Drupal/C3/Menu-and-Endpoints/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Menu and Endpoints এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:06 এই টিউটোৰিয়েলত URL Patterns সেট কৰা শিকিম। Menu management সম্পর্কেও শিকিম।
00:15 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো - উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম, Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ। আপোনি আপোনাৰ পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিব পাৰে।
00:29 এই টিউটোৰিয়েলত আমাৰ ওয়েবসাইটত সঠিক URL Paths কিভাবে বনায় তাক লৈ আলোচনা কৰিম।
00:36 Endpoints আৰু aliases- Endpoints হল URL paths যি নির্দিষ্ট কনটেন্টক দেখায়।
00:45 Drupal ত ডিফল্টৰুপে, node এৰ endpoint হল node/[node:id].
00:53 এইটো সার্ভাৰত পঠালে নোডৰ কনটেন্টক দেখাব। ID ত থাকা সংখ্যা পাঠযোগ্য নহয়।
01:02 আমি সহজে এটা নির্দিষ্ট কন্টেন্টৰ সৈতে যুক্ত হব নোৱাৰো ধৰক node/278162. aliasক বানই পাঠযোগ্য endpoint উপলব্ধ হয়।
01:19 Alias একেই কন্টেন্টৰ বাবে বিকল্পিত URL path. আমি একেই কনটেন্ট দেখাবলৈ alias এৰ মূল বা যি কোনো এটা ব্যবহাৰ কৰিব পাৰি।
01:34 উদাহৰণস্বৰুপে, node/278162 আৰু content/drupal-camp-mumbai-2015.
01:47 উভয় একেই কনটেন্টক উভতাই দিয়ে. দ্বিতীয়টোক মনত ৰাখা সহজ।
01:54 এতিয়া এনে URL patterns বনাও যি সকলো কন্টেন্টত প্রয়োগ কৰা হব।
01:59 URL paths সেট কৰিবলৈ তিনটা মডিউলৰ প্রয়োজন।
02:04 সেইটো তিনটা মডিউল হল Pathauto, Token আৰু CTools.
02:13 আগোৱাই গৈ মেশিনত সংস্থাপিত Pathauto চাওক।
02:18 Pathauto প্রকল্প পৃষ্ঠাত উভতি আহক। লক্ষ্য কৰিব যে Pathauto এৰ Token আৰু CTools এৰ প্রয়োজন।
02:27 Token আৰু CTools ইনস্টল কৰক। এবাৰ এই মডিউলক ইনস্টল কৰিলে তাক চালু কৰক।
02:37 এবাৰ এইটো কৰিলে আমি এতিয়া প্রস্তুত।
02:40 Configuration ত টিপক। বাওফালে, SEARCH AND METADATA বিভাগত URL aliases দেখিব।
02:52 ডিফল্টৰুপে, তাত কোনো URL aliases নাই।
02:58 Patterns ট্যাবত টিপক। Add Pathauto pattern বোতামত টিপক।
03:05 Pattern type ড্রপ ডাউনত টিপক।
03:09 ইয়াত ভিন্ন প্যাটার্ন বনাব পাৰি Forum, Content, Taxonomy term আৰু User এৰ বাবে।
03:17 উদাহৰণস্বৰুপে, Content চয়ন কৰিম. Path pattern ফীল্ডত, প্যাটার্ন টেমপ্লেট দিব লাগিব।
03:27 Template ভ্যাৰিয়েবলক tokens বোলে. এইটো প্রতিটো entity এৰ বাবে তৈয়াৰ হয়।
03:36 Token module এই ভ্যাৰিয়েবল দিয়ে. আপোনি ইনপুট form ত Browse available tokens দেখিলে আপোনি পূর্ব সংজ্ঞায়িত tokens লিখিব পাৰে।
03:49 Path pattern বাক্সত টিপক যত token ৰাখিব বিছাৰে।
03:55 লিখক content/. তাৰপিছত Browse available tokens লিঙ্কত টিপক।
04:02 Available tokens দেখাবলৈ এটা পপআপ উইন্ডো খোলে।
04:07 ধৰক content/[title of the page] এৰ মতে প্যাটার্ন লাগে, পৃষ্ঠাৰ শিৰোনামৰ token, Nodes বিভাগত আছে।
04:18 Node বিভাগৰ সো অ্যাৰো বোতামত টিপক।
04:23 token [node:title] চয়ন কৰক যি পৃষ্ঠাৰ Title দ্বাৰা প্রতিস্থাপিত হব।
04:32 এইটো form বাক্সত কার্সাৰৰ স্থানত [node:title] ৰাখিব।
04:38 এইটো নহলে বাক্সত টিপিবলৈ মনত ৰাখক আৰু প্রয়োজনত কার্সাৰটো গতি কৰাওক। আকৌ এবাৰ token চয়ন কৰক।
04:49 Content type ত, কোন entity type ত এইটোক প্রয়োগ কৰিব লগিব তাক চয়ন কৰিব পাৰি।
04:56 সকলো types চয়ন কৰো যাতে এই প্যাটার্ন সকলোৰ বাবে ডিফল্ট হয়।
05:04 এই সেটিংস বিশেষ ধৰণৰ বাবে ওভাৰৰাইড কৰা যাব পাৰে। উদাহৰণস্বৰুপে: usergroup/[node:title] বনাব পাৰো মাত্র User Group এৰ বাবে প্রয়োগ কৰিব পাৰো।
05:18 Label ফীল্ডত লিখক Content Title. Save বোতামত টিপক। ইয়াত ইতিমধ্যে নির্মিত নতুন প্যাটার্ন চেক কৰিব পাৰি।
05:31 এই প্যাটার্ন সকলো নতুন যুক্ত কন্টেন্টৰ বাবে URL aliasesক বনাবলৈ প্রয়োগ কৰা হব. কিন্তু এইটো বিদ্যমান কন্টেন্টৰ বাবে URL alias বনোৱা নহয়।
05:45 এইটোক বিদ্যমান কন্টেন্টৰ বাবে প্রয়োগ কৰিবলৈ, Bulk generate ট্যাবত টিপক। Content type চয়ন কৰি Update বোতামত টিপক।
05:58 এইটো URL aliases বানোৱা আৰম্ভ কৰে. এইটো বিদ্যমান কনটেন্ট সংখ্যাৰ উপৰত নির্ভৰ কৰি কিছু সময় লব পাৰে।
06:08 List ট্যাবত টিপক। আমি কন্টেন্টৰ URL aliases দেখিব পাৰো।
06:15 সাইটত প্রতিটো নোডত /node/nodeid এৰ সিস্টেম পাথ আছে।
06:24 নতুনকৈ নির্মিত URL alias প্রথম Alias কলমত আছে।
06:30 আমি দেখো যে সকলো aliases একেই pattern অনুসৰণ কৰে. আপোনি প্রতিবাৰ Content type বানোৱা সময়ত এইটো কৰিব লাগিব।
06:41 patterns বনাবলৈ নিম্ন থাম্ব নিয়মবালী ব্যবহাৰ কৰক - লোয়াৰ কেস শব্দ ব্যবহাৰ কৰক। শব্দৰ মাঝত খালি জাগা নাৰাখিব।
06:52 হাইফেন দ্বাৰা শব্দ পৃথক কৰক আন্ডাৰস্কোৰ দি নহয়। search engine optimization (SEO) এৰ বাবে URL ত অর্থপূর্ণ, পাঠযোগ্য শব্দ ব্যবহাৰ কৰক।
07:07 সময় দ্বাৰা শ্রেণীবদ্ধ কন্টেন্টৰ বাবে date tokens ব্যবহাৰ কৰক।
07:12 Settings ট্যাবত URL alias প্যাটার্ন কন্ট্রোল কৰাৰ অনেক বিকল্প আছে। ইয়াত ডিফল্ট Separator, length ইত্যাদি দেখিব পাৰি।
07:26 ডিফল্টৰুপে এয়াও দেখো কিছু সাধাৰণ শব্দক প্যাটার্নৰ পৰা মুছা হৈছে। এইটো endpoint ক কম্প্যাক্ট আৰু অর্থপূর্ণ কৰি ৰাখিবলৈ কৰা হয়।
07:38 সংক্ষেপে - Pathauto আৰু Token modules, URL patterns সেট কৰাৰ অনুমতি দিয়ে।
07:46 যে কোনো সময়ত delete aliases আৰু bulk generate aliases.
07:52 এতিয়াৰ পৰা প্রতিটো নতুন নোডে আমাৰ উচৰত থাকা patternsক ব্যবহাৰ কৰিব।
07:59 এতিয়া Menus সম্পর্কে কও।
08:03 আমি এলোমেলোভাবে Menus সাইটত যোগ কৰিছো, বেশিৰভাগ Views আৰু মৌলিক পৃষ্ঠাৰ ভিত্তিত।
08:10 এতিয়া মেনু সিস্টেম ম্যানেজ কৰা দেখো।
08:15 Structure ত গৈ তলত স্ক্রোল কৰি Menus ত টিপক।
08:21 ইয়াত ডিফল্টৰুপে Drupalত অনেকবোৰ বিভিন্ন মেনু আছে। সঠিকভাবে চয়টা মেনু।
08:31 আমি Main navigation menu ত আগ্রহী. সেয়ে Edit menu ত টিপক।
08:38 ইয়াত আমি Menu লিঙ্কক টিপা, ড্র্যাগ কৰা আৰু ৰি-অর্ডাৰ কৰিব পাৰিম।
08:44 Home আৰু Upcoming Events উপৰত ড্রেগ কৰো।
08:49 আপোনি যিভাবে বিছাৰে এইটো ৰি-অর্ডাৰ কৰিব পাৰে। এইটো হলে Saveত টিপক।
08:56 এতিয়া আমি Events আৰু Upcoming Events পাইছো। Events ত টিপি আৰু ড্রেগ কৰি উপৰত ৰাখক আৰু Upcoming Events ক সো ফালে ড্রেগ কৰক।
09:07 এইটোৱে এটা sub menu বনায়।
09:10 এইটো বেশ সহজ. Save ত টিপি সন্মুখৰ পৃষ্ঠা দেখো।
09:15 লক্ষ্য কৰক যে ইয়াত চাৰিটা মেনু আছে।
09:19 আমাৰ Event sub menu কত?
09:23 মনত ৰাখিব Drupalত সকলো themesএ sub menus বা drop-down menusক সাপোর্ট নকৰে. Bartik theme তাৰে এটা হয়।
09:32 এতিয়া Structure আৰু Menus ত যাওক আৰু Main menu এডিট কৰক। Upcoming Event আকৌ এবাৰ ইয়াত ড্রেগ কৰি Save ত টিপক।
09:44 সাইটত এটা নির্দিষ্ট বিভাগত বা নির্দিষ্ট নোডত লিঙ্ক প্রয়োজন হলে কি কৰিম?
09:51 উদাহৰণস্বৰুপে, Forums ত এটা মেনু লিঙ্কৰ দৰকাৰ হলে আমি প্রথমে সাইটত উভতি যাও।
09:58 Forums পৃষ্ঠাত গৈ প্রকৃত URL কপি কৰক যি হল /forum.
10:05 তাৰপিছত উভতি আহক আৰু Edit menu ত টিপক আৰু তাৰপিছত Add link ত।
10:12 Title হিসাবে Forum লিখক আৰু কপি কৰা লিঙ্ক পেস্ট কৰক।
10:17 এটা নির্দিষ্ট কনটেন্ট বিছাৰিলে মাত্ৰ অক্ষৰ F বা G লিখক। সেই অক্ষৰ দি আৰম্ভ সকলো নোড দেখাব।
10:28 উদাহৰণস্বৰুপে, আমি a লিখিলে যাৰ title ত a আছে তাক প্রদর্শিত কৰিব।
10:38 আমি মাত্ৰ যিটো বিছাৰো তাক চয়ন কৰিম আৰু ই কয় যে এইটো node id number 1.
10:46 আমি ইন্টাৰনাল পাথ বিছাৰিলে যি নোড জুড়াব পাৰে এইটো /node/add হব।
10:56 আমি এইটোক Homepage ত লিঙ্ক কৰিব বিছাৰিলে এইটো front হব। কিন্তু আমি /forum বিছাৰো যি Forum ত এটা লিঙ্ক।
11:08 Save ত টিপিলে এতিয়া Forum ত এটা লিঙ্ক থাকে।
11:14 Save টিপক। দুইবাৰ প্ৰশিক্ষন কৰক যে এইটো প্রকৃতপক্ষে কাম কৰিছে কি নাই।
11:21 সেয়ে অলপ ভালমতে বুঝিবলৈ এইটোক আকৌ এবাৰ দেখো। menu system ত ইয়াৰ সৈতে, View বা Content Type ত Menu itemক বানোৱা আৰো সহজ হব।
11:34 ইয়াৰ সৈতেই আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো।
11:38 সংক্ষিপ্তকৰণ কৰো। এই টিউটোৰিয়েলত আমি শিকিছো: URL Patterns সেট কৰা। Menu management
11:59 এই ভিডিওটো Acquia আৰু OS Trainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত।
12:09 এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক।
12:17 স্পোকেন টিউটোৰিয়াল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক.
12:26 স্পোকেন টিউটোৰিয়েল প্রকল্প MHRD ৰ NMEICT, আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI দ্বাৰা সমর্থিত.
12:39 এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi