Firefox/C2/Searching-and-Auto-complete/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:00 | স্পকেন টিটোৰিয়েলৰ Mozilla Firefox-Search and Auto complete features লৈ আপোনাক স্বাগতম জনাইছো ৷ |
| 00:06 | আমি এই টিটোৰিয়লত শিকিম কেনেকৈ চাৰ্ছ বয়ৱহাৰ কৰা হয়, কেনেকৈ চাৰ্ছ ইন্জিন মেনেজ কৰা হয় আৰু কেনেকৈ ফাইন্দ বাৰ বয়ৱহাৰ কৰা হয় |
| 00:15 | এই Address barত Auto-complete ব্যৱহাৰ কৰক |
| 00:18 | এই টিটোৰিয়েলত আমি Unbuntu 10.04 অত Firefox Version 7.0 ব্যৱহাৰ কৰিছো |
| 00:26 | ইন্টাৰনেটত মানুহে অতিশয় বিচৰা এবিধ সাধাৰন বস্তু হল তথ্য৷ |
| 00:31 | এজনে এটা বিশেষ ৱেবছাইট বিচাৰিব পাৰে অথবা অন্য কোনো তথ্য৷ |
| 00:37 | Mozilla Firefoত বহুতো বৈশিস্ট আছে যি ইন্টাৰনেটতৰ পৰা তথ্য বিচৰাত সহজ কৰি তুলে |
| 00:44 | এতিয়া কিছুমান পথ চাও৷ |
| 00:47 | এটা পথ হ’ল অন্য ৱেবচাইট প্ৰৰ্দশন কৰি অনুসন্ধান কৰক |
| 00:50 | মুঠতে চাৰ্চ ইন্জিন বোৰ ৱেবছাইটও হয়৷ |
| 00:54 | URL barত, টাইপ কৰক ‘www.google.com’ |
| 00:59 | google home page ওলাই পৰে ৷ |
| 01:01 | google home pageৰ search boxত টাইপ কৰক ‘email’. Searchতক্লিক কৰক |
| 01:07 | চাৰ্চ ইন্জিনে সকলোবাৰ ফলাফল লৈ আহে |
| 01:10 | আমি দেখো ঘে উচ্চ ফলাফল হয় gmailৰ কাৰনে, google পৰা ইমেলই৷ |
| 01:16 | কিন্তু Mozilla Firefoxঅৰ লগত এই একে কাম কৰিবলৈ এটা সহজ উপায় আছে |
| 01:20 | navigation toolbarত URL barৰ পিছত , তাত এটা Search bar ফিল্ড আছে৷ |
| 01:26 | অথবা Search bar ফিল্ডলৈ চিধা ঘাবৈলৈ আপুনি CTRL+K প্ৰেচ কৰিবলৈ পাৰে |
| 01:33 | search barত ক্লিক কৰক আৰু টাইপ কৰক ‘email’৷ |
| 01:36 | magnifying glass iconত ক্লিক কৰক ঘিটো ইয়াৰ পৰবৰ্তে |
| 01:40 | contents areaত আমি বিচৰা ফলাফল পাম৷ |
| 01:44 | আমি দেখো ঘে উচ্চ ফলাফল হয় gmailৰ কাৰনে, google পৰা ইমেলই৷ |
| 01:50 | Search barৰ বাওঁ দিশত চাৰ্চ ইন্জিনৰ logo আছে যি ফলাফলৰ কাৰনে ব্যৱহাৰ কৰা হয়৷ |
| 01:58 | Mozilla Firefoxত ব্যৱহাৰ কৰা দিফল্ট চাৰ্চ ইন্জিন হ’ল ‘google’ ৷ |
| 02:02 | কিন্ত আমি ইয়াতে সীমাবদ্ধ হৈ থকা কোনো দৰকাৰ নাই . আমি আমাৰ পচন্দৰ মতে চাৰ্চ ইন্জিন নিৰ্বাচন কৰিব পাৰো৷ |
| 02:08 | Search barত googleঅৰ search engine logoত ক্লিক কৰক৷ |
| 02:12 | আমি দেখো ঘে “Yahoo” আৰু “Bing”অৰ নিচিনা অধিক জনপ্ৰিয় search engine logoৰ সৈতে দ্ৰপ দাউন বক্সত ওলায় আহে ৷ |
| 02:21 | দ্ৰপ দাওন বক্সৰ পৰা “Yahoo” নিৰ্বাচন কৰক৷ |
| 02:24 | আমি দেখিম ঘে search bar ৰ বাওফালৰ logoটু, “Yahoo” logo লৈ সলনি হৈছে ৷ |
| 02:30 | এতিয়া পুনৰ Search bar ত ‘email’ টাইপ কৰক আৰু magnifying glassত ক্লিক কৰক৷ |
