FrontAccounting-2.4.7/C2/Setup-in-FrontAccounting/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:01 চেতাপ ইন FrontAccounting স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম : FrontAccounting ইন্তাৰফেচ
00:12 Setup টেবত বিভিন্ন ম’দিউলচ
00:15 লগতে, আমি নিজৰ organization বা Company বনাবলৈ শিকিম
00:21 user accounts চেতাপ কৰিবলৈ
00:24 access পাৰ্মিচনচ চেতাপ আৰু দিচপ্লে চেতাপ কৰিবলৈ
00:29 এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:

উবুন্তো লিনাক্স OS ভাৰ্চন 16.04

00:37 FrontAccounting ভাৰ্চন 2.4.7
00:41 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ জ্ঞান থাকিব লাগিব: উচ্চতৰ মাধ্যমিকৰ কমাৰ্চ আৰু একাউন্টিঙৰ
00:50 আপুনি FrontAccounting ইন্তাৰফেচত কাম কৰিবলৈ আৰম্ভ কৰাৰ আগতে XAMPP services আৰম্ভ কৰক
00:56 আহক FrontAccounting ইন্তাৰফেচক খোলো
01:00 ব্ৰাউজাৰটো খোলক আৰু লিখক localhost slash account আৰু Enter টিপক
01:07 login পেজ আহিছে
01:10 মনত ৰাখিব ইনষ্ট’লেচনৰ সময়ত, আমি admin ইউজাৰক বনাইছিলো
01:16 ইউজাৰনেমটো লিখক admin হিচাবে আৰু পাচৱৰ্দটো spoken হিচাবে
01:22 তেতিয়া Login বুটামত ক্লিক কৰক
01:25 FrontAccounting উইন্দ’ আহিছে
01:28 ষ্টেনদাৰ্দ ম’দিউলচ প্ৰদান কৰা হৈছে FrontAccounting
01:32 আমি শিকিম Sales Purchases
01:38 Items আৰু Inventory
01:40 Banking আৰু General Ledger আৰু ম’দিউলচ Setup কৰিম আহিবলগীয়া টিউট’ৰিয়েলচত
01:47 আহক FrontAccountingSetup টেবৰ সৈতে আৰম্ভ কৰো
01:51 Setup টেবত ক্লিক কৰক । এই ম’দিউল ব্যৱহৃত হয় Company Setting ৰ বাবে
01:57 আহক এটা নতুন organisation বা Company বনাওঁ Company Setup লিংকত ক্লিক কৰি
02:04 Name ফিল্দত, দিফল্টভাবে, আমি Company টোৰ নামটো দেখিছো 'ST Company Pvt Ltd'
02:12 ইয়াৰ কাৰণ হৈছে আমি এই নামটো ইনষ্ট’লেচনৰ সময়ত দিছিলো
02:17 তথাপি, আপুনি নামটো সলাব পাৰে ই ৰিপ’ৰ্তচত কেনেকৈ দৰ্শিত হোৱাটো বিচাৰে তাক ভিত্তি কৰি
02:23 মই একেটা নাম ৰাখিম । তললৈ স্ক্ৰ’ল কৰক
02:28 Home currency ফিল্দত, দ্ৰপদাউন মেনুত ক্লিক কৰক
02:32 অপচনচৰ লিষ্ট এখন আহিব
02:35 কিন্তু লিষ্টখনত Indian Rupees উপলদ্ধ নহয়
02:39 যিহেতু আমাৰ কম্পেনি India ত আছে, আমি home currency Indian Rupees লৈ চেতাপ কৰিম
02:45 আহক ইয়াত লিষ্টখনত এটা নতুন currency যোগ কৰিবলৈ শিকো
02:50 ওপৰৰ মেনুত Banking and General Ledger টেবত ক্লিক কৰক
02:55 Maintenance পানেলত, Currencies লিংকত ক্লিক কৰক । নতুন উইন্দ’ এখন আহিছে
03:03 'INR' লিখক Currency Abbreviation ফিল্দত আৰু 'Rs' লিখক Currency Symbol ফিল্দত
03:11 Currency Name ফিল্দত, লিখক 'Indian Rupees'
03:15 Hundredths Name ফিল্দত, লিখক ‘Paise’ আৰু Country ফিল্দত লিখক 'India'
03:23 এতিয়া উইন্দ’খনৰ তলত 'Add new' বুটামত ক্লিক কৰক
03:28 আমি এটা সফলতাৰ বাৰ্তা দেখিছো- 'New currency has been added'
03:33 আহক Company setup পেজটোলৈ ঘূৰি যাওঁ ।

ইয়াৰ বাবে, ওপৰৰ মেনুত Setup টেবত ক্লিক কৰক আৰু তেতিয়া Company Setup লিংকত

03:43 পাছত, লিখক Company ৰ এদ্ৰেচটো,
03:47 Domicile, ফোন নং, ইমেইল এদ্ৰেচ আৰু Company GST নাম্বাৰ সংগত ফিল্দচত ইয়াত দেখুৱা দৰে
03:58 এতিয়া, Home Currency দ্ৰপ-দাউন বক্সত ক্লিক কৰক
04:02 'Indian Rupees' বাচক
04:05 পাছত আমি fiscal year ৰ বিষয়ে শিকিম
04:09 দিফল্টভাবে আগৰ ফাইনেনচিয়েল বছৰ, যি হৈছে 1st জানুৱাৰী তু 31st দিচেম্বৰ 2018 দেখুৱা হৈছে বন্ধ হিচাবে
04:18 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰা সময়ত, তাৰিখটো স্ক্ৰিণত দৰ্শিত হৈছে
04:24 আপুনি অভ্যাস কৰোতে ই বেলেগ হ’ব পাৰে
04:28 মন কৰিব যে তাৰিখৰ ফৰ্মেতটো হৈছে MMDDYYYY
04:35 Fiscal year কি হয়?
04:37 ই হৈছে এটা সময় যি Company এটাই ব্যৱ্হাৰ কৰে একাউন্টিঙৰ উদ্দেশ্যত আৰু ফাইনেনচিয়েল ষ্টেতমেন্তচ প্ৰস্তুতৰ বাবে । ই দেশসমূহত ভিন্ন হয়
04:47 Fiscal Year setup - যেতিয়া FrontAccounting ত নতুন Company এটা বনোৱা হয়, Fiscal Year সঠিকভাবে চেতাপ কৰিব লাগিব
04:56 দিফল্টভাবে, FrontAccounting চফতৱেৰে fiscal year টো দেখাই January ৰ পৰা December লৈ
05:03 এইটো গ্ৰহণযোগ্য নহয় IndiaCompanies আৰু organisations ৰ বাবে
05:08 আমি fiscal year টো চেতাপ কৰিব লাগিব 1st এপ্ৰিলৰ পৰা 31st মাৰ্চলৈ সেই ফাইনেনচিয়েল বছৰৰ বাবে
05:15 ই হৈছে Indian Accounting Standards অনুসৰি
05:19 আহক FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাওঁ
05:23 তললৈ স্ক্ৰ’ল কৰক আৰু Update বুটামত ক্লিক কৰক এনট্ৰিচ ছেভ কৰিবলৈ
05:28 আমি বাৰ্তা এটা দেখিছো- Company setup has been updated
05:33 এতিয়া, আমি Fiscal Year ক সলাম বৰ্তমান Financial Year লৈ
05:38 FrontAccountingSetup টেবত ক্লিক কৰক
05:42 Fiscal Years লিংকত ক্লিক কৰক
05:45 আমি দেখিছো, দিফল্টভাবে Fiscal Year আৰম্ভ হয় 01 January 2018 ৰ পৰা 31 December 2018 লৈ
05:55 গতিকে প্ৰথমে, আমি এটা dummy period বনাম তিনি মাহৰ বাবে 01 January 2019 ৰ পৰা 31 March 2019 লৈ
06:05 dummy period কিয়? ইয়াৰ কাৰণ হৈছে আমি গেপটো ভৰ্ত্তি কৰিব লাগিব Fiscal year যি হৈছে 1st জানুৱাৰিৰ পৰা 31st দিচেম্বৰলৈ আৰু Financial year যি হৈছে 1st এপ্ৰিলৰ পৰা 31st মাৰ্চলৈ মাজৰ
06:20 আপুনি হয়তো এটা বেলেগ ফাইনেনচিয়েল বছৰত থাকিব এই টিউট’ৰিয়েলটো অভ্যাস কৰোতে
06:25 তেনেক্ষেত্ৰত, আপুনি বৰ্তমান ফাইনেনচিয়েল বছৰলৈকে আগৰ সকলো বছৰৰ বাবে fiscal year চেতাপ কৰিব লাগিব
06:33 ইয়াত চেম্পল এটা দেখুৱা হৈছে আপুনি বুজিপাবৰ বাবে
06:38 প্ৰথমে, তিনি মাহৰ dummy period বাচক 01 January 2019 ৰ পৰা 31 March 2019 লৈ
06:47 এতিয়া, Add New বুটামত ক্লিক কৰক
06:51 আপুনি দেখিছে যে dummy period বনোৱা হ’ল
06:53 বাৰ্তা এটা আহিছে - “New Fiscal year has been added”
06:58 তেতিয়া, আমি দেখিছো যে বৰ্তমান financial year হৈছে 1 April 2019 ৰ পৰা 31 March 2020 লৈ
07:07 “Is closed” অপচনক “No” লৈ ৰাখক যিহেতু আমি বৰ্তমান ফাইনেনচিয়েল বছৰক একাউন্টিঙৰ উদ্দেশ্যৰ বাবে ব্যৱ্হাৰ কৰিম
07:15 পুনৰ, Add New বুটামত ক্লিক কৰক
07:19 ইয়াত, আপুনি Financial Year দেখিছে যাক বনোৱা হ’ল
07:24 আমি দেখিছো fiscal year 1st জানুৱাৰি 2018 ৰ পৰা 31st December 2018 লৈ বন্ধ হিচাবে
07:32 আমি dummy period বনালো 1st জানুৱাৰি 2019 ৰ পৰা 31st মাৰ্চ 2019 লৈ
07:39 আমি Is Closed অপচনক সলাম Yes লৈ । Edit icon ক্লিক কৰক
07:46 Is Closed দ্ৰপ-দাউন মেনুত, বাচক Yes
07:50 একে ষ্টেপচক ৰিপিত কৰক আগৰ সকলো ফাইনেনচিয়েল বছৰক বন্ধ কৰিবলৈ যদি আৱশ্যক নহয়
07:57 Update বুটামত ক্লিক কৰক
08:00 বাৰ্তা এটা আহিছে - “Selected fiscal year has been updated”
08:05 একেদৰে আপুনি Edit বুটামটো ব্যৱ্হাৰ কৰিব পাৰে পৰিবৰ্তন কৰিবলৈ
08:10 cross (X) sign হৈছে বছৰটো দিলিত কৰিবলৈ । এতিয়া, আমি কোনো ৰৌচক দিলিত নকৰো
08:17 এতিয়া, আমি এই পৰিবৰ্তনক Company setup ত আপদেত কৰিব লাগিব
08:22 Setup টেবত ক্লিক কৰক । তেতিয়া Company Setup লিংকত ক্লিক কৰক
08:28 Fiscal year ফিল্দত, দ্ৰপ-দাউন মেনুত ক্লিক কৰক
08:32 current Financial Year বাচক 1st April 2019 তু 31st March 2020 হিচাবে যাক দেখুৱা হৈছে active
08:41 তললৈ স্ক্ৰ’ল কৰক আৰু Login Timeout অপচনলৈ যাওঁক
08:46 আমি ছয় লাখ চেকেন্দলৈ বৰ্ধিত কৰিম যাতে সঘনাই হোৱা logout বা timeout এৰিব পাৰি
08:53 Update বুটামত ক্লিক কৰক
08:56 পাছত আমি User Accounts চেতাপ কৰিম
09:00 পুনৰ ক্লিক কৰক Setup টেবত
09:03 User Accounts Setup লিংকত ক্লিক কৰক
09:06 আমি admin user login তথ্য দেখিছো যেনে Full Name , Email , Access Level, ইত্যাদি
09:15 মনত ৰাখিব এই তথ্যক ইনষ্ট’লেচনৰ সময়ত এন্টাৰ কৰা হৈছিলে । আহক এটা নতুন user login বনাওঁ
09:22 মই নতুন ইউজাৰৰ সবিশেষ লিখিছো ইয়াত দেখুৱা দৰে । একেদৰে, আপোনাৰ নতুন ইউজাৰৰ সবিশেষ এন্টাৰ কৰক
09:30 Access Level field ত, দ্ৰপ-দাউন মেনুত ক্লিক কৰক আৰু বাচক Sub Admin
09:36 Language field ত, দিফল্টভাবে, দ্ৰপ-দাউন মেনু অপচনটো হৈছে English
09:42 ইয়াত, POS মানে Point of Sale । আমি Default অপচনটো ৰাখিম
09:49 Printing option দ্ৰপ-দাউন মেনুত, দিফল্ট অপচনটো ৰাখক Browser printing support
09:56 পাছত, দিফল্টভাবে, reports অপচনৰ popup উইন্দ’ৰ বাবে চেকবক্সটো চেক হৈছে
10:03 Add new বুটামত ক্লিক কৰক । আমি বাৰ্তাটো দেখিছো - ‘A new user has been added’
10:10 আমি লগতে দেখিছো যে admin ৰ তলৰ পানেলত নতুন user টো যোগ হ’ল
10:16 পুনৰ, Setup টেবত ক্লিক কৰক
10:20 পাছত, আহক Access setup চাওঁ
10:23 Role দ্ৰপ-দাউন মেনুত ক্লিক কৰক আৰু বাচক Sub Admin
10:28 আমি দেখিছো যে দিফল্ট access দিয়া হৈছে এজন Sub Admin ক ব্যৱ্হাৰ কৰিবলৈ । তললৈ স্ক্ৰ’ল কৰক
10:35 আমি দেখিছো Sub Admin ৰ বাবে পাৰ্মিচনচ উপলদ্ধ
10:39 আপুনি লগতে বক্সসমূহ চেক বা আনচেক কৰিব পাৰে যি Sub Admin ক ব্যৱ্হাৰ কৰিবলৈ আৱশ্যক হয়
10:46 তেতিয়া Save Role বুটামত ক্লিক কৰক
10:49 বাৰ্তা এটা আহিছে যে “Security role has been updated”
10:54 একেদৰে, আপুনি বহুতো users বনাব পাৰে নিজৰ আৱশ্যকতা অনুসৰি আৰু আৱশ্যকীয় পাৰ্মিচনচ দিয়ক
11:01 পুনৰ, ক্লিক কৰক Setup টেবত আৰু তেতিয়া Display Setup লিংকত
11:07 Display Setup ব্যৱহৃত হয় Decimal Places, Date format আৰু Separators আৰু অন্য parameters সলাবলৈ
11:16 আমি Decimal Places ৰ নাম্বাৰটো দেখিছো Prices/amounts , Quantities , Exchange rate আৰু Percentages ৰ বাবে
11:27 আমি Date format আৰু Date Separators সলাব পাৰো দ্ৰপ-দাউন মেনুক বাচি
11:33 আমি Date formatDDMMYYYY লৈ সলাম
11:41 আমি লগতে বিভিন্ন Miscellaneous Settings দেখিছো
11:45 Update বুটামত ক্লিক কৰক পৰিবৰ্তনক ছেভ কৰিবলৈ
11:49 আমি বাৰ্তা এটা দেখিছো “Display settings have been updated”
11:54 এতিয়া আমি fiscal year দেত ফৰ্মেতক চাম । Setup tab লৈ যাওঁক
12:01 Company Setup পানেলৰ ভিতৰত, Fiscal Years লিংকত ক্লিক কৰক
12:06 আমি দেখিছো date format সলনি হৈছে DDMMYYYY ফৰ্মেতলৈ
12:14 মনত ৰাখিব, প্ৰথমতে যেতিয়া আমি fiscal year যোগ কৰিছিলো ই আছিলে MMDDYYYY ফৰ্মেতত
12:23 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
12:28 এই টিউট’ৰিয়েলত, আমি শিকিলো - FrontAccounting ইন্তাৰফেচ আৰু Setup টেবত বিভিন্ন ম’দিউলচ
12:36 লগতে, আমি শিকিলো নিজৰ organization বা Company বনাবলৈ
12:42 user accounts চেতাপ, access পাৰ্মিচনচ চেতাপ আৰু দিচপ্লে চেতাপ কৰিবলৈ
12:50 এটা অনুশিলনী হিচাবে, নতুন user এজন যোগ কৰক User Accounts Setup ব্যৱ্হাৰ কৰি
12:55 Access Level দিয়ক এজন Accountant হিচাবে
12:59 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
13:06 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
13:15 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
13:19 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত
13:24 স্ক্ৰিপ্ত আৰু ভিদিঅ’টো স্প’কেন টিউট’ৰিয়েল দলে অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9