Drupal/C3/Modifying-the-Page-Layout/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Modifying the Page Layout ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:06 এই টিউটোৰিয়েলত আমি শিকিম 

Layouts Block Configuration আৰু Permissions, blocks মুছা আৰু ৰি-অর্ডাৰিং কৰা।

00:16 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো

উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ।

00:26 আপোনি পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিব পাৰে।
00:30 প্রথমে layout সম্পর্কে শিকো।
00:33 ইয়াতে Themes আৰু Blocks ইয়াৰ পৰিচয় পাও।
00:37 Themesএ সাধাৰণ লেআউট আৰু সাইটৰ সম্পর্কে কয়।
00:42 মই কিছুক্ষণত Themes ইয়াৰ সৈতে পৰিচয় কৰাম।
00:47 এতিয়া বুঝক যে কন্টেন্টক নসলোৱাকৈ Themeক, Drupal site ত প্রয়োগ কৰা যাব পাৰে।
00:54 এইটোৱে colour scheme, Blocks ইয়াৰ স্থান দিব।

আৰু টেক্সট আৰু ইমেজৰ বাবেফৰম্যাটিং দিব।

01:03 আগেই শিকিছো যে Blocks হল তথ্য যি সাইটৰ বিভিন্ন এলাকাত স্থাপন কৰা যাব পাৰে।
01:10 Blocks, Block regions ত যায় আৰু Block regions, Theme দ্বাৰা নির্ধাৰিত হয়।
01:15 ডিসাইন এলাকাত,

Blocks আছে, Themes আৰু Menus আছে।

01:23 আমি আগেই Themesৰ প্রয়োগ বা এই সম্পর্কে কথা কোৱা নাই।
01:29 এইটো এই সত্য লক্ষণীয় কৰিবলৈ কৰা হয় যে সাইট বনোৱাৰ সময়ত যি কোনো স্থানত Themeক প্রয়োগ কৰিব পাৰি।
01:36 এতিয়ালৈকে অপেক্ষা কৰাৰ কাৰণ হল যাতে আমি Themeক প্রয়োগ কৰিব পাৰি।
01:42 কিন্তু মই মোৰ Theme তৈয়াৰ হোৱাৰ লগে লগে প্রয়োগ কৰা পছন্দ কৰিম।
01:49 আমি আগেই নির্মিত ওয়েবসাইটটো খুলো।
01:52 এতিয়া layout ত গৈ Blocks আৰু Block regions দেখো।
01:58 Blocksএ সাইটত যি কোনো তথ্য স্থাপন কৰিব দিয়ে।
02:03 Structure আৰু Block layout ত যাওক।
02:06 বর্তমান themeৰ পৰা প্রাপ্ত সকলো blocks ইয়াতে আছে।
02:11 উদাহৰণস্বৰুপে: Header, Primary Menu, Secondary Menu আৰু অন্যান্য।
02:18 আমি ইতিমধ্যে তাৰে কিছু ৰাখিছো।
02:22 Welcome To Drupalville ক custom block ত sidebarত ৰাখিছো।
02:28 এইটো এই নির্দিষ্ট theme ইয়াৰ বাও সাইডবাৰত দেখায়।
02:33 আমি Left sidebar ত Recent Events Added ভিউও যোগ কৰিছো।
02:39 এতিয়া blocks কনফিগাৰ কৰা আৰু অনুমতি দিয়া সম্পর্কে শিকো।
02:44 প্রথমে জানিব লাগিব যে কোনটো Block Regionsএ কি কৰে।
02:48 উপৰত Demonstrate Block Regions আছে। এইটোত টিপক।
02:53 Drupal ত প্রতিটো themeএ এই ধৰণৰ ছবি দিয়ে, যত Block Regions থাকে।
03:00 Block Regions, themes ইয়াৰ উপৰত নির্ভৰশীল।
03:04 Bartik ত বিকল্প আছে
03:07 Secondary Menu, Header,
03:09 Primary Menu, Highlighted, Featured top, Breadcrumb, Sidebar first, Content
03:16 Sidebar second.
03:18 যি কোনো region ত যি কোনো block ৰাখিব পাৰি।
03:21 গুৰুত্বপূর্ণ যেনে Content blockক, Content region ত বাও ফালে হোৱা উচিত।
03:27 Exitত টিপো।
03:30 Breadcrumbs block ক Breadcrumbs region ত ৰাখক।
03:34 কিন্তু অন্য কিছু আছে যাক স্থানান্তৰ কৰিব পাৰি।
03:38 Search blockক এইটোত টিপি বা ড্রেগ কৰি গতি কৰাওক অথবা
03:43 ড্রপ ডাউনত টিপক আৰু এইটোক Headerত ৰাখক। এইটো উপৰলৈ আহে।
03:49 একেইভাবে Welcome to Drupalville ক Sidebar firstত উপৰত ৰাখক।
03:55 Save বোতামত টিপি পৰিবর্তনবোৰ সংৰক্ষণ কৰক।
03:59 পৰিবর্তন দেখোৱাবলৈ Homepage ত যাও।
04:03 ইয়াতে header ত search bar আছে।
04:06 Welcome to Drupalville block সবতচে উপৰত আছে।
04:11 এইভাবে blocksক অবস্থান আৰু অর্ডাৰ কৰিব পাৰি।
04:15 এতিয়া Blocks ইয়াৰ configurations আৰু permissions ত যাও।
04:20 Structure আৰু Block layout ত টিপক।
04:24 Recent Events Added block বিছাৰক।
04:27 এতিয়া এইটো Sidebar first ত আছে আৰু এইটো প্রতিটো পৃষ্ঠাত দৃশ্যমান।
04:33 Configure ত টিপক।
04:35 এতিয়া Recent Events Added block সর্বত্র দৃশ্যমান।
04:40 কিন্তু আমি এইটো মাত্ৰ event page ত দেখোৱাবলৈ বিছাৰো।
04:44 Events ত চেকমার্ক দিয়ক আৰু Save Blockত টিপক।
04:49 আকৌ এবাৰ তলত স্ক্রোল কৰক আৰু আকৌ এবাৰ Save Block বোতামত টিপক।
04:54 Back to site ত টিপক।
04:56 Recent Events Added block তাত আৰু নাই।
05:00 কিন্তু আমি event ত গলে Recent Events Added দেখোৱাব পাৰিম।
05:05 এতিয়া ইয়াত উপৰত Welcome to Drupalville block ত welcome ম্যাসেজ দেখো। যাক এবাৰ লগইন কৰিলে প্রয়োজন নহয়।
05:15 এইটোক লোকোৱাই দিয়ো।
05:17 মাত্ৰ ইয়াতে পেন্সিলত টিপি Configure Block চয়ন কৰক।
05:22 Drupal ইয়াৰ বিশেষ বৈশিষ্ট্য হল এটা পেন্সিল বা gear ব্যবহাৰাত  ফ্রন্ট এন্ডক এডিট কৰিব পাৰি।
05:29 Content type দ্বাৰা সীমাবদ্ধ কৰাৰ সলনি পৃথক page দ্বাৰা সীমাবদ্ধ কৰো।
05:35 ইয়াতে চাওক, Specifying pages by using their paths.
05:40 ফ্রন্ট পেজত কিছু লুকাবলৈ বা দেখাবলৈ, এই এঙ্গেল ব্রেকেট- front এঙ্গেল ব্রেকেট ব্যবহাৰ কৰক।
05:47 এইটোক কপি পেস্ট কৰক। Show just for the listed page চয়ন কৰক।
05:52 welcome block মাত্ৰ Homepage ত হব।
05:58 আৰু এটা ধাপ অাগোৱাই যাও।
06:00 Roles ত টিপক আৰু Anonymous user ত চেকমার্ক কৰক।
06:05 Save block ত টিপক।
06:07 এইটো মাত্ৰ আমি লগইন নকৰিলে দেখায়।
06:12 আমি এই ম্যাসেজ দেখিব নাপাও কাৰণ এতিয়া লগ ইন আছো।
06:16 লগআউট কৰো আৰু Welcome to Drupalville block আকৌ এবাৰ দেখায়।
06:21 কিন্তু লগইন কৰি Home ত টিপিলে এইটো আৰু তাত নাথাকে।
06:27 Configure কৰা, মুভ কৰা আৰু Blocks ত permissions দিয়া বেশ সহজ।
06:34 আৰু এটা অনুশীলন কৰো।
06:36 Structure ত টিপি Blocks ত টিপক।
06:40 Primary menu block ত Main navigation আছে।
06:44 এইটোক গতি কৰালে Main navigation এটা সম্পূর্ণ ভিন্ন জাগা হব।
06:51 ইয়াতে তলত আছে: Featured bottom first, second আৰু third
06:58 Footer first, second, third, fourth আৰু fifth
07:03 Powered by Drupal আৰু Footer মেনু Footer fifth ত আছে।
07:08 এতিয়া ইয়াতে কোনো অক্ষম blocks নাই।
07:12 এতিয়া এটা menu ক Footer first block region ত ৰাখো।
07:17 উপৰলৈ স্ক্রোল কৰো।
07:19 User account menu বিছাৰক আৰু Footer first ত ৰাখক।
07:25 এইটো অবিলম্বে তলত আহে।
07:28 Save blocks ত টিপক।
07:31 সাইটত উভতি আহো।
07:33 তলত স্ক্রোল কৰি চাওক যে user account, উপৰত যোৱাৰ সলনি তলত footer ত যায়।
07:40 সেয়ে প্রয়োজনত যি কোনো blockক যি কোনো জাগাত ৰাখা যাব পাৰে।
07:45 Structure ত গৈ Block layout ত যাওক।
07:49 এতিয়া এইটো block মুছো।
07:52 Powered by Drupal ক Footer fifth block পৰা মুছো।
07:57 ড্রপ ডাউনত টিপক আৰু None চয়ন কৰক। Save blocks ত টিপক।
08:04 তলত স্ক্রোল কৰক।
08:06 আমি দেখো, Powered by Drupal block এতিয়া disabled block region ত আছে।
08:12 এইটো সম্পূর্ণৰুপে গুচি গৈছে দেখোৱাবলৈ Back to site ত টিপক।
08:16 ইয়াৰ সৈতেই আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো।
08:19 সংক্ষিপ্তকৰণ কৰো।
08:21 এই টিউটোৰিয়েলত আমি শিকিছো

Layouts Block Configuration আৰু Permissions আৰু blocks মুছা আৰু ৰি-অর্ডাৰিং কৰা।

08:42 এই ভিডিওটো Acquia আৰু OS Trainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত।
08:50 এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক।
08:56 স্পোকেন টিউটোৰিয়াল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক.
09:04 স্পোকেন টিউটোৰিয়েল প্রকল্প MHRD ৰ NMEICT,  আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI দ্বাৰা সমর্থিত.
09:15 এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya