Digital-Divide/C2/Model-Village-Hiware-Bazar/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 আদর্শ গ্রাম : Hiware Bazar ৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
00:06 এই টিউটোৰিয়েলত শিকিম:
00:09 Hiware Bazar ৰ মানুহৰ সম্মুখত আহা সমস্যা,
00:13 Hiware Bazar ৰ বৰ্তমান পৰিস্থিতি আৰু
00:16 এইবোৰত পৰিবর্তন আনাৰ পদ্ধতি।
00:20 Hiware Bazar ৰ মানুহে সম্মুখীন কৰা সমস্যা।
00:24 ইয়াত মানুহে কৃষিৰ বাবে বৰষুনৰ(rain) উপৰত নির্ভৰশীল।
00:29 অধিক মাটি ক্ষয় যোৱাত মাটিৰ গুণ হ্রাস পায়।
00:35 খোৱা পানী অনেক কষ্টত উপলব্ধ হৈছিল।
00:40 সিহতৰ উচৰত যথেষ্ট ঘাঁহ(fodder) নাছিল।
00:44 জ্বলোৱা খৰিও উপলব্ধ নাছিল।
00:49 ইয়াৰ ফলত নিম্ন সমস্যা দেখা দিয়ে -
00:53 বেৰোজগাৰ(Unemployment)।
00:55 মানুহে চাকৰী পোৱাত কঠিন পাইছিল।
00:58 স্থানান্তকৰণ(Migration)।
01:00 অনেকে গ্রামৰ পৰা যাবলৈ আৰম্ভ কৰে
01:03 আৰু অপৰাধৰ হাৰ বৃদ্ধি পায়।
01:06 Hiware Bazar ৰ বর্তমান স্থিতি।
01:09 প্রতি ব্যক্তি আয় 1995830 টকাৰ পৰা  201230,000 টকালৈ বাঢ়ি গৈছে।
01:19 গ্রামত 60 জন লক্ষপতি আছে।
01:23 দাৰিদ্র্য সীমাৰ তলত থকা পৰিবাৰৰ সংখ্যা 1995168ৰ পৰা কমি 2012 ত সালে মাত্র 3 ৰৈ গৈছে।
01:34 একেই সময়তে, গাখীৰৰ উৎপাদন 150 লিটাৰ পৰা বাঢ়ি 4000 লিটাৰ হৈ গৈছে।
01:43 সাক্ষৰতাৰ হাৰ 30% পৰা বাঢ়ি 95% হৈছে।
01:51 অপৰাধৰ হাৰ অত্যন্ত কমি গৈছে।
01:54 কর্মসংস্থান ও বৃদ্ধি পাইছে।
01:57 পদ্ধতি যাৰ দ্বাৰা স্থিতি উন্নত হৈছে।
02:00 পাঁচ আয়ামী(pronged) দৃষ্টিকোণ বা Panchsutri  
02:05 নিঃশুল্ক স্বাধীন শ্রম বা Shramdaan
02:09 পশুচাৰণ নিষিদ্ধ বা Charai Bandi
02:14 বৃক্ষ কটা নিষিদ্ধ বা Kurhad Bandi
02:19 নিশা কৰা নিষিদ্ধ বা Nasha Bandi
02:25 পৰিবাৰ পৰিকল্পনা বা Kutumb Niyojan
02:30 Shramdaan
02:32 মানুহে সমাজৰ কল্যাণৰ বাবে একেসৈতে কাম কৰা আৰম্ভ কৰে।
02:38 গ্রাম বাসীয়ে এটা কার্য সংস্কৃতি বিকশিত কৰে।
02:42 জলপ্রবাহৰ গতি কমাবলৈ একেসৈতে পাহাড়ৰ উচৰত বাঁধ নির্মাণ কৰিবলৈ আহে।
02:50 বাঁধে স্থলৰ পানীৰ স্তৰ বৃদ্ধি কৰিবলৈ সাহায্য কৰে আৰু মাটিৰ ক্ষয় হ্রাস কৰে।
02:58 CharaiBandi
03:00  পশুৰ অধিক চাৰণ নিষিদ্ধ কৰা হয়।
03:05 অধিক চাৰণ মৰুস্হলীকৰণ আৰু মাটি ক্ষয়ৰ কাৰণ।
03:12 গোচাৰণ নিষিদ্ধ -
03:14 ঘাহৰ উৎপাদন 1994-95200 টনৰ পৰা 2001-20025000-6000 টনৰ ও অধিক হৈছে।
