Digital-Divide/C2/How-to-buy-the-train-ticket/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Online Train Booking ৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
00:08 এই টিউটোৰিয়েলত irctc ত টিকেট নির্বাচন কৰা শিকিম।
00:13 ভ্রমণৰ সেক্টৰ নির্বাচন কৰা।
00:16 ট্রেন আৰু ভ্রমণৰ ক্লাস নির্বাচন কৰা।
00:19 ইউসাৰৰ তথ্য লিখিবলৈ E-ticket বা I-ticket নির্ধাৰিত কৰা।
00:24 প্রথম বাৰ ডেবিট কার্ডৰ ব্যবহাৰ ব্যাখ্যা কৰিম আৰু ইয়াৰ দ্বাৰা অনলাইন টিকেট কিনাৰ বিষয়ে ব্যাখ্যা কৰিম।
00:32 টিকেট কিনবলৈ নিম্ন বিকল্প প্রয়োজন হয়:
00:36 ATM কার্ড সহ ব্যাঙ্কৰ অ্যাকাউন্ট,
00:39 অনলাইন ট্রানসাকশান ক্ষমতা সহ ব্যাঙ্কৰ অ্যাকাউন্ট,
00:43 Credit কার্ড, আৰু অবশ্যই ইন্টাৰনেট সংযোগ সহ কম্পিউটাৰ।
00:48 নিম্ন পদ্ধতি নির্বাচন কৰিম:
00:50 আমাৰ উচৰত ICICI ATM কার্ড আছে।
00:53 Visa ডেবিট কার্ড ও আছে।
00:56 এতিয়া এটা টিকেট বুক কৰিম।
00:59 Username হিসাবে লিখক kannan_mou, আৰু Password .... লিখি Login ত টিপক।
01:12 ধৰক Mumbaiৰ পৰা যাব বিচাৰো, সেয়ে 4টা অক্ষৰ লেখাত এইটোৱে বিকল্প দিয়ে, Mumbai Central নির্বাচন কৰো, পিছত 4টা অক্ষৰ SURA লিখি অপেক্ষা কৰক।
01:26 আসলতে মই Surat লৈ যাব বিচাৰো।
01:28 স্টেশন কোড চাওক, BCT, Bombay Central ৰ বাবে আৰু ST, Surat ৰ বাবে।
01:35 ভবিষ্যতে, আমি সৰাসৰি BCT আৰু ST লিখিব পাৰিম, উদাহৰণ স্বৰুপে, এইটো মুছি BCT লিখো, এইটোক এইভাবে এৰি দিও।
01:47 Date হিসাবে 23 ডিসেম্বৰ নির্বাচন কৰি বাকি বিকল্প একেইৰকমে ৰাখক E-ticket আৰু General.
01:55 মই E-ticket বা I-ticket আৰু বিকল্প সম্পর্কে কম।
01:59 পার্থক্যবোৰ কি, মই পিছত ব্যাখ্যা কৰিম.
02:02 Find Trains ত টিপক। সোফালে চাওক।
02:08 ইয়াত অনেক ট্রেন আছে। ফন্টটো অলপ সৰু কৰো,
02:11 যাতে সকলো ট্রেন চাব পাৰো।
02:15 ধৰক, আমি ট্রেন সংখ্যা 12935 দ্ৱাৰা যাব বিচাৰো।
02:19 সেয়ে, দ্বিতীয়  ক্লাস 2S ৰ অধীনত উপলব্ধ টিকেট চাও।
02:24 অলপমান তললৈ চাও, ই কয় যে এইটো প্রতিক্ষা সূচীত আছে।
02:29 এইটো প্রতিক্ষা সূচীত আছে যদিও মই এইটো বুক কৰিব বিচাৰো।
02:34 Book ত টিপিলে এইটোৱে এটা ম্যাসেজ দিয়ে যে আমি যি স্টেশন নির্বাচন কৰিছো সেইটো এই ৰুটত উপস্থিত নাই।
02:44 সেয়ে, ধৰক আমি Bandra Terminus নির্বাচন কৰিব বিচাৰো, ইয়াত গৈ Book ত টিপো।
02:57 Name ফীল্ডত লিখক Kannan Moudgalya, Age53, Male, Berth preference ত - Window seat.
03:12 Senior Citizen বোতামত টিপিলে এইটোৱে কয় যে যাত্রীৰ বয়স 60 বছৰ বা তাৰ অধিক হব লাগিব. OK বোতামত টিপক।
03:22 যদি Female নির্বাচন কৰি Senior Citizen ত টিপে যাত্রীৰ বয়স 58 বছৰ বা তাৰ বেশী হব লাগিব।
03:31 সেয়ে বৰিষ্ঠ নাগৰিক হিসাবে মহিলাৰ বাবে58 আৰু পুৰুষৰ বাবে 60 নির্ধাৰিত।
03:39 বৰিষ্ঠ নাগৰিকৰ বাবে কিছো সুবিধা আছে।
03:41 এতিয়া Male ত উভতি গৈ Window Seat নির্বাচন কৰক।
03:45 এইবোৰৰ বাবে চিন্তা কৰা কোনো প্ৰয়োজন নাই, মই এই ইমেজটো E37745A প্রবিষ্ট(enter) কৰিব লাগে।
03:58  Go ত টিপক।
04:03 এইটোৱে সকলো বর্ণনা দিয়ে আৰু কয় যে টিকেটৰ মুল্য হল 99.
04:11 এতিয়া ইয়াত Make Payment বোতামত টিপো, টকা দিবলৈ।
04:20 ইয়াৰে যি কোনো বিকল্প বাছনি কৰিব পাৰো।
04:22 আমি Credit Card, Net Banking, Debit Card, Cash Card ব্যবহাৰ কৰিব পাৰো।
04:29 অধিকাংশ মানুহৰ বাবে অ্যাক্সেস যোগ্য কৰিবলৈ Debit Card ৰ ব্যবহাৰ ব্যাখ্যা কৰিম।
04:38 মই যি কোনো এটা বিকল্প চয়ন কৰিব পাৰিম, কিন্তু মোৰ উচৰত থকা ICICI ব্যাঙ্কৰ বিকল্প ইয়াত নাই।
04:46 কিন্তু এইটোৱে কয় যে, ইয়াত তালিকাভুক্ত নথকা কার্ড থাকিলে, ভিসা বা মাস্টাৰ ডেবিট কার্ডৰ বাবে Click Here ত টিপক।
04:55 ইয়াত টিপিলে এইটোৱে কয় যে নিম্নলিখিত ব্যাঙ্কৰ ভিসা/মাস্টাৰ কার্ড সেই তাৰিখত অনলাইন ট্রানসাকশন কৰিবলৈ ব্যবহাৰ কৰা যাব পাৰে।
05:09 ICICI bank ইয়াত তালিকাভুক্ত আছে। সেয়ে এইটো বন্ধ কৰি এইটো বিকল্প চয়ন কৰো।
05:16 আমি Visa/Master নির্বাচন কৰিম, Card TypeVisa লিখক।
05:23 আমি আমাৰ ATM কার্ডৰ নম্বৰ প্রদর্শন নকৰো।
05:27 প্রথমে ডেবিট কার্ডত থকা 16 অঙ্কৰ সংখ্যা লিখি Credit Card Expiry ত তাৰিখ আৰু তাৰপিছত CVV Number লিখক।
05:39 CVV হল ডেবিট কার্ডৰ পিছফালে থকা সংখ্যাৰ শেষৰ তিনটা অঙ্কৰ সংখ্যা।
05:44 পিছত আপোনাৰ হস্তাক্ষৰ। এই তথ্য লেখাৰ পিছত আমি Buy বোতামত টিপো।
05:52 এইটোক কৰাৰ পিছত ICICI ব্যাঙ্কৰ পৰা নিম্ন ম্যাসেজ পাও।
05:57 মই Validity Date, Date Of Birth আৰু ATM PIN দিব লাগিব।
06:04 এইভাবে অনলাইন ট্রানসাকশনৰ বাবে এই কার্ড ৰেজিস্টাৰ কৰা হয়।
06:09 এইটোক অলপ ডাঙৰ কৰি চাও।
06:14 মই লিখা এইবোৰ আপোনালোকক প্রদর্শন কৰাব বিচাৰো।
06:21 এইটো কৰাৰ সৈতে আমি এই ম্যাসেজ পাও।
06:26 মই 6 অঙ্কৰ সংখ্যা সঠিকভাবে চয়ন কৰো, যাতে এইটো আমাৰ মনত ৰাখিবলৈ সহজ হয় আৰু অন্যৰ বাবে জটিল হয়।
06:36 পাসওয়ার্ড সঠিকভাবে তৈয়াৰ কৰিবলৈ এইটো দুইবাৰ লিখিব লাগিব। এইটোৱে ভুল লিখাত প্রতিৰোধ কৰে।
06:45 এই পাসওয়ার্ডটো এবাৰেই তৈয়াৰ কৰিব লাগে।
06:48 এতিয়াৰ পৰা, আপোনি ডেবিট কার্ডৰ সৈতে এই পাসওয়ার্ড ব্যবহাৰ কৰিব পাৰে, Submit বোতামত টিপি চাওক যে কি হয়।
07:00 এইটোৱে কয় যে, অভিনন্দন! আপোনাৰ টিকেট বুক হৈছে।
07:06 টিকেট সম্পর্কে সকলো তথ্য ইয়াতে দিয়া হৈছে,  PNR নম্বৰ সৈতে।
07:13 যাত্রাৰ পূর্বে প্রতিক্ষা সূচীৰ  PNR নম্বৰৰ টিকেট নিশ্চিত হৈছে কি নাই চাওক।
07:21 IRCTC দ্বাৰা পঠোৱা স্বয়ংক্রিয় ইমেল চাও। টিকেটৰ বর্ণন ইয়াতে আছে।
07:29 আপোনি প্রিন্ট লব পাৰে। এতিয়া স্লাইডলৈ উভতি যাও।
07:36 স্লাইডলৈ উভতি আহিছো। এতিয়া কি কৰা যায়?
07:39 আপোনি টিকেটৰ প্রিন্ট লব পাৰে।
07:42 প্রতিক্ষা সূচীৰ টিকেট ভ্রমণৰ পূর্বে নিশ্চিত হোৱা জৰুৰী।
07:47 প্রতিক্ষা সূচীৰ টিকেট প্রিন্ট লোৱা যথেষ্ট।
07:51 আকৌ এবাৰ প্রিন্ট কৰাৰ দৰকাৰ নাই।
07:53 এবাৰ টিকেট নিশ্চিত হৈ গলে, কোনো সমস্যা নাই।
07:58 এই টিউটৰিয়েলত দেখোৱা পদ্ধতি কিমান সার্বজনীন হয়?
08:03 বিভিন্ন ATM কার্ডত সামান্য ভিন্ন হব পাৰে।
08:07 ক্রেডিট কার্ডৰ পদ্ধতি একেই, অনলাইন ব্যাঙ্ক ট্রানসাকশনও ইয়াত একেই।
08:14 কিন্তু সমগ্র পদ্ধতি সকলো পদ্ধতিৰ ক্ষেত্রত অনন্য।
08:20 কার্ড বা অ্যাকাউন্টৰ তথ্য লিখা।
08:23 পাসওয়ার্ড লিখা, কেতিয়াবা মোবাইলত পঠোৱা এটা অস্থায়ী কোড প্রয়োজন হব পাৰে।
08:31 পিছৰ প্রশ্ন হল E-ticket নে i-ticket কিনিব।
08:36 E-ticket ৰ ক্ষেত্রত, এইটো অন্তিম মিনিটতোও কিনা যাব পাৰে।
08:41 এজনক প্রিন্টাৰ বা স্মার্ট ফোনৰ দৰকাৰ যদিও এইটো হেৰোৱাৰ কোনো ভয় নাই।
08:48 যদি হেৰাই যায়, আৰু এটা প্রিন্ট লব পাৰি।
08:51 ভ্রমণৰ সময়ত পৰিচয় প্রমাণৰ প্রয়োজন।
08:55 i-Ticket হলে এইটো কুৰিয়াৰ দ্বাৰা পঠোৱা হব, ইয়াৰ বাবে50 টকা দিব লাগিব।
09:03 ডাক বিতৰণৰ বাবে 2-3 দিন সময় লাগে।
09:07 এইটো সকলো নগৰ আৰু গ্রামৰ বাবে উপলব্ধ নহয়।
09:11 টিকেট মাত্র কাউন্টাৰত ক্যানসেল হয়।
09:15 i-ticket ৰ মাধ্যমেৰে ভ্রমন কৰিলে পৰিচয় প্রমাণৰ প্রয়োজন নাই।
09:21 পৰিচয় প্রমাণ কি? এইটো ছবি সহ সৰকাৰ দ্বাৰা জাৰি কৰা কার্ড;
09:26 এইটোPAN card, Election card, Driving license বা Passport  যিকোনো এখন হব পাৰে।
09:33 ইতিমধ্যে এটা ওয়েবসাইট খুলিছো. এইটোৱে কয় যে এইবোৰৰ পৰা ছবি সহ এখন বহন কৰিব লাগে।
09:41 স্লাইডলৈ উভতি যাও।
09:43 সুবিধা সহ (concessional rates) দাম উপলব্ধ।
09:46 ইয়াত উপযোগী সাইট উপলব্ধ। এতিয়া এই সাইটলৈ যাও।
09:55 স্লাইডলৈ উভতি আহো, বৰিষ্ঠ নাগৰিকে প্রায় 40 শতাংশ ৰেহায় পায়।
10:01 বৰিষ্ঠ নাগৰিক হল পুৰুষৰ ক্ষেত্রত 60 বছৰ বা ঊর্ধ, মহিলাৰ ক্ষেত্রত 58 বছৰ বা ঊর্ধ।
10:09 ৰেহায় পোৱাৰ বাবে ভ্রমণৰ সময়ত প্রমাণৰ প্রয়োজন লাগে।
10:15 E-ticket বুক কৰা থাকিলে ভ্রমনৰ সময়ত টিকেটৰ প্রমানৰ বাবে স্মার্ট ফোনত E-copy বা টিকেটৰ এটা প্রিন্ট আৰু এখন পৰিচয় প্রমাণ।
10:29 অথবা i-ticket.
10:32 i-ticket ৰ ক্ষেত্রত পৰিচয় প্রমাণৰ প্রয়োজন নাই।
10:37 নিম্ন দৰকাৰী পৰামর্শ/উপায় আছে।
10:40 অগ্রিম(advance) বুকিং কৰক।
10:42 ভ্রমণৰ সম্ভাবনা কম হলেও টিকেট বুক কৰক।
10:46 আপোনি সর্বদা টিকেট ক্যানসেল কৰিব পাৰে, যদিও ইয়াত কিছু টকা কাটিব।
10:51 এইটো টিকেট নোপোৱাতচে ভাল বিকল্প হয়।
10:55 অন্তিম সময়ত টিকেট কাটিব নোৱাৰে।
10:57 IRCTC ওয়েবসাইট দ্রুত হলে বুক কৰক।
11:01 সাধাৰণতে মাজ দুপৰিয়া বা অধিক ৰাতি এইটো দ্রুত হয়।
11:06 পাৰিলে ৰাতিপূৱা 8 টাৰ পৰা 10 টা পর্যন্ত এড়ি চাব।
11:10 পিছৰ টিউটোৰিয়েলত IRCTC ৰ মাধ্যমেৰে বুক কৰা টিকেট পৰিচালনা কৰা দেখাব।
11:18 আগৰ বুকিং দেখোৱা।
11:20 PNR স্টেটাস ছেক কৰা
11:23 টিকেট ক্যানসেল কৰা।
11:25 এতিয়া স্পোকেন টিউটোৰিয়েল প্রকল্প সম্পর্কে কও।
11:28 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক।
11:35 এইটোৱে প্রকল্পক সংক্ষেপে বোঝায়।
11:38 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰিও চাব পাৰে।
11:43 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে
11:45 স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।।
11:48 যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়।
11:51 বিস্তাৰিত তথ্যৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক।
11:54 স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
11:58 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
12:03 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
12:12 আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো।
12:15 মই মৌচুমী মেধি বিদায় লৈছো। ধন্যবাদ।

Contributors and Content Editors

Mousumi