GIMP/C2/Drawing-Tools/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:23 নমস্কাৰ দৰ্শক সকল. GIMP লগ পাবলৈ স্বাগতম জনাইছো । মোৰ নাম মৌচুমি মেধী আৰু মই এইতো আই আই টি বম্বেত বানীবদ্ধ কৰিছো ।
00:30 এই তিউতৰিয়েলত মই আপোনালোকক ছবি অকা সজুলি বিলাকৰ বিস্তৃত বৰ্ননা কৰিম ।
00:37 প্ৰ্থম ছবি অকা সজুলিতো হৈছে পেঞ্ছিল আৰু ই বহু তীক্ষ্ণ ভাবে কাম কৰে
00:44 ইয়াত মই এডাল চিধা লাইন আকিছো আৰু মই যদি ছবিখনত ডাঙৰকৈ চাও আপোনালোকে দেখা পাব যে প্ৰত্যেক পিক্সেলতো হয়তো ক’লা নহলে ব’গা ।
01:01 মই যেতিয়া ৰং কৰা ব্ৰাচ ছবি আকিবলৈ তুলি লম,মই এডাল লাইন পাম যাৰ মৃসন ধাৰ আছে ।
01:08 আৰু মই যেতিয়া যুমলৈ উভতি যাম,আপোনালোকে এডাল অসমান ডাঠ লাইন যেতিয়া পেঞ্ছিলৰ সৈতে আকো দেখা পাব।
01:17 আৰু মই যেতিয়া ৰং কৰা ব্ৰাচেৰে আকিম মই এডাল মিহি লাইন পাম।
01:29 ইয়াত পেঞ্ছিললৈ উভতি যাও ।
01:32 আপোনালোকে দেখিছে যে কোনৰ পিনে পেঞ্ছিলডাল বহুত ধাৰ হয় আৰু ৰং কৰা ব্ৰাচ কোমল হয় ।
01:40 কিন্তু আপোনালোকে ইয়াত অসমান লাইন দেখা নাই ।
01:44 ইয়াক চকুৰ কৌশল বোলা হয়।
01:47 মই যেতিয়া ইয়াক ডাঙৰ কৰিছো আপোনালোকে এইতো ইয়াত ইয়াৰ অচিনাকি ৰূপ দেখিছে।
01:53 এইটোয়ে হৈছে পেঞ্চিল আৰু ৰ্ং কৰা ব্ৰাচৰ মাজত প্ৰধানতম পাৰ্থক্য ।
01:59 অন্যথা সেইকেইদাল প্ৰায় একে আৰু সিহতৰ অপচন কেইতাও ।
02:13 এতিয়া ৰং কৰা ব্ৰাচৰ সৈতে আৰম্ভ কৰা যাওক ।
02:16 তুল বক্সৰ paint brush তুলত ক্লিক কৰা আৰু আপোনালোকে তাৰ বাবে অপচনবোৰ পাব ।
02:25 লেয়াৰ মোদত থকাৰ দৰে ইয়াৰো মোদকেইতাও একেই,আপোনালোকে ইয়াত মাল্টিপ্লাই নতুবা অভাৰলে ইত্যাদি দেখা পাইছে।
02:40 ইয়াত এইতো হৈছে অপাচিতি শ্লাইদাৰ আৰু ইয়াক ৱ্যবহাৰ কৰি আপোনালোকে লাইনৰ দৃশ্যমানতা আৰু ৰং নিয়ন্ত্ৰন কৰিব পাৰিব ।
02:50 মই পৰিমানতো ২৫%লৈ কমাইছো আৰু মই যেতিয়া আকিম, মই ক’লা ৰঙৰ পৰিবৰ্তে এডাল পাতল শুল্ক (light grey) ৰঙৰ লাইন পাম.
03:02 মই যেতিয়া এই লাইনদাল এডাল নতুন লাইনৰ সহায়ত কাটিছো আপোনালোকে দেখা পাইছে যে ৰঙতো গাঢ় হৈছে কিন্ত এইতো মাত্ৰ মই যেতিয়া নতুন লাইনৰ সৈতে ইয়াৰ ওপৰেৰে যাও তেতিয়াহে ঘটে ।
03:22 মই এই অংশতোত ডাঙৰকৈ চাম আৰু এডাল ডঙৰ ব্ৰাচ বাচি লম ।
03:26 আৰু এতিয়া মই যেতিয়া এডাল লাইন আকো এইতো শুল্ক ৰঙৰ হয় ।
03:30 আৰু মই দ্বিতীয় লাইন এদাল আকিছো আৰু এই লাইন দুদালৰ প্ৰতিচ্ছেদন (intersection) হব গাঢ় শুক্ল বৰনৰ ।
03:36 আৰু এতিয়া মই ইয়াৰ ওপৰত তৃতীয় লাইন এদাল আকিছো আৰু ইয়াৰ প্ৰতিচ্ছেদন আৰু বেচি গাঢ় শুল্ক বৰনৰ হৈছে কিন্তু মই যেতিয়া একে লাইনেৰে আকি উভতি আহিম ই আগতকৈ বেচি গাঢ় নহয় ।
03:48 গতিকে ই মাত্ৰ এডাল ৰেখাৰ পৰা আন এডাল ৰেখালৈ কাম কৰে আৰু আপোনালোকে এটা পৰিসৰ শুল্ক ৰঙেৰে খুব সহজে ৰং কৰিব পাৰিব আৰু আপোনালোকে এইতো যেতিয়া ভৰ্তি কৰি থাকে সাবধানেৰে চাব নালাগে ।
04:15 ইয়াত আপোনালোকে এটা অপচন দেখা পাব যাক ইনক্ৰিমেনতেল(Incremental) বুলি কোৱা হয় ।
04.20 আপোনালোকে যেতিয়া ইনক্ৰিমেনতেল বাচি লয়,আপোনালোকে আৰু বেছি গাঢ় প্ৰভাব পাব ।
04:29 ব্ৰাচৰ অপচনলৈ যোৱা যাওক আৰু ইয়াত আপোনালোকে ব্ৰাচৰ পৰিসৰ ২০% সংস্থাপন কৰা দেখা পাইছে ।
04:45 ব্ৰাচবিলাক আচলতে হৈছে এটা চাব (stamp) যিয়ে একে গাথনিত বাৰে বাৰে চাব মাৰি থাকে ।
04:54 আৰু মই যেতিয়া ইয়াত ডাঙৰকৈ চাম আপোনালোকে দেখা পাব যে ২০% আকাৰৰ ব্ৰাচৰ পিছত,এই ব্ৰাচৰ গভীৰ চাপ হব।
05:07 ইয়াত প্ৰ্ত্যেক ব্ৰাচয়েই এটা আনটোৰ ওপৰত আছে ।
05:19 আৰু আপোনালোকে যেতিয়া ইনক্ৰিমেনতেল অপচনতো নিৰ্বাচন নোহোৱা কৰে আপোনালোকে ব্ৰাচৰ প্ৰতিতো চাবে দেখা পাব,কিন্তু ইয়াৰ ওপৰত কোনো ৰং নাথাকে আৰু মই দ্বিতীয় লাইন আৰম্ভ কৰিব লাগে ।
05:34 আৰু মই যেতিয়া ইনক্ৰিমেনতেল বাচি লও,মই বাৰে বাৰে ৰং কৰিব পাৰিম ।
05:47 ১০০% লৈ উভতি যাওক ।
05:53 মই অপাচিতি আৰু ইনক্ৰিমেনতেল অপচন আগুৰি আছো ।
05:57 অপাচিতিৰ সৈতে ১০০%লৈ উভতি যাও আহক আৰু মই আৰু আকৌ এবাৰ সম্পুৰ্ন ক’লা ৰং আকিব পাৰিম ।
06:07 ইনক্ৰিমেনতেল অৰ্থপূৰ্ন হব মাত্ৰ যেতিয়া আপোনালোকৰ অপাচিতি ১০০% ত কৈ কম থাকে ।
06:15 ইয়াত স্কেল শ্লাইদাৰে পেনৰ আকাৰ নিয়ন্ত্ৰন কৰে আৰু মই যেতিয়া ১লৈ শ্লাইদ নমাও,আপোনালোকে সৰু আকাৰৰ ব্ৰাচ পাব ।
06:31 মই যেতিয়া ব্ৰাচ ০.০৫ ৰ মাপলৈ নিও,মই ধুনীয়া লাইন এডাল আকিব পাৰিম আৰু মই শ্লাইদাৰতো ২লৈ সংস্থাপন কৰিছো আৰু মই এডাল বহল লাইন পাই গ’লো।
06:48 মাপনীয়ে প্ৰকৃততে ব্ৰাচৰ ব্যাস নিয়ন্ত্ৰন কৰে আৰু আপোনালোকে কিবোৰ্দত চাৰিকোনীয়া ব্ৰেকেতৰ সহায়তো নিয়ন্ত্ৰন কৰিব পাৰে ।
07:15 খোলা চাৰিকোনীয়া ব্ৰেকেতৰ সহায়ত মই ব্ৰাচৰ আকাৰ কমাব আৰু বন্ধ চাৰিকোনীয়া ব্ৰেকেতৰ সহায়ত বঢ়াব পাৰো
07:32 আপোনালোকে দেখা পাইছে যে ব্ৰাচদাল প্ৰায় নোহোৱা হৈছে।
07:38 গতিকে মই ব্ৰাচৰ আকাৰ মই ৰং কৰা ঠাইখিনেক নেৰাকৈ মিলাব পাৰিম ।
07:51 যদি কোনাবা GIMP মানুহে আগফালে চাই আছে,মই এতা বাতান পাবলৈ ভাল পাম শ্লাইদাৰ্তো ১ লৈ উভতি যাবলৈ ।
08:03 গতিকে স্কেল অপচন শেষ হ’ল ।
08:06 আৰু মই পিছৰ তিউতৰিয়েলত ব্ৰাচৰ বিষয়ে বিস্তৃত ভাবে আলোচনা কৰিম ।
08:12 ইয়াত এটা অপচন আছে যাক প্ৰেচাৰ চেঞ্চিতিভিতি বোলা হয় আৰু মই ইয়াক ৱ্যবহাৰ কৰিব পাৰো যেতিয়া ছবিখন স্ংস্কৰন কৰো। গতিকে,
08:30 ইয়াৰ অপাচিতিত এবাৰ ছোৱা যাওক ।
08:35 এতিয়া মই যেতিয়া বেচি যোৰ নিদিয়াকৈ আকিম,আপোনালোকে এটা লাইন পাব যিতো শুল্ক বৰনৰ হয় আৰু মই যেতিয়া যোৰ বঢ়াম মই গাঢ় ৰং পাম আৰু মই যেতিয়া যোৰ কমাম মই পাতল ৰঙৰ লাইন পাম ।
09:04 এই অপচনতো কাৰ্যকাৰী, যদি আপোনালোকে মাচ্‌ক ৰং কৰি আছে ।
09:09 এইতো বিৰাত কাৰ্যকাৰী
09:17 পিছৰ ওপচনতো হৈছে হাৰ্দনেচ ।
09:20 যেতিয়া মই বেচি যোৰ নিদিয়াকৈ আকো,তাত এটা পাতল সীমাৰেখা পাম আৰু মই যেতিয়া যোৰ বঢ়াও ৰং কৰা ব্ৰাচদাল পেনৰ দৰে কাম কৰে ।
09:38 মই যেতিয়া পেঞ্ছিল তুল নিৰ্বাচন কৰো আৰু আকো মই তীক্ষ্ণ সীমাৰেখা পাও আৰু ই তীক্ষ্ণ সীমাৰেখা তৈয়াৰ কৰিব পাৰে যদি সচাকৈয়ে তেব্লেতত দবোৱা যায় ।
09:5 মই ব্ৰাচৰ আকাৰ প্ৰেচাৰ চেনচিতিভিতিৰ সহায়ত পৰিবৰ্তন কৰিব পাৰো ।
10:00 মই ৰংও প্ৰেচাৰ চেনচিতিভিতিৰ সহায়ত পৰিবৰ্তন কৰিব পাৰো ।
10:05 মই পিছফালৰ ৰঙৰ পৰা অন্য এটা ৰং নিৰ্বাচন কৰিছো,এইতো ইয়াত এনেকুৱা।
10:12 গতিকে এই ৰঙা ৰংতো নিৰ্বাচন কৰা যাওক ।
10:15 আৰু আগফালৰ ৰঙৰ বাবে এই ধূনীয়া সেইজীয়া ৰঙক নিৰ্বাচন কৰা যাওক ।
10:21 আৰু মই যেতিয়া ইয়াত নিৰ্বাচন কৰা ৰংৰ সৈতে কম যোৰ দি ৰং কৰা আৰম্ভ কৰিছো মই সেউজীয়া ৰং পাইছো আৰু মই যেতিয়া যোৰ বঢ়াই ৰং কৰিছো মই ৰঙা ৰং পাইছো আৰু যদি এৰি দিও মই সেউজীয়া নতুবা পাতল সেউজীয়াৰ ভিতৰত পৰা ৰং পাইছো ।
10:41 আৰু সেউজীয়া আৰু ৰঙাৰ এই দুয়োতাৰ মাজত ৰং পৰিবৰ্তন হৈ থাকিব ।
10:49 শেষৰ অপচনতো হৈছে গ্ৰেদিয়েন্তৰ পৰা ৰং ৱ্যবহাৰ কৰা ।
11:01 গ্ৰেদিয়ান্ত বাচিবলৈ ফাইললৈ,দাইল’গলৈ আৰু গ্ৰেদিয়েন্তলৈ যাওক ।
11:18 ইয়াত হৈছে গ্ৰেদিয়েন্তবোৰ।
11:20 আৰু এতিয়া মই মাত্ৰ এই উইন্দোতো দৃঢ়ভাবে ধৰিম আৰু ইয়াক ইয়াত তানি আনিম আৰু এতিয়া ইয়াত মই গ্ৰেদিয়েন্ত পালো ।
11:28 গ্ৰেদিয়েন্তত মোৰ ডাঙৰ নিৰ্বাচনমূলক আৰ্হি নক্সা আছে।
11:33 এইতো নিৰ্বাচন কৰা যাওক আৰু এতিয়া মই ইয়াত উভতি যাম ।
11:42 এতিয়া মই যেতিয়া মই ৰং কৰিম ৰংতো এই আকাৰত গ্ৰেদিয়েন্তত যাব ।
11:48 এইতো কিছুমান কামৰ বাবে যেনে লিখা আৰু গ্ৰেদিয়েন্তৰ সৈতে কাম কৰাত কিছু হাহী উঠা ধৰনৰ
12:02 এইতো নলীৰে বা এনে কিবা বস্তৰে তৈয়াৰি যেন লাগে ।
12:07 এইবোৰই হৈছে গ্ৰেদিয়েন্তৰ অপচনবোৰ।
12:11 এই অপচনবোৰ ব্ৰাচ ৱ্যবহাৰ কৰা গোতেইবোৰ তুলৰ বাবে একেই ।
12:30 যিতো হৈছে পেঞ্ছিল,ৰং কৰা ব্ৰাচ,লবৰ আৰু এয়াৰ ব্ৰাচ যাৰ কিছুমান যোগাত্মক অপচন আছে ।
12:50 চিয়াহীৰ বাবে কোনো ব্ৰাচ নাই কিন্তু ইয়াৰ আৰু বহুত ধৰনৰ অপচন আছে ।
12:55 ক্লোন তুল,হিলিং তুল,পাৰস্পেক্তিভ ক্লোন তুল আৰু আনকি ব্লাৰ,চ্চাৰ্পেন নহলে দদজ আৰু বাৰ্ন এইবোৰ ব্ৰাচত থকা অপচনবোৰ ।
13:14 এতিয়া পেঞ্ছিললৈ আৰু ৰং কৰা ব্ৰাচলৈ উভতি যোৱা যাওক ।
13:21 এইতো মাত্ৰ আকৌ এবাৰ চাফ কৰা
13:24 কিছুমান বুদ্ধি আছে যিবোৰ আপোনালোকে ইয়াত ৱ্যবহাৰ কৰিব পাৰে ।
13:29 প্ৰ্থম বুদ্ধিতো হৈছে অকা লাইনৰ বিষয়ে ।
13:33 মই যেতিয়া এডাল চিধা লাইন আকিবলৈ চেষ্ঠা কৰো এইতো কিছু কষ্টকৰ ।
13:39 কিন্তু মই যেতিয়া প্ৰথমতে এটা বিন্দু এটা ক্লিকৰ সৈতে সংস্থাপন কৰো আৰু shift কি(key) দবাও, মই এডাল চিধা লাইন পাও ।
13:48 ইয়াত মই এডাল চিধা লাইন পালো ।
13:51 পিছৰ বুদ্ধিতো হৈছে,মাত্ৰ এটা বিন্দু সংস্থাপন কৰা আৰু Shift + Ctrl দবোৱা আৰু মোৰ লাইনৰ ঘূৰ্নন ১৫ দিগ্ৰিত তলা লাগি যাব ।
14:05 আৰু গতিকে মই অতি সহজে নিৰ্ধাৰিত দিশত চিধা লাইনবোৰ আকিব পাৰিম
14:20 গতিকে ইয়াত এইতো কি শ্ৰেষ্ঠ নিদৰ্শন ।
14:24 এই Shift কি (key)ৰ সহায়ত আপোনালোকে আৰু বহুত কিবা কিবি কৰিব পাৰে ।
14:29 তাৰ বাবে গ্ৰেদিয়েন্ত তুলতো বাচি লওক।
14:37 নিৰ্বাচন কৰা গ্ৰেদিয়েন্তৰ সৈতে এডাল লাইন অকা আৰু আপোনালোকে যথেষ্ঠ পৰিমানৰ বিভিন্ন ৰং পাব ।
14:45 মই এডাল সৰু ব্ৰাচ বাচি লৈছো আৰু গ্ৰেদিয়েন্ত তুল নিৰ্বাচন মুক্ত কৰিছো আৰু মোৰ মানযুক্ত ৰং বোৰ বাচি লৈছো ।
14:55 এতিয়া মই যেতিয়া Ctrl কি(key) দবাম,মই অকা লাইনৰ পৰা মই ৰং বাচি লব পাৰিম আৰু আপোনালোকে দেখা পাব, আগফালৰ ৰং নীলা ৰংৰ ধৰনলৈ পৰিবৰ্তন হৈছে ।
15:09 গতিকে মই এটা ৰং উঠাব পাৰো,ছবিখনৰ যিকোনো ঠাইৰ পৰা যিতো বিৰাত ধূনীয়া হৈছে ।
15:17 আৰু আপোনালোকে যদি ছবি এখনৰ কৰ’বাত ৰং কৰিব বিছাৰে আৰু আপোনালোকে বিছৰা ৰংতো ইয়াৰ আছে ।
15:25 মাত্ৰ ইয়াৰ ওপৰত ক্লিক কৰা আৰু আপোনালোকে আপোনালোকৰ ফলকত নিৰ্দিষ্ট ৰংতো পাব ।
15:36 সেইতো এটা ধূনীয়া বুদ্ধি।
15:39 আচলতে ইৰেজাৰ তুল পেন নতুবা ব্ৰাচৰ দৰে একেই তুল কাৰন এইতো মাত্ৰ সিহতৰ বিপৰিত ।
15:52 ইৰেজাৰেও ৰং কৰে কিন্তু ই পিছফালৰ ৰংতো দিয়ে ।
15:57 আপোনালোকে ইয়াত চাব পাৰে।
16:00 কিন্তু তাৰ বাবে আপোনালোকে পেচাৰ চেচিতিভিতি আৰু অপাচিতি নিৰ্বাচন মুক্ত কৰিব লাগিব ।
16:08 মই যেতিয়া আগপিনৰ আৰু পাছফালৰ ৰং কলা আৰু বগালৈ গতি কৰো আৰু ব’গা আগফালৰ ৰং হিচাবে পৰিবৰ্তন কৰো আৰু কলমতো বাচি লও,মই ইৰেজাৰৰ দৰে একে ফলাফল পাও।
16:25 ৰং পৰিবৰ্তন কৰাৰ পিছত মছোতে কলা ৰং পাম
16:41 আপোনালোকে আগফালৰ আৰু পিছফালৰ ৰং Xকি( key) দবাই পৰিবৰ্তন কৰিব পাৰিব।
16:50 মই পেঞ্ছিল,ৰং কৰা ব্ৰাচ আৰু ইৰেজাৰৰ বিষয়ে বিস্তৃত ভাবে সাঙুৰিছো ।
16:59 বিস্তৃত সংবাদৰ ববে http://meetthegimp.orgলৈ যোৱা আৰু আপোনালোকে যদি কিবা মতামত পঠাব বিছাৰে,অনুগ্ৰহ কৰি info@meetthegimp.org. লৈ লিখক।
17:10 এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধনয়বাদ।

Contributors and Content Editors

Mousumi