মই ভাবো এইতো পাছপিনৰ ৰং,চৰাইবোৰ আৰু জাহাজখনৰ মাজত সম্পুৰ্নভাবে ভাল ভাৰসাম্য,সম্ভবত জাহাজখনৰ প্ৰগাঢ়তা মই অলপ তলৰপিনে নমাই দিয়াতো উচিত হব ।
09:28 আৰু এইতো এতিয়া দেখিবলৈ ভাল হৈছে ।
09:38 মই ভাবো এইতো সকলোতকৈ ভাল হৈছে ।
09:45 মই যেতিয়া ছবিখন ক’লা নকৰাকৈ আৰু জাহাজ লেয়াৰ নোহোৱাকৈ তুলনা কৰিছো আৰু জাহাজৰ লেয়াৰত চৰাইবোৰ আৰু জাহাজখন সম্পুৰ্ন ক’লা হৈছে আৰু মই ভাবো মই লেয়াৰ মাচ্‌ক ৱ্যবহাৰ কৰি এই ছবিখনৰ বাবে এটা ভাল ফলাফল পাইছো
10:00 মই সকোলো লেয়াৰ তুলৰ সহায়ত যেতিয়াই বিচাৰো পৰিনাম সলনি কৰিব পাৰো ।
10:08 মই প্ৰায় এটা কথা পাহৰিয়ে আছো যে মই লেয়াৰ মাচ্‌কতো খুব তীক্ষ্ণতাৰে ৰং কৰিছো আৰু মই যেতিয়া ছবিখন ডাঙৰকৈ চাম আপোনালোকে দেখা পাব ইয়াত ডাঠ সীমা আছে আৰু মই অলপ কোমল হোৱাতো বিচাৰো ।
10:27 কাৰন এইতো অলপ কৃত্ৰিম যেন দেখা হব পাৰে,বিষেষকৈ ধুৱলি-কুৱলি দৃশ্যবোৰত ।
10:36 তাৰবাবে মই লেয়াৰ মাচ্‌ক বাচি লম ইয়াক অলপ সংস্কৰন কৰিবলৈ আৰু তুলবাৰৰ পৰা ফিল্টাৰ তুলি লম আৰু ব্লাৰ বাচি লম ।
10:49 ব্লাৰত মই গউচিয়ান ব্লাৰ বাচি লম আৰু জাহাজখনৰ অংশৰ ভিতৰত যাম মই হৰিযন্তেল ৰেদিয়াচৰ পৰিমান ৪ লৈ কমাম আৰু ok ত আৰু ব্লাৰ লেয়াৰ মাচ্‌কত ক্লিক কৰিম আৰু আপোনালোকে পৰিনাম দেখা পাব যে জাহাজখনৰ তীক্ষ্ণতা নোহোৱা হৈছে আৰু এইতো এতিয়া দেখিবলৈ ভাল হৈছে ।
11:16 এতিয়া মই ছবিখনৰ সৈতে কিছুমান সংশোধনমূলক কাম কৰিবলৈ সাজু হৈছো ।
11:22 যেতিয়া আপোনালোকে ছবিখনত ছাব ইয়াৰ পানীত আপোনালোকে কিছুমান কাঠ দেখা পাব আৰু বাওফালে এটা চৰাইৰ অৰ্ধ অংশ দেখা পাব যিতো কোনৰ পিনে কটা গৈছে আৰু মই সেইবোৰ ক্ল’ন বাহিৰ কৰিব খোজো ।
11:40 গতিকে মই আকৌ জুম তুল বাছি লৈছো আৰু কাঠ থকা অংশতো ডাঙৰকৈ চাইছো আৰু এতিয়া শুধ্য কৰা তুল বাচি লৈছো ।
11:51 হিলিং তুলতো প্ৰায় ক্লোন তুলৰ দৰে একে কিন্তু ইয়াত এই কামতোত ই বেচি ভালকৈ কাম কৰিব ।
12:00 মই যেতিয়া হিলিং তুল বাচি লম মই মাওচ পইন্তৰ সৈতে এটা বৃত্ত পাম কিন্তু মই ছবিখনৰ ভিতৰত ক্লিক কৰিব নোৱাৰো আৰু মাউচ পইন্তত এটা নিষেধাজ্ঞা চিহ্ন পাম ।
12:12 নিষেধাজ্ঞা চিহ্নতো এই কাৰনেয়ে যে মই শুধ্য কৰা উৎস বাচি লোৱা নাই আৰু মই এইতো কোনত্ৰোল আৰু ক্লিকৰ সৈতে কৰিব পাৰো
12:22 মই এটা ভাল শুধ্য কৰা উৎস বাচি লব লাগিব আৰু তাৰ পাছত মই Ctrl দবাব আৰু ক্লিক কৰিব লাগিব আৰু মই ভাবো এইতো শুধ্য কৰা উৎস হিচাবে এটা ভাল ঠাই আৰু এতিয়া কাঠৰ অংশতোত ক্লিক কৰা ।
12:38 ইয়াত এটা সমস্যা হৈছে ।
12:40 আৰু ইয়াৰ সমস্যাতো হৈছে যে মই ভুল স্তৰত কাম কৰি আছো ।
12:45 মই পিছফালৰ স্তৰত কাম কৰিব লাগিব আৰু মই লেয়াৰ মাচ্‌কত সংস্কৰন কৰাৰ বাবে চেষ্ঠা কৰি আছিলো ।
12:51 যিয়েই নহওক মই পিছফালৰ স্তৰ বাচি লব লাগিব আৰু সেই স্তৰৰ এটা প্ৰতিলিপি কৰিব লাগিব কাৰন মই আচল পিছফালৰ স্তৰ সলনি কৰিব নোখোজো ।
13:01 এতিয়া হিলিং তুলৰ সৈতে আকৌ এবাৰ চেষ্ঠা কৰা যাওক ।
13:05 আৰু এতিয়া মই অন্য এটা ভুল কৰিলো ।
13:09 মোৰ উৎস আছিল এই ওপৰৰ ধূসৰ স্তৰ ।
13:13 আৰু নিচ্চয় মই এইতো নোহোৱা কৰিম আৰু ইয়াত নতুন উৎস বাচি লম,ঠিক আছে সেইতো ইয়াত লওক আৰু মাত্ৰ ইয়াত ক্লিক কৰক আৰু এইতো গুচি গ’ল ।
13:25 এই অংশতোৰ বাবে মই এই অংশতো এটা উৎস হিচাবে বাচি ল’ম আৰু ক্লিক কৰিম আৰু আপোনালোকে দেখা পাইছে এইতো গুচি গ’ল ।
13:36 ছবিখন ১০০% মোদত চোৱা যাওক ।
13:40 এইতো দেখিবলৈ বহুত ভাল হৈছে,সম্ভবত মই এইতো অলপ ডাঙৰ ব্ৰাচেৰে কৰাতো উচিত আছিল কাৰন এই বিন্দুকেইতা এতিয়াও একে লগে আছে ।
13:53 গতিকে মই আকৌ হিলিং তুল বাচি লম আৰু উৎসটো বাচি লম আৰু বিন্দুকেইতাত ক্লিক কৰিম ।
14:05 মই ভাবো সেইতোয়ে কাম কৰিছে ।
14:09 এতিয়া মই বাওফালে এই আধা কটা যোৱা চৰাইতো নেদেখা কৰিব লাগে ।
14:15 তাৰ বাবে ছবিখনৰ ইয়াত মই আকৌ ডাঙৰকৈ চাম,আৰু মই ক্লোন তুল বাচি লম ।
14:23 ক্লোনিং তুল হিলিং তুলবোৰৰ দৰে সিমান জটিল নহয়, আৰু মোৰ সচাকৈয়ে এই তুল ৱ্যবহাৰ কৰাৰ বেচি অভিজ্ঞতা নাই কাৰন এইতো GIMP ত নতুন হয় ।
14:36 গতিকে মই হিলিং তুলৰ দৰে একে প্ৰনালী অনুকৰন কৰিব লাগিব,মই ইয়াত মাত্ৰ উৎস হিচাবে ক্লিক কৰিব লাগিব,ইয়াৰ চৰাইত ক্লিক কৰা আৰু মই ভাবো ই কাম কৰিছে ।
14:49 ১০০%লৈ উভতি যাওক। অত্যুত্তম,এই চৰাইতো গুচি গৈছে ।
14:55 মই ভাবো এই ছবিখন এতিয়া তৈয়াৰ হৈছে।
15:00 প্ৰথমতে মই এই ছবিখন অলপ বেছি উজ্জ্বল কৰিব বিচাৰো,কিন্তু মই ভাবো মই এইতো শেষৰ পদক্ষেপ হিচাবে কৰিম আৰু মই ভাবো ই এতিয়া কাম কৰাৰ ধৰনে কাম কৰিব
15:13 আৰু ইয়াৰ পৰা পোষ্টাৰ পাবলৈ মই এই ছবিখন ছপাবলৈ দিব বিছাৰিছো
15:19 আৰু প্ৰিন্তাৰতোয়ে ৩:২ দিশ অনুপাত ৱ্যবহাৰ কৰিব আৰু এই ছবিখনৰ ২:১ দিশ অনুপাত আছে,গতিকে মই সেইতো পৰিবৰ্তন কৰিব লাগিব ।
15.33 মই এইতো কেনভাচৰ আকাৰৰ সহায়ত কৰিব পাৰিম যিটো তুলবাৰত থকা ছবিখনত আছে
15:40 মই কেনভাছ আকাৰ বাছি লৈছো আৰু দেখিচো যে ছবিখন ১৮৬৮ পিক্সেল বহল আৰু উচ্চতাতো হৈছে ৯৪৫ আৰু অনুপাততো হিচাব কৰাৰ মই মোৰ কেল্কুলেতৰতো ৱ্যবহাৰ কৰিম
15:58 গতিকে মই ১৮৬৮ ক ৩ ৰে ভাগ কৰিম আৰু তাৰ পাছত ২ৰে পূৰন কৰিম যিতোয়ে মোক ১২৪৫ দিব ।
16:15 মই এইতো ইয়াত শৃংখলহীন নোহোৱা কৰিব লাগিব ,নহলে প্ৰ্স্থও পৰিবৰ্তন হৈ যাব আৰু ১২৪৫ উচ্চতা টাইপ কৰক ।
16:27 এতিয়া ছবিখন ঠিকে আছে ।
16:30 এইতো ওপৰৰ পিনে খাপ খাব আৰু তলৰ পিনে এটা ব’গা অংশ এৰিব আৰু মই লেয়াৰ্চবোৰৰ আকাৰ পৰিবৰ্তন নকৰো,মাত্ৰ ok ত ক্লিক কাৰিম আৰু এতিয়া মই তলত একো নোহোৱা ছবি এখন পালো ।
16:46 মই তলৰ অংশতো পূৰ্ন কৰিব লাগিব আৰু তাৰ বাবে মই লেয়াৰ ফিল তাইপ ব’গাৰ সৈতে নতুন লেয়াৰ এটা বাচি লৈছো আৰু এই লেয়াৰটো সকলোতকৈ তলৰ লেয়াৰ হিছাবে ৱ্যবহাৰ কৰিছো ।
17:06 এই তলত থকা ব’গা অংশতো পাছত কটা যাব।
17:10 কিন্তু মই এইতো প্ৰিন্তাৰৰ আত(ক্লু)হিচাবে ৱ্যবহাৰ কৰিব পাৰো ।
17:15 প্ৰিন্তাৰতো হৈছে ইয়াৰ পিছফালে প্ৰিণ্ট ইঞ্জিন থকা এটা সাধাৰন ক’ম্পপিউতাৰ আৰু কেনেকৈ পৰিচালনা কৰা যায় তাৰ বাবে কিছুমান সুত্ৰ পৰীক্ষা কৰা ।
17:25 এই ছবিখন ইয়াত দেখিবলৈ কিছু অদ্ভুত হৈছে,এইখন প্ৰায় ক’লা-ব’গা(ৰঙীন নহয়)হৈছে আৰু ইয়াত ইয়াৰ বেছি ক’ন্ত্ৰাচ্‌ত নাই ।
17:36 মই ইয়াত গোতেই ছবিখনৰ ওপৰত এটা চতুৰ্ভুজ বাচি লম,গ্ৰেদিয়েন্ত ফিল্‌দৰ সৈতে ব্লেন্দ তুল বাচি লম,আৰু গ্ৰেদিয়েন্ততো ক’লাৰ পৰা ব’গালৈ সংস্থাপন কৰিম ।
17:52 আৰু এতিয়া ইয়াত মই গ্ৰেদিয়েন্তৰ সৈতে ভৰাইছো ।
17:57 মত্ৰ ক্লিক কৰক আৰু এডাল লাইন আকক আৰু এতিয়া মই চতুৰ্ভুজত ক’লা আৰু ব’গাৰ পৰা সম্পুৰ্ন ৰঙৰ পৰিসৰ পাইছো
18:08 মোৰ ইয়াত ক’লা ৰঙৰ পৰা সম্পুৰ্ন ব’গা ৰঙলৈ এটা পৰিসৰ আছে ।
18:13 মই এইতো আকৌ এবাৰ কৰিম ।
18:24 ইয়াত ব্লেন্ত তুল বাচি লৈছো আৰু এইবাৰ মই বিষেষ গ্ৰেদিয়েন্ত ৱ্যবহাৰ কৰিছো যাক চেতুৰেচন বোলা হয়,ইয়াৰ সকোলো ৰঙৰ পৰিসৰ আছে ।
18:42 আকৌ এবাৰ এই গ্ৰেদিয়েন্ততো ভৰাওক,এতিয়া মোৰ আভাস হৈছে প্ৰিন্তাৰৰ বাবে ছবিখন কেনেকৈ স্ংৰক্ষন কৰিব লাগে,যদি ৰঙবোৰ নোহোৱা হৈ থাকে তেতিয়া মই সদায় কব পাৰিম যে ইয়াত সম্ভবত এইতো ৰঙা হৈ আছে আৰু এইতো সম্ভবত সেউজীয়া হৈ আছে ।
19:02 মই ভাবো আজিৰ বাবে এইখিনিয়েই যথেষ্ঠ ।
19:06 বেছি সংবাদৰ বাবে info@ meet the gimp.org লৈ যাওক নহলে মতামত blog meet the gimp.org ত দিয়ক অন্যথা ওপৰৰ তলাৰ পৰা আভাস দিয়া আলোচনা সভালৈ আহক ।
19:26 মোক কওক আপোনালোকে কি ভাল পালে,মই সম্ভবত আৰু ভাল কৰিব পাৰিম,আপোনালোকে ভবিষ্যতত কি চাব বিছাৰে মোক কওক ।
19:33 এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধনয়বাদ।

Contributors and Content Editors

Baijayanti, Mousumi