Drupal/C3/Finding-and-Evaluating-Modules/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল. Finding and Evaluating Modules ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:07 | এই টিউটোৰিয়েলত আমি শিকিম: এটা module বিছৰা আৰু module মূল্যায়ন কৰা। |
00:15 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো- উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম, Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ। আপোনি পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিব পাৰে। |
00:29 | আগেই Modulesৰ দ্বাৰা website এক্সটেন্ডৰ সম্পর্কে কথা পাতিছিলো। |
00:34 | আমি Drupal ত Modules লৈ কামও কৰিছো। |
00:38 | আমি আগেই কোর্সত Module devel সংস্থাপনও কৰিছো। |
00:43 | এতিয়া আমি মূল্যায়ন কৰিম আৰু বিশিষ্ট Modules সম্পর্কে বুঝিম। |
00:48 | drupal.org/project/modules ত যাওক। |
00:53 | ইয়াতে Drupalত প্রায় 18,000 Modules উপলব্ধ। |
00:58 | Drupal Module মাত্ৰ Drupal ইয়াৰ সেই সংস্কৰনৰ সৈতে কাম কৰে যাৰ বাবে এইটো নির্ধাৰিত। |
01:05 | সেয়ে Drupal ইয়াৰ ব্যবহৃত সংস্কৰণত Core compatibility আপডেট কৰিব লাগিব। |
01:12 | এই টিউটোৰিয়েল Drupal 8 মুক্তিৰ পূর্বে ৰেকর্ড কৰা হৈছে। আমি Drupal 8ক বিছাৰিলে ইয়াতে মাত্ৰ 1000 মডিউলহে মিল খাই যাক আমি সন্ধান কৰো। |
01:23 | ডেমো দিবলৈ মই Drupal 7 ত যাও, যত Modules সম্পর্কে কিছু বিশেষ বিষয়ক দেখাও। |
01:30 | Search টিপক। Drupal 7 ইয়াৰ বাবে 11,000 মডিউল আছে। ইয়াতে অনেক পার্থক্য দেখো। |
01:38 | সময়ৰ সৈতে দেখো যে Drupal 8 ইয়াৰ মডিউল সংখ্যা দ্রুত বৃদ্ধি পাইছে। |
01:42 | এতিয়া শিকো যে ভাল Modulesক কিভাবে মূল্যায়ন কৰে। |
01:47 | পৃষ্ঠাত, ব্যবহৃত Drupal সংস্কৰনৰ Core compatibility ফিল্টাৰ কৰো। এইটো Most installed বা Most popular দ্বাৰা সজোৱা হৈছে। |
01:59 | Chaos tool suite or ctools আৰু Views হল Drupal ইয়াৰ সবতচে জনপ্রিয় Modules. |
02:07 | Views ত টিপক। |
02:09 | ভাল Module মূল্যায়ন কৰাৰ সহজ 3টা ধাপ পদ্ধতি আছে। |
02:14 | ধৰক গাড়ি চলাবলৈ বা ৰেজিস্টাৰ কৰিবলৈ নতুন license ইয়াৰ বাবে licensing bureau ত যাও। |
02:21 | অধিকাংশ US (মার্কিন যুক্ত) ৰাষ্ট্রত এইটোক dmv বা Department of Motor Vehicles বোলে। সেয়ে আমি d, m আৰু v মনত ৰাখিম। |
02:34 | d মানে documentation, m মানে maintainers আৰু v মানে versions. |
02:42 | Project Information আৰু Downloads ত দিয়া তথ্য দেখো। |
02:48 | d দি আৰম্ভ কৰো. Views হল দ্বিতীয় সবতচে জনপ্রিয় Module. |
02:53 | আৰু এইটো Drupal 8 এও অন্তুর্ভুক্ত আৰু আমি কোর্সত বহুবাৰ Views ব্যবহাৰ কৰিছো। |
03:02 | ওপেন সোর্সত কোনো শর্টকাট নাই এইটোক বুঝিবলৈ যে Module ঠিক হয় কি নহয়, ডকুমেন্টেশন পড়াৰ বাহিৰে। |
03:11 | Module কি কৰে জানিবলৈ সর্বদা documentation পড়ক। |
03:16 | documentation পড়ক সমস্যাৰ সম্পর্কে জানিবলৈ। |
03:20 | কি ভাবে জানিম যে তাত হেল্প উপলব্ধ আছে কি নাই? documentation পড়ক। |
03:25 | এবাৰ Module ইনস্টল হোৱাত, কোন অংশ অন কৰিব লাগিব জানিবলৈ documentation পড়িব লাগিব। |
03:32 | documentation পড়া অত্যন্ত গুৰুত্বপূর্ণ। |
03:36 | ওপেন সোর্সত Module সাইট নষ্ট কৰিলে কাৰোৰ উপৰত অভিযোগ কৰা নাযাব। |
03:42 | আপোনি documentation পড়ি চাব লাগিব, আৰু চাওক যে আপোনি সাইটত যি কৰিছে সেয়া সামঞ্জস্যপূর্ণ হয় কি নাই । |
03:50 | এই সকলো তথ্য পড়িবলৈ ইয়াত যাওক:Documentation লিঙ্ক, issue কিউ আৰু bug ৰিপোর্টস |
04:01 | ইয়াত গৈ Moduleত কি আছে তাক চাওক, এইটো হল d. |
04:06 | m হল maintainers. |
04:09 | এই বিশেষ মডিউল merlinofchaos দ্বাৰা আৰম্ভ হৈছিল। |
04:13 | এতিয়া আমি তাৰ নামত টিপিলে এইটোৱে Drupal profile ত লৈ যায়। |
04:19 | ইয়াতে পিছত নিজস্ব Drupal profile বনোৱা সম্পর্কে শিকিম। |
04:24 | ইয়াতে দেখো যে Earl Miles, 6300 ইয়াৰ উপৰত কমিট সহ Drupal প্রকল্পৰ এজন ডাঙৰ কনট্রিবিউটৰ। তেখেত Chaos tools আৰু Views ইয়াৰ প্রধান স্রষ্টা। |
04:36 | এই বিশেষ Module ইয়াৰ বাবে অন্যান্য maintainers ও আছে। |
04:42 | Modules দি আপোনি চাব পাৰে মাত্ৰ এজন ব্যক্তিয়ে maintain কৰি আছে বা Moduleক একদল হৈ কেইজনমানে maintain কৰি আছে |
04:50 | উভয় হল ঠিক। |
04:53 | Module mission-critical হব লাগিব আৰু maintainerএ তাক বজায় ৰাখিবলৈ অক্ষম হলে সমস্যাত পড়িব পাৰে। |
05:00 | এইটো বিবেচনা কৰিব লাগিব। |
05:03 | শেষলৈ তলত হল Project information আৰু Versions বা v. |
05:09 | v ইয়াৰ ৰক্ষণাবেক্ষণৰ(maintenance) স্টেটাস হল এইটোৱে সহ-ৰক্ষণাবেক্ষণকাৰী বিছাৰিছে। চিন্তা কৰিব নালাগে। |
05:15 | Views ইতিমধ্যে Drupal 8 ত অন্তর্ভুক্ত। সিহতে সম্ভব কিছু সাহায্য বিছাৰিছে। |
05:24 | এইটো under active development। |
05:27 | এইটো প্রায় এক মিলিয়ন sites ত আছে। পৰিসংখ্যানে(stats) দেখায়, ইতিমধ্যে 7 পয়েন্ট 6 মিলিয়ন ডাউনলোড হৈছে। |
05:35 | এইটো দৰকাৰী। যদি Project কয় যে abandoned বা I’ve given up. ইয়াতে মডিউলৰ ব্যবহাৰ বাতিল কৰক। |
05:42 | যদিও এইটো প্রায় দেখা নাযায়। |
05:46 | সর্বদা Module ইয়াৰ Version ব্যবহাৰ কৰক যি Drupal installation, Version ইয়াৰ অনুৰুপ। |
05:52 | Drupal 8 version সংস্কৰণ নাই কাৰণ Views ইতিমধ্যে core ত আছে। |
05:57 | কিন্তু এইটো Drupal 7 site ত ইনস্টল কৰা থাকিলে মই এই লিঙ্কত টিপিব নোৱাৰিম। |
06:04 | এইটোৱে নোডত লৈ যাব যি Module সম্পর্কে বিস্তাৰিত তথ্য দিয়ে। |
06:09 | ইয়াৰ সলনি, tar বা zipত সো ক্লিক কৰক, আৰু Copy Linkত টিপক। |
06:15 | এইটো আগেই devel সংস্থাপনৰ সময়ত উল্লেখ কৰা হৈছে। |
06:19 | Module সঠিক কি নাই কিভাবে নির্ধাৰণ কৰিম? |
06:23 | d m v হিসাবে। |
06:26 | এটা ঘন ঘন প্রশ্ন হল: এজন Module কিভাবে পাব? |
06:31 | এটা উপায় হল drupal dot org slash project slash modules ত যাওক। |
06:37 | Core compatibility দ্বাৰা ফিল্টাৰ কৰক - Categories ইয়াতে অনেক আছে। |
06:42 | অন্যথায়, drupal [dot] org ত Modules বিছাৰি পোৱা প্রায় অসম্ভব। |
06:48 | আপোনি এইটোত ভাল হলে আপোনি তাক পাব পাৰে। কিন্তু নতুন ইউসাৰে তালিকাভুক্ত Modules দেখি বিভ্রান্ত হব পাৰে। |
06:57 | আকৌ এবাৰ প্রশ্ন হল - মোৰ বাবে কোন Module সঠিক? |
07:02 | Google আপোনাৰ বন্ধু। |
07:04 | Date field সহ Drupal Module বিছাৰিলে drupal module date লিখক। |
07:10 | প্রথমে Date Module আহে। |
07:13 | আমি এইটো জানো কাৰণ URL হল drupal [dot] org slash project slash date. |
07:20 | Rating system বিছাৰিলে কি প্রয়োজন? |
07:23 | লিখক drupal module rating system |
07:26 | ইয়াত দুটা বিকল্প আছে -The Fivestar Rating Module বা The Star Rating Module. |
07:34 | আমাৰ উচৰত 2টা মডিউল আছে যাৰ পৰা ভালটো নির্ধাৰণ কৰিব লাগিব। |
07:42 | webform বিছাৰিলে কি কৰিব লাগিব? |
07:45 | লিখক drupal module webform. |
07:48 | আমি Webform নামেৰে প্রজেক্ট পাও। |
07:52 | এইটো আৰম্ভকাৰীৰ বাবে Modules বিছৰা সবতচে ভাল উপায়। |
07:57 | Drupal module আৰু Module দি কি কৰিব বিছাৰো বর্ণন কৰে। |
08:02 | আশা কৰি এইটো সহায়ক হৈছে। Modules পাবলৈ Googleএ সাহায্য কৰিব। |
08:08 | কোন Module আমাৰ বাবে শ্রেষ্ঠ, বুঝিবলৈ d m আৰু v মনত ৰাখক। |
08:14 | ইয়াৰ সৈতেই আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
08:18 | সংক্ষিপ্তকৰণ কৰো। এই টিউটোৰিয়েলত আমি এটা module বিছৰা আৰু module মূল্যায়ন কৰা শিকিছো। |
08:29 | এই ভিডিওটো Acquia আৰু OS Trainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত। |
08:38 | এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক। |
08:45 | স্পোকেন টিউটোৰিয়াল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক. |
08:52 | স্পোকেন টিউটোৰিয়েল প্রকল্প MHRD ৰ NMEICT, আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI দ্বাৰা সমর্থিত. |
09:03 | আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ। |