GIMP/C2/Easy-Animation/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:23 আজি আমি চিম্পুল এনিমেচনৰ( simple animation)বিষয়ে কথা পাতিম।
00:28 জিম্প(GIMP) এনিমেচনৰ পেকেজতোক গেপ (GAP)বুলি কোৱা নতুবা জিম্প(GIMP) এনিমেচন পেকেজ বুলি কোৱা হয় যিয়ে এনিমেচেন,ফ্লিম,আৰু মুভিৰ বিষয়ে যথেষ্ঠ কাম কৰিব পাৰে ।
00:43 কিন্তু আমি সেইতো পিছত আগুৰিম ।
00:46 জাৰ্মানিত সকোলোতকৈ পূৰনি এনিমেচনবোৰক দাউমেনকিনো নতুবা ফ্ৰন্ত চিনেমা বোলা হয় ।
00:55 আৰু ইংৰাজিত এইতো ফ্লিপ বুক নতুবা ফ্লিক বুক বুলি কোৱা হয় ।
01:02 এই কিতাপখন বহুত ছবিৰে গঠিত যিবোৰ প্ৰায় একেই কিন্তু পৃষ্ঠাৰ পৰা পৃষ্ঠালৈ সামান্য সালসলনি কৰা গৈছে আৰু আপোনালোকে যদি সেইবিলাকৰ মাজেৰে মৃদুভাবে গতি কৰে,আপোনালোকে সামান্যভাবে গতিশিল ছবি পাব ।
01:20 ইয়াত এই ভিদিওতো এনিমেচনে হয় আৰু আপোনালোকে প্ৰ্তি চেকেন্দত ২৫খন ছবিৰ সৈতে শ্লাইদ চো চাই আছে ।
01:36 ইয়াত দুটা বিজ্ঞাপন আছে,এইটো মোৰ আৰু এইটো ৰবৰ পৰা পোৱা যিয়ে এনিমেতেত গিফ (gif) দেখায় ।
01:51 মই মোৰ বিজ্ঞাপন ইয়াত উন্নত মানৰ কৰিব খোজো ।
01:56 মই মোৰ বিজ্ঞাপনত মিত দা গিম্প লোগো (Meet The GIMP logo) দেখাব বিচাৰো।
02:04 এতিয়া মই এই ছবিখন মোৰ দেস্কতপত(desktop) সংৰক্ষন কৰিব লাগিব আৰু মই সফলতাৰে এটা এনিমেচন তৈয়াৰ কৰিব লাগিব ।
02:15 গতিকে এতিয়া মই মোৰ নিজৰ ছবিখন চুৰি কৰিছো আৰু ইয়াক মোৰ দেস্কতবত সংৰক্ষন কৰিছো ।
02:24 মই এই ছবিখন গিম্পৰ (GIMP) সহায়ত খুলিছো ।
02:28 মাত্ৰ ইয়াক তুলবস্কৰ ওপৰত তানি আনক আৰু ইয়াত এইতো ।
02:35 ইয়াত মোক ইয়াক ডাঙৰ কৰিব দিয়ক।
02:43 আচলতে এই ছবিখনত কোনো ধৰনৰ এনিমেচেন নাই কিন্তু লেয়াৰ দাইলগত আঠটা লেয়াৰৰ দ’ম আছে।
02:56 আৰু ওপৰত আপোনালোকে দেখা পাইছে যে এইখন এখন গিফ ছবি হয় যিটো নিৰ্দেশাত্মক হয় আৰু ৮০/৮০ পিক্সেলৰ আঠটা লেয়াৰ আছে ।
03:13 এই ছবিখন ২৫৬ টা বিভিন্ন ধৰনৰ ৰঙৰ পৰা তৈয়াৰি ।
03:19 আৰু এই ৰঙবোৰ চোৱাৰ বাবে দাইলগ আৰু কালাৰ মেপলৈ (ColorMap) যাওক ।
03:27 ইয়াত আপোনালোকে ছবিখনত ৱ্যবহিত ৰঙবোৰ দেখা পাব আৰু তাত বহুত নিলা ৰং আৰু অন্য কিছুমান ৰ্ং আছে আৰু প্ৰতিতো ৰঙৰে তালিকা আৰু এইছতিএমেল (HTML) চিহ্ন আছে ।
03:50 গতিকে গিফ ছবিবোৰ নিৰ্দেশাত্মক হয় আৰু আৰজিবি (rgb) ছবিবোৰ নহয় আৰু গতিকে সেইবোৰৰ মাত্ৰ এটা সিমীত ৰঙহে উপলব্ধ হয় ।
04:05 এতিয়া ইয়াৰ ফ্ৰেমবোৰ চোৱা যাওক ।
04:10 আপোনালোকে দেখিছে যে প্ৰথম লেয়াৰতো বেগগ্ৰাউন্দ হিচাবে নামাংকন কৰা হৈছে আৰু ব্ৰেকেতত এইতো মিলিচেকেণ্ডত আছে যিটো ৫ চেকেণ্ড হয় ।
04:25 গতিকে এই ছবিখন ৫ চেকেণ্ডৰ বাবে দেখুওৱা যাব আৰু তাৰ পাছত ১০০ মিলিচেকেণ্ডৰ সৈতে ২,৩,৪ ফ্ৰেমবোৰ অনুসৰন কৰক আৰু তাত ৰিপ্লেচ (replace) বুলি এটা অপচন আছে ।
04:42 . ফ্ৰেমবোৰ চোৱাৰ বাবে মই মাত্ৰ চিফ্‌ট কি (shift key) দবাম আৰু ধৰি ৰাখিম আৰু ইয়াৰ চকুত দবাম আৰু অন্য ফ্ৰেমবোৰ অদৃশ্য হৈ যাব ।
04:55 আৰু এতিয়া মই সেইবোৰ ইয়াত ওপৰত দ’ম কৰি ৰাখিম।
05:03 নিৰ্দেশাত্মক ৰং ৱ্যবহাৰ কৰাৰ বেয়া ফলাফল আছে।
05:07 আপোনালোকে ইয়াত বহুত দাগ দেখা পাইছে কাৰন এই তাইলচবোৰৰ মাত্ৰ ২৫৬টা বিভিন্ন ধৰনৰ ৰ্ং উপলব্ধ আছে ।
05:18 গতিকে ইয়াত এইতো মোৰ পিছফালৰ ছবি ।
05:23 আৰু এইতো অন্যটো আৰু মই এনিমেচনৰ বাবে ৱ্যবহাৰ কৰা অন্য ছবি আৰু এই চিত্ৰবোৰ মানুহৰ দ্বাৰা তৈয়াৰি পাঠটো অনুসৰন কৰাৰ পৰিবৰ্তে আৰু মই এইতো তেওৰ আজ্ঞামতে ৱ্যবহাৰ কৰিছো ।
05:44 আৰু ছবিবোৰৰ অৱশিষ্টবোৰ অন্য ছবিবোৰৰ সাধাৰন স্ংমিশ্ৰন হয় এটাৰ পৰা অন্য এটা সহজভাবে পাবলৈ ।
05:56 এই এনিমেচনতো পূনৰ সজাবলৈ মই এই দ’মটোৰ পৰা দুখন ছবি লব লাগিব যিটো বহুত সহজ ।
06:06 মাত্ৰ ইয়াৰ থাম্বনেইলত ক্লিক কৰক আৰু মাউচ বাটানতো ধৰি ৰাখক আৰু তুল বস্কলৈ টানি আনক
06:15 আৰু ইয়াত এইটো মোৰ প্ৰথম ছবি ।
06:18 এতিয়া ইয়াত ক্লিক কৰক আৰু এইখন মোৰ দ্বিতীয় ছবিখন ।
06:24 গতিকে ইয়াত মোৰ এই দুখন ছবি আৰু মই মোৰ আচল এনিমেচন বন্ধ কৰিব পাৰো আৰু মই ইয়াৰ একোয়ে সংৰক্ষন কৰিব নিবিচাৰো ।
06:40 এতিয়া মই মিত দা গিম্প লোগো (Meet the GIMP logo) অন্তৰ্ভুক্ত কৰিব বিচাৰো
06:46 মাত্ৰ তুল বস্কৰ ওপৰলৈ ইয়াক টানি আনক আৰু ইয়াত এইটো ।
06:53 মই এইটো ৮০/৮০ পিস্কেললৈ নতুনকৈ মাপ নিৰুপন কৰিব লাগিব আৰু তেতিয়া মই বগা ৰং পিছফালৰ ৰ্ং হিচাবে অন্তৰ্ভূক্ত কৰিব লাগিব কাৰন কলা ৰং এই ছবিখনৰ সৈতে বহুত বেয়া লাগিব ।
07:12 আৰু সেইটো কৰাৰ বাবে মই মাত্ৰ নতুন লেয়াৰ এটা যোগ কৰিম,এইটো ব’গা ৰঙেৰ ভৰাম আৰু এইতো তললৈ তানি আনিম আৰু এতিয়া মই পিছফালৰ ৰং হিচাবে ক’লা ৰং পালো ।
07:25 লেয়াৰ দাইল’গত সোফালে ক্লিক কৰক আৰু ফ্লেতাৰ্ন ইমেজ নিৰ্বাচন কৰক ।
07:33 এতিয়া মই ব’গা ৰঙত সমপৃষ্ঠ মিত দা গিম্প লোগো (Meet The GIMP logo )পালো ।
07:39 এতিয়া ইমেজ,স্কেল ইমেজলৈ যাওক আৰু মই ৮০ পিস্কেল থকাতো বিচাৰো,আৰু ইন্তাৰপোলেচনত কিউবিক ভাল হয়। স্কেলত ক্লিক কৰক ।
07:51 আৰু এতিয়া ছবিখন পূৰ্নমাপ কৰা হৈছে কিন্তু এইতো কোমল হয় ।
07:58 পুৰ্নমাপ কৰাৰ পাছত আপোনালোকে ইয়াক তীক্ষ্ণতৰ কৰিব লাগিব ।
08:03 গতিকে মই ফিল্টাৰ,এনহেঞ্ছ,চাৰ্পেনলৈ যাম ।
08:09 মই ভাবো ছাৰ্পনেচৰ সৈতে মই বেছিলৈ যোৱাতো উচিত হব ।
08:15 মই ভাবো এইতো ভাল হৈছে ।
08:22 এতিয়া এটা এনিমেচন হোৱাৰ বাবে অপেক্ষা কৰি মোৰ তিনিখন ছবি আছে ।
08:29 এটা বস্তু মই প্ৰায় পাহৰি গৈছো সেইটো হৈছে এই ভিত্তিস্বৰুপ ছবিবোৰ সংৰক্ষন কৰাটো ।
08:37 এইটো ইয়াত প্ৰথমটো হৈছে,মিত দা গিম্প (Meet The GIMP) আৰু মই এইতো এমতিজি ৮০এক্সচিএফ (mtg80.xcf.) হিচাবে সংৰক্ষন কৰিছো
08:55 আৰু ইয়াত এইটোও এটা হয়।
08:58 মেনুখন অনাৰ অন্য এটা উপায় হৈছে ছবিখনত সোফালে ক্লিক কৰা আৰু ইমেজ,মোদলৈ আৰু আৰ্জিবিলৈ (RGB) যোৱা ।
09:11 তাৰ পাছত ফাইললৈ আৰু চেভএচলৈ যাওক ।
09:21 মই মোৰ মূল হিচাবে এই ছবিখন ৱ্যবহাৰ কৰিম ।
09:26 গতিকে,মই আকৌ ইয়াক সংৰক্ষন কৰিছো আৰু এইবাৰ ক’পি (copy) হিচাবে ।
09:33 আৰু মই ইয়াক আভাতাৰদতএক্সচিএফ (avatar.xcf) বুলি মাতিম ।
09:41 হয় মই এইটো নতুনকৈ স্থানান্তৰিত কৰিব বিচাৰো,মই সেইটো আগতে কৰিছো ।
09:48 ফাইল,ওপেনলৈ যাওক ।
09:52 গতিকে ইয়াত এইখন মোৰ মূল ছবি হয় ।
09:56 আৰু প্ৰথমতে মই কৰিব বিচৰা কামটো হৈছে এই ছবিখন মিত দা গিম্প ল’গোৰ সৈতে একলগ কৰা ।
10:05 আৰু তাৰ বাবে মই ইয়াৰ এটা প্ৰতিলিপি বনাম আৰু ল’গোৰ সৈতে সংমিশ্ৰন কৰিম ।
10:14 মই ক্লিক কৰি এই ছবিখন নিৰ্বাচন কৰিছো আৰু এইটো মোৰ তুলবক্সলৈ টানি আনিছো আৰু ইয়াত এইটো মই মোৰ লেয়াৰ আৰু এই ছবিখনৰ ওপৰত তানি আনিছো আৰু আপোনালোকে লেয়াৰৰ টুকুৰা পাইছে যিতো নামাংকন কৰা হোৱা নাই ।
10:40 এতিয়া ইয়াত মই মোৰ ছবিখনৰ সৈতে দুটা লেয়াৰ পাইছো ।
10:46 আৰু মই তিনিতা পদক্ষেপ বিচাৰো এই দুটা লেয়াৰৰ মাজেৰে ।
10:51 সেইটো কৰাৰ বাবে মই এটা ২৫%ৰ স্বচ্চতা নিৰ্বাচন কৰিম ।
11:01 এতিয়া মই এই ছবিখন ফ্লেতেন (flatten) কৰি ল’ম আৰু ইয়াক মোৰ অভতাৰদতেক্সচিএফ ইমেজলৈ তানি আনিম ।
11:11 মই এই নামবোৰ পিছত পৰিবৰ্তন কৰিম ।
11:18 মই নামাংকন নকৰা ছবিখনলৈ উভতি যাম,এদিত আৰু আন্দুলৈ যাম।
11:27 এতিয়া মই স্বচ্চতা ৫০%লৈ সংস্থাপন কৰিছো ।
11:36 লেয়াৰত সোফালে ক্লিক কৰক আৰু ফ্লেতাৰ্ন ইমেজ নিৰ্বাচন কৰক আৰু এইতো টানি অনাৰ আগতে,মই মাত্ৰ লেয়াৰতো ফ্ৰেম এক্স (Frame X)হিচাবে পূৰ্ননামাংকন কৰিম আৰু ব্ৰেকেত ১ত ১০০ মিলিচেকেণ্ড লিখিম ।
12:02 এতিয়া মই এইতো অভতাৰদতএক্সচিএফলৈ তানি আনিম আৰু মোৰ ছবিখনলৈ উভতি যাম ।
12:14 মই ctrl + Z দবাম আৰু ওপৰৰ লেয়াৰৰ অস্বচ্ছতা প্ৰায় ৭৫%লৈ পৰিবৰ্তন কৰিম ।
12:26 লেয়াৰত সোফালে ক্লিক কৰক আৰু ফ্লেতাৰ্ন ইমেজ নিৰ্বাচন কৰক।
12:34 এই ছবিখনলৈ মই এই লেয়াৰতো তানি আনিছো ।
12:39 আৰু সেইখিনিয়ে যথেষ্ঠ এই এনিমেচন পদক্ষেপৰ বাবে ।
12:45 এতিয়া মই ল’গোতো এই ছবিখনলৈ তানি আনিব লাগিব আৰু ইয়াত মই মোৰ প্ৰথম তিনিতা লেয়াৰৰ স্ংমিশ্ৰন পাইছো ।
12:57 আৰু এতিয়া মই মাত্ৰ ইয়াত খণ্ড লেয়াৰ বন্ধ কৰিম আৰু ইয়াক সংৰক্ষন নকৰো ।
13:05 এতিয়া আমি এইটো কেনেকৈ কাম কৰে চাম ।
13:10 কিন্তু তাৰ আগতে মই মোৰ কাম ইয়াত সংৰক্ষন কৰিম ।
13:15 আৰু এতিয়া মই ফিল্টাৰ্চ,এনিমেচেন আৰু প্লেবেকলৈ যাম ।
13:26 এইতো মোৰ এনিমেচেন হয় ।
13:29 মই প্লেত (play) ক্লিক কৰিছো।
13:33 প্ৰথমতে এইতো চলোৱাৰ আগতে মই এই লেয়াৰবোৰৰ নামবোৰ পৰিবৰ্তন কৰিব লাগিব।
13:43 আপোনালোকে লেয়াৰবোৰ অন্য বহুত ইমেজ ওৱৰ্দ প্ৰোচেচিং অপচনৰ সৈতে কৰাৰ দৰে একেভাবে লেয়াৰবোৰ পূৰ্ননামাংকন কৰিব পাৰিব ।
13:56 মাত্ৰ আখৰবোৰ চিহ্নিত কৰক, Ctrl + C প্ৰেচ কৰক আৰু পিছৰ লেয়াৰতোত দুবাৰ ক্লিক কৰক আৰু Ctrl + V দবাওক আৰু দৰকাৰি বস্তুবোৰ পৰিবৰ্তন কৰক ।
14:14 এতিয়া প্ৰ্ত্যক ফ্ৰেমৰে নিৰ্দিষ্ট নাম আছে ।
14:22 গতিকে মই মোৰ ছবিখনলৈ ফিল্টাৰ,এনিমেচন,প্লেবেক নিৰ্বাচন কৰি উভতি যাম আৰু ইয়াত ছবিখন এবাৰ চোৱা যাওক ।
14:34 আপোনালোকে মূল ছবিখন দেখা পাইছে ।
14:38 আৰু এইতো অন্য ছবিলৈ পৰিবৰ্তন হৈছে কিন্তু এইতো বহুত খৰ হৈছে ।
14:50 এইতো অলপ ধিৰগতিৰ হোৱাতো উছিত আছিল ।
14:55 গতিকে মই সময়তো ২০০মিলি চেকেণ্ডলৈ পৰিবৰ্তন কৰিম ।
15:02 গতিকে আকৌ ফিল্টাৰচ,এনিমেচেন,প্লেবেক।
15:15 মই ভাবো এইতো ভাল হৈছে ।
15:18 শেষৰ কৰিবলগিয়া কামতো হৈছে এই ছবিখন সূচীভূক্ত কৰা আৰু ইয়াক গিফ হিচাবে সংৰক্ষন কৰা।আৰু এইতো সহজভাবে কৰা গৈছে ।
15:30 মাত্ৰ ফাইল,চেভ এচ লৈ যাওক আৰু তাৰ পাছত নাম ব্যাপকতা গিফ (GIF)লৈ পৰিবৰ্তন কৰক আৰু চেভত ক্লিক কৰক ।
15:43 তাৰ পাছত মই এটা ওপচন দাইল’গ পাম ।
15:47 আৰু গিফে এই লেয়াৰবোৰ ইয়াত পৰিচালনা কৰিব নোৱাৰিব।
15:52 আৰু ই মাত্ৰ এনিমেচন ফ্ৰেম পৰিচালনা কৰিব পাৰে ।
15:57 গতিকে মই এইতো এনিমেচন হিচাবে স্ংৰক্ষন কৰিব বিচাৰো ।
16:04 গিফে মাত্ৰ গ্ৰে স্কেল নতুবা ইন্দেক্স ইমেজ পৰিচালনা কৰিব পাৰে।
16:10 গতিকে মই এইতো ইন্দেক্স ৰিজাল্টলৈ পৰিবৰ্তন কৰিব বিচাৰো ।
16:15 এইবোৰ নিজে নিজে পোৱা পটভূমি মই ভাবো সেইবোৰ মোৰ বস্তুৰ বাবে যথেষ্ঠ ভাল আৰু মই এইতো পৰিবৰ্তন কৰিব পাৰো কিন্তু মই ভাবো এইতো প্ৰয়োজনীয় নহয় ।
16:26 গতিকে মই এক্স্পোৰ্তত ক্লিক কৰিছো ।
16:29 ইয়াত আপোনালোকে ক্ৰিয়েতেত উইথ্‌ দা গিম্প দেখা পাইছে আৰু লুপ ফৰিভাৰ ।
16:36 ফ্ৰেম দিচপোজলত মই ওৱান ফ্ৰেম পাৰ লেয়াৰ হিচাবে পূৰ্নস্থানান্তৰিত কৰিব বিচাৰো
16:43 আৰু এই অপচনবোৰ নিৰিক্ষন কৰা নাই গতিকে মই সেইবোৰ নিৰিক্ষন নকৰাকৈ এৰি দিম কাৰন মই যদি টাইমতো ৫০০০ নতুবা ২০০০মিলিচেকেণ্ডলৈ পৰিবৰ্তন কৰিব বিচাৰো তেতিয়াহলে মই এইটো কৰিব পাৰো ।
17:01 এতিয়া চেভত ক্লিক কৰক আৰু আমি ফলাফলত নজৰ কৰিম ।
17:07 আৰু তাৰ বাবে আমি গিম্প ৱ্যবহাৰ নকোৰো কিন্তু মোজিলা (Mozilla) কৰিম ।
17:13 মোজিলাত এইতো আশা কৰা ধৰনে ই কাম কৰে ।
17:18 অহা সপ্তাহলৈ শুভ বিদায় ।
17:22 এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধনয়বাদ।

Contributors and Content Editors

Baijayanti, Mousumi