Drupal/C3/Modifying-the-Page-Layout/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল. Modifying the Page Layout ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:06 | এই টিউটোৰিয়েলত আমি শিকিম
Layouts Block Configuration আৰু Permissions, blocks মুছা আৰু ৰি-অর্ডাৰিং কৰা। |
00:16 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো
উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ। |
00:26 | আপোনি পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিব পাৰে। |
00:30 | প্রথমে layout সম্পর্কে শিকো। |
00:33 | ইয়াতে Themes আৰু Blocks ইয়াৰ পৰিচয় পাও। |
00:37 | Themesএ সাধাৰণ লেআউট আৰু সাইটৰ সম্পর্কে কয়। |
00:42 | মই কিছুক্ষণত Themes ইয়াৰ সৈতে পৰিচয় কৰাম। |
00:47 | এতিয়া বুঝক যে কন্টেন্টক নসলোৱাকৈ Themeক, Drupal site ত প্রয়োগ কৰা যাব পাৰে। |
00:54 | এইটোৱে colour scheme, Blocks ইয়াৰ স্থান দিব।
আৰু টেক্সট আৰু ইমেজৰ বাবেফৰম্যাটিং দিব। |
01:03 | আগেই শিকিছো যে Blocks হল তথ্য যি সাইটৰ বিভিন্ন এলাকাত স্থাপন কৰা যাব পাৰে। |
01:10 | Blocks, Block regions ত যায় আৰু Block regions, Theme দ্বাৰা নির্ধাৰিত হয়। |
01:15 | ডিসাইন এলাকাত,
Blocks আছে, Themes আৰু Menus আছে। |
01:23 | আমি আগেই Themesৰ প্রয়োগ বা এই সম্পর্কে কথা কোৱা নাই। |
01:29 | এইটো এই সত্য লক্ষণীয় কৰিবলৈ কৰা হয় যে সাইট বনোৱাৰ সময়ত যি কোনো স্থানত Themeক প্রয়োগ কৰিব পাৰি। |
01:36 | এতিয়ালৈকে অপেক্ষা কৰাৰ কাৰণ হল যাতে আমি Themeক প্রয়োগ কৰিব পাৰি। |
01:42 | কিন্তু মই মোৰ Theme তৈয়াৰ হোৱাৰ লগে লগে প্রয়োগ কৰা পছন্দ কৰিম। |
01:49 | আমি আগেই নির্মিত ওয়েবসাইটটো খুলো। |
01:52 | এতিয়া layout ত গৈ Blocks আৰু Block regions দেখো। |
01:58 | Blocksএ সাইটত যি কোনো তথ্য স্থাপন কৰিব দিয়ে। |
02:03 | Structure আৰু Block layout ত যাওক। |
02:06 | বর্তমান themeৰ পৰা প্রাপ্ত সকলো blocks ইয়াতে আছে। |
02:11 | উদাহৰণস্বৰুপে: Header, Primary Menu, Secondary Menu আৰু অন্যান্য। |
02:18 | আমি ইতিমধ্যে তাৰে কিছু ৰাখিছো। |
02:22 | Welcome To Drupalville ক custom block ত sidebarত ৰাখিছো। |
02:28 | এইটো এই নির্দিষ্ট theme ইয়াৰ বাও সাইডবাৰত দেখায়। |
02:33 | আমি Left sidebar ত Recent Events Added ভিউও যোগ কৰিছো। |
02:39 | এতিয়া blocks কনফিগাৰ কৰা আৰু অনুমতি দিয়া সম্পর্কে শিকো। |
02:44 | প্রথমে জানিব লাগিব যে কোনটো Block Regionsএ কি কৰে। |
02:48 | উপৰত Demonstrate Block Regions আছে। এইটোত টিপক। |
02:53 | Drupal ত প্রতিটো themeএ এই ধৰণৰ ছবি দিয়ে, যত Block Regions থাকে। |
03:00 | Block Regions, themes ইয়াৰ উপৰত নির্ভৰশীল। |
03:04 | Bartik ত বিকল্প আছে |
03:07 | Secondary Menu, Header, |
03:09 | Primary Menu, Highlighted, Featured top, Breadcrumb, Sidebar first, Content |
03:16 | Sidebar second. |
03:18 | যি কোনো region ত যি কোনো block ৰাখিব পাৰি। |
03:21 | গুৰুত্বপূর্ণ যেনে Content blockক, Content region ত বাও ফালে হোৱা উচিত। |
03:27 | Exitত টিপো। |
03:30 | Breadcrumbs block ক Breadcrumbs region ত ৰাখক। |
03:34 | কিন্তু অন্য কিছু আছে যাক স্থানান্তৰ কৰিব পাৰি। |
03:38 | Search blockক এইটোত টিপি বা ড্রেগ কৰি গতি কৰাওক অথবা |
03:43 | ড্রপ ডাউনত টিপক আৰু এইটোক Headerত ৰাখক। এইটো উপৰলৈ আহে। |
03:49 | একেইভাবে Welcome to Drupalville ক Sidebar firstত উপৰত ৰাখক। |
03:55 | Save বোতামত টিপি পৰিবর্তনবোৰ সংৰক্ষণ কৰক। |
03:59 | পৰিবর্তন দেখোৱাবলৈ Homepage ত যাও। |
04:03 | ইয়াতে header ত search bar আছে। |
04:06 | Welcome to Drupalville block সবতচে উপৰত আছে। |
04:11 | এইভাবে blocksক অবস্থান আৰু অর্ডাৰ কৰিব পাৰি। |
04:15 | এতিয়া Blocks ইয়াৰ configurations আৰু permissions ত যাও। |
04:20 | Structure আৰু Block layout ত টিপক। |
04:24 | Recent Events Added block বিছাৰক। |
04:27 | এতিয়া এইটো Sidebar first ত আছে আৰু এইটো প্রতিটো পৃষ্ঠাত দৃশ্যমান। |
04:33 | Configure ত টিপক। |
04:35 | এতিয়া Recent Events Added block সর্বত্র দৃশ্যমান। |
04:40 | কিন্তু আমি এইটো মাত্ৰ event page ত দেখোৱাবলৈ বিছাৰো। |
04:44 | Events ত চেকমার্ক দিয়ক আৰু Save Blockত টিপক। |
04:49 | আকৌ এবাৰ তলত স্ক্রোল কৰক আৰু আকৌ এবাৰ Save Block বোতামত টিপক। |
04:54 | Back to site ত টিপক। |
04:56 | Recent Events Added block তাত আৰু নাই। |
05:00 | কিন্তু আমি event ত গলে Recent Events Added দেখোৱাব পাৰিম। |
05:05 | এতিয়া ইয়াত উপৰত Welcome to Drupalville block ত welcome ম্যাসেজ দেখো। যাক এবাৰ লগইন কৰিলে প্রয়োজন নহয়। |
05:15 | এইটোক লোকোৱাই দিয়ো। |
05:17 | মাত্ৰ ইয়াতে পেন্সিলত টিপি Configure Block চয়ন কৰক। |
05:22 | Drupal ইয়াৰ বিশেষ বৈশিষ্ট্য হল এটা পেন্সিল বা gear ব্যবহাৰাত ফ্রন্ট এন্ডক এডিট কৰিব পাৰি। |
05:29 | Content type দ্বাৰা সীমাবদ্ধ কৰাৰ সলনি পৃথক page দ্বাৰা সীমাবদ্ধ কৰো। |
05:35 | ইয়াতে চাওক, Specifying pages by using their paths. |
05:40 | ফ্রন্ট পেজত কিছু লুকাবলৈ বা দেখাবলৈ, এই এঙ্গেল ব্রেকেট- front এঙ্গেল ব্রেকেট ব্যবহাৰ কৰক। |
05:47 | এইটোক কপি পেস্ট কৰক। Show just for the listed page চয়ন কৰক। |
05:52 | welcome block মাত্ৰ Homepage ত হব। |
05:58 | আৰু এটা ধাপ অাগোৱাই যাও। |
06:00 | Roles ত টিপক আৰু Anonymous user ত চেকমার্ক কৰক। |
06:05 | Save block ত টিপক। |
06:07 | এইটো মাত্ৰ আমি লগইন নকৰিলে দেখায়। |
06:12 | আমি এই ম্যাসেজ দেখিব নাপাও কাৰণ এতিয়া লগ ইন আছো। |
06:16 | লগআউট কৰো আৰু Welcome to Drupalville block আকৌ এবাৰ দেখায়। |
06:21 | কিন্তু লগইন কৰি Home ত টিপিলে এইটো আৰু তাত নাথাকে। |
06:27 | Configure কৰা, মুভ কৰা আৰু Blocks ত permissions দিয়া বেশ সহজ। |
06:34 | আৰু এটা অনুশীলন কৰো। |
06:36 | Structure ত টিপি Blocks ত টিপক। |
06:40 | Primary menu block ত Main navigation আছে। |
06:44 | এইটোক গতি কৰালে Main navigation এটা সম্পূর্ণ ভিন্ন জাগা হব। |
06:51 | ইয়াতে তলত আছে: Featured bottom first, second আৰু third |
06:58 | Footer first, second, third, fourth আৰু fifth |
07:03 | Powered by Drupal আৰু Footer মেনু Footer fifth ত আছে। |
07:08 | এতিয়া ইয়াতে কোনো অক্ষম blocks নাই। |
07:12 | এতিয়া এটা menu ক Footer first block region ত ৰাখো। |
07:17 | উপৰলৈ স্ক্রোল কৰো। |
07:19 | User account menu বিছাৰক আৰু Footer first ত ৰাখক। |
07:25 | এইটো অবিলম্বে তলত আহে। |
07:28 | Save blocks ত টিপক। |
07:31 | সাইটত উভতি আহো। |
07:33 | তলত স্ক্রোল কৰি চাওক যে user account, উপৰত যোৱাৰ সলনি তলত footer ত যায়। |
07:40 | সেয়ে প্রয়োজনত যি কোনো blockক যি কোনো জাগাত ৰাখা যাব পাৰে। |
07:45 | Structure ত গৈ Block layout ত যাওক। |
07:49 | এতিয়া এইটো block মুছো। |
07:52 | Powered by Drupal ক Footer fifth block পৰা মুছো। |
07:57 | ড্রপ ডাউনত টিপক আৰু None চয়ন কৰক। Save blocks ত টিপক। |
08:04 | তলত স্ক্রোল কৰক। |
08:06 | আমি দেখো, Powered by Drupal block এতিয়া disabled block region ত আছে। |
08:12 | এইটো সম্পূর্ণৰুপে গুচি গৈছে দেখোৱাবলৈ Back to site ত টিপক। |
08:16 | ইয়াৰ সৈতেই আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
08:19 | সংক্ষিপ্তকৰণ কৰো। |
08:21 | এই টিউটোৰিয়েলত আমি শিকিছো
Layouts Block Configuration আৰু Permissions আৰু blocks মুছা আৰু ৰি-অর্ডাৰিং কৰা। |
08:42 | এই ভিডিওটো Acquia আৰু OS Trainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত। |
08:50 | এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক। |
08:56 | স্পোকেন টিউটোৰিয়াল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক. |
09:04 | স্পোকেন টিউটোৰিয়েল প্রকল্প MHRD ৰ NMEICT, আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI দ্বাৰা সমর্থিত. |
09:15 | এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ। |