Digital-Divide/C2/First-Aid-on-Snake-Bite/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | আপোনালোকৰ অনেকেই গ্রামৰ এই দৃশ্যৰ সৈতে পৰিচয় - লৰা ছোৱালীৰ এটা দলে খালি জাগাত খেলি থকা। |
| 00:09 | বলৰ পিছত দৌৰি থকা এই লৰা জনক চাওক। |
| 00:12 | সি কাছৰ জঙ্গলত প্রবেশ কৰে। |
| 00:16 | সি এটা সাপ দেখে। |
| 00:18 | চাওতে চাওতে, সাপটো বিলৰ পৰা বাহিৰলৈ আহিলে। |
| 00:21 | ভয় খাই থকা লৰাটো পাত্থৰ পেলই সাপক ভগাবলৈ চেষ্টা কৰিলে। |
| 00:26 | কিন্তু সাপটো দূৰলৈ নাজায় |
| 00:29 | ইমানতেই সাপটো লৰাটোৰ উচৰত আহি আৰু তাক ভৰিত কামুৰি জায়। |
| 00:34 | লৰাটোৱে সাহায্যৰ বাবে চিঞৰে |
| 00:36 | তাৰ বন্ধুবোৰে তাৰ ফালে দৌৰি আহে। |
| 00:39 | সিহতে তাৰ ভৰিত দুটা ৰঙা দাগ দেখে। |
| 00:42 | সিহতে তাক জঙ্গলৰ পৰা লৈ আহে। |
| 00:45 | তাত চিঞৰ বাখৰ হৈ যায়. |
| 00:47 | সকলোয়ে প্রাথমিক চিকিত্সা(first aid) সম্পর্কে ভিন্ন মতামত দিয়ে। |
| 00:52 | এই অবস্থাত প্রাথমিক চিকিত্সা সম্পর্কে জনাৰ গুৰুত্ব বোঝা যায়। |
| 00:57 | First Aid on Snake Bite ৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম। |
| 01:02 | ইয়াত দেখিব পাৰিব: |
| 01:04 | প্রাথমিক চিকিত্সা কিমান গুৰুত্ব আৰু |
| 01:07 | সাপে কামোৰাত সঠিক প্রাথমিক চিকিত্সা কিভাবে দিয়া হয়। |
| 01:11 | প্রাথমিক চিকিত্সা নির্দেশাবলীত যোৱাৰ পূর্বে, |
| 01:15 | আমি পর্যালোচনা কৰিম যে তাৰ বন্ধুবোৰে তাক বচাবলৈ কি কৰিছিলে। |
| 01:20 | সিহতে লৰাটোক শুৱাই দিয়ে |
| 01:22 | আৰু তাৰ পিছত সিহতে তাক ডাঙৰ মানুহৰ সাহায্যত হসপিতেললৈ লৈ যায়। |
| 01:28 | পিছত সিহতে তাৰ জখমৰ উপৰত এখন কাপোড় বাঁন্ধে। |
| 01:32 | এইটো কি সঠিক প্রাথমিক চিকিত্সা আছিল নে? |
| 01:35 | হয়! একফালৰ পৰা এইটো সঠিক আছিল। |
| 01:39 | এই ক্ষেত্রত, হসপিতেল বেছি দূৰত নাছিল। |
| 01:42 | সেয়ে লৰাটো সঠিক সময়ত চিকিত্সা পালে। |
| 01:46 | সাপে কামোৰা অবস্থাত প্রাথমিক চিকিত্সাৰ সঠিক উপায় হল - |
| 01:51 | ব্যক্তিক সমতল এলাকাত শুৱাই দিয়ক। |
| 01:55 | প্রভাবিত এলাকাত কাপোৰে বান্ধি দিয়ক। |
| 01:59 | প্রাথমিক চিকিত্সাৰ প্রথম উদ্দেশ্য হল বিষ শৰীৰত বিয়পাৰ পৰা ৰখোৱা |
| 02:07 | আৰু ঘাৰ চাৰিওপাশে কাপোড়েৰে কিভাবে বাঁধিব লাগে? |
| 02:10 | ভৰিৰ উপৰৰ অংশৰ পৰা কাপোড়েৰে বাধিঁ আৰু তললৈ যাওক। |
| 02:15 | আৰু চিকিত্সাৰ বাবে ব্যক্তিজনক উচৰৰ হসপিতেললৈ লৈ যাওক। |
| 02:20 | এইভাবে, সময়মতে দিয়া চিকিত্সায়ে অনেক ক্ষতি প্রতিৰোধ কৰে। |
| 02:26 | মনত ৰাখিব যে ভুল প্রাথমিক চিকিত্সায়ে এজনৰ অবস্থা আৰু বেয়া কৰাব পাৰে। |
| 02:32 | সাপে কামোড়াত |
| 02:34 | প্রথমে ৰোগীক তলত শুৱাই দিয়ক। |
| 02:37 | কাপোড় বাঁধাৰ সময়ত কিছু চাপ(বল) দিয়ক |
| 02:41 | সাপে কামোড়াত এইবোৰ নকৰিব: |
| 02:44 | ক্ষতি কৰা এলাকাৰ চাৰিওপাশে চামড়া বা মাংস নাকাটিব। |
| 02:49 | ক্ষতি কৰা এলাকাত বা চাৰিওপাশে বৰফ নাৰাখিব। |
| 02:52 | ব্যক্তিজনক বিদ্যুতৰ ধাক্কা নিদিব। |
| 02:56 | ক্ষতি কৰা এলাকাৰ পৰা তেজ বা বিষ পান কৰি তাক বাহিৰ কৰাৰ চেষ্টা নকৰিব |
| 03:01 | কাপোড়ে বেশী টাইট কৰি নাবাঁধিব কাৰণ এইটোৱে ঘা পচাঁব(gangrene) পাৰে। |
| 03:07 | এই ভিডিওটো স্পোকেন টিউটোৰিয়েল প্ৰজেক্টত নিৰ্মান কৰা Bridge the Digital Divide ৰ অংশ। |
| 03:13 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ |
| 03:15 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। |
| 03:21 | এইটোৱে প্রকল্পক সাৰংক্ষেপে বোঝায়। |
| 03:25 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
| 03:29 | স্পকেন টিউটোৰিয়েল প্রকল্প দলে,স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।। |
| 03:33 | যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়। |
| 03:37 | আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক। । |
| 03:44 | স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
| 03:48 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 03:54 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
| 04:01 | মই মৌচুমী মেধি বিদায় লৈছো। ধন্যবাদ। |