FrontAccounting-2.4.7/C2/Banking-and-General-Ledger-in-FrontAccounting/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | FrontAccounting ত Banking আৰু General Ledger ৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 0:07 | এই টিউট’ৰিয়েলটোত, আমি বনাবলৈ শিকিম General Ledger Classes |
| 00:13 | General Ledger Groups আৰু General Ledger Accounts |
| 00:18 | এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:
উবুন্তো লিনাক্স OS ভাৰ্চন 16.04 |
| 00:26 | FrontAccounting ভাৰ্চন 2.4.7 |
| 00:30 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ জ্ঞান থাকিব লাগিব: উচ্চতৰ মাধ্যমিকৰ কমাৰ্চ আৰু একাউন্টিং, বুককিপিঙৰ নিয়মসমূহৰ |
| 00:40 | আৰু আপুনি ইতিমধ্যে FrontAccounting ত এটা Organisation বা Company চেতাপ কৰিব লাগিব |
| 00:46 | যদি নাই, সংগত FrontAccounting টিউট’ৰিয়েলচৰ বাবে অনুগ্ৰহ কৰি এই ওৱেবচাইত চাওঁক |
| 00:52 | আপুনি FrontAccounting ইন্তাৰফেচত কাম কৰিবলৈ আৰম্ভ কৰাৰ আগতে XAMPP services আৰম্ভ কৰক |
| 00:58 | আহক FrontAccounting ইন্তাৰফেচক খোলো |
| 01:01 | ব্ৰাউজাৰ খোলক আৰু লিখক localhost slash account আৰু Enter টিপক |
| 01:09 | login পেজ আহিছে |
| 01:12 | ইউজাৰনেমটো লিখক admin হিচাবে আৰু পাচৱৰ্দটো । তেতিয়া Login বুটামত ক্লিক কৰক |
| 01:20 | FrontAccounting ইন্তাৰফেচ আহিছে |
| 01:23 | ক্লিক কৰক Banking and General Ledger টেবত |
| 01:27 | Maintenance পানেলত আমি অপচনচ দেখিছো:
GL Accounts |
| 01:33 | GL Account Groups আৰু
GL Account Classes |
| 01:38 | আমি যিকোনো ট্ৰেনজেকচন আৰম্ভ কৰাৰ আগতে, Charts of Accounts চেত কৰিব লাগিব |
| 01:43 | FrontAccounting ত Charts of Accounts সূচীত হয় Type, Class, Group আৰু Account ৰ দ্বাৰা |
| 01:50 | সকলো transactions চাৰ্জ কৰা হয় এটা Account, Group আৰু Classes |
| 01:56 | এইবোৰ ব্যৱহৃত হয় reporting উদ্দেশ্যৰ বাবে transactions গ্ৰোপ কৰিবলৈ |
| 02:00 | FrontAccounting ত, Account অন্তৰ্ভুক্ত হয় এটা Group লৈ আৰু Group অন্তৰ্ভুক্ত হয় এটা Class লৈ |
| 02:06 | ই ৰিফ্লেক্তেদ হ’ব Account Group অনুসৰি Balance Sheet আৰু Profit আৰু Loss account statements ত |
| 02:13 | FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাওঁক |
| 02:17 | প্ৰথম ষ্টেপ হৈছে General Ledger Account Classes চেত কৰা |
| 02:22 | Maintenance পানেলত GL Account Classes লিংকত ক্লিক কৰক |
| 02:27 | ইয়াত, দিফল্টভাবে Class Name আৰু Class Type সূচীত হয়:
Assets , Liabilities , Income আৰু Expense হিচাবে |
| 02:38 | লগতে, আমি দেখিছো যে Class ID চেত হৈছে প্ৰতিটো Class Type ৰ বাবে |
| 02:44 | আমি এই class চেত কৰিব লাগিব Account Group টো চেত কৰাৰ আগতে |
| 02:49 | এতিয়া আমি চাম নতুন class এটা যোগ কৰিবলৈ |
| 02:53 | Class ID ফিল্দত, লিখক 5 । Class ID টো এটা বিশেষ ভেলু হ’ব লাগিব |
| 03:00 | Class Name ফিল্দত, লিখক Equity |
| 03:04 | Class Type দ্ৰপ-দাউন বক্সত ক্লিক কৰক ।
আমি দেখিছো দিফল্ট লিষ্টখন: Assets , Liabilities, Equity, Income, Cost of Goods Sold আৰু Expense |
| 03:21 | FrontAccounting এ এই Class Type অনুসৰণ কৰে Balance Sheet ত উপস্থিতিৰ বাবে |
| 03:26 | Class Type টো বাচক Equity হিচাবে |
| 03:29 | উইন্দ’খনৰ তলত Add new বুটামত ক্লিক কৰক |
| 03:33 | বাৰ্তা এটা দৰ্শিত হৈছে- 'New account class has been added' |
| 03:38 | ইয়াত, আমি দেখিছো যে নতুন Class “Equity” টো তৃতীয় ৰৌত যোগ কৰা হৈছে |
| 03:44 | ইয়াৰ কাৰণ হৈছে, দিফল্ট Class Type ত, Equity তৃতীয় hierarchy লেভেলত আছে |
| 03:50 | গতিকে, যেতিয়াই এটা নতুন Class যোগ কৰা হয়, ই সেই Class Type ৰ দিফল্ট ঠাইক লয় |
| 03:56 | এতিয়া, আহক GL Groups যোগ কৰিবলৈ চাওঁ |
| 04:00 | Banking আৰু General Ledger টেবলৈ যাওঁক |
| 04:03 | Maintenance পানেলত GL Account Groups লিংকত ক্লিক কৰক |
| 04:08 | আমি দেখিছো দিফল্ট Group Name, যি দেখাই GL Account Groups Class টোৰ ভিতৰত |
| 04:15 | আপুনি লগতে দেখিছে যে Group ID চেত হৈছে Class টোৰ অনুসৰি |
| 04:20 | ID ফিল্দত, নতুন Group ID টো লিখক 12 হিচাবে |
| 04:24 | Name ফিল্দত, মই লিখিম Fixed Assets Group Name হিচাবে |
| 04:29 | Group Name “Fixed Assets” কোনো subgroup লৈ অন্তৰ্ভুক্ত নহয় যি ইতিমধ্যে উপলদ্ধ হয় |
| 04:35 | সেইবাবে, Subgroup ফিল্দত, ফিল্দটো None হিচাবে ৰাখক |
| 04:40 | এতিয়া, Class দ্ৰপ-দাউন বক্সত ক্লিক কৰক |
| 04:44 | Charts of Accounts অনুসৰি, Fixed Assets আহে Assets ৰ class ৰ ভিতৰত ।
গতিকে Class বাচক Assets হিচাবে |
| 04:53 | পৰিবৰ্তনক ছেভ কৰিবলৈ, উইন্দ’খনৰ তলত Add new বুটামত ক্লিক কৰক |
| 04:59 | আমি এৰ’ৰ বাৰ্তা এটা দেখিছো যি কয় - "This account Group ID is already in use" |
| 05:06 | গতিকে এটা বিশেষ Class ID যোগ কৰিব লাগিব প্ৰতিটো Group Name লৈ |
| 05:11 | আহক Group ID টো সলাওঁ 13 লৈ |
| 05:15 | উইন্দ’খনৰ তলত Add new বুটামত ক্লিক কৰক |
| 05:19 | এইবাৰ আমি বাৰ্তা এটা দেখিছো যি কয় - "New account type has been added" |
| 05:25 | নতুন Group Name টো ৰেন্দমভাবে যোগ কৰা হ’ল class “Assets” ৰ ভিতৰত |
| 05:30 | একেদৰে, আমি নিজা Group Name যোগ কৰিব পাৰো |
| 05:34 | এতিয়া, আহক GL Accounts যোগ কৰিবলৈ চাওঁ |
| 05:38 | Banking আৰু General Ledger টেবত ক্লিক কৰক |
| 05:42 | তেতিয়া Maintenance পানেলত GL Accounts লিংকত ক্লিক কৰক |
| 05:47 | ইয়াত লগতে আমি এটা বিশেষ code লিখিব লাগিব । এইটো এটা বাধ্যতামূলক ফিল্দ |
| 05:53 | Account Code ফিল্দত, মই লিখিম 1100 ক’ড হিচাবে |
| 06:00 | আপুনি নিজৰ পচন্দৰ যিকোনো ক’ড দিব পাৰে যদি বিচাৰে |
| 06:04 | Account Name ফিল্দত ক্লিক কৰক । Account Name টো লিখক "Land and Building" হিচাবে |
| 06:11 | আপুনি নিজৰ পচন্দৰ যিকোনো নাম দিব পাৰে |
| 06:14 | Account Group দ্ৰপ-দাউন বক্সত, Account Group টো Fixed Assets হিচাবে বাচক |
| 06:20 | Account Name Land and Building Charts of Accounts অনুসৰি Group Fixed Assets ৰ ভিতৰত আহিব লাগিব |
| 06:28 | পাছত, Account status দ্ৰপ-দাউন মেনুত ক্লিক কৰক । status টো বাচক Active হিচাবে |
| 06:35 | তেতিয়া উইন্দ’খনৰ তলত Add Account বুটামত ক্লিক কৰক |
| 06:40 | আমি বাৰ্তাটো দেখিছো - "New account has been added" |
| 06:45 | এতিয়া, ওপৰত New account দ্ৰপ-দাউন বক্সত ক্লিক কৰক । আমি ইয়াত নতুনকৈ যোগ কৰা Account টো দেখিছো |
| 06:54 | প্ৰতিটো organisation ৰ নিজা account codes ৰ চেত থাকিব, ইয়াত দেখুৱা দৰে |
| 07:00 | একেদৰে, ওপৰৰ ষ্টেপচ অনুসৰণ কৰি, আপুনি নিজৰ GL Accounts বনাব পাৰে |
| 07:06 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
| 07:12 | এই টিউট’ৰিয়েলত, আমি বনাবলৈ শিকিলো
General Ledger Classes , General Ledger Groups আৰু General Ledger Accounts |
| 07:22 | এটা অনুশিলনী হিচাবে ।
নিম্ন সবিশেষৰ সৈতে নতুন GL Accounts - Cash আৰু Capital বনাওঁক । পৰিবৰ্তনক ছেভ কৰক |
| 07:31 | এতিয়া আমি আমাৰ Company ৰ বাবে নতুন GL Accounts ৰ সৈতে Charts of Accounts চেত কৰিব লাগিব |
| 07:38 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
| 07:46 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
| 07:55 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
| 07:59 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত |
| 08:05 | স্ক্ৰিপ্তটো স্প’কেন টিউট’ৰিয়েল দলে অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |