GIMP/C2/Selecting-Sections-Part-1/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:23 Meet The GIMP ৰ টিউটৰিয়েললৈ স্বাগতম জনাইছো।
00:31 আজিৰ টিউটৰিয়েলতো এই ছবিখনৰ সৈতে আৰম্ভ কৰা যাওক ।
00:34 আজি মই এই ছবিখনৰ সৈতে মাত্ৰ উদাহৰন হিচাবে ৱ্যবহাৰ কৰিবলৈ কাম কৰিম ।
00:44 আমি নিৰ্বাচনৰ সৈতে কাম আৰম্ভ কৰাৰ আগতে,মই ভাবো আপোনালোকে নিৰ্বাচনবোৰ আচলতে কি সেইবোৰ কিছু বুজি পোৱাতো উচিত হব ।
00:57 এই বৰ্গটো নিৰ্বাচন হয় আৰু এই অংশটো নিৰ্বাচনৰ বাহিৰত হয় ।
01:06 এই ঘূৰি থকা ৰেখাবোৰ নিৰ্বাচনৰ চাৰিসীমা হয় ।
01:15 গিম্প মানুহবোৰে নিৰ্বাচনক এটা চেনেল বুলি সম্বোধন কৰে ।
01:19 এটা চেনেল যেনে ৰঙা,সেউজীয়া নতুবা নীলা নতুবা আল্‌ফা চেনেল যিয়ে স্বচ্ছতা নিয়ন্ত্ৰন কৰে ।
01:28 নিৰ্বাচনৰ বাহিৰত,এই চেনেলেৰ ভেলু শুন্য হয় ।
01:33 আৰু ভিতৰত ইয়াৰ ২৫৫ আৰু তাৰে ভিতৰত চাৰিসীমা আছে, আৰু তাৰ ভিতৰত ২৫৫ তকৈ কম পৰিমান আৰু শুন্যতকৈ বেছি পৰিমান থাকিব পাৰে ।
01:48 গতিকে নিৰ্বাচনৰ পৰিৱৰ্তন নতুবা নিৰ্বাচন কৰাতো হৈছে কিছুমান নম্বৰৰ পৰিৱৰ্তন ।
01:55 আৰু এতিয়া কেনেকৈ নিৰ্বাচন কৰা যায় তাক চোৱা যাওক ।
02:01 নিৰ্বাচন নিৰ্বাচনিমুক্ত কৰাৰ দুটা পথ আছে ।
02:05 প্ৰ্থম পথটো হৈছে চিলেক্ত (Select) আৰু নান্‌লৈ (None) যোৱা ।
02:11 আপোনালোকে Shift + Ctr l+ A ৱ্যবহাৰ কৰিবও পাৰে আৰু নিৰ্বাচনৰ পৰা হাত সাৰিব পাৰে ।
02:22 এতিয়া ৰেক্তাংগুল চিলেক্ত তুল( Rectangle Select Tool )নিৰ্বাচন কৰক আৰু অপচন দাইল’গত( options dialog) চাওক ।
02:33 ওপৰত চাৰিটা পছ্ন্দকৰন আছে ।
02:36 প্ৰ্থমটো হৈছে ৰিপ্লেচ দা কাৰেন্ত চিলেক্সন ।
02:40 গতিকে মই বেলেগ বেলেগ ঠাই ইয়াত নিৰ্বাচন কৰিছো,আৰু আপোনালোকে দেখা পাইছে মই যেতিয়া নতুন ঠাই নিৰ্বাচন কৰো,পূৰনা নিৰ্বাচনটো নোহোৱা হৈ গৈছে ।
02:52 দ্বিতীয় অপচনতো হৈছে এদ তু দা কাৰেন্ত চিলেক্সন (add to the current selection)
02:58 সেই অপচনতো নিৰ্বাচন কৰি,মই ছবিখনত বিভিন্ন ঠাই নিৰ্বাচন কৰিব পাৰো আৰু কিছু কঠিন নিৰ্বাচন পাবও পাৰো ।
03:17 আৰু মই যদি মোৰ ৰঙৰ মুঠিলৈ যাও আৰু মাত্ৰ ৰঙবোৰ নিৰ্বাচনৰ ওপৰত টানি আনো,আপোনালোকে দেখিব,গোটেই নিৰ্বাচনিযুক্ত ঠাইবোৰ সেই ৰঙেৰে ভৰি পৰিছে আৰু ঠাইবোৰ যিবোৰ নিৰ্বাচন কৰা হৈছে আৰু সংযোগ নহোৱাঠাইবোৰো ভৰি পৰি পৰিছে ।
03:44 গতিকে নিৰ্বাচনত কিবা যোগ কৰিলে প্ৰতিতো নিৰ্বাচন এটা হিচাবে ধৰিব ,আনকি যদি নিৰ্বাচনৰ অংশবোৰৰ মাজত কোনো সম্বন্ধও নাথাকে ।
03:57 এইতো কিছু জটিল হয় ।
03:59 ভৰ্তিকৰন নহোৱা কৰিবলৈ Ctrl + Z দবাওক আৰু shift + Ctrl + A দবাওক গোটেইখিনি নিৰ্বাচনমুক্ত কৰিবলৈ আৰু মোৰ অপচন দাইল’গলৈ উভতি আহক ।
04:11 এতিয়া ইয়াত এটা বৰ্গ নিৰ্বাচন কৰক আৰু চাব্‌ষ্ট্ৰাক্ত ফ্ৰ্ম দা কাৰেন্ত চিলেক্সন(Substract from the Current Selection )নিৰ্বাচন কৰক ।
04:21 মই এই ঠাইখিনি নিৰ্বাচন কৰিছো কিন্তু একো হোৱা নাই ।
04:27 কিন্তু মই যেতিয়া এই ঠাইবোৰ নিৰ্বাচন কৰো আপোনালোকে দেখা পাব যে মুখবোৰ নহোৱা হৈ যাব ।
04:36 আপোনালোকে দেখা পাব যে নিৰ্বাচনৰ ফ্ৰেমবোৰ তাতে আছে আৰু মই যেতিয়া এইতো ঘূৰাও,পৰিবৰ্তনবোৰ কৰিব পৰা যায় ।
04:47 গতিকে আপোনালোকে অন্য ঠাইৰ ভিতৰত ক্লিক নকৰালৈকে আপোনালোকে কৰা শেষৰ নিৰ্বাচনতো পৰিবৰ্তন কৰিব পৰা যায়,আপোনালোকে আপোনালোকৰ কামবোৰ প্ৰত্যক সময়তে পৰিবৰ্তন কৰিব পাৰিব ।
05:07 এতিয়া শেষৰ অপচনতো হৈছে ইন্তাৰ্চেক্ত উইথ্‌ দা কাৰেন্ত চিলেক্সন (Intersect with the current selection)
05:14 সেইটো চেষ্ঠা কৰা যাওক ।
05:17 মই ইয়াত এটা আয়ত নিৰ্বাচন কৰিছো আৰু ইয়াৰ বাহিৰৰ ঠাইবোৰ নিৰ্বাচন কৰা হোৱা নাই আৰু আগতে কৰা নিৰ্বাচনবোৰ নহোৱা কৰা হৈছে ।
05:32 আৰু মাত্ৰ এই আয়তাকাৰৰ নিৰ্বাচনখিনি ৰখা হৈছে ।
05:38 মই বিচৰা ঠাইখিনি নপোৱালৈকে মই এই আয়ততো উন্নত কৰিব পাৰো ।
05:49 গতিকে এতিয়া আমি চাৰিটা ধৰন আগুৰিছো যিবোৰ হৈছে ৰিপ্লেচ( Replace),এদ( Add),চাবচ্‌ত্ৰাক্ত( Substract) আৰু ইন্তাৰ্চেক্ত( Intersect) ।
06:06 আপোনালোকে মাত্ৰ ক্লিক কৰিয়েই এটা নিৰ্বাচন স্থানান্তৰিত কৰিব পাৰিব।
06:11 ক্লিক (Click) আৰু চিফ্‌টৰে( Shift) যোগ কৰিব পৰা যাব ।
06:17 গতিকে সেইটো কৰি চোৱা যাওক,মই চিফ্‌ট কি প্ৰেচ কৰিচো আৰু তাৰ পাছত ক্লিক কৰি মই নতুন নিৰ্বাচনবোৰ আৰম্ভ কৰিছো ।
06:29 আৰু মই যেতিয়া চিফত কি( shift key)আৰু মাউচ কি( mouse key) দবাম,এটা যোগৰ চিহ্ন দেখা দিব ।
06:39 এতিয়া মই যদি নিৰ্বাচন কম কৰিব বিচাৰো,মই ক’ন্ত্ৰ’ল কি( ctrl key)দবাব পাৰো আৰু এতিয়া মই মাউচ কি( mouse key) দবাইছো আৰু ঘূৰিবলৈ আৰম্ভ কৰিছো,আপোনালোকে বিয়োগাত্মক চিহ্ন দেখা পাব ।
06:57 গতিকে এতিয়া মই নিৰ্বাচন কমাব পাৰিম ।
07:02 আৰু প্ৰতিচ্ছেদনৰ বাবে চিফ্‌ট,ক’ন্ত্ৰ’ল( Shift, Ctrl) একেলগে দবাব লাগে আৰু তাৰ পাছত প্ৰ্তিচ্ছেদনৰ বাবে এটা অঞ্চল নিৰ্বাচন কৰিব লাগে ।
07:26 If you memorize these key combinations you can select the area faster.যদি আপোনালোকে এইবোৰ কি( key) সংযোগবোৰ মনত ৰাখে আপোনালোকে ঠাইখিনি সোনলাকে নিৰ্বাচন কৰিব পাৰিব ।
07:33 আৰু অন্য নিৰ্বাচনি তুলেৰে একে কি ( key) ৱ্যবহাৰ কৰা যায় ।
07:38 গতিকে আপোনালোকে মাত্ৰ এবাৰ সেইবোৰ শিকিলে হব ।
07:44 Shift, Ctrl, A এ সকোলো নিৰ্বাচন নোহোৱা কৰে আৰু মোৰ সাধাৰন ৰূপলৈ উভতাই আনে আৰু এতিয়া ইয়াত অন্য বস্তুৰে কাম আৰম্ভ কৰা যাওক ।
07:56 পিছৰ অপচনতো হৈছে ফেদাৰ এজেজ (Feather Edges),আৰু মই যেতিয়া এইতো নিৰ্বাচন কৰো আপোনালোকে ইয়াত ৰেদিয়াচ( Radius)গননা হিচাবে অন্য এটা অপচন পাব ।
08:09 গতিকে মই এইটো অকনমান বঢ়াইছো আৰু এটা ঠাই নিৰ্বাচন কৰিছো ।
08:15 এতিয়া আপোনালোকে ইয়াত দেখা পাব,তাত ঘূৰনীয়া কোন আছে ।
08:21 মই ইয়াত ঘূৰনীয়া কোনবোৰ নিবিচাৰো ।
08:25 কি ঘটিলে মাত্ৰ সেইতো দেখাবলৈ মই এইতো ক’লা ৰঙেৰে ভৰাম আৰু মই ছবিখনৰ ভিতৰত ডাঙৰকৈ চাম ।
08:37 আপোনালোকে দেখিছে ইয়াৰ মাজত ক’লা ৰ্ং আছে আৰু চাৰিসীমাৰ কাষত ই বিবৰ্ন হৈছে আৰু এই শেষৰ কাষবোৰ প্ৰ্কৃত ক’লা ৰং আৰু প্ৰ্কৃত ছবিৰ মাজত দৌৰি আছে আৰু ইয়াত নিৰ্বাচনৰ পৰিমান হৈছে ১২৮ ।
09:09 গতিকে নিৰ্বাচনৰ ভিতৰত ক’লা ৰং আধা আৰু বাহিৰত আধা বিবৰ্ন হৈছে ।
09:19 মাৰ্জিনৰ সীমাখিনি আপোনালোকৰ নিৰ্বাচনৰ আচল চাৰিসীমা হয় যেতিয়া আপোনালোকৰ এটা কঠিন নিৰ্বাচন থাকে ।
09:29 কোমল নিৰ্বাচন পাবলৈ ফেদাৰ এজেজ(Feather edges) এটা ধূনীয়া অপচন হয় ।
09:35 ফেদাৰ(Feather)নিৰ্বাচনৰ সৈতে আপোনালোকে কম তীক্ষ্ণ ছবি পাব আৰু এইতো সেই ধৰনেয়ে সহজ হয় ।
09:45 কাৰিকৰী মন থকা মানুহবোৰে ফিদাৰ(Feather) নিৰ্বাচনক গচিয়ান ব্লাৰ(Gaussian blur) বুলি কব আৰু মই ইয়াত নিৰ্বাচন কৰা ব্যাসাৰ্ধ গচিয়ান ব্লাৰৰ ব্যাসাৰ্ধ হয় ।
10:04 পিছৰ অপচনতো হৈছে ৰাউন্দেদ ক’ৰ্নাৰচ(Rounded Corners)।
10:09 এইতো ঘূৰনীয়া কোনৰ সৈতে এটা আয়তক্ষেত্ৰ হয় আৰু আপোনালোকে ঘূৰনীয়া কোনবোৰৰ ব্যাসাৰ্ধ নিৰ্বাচন কৰিব পাৰে ।
10:20 এইবোৰ ঘূৰনীয়া অংশ আৰু এই মাৰ্জিনবোৰ চিধা অংশ হয় ।