03:30 Kurhad Bandi
03:32 গছ কটা নিষিদ্ধ কৰা হয়।
03:35 গছে মাটিৰ ক্ষয় প্রতিৰোধ কৰিবলৈ সাহায্য কৰে।
03:40 মাটিৰ ক্ষয় হলে মাটি বেয়া হয় আৰু এইবাবে কৃষিৰ উত্পাদন কম হয়।
03:47 গছে বৃষ্টিৰ পানীৰ মন্থৰ কৰে আৰু পানীৰ স্তৰ বৃদ্ধি কৰিবলৈ সাহায্য কৰে।
03:54 বৃক্ষৰ অপব্যয়বোৰ (বর্জ্য, wastes)  মাটিৰ প্ৰজনন শত্তি (উদ্ভাবনশীলতা,fertility) বৃদ্ধি কৰিবলৈ উপযোগী।
04:00 Nasha Bandi
04:02 22 টা মদৰ দোকান বন্ধ হল।
04:05 ছাধা আৰু মদ খোৱা সম্পূর্ণৰুপে নিষিদ্ধ কৰা হয়।
04:10 গ্রাম সভা ব্যাংকৰ সৈতে জুড়ি মদৰ দোকানীবোৰক ঋণ প্রদান কৰে।
04:17 অপৰাধৰ হাৰ হ্রাস পায়।
04:20 মানুহে অধিক উৎপাদনশীল কামত লাগে যাতে সমাজৰ সাহায্য হয়।
04:26 Kutumb Niyojan
04:28 প্রতি পৰিবাৰত এটা সন্তানৰ নিয়ম জাৰি কৰা হয়।
04:33 জন্মৰ হাৰ প্রতি হাজাৰত 11 হ্রাস পাইছে।
04:39 এইটোৱে মহিলাৰ গর্ভাবস্থা সম্পর্কিত স্বাস্থ্য সন্ভাব্য বিপদৰ(risks) পৰা ৰক্ষা কৰে।
04:44 পৰিবাৰ পৰিকল্পনা পৰা শিশুৰ মৃত্যুও হ্রাস পায়।
04:49 এইটোৱে মানুহক ক্ষমতা প্রদান কৰে পৰিবাৰক অধিক শিক্ষিত কৰিবলৈ সাহায্য কৰে।
04:55 পৰিবাৰ পৰিকল্পনা এটা দীর্ঘকালীন সমাজ তৈয়াৰৰ চাবিকাঠি।
05:01 ইয়াৰ পৰা এই সিদ্ধান্তত আহো যে
05:04 গ্রামৰ যৌথিক প্রচেষ্টা এটা বিশাল পৰিবর্তন আনিব পাৰে।
05:09 Panchsutri নীতি খুব কার্যকৰ প্রমাণিত হৈছে।
05:15 এই পদ্ধতি অনুসৰণ কৰি এই ধৰনৰ অনেক আদর্শ গ্রাম তৈয়াৰ হব পাৰে।
05:21 আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো।
05:24 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক।
05:28 এইটোৱে প্রকল্পক সংক্ষেপে বোঝায়।
05:32 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
05:37 স্পকেন টিউটোৰিয়েল প্রকল্প দলে, স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।।
05:44 যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়।
05:48 আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক ।
05:55 স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
06:01 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
06:09 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
06:28 মই মৌচুমী মেধি বিদায় লৈছো।
06:31 অংশগ্রহণৰ বাবেধন্যবাদ।

Contributors and Content Editors

Mousumi