GIMP/C2/Selecting-Sections-Part-2/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:23 Meet The GIMP লৈ স্বাগতম জনাইছো ।
00:25 মোৰ নাম মৌচুমি মেধী আৰু মই এইটো আই আই টি বম্বেত বানিবদ্ধ কৰিছো ।
00:31 আজি আমি ফুজি চিলেক্ট( Fuzzy Select Tool) তুলৰ বিষয়ে কম ।
00:36 এইটো ঘনিষ্ঠ ভাবে কালাৰ তুলৰ( colour tool )সৈতে কৰা নিৰ্বাচনৰ সৈতে জৰিত ।
00:40 কিন্তু ফুজি চিলেক্ট তুলে( fuzzy select tool)মাত্ৰ এটা সংলগ্ন অঞ্ছল নিৰ্বাচন কৰে আৰু কালাৰ চিলেক্ট তুলে( colour select tool) একে ৰঙৰ সৈতে থকা আটাইবোৰ অঞ্ছল নিৰ্বাচন কৰে ।
00:54 সাময়িক নিৰ্বাচনৰ সৈতে কিছুমান মিল থকা অপচন আছে যেনে ৰিপ্লেচ( Replace), এদ(Add), চাব্‌স্ত্ৰাক্ট (Substract) আৰু ইণ্টাৰচেক্ট( Intersect) আৰু এতিয়া মই ৰিপ্লেচ নিৰ্বাচন কৰিছো ।
01:08 ইয়াত আপোনালোকে একে অপচন দেখা পাইছে,এণ্টিএলিএজিং( Antialiasing)
01:13 আমি যদি এণ্টিএলিএজিং নিৰ্বাচন কৰো, নিৰ্বাচনৰ চাৰিসীমা তীক্ষ্ণ নহব আৰু আপোনালোকে মিহি কোন পাব ।
01:23 আৰু যদি এইতো নিৰ্বাচন কৰা হোৱা নাই তেতিয়াহলে আপোনালোকে সচাকৈয়ে নিৰ্বাচন আৰু নিৰ্বাচন নকৰাৰ মাজত তীক্ষ্ণ চাৰিসীমা পাব ।
01:33 পিছৰ অপচনবোৰ হৈছে ফেদাৰ এজেজ( Feather Edges) আৰু চিলেক্ট ত্ৰেঞ্ছপাৰেন্ত এৰিয়া( Select Transparent Areas) ।
01:41 চিলেক্ট ত্ৰেঞ্ছপাৰেন্ত এৰিয়া( Select Transparent Areas) উপযোগী হয় সম্ভবত যেতিয়া মাস্ক চেঞ্চ’ৰ ৱ্যবহাৰ কৰা হয় ।
01:50 চেম্পল মাৰ্জদ( Sample merged )অন্য বিলাকৰ লগত যেনে একে হয় আৰু ই আটাইবোৰ দেখা পোৱা স্থৰবোৰ নিৰ্বাচন কৰে ।
01:58 এইটো যদি নিৰ্বাচন কৰা নহয় তেতিয়াহলে ই উপস্থিত লেয়াৰত কাম কৰিব ।
02:04 আপোনালোকে যদি ছবিখনৰ গোটেই ফলাফলৰ পৰা কিবা নিৰ্বাচন কৰিব বিচাৰে তেতিয়া এই অপচনতো নিৰ্বাচন কৰক ।
02:11 ইয়াত এইতো থ্ৰিচোলদ( Threshold)হয় যিয়ে নিৰ্বাচনত কিমান ৱ্যবধান ৰঙবোৰৰ মাজত থাকিব লাগে নতুবা যেতিয়া কিবা এটা নিৰ্বাচনৰ বাহিৰত হয় তাৰ সীমা নিৰ্ধাৰন কৰে ।
