GIMP/C2/Comics/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:18 Meet The GIMP ৰ স্পোকেন টিউটৰিয়েললৈ স্বাগতম জনাইছো ।
00:21 মোৰ নাম মৌচুমি মেধী আৰু মই এইটো আই আই টি বম্বেত বানিবদ্ধ কৰিছো ।
00:27 আৰম্ভনিতে,মই কিবা এটা কৰিম যিটো মই সদায় উল্লেখ কৰিব পাহৰো ।
00:34 মই সদায় ছবিখন সংৰক্ষন কৰিব পাহৰো ইয়ালৈ কিবা এটা কৰাৰ আগতে ।
00:45 মই ফাইল( File),চেভ এচলৈ( Save as) গৈছো,আৰু এইটো এনেকৈ সংৰক্ষন কৰিছো
01:05 "comic.xcf".
01:12 ‘xcf’ তো গিম্পৰ নিজা ফাইল আকৃতি হয় আৰু ই গোটেই স্তৰৰ তথ্যবোৰ ফাইলত ৰাখে ।
01:22 গিম্পত( Gimp) কেতিয়াও JPEG নতুবা 'tif' নহলে সেইৰূপে সংৰক্ষন নকৰিব, যদি পাছত ইয়াৰ সৈতে আপোনালোকে কাম কৰিব বিচাৰে ।
01:30 আপোনালোকে তাৰ পৰা আপোনালোকে বিচৰা প্ৰতিটো আকৃতি আমদানি কৰিব পাৰিব কিন্তু যিকোনো কিবা পিছৰ কামৰ সৈতে কৰিব বিচাৰিলে 'XCF' ৱ্যবহাৰ কৰিব ।
01:45 গতিকে,কি কৰা যায়?প্ৰথমতে মই এই ছবিখন চাফ কৰিব লাগিব ।
01:59 ইয়াত দুটা অসুবিধা আছে।প্ৰথমতে, মোৰ পিছফালে থকা মানুহজন ।
02:15 আৰু দ্বিতীয়তে এই বিশৃংখল বস্তুবোৰ,ইয়াৰ তলৰ ।
02:21 ইয়াৰ এই মূৰ্তিটো বহুত ভাল স্থানত আছে আৰু মই ভাবো,এই ছবিখনৰ এইটো কোনৰ বিন্দুবোৰৰ এটা হয় ।
02:31 গতিকে,প্ৰথমতে মোক এই বস্তুবোৰ ইয়াৰ পৰা লৈ যাবলৈ দিয়ক ।
02:36 গতিকে মই ছবিখনত ডাঙৰকৈ চাইছো আৰু পেন টুল( Pen Tool)নিৰ্বাচন কৰিছো ।
02:50 এইটো ক্ল’নিং তুলৰ( Cloning Tool) দ্বাৰা সকোলোতকৈ ভালকৈ কৰা হয় আৰু মই ইয়াত অতি সুক্ষ্মভাবে কাম কৰিব নালাগে কাৰন চূড়ান্ত ছবিখনত এই সকোলো সৰু বস্তুবোৰ ধংস হৈ যাব ।
03:05 গতিকে মই ক্ল’ন টুল (Clone tool)টো নিৰ্বাচন কৰিছো আৰু ব্ৰাচৰ আকাৰ পৰিবৰ্তন কৰিছো
03:13 এতিয়া মইCtrl দবাইছো আৰু আৰম্ভনিৰ বিন্দু এটা পাবলৈ ক্লিক কৰিছো আৰু এতিয়া মই সৰলভাবে ৰং কৰা আৰম্ভ কৰিম ।
03:24 কিন্তু,সেইতো আৰম্ভ কৰাৰ আগতে মই অভাৰলে মোদতো( Overlay mode) নৰ্মেল মোদলৈ( Normal mode) পৰিবৰ্তন কৰিছো,অপাচিতি ১০০লৈ আৰু এতিয়া ৰং কৰা আৰম্ভ কৰা যাওক ।
03:42 ছবিখন অলপ মেঘাচ্ছন্ন হৈ গৈছে,গতিকে মই ৰং কৰিবলৈ অন্য ব্ৰাচ নিৰ্বাচন কৰিছো ।
03:57 আৰু এতিয়া মই ইয়াত চাৰিসীমালৈ গৈছো আৰু ৰ্ং কৰিছো ।
04:37 গতিকে ,মানুহজন গুচি গ’ল ।
04:41 সেইটোয়ে ইয়াত বিশৃংখল বস্তুবোৰ এৰিছে ।