10:28 ইয়াত পিছৰ অপচনতো হৈছে এন্তিএলিএজিং (Antialiasing)
10:34 এই অপচনতোয়ে কোনৰ ৰং কৰা কাৰ্য সংস্থাপন কৰে ।
10:40 মই মাত্ৰ এই নিৰ্বাচনতো ক’লা ৰঙেৰে ভৰাইছো আৰু এতিয়া মই মোৰ নিৰ্বাচনি তুললৈকে উভতি যাম আৰু মই এন্তিএলিএজিং নিৰ্বাচনমূক্ত কৰিম আৰু অন্য এটা নিৰ্বাচন তৈয়াৰ কৰিম আৰু এইটোও ক’লা ৰঙেৰ ভৰাম ।
11:09 গতিকে ডাঙৰকৈ চোৱা তুলতো নিৰ্বাচন কৰক আৰু Shift + Ctrl + A ৰে গোতেই নিৰ্বাচন নিৰ্বাচনমুক্ত কৰক আৰু এই ঠাইখিনিৰ ভিতৰত ডাঙৰকৈ চাওক ।
11:24 আৰু ইয়াত কোনতো খাজ কতা নকোমোৱা কৌশলৰ সৈতে হয় আৰু এইতো হয় ক’লা ৰঙেৰে ভৰি থাকিব নহয় ক’লা ৰঙেৰে ভৰি নাথাকে ।
11:37 আৰু ইয়াত আপোনালোকে শুভ্ৰ বৰনৰ জখলা দেখা পাব।
11:42 ইয়াত আপোনালোকে খাজ কটা নোহোৱা মিহি কোন দেখা পাব,আৰু সেইতোকে এন্তিএলিএজিং (Antialiasing) বোলা হয় ।
11:53 এই নিৰ্বাচনিৰ ঘূৰনীয়া কোন নাই কিন্তু ইয়াৰ খট্‌ খটি্‌ৰ মালা আছে ।
12:04 আৰু মই যেতিয়া ১০০% ডাঙৰলৈ উভতি যাম,মই দেখা পাম এই খাজবোৰ আৰু এইটো মিহি নহয় কিন্তু ইয়াত এইটো মিহি কোন আৰু আপোনালোকে এইটো সহজভাবে আপোনালোকৰ বাবে চেষ্ঠা কৰিব পাৰে ।
12:32 গতিকে আপোনালোকে যদি মিহি কোন থকাতো বিচাৰে তেতিয়াহলে এন্তিএলিএজিং( Antialiasing) নিৰ্বাচন কৰক ।
12:42 আৰু আপোনালোকে যদি এই শুল্ক বৰনৰ আভা বিচাৰে তেতিয়াহলে সেই অপচনতো নিৰ্বাচনমূক্ত কৰক ।
12:55 গতিকে মই সেই অপচনতো নিৰ্বাচন কৰিলো আৰু তাত এটা উপ অপচন আছে যাক এক্সপান্দ ফ্ৰম চেন্তাৰ কোৱা হয় ।
13:04 মই এইতো নিৰ্বাচন কৰিলো আৰু ইয়াৰ সৈতে কাম কৰা আৰম্ভ কৰিলো ।
13:13 গতিকে মই ইয়াত এটা বিন্দু স্থাপন কৰিলো আৰু মই ইয়াৰ পৰা মোৰ নিৰ্বাচন টনা আৰম্ভ কৰিলো ।
13:21 আপোনালোকে দেখা পাব এইটো সেই বিন্দুৰ পৰা ডাঙৰ হৈছে আৰু এই বিন্দুতো সদায় নিৰ্বাচনৰ মাজত থাকিব ।
13:31 মই যেতিয়া সেই অপচনতো নিৰ্বাচনমুক্ত কৰিলো মই ইয়াত নিৰ্বাচন টানি আনিব পাৰো আৰু কোনৰ স্থান মোৰ নিৰ্বাচনৰ মতে পৰিবৰ্তন হব ।
13:46 ইয়াৰ বাবে এটা সাংকেতিক চিহ্নৰ উপায় আছে ।
13:51 যেতিয়া মই এই বিন্দুত ক্লিক কৰো আৰু ক’ন্ত্ৰ’ল(ctrl) দবাও মই মাজৰ পৰা এটা নিৰ্বাচন পাও আৰু নিৰ্বাচনতো মাজৰ পৰা ডাঙৰ হব ।
14:06 আৰু মই যেতিয়া ক’ন্ত্ৰ’ল কি (ctrl key) এৰি দিও,নিৰ্বাচনতো নোহোৱা হৈ যাব।
14:16 যেতিয়া মই মাউচ বাটানতো দবোৱাৰ আগতে ক’ন্ত্ৰ’ল কি(ctrl key) দবাও ,মই এটা নিৰ্বাচন কমাব পাৰো কিন্তু মই যেতিয়া প্ৰ্থমতে মাউচ কি( mouse key) দবাম আৰু তাৰ পাছত ক’ন্ত্ৰ’ল কি( Ctrl key) মই মাজৰ পৰা নিৰ্বাচন পাম।
14:42 ইয়াত পিছৰ অপচনতো হৈছে ফিক্সদ এচপেক্ত ৰেচিও (Fixed Aspect Ratio) আৰু মই ইয়াত পূৰ্ব নিৰ্বাচিত অনুপাত অৱস্থা যেনে ১/১ পাব পাৰো আৰু মই যেতিয়া আকো এইতো সদায় বৰ্গকাৰ হব ।
15:08 মই ইয়াত ২/৩ নিৰ্বাচন কৰিব পাৰো আৰু মই সদায় ২/৩ অনুপাতত নিৰ্বাচন পাম আৰু ৩/২ লৈ পৰিবৰ্তিত অনুপাতে মোক প্ৰাকৃতদৃশ্য ধৰনত নিৰ্বাচন দিব।
15:31 এটা ক্ৰ্টিহীন বৰ্গ তৈয়াৰ কৰিবলৈ অন্য এটা পথ আছে ।
15:36 মই নিৰ্বাচনতো এই বিন্দুত আৰম্ভ কৰিলো আৰু টানি আনিলো আৰু তাৰ পাছত চিফ্‌ট( shift) দবালো ।
15:46 এতিয়া স্থিৰ অনুপাত অৱস্থাতো পূৰ্বনিৰ্বাচিত পৰিমানৰ সৈতে ইয়াত নিৰ্বাচন কৰা হ’ল ।
15:54 আৰু এইতো এটা খৰগতিৰ পথ হয়,গতিকে মই বিচৰা অনুপাত অৱস্থাৰ সৈতে মই ঠাইবোৰ নিৰ্বাচন কৰিব পাৰিম আৰু মাত্ৰ চিফ্‌ত( shift) দবাই।
16:08 পিছৰ অপচনতো হৈছে হাইলাইট( highlight) আৰু মই যেতিয়া সেইতো ৱ্যবহাৰ কৰিছো,নিৰ্বাচন নহোৱা ঠাইখিনি ধূষৰ বৰনৰ হয় আৰু নিৰ্বাচন কৰা গোতেই ঠাইখিনি ব’গা বৰনৰ হয় ।
16:24 আৰু এইতো মাত্ৰ শেষতীয়া নিৰ্বাচনত কাম কৰে গতিকে এইতো নিৰ্বাচন মুক্ত কৰা যাওক আৰু অন্য অপচনত চোৱা যাওক ।
16:35 ইয়াত আপোনালোকে এই পৰিমানবোৰ হাতেৰে সংস্থাপন কৰিব পাৰে আৰু আপোনালোকে যদি ইয়াত ফিক্সত( fix) ক্লিক কৰে,তেতিয়া মই নিৰ্বাচনৰ আকাৰ পৰিবৰ্তন কৰিব নোৱাৰো ।
16:47 কিন্তু মই যদি প্ৰ্স্থৰ দুটা পিক্সেল কমকৈ আৰু দৈৰ্ঘৰ এটা পিক্সেল বেছিকৈ সংস্থাপন কৰিব বিচাৰো গতিকে এইতো নিৰ্বাচনৰ ভাল পৰিমান হব ।
16:59 মই X ৰ পৰিমান বঢ়াই নিৰ্বাচনতো অকনমান সোফাললৈ স্থানান্তৰিত কৰিব পাৰো যিটো উৎসৰ বিন্দু হয়।
17:10 আৰু মই যেতিয়া ফিক্সত(fix) ক্লিক কৰিম,মই গোটেই নিৰ্বাচনতো ঘুৰাব পাৰো ।
17:17 গতিকে বাওফালৰ শিৰ্ষ বিন্দুৰ ‘X’ আৰু ‘Y’পৰিমানতো উৎসৰ বিন্দু হয় আৰু ফিক্স বাটানৰ( fix button) সহায়ত মই গতি বাধা দিব পাৰো ।
17:30 পিছৰ অপচনতো হৈছে গাইদচ(guides)।
17:34 মই এডাল মধ্যীয় ৰেখা নিৰ্বাচন কৰিব পাৰো যিটোয়ে নিৰ্বাচনৰ মধ্য বিন্দুতো ক’ত আছে মোক দেখাব ।
17:44 মোৰ ৰুল অফ থাৰ্দচ( Rule Of Thirds) আছে,যিটো গ্ৰাফিক কামৰ বাবে ৱ্যবহাৰ কৰা হয় নতুবা মোৰ গোলদেন চিলেক্সন আছে( Golden Selections) আছে যিটো ৰুল অফ থাৰ্দচৰ নিচিনা একে হয় ।
18:00 তলত অটো স্ৰিংক চিলেক্সন( Auto Shrink Selection) আৰু স্ৰিং মাৰ্জদ( Shrink Merged) আছে ।
18:08 অটো স্ৰিংক চিলেক্সনতো( Auto Shrink Selection) বেছি উপযোগী নহয় ।


18:14 কিন্তু স্ৰিং মাৰ্জদ( Shrink Merged) এনে এটা অপচন যিটো যদি নিৰ্বাচন কৰা হয়,গানিতিক গননা প্ৰ্ত্যেক স্থৰবোৰত দেখা যায়,আৰু মাত্ৰ আপোনালোকে কাম কৰি থকা স্থৰতো যদি নিৰ্বাচনমূক্ত কৰে সেইতো বিবেচনাৰ ভিতৰত ৰখা হয়।
18:34 এই অপচনবোৰৰ পূৰ্নাবৃত্তি কৰাৰ আগতে আমি এলিপ্‌চ চিলেক্সনৰ( Ellipse Selection) বিষয়ে কম ।
18:42 গতিকে গোটেই নিৰ্বাচনবিলাক Shift+ctrl+A দবাই নিৰ্বাচনমূক্ত কৰক ।
18:49 ওপৰত আপোনালোকে এক অপচনবোৰ পাইছে যেনে ৰিপ্লেচ কাৰেন্ত চিলেক্সন( Replace current selection), ক্লিক কৰাৰ আগত চিফ্‌ত কি(Shift key)ৰ সৈতে এদ তু দা চিলেক্সন( Add to the selection)আৰু ক্লিক কৰাৰ আগত ক’ন্ত্ৰ’ল কি( Ctrl key)ৰ সৈতে চাব্‌স্তাৰাক্ত( Substract) আৰু ক্লিক কৰাৰ আগত চিফ্‌ত আৰু ক’ন্ত্ৰ’ল কিৰ(Shift and Ctrl key)সৈতে ইণ্টাৰচেক্ত( Intersect)।
19:12 কোমল কোনবোৰৰ বাবে আকৌ এণ্টিএলিএজিং।
19:17 আয়তাকাৰতকৈ এইটো দীৰ্ঘবৃত্তৰ সৈতে বেছি দৰকাৰি কাৰন দীৰ্ঘবৃত্তবোৰ সদায় ঘূৰনীয়া হয় ।
19:26 ফিদাৰ এজেজতো (Feather edges) আয়তাকাৰত থকাৰ দৰে এক অপচন হয়।
19:32 মই যেতিয়া এইতো ক’লা ৰঙেৰে ভৰাও, আপোনালোকে এটা কলা আৰু ব’গা ৰঙৰ মাজত মিহি ঢাল দেখা পাব আৰু এই মাৰ্জিনবোৰ শেষবোৰ ক’লা আৰু ব’গা ৰঙৰ মাজত হয় ।
19:54 এক্সপান্দ ফ্ৰ’ম চেণ্টাৰেও( Expand from centre) মাউচ বাটানতো ক্লিক কৰাৰ পাছত ক’ন্ত’ল কি (Ctrl key )ৰ সৈতে একে কাম কৰে।
20:05 ফিক্সদ এস্পেক্ত ৰেচিওতোও( Fixed aspect ratio)একে হয়,মাউচ বাটানতো ক্লিক কৰাৰ পাছত আপোনালোকে এটা নিৰ্ভুল বৃত্ত পাব ১/১ আনুপাতিক অৱস্থাৰ সৈতে ।
20:19 এতিয়া আজিৰ কাৰনে দেখাব খোজা শেষৰ তুলতোলৈ অহা যাওক আৰু সেইতো হৈছে ফ্ৰি চিলেক্ট তুল( Free Select tool)
20:29 মই যেতিয়া সেই তুল নিৰ্বাচন কৰিম মই ইয়াত একে অপচন দেখা পাম আৰু কি(key) ৰ কামবোৰো এদ(Add),ৰিপ্লেচ( Replace), চাব্‌স্ত্ৰাক্ত(Substract)আৰু ইন্তাৰ্চেক্ত( Intersect)ৰ বাবে একে হয় ।
20:44 এইতোৰ মাত্ৰ দুটা পাছৰ অপচন আছে যেনে এন্তিএলিএজিং (Antialiasing) আৰু ফিদাৰ এজেজ(feather edges) ।
20:54 ইয়াত মই বৃত্তৰ ব্যাসাৰ্ধ পাইছো আৰু মই এতিয়া এইতো নিৰ্বাচনমূক্ত কৰিলো ।
21:00 মই আপোনালোকক দেখাবলৈ উদাহৰনস্বৰূপে পাততোৰ তলৰ অংশ নিৰ্বাচন কৰিছো ।
21:08 আৰু মই ছবিখনৰ ভিতৰত ক্লিক কৰিছো য’ত মই নিৰ্বাচন আৰম্ভ কৰিব বিচাৰো আৰু এডাল ৰেখা আকিছো আৰু পাততোৰ সীমা অনুসৰন কৰিছো ।
21:33 গতিকে মই এই ঠাইখিনি নিৰ্বাচন কৰিলো ।
21:38 মই ভাল প্ৰ্ভাব পাবলৈ ছবিখনৰ ভিতৰত ডাঙৰকৈ চাইছো ।
21:43 আৰু মোৰ চিকেক্সন দাইল’গত( selection dialog) মই এদ তু দা কাৰেণ্ট চিলেক্সন(Add To The Current Selection) নিৰ্বাচন কৰিছো আৰু নিৰ্বাচনতো মিলাবলৈ আৰম্ভ কৰিছো ।
22:10 গানিতিক পথতো বিন্দুতোলৈ য’ত আপোনালোকে নিৰ্বাচন আৰম্ভ কৰিছে সকলোতকৈ সৰু পথ হিচাবে দেখা যায়।
22:19 নিৰ্বাচনতো সহজ বনাবলৈ মই এটা কুইক মাস্ক( Quick Mask) ৱ্যবহাৰ কৰিব পাৰো ।
22:26 বাওফালৰ তলৰ কোনত অপচনতো আছে,ত’গ’ল কুইক মাস্ক( Toggle Quick Mask) আৰু মই সেইতো গোজ মাৰিলো আৰু এতিয়া আপোনালোকে দেখা পাইছে যে গোটেই ছবিখন ৰঙা হৈছে ।
22:38 এইটো কিছু বিভ্ৰান্তিকৰ অপচন কাৰন মই নিৰ্বাচন কৰা আৰু নিৰ্বাচন নকৰা ঠাইখিনি ৰঙা ৰঙত দেখাইছে।
22:51 গতিকে মই ত’গললৈ গৈছো আৰু সোফালে ইয়াত ক্লিক কৰিলে ই মোক ক’নফিগাৰ( Configure),কালাৰ( Colour) আৰু অপাচিতি( Opacity) দিয়ে আৰু ইয়াত মই এটা ৰ্ং স্ংস্থাপন কৰিব পাৰো গতিকে মই এইতো নীলালৈ সংস্থাপন কৰিম ।
23:07 এতিয়া ঠাইখিনি যিখিনি নিৰ্বাচন কৰা আছে ৰঙা ৰঙৰ হয় আৰু গোটেই ঠাইখিনি নীলা ৰঙৰ হয় ।
23:19 আৰু এতিয়া মই এটা কলম নিৰ্বাচন কৰিম আৰু নিৰ্বাচিত ঠাইখিনি ৰ্ং কৰিবলৈ আৰম্ভ কৰিম কিন্তু তাৰ আগত মই ’X’ কি( key)ৰ সৈতে আগফালৰ আৰু পিছফালৰ ৰং পৰিবৰ্তন কৰিছো ।
23:38 আৰু এতিয়া মই ৰং কৰিবলৈ আৰম্ভ কৰিছো ।
23:48 আৰু মই যেতিয়া চাৰিসীমাতো অতিৰিক্ত ৰং কৰো মই পিছফালৰ ৰঙেৰে ৰং কৰিব পাৰো ।
24:00 ৰং কৰাৰ বাবে মই শুধ্য আকাৰৰ ব্ৰাচ নিৰ্বাচন কৰাতো উচিত হব ।
24:23 আৰু মই যেতিয়া আৱৰনতো খুলি দিও,আপোনালোকে দেখিব এইতো হৈছে নিৰ্বাচনত কৰা ভূল আৰু ইয়াতো।
24:35 গতিকে মই তোগোলতো (toggle)নিৰ্বাচন কৰিলো আৰু ভূলতো শুধ্য কৰিলো ।
24:44 Fixed.
24:50 গতিকে এটা জটিল নিৰ্বাচন শুধ্য কৰিবলৈ কুইক মাস্ক(Quick Mask) এটা সহজ পথ হয় ।
24:59 আপোনালোকে কুইক মাস্ক চিলেক্সন (quick mass selection) এটা আহিলা হিচাবে ৱ্যবহাৰ কৰিব পাৰে ।
25:05 গতিকে আপোনালোকে আৱৰনৰ অস্বচ্চতা পৰিবৰ্তন কৰিব পাৰে আৰু এতিয়া আপোনালোকে কোনোমতেহে অংশবোৰ দেখা পাব যিবোৰ নিৰ্বাচন কৰা হোৱা নাই ।
25:19 ৫০%অপাচিতি(opacity) বহুত ক্ষেত্ৰত শুধ্য পৰিমান হয় ।
25:28 আপোনালোকে আপোনালোকৰ পচন্দৰ ৰং নিৰ্বাচন নকৰা ঠাইখিনিৰ বাবে বাচি লব পাৰে ।
25:36 মাস্ক চিকেক্টেত এৰিয়াচ( mask selected areas) নামেৰে ইয়াত অন্য এটা অপচন আছে।
25:43 এইতোৰ মাত্ৰ কুইক মাস্কৰ( quick mask) বিপৰিত প্ৰ্ভাব আছে
25:48 গতিকে এতিয়া নিৰ্বাচিত ঠাইখিনি নীলা ৰঙেৰে ৰং কৰা হৈছে আৰু এই ক্ষেত্ৰত এইতো দেখাত ভাল হৈছে ।
25:59 আৰু আপোনালোকে যেতিয়া কুইক মাস্ক( quick mask) নিৰ্বাচন মূক্ত কৰিব,আপোনালোকে আপোনালোকৰ নিৰ্বাচন দেখা পাব ।
26:08 গতিকে মই ইয়াত সৰ্বোশ্ৰেষ্ঠ নিৰ্বাচন কৰা বুলি ধৰি লোৱা যাওক আৰু পিছৰ কাম কৰিবলৈ মই নিৰ্বাচনতো সংৰক্ষন কৰিব বিচাৰো আৰু এইতো হেৰাব নিবিচাৰো ।
26:29 মাত্ৰ চিলেক্ট( Select) আৰু চেভ( Save)চেনেললৈ যাওক কাৰন নিৰ্বাচনবোৰ আচলতে চেনেল হয় ।
26:45 মই এইতো মাস্ক ১( Mask 1)হিচাবে সংৰক্ষন কৰিলো আৰু এইতো ’XCF’ ফাইলৰ সৈতে জমা থাকিব ।
26:55 গতিকে এতিয়া মই গোতেইখিনি (Shift + Ctrl + A )ৰ সৈতে নিৰ্বাচনমূক্ত কৰিব পাৰো।
27:02 অন্য এটা অংশ নিৰ্বাচন কৰক,ইয়াত মই যেতিয়া মোৰ নিৰ্বাচনলৈ উভতি যাও মই নিৰ্বাচনলৈ যোগ নতুবা নিৰ্বাচনৰ পৰা বিয়োগ আনকি নতুবা নিৰ্বাচনৰ সৈতে কটা-কটি কৰিব পাৰিম আৰু মোৰ নিৰ্বাচনতো ইয়াত ওভোতাই পালো ।
27:23 গতিকে আপোনালোকে যদি সেইতো সংৰক্ষন কৰিব বিচাৰে,মাত্ৰ চিলেক্টলৈ( select) আৰু চেভ তু চেনেললৈ( save to channel)যাওক।
27:34 এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো.যোগদানৰ বাবে ধনয়বাদ।

Contributors and Content Editors

Baijayanti, Mousumi