02:24 ই পিক্সেল নিৰ্বাচন কৰাত সহায় কৰে যাৰ এটা নিৰ্দ্দিষ্ট ৰং থাকে ।
02:30 পিছৰ দৰকাৰি নিৰ্বাচনতো হৈছে,কেনে ধৰন আপোনালোকে নিৰ্বাচনতোত বিচাৰে ।
02:37 ক’ম্পোচিত মোদতো( composite mode) শুল্ক বৰনৰ পৰিমান হয় যোগ হোৱা ৰঙা,সেউজীয়া আৰু নীলা চেনেলৰ
02:44 আপোনালোকে ৰঙা,সেউজীয়া আৰু নীলা চেনেল নতুবা হিউ,চেতুৰেচন নতুবা ভেলু চেনেল আপোনালোকৰ নিৰ্বাচনৰ মূল হিচাবে নিৰ্বাচন কৰিব পাৰে ।
02:56 এতিয়া ফুজি চিলেক্ট তুল( Fuzzy Select Tool)চেষ্ঠা কৰা যাওক ।
03:01 মই মাত্ৰ ছবিখনত ক্লিক কৰিছো আৰু থ্ৰিচোলদতো( threshold )শুন্য গতিকে কি ঘটে চোৱা যাওক ।
03:08 মই এটা নিৰ্বাচন তৈয়াৰ কৰিছো যিটো আকাৰত এক পিক্সেল হয় ।
03:13 এতিয়া মই ৩০ লৈ থ্ৰিচোলদৰ পৰিমান বঢ়াইছো আৰু ছবিখনত ক্লিক কৰিছো আৰু ইয়াৰ তোগোল কুইক মাস্কত( toggle quick mask) ক্লিক কৰিছো।
03:28 এতিয়া আপোনালোকে ঠাইখিনি দেখা পাব যিখিনি নিৰ্বাচন কৰা হৈছে ।
03:37 মই কুইক মাস্ক তোগোল( quick mask toggle) নিৰ্বাচন মূক্ত কৰিলো ,তুল বক্স পাবলৈ টেব (tab ) দবাইছো আৰু Shift+Ctrl+A দবাইছো সকোলোখিনি নিৰ্বাচন নোহোৱা কৰিবলৈ ।
03:49 মই এইতো অন্য ধৰনেও কৰিব পাৰো আৰু তাৰ বাবে মই থ্ৰিচোলদ কমাইছো আৰু এতিয়া মই মাউচতো তললৈ আৰু সোফাললৈ আকিছো ।
04:03 মই যেতিয়া থ্ৰিচোলদ বঢ়ালো,আপোনালোকে দেখা পাইছে যে মই এই নীলা অঞ্ছলতোলৈ গৈ আছো কিন্তু মই এতিয়াও বেৰতে আছো ।
04:13 মই ভাবো এই আহিলাতো গ্ৰাফিক দিজাইনৰ বাবে বেছি উপযোগী আৰু ফোটোগ্ৰাফিৰ বাবে নহয় ।
04:22 আপোনালোকে মাত্ৰ মাউচতো টানি আনি থ্ৰিচোলদতো পৰিবৰ্তন কৰিব পাৰে ।
04:26 এইতো কালাৰ চিলেক্সন( colour selection tool)ত একে কাম কৰে ।
04:32 মই নিৰ্বাচন ক’ম্পোচিতৰ( Composite)ৰ পৰা হিউ(Hue)লৈ পৰিবৰ্তন কৰিছো আৰু একে বিন্দুত ক্লিক কৰিছো আৰু তললৈ আকিছো ।
04:43 আপোনালোকে দেখা পাব যে মোৰ আগতে থকাতকৈ বেৰখনৰ নীলা, সেউজীয়া অংশৰ মোৰ এটা নিৰ্বাচনৰ ভাল পথ আছে ।
04:54 গতিকে ৰঙৰ সংজ্ঞাৰ উপযুক্ত প্ৰনালী নিৰ্বাচনে এই তুলৰ সৈতে ভাল ফলাফল দিব ।
05:05 মই কুইক মাস্কত( quick mask) ক্লিক কৰিলো আৰু ইয়াত আপোনালোকে দেখিছে এইটো প্ৰায় নিৰ্ভুল হৈছে,মাত্ৰ কিছুমান অংশ ঠিক কৰিবলৈ আছে আৰু মই সেইটো কুইক মাস্কত ৰ্ং কৰি কৰিম আৰু এইবোৰ নিৰ্বাচনি আহিলাৰ সৈতে নকৰো ।
05:25 আপোনালোকে যদি মোদতো নিৰ্বাচন কৰোতে বিমোৰত পৰে তেতিয়া আপোনালোকে আপোনালোকৰ ছবিখন চেনেল মোদত বিভিন্ন চেনেলত চাব পাৰে ।
05:41 নীলা চেনেলতো নিৰ্বাচন কৰক আৰু আপোনালোকে দেখিছে যে গোটেইখিনি প্ৰায় নীলা পৰিমানৰ হৈছে ।
05:50 সেউজীয়া চেনেলত কিছুমান পাৰ্থক্য আছে ।
05:55 ৰঙা চেনেলত ইয়াত এইটো প্ৰায় একে হয় ।
05:59 গতিকে মই নিৰ্বাচনৰ বাবে সেউজীয়া চেনেল নতুবা এই কাৰ্যত হিউ চেনেল নিৰ্বাচন কৰিম ।
06:10 ৰং নিৰ্বাচন ইয়াৰ পিছৰ আহিলা আৰু ইয়াৰ একে কাৰ্য আৰু একে অপচন ইয়াত আছে ।
06:19 ইয়াৰ মাত্ৰ এটা বৈষম্য আছে ।
06:22 আপোনালোকে যদি ইয়াত ক্লিক কৰে,আপোনালোকে আটাইবোৰ ঠাই এই ৰঙৰ সৈতে নিৰ্বাচন কৰিব পাৰে আৰু এটা সংলগ্ন ঠাই নহয় ।
06:32 কালাৰ চিলেক্সন তুলে একে ৰঙৰ সৈতে আটাইবোৰ ঠাই নিৰ্বাচন কৰে ।
06:41 পিছৰ আহিলাতোৰ নাম হৈছে ইণ্টেলিজেণ্ট চিজৰ্চ( intelligent scissors ) নতুবা চিজৰ চিলেক্সন তুল( scissors selection tool)
06:48 এই এলগ’ৰিথিমিকে( algorithm)কাষবিলাক লক্ষ্য কৰে আৰু নিৰ্বাচনৰ সৈতে সেইবোৰ অনুসৰন কৰে ।
06:56 আৰু মই ইয়াত এই চিঠিৰ বাকচকেইটা নিৰ্বাচন কৰিব বিচাৰো ।
07:10 গতিকে মই নিৰ্বাচনিতুল সক্ৰিয় কৰিলো আৰু মই এটা বিন্দু ইয়াত আনিলো আৰু মই এটা যোগৰ চিহ্ন কাৰ্চাৰৰ কাষত পাইছো আৰু মই সাধাৰনভাবে বিন্দুতো নিৰ্বাচন কৰিলো ।
07:42 এলগ’ৰিথিমে চাৰিসীমা অনুসৰন কৰিব বুলি ধৰা হৈছে আৰু আপোনালোকে ইয়াত দেখা পাব ই ওপৰঞ্চি নলয়,ই ভিতৰৰ পিনে লয় ।
07:56 মই ছবিখনৰ ভিতৰত ডাঙৰকৈ চাইছো আৰু এতিয়া মই বিন্দু ইয়ালৈ আকিব পাৰো আৰু এই বিন্দুতো নিৰ্বাচন কৰোতে এটা ভূল হৈছিল ।
08:13 গতিকে মই এই বিন্দুবোৰ ওপৰলৈ টানি আনিছো আৰু আপোনালোকে দেখিছে যে এলগোৰিথিমে চাৰিসীমা অনুসৰন কৰে যদি আপোনালোকে ক’লৈ অনুসৰন কৰিব লাগে পৰ্যাপ্ত সূচনা আগবঢ়ায় ।
08:30 এইতো দেখিবলৈ বিৰাট ভাল হৈছে কিন্তু মই সাধাৰনভাবে এইতো ৱ্যবহাৰ নকৰো কাৰন এইতো কৰাৰ বাবে বেছি ভাল পথ আছে ।
08:44 মই ভাবো মই কালাৰ চিলেস্কন তুল( colour selection tool) ৱ্যবহাৰ কৰাতো উচিত হব কাৰন ই সদায় ভূল পথতো ঘূৰনীয়া কৰি লয় ।
08:56 গতিকে মই নিৰ্বাচনৰ সৈতে শেষ কৰিলো ।
09:10 মই মাত্ৰ ইয়াত প্ৰ্থম বিন্দুতোত ক্লিক কৰিলো আৰু কাৰ্চাৰদাল যোগৰ চিহ্নলৈ পৰিবৰ্তন হৈছে ।
09:17 এতিয়া পিছৰ বিন্দুতো সংস্থাপন কৰক আৰু মোৰ এই দুটা চক্ৰৰেখা আছে ইয়াৰ পৰা চক্ৰপথ বনাবলৈ।
09:25 মই এতিয়াও বিন্দুতো ইয়াৰ চাৰিওফালে ঘূৰাব পাৰো আৰু নিৰ্বাচনতো আৰু বেছি ভাল বনাব পাৰো ।
09:33 গতিকে,মই এতিয়াই যেতিয়া দ্বিতীয়বাৰৰ বাবে নিৰ্বাচনৰ ভিতৰত ক্লিক কৰিম,নিৰ্বাচনতো নিৰ্বাচিত হব ।
09:42 আৰু গুনগত বৈশিষ্ট্য চাবলৈ মই কুইক মাস্ক সক্ৰিয় কৰিছো আৰু ইয়াৰ ভিতৰত ডাঙৰকৈ চাইছো ।
09:57 এতিয়া মই নিৰ্বাচনত চাৰিওফালে চাইছো ।
10:04 এইতো মোৰ ভূল,মই ইয়াত ক্লিক কৰা উচিত আছিল ।
10:10 গতিকে এইতো সুন্দৰ ইন্তেলিজেন্ত চিজ’ৰ্চ(intelligent scissors)
10:17 আজি মই আগুৰিব বিচৰা পিছৰ আৰু শেষৰ আহিলাতো হৈছে পিছফালৰ নিৰ্বাচনি আহিলা ।
10:24 এইতো প্ৰায় চাঞ্চল্য আছিল কিছুসময় আগতে যেতিয়া এলগ’ৰিথিম আহিছিল আৰু এইতো গিম্পত(GIMP) ৱ্যবহাৰ সিমান চাঞ্চল্যকৰ নাছিল ।
10:37 কিন্তু এটা চেষ্ঠা দিয়া যাওক ।
10:41 ইয়াত এইবোৰ একে ধৰন আৰু এন্তিএলিএজিং( antialiasing) সক্ৰিয় হৈ নাই ।
10:48 আৰু ইয়াত মই এটা মাত্ৰ অঞ্চল নিৰ্বাচন কৰিব বিচাৰো আৰু মই মূৰ্তিটো নিৰ্বাচন কৰিব বিচাৰো ।
10:57 গতিকে মই প্ৰথমতে ছবিখনৰ ভিতৰত ডাঙৰকৈ চাইছো,বেছি ভাল নিয়ন্ত্ৰন পাবলৈ ।
11:06 এতিয়া মই নিৰ্বাচনি আহিলাতো নিৰ্বাচন কৰিছো আৰু ওচৰতে থকা ঠাই নতুবা বেলেগ বেলেগ ঠাই নিৰ্বাচন কৰিব পাৰো কিন্তু মই ওচৰৰ ঠাই নিৰ্বাচন কৰিছো ।
11:21 প্ৰ্থমতে মই ইয়াত খচৰা নিৰ্বাচন অট’মেটিক লেজাৰ টুলৰ(automatic laser tool )সহায়ত তৈয়াৰ কৰিছো আৰু এতিয়া আপোনালোকে দেখা পাব সেই ঠাইখিনি যিখিনি নিৰ্বাচন কৰা হোৱা নাই নীলা ৰঙত আছে ।
11:44 মই ইয়াত এডাল ব্ৰাচ বাচি লৈছো আৰু মই এই শ্লাইদাৰৰ সৈতে ব্ৰাচৰ ব্যাস নিয়ন্ত্ৰন কৰিব পাৰো আৰু মই পাবলৈ বিচৰা নিৰ্বাচনত এই বস্তুৰ মাজেৰে মই ৰং কৰিব পাৰো।
11:59 মই চাব লাগিব যে মই বস্তুবোৰ নিৰ্বাচন নকৰো যিবোৰ মই ছবিখনত থকাতো নিবিচাৰো ।
12:17 মই যেতিয়া মাউচ বাটানতো এৰি দিছো,এলগ’ৰিথিমে কাম আৰম্ভ কৰি দিছে আৰু কিছুমান ঠাই ইয়াৰ নিৰ্বাচন কৰিব লাগিব ।
12:27 প্ৰতিবাৰে নিৰ্বাচনতোয়ে শেহতীয়া কথা অন্তৰ্ভুক্ত কৰে আৰু ঠাই যিখিনি বস্তুবোৰৰ সৈতে একে মই এইমাত্ৰ ৰং কৰিছ নিৰ্বাচন পাবলৈ
12:42 এতিয়া মই মাৰ্ক বেগগ্ৰাউন্দত( Mark Background) ক্লিক কৰিছো আৰু পিছফালতো ৰং কৰিবলৈ আৰম্ভ কৰিলো যিটো মই ছবিখনত থকাতো নিবিচাৰো ।
12:54 এই আহিলাই বহুত ভালকৈ কাম কৰে যেতিয়া নিৰ্বাচিত ঠাইখিনিৰ আৰু নিৰ্বাচন নকৰা বস্তুৰ মাজত বহুত পাৰ্থক্য থাকে আৰু ইয়াত পাৰ্থক্যতো বেছি ডাঙৰ নহয় ।
13:12 নিৰ্বাচনতো গ্ৰহন কৰিবলৈ মাত্ৰ এন্তাৰ( enter) দবাওক ।
13:17 মই ভাবো এই আহিলা কেনেকৈ কাম কৰে আপোনালোকে এটা বুদ্ধি পাইছে ।
13:27 পাথ তুলতোও( path tool) এই অংশতোৰ ভিতৰত পৰে কিন্তু মই সেইতো পিছত কেতিয়াবা আগুৰিম।
13:36 চিলেক্ট মেনুত( select menu) আপোনালোকে নিৰ্বাচনৰ সৈতে কৰিব পৰা অন্য কিছুমান বস্তু আছে আৰু মই সেইতোও অন্য সময়ত আগুৰিম ।
13:48 গতিকে এইখিনিয়েই এই টিউটৰিয়েলৰ বাবে ।
13:52 মোক কিছুমান মতামত শুনিবলৈ দিয়ক আৰু মই আপোনালোকক প্ৰ্তিশ্ৰুতি দিছো পিছৰ দৰ্শনিৰ বাবে সচাকৈয়ে নতুন বস্তু দেখাম যিবোৰ দৰ্শকৰ সৃষ্ট বিষয় বস্তু হব।
14:05 আপোনালোকে এই ফাইললৈ এই দৰ্শনিৰ টোকাত meetthegimp.org ত এটা সংযোগ পথ পাব আৰু আপোনালোকে যদি কিবা মতামত পঠাব বিচাৰে তেতিয়াহলে অনুগ্ৰহ কৰি পঠাওক ।
14:19 এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধনয়বাদ।

Contributors and Content Editors

Baijayanti, Mousumi