04:44 মই ফুলদানিটো ইয়াত ৰাখিব খোজো কিন্তু ইয়াৰ এই বস্তুবোৰ যাব লাগিব ।
05:03 মই এই মূহুৰ্তত ফুলদানিটোৰ চৰিসীমাৰ যটন লম ।
05:24 মই যদি ছবিখন এই ধৰনে ৰাখো, আপোনালোকে ক্ল’নিংৰ চিহ্নবোৰ দেখা পাব কিন্তু মই যেতিয়া ক’মিক মোদত( comic mode) যাও সেইবোৰ ধংস হৈ যাব ।
05:43 গতিকে,এতিয়া ইয়াৰ ফুলদানিতৰ বিষয়ে অলপ কৰা যাওক ।
06:06 মই ভাবো,মই এই বিন্দুৰ পৰা কৃত্তক তৈয়াৰ কৰা উচিত ।
06:26 এইটো এই ডাঙৰকৈ চোৱা পদক্ষেপত বহুত বেছি প্ৰ্ত্যয়জনক দেখা হোৱা নাই কিন্তু মই ভাবো এইটো কাম কৰিব ।
06:34 ক’মিক ছবিবোৰ আচলতে তিনিটা অংশৰে গঠিত ।
06:39 প্ৰথমতে, কোনো ৰং নোহোৱা ক’লা তাপলি নতুবা গাঢ় তাপলি যিয়ে ছবিখনক গঠন দিব ।
06:50 তাৰ পাছত ৰেখাবোৰ আছে যিয়ে ছবিখনত গঠনবোৰ আৰু বস্তুবোৰ নিৰ্দ্ধাৰন কৰে ।
06:57 আৰু তাৰ পাছত ৰং আছে আৰু আমি টিউটৰিয়েলত তাপলিৰ সৈতে আৰম্ভ কৰিম ।
07:04 আৰু তাৰ কাৰনে,
07:15 মই এই স্থৰতোৰ প্ৰতিৰূপ কৰিছো আৰু মই ইয়াক ইন্‌ক( ink) হিছাবে মাতিছো ।
07:25 মই থ্ৰিচোলড তুল( Threshold tool) নিৰ্বাচন কৰিছো আৰু ছবিখনত ক্লিক কৰিছো আৰু ইনফো উইন্দো( info. Window) ছবিখনৰ ভিতৰত তানি আনিছো ।
07:37 আপোনালোকে ইয়াত দেখিছে,ছবিখন ক’লা-বগা হৈছে ।
07:43 এই আহিলাই ছবিখনক ক’লা আৰু বগাত ভাগ কৰিছে ।
07:48 যদি পিক্সেলতো ৮২ থকা সময়তকৈ পাতল হয় তেতিয়া ৰঙা,সেউজিয়া আৰু নীলা ৰঙৰ গঢ় হিচাবৰ সংমিশ্ৰন বগা হয় ।
08:02 আৰু যদি স্থৰতো ৮২ তকৈ কম হয় ই ক’লা হয় ।
08:14 এতিয়া আমি ইয়াত প্ৰথম সমস্যাতোৰ সন্মুখিন হৈছো ।
08:19 মই যেতিয়া এই শ্লাইদাৰদাল চক্ৰকাৰে আকো,পৰিনামতো বহুত বেছি গাঢ় হয় ।
08:26 ইয়াত এই পৰিমান,১২৯,মোৰ বাওফালৰ মুখৰ অংশতোৰ,কান্ধখনৰ আৰু মূৰ্ত্তিতোৰ বাবে ধূনীয়া হব ।
08:40 এইতো ইয়াত চকুযুৰিৰ বাবে ভাল হব ।
08:48 আৰু এইতো অন্য চকুতোৰ বাবে হয় ।
08:53 এতিয়া মই এই ছবিখনৰ বাবে অন্য ইন্‌ক লেয়াৰতো( ink layer) ৱ্যবহাৰ কৰিব লাগিব ।
09:01 গতিকে,পাতল ফালৰ পৰা আৰম্ভ কৰা যাওক,ইয়াৰ এইতোৰ নিচিনা আৰু ছবিখনৰ ১০০% লৈ উভতি যাওক ।
09:14 মই ইয়াত প্ৰতিৰূপ কৰিছো আৰু থ্ৰিচোলদ তুল নিৰ্বাচন কৰিছো আৰু এই শ্লাইদাৰদাল তললৈ টানি আনিছো ।
09:29 কিন্তু তাৰ আগতে মই ওপৰৰ স্থৰতো নেদেখা কৰিব লাগিব ।
09:46 মই ভাবো এই পৰিমানতো মুখখনৰ এই অংশটোৰ বাবে ভাল হব ।
