Drupal/C2/Modifying-the-Display-of-Content/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Modifying the Display of Content এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:06 এই টিউটোৰিয়েলত আমি শিকিম:

Displays Full content display ম্যানেজ কৰা আৰু ডিসপ্লে Teaser ম্যানেজ কৰা।

00:16 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো

উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ।

00:26 আপোনি আপোনাৰ পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিব পাৰে।
00:31 আমাৰ আগেই নির্মিত ওয়েবসাইটটো খুলক।
00:35 ইয়াত কনটেন্ট আছে। দেখো যে এইটো বাস্তবত কেনে দেখাত হয় আৰু Drupalএ এইটো পৃষ্ঠাত কেনেকৈ সম্পাদন কৰে।
00:42 লক্ষ্য কৰক যে Teaser mode ত Read more এৰ সৈতে Title আৰু Body পাও।
00:49 আমি তলত স্ক্রোল কৰিলে আমাৰ সকলো নতুন কন্টেন্ট দেখিব পাৰি।
00:55 ডিফল্টৰুপে নির্মিত অন্তিম 10 nodes এৰ Drupalএ আউটপুট দিয়ে, যি Homepage ত সলাইছে।
01:03 লক্ষ্য কৰক, ইয়াত তলত কিছু পত্রাঙ্কন আছে - পেজ 1, 2, 3, Next আৰু Last.
01:12 আমি Last ত টিপিলে Title এৰ পিছত Read more এৰ সৈতে Teaser mode ত নোডৰ সূচী দেখো।
01:20 এইটো আকর্ষক নহয়।
01:22 Drupalএ আমাক View modes সেট কৰাৰ অনুমতি দিয়ে।
01:27 Structure ত টিপি Content Typesত টিপক।
01:31 এতিয়া Events Content type এৰ বাবে লেআউট আপডেট কৰক।
01:36 ড্রপ ডাউনত টিপক, তাৰপিছত Manage display ত টিপক।
01:41 উপৰত ধ্যান দিয়ক, Manage display ট্যাবত, ইয়াত Default আৰু Teaser আছে।
01:48 Default হল ডিফল্ট লেআউট। আমি আৰু এটা Full view লেআউট জুড়াম।
01:55 ইয়াৰ পিছত হল Teaser লেআউট। Teaser ত টিপক।
02:00 Teaser mode ত, মাত্র Event Description দৃশ্যমান আৰু Links যি হল Read more লিঙ্ক।
02:09 এইটোৱে দেখায় যে Trimmed limit: 600 characters।
02:14 আমি Event Content type ক ভালকে দেখিবলৈ Teaser modeক বনাবলৈ এই বিষয়বোৰ আপডেট কৰিম।
02:21 আগোৱাই যোৱাৰ আগেই, এইটো বোঝা দৰকাৰ যে Drupalএ আমাক Layouts দিয়ে।
02:28 Structure আৰু Display modes ত টিপক।
02:32 তাৰপিছত View modes ত টিপক। ইয়াত Form modes ও আছে।
02:38 এই Form modes ডেটা প্রবিষ্ট কৰাৰ layout.
02:43 এই View modes ডেটা দেখাৰ layout.
02:48 View modes ত টিপক।
02:51 Content View mode ত, Full content, RSS, Search index, Search results, Teaser দেখো।
03:02 আমি নতুন Content View mode ও জুড়াব পাৰো।
03:06 মূল বিষয় হল- আমি মাত্ৰ Drupal দ্বাৰা প্রদত্ত বিষয়ত সীমিত নাই।
03:12 ইয়াত Blocks, Comments, Taxonomy terms আৰু Users ও আছে।
03:18 আমি যি কোনো এটাত View modes জুড়াব পাৰো।
03:22 এইটোক লক্ষ্য কৰক। মনত ৰাখিব এইটো গুৰুত্বপূর্ণ বিষয়।
03:27 এইবোৰেই যি উপলব্ধ। কিন্তু প্রতিটো Content type এৰ বাবে সকলোবোৰ সক্ষম নহয়।
03:34 উভতি গৈ সেইটোত টিপক।
03:36 Structure ত গৈ Content types ত টিপক।
03:42 Events Content type ত Manage display ত টিপক।
03:46 আকৌ এবাৰ আমি এই পৃষ্ঠাত আছো যত Default আৰু Teaser আছে।
03:52 তলত স্ক্রোল কৰি CUSTOM DISPLAY SETTINGS ত টিপক।
03:57 Full content চেক মার্ক কৰক।
04:00 আমি নোডত কাম কৰিলে ফীল্ডসক কিভাবে বাহিৰত ৰাখে এইটোৱে তাক ম্যানুপুলেটৰ অনুমতি দিয়ে।
04:07 Save ত টিপক।
04:09 এতিয়া ইয়াত উপৰত Full content আৰু Teaser আছে।
04:14 এতিয়া এই দুটা View modesক আপডেট কৰা শিকিম।
04:19 প্রথমে Full Content View আপডেট কৰো।
04:23 Full Content লেআউটত এই ফীল্ড আছে আৰু এইটো এই ক্রমত আছে আৰু LABEL কিভাবে দেখাত হয়।
04:30 উভতি গৈ event ত চাওক। DrupalCamp Cincinnati ত টিপক।
04:37 Body উপৰত আছে।
04:39 Event website, Date, Topics আৰু logo এইবোৰৰ এটা থাকিলে।
04:45 এতিয়া কনটেন্টক ভালকৈ দেখোৱাবলৈ এইবোৰক মুছো।
04:50 Structure - Content types - Manage display Events তাৰপিছত Full Content ত টিপক।
04:58 ইয়াত Event Description, full mode ত আছে।
05:02 এইটো Logo এৰ তলত ড্রেগ কৰক।
05:05 তাৰপিছত Logo পৰা LABEL হাইড কৰক।
05:09 এই Original image ক Medium আকাৰত সলাওক।
05:14 এইটো এটা Image style.
05:17 আমি Views ত গলে Image styles সম্পর্কে বিস্তাৰত শিকিম।
05:22 আমি যি কোনো Image styleত যি কোনো আকাৰৰ ইমেজ বনাবলৈ সক্ষম।
05:29 তাৰপিছত আমি বিছৰা মতে যি কোনো ঠাইত ব্যবহাৰ কৰিব পাৰো। Update ত টিপক।
05:35 এতিয়া Event Logo বাওফালে হব, কাৰণ এইটো Theme ইমেজৰ বাওফালে ফ্লোট কৰে।
05:43 Body এৰ আশেপাশে হব।
05:45 Event Date ক LABEL Inline কৰক।
05:49 এতিয়া Format সলাওক।
05:52 সো ফালে গৈ গিয়াৰত টিপক। আমি গিয়াৰৰ ব্যবহাৰ কিছু বিষয়ক কনফিগাৰ কৰিবলৈ কৰো।
05:59 এইটোক Default long dateত সলাও।
06:03 Update ত টিপক। এইটো ভাল।
06:07 Event Sponsors ক Inline কৰক।
06:10 আউটপুট হল linked to the referenced entity.
06:15 মানে Cincinnati User Groupএ, DrupalCamp Cincinnatiক স্পন্সৰ কৰিলে এইটো User Group page ত লিঙ্ক হব।
06:24 আমি যেনে বিছাৰো এইটো ঠিক তেনে।
06:27 Event Topics কলমত প্রস্তুত হৈ য়ায় আমি Above চয়ন কৰিম।
06:33 আকৌ এবাৰ এইটো Referenced entity ত লিঙ্ক কৰে।
06:37 এতিয়া টিউটোৰিয়েলক ৰখাই চাওক যে আপোনাৰ স্ক্রিনখন মোৰ স্ক্রিনৰ নিচিনা দেখাইছে কিনাই।
06:43 Save ত টিপক।
06:45 Full View মোড়ত যি কোনো এটা নোড দেখো।
06:49 Content ত টিপক আৰু তাৰপিছত যি কোনো eventত টিপক।
06:54 আপোনাৰ event আৰু টেক্সটৰ নাম মোৰ পৰা অনেক ভিন্ন হব।
06:59 কাৰণ devel, Lorem Ipsumক ব্যবহাৰ কৰে।
07:03 যি কোনো Event ত টিপক।
07:06 আপোনি layout দেখা উচিত যি এইৰকমে দেখাত হয়।
07:10 এইটো দেখাত খুব ভাল হয়।
07:12 Event Website

Event Date Event Sponsors.

07:18 ইয়াত Event Topics ত এটা সমস্যা আছে, কিন্তু ইয়াৰবাবে কিছু CSS ব্যবহাৰ কৰিব পাৰি।
07:26 তাৰ links সঠিক স্থানক ইঙ্গিত কৰে।
07:29 User Group Content type এৰ বাবে full display আপডেট কৰক।
07:34 Structure, Content types আৰু তাৰপিছত User Groups ত Manage display ত টিপক।
07:42 আকৌ এবাৰ Views আপডেট কৰিব লাগিব।
07:46 তলত স্ক্রোল কৰক, CUSTOM DISPLAY SETTINGS ত টিপি Full content চয়ন কৰক।
07:52 আমাৰ পছন্দ অনুযায়ী ইয়াৰ যি কোনো ডিসপ্লে আপডেট কৰিব পাৰো। Save ত টিপক।
07:59 তাৰপিছত Full content চয়ন কৰক। এইটো সেইৰকমে হয় যেনে Event ত কৰিছিলো।
08:06 Group Website ক Description আৰু site Inline এৰ উপৰত ৰাখক।
08:12 Group Contact আৰু Emailক একেসৈতে ৰাখক, তাৰ LABELs ক Inline কৰক।
08:19 মই Email ত Email লিঙ্ক নহয় Plain text চয়ন কৰিম।
08:24 এইটো ইয়াৰ বাবে কাৰণ মই ডিফল্ট Email প্রোগ্রামৰ ব্যবহাৰ অন্য কাকো email কৰিবলৈ নকৰো
08:30 মই এইটোক Plain text চয়ন কৰিম।
08:33 Group Experience Level ক Above ৰাখক, কাৰণ এইটো সকলো অনুভাবৰ সূচী।
08:40 শেষলৈ Events sponsoredক Above হিচাবে ৰাখক।
08:45 FORMAT ক Label ৰাখক।
08:47 আমি Entity ID বা Rendered entity ও চয়ন কৰিব পাৰো।
08:52 কিন্তু এইটো কৰিলে ইয়াত Event pages এৰ সম্পূর্ণ সমূহৰ সৈতে সমাপ্ত কৰিম।
08:58 এইটোক Label ৰাখিম।
09:01 ইয়াত এইটো Link to the referenced entity.
09:04 এইটোক ব্যবহাৰ কৰি Cincinnati User Group এ DrupalCamp Cincinnati ত যাবলৈ লিঙ্কত টিপিব পাৰি।
09:12 Save ত টিপি চাওক আমি কি কৰিছো।
09:16 Content ত টিপি সূচী পৰা User Group ত টিপক।
09:22 ইয়াত Group website, description, Contact information আছে। এইটো devel দ্বাৰা নির্মিত।
09:31 Contact Email- এইটো নকল আইডি যি devel দ্বাৰা নির্মিত।
09:38 মূল কথা হল এইটো কাম কৰিছে।
09:41 এইটো Group Experience Level. লক্ষ্য কৰক develএ কিছু ডাবল সিলেক্ট কৰিছে।
09:48 এতিয়া এইটোক এইভাবে এৰি দিও।
09:51 শেষলৈ Event sponsored হল DrupalCamp Cincinnati.
09:56 এই লেআউট বেশ ভাল, যত যি কোনো Display বা Layout modules নুজুড়াকৈ পাব পাৰি।
10:03 আমি Full content সফলভাবে কৰিছো।
10:07 এতিয়া Teaser modes আপডেট কৰা শিকো। আমি এই দুটাত দেখিলে দেখো যে এইটো বেয়া নহয়।
10:16 কিন্তু আমি তলত স্ক্রোল কৰিলে Teaser modes দেখাত ভাল নহয়।
10:21 এইটোক সহজে ঠিক কৰিব পাৰি।
10:24 Structure আৰু Content types ত টিপক।
10:28 Events ত Manage display ত টিপি Teaserত টিপক।
10:33 Drupalএ, links আৰু Event Description দিয়ে যি body ফীল্ড।
10:39 এতিয়াৰ বাবে Teaser modeক আপডেট কৰো।
10:43 Event Website ক উপৰত ড্রেগ কৰি Inline চয়ন কৰক।
10:49 তাৰপিছত Event Dateক উপৰত ড্রেগ কৰি, কাৰণ এইটো গুৰুত্বপূর্ণ।
10:55 Event Logo ড্রেগ কৰি উপৰত ৰাখক।
11:00 LABEL হাইড কৰি FORMAT ক Thumbnailত সলাওক।
11:05 আমি সাইটত যি কোনো ইমেজৰ বাবে Image styles বনাব পাৰো।
11:10 কিন্তু আমি এইটো পিছত শিকিম।
11:13 Link image ক Content লৈ সলাওক।
11:17 এইটোৱে কন্টেন্ট আইটেমত linkৰ ৰুপত logoক বনায়। এতিয়া Update ত টিপক।
11:23 ইয়াত logo, website আৰু date আছে।
11:28 Linksক তলত ড্রেগ কৰক।
11:31 Event Description কাটি সৰু কৰক।
11:35 গিয়াৰত টিপি এইটোক 400 charactersলৈ সলাওক।
11:40 Update ত টিপক। তাৰপিছত ড্রপ ডাউনত টিপি Trimmed বিকল্প চয়ন কৰক।
11:47 Teaser modeত এইৰকমে হব লাগিব:

Logo বাওফালে Website, Date আৰু Links এৰ সৈতে Description সো ফালে

11:58 দেখো যে এইটো দেখাত কেনে হয়। Save ত টিপক।
12:03 সাইটত উভতি যাওক।
12:05 আপোনি দেখিব যে DrupalCamp Cincinnati আপডেট হৈ গৈছে।
12:09 Date field পিছলৈ আপডেট কৰিম।
12:12 আপোনি দেখে Body সৰু হৈ গৈছে।
12:16 Structure ত টিপক। Content types, Events, Manage display আৰু Teaser ত টিপক।
12:24 Event Date বাহিৰে ইয়াৰ অধিকাংশ সঠিক। Time ago এৰ সলনি Custom চয়ন কৰিম।
12:32 ইয়াত Date Formatsএৰ বাবে PHP documentation লিঙ্ক আছে।
12:38 Date-Time format আপডেট কৰো।
12:41 আগেই সেইটো মুছক।
12:44 Lowercase l comma capital F jS comma আৰু capital Y.
12:51 ইয়াৰ মানে day of the week, day of the month,
12:55 তাৰপিছত উচিত সাফিক্স- st nd rd th আৰু চাৰি সংখ্যাৰ বছৰ।
13:04 Update ত টিপক।
13:06 এতিয়া ডেটৰ preview দেখিব পাৰি।
13:09 Save ত টিপক।
13:11 এতিয়া Event Description হাইড কৰক।
13:14 Save ত টিপক।
13:16 এবাৰ সাইটটো দেখো।
13:19 এতিয়া Event এৰ বাবে Teaser ইয়াত দেখা যাব পাৰে- Title, logo, website আৰু Event Date.
13:28 User Groups এৰ বাবে Teaser mode আপডেট কৰক।
13:32 Structure, Content types ত টিপি User Groupsত Manage display ত টিপক।
13:39 তাৰপিছত Teaser ত টিপক।
13:42 এইটো অলপ বেলেগ কাৰণ ইয়াত কোনো ইমেজ নাই।
13:47 User Group logo হব পাৰে।
13:50 User Group Website উপৰত ৰাখক।
13:53 User Group Description প্রদর্শন নকৰিম।
13:57 এতিয়া Group Contact email ৰাখক।
14:00 Group Website আৰু Contact Email এৰ label ক Inline কৰক।
14:06 ইয়াত আকৌ এবাৰ FORMAT ক Plain text ৰাখিম কাৰণ মই ডিফল্ট email ব্যবহাৰ নকৰো।
14:13 এইটো সহজ Teaser mode.
14:16 Save ত টিপক।
14:18 সাইটত উভতি আহো।
14:20 Cincinnati User Group ত Read more এৰ সৈতে Group Website আৰু Contact Email আছে।
14:27 এই কাৰণেই Full content আৰু Teaser mode উভয়ৰ বাবে View modes আপডেট কৰিছো।
14:33 পিছৰ টিউটিৰিয়েলত ল্যান্ডিং পৃষ্ঠাত যাও আৰু কন্টেন্টক উপযোগী ৰুপ দিও।
14:41 ইয়াৰ সৈতেই আমি টিউটোৰিয়েলৰ শেষলৈ অহিছো। সংক্ষিপ্তকৰণ কৰো।
14:46 এই টিউটোৰিয়েলত আমি শিকিছো

Displays Full content display ম্যানেজ কৰা আৰু ডিসপ্লে Teaser ম্যানেজ কৰা।

15:11 এই ভিডিওটো Acquia আৰু OS Trainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত।
15:21 এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক।
15:28 স্পোকেন টিউটোৰিয়াল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক.
15:36 স্পোকেন টিউটোৰিয়েল প্রকল্প MHRD ৰ NMEICT,  আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI দ্বাৰা সমর্থিত.
15:47 এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi