Drupal/C2/Modifying-the-Display-of-Content/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল. Modifying the Display of Content এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:06 | এই টিউটোৰিয়েলত আমি শিকিম:
Displays Full content display ম্যানেজ কৰা আৰু ডিসপ্লে Teaser ম্যানেজ কৰা। |
00:16 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো
উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ। |
00:26 | আপোনি আপোনাৰ পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিব পাৰে। |
00:31 | আমাৰ আগেই নির্মিত ওয়েবসাইটটো খুলক। |
00:35 | ইয়াত কনটেন্ট আছে। দেখো যে এইটো বাস্তবত কেনে দেখাত হয় আৰু Drupalএ এইটো পৃষ্ঠাত কেনেকৈ সম্পাদন কৰে। |
00:42 | লক্ষ্য কৰক যে Teaser mode ত Read more এৰ সৈতে Title আৰু Body পাও। |
00:49 | আমি তলত স্ক্রোল কৰিলে আমাৰ সকলো নতুন কন্টেন্ট দেখিব পাৰি। |
00:55 | ডিফল্টৰুপে নির্মিত অন্তিম 10 nodes এৰ Drupalএ আউটপুট দিয়ে, যি Homepage ত সলাইছে। |
01:03 | লক্ষ্য কৰক, ইয়াত তলত কিছু পত্রাঙ্কন আছে - পেজ 1, 2, 3, Next আৰু Last. |
01:12 | আমি Last ত টিপিলে Title এৰ পিছত Read more এৰ সৈতে Teaser mode ত নোডৰ সূচী দেখো। |
01:20 | এইটো আকর্ষক নহয়। |
01:22 | Drupalএ আমাক View modes সেট কৰাৰ অনুমতি দিয়ে। |
01:27 | Structure ত টিপি Content Typesত টিপক। |
01:31 | এতিয়া Events Content type এৰ বাবে লেআউট আপডেট কৰক। |
01:36 | ড্রপ ডাউনত টিপক, তাৰপিছত Manage display ত টিপক। |
01:41 | উপৰত ধ্যান দিয়ক, Manage display ট্যাবত, ইয়াত Default আৰু Teaser আছে। |
01:48 | Default হল ডিফল্ট লেআউট। আমি আৰু এটা Full view লেআউট জুড়াম। |
01:55 | ইয়াৰ পিছত হল Teaser লেআউট। Teaser ত টিপক। |
02:00 | Teaser mode ত, মাত্র Event Description দৃশ্যমান আৰু Links যি হল Read more লিঙ্ক। |
02:09 | এইটোৱে দেখায় যে Trimmed limit: 600 characters। |
02:14 | আমি Event Content type ক ভালকে দেখিবলৈ Teaser modeক বনাবলৈ এই বিষয়বোৰ আপডেট কৰিম। |
02:21 | আগোৱাই যোৱাৰ আগেই, এইটো বোঝা দৰকাৰ যে Drupalএ আমাক Layouts দিয়ে। |
02:28 | Structure আৰু Display modes ত টিপক। |
02:32 | তাৰপিছত View modes ত টিপক। ইয়াত Form modes ও আছে। |
02:38 | এই Form modes ডেটা প্রবিষ্ট কৰাৰ layout. |
02:43 | এই View modes ডেটা দেখাৰ layout. |
02:48 | View modes ত টিপক। |
02:51 | Content View mode ত, Full content, RSS, Search index, Search results, Teaser দেখো। |
03:02 | আমি নতুন Content View mode ও জুড়াব পাৰো। |
03:06 | মূল বিষয় হল- আমি মাত্ৰ Drupal দ্বাৰা প্রদত্ত বিষয়ত সীমিত নাই। |
03:12 | ইয়াত Blocks, Comments, Taxonomy terms আৰু Users ও আছে। |
03:18 | আমি যি কোনো এটাত View modes জুড়াব পাৰো। |
03:22 | এইটোক লক্ষ্য কৰক। মনত ৰাখিব এইটো গুৰুত্বপূর্ণ বিষয়। |
03:27 | এইবোৰেই যি উপলব্ধ। কিন্তু প্রতিটো Content type এৰ বাবে সকলোবোৰ সক্ষম নহয়। |
03:34 | উভতি গৈ সেইটোত টিপক। |
03:36 | Structure ত গৈ Content types ত টিপক। |
03:42 | Events Content type ত Manage display ত টিপক। |
03:46 | আকৌ এবাৰ আমি এই পৃষ্ঠাত আছো যত Default আৰু Teaser আছে। |
03:52 | তলত স্ক্রোল কৰি CUSTOM DISPLAY SETTINGS ত টিপক। |
03:57 | Full content চেক মার্ক কৰক। |
04:00 | আমি নোডত কাম কৰিলে ফীল্ডসক কিভাবে বাহিৰত ৰাখে এইটোৱে তাক ম্যানুপুলেটৰ অনুমতি দিয়ে। |
04:07 | Save ত টিপক। |
04:09 | এতিয়া ইয়াত উপৰত Full content আৰু Teaser আছে। |
04:14 | এতিয়া এই দুটা View modesক আপডেট কৰা শিকিম। |
04:19 | প্রথমে Full Content View আপডেট কৰো। |
04:23 | Full Content লেআউটত এই ফীল্ড আছে আৰু এইটো এই ক্রমত আছে আৰু LABEL কিভাবে দেখাত হয়। |
04:30 | উভতি গৈ event ত চাওক। DrupalCamp Cincinnati ত টিপক। |
04:37 | Body উপৰত আছে। |
04:39 | Event website, Date, Topics আৰু logo এইবোৰৰ এটা থাকিলে। |
04:45 | এতিয়া কনটেন্টক ভালকৈ দেখোৱাবলৈ এইবোৰক মুছো। |
04:50 | Structure - Content types - Manage display Events তাৰপিছত Full Content ত টিপক। |
04:58 | ইয়াত Event Description, full mode ত আছে। |
05:02 | এইটো Logo এৰ তলত ড্রেগ কৰক। |
05:05 | তাৰপিছত Logo পৰা LABEL হাইড কৰক। |
05:09 | এই Original image ক Medium আকাৰত সলাওক। |
05:14 | এইটো এটা Image style. |
05:17 | আমি Views ত গলে Image styles সম্পর্কে বিস্তাৰত শিকিম। |
05:22 | আমি যি কোনো Image styleত যি কোনো আকাৰৰ ইমেজ বনাবলৈ সক্ষম। |
05:29 | তাৰপিছত আমি বিছৰা মতে যি কোনো ঠাইত ব্যবহাৰ কৰিব পাৰো। Update ত টিপক। |
05:35 | এতিয়া Event Logo বাওফালে হব, কাৰণ এইটো Theme ইমেজৰ বাওফালে ফ্লোট কৰে। |
05:43 | Body এৰ আশেপাশে হব। |
05:45 | Event Date ক LABEL Inline কৰক। |
05:49 | এতিয়া Format সলাওক। |
05:52 | সো ফালে গৈ গিয়াৰত টিপক। আমি গিয়াৰৰ ব্যবহাৰ কিছু বিষয়ক কনফিগাৰ কৰিবলৈ কৰো। |
05:59 | এইটোক Default long dateত সলাও। |
06:03 | Update ত টিপক। এইটো ভাল। |
06:07 | Event Sponsors ক Inline কৰক। |
06:10 | আউটপুট হল linked to the referenced entity. |
06:15 | মানে Cincinnati User Groupএ, DrupalCamp Cincinnatiক স্পন্সৰ কৰিলে এইটো User Group page ত লিঙ্ক হব। |
06:24 | আমি যেনে বিছাৰো এইটো ঠিক তেনে। |
06:27 | Event Topics কলমত প্রস্তুত হৈ য়ায় আমি Above চয়ন কৰিম। |
06:33 | আকৌ এবাৰ এইটো Referenced entity ত লিঙ্ক কৰে। |
06:37 | এতিয়া টিউটোৰিয়েলক ৰখাই চাওক যে আপোনাৰ স্ক্রিনখন মোৰ স্ক্রিনৰ নিচিনা দেখাইছে কিনাই। |
06:43 | Save ত টিপক। |
06:45 | Full View মোড়ত যি কোনো এটা নোড দেখো। |
06:49 | Content ত টিপক আৰু তাৰপিছত যি কোনো eventত টিপক। |
06:54 | আপোনাৰ event আৰু টেক্সটৰ নাম মোৰ পৰা অনেক ভিন্ন হব। |
06:59 | কাৰণ devel, Lorem Ipsumক ব্যবহাৰ কৰে। |
07:03 | যি কোনো Event ত টিপক। |
07:06 | আপোনি layout দেখা উচিত যি এইৰকমে দেখাত হয়। |
07:10 | এইটো দেখাত খুব ভাল হয়। |
07:12 | Event Website
Event Date Event Sponsors. |
07:18 | ইয়াত Event Topics ত এটা সমস্যা আছে, কিন্তু ইয়াৰবাবে কিছু CSS ব্যবহাৰ কৰিব পাৰি। |
07:26 | তাৰ links সঠিক স্থানক ইঙ্গিত কৰে। |
07:29 | User Group Content type এৰ বাবে full display আপডেট কৰক। |
07:34 | Structure, Content types আৰু তাৰপিছত User Groups ত Manage display ত টিপক। |
07:42 | আকৌ এবাৰ Views আপডেট কৰিব লাগিব। |
07:46 | তলত স্ক্রোল কৰক, CUSTOM DISPLAY SETTINGS ত টিপি Full content চয়ন কৰক। |
07:52 | আমাৰ পছন্দ অনুযায়ী ইয়াৰ যি কোনো ডিসপ্লে আপডেট কৰিব পাৰো। Save ত টিপক। |
07:59 | তাৰপিছত Full content চয়ন কৰক। এইটো সেইৰকমে হয় যেনে Event ত কৰিছিলো। |
08:06 | Group Website ক Description আৰু site Inline এৰ উপৰত ৰাখক। |
08:12 | Group Contact আৰু Emailক একেসৈতে ৰাখক, তাৰ LABELs ক Inline কৰক। |
08:19 | মই Email ত Email লিঙ্ক নহয় Plain text চয়ন কৰিম। |
08:24 | এইটো ইয়াৰ বাবে কাৰণ মই ডিফল্ট Email প্রোগ্রামৰ ব্যবহাৰ অন্য কাকো email কৰিবলৈ নকৰো |
08:30 | মই এইটোক Plain text চয়ন কৰিম। |
08:33 | Group Experience Level ক Above ৰাখক, কাৰণ এইটো সকলো অনুভাবৰ সূচী। |
08:40 | শেষলৈ Events sponsoredক Above হিচাবে ৰাখক। |
08:45 | FORMAT ক Label ৰাখক। |
08:47 | আমি Entity ID বা Rendered entity ও চয়ন কৰিব পাৰো। |
08:52 | কিন্তু এইটো কৰিলে ইয়াত Event pages এৰ সম্পূর্ণ সমূহৰ সৈতে সমাপ্ত কৰিম। |
08:58 | এইটোক Label ৰাখিম। |
09:01 | ইয়াত এইটো Link to the referenced entity. |
09:04 | এইটোক ব্যবহাৰ কৰি Cincinnati User Group এ DrupalCamp Cincinnati ত যাবলৈ লিঙ্কত টিপিব পাৰি। |
09:12 | Save ত টিপি চাওক আমি কি কৰিছো। |
09:16 | Content ত টিপি সূচী পৰা User Group ত টিপক। |
09:22 | ইয়াত Group website, description, Contact information আছে। এইটো devel দ্বাৰা নির্মিত। |
09:31 | Contact Email- এইটো নকল আইডি যি devel দ্বাৰা নির্মিত। |
09:38 | মূল কথা হল এইটো কাম কৰিছে। |
09:41 | এইটো Group Experience Level. লক্ষ্য কৰক develএ কিছু ডাবল সিলেক্ট কৰিছে। |
09:48 | এতিয়া এইটোক এইভাবে এৰি দিও। |
09:51 | শেষলৈ Event sponsored হল DrupalCamp Cincinnati. |
09:56 | এই লেআউট বেশ ভাল, যত যি কোনো Display বা Layout modules নুজুড়াকৈ পাব পাৰি। |
10:03 | আমি Full content সফলভাবে কৰিছো। |
10:07 | এতিয়া Teaser modes আপডেট কৰা শিকো। আমি এই দুটাত দেখিলে দেখো যে এইটো বেয়া নহয়। |
10:16 | কিন্তু আমি তলত স্ক্রোল কৰিলে Teaser modes দেখাত ভাল নহয়। |
10:21 | এইটোক সহজে ঠিক কৰিব পাৰি। |
10:24 | Structure আৰু Content types ত টিপক। |
10:28 | Events ত Manage display ত টিপি Teaserত টিপক। |
10:33 | Drupalএ, links আৰু Event Description দিয়ে যি body ফীল্ড। |
10:39 | এতিয়াৰ বাবে Teaser modeক আপডেট কৰো। |
10:43 | Event Website ক উপৰত ড্রেগ কৰি Inline চয়ন কৰক। |
10:49 | তাৰপিছত Event Dateক উপৰত ড্রেগ কৰি, কাৰণ এইটো গুৰুত্বপূর্ণ। |
10:55 | Event Logo ড্রেগ কৰি উপৰত ৰাখক। |
11:00 | LABEL হাইড কৰি FORMAT ক Thumbnailত সলাওক। |
11:05 | আমি সাইটত যি কোনো ইমেজৰ বাবে Image styles বনাব পাৰো। |
11:10 | কিন্তু আমি এইটো পিছত শিকিম। |
11:13 | Link image ক Content লৈ সলাওক। |
11:17 | এইটোৱে কন্টেন্ট আইটেমত linkৰ ৰুপত logoক বনায়। এতিয়া Update ত টিপক। |
11:23 | ইয়াত logo, website আৰু date আছে। |
11:28 | Linksক তলত ড্রেগ কৰক। |
11:31 | Event Description কাটি সৰু কৰক। |
11:35 | গিয়াৰত টিপি এইটোক 400 charactersলৈ সলাওক। |
11:40 | Update ত টিপক। তাৰপিছত ড্রপ ডাউনত টিপি Trimmed বিকল্প চয়ন কৰক। |
11:47 | Teaser modeত এইৰকমে হব লাগিব:
Logo বাওফালে Website, Date আৰু Links এৰ সৈতে Description সো ফালে |
11:58 | দেখো যে এইটো দেখাত কেনে হয়। Save ত টিপক। |
12:03 | সাইটত উভতি যাওক। |
12:05 | আপোনি দেখিব যে DrupalCamp Cincinnati আপডেট হৈ গৈছে। |
12:09 | Date field পিছলৈ আপডেট কৰিম। |
12:12 | আপোনি দেখে Body সৰু হৈ গৈছে। |
12:16 | Structure ত টিপক। Content types, Events, Manage display আৰু Teaser ত টিপক। |
12:24 | Event Date বাহিৰে ইয়াৰ অধিকাংশ সঠিক। Time ago এৰ সলনি Custom চয়ন কৰিম। |
12:32 | ইয়াত Date Formatsএৰ বাবে PHP documentation লিঙ্ক আছে। |
12:38 | Date-Time format আপডেট কৰো। |
12:41 | আগেই সেইটো মুছক। |
12:44 | Lowercase l comma capital F jS comma আৰু capital Y. |
12:51 | ইয়াৰ মানে day of the week, day of the month, |
12:55 | তাৰপিছত উচিত সাফিক্স- st nd rd th আৰু চাৰি সংখ্যাৰ বছৰ। |
13:04 | Update ত টিপক। |
13:06 | এতিয়া ডেটৰ preview দেখিব পাৰি। |
13:09 | Save ত টিপক। |
13:11 | এতিয়া Event Description হাইড কৰক। |
13:14 | Save ত টিপক। |
13:16 | এবাৰ সাইটটো দেখো। |
13:19 | এতিয়া Event এৰ বাবে Teaser ইয়াত দেখা যাব পাৰে- Title, logo, website আৰু Event Date. |
13:28 | User Groups এৰ বাবে Teaser mode আপডেট কৰক। |
13:32 | Structure, Content types ত টিপি User Groupsত Manage display ত টিপক। |
13:39 | তাৰপিছত Teaser ত টিপক। |
13:42 | এইটো অলপ বেলেগ কাৰণ ইয়াত কোনো ইমেজ নাই। |
13:47 | User Group logo হব পাৰে। |
13:50 | User Group Website উপৰত ৰাখক। |
13:53 | User Group Description প্রদর্শন নকৰিম। |
13:57 | এতিয়া Group Contact email ৰাখক। |
14:00 | Group Website আৰু Contact Email এৰ label ক Inline কৰক। |
14:06 | ইয়াত আকৌ এবাৰ FORMAT ক Plain text ৰাখিম কাৰণ মই ডিফল্ট email ব্যবহাৰ নকৰো। |
14:13 | এইটো সহজ Teaser mode. |
14:16 | Save ত টিপক। |
14:18 | সাইটত উভতি আহো। |
14:20 | Cincinnati User Group ত Read more এৰ সৈতে Group Website আৰু Contact Email আছে। |
14:27 | এই কাৰণেই Full content আৰু Teaser mode উভয়ৰ বাবে View modes আপডেট কৰিছো। |
14:33 | পিছৰ টিউটিৰিয়েলত ল্যান্ডিং পৃষ্ঠাত যাও আৰু কন্টেন্টক উপযোগী ৰুপ দিও। |
14:41 | ইয়াৰ সৈতেই আমি টিউটোৰিয়েলৰ শেষলৈ অহিছো। সংক্ষিপ্তকৰণ কৰো। |
14:46 | এই টিউটোৰিয়েলত আমি শিকিছো
Displays Full content display ম্যানেজ কৰা আৰু ডিসপ্লে Teaser ম্যানেজ কৰা। |
15:11 | এই ভিডিওটো Acquia আৰু OS Trainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত। |
15:21 | এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক। |
15:28 | স্পোকেন টিউটোৰিয়াল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক. |
15:36 | স্পোকেন টিউটোৰিয়েল প্রকল্প MHRD ৰ NMEICT, আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI দ্বাৰা সমর্থিত. |
15:47 | এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ। |