09:56 মই এই স্থৰটোৰ এটা প্ৰতিলিপি তৈয়াৰ কৰিছো আৰু এইটো দৃশ্যমান কৰিছো আৰু মই এতিয়া এই স্থৰতোৰ ওপৰত কাম কৰি আছো ।
10:08 মই মধ্যীয় ভাগত চাব লাগিব ।
10:13 মুখখনৰ এই অংশটো,মই ভাবো ই কিছু ভালকৈ কাম কৰিব;গতিকে মই ছবিখনৰ চাৰিওফালে চাম ।
10:23 মূৰ্তিতোও ভাল হয় ।
10:26 এই ছবিখনৰ ইয়ত ভাল স্পষ্টতা আছে আৰু মোৰ হাতৰ কাষত ৰেখাবোৰ অদৃশ্য হৈ আছে আৰু সেইতোক অপ্টিকেল ইলিউচন(optical illusion) বুলি কোৱা হয় ।
10:41 মই ভাবো এইতো ধুনিয়া হৈছে আৰু এইতো ছবিখনত থকাতো উচিত হয় ।
10:49 এতিয়া,মই থ্ৰিচোল্‌দ তুল( Threshold tool) নিৰ্বাচন কৰিছো,ইয়াৰ ৰেখাবোৰ দৃশ্যমান কৰিছো আৰু কিছু স্পষ্টতা পাবলৈ উজ্জ্বল অংশটোত চাইছো ।গতিকে মই এইতো ওপৰলৈ পিছলাই আনিছো ।
11:08 এইটো দেখিবলৈ ভাল হৈছে ।
11:12 এতিয়া মোৰ ইন্‌ক লেয়াৰৰ( ink layer) তিনিটা প্ৰ্তিলিপি আছে ।
11:17 প্ৰথমতো হৈছে ইন্‌ক লাইট( ink light)
11:28 ওপৰৰ লেয়াৰতো হৈছে ইন্‌ক দাৰ্ক( ink dark)
11:34 আৰু মাজৰ লেয়াৰতো সাধাৰনভাবে ইন্‌ক( ink) হিছাবে নামাংকন কৰা যাওক ।
11:40 এতিয়া লেয়াৰ তিনিটা চোৱা যাওক আৰু কোনতো বেচিকৈ ৱ্যবহাৰ যাব সিদ্ধান্ত কৰা যাওক ।
11:49 মই ভাবো ইন্‌ক লেয়াৰতো ভাল মূল কাৰন এইটো খুব উজ্জ্বল আৰু এইটো খুব অন্ধকাৰ হয়
12:01 গতিকে ,মই এই লেয়াৰতো ওপৰত ৰাখিম আৰু এটা লেয়াৰ মাস্ক( layer mask) অন্ধকাৰ লেয়াৰ আৰু উজ্জ্বল লেয়াৰত যোগ দিম ।
12:12 মই এটা লেয়াৰ মাস্ক ক’লাত যোগ দিছো যিটো সম্পূৰ্ন স্বচ্ছ হয় ।
12:18 গতিকে,ইয়াৰ আটাইবোৰ নেদেখা হৈ যাব ।
12:26 মই যেতিয়া উজ্জ্বল স্থৰৰ এই লেয়াৰ মাস্কত বগা আকিছো ছবিখন ইয়াত প্ৰ্কাশ পাব ।
12:45 গতিকে,মই ন’ৰ্মেল মুদৰ( Normal mode)ৰ সৈতে ইয়াত ব্ৰাচ টুল নিৰ্বাচন কৰিছো আৰু অপাচিতি( Opacity) ১০০% হয় ।
12:55 মই ভাবো,মই এডাল কঠিন ব্ৰাচ ৱ্যবহাৰ কৰা উচিত আৰু প্ৰেচাৰ চেন্সিতিভিতি( Pressure sensitivity) চাইজ( Size) হোৱা উচিত।গতিকে ,মই যেতিয়া ব্ৰাচদাল বাহিৰৰ ফালে দবাম,বিন্দুটো ডাঙৰ হব ।
13:20 মোৰ পিছফালৰ ৰ্ং বগা হয় ।
13:24 গতিকে আৰম্ভ কৰা যাওক ।
13:28 মই ভাবো মুখখনৰ বাওফালৰ অংশটো উজ্জ্বল হোৱা উচিত
13:34 মই ১ দবাম ছবিখনৰ ভিতৰত ডাঙৰকৈ চাবলৈ ।
13:39 মই ভাবো এই ব্ৰাচদাল বহুত সৰু ,গতিকে মই ইয়াক অলপ বেচিলৈ মাপ কৰিম ।