| 02:36 | এইবাৰ আমি দেখিম যে Contents areaত থকা ফলাফল খিনি “Yahoo” চাৰ্চচ ইন্জিনৰ পৰা হয়. |
| 02:42 | লক্ষ কৰক ঘে শেষৰবাৰৰ ফলাফলতকৈ ই সামান্য পৃথক৷ |
| 02:46 | উচ্চ ফলাফল এতিয়া gmail নহয় পৰিবৰ্ত্তে উচ্চ ফলাফল হয় “Yahoo” mail * |
| 02:53 | পুনৰ Search bar ৰ ডিতৰত চাৰ্চ ইন্জিনত ক্লিক কৰক৷ |
| 02:57 | দ্ৰপ দাওন বক্সত ‘Manage Search Engines’ত নিৰ্বাচন কৰক৷ |
| 03:07 | ইয়ে ‘Manage Search Engines list’ নামেৰে এটা ডাইলগ বক্স খুল খুৱাব৷ |
| 03:07 | তালিকাৰ শেষৰ আইটেমত ক্লিক কৰক৷ |
| 03:10 | সোঁফালৰ বটম বোৰ এতিয়া অসমৰ্থ৷ ‘Remove’ বটমত ক্লিক কৰক৷ |
| 03:21 | ডাইলগ বক্স বন্ধ কৰিবলৈ OKত ক্লিক কৰক৷ |
| 03:24 | পুনৰ Search barৰ ডিতৰত চাৰ্চই ইন্জিন লগোত ক্লিক কৰক৷ |
| 03:29 | “Manage Search Engines”ত ক্লিক কৰক৷ |
| 03:32 | “Manage Search Engines list”ৰ ডাইলগ বক্স ওলায় পৰে৷ |
| 03:37 | ডাইলগ বক্সৰ তলত এটা লিন্ক আছে যি কয় ‘Get more search engines’ |
| 03:42 | ইয়াত ক্লিক কৰক৷ |
| 03:43 | এটা নতুন browser tab খুলিব৷ |
| 03:46 | ইয়ে বহু সংখ্যক চাৰ্চ ইন্জিন দেখউৱায় ঘাক আমি search barত এড কৰিব পাৰিম৷ |
| 03:51 | আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি ঘিকোনো চাৰ্চ ইন্জিনচ এড কৰিব পাৰে৷ |
| 03:55 | tabৰ কোনত থকা এক্সত ক্লিক কৰি এই tab close কৰো ৷ |
| 04:00 | Contents areaৰ ডিতৰত আমি নিৰ্দিষ্ট টেক্সত “Find bar”ৰ সহায়ত বিচাৰি পাম৷ |
| 04:07 | URL barত ‘www.gmail.com’ টাইপ কৰক আৰু এন্টাৰ টিপক |
| 04:13 | ঘেতিয়া gmail home পেজ ল’ড হল ‘Edit’ত ক্লিক কৰক আৰু পিচত ‘Find’ ক্লিক কৰক৷ |
| 04:19 | browser windowৰ এটা “Find bar” উলাব |
| 04:22 | “Find bar”ৰ টেক্স বক্সত ‘gmail’ টাইপ কৰক৷ |
| 04:28 | ঘেতিয়াই আমি টাইপ কৰিম, আমি দেখিম যে সেই টেক্সতৰ প্ৰথম উদাহৰন Contents areaত প্ৰদৰ্শিত হব৷ |
| 04:36 | ‘Next’ত ক্লিক কৰাত শব্দটোৰ পৰবিৰ্ত্তি উদাহৰনত কেনদ্ৰস্থান হব৷ |
| 04:41 | ‘Previous’ ক্লিক কৰা লগে-লগে আগৰ শব্দৰ ফ’কছলৈ ঘুৰিব৷ |
| 04:46 | ‘Highlight all’optionত ক্লিক কৰক৷ |
| 04:49 | আমি দেখিম ঘে চাৰ্চচ টেক্সৰ সকলোউদাহৰন Contents areaত চিনাক্ত হৈছে৷ |
| 04:56 | Mozilla Firefox এ URL barত ইয়াৰ auto-complete functionঅৰ সৈতে ৱেব এদ্ৰেছ টাইপ কৰাত সহজ কৰি তুলে |
| 05:04 | address barত আমি গোটেই ৱেব এদ্ৰেছ টাইপ কৰিব নালাগে৷ |
| 05:08 | এইটো চেষ্টা কৰক: address barত ‘gma’ টাইপ কৰক৷ |
| 05:12 | আমি দেখিম যে যোনটো শব্দ আমি টাইপ কৰি আছো সেইটু Mozilla Firefoxএ auto-complete কৰিবলৈ চেষ্টা কৰিছে৷ |
| 05:17 | ই ‘gma’ৰ সৈতে আৰম্ভ হোৱাৰ ৱেবছাইটবিলাক এটা দ্ৰপ দাউন লিস্তত দেখোৱায় |
| 05:23 | দ্ৰপ দাও লিস্তৰ পৰা ‘gmail’ লিংক নিৰ্বাচন কৰক৷ |
| 05:27 | ‘gmail’ ৱেবপেজ Contents areaত লোড কৰিব৷ |
| 05:30 | যদি আমি এই ফিছাৰটো পসন্দ নকৰো, আমি ইয়াক বন্ধ কৰিব পাৰো৷ |
| 05:34 | “Edit”ত ক্লিক কৰক আৰু পিছত “Preferences”ত৷ |
| 05:37 | Windows ব্যৱহাৰকাৰিয়ে “Tools”ত ক্লিক কৰিব পাৰে আৰু পিছত “Options”ত |
| 05:41 | Main menu tabsৰ তালিকাৰ পৰা “Privacy” tab নিৰ্বাচন কৰক৷ |
| 05:46 | ডাইলগ বক্সৰ একদম তলত বটমত ‘When using location bar, suggest’ নামে এটা অপচন থাকিব৷ |
| 05:53 | ইয়াক বিস্তৃত কৰিবলৈ দ্ৰপ ডাওন লিস্তৰ এৰত ক্লিক কৰক৷ |
| 05:56 | তালিকাৰ পৰা ‘Nothing’ নিৰ্বাচন কৰক৷ |
| 05:59 | ডাইলগ বক্স বন্ধ কৰিবলৈ ‘Close’ ত ক্লিক কৰক৷ |
| 06:03 | address barলৈ উডতি ঘাওক আৰু টাইপ কৰক ‘gma’* লক্ষ কৰক ঘে কোনো পৰামৰ্শ অহা নাই৷ |
| 06:09 | ইয়াতে এই Mozilla Firefox - Searching and Auto-complete featuresঅৰ টিটোৰিয়েল অন্ত পৰে৷ |
| 06:16 | এই টিটোৰিয়েলত আমি শিকিলো কেনকৈ search ব্যৱহাৰ কৰা হয়, search engine মেনেজ কৰা হয়, fine bar ব্যৱহাৰ, auto compete address barঅত ব্যৱহাৰ কৰা হ’য়৷ |
| 06:27 | এই পৰীক্ষন এচাইমেন্টটো চেস্টা কৰক৷ |
| 06:30 | search barত চাৰ্চ ইন্জিনৰ পৰা “Yahoo” লৈ পৰিবৰ্ত্তন কৰক৷ |
| 06:34 | ‘spoken tutorial’ $চাৰ্চ কৰক৷ |
| 06:36 | প্ৰথম ৰিজাল্টত ক্লিক কৰক৷ |
| 06:40 | পাঠটিত কিমান বাৰ “video” শব্দটো আহিছে বিচাৰক৷ |
| 06:44 | উৱেবপেজত থকা “video” শব্দবোৰক Highlight কৰিবলৈ এতিয়া ‘‘Highlight all’ত ক্লিক কৰক৷ |
| 06:51 | http://spoken-tutorial.org/What_is_a_Spoken_Tutorialত ডিডিও লক্ষ্য কৰক৷ |
| 06:54 | ই Spoken Tutorial projectৰ সাংৰশ দিয়ে৷ |
| 06:58 | ঘদি আপোনাৰ ডাল বেন্ডউইথ নহয় আপুনি এইটো ডাউনলোডকৰিব পাৰে আৰু চাব পাৰে৷ |
| 07:02 | spoken tutorials ব্যৱহাৰ কৰি Spoken Tutorial Projectৰ Team কৰ্মশালা অনুস্ঠীত কৰে |
| 07:04 | অনলাইন পৰীক্ষাত ঘিবোৰ উৰ্ত্তীন হৈচল্গে সিহঁতবোৰক চাৰ্টিফিকেট দিয়ে৷ |
| 07:11 | বিতং তথ্যৰ বাবে অনুগ্ৰহ কৰি৷ contact@spoken-tutorial.org লৈ লিখক৷ |
| 07:18 | Spoken Tutorial Project হ’ল Talk to a Teacher projectৰ এটা অংশ৷ |
| 07:22 | ইয়াক National Mission on Education through ICT, MHRD, Government of India ই সমৰ্থন কৰে৷ |
| 07:30 | এই মিছনৰ বিতং তথ্যৰ বাবে spoken hyphen tutorial dot org slash NMEICT hyphen Intro ঘোগাঘোগ কৰক৷ |
| 07:41 | এই টিটোৰিয়েলক অৰিহনা আগবঢ়াইছে DesiCrew Solutions Pvt. Ltd.য়ে. |
| 07:46 | ধন্যবাদ৷ |