GChemPaint/C3/Resonance-Structures/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল GChemPaint Resonance Structures এই টিউটোৰিয়েললৈ স্বাগতম.
00:06 এই টিউটোৰিয়েলত, আমি শিকিম,
00:09 ৰাসায়নিক বিক্রিয়াৰ প্রতিনিধিত্বৰ বাবে বিভিন্ন ধৰনৰ এৰো ব্যবহাৰ কৰা আৰু   
00:14 এটা পৰমাণু উপৰত চার্জ আৰু ইলেক্ট্রন জোড়া যোগ কৰা
00:18 এই টিউটোৰিয়েলত আমি ব্যবহাৰ কৰিছো
00:20 'উবুন্টু লিনাক্স' অপাৰেটিং সিস্টেমেৰ সংস্কৰণ 12.04.
00:24 'GChemPaint' সংস্কৰণ 0.12.10.
00:29 এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি  "GChemPaintৰ 'সৈতে পৰিচিত হব লাগিব 
00:34 যদি নহয়, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে, আমাৰ ওয়েবসাইট প্ৰদৰ্শন কৰক.
00:39  মই 'GChemPaint'  উইন্ডোলৈ স্যুইচ কৰো.
00:42 মই এটা নতুন 'GChemPaint' উইন্ডো খোলিছো.
00:45 ইয়াত আপোনি 'EthylChloride' আৰু Methylbromide ৰ গঠন চাব পাৰিব.
00:50 মই Carbo-cation প্রাপ্ত হোৱা দেখাও.
00:55 'EthylChloride' ৰ ' Chlorineপৰমাণু' উপৰত একজোড়া  ইলেকট্রন যোগ কৰো.
01:01  Add an electron pair টুলত  ক্লিক কৰক
01:04 'Chlorine পৰমাণুত ক্লিক কৰক আৰু চাওক কি হয়.
01:09 ইয়াৰ পিছত আমি Carbon-Chlorine' ' বন্ড এটাত ইলেক্ট্রন জোড়া স্থানান্তৰ হোৱা প্রদর্শন কৰিম.
01:14 Add a curved arrow to represent an electron pair move' ' টুলত ক্লিক কৰক.
01:18  প্ৰপাৰ্টি উইন্ডো প্রর্দশিত হয়.
01:21 চেক বক্স  End arrow at center of new bond'ত ক্লিক কৰক.
01:26 ই ইলেক্ট্রন জোড়াক এটা সঠিক অবস্থানলৈ লৈ যায় .
01:30 'Carbon-Chlorine বন্ডত ক্লিক কৰক.
01:33 কাৰ্ভ্দ এৰোত কার্সাৰটি ৰাখক আৰু ইলেক্ট্রন স্থানান্তৰ হোৱাটোক মন কৰক
01:39 ই এই গঠনটোৰ অনুকৰণ কৰে
01:42 এতিয়া, Add an arrow ত ক্লিক কৰক আৰু গঠনবোৰৰ মাজত ক্লিক কৰক.
01:48 এটা Carbo-cation' ৰ গঠন Sodium Hydroxide(NaOH) নিচিনা এটা বেসৰ দ্বাৰা সক্রিয়া কৰা হয়.
01:54 Add or modify a group of atoms টোলত ক্লিক কৰক. উপৰৰ এৰোত ক্লিক কৰক.
02:00 টাইপ 'NaOH' .
02:04 Selection টোলত ক্লিক কৰক আৰু নির্বাচন কৰক 'NaOH'
02:09 এৰোত সো ক্লিক কৰক.
02:12 সাবমেনুত, Arrow নির্বাচন কৰক.
02:13 Attach selection to arrow' ত ক্লিক কৰক.
02:18 "'Arrow associated নামৰ শিৰোনামেৰে এটা ডায়ালগ বক্স' প্রদর্শিত হব.
02:23 Role ড্রপ ডাউনত, “Reactant” নির্বাচন কৰক আৰু Close ত ক্লিক কৰক.
02:29 এতিয়া, দ্বিতীয় EthylChlorideEthyl Carbo-cation আৰু Chloride ionsলৈ ৰুপান্তৰ কৰো.
02:36 এতিয়া 'ইৰেজাৰ' টোলত ক্লিক কৰক' আৰু ' 'কার্বন-ক্লোৰিন' বন্ডত ক্লিক কৰক.
02:42 Ethane(CH3-CH3) আৰু HCl গঠিত হল.
02:45 যেতিয়া ইলেকট্রনে 'কার্বন' ৰ পৰা 'ক্লোৰিন'লৈ ৰুপান্তৰ কৰে, 'কার্বনে এটা ইতিবাচক চার্জ লাভ কৰে.
02:51 Increment the charge' টুলত ক্লিক কৰক.
02:54 কার্বন-ক্লোৰিন 'বন্ড মোছা হোৱা অবস্থানত ক্লিক কৰক.
02:59 'Ethyl Carbo-cation(CH3-CH2^+) গঠিত হয়.
03:02 ক্লোৰাইড আয়ন গঠন কৰাৰ বাবে, Decrement the charge টুলত ক্লিক কৰক.
03:07 'HCl' ত ক্লিক কৰক. Chloride(Cl^-) আয়ন গঠিত হয়
03:12 এতিয়া একক ইলেকট্রনৰ স্থানান্তৰলৈ যাও
03:15 free radicals প্রাপ্তৰ কাৰনে 'Methylbromide' গঠন ব্যবহাৰ কৰো.
03:20 Add a curved arrow to represent a single electron move  টুলত ক্লিক কৰক.
03:26 এটা কাৰ্ভ্দ এৰো পাবলৈ 'Methylbromide' বন্ডত ক্লিক কৰক.
03:30 বন্ডত 'পেন্সিল' টুলটো অলপমান শ্বিফ্ট কৰক, দ্বিতীয় কাৰ্ভ্দ এৰো পাবলৈ আকৌ এবাৰ ক্লিক কৰক.
03:38 এটা এৰো 'Bromo (Br)' লৈ যায় আৰু অন্যান্য এৰো 'মিথাইল (ch3)' সমূহলৈ যায়
03:44   প্রতিটো 'Bromo (Br)' 'আৰু methyl(CH3) য়ে বন্দেদ ইলেকট্রন জোড়াৰ পৰা এটা ইলেক্ট্রন পাব.
03:51 প্ৰদাক্ট বোৰ প্রদর্শন কৰাৰ বাবে, আমা এটা এৰো যোগ কৰো.
03:54 Add an arrowত ক্লিক কৰক, ""Methylbromide ৰ কাষত Display areaত ক্লিক কৰক.
04:00 প্রতিক্রিয়াত free radicals 'গঠনত তাপ জড়িত থাকে.
04:04 Add or modify a text' টুলত ক্লিক কৰক.
04:08 এৰো উপৰত থকা Display area ত ক্লিক কৰক.
04:11 সেউজিয়া বক্সত টাইপ কৰক “Heat”  
04:14 Selection টুলত ক্লিক কৰক আৰু “Heat”ত  ক্লিক কৰক
04:19 এৰোত সো ক্লিক কৰক.
04:21 সাবমেনুত Arrow নির্বাচন কৰক আৰু Attach selection to arrow ত ক্লিক কৰক.
04:27 Arrow associated শিৰোনামেৰে এটা ডায়ালগ বক্স' প্রদর্শিত হয়.
04:32 মন কৰক যে Role 'ড্রপ ডাউন তালিকাত আৰু অপশন আছে
04:37 Role' 'ড্রপ ডাউনত, “Temperature” নির্বাচন কৰক আৰু
04:40 Close ত ক্লিক কৰক.
04:43 এতিয়া free radicals তৈয়াৰ কৰা যাওক.
04:46 আমি এই গঠনৰ এটা অনুৰুপ বনাও 
04:50 'ইৰেজাৰ' টোলত ক্লিক কৰক আৰু ' 'কার্বন-ব্রোমিন' বন্ডত ক্লিক কৰক.
04:55 Methane(CH4) আৰু Hydrogen-bromide(HBr)' 'গঠিত হয়.
04:59 Add an unpaired electron টুলত ক্লিক কৰক.
05:02 'মিথেন (CH4)' আৰু 'হাইড্রোজেন-মামুলি (HBr)' ত ক্লিক কৰক
05:06 'মিথাইল (ch3)' আৰু 'Bromium (Br) free radicals' গঠিত হয় '.
05:10 Selection টুলত ক্লিক কৰক.
05:12  এটা প্রতিক্রিয়া পথ তৈয়াৰ কৰিবলৈ প্রথমে সম্পূর্ণ প্রতিক্রিয়াটো নির্বাচন কৰক.
05:17 এতিয়া, নির্বাচনৰ উপৰত সো ক্লিক কৰক.
05:20 এটা সাবমেনু খোলে.
05:22 Create a new reactionত ক্লিক কৰক.
05:25 প্রতিক্রিয়া পথ তৈয়াৰ কৰা হয়.
05:28 প্রতিক্রিয়া পথ চাবলৈ টানি আনি চাওক  
05:30 অনুৰুপভাবে, আমি আগৰ প্রতিক্রিয়াৰ বাবে প্রতিক্রিয়া পথ তৈয়াৰ কৰিম.
05:37 আমি যদি বিচাৰো, আমি প্রতিক্রিয়া পথ অপসাৰণ কৰিব পাৰো.
05:41 এই কাৰ্য বাবে, আকৌ এবাৰ প্রতিক্রিয়া উপৰত সো ক্লিক কৰক
05:45 Destroy the reaction'ত ক্লিক কৰক.
05:48 এই কর্ময়ে প্রতিক্রিয়া পথ মুছি পেলায়.
05:51 অবজেক্টেৰ কোনো এটা ড্র্যাগ কৰক আৰু আপোনি সিহতে পৃথকভাবে স্থানান্তৰিত কৰিব পৰা দেখিব.
05:57 এতিয়া আমি double headed arrow' ব্যবহাৰ কৰি Resonance বা Mesomery লৈ যাও
06:02 আমি 'Nitromethane' ৰ গঠনৰ সৈতে এটা নতুন 'GChemPaint' উইন্ডো খোলিছো.
06:08 আমি গঠনটোত ইলেক্ট্রন সলনি হোৱা প্রদর্শন কৰিবলৈ কাৰ্ভ্দ এৰো আৰু চার্জ যোগ কৰিছিলো.
06:14 এতিয়া এটা ডবল হেদেদ এৰো যোগ কৰো.
06:16 Add a double headed arrowত ক্লিক কৰক.
06:20 'Nitromethanesৰ মাজত Display areaত ক্লিক কৰক.
06:25 সেই দুইটা গঠনবোৰ হৈছে Nitromethane 'ৰ "Resonance structures"
06:30 গঠনটো বাচিবলৈ CTRL + A প্ৰেচ কৰক 
06:33 সেলেক্চনত সো ক্লিক কৰক.
06:35 এটা সাবমেনু খোলে.
06:37 'Create a new mesomery relationship ত ক্লিক কৰক
06:41 সম্পর্কটো  চাবলৈ টানি আনক .
06:44 ইয়াতে Resonance Structures of Benzene'ৰ বাবে স্লাইড আছে
06:48 এতিয়া, এটা retro-synthetic পথ তৈয়াৰ কৰিবলৈ শিকো আহক.
06:52  মই প্রয়োজন গঠনৰ সৈতে এটা নতুন 'GChemPaint' উইন্ডো খোলিছো
06:57 'Retrosynthetic' পথ প্ৰাদাক্টোৰ সৈতে আৰম্ভ হয় আৰু সকলো ইন্টাৰমিদিয়েট্চৰ সৈতে বিক্রিয়ালৈ যায়
07:04 এই পথত, চূড়ান্ত পৰ্দাক্টো হল Ortho-nitrophenol আৰু আৰম্ভ উপাদানটো হৈছে ' 'বেনজিন'
07:10 retro-synthetic পথ দেখাবলৈ আমি এটা retro-synthetic এৰো যোগ কৰো,
07:15 Add an arrow for a retrosynthetic stepত ক্লিক কৰক
07:20 সমস্ত সংমিশ্ৰণৰ মাজত ক্লিক কৰক.
07:25 গঠনটো নির্বাচন কৰিবলৈ  'Ctrl + A' প্রেস কৰক
07:28 চেলেক্চনত সো ক্লিক কৰক.
07:30 এটা সাব মেনু প্রর্দশিত হয়.
07:32 "Create a new retrosynthesis pathway' ত ক্লিক কৰক
07:36 নির্মিত পথক চাবলৈ টানি আনক.
07:39 আমি শিকাখিনিক সংক্ষেপ কৰো.
07:41 এই টিউটোৰিয়েলত আমি শিকিলো
07:44 * কাৰ্ভ্দ এৰো  ব্যবহাৰ কৰি ইলেক্ট্রন সলনি হোৱা দেখোৱা
07:48 * প্রতিক্রিয়া এৰোক প্রতিক্রিয়া শর্ত সংযুক্ত কৰা.
07:52 * প্ৰতিক্রিয়া এৰো ব্যবহাৰ কৰি এটা প্রতিক্রিয়া পথ তৈয়াৰ আৰু  ধ্বংস কৰক,
07:57 * ডবল হেদেদ এৰো ব্যবহাৰ কৰি এটা নতুন মেচোমেৰি (mesomery) সম্পর্ক তৈয়াৰ কৰা
08:01 *retro-synthetic এৰো ব্যবহাৰ কৰি এটা retro-synthetic পথ তৈয়াৰ কৰা.
08:06 এটা কাৰ্য হিসাবে 
08:07 এৰো বৈশিষ্ট্য ব্যবহাৰ কৰি
08:10 1.Butane আৰু Sodiumbromide পাবলৈ solvent Dryether সৈতে Bromo-Ethane (C2H5Br) আৰু Sodium(Na) প্রতিক্রিয়াৰ বাবে এটা প্রতিক্রিয়া পথ তৈয়াৰ কৰক.
08:20 2. প্রতিক্রিয়া অণুক stoichiometric সূচক যোগ কৰক.
08:24 3. Naphthalene, Anthracene' আৰু Carbon-dioxideৰ ৰেজোনেনচ (resonance)গঠন আকক
08:30 এইটোৱে প্রয়োজনীয় প্রতিক্রিয়া পথ হয়.
08:33 এইবোৰ হৈছে Naphthalene, Anthracene' আৰু Carbon-dioxideৰ ৰেজোনেনচ (resonance)গঠন হয়
08:39 তলৰ সংযোগত থকা ভিদিয়'তো চাওক । 'http://spoken-tutorial.org/What_is_a_Spoken_ tutorial
08:43 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
08:45 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
08:50 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে:স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
08:54 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
08:57 অধিক তথ্যৰ বাবে ইয়ালৈ লিখক contact@spoken-tutorial.org
09:03 স্পোকেন টিউটোৰিয়েল প্রযেক্ত এটা শিক্ষকৰ লগত কথা পতা প্রযেক্ত ।
09:08 ইয়াক সহাই কৰিছে নেচনেল মিছন অন এডুকেছনেল, আই.চি.তি., এম.এইচ.আৰ.দি., ভাৰত চৰকাৰ ।
09:16 অধিক তথ্যৰ বাবে চাওক:স্পোকেন হাইফেন টিউটোৰিয়েল ডত ও আৰ জি স্লেচ্ এন.এম.ই.আই.চি.তি হাইফেন ইনত্ৰো । http://spoken-tutorial.org/NMEICT-Intro]
09:21 মই মৌচুমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো। দৰ্শন দিয়া বাবে ধণ্যবাদ ।

Contributors and Content Editors

Mousumi, PoojaMoolya