13:53 সেইটো দেখিবলৈ ভাল হৈছে
14:00 কিন্তু সম্ভবত এইটো বহুত বেছি উজ্জ্বল হৈছে ।
14:05 এইটো হয়তো ক’লা নহলে বগা হব লাগিব ।
14:47 গতিকে,মই‘X’ কি ৰ সহায়ত মই ৰঙবোৰ সলা বদলা কৰিছো আৰু ইয়াত আকৌ এবাৰ ৰং কৰিছো ।
14:57 কিন্তু মই ভাবো,মই এইটো ইয়াত এনেকৈ এৰিব পাৰো আৰু পিছৰ লেয়াৰতো তাৰ ওপৰত সংস্থাপন কৰিব পাৰো ।
15:14 এতিয়া,আমি ঠাইখিনি আৰু গঠনৰ বিষয়ে বেছি লক্ষ্য কৰিব লাগিব।গতিকে ,মই ৰেখাবোৰৰ বিষয়ে পাহৰিব লাগিব আৰু ইয়াত মাত্ৰ গঠনৰ ওপৰত চাব লাগিব ।
15:30 সাধাৰনভাবে এইটোক যেনেকে আছে তেনেকে এৰি দিয়ক ।
15:34 মই অন্য এটা লেয়াৰ সহজভাবে যোগ দিব পাৰো আৰু এতিয়া মই অন্ধকাৰ অংশটো বগা ৰঙেৰে ৰং কৰিব পাৰো ।
15:44 মই ইয়াত আৰু অলপ বেছি প্ৰকাশ কৰিব পাৰো নে চোৱা যাওক ।
15:51 মই ভাবো এইটো বহুত বেছি হৈছে ।
15:56 মই মুখখন আৰু বেচি ক’লা কৰিব বিচাৰো ।
16:08 আৰু ইয়াতো ।
16:19 মই ভাবো সেইতোও ক’লা কৰিব লাগিব ।
16:31 ইয়াত,কিছুমান কাম এতিয়াও কৰিব লগীয়া আছে কিন্তু মই এইতো ইয়ালৈ এৰি দিম আৰু মই পিছৰ পদক্ষেপ ৰেখাৰ সৈতে কৰাৰ পাছত ইয়াত চাওক আৰু তাৰ পাছত মই ইয়াত মিলাম ।
16:46 এইটো উজ্জ্বল কৰিব লাগিব ।
16:49 গতিকে ,আমি তাত সংস্কৰনত চাম ।
16:53 এই পদক্ষেপত,মই কিছুমান ৰেখা যোগ কৰিব লাগিব আৰু এইতো পিছফালতো দ্বিবাৰ কৰি কৰিব পৰা যায় আৰু ইয়াক ওপৰত সংস্থাপন কৰি আৰু ইয়াক লাইনচ( lines) হিচাবে নামাংকন কৰি ।
17:08 বিভিন্ন ৰঙৰ মাজৰ তীক্ষ্ণতা ৰেখাবোৰ হয় ।
17:15 গতিকে,মই ফিল্টাৰলৈ( Filters) যাম,তাৰ পাছত আমি এদ্‌জ দিতেক্ট( Edge-detect) পাম আৰু ইয়াত মোৰ দিফাৰেন্স অফ গচ’ন এদজ দিতেক্ট( Difference of Gaussian Edge Detect) আছে
17:33 প্ৰাসংগিক শ্লাইদাৰ হৈছে ৰেদিয়াচ( Radius) আৰু আপোনালোকে যদি নম্বৰ কমাই,ৰেখাবোৰ ধুনীয়া হৈ পৰিব ।
17:45 আপোনালোকে যদি নম্বৰ বঢ়াই,ৰেখাবোৰ বহল হৈ পৰিব আৰু ছবিখনত আপোনালোকে বিতং বৰ্ননা পাব ।
17:56 মই ১০ ৰ আশে পাশে আগ্ৰাধিকাৰ দিম কিন্তু মই ৩০ লৈ যাব পাৰো আৰু তাৰ পাছত সিদ্ধান্ত ল’ম ক’ত ৰ’ব লাগে ।
18:10 মই যেতিয়া ৩০ লৈ যাও,মই তীক্ষ্ণতা নাপাও কিন্তু ঠাইবোৰ পাম আৰু ১২ ই ইয়াত এইটো দিব ।
18:27 আৰু মই ভাবো মই ১০ ত সংস্থাপন লম ।
18:37 মই এই লেয়াৰৰ লেয়াৰ মোদতো মাল্টিপ্লাইত( Multiply) সংস্থাপন কৰিম আৰু ৰং উঠোৱাৰ বাবে মই পাছত ছবিখনত বগা ৰ্ং কমাব লাগিব ।
18:50 এতিয়া নিৰীক্ষন কৰা যাওক আমি এতিয়ালৈ এই শুধ্যতা পালো নে নাই।
18:56 গতিকে মই লাইন লেয়াৰতো অন-অফ কৰিম আৰু আপোনালোকে ইয়াত যেতিয়া লাইন লেয়াৰতো অন হৈ থাকিব কিছু স্পষ্টতা দেখিব
19:08 আৰু এতিয়া মই দাৰ্ক ইনক লেয়াৰ (dark ink layer) নিৰ্বাচন মূক্ত কৰিলো আৰু লাইট ইনক লেয়াৰ( light ink layer) ৰাখিলো ।
19:20 মই দাৰ্ক ইনক লেয়াৰৰ( dark ink layer) সৈতে যিটো আকাৰ বিচাৰিছিলো সেইটো লাইন লেয়াৰত( lines layer) দেখা পোৱা হৈছে ।
19:30 গতিকে,মই দাৰ্ক ইনক লেয়াৰ( dark ink layer) অফ কৰি এৰিলো ।
19:42 মই নাভাবো ইয়াত লেয়াৰবোৰ মিহোলোৱাৰ প্ৰয়োজন আছে ।
19:50 মই এইতো যেনেকৈ আছে তেনেকৈ এৰি দিম যাতে মই কিছু পৰিবৰ্তন কৰিব পাৰো আৰু এইতো চুড়ান্ত ছবিখনত হব ।
20:09 পিছৰ পদক্ষেপ,মই কোৱাৰ ধৰনে,মই ইয়াত বগা চেনেল কমাব লাগিব আৰু এইটো লেভেল টুলৰ( Levels tool) সহায়ত কৰিব পৰা যাব আৰু মই লেভেলতো ২৪০ লৈ কমাইছো ।
20:28 মই যেতিয়া এই লেয়াৰতো বন্ধ কৰিছো,আপোনালোকে দেখিব যে মোৰ ধূসৰ বৰনৰ পিছফাল আছে আৰু অলপ ৰঙৰ বিষয়ে ইয়াত তথ্য আছে ।
20:40 ছবিখনত ৰং পাবলৈ ,মই বেগ্ৰাউন্দ লেয়াৰৰ( Background layer) প্ৰতিলিপি তৈয়াৰ কৰিছো আৰু কালাৰ( colour) হিচাবে নামাংকন কৰিছো আৰু ইয়াক ওপৰত সংস্থাপন কৰিছো আৰু লেয়াৰ মোদতো কালাৰলৈ( colour) সংস্থাপন কৰিছো ।
21:00 কিন্তু ই দেখিবলৈ ভাল হোৱা নাই,গতিকে মই মোদতো পৰিবৰ্তন কৰা উচিত ।
21:07 ছবিখনে ইয়াত অলপ ৰ্ং পাইছে ।
21:12 কিন্তু মই বহুত বেচি ৰঙৰ গাঢ়তা বিচাৰো,গতিকে মই আকৌ বেগ্ৰাউন্দ লেয়াৰৰ( Background layer) প্ৰতিলিপি তৈয়াৰ কৰিছো আৰু ইয়াক চেতুৰেচন( saturation) হিচাবে নামাংকন কৰিছো ।
21:24 মই লেয়াৰ মোদতো চেতুৰেচন( saturation)লৈ সংস্থাপন কৰিলো
21:29 মই ভাবো এই চেতুৰেচন মোদতোয়ে( Saturation mode) ইতিমধ্যে কাম আৰম্ভ কৰি দিছে আৰু তাৰ প্ৰভাব বহুত ভাল হৈছে ।
21:38 ৰঙত আৰু বেছি স্পষ্টতা থকা উচিত আছিল আৰু হাতখন হাস্যজনক দেখা হোৱা নাই ।
21:47 মই চাম এইটো ক’ৰ পৰা আহিছে ।
21:51 গতিকে,মই এই শ্লাইদাৰবোৰৰ সৈতে খেলিবলৈ আৰম্ভ কৰি দিছো ।
21:58 চেতুৰেচনৰ( Saturation) সৈতে তললৈ গ’লে অলপ বেছি স্পষ্টতা পাই আৰু পানীৰ ৰঙৰ দৰে বহুত দেখি ।গতিকে এইটো এটা আচৰিত ধৰনৰ পৰিনাম হয় ।
22:19 এতিয়া মই ইয়াত লেয়াৰৰ সৈতে খেলিব আৰম্ভ কৰিছো ।
22:26 গতিকে,মই লাইন লেয়াৰ অফ কৰিছো আৰু আপোনালোকে ইয়াত দেখিছে যে এইটো ৰেখাবোৰৰ পৰা পোৱা ফলাফল নহয় কিন্তু কালাৰ(colour) আৰু চেতুৰেচনৰ(saturation) পৰা হয় ।
22:39 এতিয়া মই কিছুমান সমন্বয় বনাম কাৰন মোৰ এতিয়াও লেয়াৰবোৰ আছে ।
22:47 মই মূখখন উজ্জ্বল কৰিব বিচাৰো,গতিকে মই মোৰ ইনক লাইট লেয়াৰ( ink light layer) নিৰ্বাচন কৰিছো,ব্ৰাচ এদাল আগফালৰ বগা ৰঙেৰে নিৰ্বাচন কৰিছো ।
23:12 মই ছবিখনত ডাঙৰকৈ চাইছো ।
23:18 ব্ৰাচৰ আকাৰ কমাইছো আৰু ইয়াৰ অলপ মাপ লৈছো আৰু এতিয়া মই চকুতো ৰং কৰিবলৈ আৰম্ভ কৰি দিছো,ইয়াত ।
23:34 সেইটো বহুত বেছি হ’ল ।
23:50 এইটো দেখিবলৈ ভাল হৈছে ।
23:54 এতিয়া মই এই অংশত ৰং কৰিছো ।
24:00 এইটো বহুত বেছি হ’ল ।
24:03 আপোনালোকে কল্পনা কৰিব পাৰে,আপোনালোকে ছবিখনত ইয়াৰ ঠাইবোৰ পৰিবৰ্তন কৰি ইয়াত বহুত বেছি ৰূপভেদ কৰিব পাৰে ।
24:47 এইটো ঠিকে আছে ।
24:51 আপোনালোকে ইয়াত বহুত বেছি পৰিবৰ্তন কৰিব পাৰে আৰু মই নাজানো মই শুধ্য পথত আছোনে ।
25:01 কিন্তু মই এইটো এতিয়ালৈ ভাল পাইছো ।
25:06 আৰু অন্য কি কৰিব পাৰো চোৱা যাওক।
25:10 প্ৰথম বস্তুতো হৈছে, লাইনবোৰ ৱ্যবহাৰ কৰাতকৈ আমি বিভিন্ন লেয়াৰ ৱ্যবহাৰ কৰিব পাৰো।
25:18 গতিকে,মই লাইন অফ কৰি দিছো আৰু মই বহুত আচৰিত ধৰনৰ ৰং পাইছো কাৰন এতিয়া মোৰ অকৌ বগা পিছফাল আছে ।
25:31 গতিকে ইয়াত অন্য লেয়াৰ যোগ কৰক আৰু বগালৈ সংস্থাপন কৰক আৰু মাল্টিপ্লাই মোদ( Multiply mode )ৱ্যবহাৰ কৰক আৰু ইয়াক ২৪০ ধূসৰ বৰনত ভৰাওক ।
25:52 এতিয়া মই প্ৰায় একে ছবি পাইছো ইয়াত মোৰ লাইনৰ( lines) সৈতে ।
25:59 মোক সেইবোৰ চুইটছ অন কৰিবলৈ দিয়ক ।
26:03 মোৰ লাইনৰ তথ্যবোৰ আহি আছে কিন্তু এই হাস্যকৰ প্ৰ্ভাবতো এতিয়াও তাত আছে আৰু মই কোনতো ভাল চাব পাৰো ।
26:21 কিছুমান অন্য বুদ্ধি চেষ্ঠা কৰি চোৱা যাওক ।
26:30 মই কালাৰ( colour) আৰু চেতুৰেচন লেয়াৰতো( saturation layers) দ্বিবাৰ কৰিছো আৰু সেইবোৰৰ সহায়ত কিবা কিবি কৰিছো ।
26:39 ইয়াত,মই মাত্ৰ ছবিখনৰ বিতং বৰ্ননা পাবলৈ চেষ্ঠা কৰিছো ।
26:45 গতিকে, Filters >> Blur আৰু গচিয়ান ব্লাৰলৈ(Gaussian Blur) যাওক ।
26:53 আৰু ইয়াত ,মই এটা পৰিমান নিৰ্বাচন কৰিম যিয়ে মোক ধূনীয়া পৰিনাম দিছে ।
27:08 আপোনালোকে দেখিছে যে ৰঙবোৰ অলপ বেছি মিহি হৈছে ।
27:18 গতিকে,এইটো চেতুৰেচন ক’পিতে( saturation copy) কৰা যাওক ।
27:24 Filters >> Repeat "Guassian Blur" লৈ যাওক
27:29 আৰু এতিয়া মোৰ সচাকৈয়ে মিহি ৰঙৰ সৈতে মিহি ছবি আছে ।
27:36 গতিকে,মই প্ৰকৃত কালৰতো চুইটচ্‌ অন কৰিছো আৰু ইয়াত আচৰিত ফলাফল পাইছো ।
27:44 এই লেয়াৰবোৰ চেতুৰেচন ব্লাৰ( saturation blurred) আৰু কালাৰ ব্লাৰ( colour blurred) হিচাবে পুন:নামাংকন কৰা যাওক ।
28:04 মই যদি ব্লাৰ চেতুৰেচেনতো( blurred saturation) স্পষ্ট কালাৰৰ সৈতে মিলাও,মই ইয়াত কিছুমান ৰং পাম যিটো দেখাত প্ৰায় আচৰিত হব ।
28:16 মই এইটো ভাল পালো হয় যদি এইটো বিষেশকৈ নাকত নাথাকিলে হয়,ইয়াত ।
28:22 গতিকে,ইয়াক আকৌ চুইতচ্‌ অন কৰি আৰু মই ইয়াত এই ফলাফল পাইছো ।
28:29 আপোনালোকে কল্পনা কৰিব পাৰে আপোনালোকে যদি অস্পষ্টতা কমাব পাৰে,আপোনালোকে তীক্ষ্ণ বিৱৰন পাব ।
28:37 এইখন এখন আচল খেল পথাৰ হয় ।
28:40 আপোনালোকে ইয়াত যথেষ্ঠ সম্ভাৱনীয়তা পাব যেনে এইটো কেনেকৈ কৰা যায়,কি কৰা যায় কিহেৰে মেৰামতি কৰা যায় ।
28:50 এইটো কৰাতো সচাকৈয়ে আমোদজনক হয় ।
29:09 প্ৰ্কৃত তিউতৰিয়েলৰ লেখকে অদ্ভুত কাম কৰিছে ।
29:24 মই এই ছবিখনৰ দুয়োটা অনুমোদিত সংস্কৰনৰ সৈতে সুখি নহয় ।
29:31 মোৰ ইয়াত গঠন আৰু ফুল,মূৰ্তিটো আৰু ইয়াৰ ফুলদানি ভাল লাগিছে
29:40 মোৰ হাতখনৰ কাষৰ আৰু মুখখনৰ বিতং বিৱৰন ভাল লগা নাই ,এইটো আৰু অলপ বেহচি মিহি হব পাৰিলে হয় ।
29:49 অস্পষ্টতা অন হৈ থাকোতে,মই মূখখনৰ আৰু হাতৰ কাষৰ বিতং বিৱৰন ভাল পাইছো কিন্তু মই ফুল অলপো ভাল পোৱা নাই যিটো সম্পূৰ্ন অস্পষ্ট হয়।
30:04 গতিকে,এতিয়া মই ছবি দুখনৰ স্ংযোজন কৰিব পাৰো আৰু মই কালাৰ ব্লাৰৰ( colour blurred) সৈতে আৰম্ভ কৰিব পাৰো কাৰন মোৰ চেতুৰেচল ব্লাৰত(saturation blurred) থকাতকৈ ইয়াৰ সম্পুৰ্ন দৃশ্যৰূপ ভাল লাগিছে ।
30:20 কিন্তু মই আটাইবোৰ লেয়াৰ অন কৰিছো আৰু চেতুৰেচন ব্লাৰত( saturation blurred) আৰু কালাৰ ব্লাৰত( colour blurred) লেয়াৰ মাস্ক( layer mask) যোগ দিছো ।
30:37 আৰু এতিয়া মই চেতুৰেচন লেয়াৰ মাস্কত( saturation layer mask) কাম কৰা আৰম্ভ কৰি দিছো।গতিকে মই বগা মোৰ আগফালৰ ৰং হিচাবে নিৰ্বাচন কৰিহচো আৰু ইয়াত পেইণ্ট ব্ৰাচ(Paintbrush) নিৰ্বাচন কৰিছো ।
30:51 এতিয়া মই ৰং কৰা আৰম্ভ কৰি দিছো ।
30:55 মই মাত্ৰ সেই অংশবোৰ পুনৰ ৰং কৰিছো য’ত মই ছবিখনত আৰু অলপ বেছি মিহি হোৱাতো বিচাৰো ।
31:04 এইটো দেখিবলৈ আৰু অলপ আচৰিত দেখা হব কাৰন এতিয়া মোৰ কালাৰ লেয়াৰ( colour layer) অন হৈ আছে ।
31:46 গতিকে এতিয়া,মই আটাইবোৰ Shift+ctrl+A দবাই নিৰ্বাচন কৰিছো আৰু ইয়াক Ctrl + C ৰ দ্বাৰা ক’পি কৰিছো,ছবিখনৰ ভিতৰত যোৱা যাওক আৰু Ctrl + V দবাওক আৰু ফ্ল’টিং চিলেক্সনৰ ভিতৰত ক্লিক কৰক আৰু Ctrl + H ৰ সৈতে নতুবা স্থিৰ লেয়াৰৰ সৈতে মই মোৰ প্ৰতিলিপি ইয়াত পাইছো ।
32:20 গতিকে,আপোনালোকে এই লেয়াৰ মাস্কবোৰৰও প্ৰতিলিপি কৰিব পাৰে আৰু মই ভাবো মই ইয়াত ছবিখন এৰিম ।
32:32 মই ভাবো এইতো প্ৰায় ধূনীয়া উদাহৰন আৰু অৱশেষত মই এই শ্লাইদাৰৰ সৈতে অলপ খেলিম ।
32:54 এইবোৰ পূনৰাবৰ্তন কৰা যাওক ।
32:57 আপোনালোকে প্ৰ্থমতে ইমেজ লেয়াৰতো( image layer) ক’পি কৰিব আৰু এখন ইনকদ ইমেজ( inked image) থ্ৰিচোল্‌দ তুলৰ( threshold tool) সৈতে বনাব ।
33:05 ঠাইবোৰ চাব যিবোৰ আপোনালোকে ক’লা নতুবা বহুত গাঢ় পাব বিচাৰে ।
33:10 তাৰ পাছত আপোনালোকে আচল ছবিখন আকৌ এবাৰ কপি কৰিব আৰু এদজ দিতেক্ট ফিল্টাৰৰ( edge detect filter) সৈতে এটা লাইন লেয়াৰ( line layer) বনাওক আৰু তাৰ পাছত আপোনালোকে লেয়াৰ মোদতো মাল্টিপ্লাইলৈ( Multiply) সংস্থাপন কৰক ।
33:29 এই লেয়াৰত,আপোনালোকে বগা ৰ্ং লেভেল তুলৰ সৈতে ধূসৰ বৰনলৈ প্ৰায় ২৪০ লৈ কমাব পাৰে
33:42 তাৰ পাছত আপোনালোকে আকৌ মূল ছবিখন ক’পি কৰিব পাৰে আৰু কালাৰ লেয়াৰ বনাব পাৰে ।
33:49 কালাৰ মোদতো কালৰলৈ সংস্থাপন কৰক ।
33:56 আৰু সৰ্বশেষত আপোনালোকে মূল লেয়াৰতো শেষবাৰৰ বাবে ক’পি কৰিছে আৰু চেতুৰেচন লেয়াৰ( saturation layer) এটা তৈয়াৰ কৰক আৰু ইয়াত আপোনালোকে লেয়াৰ মোদতো চেতুৰেচন ত সংস্থাপন কৰক আৰু এতিয়া আপোনালোকে বিভিন্ন লেয়াৰৰ অপাচিতিৰ সৈতে খেলিব পাৰে আৰু অন্য কিছুমান লেয়াৰত ।
34:20 মাত্ৰ চাৰিওফালে খেলক।ফলাফলবোৰ ভাল স্ংমিশ্ৰন হব কিন্তু কিছুমান বহুত ভাল হব ।
34:32 আৰু বেছি তথ্যৰ বাবে,http://meetthegimp.org লৈ যাওক আৰু মতামত এটা পঠাবলৈ,অনুগ্ৰহ কৰি info@meetthegimp.org লৈ লিখক।শুভ বিদায় ।
34:49 এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধনয়বাদ।

Contributors and Content Editors

Baijayanti, Mousumi