C-and-Cpp/C2/Increment-And-Decrement-Operators/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 ইনক্ৰিমেন্ত এন্ড ডিক্ৰিমেন্ত অপাৰেতৰচ ইন C এন্ড C++. (Increment and Decrement Operators in C and C++.) ৰ স্পকেন টিউট’ৰিয়েল( Spoken Tutorial)লৈ আদৰণি জনাইছো
00:08 এই টিউট’ৰিয়েল( tutorial)ত আমি শিকিমঃ
00:10 ইনক্ৰিমেন্ত( Increment) আৰু ডিক্ৰিমেন্ত অপাৰেতৰ( decrement operators)
00:12 ++ উদাহৰন a++ যিটো পষ্টফিক্স ইনক্ৰিমেন্ত অপাৰেতৰ( postfix increment operator)হয়
00:18 ++a যিটো প্ৰিফিক্স ইনক্ৰিমেন্ত অপাৰেতৰ ( prefix increment operator)হয়
00:22 - - . a- - হৈছে এটা পষ্টফিক্স ডিক্ৰিমেন্ত অপাৰেতৰ (postfix decrement operator)
00:27 - -a হৈছে এটা প্ৰিফিক্স ডিক্ৰিমেন্ত অপাৰেতৰ( prefix decrement operator)
00:31 লগতে আমি টাইপ কাষ্টিঙ(Type casting)ৰ বিষয়ে শিকিম
00:35 মই এই শিকনিতো( tutorial) বাণীবদ্ধ( record) কৰোতে ব্যৱহাৰ‍‌কৰিছো উবুনটো অপাৰেটিং ছিচটেমৰ( Ubuntu operating system) 11.10 তাঙৰণ(version)
00:40 উবুনটোত gcc আৰু g++ কমপাইলাৰৰ( Compiler) 4.6.1 তাঙৰণ( version)
00:48 ++অপাৰেতৰে( operator) আগতে থকা অপাৰেন্ড( operand)ৰ মানক একৰে বৰ্দ্ধিত(increase) কৰে
00:54 a++ আৰু ++a, a = a + 1ৰ সৈতে সমানুপাতিক( equivalent)
01:00 -- অপাৰেতৰে( operator) আগতে থকা অপাৰেন্ড( operand)ৰ মানক একৰে হ্ৰাস(decrease) কৰে
01:06 a-- ' আৰু --a, a = a - 1ৰ সৈতে সমানুপাতিক( equivalent)
01:13 মই এতিয়া ইনক্ৰিমেন্ত আৰু ডিক্ৰিমেন্ত অপাৰেতৰ ( increment and decrement operators)ৰ ব্যৱহাৰ এটা C প্ৰোগ্ৰামৰ সহায়ত বৰ্ণনা কৰিম
01:19 মই ইতিমধ্যে প্ৰোগ্ৰাম( program) টো লিখি থৈছো, গতিকে মই ক’ড টো বৰ্ণনা কৰিম
01:25 ইয়াত,আমাৰ ওচৰত Cৰ ইনক্ৰিমেন্ত আৰু ডিক্ৰিমেন্ত অপাৰেতৰ( increment and decrement operators)ৰ বাবে ক’ড আছে
01:30 ইয়াত,মই এটা ইন্তিজাৰ ভেৰিয়েবল( integer variable) a লৈছো যি মান 1 ধৰি আছে
01:35 এইদৰে আমি aৰ মান পৰিৱৰ্তনক লক্ষ্য( observe) কৰিব পাৰিম
01:39 ই এনেদৰে আমাক অপাৰেতৰ(operator)ৰ কাৰ্যকৰণৰ বিষয়ে এটা উন্নত বুদ্ধিমত্তা( idea) দিব
01:47 আহক চাওঁ postfix ইনক্ৰিমেন্ত অপাৰেতৰে( increment operator) কেনেদৰে কাম কৰে
01:51 এই printf ষ্টেতমেন্তটোৰ আউত্পুটটো হৈছে 1
01:55 মানটো সলনি নহয়
01:57 এইটো এইকাৰণেই যে অপাৰেন্ড( operand)টো সমাধিত( evaluated) হোৱাৰ পাছতেই পষ্টফিক্স অপাৰেচন( postfix operation)টো সংঘতিত হয়
02:04 যদি এটা অপাৰেচন( operation) a++ত প্ৰদৰ্শিত( performed) হয়,ই aৰ বৰ্ত্তমান মানত প্ৰদৰ্শিত( performed) হ’ব
02:10 তাৰ পাছ্ত aৰ মান বৰ্দ্ধিত( incremented) হ’ব
02:17 এতিয়া যদি আমি ইয়াত ' a ৰ মানটো দেখা পাওঁ,ই 1ৰে বৰ্দ্ধিত( incremented) হৈছে
02:27 আমি আকৌ a ক 1ৰে প্ৰাৰম্ভন( initialize) কৰিম যাতে ই পৰিবৰ্তনত প্ৰতিফলিত( reflect) হ্য়
02:35 আমি এতিয়া প্ৰিফিক্স ইনক্ৰিমেন্ত অপাৰেতৰ( prefix increment operator)লৈ আহিম
02:38 এই printf ষ্টেতমেন্ত(statement)টোৱে পৰ্দাত ২ ছপা কৰিব
02:42 এইটো এইকাৰণেই যে অপাৰেন্ড( operand)টো সমাধিত হোৱাৰ আগতেই প্ৰিফিক্স অপাৰেচন( prefix operation)টো সংঘতিত হয়
02:49 গতিকে aৰ মান প্ৰথমে1 ৰে বৰ্দ্ধিত ( incremented) হব আৰু তাৰ পাছত ই ছপা হব
02:58 যাতে তাত আৰু সলনি নহয় তাক চাবলৈ আমি aৰ মান পুনৰ ছপা কৰিম
03:03 এতিয়া এই ক’ডটো কাৰ্যকৰী( executing) কৰি পৰীক্ষা( check) কৰো আহক
03:07 মই তলৰ শাৰি সমূহত মন্তব্য( comment) কৰিম,লিখক/*, */
03:19 (Save)ছেভত টিপক
03:22 মই মোৰ ফাইলটো incrdecr.c হিচাবে ছেভ কৰিছো
03:29 তাৰমিনেল উইনদ’(terminal window) খুলিবলৈ একেলগে 'Ctrl, Alt আৰু T কীছ( keys) টিপক
03:35 কম্পাইল( compile) কৰিবলৈ তাৰমিনেলত লিখকgcc space(স্পেছ) incrdecr dot c space (স্পেছ)minus o space(স্পেছ) incr.এন্টাৰ (enter)টিপক
03:51 ক’ডটো কাৰ্যকৰী( execute) কৰিবলৈ লিখক ./incr.এন্টাৰ (enter)টিপক
03:59 আউত্পুতটো পৰ্দাত দৰ্শিত হব
04:01 যেতিয়া আপুনি a++ ছপা কৰিব এইটো হল তাৰ আউতপুত
04:06 যেতিয়া আপুনি ++a ছপা কৰিব এইটো হল তাৰ আউতপুত
04:09 আমি ফলাফলটো আগতে আলোচনা(discussed) কৰাৰ দৰেই দেখিছো
04:13 এতিয়া প্ৰোগ্ৰামৰ বাকী থকা অংশলৈ ঘূৰি আহো.
