Digital-Divide/C2/First-aid-measures-for-ChickenPox/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:06 নমস্কাৰ দৰ্শক সকল. অশোকে তাৰ খেতিৰ পৰা ঘৰলৈ আহোতে জ্বৰ আৰু শৰীৰ বিষ সম্পর্কে কয়।
00:12 তাঁৰ পত্নী, অনিতা, তাক চাই আৰু তাৰ হাত আৰু ভৰিত কিছো ফোহা লক্ষ্য কৰে।
00:18 তাই ভয় খায় কয় যে তাইৰ স্বামীৰ উপৰত দেবীয়ে প্রকোপ কৰিছে।
00:24 সেয়ে শীঘ্রই তাইৰ সন্তানক ঘৰৰ পৰা বাহিৰত যাব কয়।
00:29 মাক আৰু বাচ্চাবোৰে ঘৰৰ পৰা বাহিৰত আহি আৰু দৰজা বাহিৰৰ পৰা বন্ধ কৰি দিয়ে।
00:35 সেই সময়তে, গ্রামৰ হাসপাতালৰ ডাক্তৰ তেখেতৰ ঘৰৰ উচৰেদি যায় আৰু অনিতাক দেখি শুভেচ্ছা জনায়।
00:43 অনিতা আৰু তাইৰ বাচ্চাবোৰক চিন্তিত দেখি, তেখেতে অনিতাক সোধে যে কি হৈছে?
00:51 অনিতায়ে তাইৰ স্বামীৰ উপৰত হোৱা দেবীৰ প্রকোপ সম্পর্কে ডাক্তাৰক কয়।
00:57 ডাক্তৰে, অনিতাৰ স্বামীক চাবলে বিছাৰে।
01:02 কিন্তু অনিতায়ে ডাক্তৰক তাইৰ স্বামীৰ সৈতে দেখা কৰিবলৈ মানা কৰে।
01:07 ডাক্তৰে অনিতাৰ কথা নুশুনি ঘৰৰ ভিতৰত যায় আৰু অনিতায়ে সংকোচ কৰি ডাক্তৰক অনুসৰণ কৰে।
01:15 ডাক্তৰে পৰীক্ষা কৰি কয় যে তাৰ চিকেনপক্স হৈছে।
01:21 কিন্তু অশোক আৰু অনিতায়ে নাজানে যে চিকেনপক্স কি?
01:26 সিহতে অনুসন্ধিৎসুভাবে ডাক্তৰক চাই।
01:29 Digital divide ক সংলগ্ন কৰাৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
01:34 ইয়াত চিকেনপক্স, তাৰ লক্ষণ, কাৰণ, কি কৰা উচিত আৰু কি নকৰা উচিত, তাক ব্যাখ্যা কৰিম।
01:42 প্রথমে চাও যে চিকেনপক্স কি?
01:46 চিকেনপক্স এটা ভাইৰাল সংক্রমণ যি শৰীৰত খজুৱা পানীজোলা (itchy blisters) বিকশিত কৰে ।
01:53 চিকেনপক্সৰ টিকা(vaccine) ৰোগ প্রতিৰোধ কৰিবলৈ খুব ভাল কাম কৰে।
01:58 যোনে চিকেনপক্সৰ টিকা লৈ গৈছে তেখেতলোকৰোও এইটো হব পাৰে।
02:03 কিন্তু সাধাৰণতে এইটো নম্ৰ ভাবে হয়।
02:06 সাধাৰণত, চিকেনপক্স সামান্য ৰোগ আৰু কম ঘাতকপূর্ণ হয়।
02:10 কিন্তু কেতিয়াবা এইটো তীব্র হলে ব্যক্তিজনক হাসপাতালত যাবলগা  হব পাৰে আৰু মৃত্যুও হব পাৰে।
02:18 এইটোৱে
02:20 গর্ভবতী মহিলা,
02:22 নবজাত শিশু,
02:25 কিশোৰ আৰু প্রাপ্তবয়স্ক আৰু
02:28 কম প্রতিৰোধ ক্ষমতা যুক্ত লোকক হব পাৰে।
02:32 এবাৰ চিকেনপক্স হৈ যোৱাত সাধাৰণতে ভাইৰাস পুনৰায় নাহে।
02:38 যদি কোনো এজনক দ্বিতীয় বাৰ চিকেনপক্স হয়, তেনেহলে তাক শিনগল্স কোৱা হয়।
02:45 এতিয়া চিকেনপক্সৰ কিছু লক্ষণ চাও।
02:50 জ্বৰ যি 2 দিন পর্যন্ত থাকে।
02:54 ৰঙা, গৰম আৰু বেদনাপূৰ্ণ ছাল।
02:58 তীব্র খজুতি যি ঘড়োৱা চিকিত্সা দ্বাৰা ভাল নহয়।
03:03 ৰঙা ফোঁহা যি 2 সপ্তাহ পর্যন্ত থাকে।
03:08 এতিয়া চিকেনপক্সৰ সময়কাল আৰু সংক্রামকতা চাও।
03:13 চিকেনপক্সৰ ফোঁহা 3-5 দিনত তৈয়াৰ হয় আৰু 7-10 দিনত শুকায়।
03:22 এইটো হোৱাৰ 1-2 দিনতে সংক্রামক হৈ যায়।
03:27 এইটো সংক্রামক হৈ থাকে যেতিয়ালৈকে সকলো ফোঁহা শুকায় নাযায়।
03:33 এইটো অত্যন্ত সংক্রামক আৰু এজনৰ পৰা অন্য এজনলৈ খুব সোনকালে বিয়পে।
03:39 এতিয়া চিকেনপক্সৰ কাৰণ চাও।
03:43 আপোনি এইভাবে চিকেন পক্স পাব পাৰে:
03:47 চিকেনপক্সৰ ফোঁহাৰ পৰা তৰল স্পর্শ কৰিলে বা
03:52 চিকেনপক্সৰ ৰোগীয়ে আপোনাৰ উচৰত কাঁহ বা হাঁচি দিলে।
03:57 ক্ষতি হব পাৰে যদি,
04:00 আপোনাৰ আগতে চিকেনপক্স হোৱা নাই অথবা
04:03 আপোনি চিকেনপক্সৰ টিকা নোলোৱকে থাকিলে।
04:08 এতিয়া, চাও যে চিকেনপক্স হলে আমি কি কৰা উচিত।
04:14 ডাক্তৰৰ সৈতে পৰামর্শ লওক যে এইটো চিকেনপক্স নে মহে / পোকে কামোড়াৰ চিহ্ন।
04:20 পাতল আহাৰ খাব। ঘৰত ৰান্ধা খাদ্য খাবলৈ পৰামর্শ দিয়া হয়।
04:26 প্রথম কেইদিনমান প্রতি 3 পৰা 4 ঘন্টাত ঠান্ডা বা কোহমীয়া পানীত স্নান কৰক।
04:33 স্নান কৰাৰ পানীত নিম পাত দিব। এইটোৱে খুজতি কমায়।
04:38 স্নান কৰক আৰু শৰীৰ লাহেকৈ মু্ছক।
04:42 প্রচুৰ পানী খাব - নাৰিকল, বার্লি বা অন্যকিছু যি শৰীৰ ঠান্ডা ৰাখে।
04:49 সংক্রমণক বিয়পাৰ পৰা ৰখাবলৈ আক্রান্ত ব্যক্তিৰ কাপোড় বেলেগভাবে ধোৱক।
04:55 আপোনাৰ আগতে চিকেনপক্স যদি হোৱা নাই বা টিকা লগোৱা নাই এইটো লৈ লোৱা উচিত।
05:02 এতিয়া চাও যে, চিকেনপক্স হলে কি কৰা উচিত নহয়।
05:08 ৰঙা ফোঁহা নুচুব বা নখজোৱাব।
05:10 এইটোৱে ব্যাকটেৰিয়া সংক্রমণ আৰু দাগ কৰাব পাৰে।
05:15 অন্যান্য লোকক সংক্রমনৰ পৰা বচাবলৈ, তেখেতলোকৰ পৰা দূৰত থাকক।
05:22 আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। মনত ৰাখিব: ডাক্তৰৰ সহায়তা লোৱা সর্বদা উপযোগী হয়।
05:28 শোনাৰ বাবে ধন্যবাদ। সুৰক্ষিত থাকক।
05:32 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক।
05:35 এইটোৱে প্রকল্পক সংক্ষেপে বোঝায়।
05:39 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
05:44 স্পকেন টিউটোৰিয়েল প্রকল্প দলে,স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।।
05:49 যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়।
05:53 আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক ।
06:01 স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
06:05 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
06:12 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
06:30 মই মৌচুমী মেধি বিদায় লৈছো।
06:33 অংশ গ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi