GChemPaint/C3/Resonance-Structures/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল GChemPaint ত Resonance Structures এই টিউটোৰিয়েললৈ স্বাগতম. |
00:06 | এই টিউটোৰিয়েলত, আমি শিকিম, |
00:09 | ৰাসায়নিক বিক্রিয়াৰ প্রতিনিধিত্বৰ বাবে বিভিন্ন ধৰনৰ এৰো ব্যবহাৰ কৰা আৰু |
00:14 | এটা পৰমাণু উপৰত চার্জ আৰু ইলেক্ট্রন জোড়া যোগ কৰা |
00:18 | এই টিউটোৰিয়েলত আমি ব্যবহাৰ কৰিছো |
00:20 | 'উবুন্টু লিনাক্স' অপাৰেটিং সিস্টেমেৰ সংস্কৰণ 12.04. |
00:24 | 'GChemPaint' সংস্কৰণ 0.12.10. |
00:29 | এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি "GChemPaintৰ 'সৈতে পৰিচিত হব লাগিব |
00:34 | যদি নহয়, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে, আমাৰ ওয়েবসাইট প্ৰদৰ্শন কৰক. |
00:39 | মই 'GChemPaint' উইন্ডোলৈ স্যুইচ কৰো. |
00:42 | মই এটা নতুন 'GChemPaint' উইন্ডো খোলিছো. |
00:45 | ইয়াত আপোনি 'EthylChloride' আৰু Methylbromide ৰ গঠন চাব পাৰিব. |
00:50 | মই Carbo-cation প্রাপ্ত হোৱা দেখাও. |
00:55 | 'EthylChloride' ৰ ' Chlorineপৰমাণু' উপৰত একজোড়া ইলেকট্রন যোগ কৰো. |
01:01 | Add an electron pair টুলত ক্লিক কৰক |
01:04 | 'Chlorine পৰমাণুত ক্লিক কৰক আৰু চাওক কি হয়. |
01:09 | ইয়াৰ পিছত আমি Carbon-Chlorine' ' বন্ড এটাত ইলেক্ট্রন জোড়া স্থানান্তৰ হোৱা প্রদর্শন কৰিম. |
01:14 | Add a curved arrow to represent an electron pair move' ' টুলত ক্লিক কৰক. |
01:18 | প্ৰপাৰ্টি উইন্ডো প্রর্দশিত হয়. |
01:21 | চেক বক্স End arrow at center of new bond'ত ক্লিক কৰক. |
01:26 | ই ইলেক্ট্রন জোড়াক এটা সঠিক অবস্থানলৈ লৈ যায় . |
01:30 | 'Carbon-Chlorine বন্ডত ক্লিক কৰক. |
01:33 | কাৰ্ভ্দ এৰোত কার্সাৰটি ৰাখক আৰু ইলেক্ট্রন স্থানান্তৰ হোৱাটোক মন কৰক |
01:39 | ই এই গঠনটোৰ অনুকৰণ কৰে |
01:42 | এতিয়া, Add an arrow ত ক্লিক কৰক আৰু গঠনবোৰৰ মাজত ক্লিক কৰক. |
01:48 | এটা Carbo-cation' ৰ গঠন Sodium Hydroxide(NaOH) নিচিনা এটা বেসৰ দ্বাৰা সক্রিয়া কৰা হয়. |
01:54 | Add or modify a group of atoms টোলত ক্লিক কৰক. উপৰৰ এৰোত ক্লিক কৰক. |
02:00 | টাইপ 'NaOH' . |
02:04 | Selection টোলত ক্লিক কৰক আৰু নির্বাচন কৰক 'NaOH' |
02:09 | এৰোত সো ক্লিক কৰক. |
02:12 | সাবমেনুত, Arrow নির্বাচন কৰক. |
02:13 | Attach selection to arrow' ত ক্লিক কৰক. |
02:18 | "'Arrow associated নামৰ শিৰোনামেৰে এটা ডায়ালগ বক্স' প্রদর্শিত হব. |
02:23 | Role ড্রপ ডাউনত, “Reactant” নির্বাচন কৰক আৰু Close ত ক্লিক কৰক. |
02:29 | এতিয়া, দ্বিতীয় EthylChlorideক Ethyl Carbo-cation আৰু Chloride ionsলৈ ৰুপান্তৰ কৰো. |
02:36 | এতিয়া 'ইৰেজাৰ' টোলত ক্লিক কৰক' আৰু ' 'কার্বন-ক্লোৰিন' বন্ডত ক্লিক কৰক. |
02:42 | Ethane(CH3-CH3) আৰু HCl গঠিত হল. |
02:45 | যেতিয়া ইলেকট্রনে 'কার্বন' ৰ পৰা 'ক্লোৰিন'লৈ ৰুপান্তৰ কৰে, 'কার্বনে এটা ইতিবাচক চার্জ লাভ কৰে. |
02:51 | Increment the charge' টুলত ক্লিক কৰক. |
02:54 | কার্বন-ক্লোৰিন 'বন্ড মোছা হোৱা অবস্থানত ক্লিক কৰক. |
02:59 | 'Ethyl Carbo-cation(CH3-CH2^+) গঠিত হয়. |
03:02 | ক্লোৰাইড আয়ন গঠন কৰাৰ বাবে, Decrement the charge টুলত ক্লিক কৰক. |
03:07 | 'HCl' ত ক্লিক কৰক. Chloride(Cl^-) আয়ন গঠিত হয় |
03:12 | এতিয়া একক ইলেকট্রনৰ স্থানান্তৰলৈ যাও |
03:15 | free radicals প্রাপ্তৰ কাৰনে 'Methylbromide' গঠন ব্যবহাৰ কৰো. |
03:20 | Add a curved arrow to represent a single electron move টুলত ক্লিক কৰক. |
03:26 | এটা কাৰ্ভ্দ এৰো পাবলৈ 'Methylbromide' বন্ডত ক্লিক কৰক. |
03:30 | বন্ডত 'পেন্সিল' টুলটো অলপমান শ্বিফ্ট কৰক, দ্বিতীয় কাৰ্ভ্দ এৰো পাবলৈ আকৌ এবাৰ ক্লিক কৰক. |
03:38 | এটা এৰো 'Bromo (Br)' লৈ যায় আৰু অন্যান্য এৰো 'মিথাইল (ch3)' সমূহলৈ যায় |
03:44 | প্রতিটো 'Bromo (Br)' 'আৰু methyl(CH3) য়ে বন্দেদ ইলেকট্রন জোড়াৰ পৰা এটা ইলেক্ট্রন পাব. |
03:51 | প্ৰদাক্ট বোৰ প্রদর্শন কৰাৰ বাবে, আমা এটা এৰো যোগ কৰো. |
03:54 | Add an arrowত ক্লিক কৰক, ""Methylbromide ৰ কাষত Display areaত ক্লিক কৰক. |
04:00 | প্রতিক্রিয়াত free radicals 'গঠনত তাপ জড়িত থাকে. |
04:04 | Add or modify a text' টুলত ক্লিক কৰক. |
04:08 | এৰো উপৰত থকা Display area ত ক্লিক কৰক. |
04:11 | সেউজিয়া বক্সত টাইপ কৰক “Heat” |
04:14 | Selection টুলত ক্লিক কৰক আৰু “Heat”ত ক্লিক কৰক |
04:19 | এৰোত সো ক্লিক কৰক. |
04:21 | সাবমেনুত Arrow নির্বাচন কৰক আৰু Attach selection to arrow ত ক্লিক কৰক. |
04:27 | Arrow associated শিৰোনামেৰে এটা ডায়ালগ বক্স' প্রদর্শিত হয়. |
04:32 | মন কৰক যে Role 'ড্রপ ডাউন তালিকাত আৰু অপশন আছে |
04:37 | Role' 'ড্রপ ডাউনত, “Temperature” নির্বাচন কৰক আৰু |
04:40 | Close ত ক্লিক কৰক. |
04:43 | এতিয়া free radicals তৈয়াৰ কৰা যাওক. |
04:46 | আমি এই গঠনৰ এটা অনুৰুপ বনাও |
04:50 | 'ইৰেজাৰ' টোলত ক্লিক কৰক আৰু ' 'কার্বন-ব্রোমিন' বন্ডত ক্লিক কৰক. |
04:55 | Methane(CH4) আৰু Hydrogen-bromide(HBr)' 'গঠিত হয়. |
04:59 | Add an unpaired electron টুলত ক্লিক কৰক. |
05:02 | 'মিথেন (CH4)' আৰু 'হাইড্রোজেন-মামুলি (HBr)' ত ক্লিক কৰক |
05:06 | 'মিথাইল (ch3)' আৰু 'Bromium (Br) free radicals' গঠিত হয় '. |
05:10 | Selection টুলত ক্লিক কৰক. |
05:12 | এটা প্রতিক্রিয়া পথ তৈয়াৰ কৰিবলৈ প্রথমে সম্পূর্ণ প্রতিক্রিয়াটো নির্বাচন কৰক. |
05:17 | এতিয়া, নির্বাচনৰ উপৰত সো ক্লিক কৰক. |
05:20 | এটা সাবমেনু খোলে. |
05:22 | Create a new reactionত ক্লিক কৰক. |
05:25 | প্রতিক্রিয়া পথ তৈয়াৰ কৰা হয়. |
05:28 | প্রতিক্রিয়া পথ চাবলৈ টানি আনি চাওক |
05:30 | অনুৰুপভাবে, আমি আগৰ প্রতিক্রিয়াৰ বাবে প্রতিক্রিয়া পথ তৈয়াৰ কৰিম. |
05:37 | আমি যদি বিচাৰো, আমি প্রতিক্রিয়া পথ অপসাৰণ কৰিব পাৰো. |
05:41 | এই কাৰ্য বাবে, আকৌ এবাৰ প্রতিক্রিয়া উপৰত সো ক্লিক কৰক |
05:45 | Destroy the reaction'ত ক্লিক কৰক. |
05:48 | এই কর্ময়ে প্রতিক্রিয়া পথ মুছি পেলায়. |
05:51 | অবজেক্টেৰ কোনো এটা ড্র্যাগ কৰক আৰু আপোনি সিহতে পৃথকভাবে স্থানান্তৰিত কৰিব পৰা দেখিব. |
05:57 | এতিয়া আমি double headed arrow' ব্যবহাৰ কৰি Resonance বা Mesomery লৈ যাও |
06:02 | আমি 'Nitromethane' ৰ গঠনৰ সৈতে এটা নতুন 'GChemPaint' উইন্ডো খোলিছো. |
06:08 | আমি গঠনটোত ইলেক্ট্রন সলনি হোৱা প্রদর্শন কৰিবলৈ কাৰ্ভ্দ এৰো আৰু চার্জ যোগ কৰিছিলো. |
06:14 | এতিয়া এটা ডবল হেদেদ এৰো যোগ কৰো. |
06:16 | Add a double headed arrowত ক্লিক কৰক. |
06:20 | 'Nitromethanesৰ মাজত Display areaত ক্লিক কৰক. |
06:25 | সেই দুইটা গঠনবোৰ হৈছে Nitromethane 'ৰ "Resonance structures" |
06:30 | গঠনটো বাচিবলৈ CTRL + A প্ৰেচ কৰক |
06:33 | সেলেক্চনত সো ক্লিক কৰক. |
06:35 | এটা সাবমেনু খোলে. |
06:37 | 'Create a new mesomery relationship ত ক্লিক কৰক |
06:41 | সম্পর্কটো চাবলৈ টানি আনক . |
06:44 | ইয়াতে Resonance Structures of Benzene'ৰ বাবে স্লাইড আছে |
06:48 | এতিয়া, এটা retro-synthetic পথ তৈয়াৰ কৰিবলৈ শিকো আহক. |
06:52 | মই প্রয়োজন গঠনৰ সৈতে এটা নতুন 'GChemPaint' উইন্ডো খোলিছো |
06:57 | 'Retrosynthetic' পথ প্ৰাদাক্টোৰ সৈতে আৰম্ভ হয় আৰু সকলো ইন্টাৰমিদিয়েট্চৰ সৈতে বিক্রিয়ালৈ যায় |
07:04 | এই পথত, চূড়ান্ত পৰ্দাক্টো হল Ortho-nitrophenol আৰু আৰম্ভ উপাদানটো হৈছে ' 'বেনজিন' |
07:10 | retro-synthetic পথ দেখাবলৈ আমি এটা retro-synthetic এৰো যোগ কৰো, |
07:15 | Add an arrow for a retrosynthetic stepত ক্লিক কৰক |
07:20 | সমস্ত সংমিশ্ৰণৰ মাজত ক্লিক কৰক. |
07:25 | গঠনটো নির্বাচন কৰিবলৈ 'Ctrl + A' প্রেস কৰক |
07:28 | চেলেক্চনত সো ক্লিক কৰক. |
07:30 | এটা সাব মেনু প্রর্দশিত হয়. |
07:32 | "Create a new retrosynthesis pathway' ত ক্লিক কৰক |
07:36 | নির্মিত পথক চাবলৈ টানি আনক. |
07:39 | আমি শিকাখিনিক সংক্ষেপ কৰো. |
07:41 | এই টিউটোৰিয়েলত আমি শিকিলো |
07:44 | * কাৰ্ভ্দ এৰো ব্যবহাৰ কৰি ইলেক্ট্রন সলনি হোৱা দেখোৱা |
07:48 | * প্রতিক্রিয়া এৰোক প্রতিক্রিয়া শর্ত সংযুক্ত কৰা. |
07:52 | * প্ৰতিক্রিয়া এৰো ব্যবহাৰ কৰি এটা প্রতিক্রিয়া পথ তৈয়াৰ আৰু ধ্বংস কৰক, |
07:57 | * ডবল হেদেদ এৰো ব্যবহাৰ কৰি এটা নতুন মেচোমেৰি (mesomery) সম্পর্ক তৈয়াৰ কৰা |
08:01 | *retro-synthetic এৰো ব্যবহাৰ কৰি এটা retro-synthetic পথ তৈয়াৰ কৰা. |
08:06 | এটা কাৰ্য হিসাবে |
08:07 | এৰো বৈশিষ্ট্য ব্যবহাৰ কৰি |
08:10 | 1.Butane আৰু Sodiumbromide পাবলৈ solvent Dryether সৈতে Bromo-Ethane (C2H5Br) আৰু Sodium(Na) প্রতিক্রিয়াৰ বাবে এটা প্রতিক্রিয়া পথ তৈয়াৰ কৰক. |
08:20 | 2. প্রতিক্রিয়া অণুক stoichiometric সূচক যোগ কৰক. |
08:24 | 3. Naphthalene, Anthracene' আৰু Carbon-dioxideৰ ৰেজোনেনচ (resonance)গঠন আকক |
08:30 | এইটোৱে প্রয়োজনীয় প্রতিক্রিয়া পথ হয়. |
08:33 | এইবোৰ হৈছে Naphthalene, Anthracene' আৰু Carbon-dioxideৰ ৰেজোনেনচ (resonance)গঠন হয় |
08:39 | তলৰ সংযোগত থকা ভিদিয়'তো চাওক । 'http://spoken-tutorial.org/What_is_a_Spoken_ tutorial |
08:43 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
08:45 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
08:50 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে:স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে |
08:54 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
08:57 | অধিক তথ্যৰ বাবে ইয়ালৈ লিখক contact@spoken-tutorial.org |
09:03 | স্পোকেন টিউটোৰিয়েল প্রযেক্ত এটা শিক্ষকৰ লগত কথা পতা প্রযেক্ত । |
09:08 | ইয়াক সহাই কৰিছে নেচনেল মিছন অন এডুকেছনেল, আই.চি.তি., এম.এইচ.আৰ.দি., ভাৰত চৰকাৰ । |
09:16 | অধিক তথ্যৰ বাবে চাওক:স্পোকেন হাইফেন টিউটোৰিয়েল ডত ও আৰ জি স্লেচ্ এন.এম.ই.আই.চি.তি হাইফেন ইনত্ৰো । http://spoken-tutorial.org/NMEICT-Intro] |
09:21 | মই মৌচুমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো। দৰ্শন দিয়া বাবে ধণ্যবাদ । |