Digital-Divide/C2/Pre-Natal-Health-Care/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:06 | অভিনন্দন। অনুগ্রহ কৰি বহক। |
| 00:10 | অনিতা, আপোনি অন্তিম অ্যাপয়েন্টমেন্ট কেতিয়া লৈছিলে? |
| 00:12 | মটামটি 2 মাহৰ আগত। |
| 00:15 | এতিয়া মই গর্ভাবস্থাৰ চর্তুথ মাহত আছো। |
| 00:19 | গর্ভাবস্থাত নিয়মিত পৰীক্ষাৰ প্রয়োজন। |
| 00:23 | গর্ভাবস্থাত পৰীক্ষণ, সম্ভাব্য স্বাস্থ্য সমস্যাৰ এটা সুৰক্ষিত যত্ন। |
| 00:29 | এইটো গর্ভাবস্থাত হোৱা জটিলতা কমাবলৈ সাহায্য কৰে। |
| 00:33 | পৰীক্ষণৰ প্রতি 3 মাহ অন্তৰ আৰু গর্ভাবস্থাৰ অন্তিম মাহত সাপ্তাহিক হোৱা উচিত। |
| 00:41 | পৰীক্ষণে নিম্ন বিষয়ৰ তথ্য প্রদান কৰে: |
| 00:43 | মাকৰ মানসিক পৰিবর্তন, |
| 00:46 | জন্মৰ পূর্বৰ পুষ্টি আৰু খাদ্য, |
| 00:48 | ভিটামিন আৰু |
| 00:50 | জৈব পৰিবর্তন। |
| 00:52 | এই অবস্হা মোৰ বাবে প্রথম হয় আৰু সেয়ে মই এইবোৰৰ বাবে নতুন। |
| 00:55 | সেয়ে মোৰ আৰু শিশুৰ ভাল যত্নৰ বাবে পৰামর্শ দিয়ক। |
| 01:00 | Prenatal health care ৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম। |
| 01:04 | ইয়াত, গর্ভাবস্থাত গর্ভবতী মাকৰ স্বাস্থ্য সম্বন্ধীয় তথ্য সম্পর্কে আলোচনা কৰা হব। |
| 01:10 | মাকৰ স্বাস্থ্য প্রথম আৰু সবতচে গুৰুত্বপূর্ণ। |
| 01:14 | সেয়ে আয়ৰনৰ অভাব প্রতিৰোধ কৰা সবতচে জৰুৰী। |
| 01:18 | গর্ভাবস্থাত গর্ভবতী মাকে আয়ৰন যুক্ত খাদ্য গ্রহণ কৰা উচিত। |
| 01:23 | গর্ভাবস্থাত, শৰীৰত অধিক ৰক্তৰ প্রয়োজন। |
| 01:27 | শিশুক অতিৰিক্ত ৰক্তৰ প্রয়োজন অনুযায়ী হিমোগ্লোবিন তৈয়াৰ কৰিবলৈ বেশী আয়ৰন লোৱা দৰকাৰ। |
| 01:34 | আপোনি আয়ৰন যুক্ত খাদ্য লোৱা দৰকাৰ। |
| 01:38 | সেউজীয়া সবজি, |
| 01:40 | ডিমৰ কুহুম, শুকান ফল, মটৰ গুটি , আয়ৰন সমৃদ্ধ শস্য। |
| 01:46 | সিজাৰিয়ান প্রসবত অনেক বিপদৰ সম্ভাৱনা থাকে। |
| 01:50 | কর্তনৰ(incision) স্থানত সংক্রমণ আৰু |
| 01:52 | ৰক্ত ক্ষয় হোৱাত অ্যানিমিয়া হব পাৰে। |
| 01:56 | গর্ভবতী মহিলাৰ বাবে স্বাভাবিক প্রসবৰ চেষ্টা কৰা উচিত। |
| 01:59 | এইটো প্রসবৰ পূর্বত সঠিক যত্ন আৰু স্বাস্থ্যৱান খাদ্য খালেহে সম্ভব হয়। |
| 02:04 | নিজৰ শক্তিৰ স্তৰ বৃদ্ধি কৰিবলৈ ভালমতে ব্যায়াম কৰা জৰুৰী। |
| 02:09 | ব্যায়াম কৰিলে পীঠিৰ সমস্যাবোৰত আৰাম পায়, কোষ্ঠকাঠিন্য ঘটা কম হয় আৰু চাপও হ্রাস পায়। |
| 02:16 | এই মেশিনে কি কৰে? |
| 02:18 | এইটো সোনোগ্রাফি মেশিন। |
| 02:20 | এইটো শিশুৰ স্বাস্থ্য আৰু বিকাশ নিৰীক্ষণ কৰিবলৈ ব্যবহৃত হয়। |
| 02:25 | অনিতা, শুই যাওক যাতে সোনোগ্রাফিৰ গুৰুত্ব প্রদর্শন কৰিবলৈ পাৰো। |
| 02:30 | সাধাৰণতে সোনোগ্রাফি গর্ভাবস্থাৰ 20 সপ্তাহত সঞ্চালিত হয়। |
| 02:36 | নাড়ি (placenta) সুস্থ আছে কি নাই আৰু |
| 02:37 | শিশু জৰায়ুৰ ভিতৰত সঠিকভাবে বৃদ্ধি পাইছে কি নাই |
| 02:40 | এইটো সিনাক্ত কৰিবলৈ ব্যবহৃত হয়। |
| 02:43 | এইটোৱে শিশুৰ জন্মৰ সময়ত, কম ওজন হোৱাৰ নিচিনা গুৰুতৰ সমস্যাবোৰক সিনাক্ত কৰিবলৈ সাহায্য কৰে। |
| 02:48 | লগতে গর্ভপাত আৰু গর্ভপাত প্রতিৰোধ কৰিবলৈও সাহায্য কৰে। |
| 02:54 | গর্ভাবস্থাত নিম্নলিখিত জিনিসবোৰ গুৰুত্বপূর্ণ - |
| 02:58 | নিয়মিত পৰীক্ষণ, |
| 03:00 | সোনোগ্রাফিৰ গুৰুত্ব, |
| 03:02 | আয়ৰনৰ অভাব প্রতিৰোধ আৰু সঠিক পুষ্টি। |
| 03:05 | সিজাৰিয়ান প্রসবৰ তথ্য। |
| 03:07 | ব্যায়ামৰ গুৰুত্ব। |
| 03:09 | এই তথ্য দিয়াৰ বাবে ডাক্তৰক ধন্যবাদ জনাও। সেয়ে তাৰ নির্দেশাবলী অনুসৰণ কৰিব। |
| 03:16 | গর্ভাবস্থাত ভাল যত্ন লোৱাৰ বাবে আপোনাৰ উপৰত গর্বিত। |
| 03:20 | এই কাৰণে মা আৰু শিশু উভয়ে সুস্থ আৰু সুখী হয়। |
| 03:24 | আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। গর্ভাবস্থাত ভাল যত্ন লোৱা আৰু পুষ্টিকৰ খাদ্য খাবলৈ মনত ৰাখিব। |
| 03:32 | শোনাৰ বাবে আপোনাক ধন্যবাদ। |
| 03:35 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। |
| 03:38 | এইটোৱে প্রকল্পক সংক্ষেপে বোঝায়। |
| 03:40 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে। |
| 03:45 | স্পকেন টিউটোৰিয়েল প্রকল্প দলে,স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।। |
| 03:49 | যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়। |
| 03:53 | আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক। |
| 04:00 | স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
| 04:05 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 04:11 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
| 04:21 | মই মৌচুমী মেধি বিদায় লৈছো। |
| 04:25 | অংশগ্রহনৰ বাবে ধন্যবাদ। |