04:16 এতি্য়া মই পষ্টফিক্স(postfix)আৰু প্ৰিফিক্স (prefix) ডিক্ৰিমেন্ত অপাৰেতৰচ(decrement operators)ৰ বৰ্ণনা দিম
04:21 ইয়াত আৰু ইয়াত মাল্টিলাইন কমেন্তচ( multiline comments) আতঁৰ কৰক
04:29 আমি আকৌ 'a'ৰ মান'1' ধাৰ্য্য( assign) কৰিম
04:35 এই printfষ্টেতমেন্তটোৱে 1 ৰ মান আগতে বৰ্ণনা কৰা আউত্পুতটোৰ দৰে দিব
04:40 যিহেতু এইটো এটা পষ্টফিক্স সমীকৰণ( postfix expression) গতিকে a—টো সমাধান কৰাৰ পাছত Aৰ মান অৱ্নমিত( decremented) হব
04:47 পাছৰ ষ্টেতমেন্তটোৱে Aৰ মান o হিচাবে ছপা কৰিব
04:51 এতি্য়া Aৰ মান 1 ৰে অৱ্নমিত (decremented) হৈছে
04:54 আমাৰ ওচৰত এতিয়া প্ৰিফিক্স (prefix) ডিক্ৰিমেন্ত অপাৰেতৰ(decrement operator) আছে
04:58 printfষ্টেতমেন্তটোৰ আউত্পুত 0 হব
05:00 যিহেতু এইটো এটা প্ৰিফিক্স অপাৰেচন( prefix operation)
05:05 অপাৰেন্ডটো সমাধিত হোৱাৰ আগতেই প্ৰিফিক্স অপাৰেচন( prefix operation)টো সংঘতিত হয়
05:09 এইprintfষ্টেতমেন্তটোৰ আউত্পুত 0 হব
05:11 A ৰ মানত কোনো ধৰনৰ পৰিবৰ্তন কৰাৰ প্ৰয়োজন নাই
05:15 return 0 লিখক; আৰু সামৰণী মাজুবন্ধনী ( ending curly bracket) বন্ধ কৰক
05:21 Save.(ছেভ)ত টিপক
05:24 তাৰ্মিনেললৈ ঘূৰি আহক
05:27 কম্পাইল( compile) কৰিবলৈ তাৰ্মিনেলত লিখক gcc space(স্পেছ) incrdecr dot c space (স্পেছ)minus o space(স্পেছ) incr. এন্টাৰ টিপক.
05:42 কাৰ্যকৰী( execute) কৰিবলৈ লিখক ./incr. এন্টাৰ টিপক
05:52 যেতিয়া আপুনি a--ছপা কৰিব এইটো তাৰ আউতপুত
05:56 যেতিয়া আপুনি --a ছপা কৰিব এইটো তাৰ আউতপুত
05:59 গতিকে,আমি এতিয়া দেখিলো যে কেনেকৈ ইনক্ৰিমেন্ত আৰু ডিক্ৰিমেন্ত অপাৰেত( increment and decrement operator)ৰে কাম কৰে
06:05 যদি আমি একেটা প্ৰোগ্ৰামক C++ ত লিখিব বিচাৰো
06:07 মই ওপৰৰ C ক’ডত কিছু সলনি কৰিব পাৰো
06:10 মই এদিটৰ( editor)টোলৈ ঘূৰি যাম
06:13 প্ৰয়োজনীয় ক’ড( necessary code)ৰ সৈতে এইটোৱেই হৈছে C++ ফাইলটো
06:16 লক্ষ্য কৰিব যে হেদাৰ( header)টো C ফাইলৰ হেদাৰ( header)ত্কৈ বেলেগ
06:20 আমাৰ ওচৰত using namespace (ইউজিং নেমস্পেছ) ষ্টেটমেন্তটোও আছে
06:24 লগতে, লক্ষ্য কৰিব যে C++ত আউতপুট ষ্টেটমেন্ত(output statement)টো হৈছে cout
06:28 গতিকে, এই পাৰ্থক্য(difference)ৰ বাহিৰে, ক’ড দুটা যথেষ্ট একে(similar)
06:33 ফাইলটো ছেভ কৰক. ফাইলটো .cpp extension(এষ্টেনচন) ৰে ছেভ কৰা হৈছে
06:40 আহক ক’ডটো কম্পাইল( compile) কৰো
06:42 তাৰমিনেল খোলক আৰু g++ space(স্পেছ) incrdecr dot cpp space(স্পেছ) minus o space(স্পেছ) incr লিখক, এন্টাৰ টিপক
07:00 কাৰ্যকৰী( execute) কৰিবলৈ লিখক ./ incr, এন্টাৰ টিপক
07:07 আউতপুতটো পৰ্দাত দৰ্শিত হৈছে
07:10 গতিকে, আমি দেখিছো যে আউতপুতটো C প্ৰোগ্ৰামৰ সৈতে পৰিচিত(identical)
07:15 আমাৰ ওচৰত এতিয়া টাইপ কাষ্টিং(Type casting)ৰ ধাৰণা( concept) আছে
07:17 C আৰু C++ দুয়োটাতে একেধৰণে সংযোজিত(implemented) হয়
07:22 টাইপ কাষ্টিঙক(Type casting)এক এনেধৰণৰ ভেৰিয়েবল( variable) নিৰ্মানত ব্যৱ্হাৰ কৰা হ্য়,যি অন্য ধৰণেৰে প্ৰদৰ্শন কৰে
07:27 আপুনি বিচৰা পেৰেন্ঠেছিচ( parenthesis)ৰ ভিতৰত দাতা টাইপ( data type)ৰ সৈতে টাইপ কাষ্টিং(Type casting)হ্য়
07:33 আপুনি কাষ্ট( cast) কৰিব বিচৰা ভেৰিয়েবল( variable)ৰ সন্মুখত এই কাষ্ট( cast)টো ৰখা হয়
07:38 এই টাইপ কাষ্ট(typecast)টো মাত্ৰ এটা একক অপাৰেচন( operation)ৰ বাবেহে বৈধ( valid) হ্য়
07:42 এতিয়া a টোৱে এটা একক অপাৰেচন( single operation)ৰ বাবে float ভেৰিয়েবল( variable)হিচাবে পৰিদৰ্শন( behave)কৰিব
07:47 ইয়াত মই আগতে নিৰ্মান( created) কৰি থোৱা এটাৰ উদাহৰণ দিছো
07:50 মই এতিয়া ক’ডটো বৰ্ণনা কৰিম
07:54 আমি প্ৰথমে ভেৰিয়েবল a আৰু b ক ইন্তিজাৰ( integer) আৰু cক ফ্ল’ট (float)হিচাবে ঘোষণা( declare) কৰিম
08:00 5 কaৰ মান হিচাবে ধাৰ্য্য( assigned) কৰা হৈছে । 2 ক b ৰ মান হিচাবে ধাৰ্য্য( assigned) কৰা হৈছে
08:06 আমি a আৰু b ত অপাৰেচন প্ৰদৰ্শন( perform operation) কৰিম
08:10 আমি abৰে হৰণ( divide) কৰিম । হৰণফল( division)টো cত জমা হব
08:14 দুটা সমসাময়িক( precision) দশমিকৰ ঠাই( decimal places) সুচিত( denote) কৰিবলৈ আমি %.2f ব্যৱহাৰ কৰিছো
08:20 আশাকৰা( expected) ফলাফল 2.50 ৰ ঠাইত ফলাফলটো 2.00 বুলি দৰ্শিত হব
08:25 যিহেতু দুয়োটা অপাৰেন্ড(operand)a আৰু b ইন্তিজাৰ( integer) হয় গতিকে ভগ্নাংশিক( fractional)অংশটো উপেক্ষা( truncated) কৰা হ্য়
08:31 ৰিয়েল দিভিজন( real division)টো প্ৰদৰ্শন( perform) কৰিবলৈ যি কোনো এটা অপাৰেন্ড(operand)ৰ ফ্ল’ট( float.) হিচাবে টাইপকাষ্ট( typecast) হব লাগিব
08:35 ইয়াত আমি a ক ফ্ল’ত( float)হিচাবে টাইপ কাষ্টিং(Type casting)কৰিম । এতিয়া c য়ে ৰিয়েল দিভিজন( real division)ৰ মান ধৰি ৰাখিব
08:41 এতিয়া ৰিয়েল দিভিজন( real division)ৰ ফলাফলটো দৰ্শিত হব। উত্তৰটো আশাকৰাৰ দৰে 2.50 হ্য়
08:47 return 0;লিখক আৰু সামৰনি মাজু বন্ধনী( ending curly bracket.) বন্ধ কৰক
08:51 ছেভ(Save)ত টিপক । ফাইলটো .c একষ্টেনচনে( extension)ৰে ছেভ কৰক
08:55 মই মোৰ ফাইলটো typecast.c হিচাবে ছেভ কৰিছো
08:59 তাৰ্মিনেলটো খোলক
09:01 কম্পাইল( compile) কৰিবলৈ লিখক,gcc space(স্পেছ) typecast dot c space(স্পেছ) minus o space(স্পেছ) type এন্টাৰ টিপক
09:17 কাৰ্যকৰী( execute) কৰিবলৈ লিখক./type । এন্টাৰ টিপক
09:25 আউত্পুতটো পৰ্দাত দৰ্শিত হব
09:27 মান দুটা লক্ষ্য কৰি আমি টাইপ কাষ্টিং(Type casting)ৰ প্ৰভাৱ(effect) দেখিছো
09:32 আমি এতিয়া টিউটৰিয়েল( tutorial)টোৰ মূলভাব চাম
09:34 এই টিউটৰিয়েল( tutorial)ত, আমি শিকিলো
09:36 ইনক্ৰিমেন্ত আৰু ডিক্ৰিমেন্ত অপাৰেতৰ( increment and decrement operators) কেনেকৈ ব্যৱ্হাৰ কৰা হয়
09:40 আমি পষ্টফিক্স আৰু প্ৰিফিক্স( Postfix and Prefix )ৰ গঠন(form)ৰ বিষয়ে শিকিলো
09:44 লগতে আমি টাইপ কাষ্টিঙ(Type casting)ৰ বিষয়ে শিকিলো আৰু ই কেনেকৈ ব্যৱহৃত হয়
09:47 অনুশিলনী হিচাবে
09:49 তলৰ সমীকৰণ( expression)টো সমাধান( solve) কৰিবলৈ এটা প্ৰোগ্ৰাম লিখক, a হৰণ b যোগ c হৰণ d (a divided by b plus c divided by d)
09:56 a, b, c আৰু dৰ মান ব্যৱহাৰ কৰোতা( user)ৰ পৰা ইনপুট( input) হিচাবে লোৱা হয়
10:01 ৰিয়েল ডিভিজন প্ৰদৰ্শন(perform real division) কৰিবলৈ টাইপ কাষ্টিঙ(Type casting) ব্যৱ্হাৰ কৰক
10:05 এই কথা চিত্ৰটো( video) তলত দেখুওৱা সংযোজন (ink)ত দেখিবলৈ পাব
10:08 এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ মূলভাৱ
10:10 আপোনাৰ যদি বেণ্ডউইথ (bandwidth) ভাল নহয় তেন্তে এই কথা চিত্ৰ্টো দাউনলদ (download) কৰি চাওঁক
10:15 স্পকেন টিউট’ৰিয়েল প্ৰকল্প(Spoken Tutorial Project)ৰ দলে
10:17 স্পকেন টিউট’ৰিয়েল (Spoken Tutorial)ৰ ব্যৱ্হাৰৰ কৰ্মশালাও(workshop) পাতে
10:20 অনলাইন পৰীক্ষাত( online test) উত্তীৰ্ন সকলক প্ৰমানপত্ৰ( certificates) দিয়ে
10:24 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org লৈ লিখক
10:33 স্পকেন টিউট’ৰিয়েল প্ৰকল্প( Spoken Tutorial Project) ট’ক তু এ টিছাৰ প্রকল্প( Talk to a Teacher project)ৰ অংশ হয়
10:37 ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে
10:44 ইয়াৰ বিষয়ে অধিক দেখা পাব

spoken hyphen tutorial dot org slash NMEICT hyphen Intro

10:55 মই কৃষ্ণ কমল দুৱৰা

উপভোগ কৰাৰ বাবে ধন্যবাদ ।.

Contributors and Content Editors

Dhrubaghy, Mousumi