Blender/C2/Types-of-Windows-User-Preference/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:02 ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃঙ্খলালৈ আপোনাক স্বাগতম।
00:05 এই টিউটোৰিয়েলটো ব্লেন্ডাৰ 2.59 ত ইউসাৰ প্রেফেৰেন্সেস উইন্ডো সম্পর্কে হয়।
00:12 মই অনামিকা মেধী এই টিউটোৰিয়েলটো অনুবাদ কৰিছো।
00:22 এই টিউটোৰিয়েলটো দেখাৰ পিছত, আমি ইউসাৰ প্রেফেৰেন্সেস উইন্ডো সম্পর্কে শিকিম;
00:30 ইউসাৰ প্রেফেৰেন্সেস উইন্ডোত উপলব্ধ বিভিন্ন বিকল্পবোৰ কি;
00:36 আৰু ইউসাৰ প্রেফেৰেন্সেস উইন্ডো ব্যবহাৰ কৰি ব্লেন্ডাৰ ইন্টাৰফেসক কিভাবে কাস্টমাইজ কৰে।
00:43 আমি ধৰি লও যে আপোনি ব্লেন্ডাৰ ইন্টাৰফেসৰ মৌলিক উপাদান সম্পর্কে জানে।
00:48 নহলে আমাৰ আগৰ টিউটোৰিয়েলটো পড়ক।
00:52 Basic Description of the Blender Interface.
00:58 ব্লেন্ডাৰ ইন্টাৰফেসৰ উপৰৰ বাঁও কোনৰ Fileলৈ যাওক।
01:05 File খোলাৰ বাবে বাও ক্লিক কৰক।
01:08 ইয়াত বিকল্পৰ সূচী আছে, যি ইতিমধ্যে ফাইল ব্রাউজাৰ আৰু ইনফো প্যানেলৰ টিউটোৰিয়েলত ব্যাখ্যা কৰা হৈছে।
01:19 User Preferences নির্বাচন কৰক।
01:22 কীবোর্ডৰ শর্টকাটৰ বাবে, Ctrl, Alt আৰু U টিপক।
01:32 এইটো হল ইউসাৰ প্রেফেৰেন্সেস উইন্ডো।
01:38 ইউসাৰ প্রেফেৰেন্সেস উইন্ডোৰ উপৰৰ বাঁওৰ কোণত Interface লৈ যাওক।
01:45 ইয়াত ব্লেন্ডাৰ ইন্টাৰফেসক কাস্টমাইজ কৰাৰ বাবে বিভিন্ন বিকল্প আছে।
01:50 মৌলিক প্রয়োজনীয় অপশনবোৰ ইতিমধ্যে ডিফল্টৰুপে সক্রিয় আছে।
01:56 Display mini axisএ 3D ভিউৰ তলৰ বাঁও কোণত উপস্থিত মিনি অক্ষৰ আকাৰ নিয়ন্ত্রণ কৰে।
02:05 ডিফল্ট আকাৰ হল 25.
02:09 আমি ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃঙ্খলাত ভাল দেখাৰ উদ্দেশ্যেৰ বাবে আকাৰ 60 ব্যবহাৰ কৰিছো।
02:16 আমি প্রদর্শন কৰিছো।
02:18 ইউসাৰ প্রেফেৰেন্সেস উইন্ডো বন্ধ কৰক।
02:24 3D ভিউৰ তলৰ বাঁও কোণত, আমাৰ মিনি অক্ষ দেখিব পাৰি।
02:32 মিনি অক্ষ এ ব্লেন্ডাৰত 3D স্পেসৰ গ্লোবেল ট্রান্সফর্ম অক্ষ প্রতিনিধিত্ব কৰে।
02:40 ব্লেন্ডাৰত এনিমেট কৰাৰ সময়ত এইটো দৰকাৰী।
02:44 আমি গ্লোবেল আৰু লোকেল ট্রান্সফর্ম অক্ষ সম্পর্কে পৰবর্তী টিউটোৰিয়েলত বিস্তাৰিতভাবে আলোচনা কৰিম।
02:52 ইউসাৰ প্রেফেৰেন্সেস উইন্ডো খুলিবলৈ Ctrl, Alt আৰু U টিপক।
03:00 Rotate around selection সক্রিয় কৰক।
03:06 এইটোৱে আপোনাক নির্বাচিত বস্তুৰ কেন্দ্রৰ চাৰিওপাশে ঘুৰিবলৈ সক্ষম কৰে।
03:12 দেখা যাওক ইয়াৰ অর্থ কি।
03:15 ইউসাৰ প্রেফেৰেন্সেস উইন্ডো বন্ধ কৰক।
03:19 3D ভিউত lamp ত ৰাইট ক্লিক কৰক।
03:27 মাউস হুইল বা মধ্যম মাউস বাটন টিপি ধৰি আৰু আপোনাৰ মাউসটো ঘোৰাওক।
03:35 আমি নির্বাচিত বস্তুৰ চাৰিউ পাশে ঘুৰি আছো।
03:42 একেইভাবে, Camera ত সো ক্লিক কৰক।
03:47 মাউস হুইল বা মধ্যম মাউস বাটন টিপি ধৰি আৰু আপোনাৰ মাউস ঘোৰাওক।
03:55 এতিয়া আমি ক্যামেৰাৰ চাৰিওপাশে ঘুৰিছো।
04:03 ইউসাৰ প্রেফেৰেন্সেস উইন্ডো খুলিবলৈ Ctrl, Alt আৰু U টিপক।
04:10 Editing ত বাও ক্লিক কৰক।
04:14 ইয়াত প্যাৰামিটাৰ আছে, যি অবজেক্ট এডিটিং মোড বা এডিটিং মোডত ব্লেন্ডাৰৰ আচৰণ প্রতিফলিত কৰে।
04:24 লগতে মৌলিক বিকল্পবোৰ ইতিমধ্যে ডিফল্টৰুপে সক্রিয় হৈ গৈছে।
04:32 Global undoএ আনডু স্টেপসৰ সংখ্যা বৃদ্ধি আৰু হ্রাস কৰে যি এডিটিংৰ সময়ত প্রয়োজন হব পাৰে।
04:44 Input ত বাও ক্লিক কৰক।
04:46 ইয়াত আমি ব্লেন্ডাৰত ব্যবহৃত সকলো কীবোর্ডৰ শর্টকাট কাস্টমাইজ কৰিব পাৰো।
04:53 ব্লেন্ডাৰত Emulate 3-button mouseএ আপোনাৰ 2 বাটন মাউসক 3 বাটন মাউসৰ নিচিনা আচৰণ কৰাব।
05:04 Select withএ আপোনাৰ মাউসৰ নির্বাচন বিকল্পক সো ফালৰ পৰা বাও লৈ সলাব পাৰে।
05:12 এইটো বাও হাতৰ ব্যবহাৰকাৰীৰ বাবে উপযোগী।
05:19 Emulate numpadএ আপোনাৰ কীবোর্ডত নম্বৰ কী বনাব, যি ব্লেন্ডাৰত numpad কীৰ নিচিনা আচৰণ কৰিব।
05:29 এইটো ল্যাপটপ ব্যবহাৰকাৰীৰ বাবে উপযোগী, যাৰ কীবোর্ডত পৃথক নামপ্যাড নাই।
05:41 Add-ons ত বাও ক্লিক কৰক।
05:43 এইটোৱে ব্লেন্ডাৰত এটা প্লাগ-ইন্স সূচী ৰাখে।
05:49 Enabled ত বাও ক্লিক কৰক।
05:52 কিছু প্লাগ-ইন্স ডিফল্টৰুপে সক্রিয় হৈ গৈছে।
05:55 অন্য প্লাগ-ইন্স সম্বন্ধিত ওয়েবসাইটৰ পৰা সংস্থাপিত কৰা যাব পাৰে।
06:00 উদাহৰণস্বৰুপে, মেঘ তৈয়াৰ কৰাৰ বাবে এটা প্লাগ-ইন সংস্থাপিত কৰক।
06:07 Object ত বাও ক্লিক কৰক।
06:11 Cloud generator অবজেক্টৰ আগৰ ত্রিভুজত বাও ক্লিক কৰক।
06:19 link to wiki ত বাও ক্লিক কৰক।
06:23 এই লিঙ্কে আমাৰ ইন্টাৰনেট ব্রাউজাৰত এটা ওয়েব পেজ খোলে।
06:29 মই ফায়াৰফক্স 3.09 ইন্টাৰনেট ব্রাউজাৰ ব্যবহাৰ কৰিছো।
06:35 ইয়াত আমি ব্লেন্ডাৰৰ বাবে ক্লাউড জেনাৰেটৰ প্লাগ-ইন ডাউনলোড আৰু সংস্থাপিত কৰিব পাৰো
06:42 মাত্ৰ এই পৃষ্ঠাৰ নির্দেশাবলী অনুসৰণ কৰক।
06:47 ইয়াত প্রদর্শিত পদক্ষেপবোৰ, সকলো ইন্টাৰনেট ব্রাউজাৰত একেই।
06:56 Theme ত বাও ক্লিক কৰক।
06:59 ইয়াত আপোনি ব্লেন্ডাৰ ইন্টাৰফেসৰ প্রতিটো প্যানেলৰ ৰঙ পৰিবর্তন কৰিব পাৰিব।
07:09 উদাহৰণস্বৰুপে, Timeline ত বাও ক্লিক কৰক।
07:14 ইয়াত আপোনি কাৰেন্ট ফ্রেম ইন্ডিকেটৰ, গ্রিড আৰু তাৰ সৈতে অন্যান্য সকলো এট্রিব্যুটসৰ ৰঙ দেখিব পাৰিব।
07:24 Current frame ৰ আগত green barত (সেউজীয়া বাৰত) বাও ক্লিক কৰক।
07:30 এইটো হল ব্লেন্ডাৰত কালৰ মোড উইন্ডো।
07:38 ইয়াত সেউজীয় ক্ষেত্রৰ উপৰত থকা White dotএ কাৰেন্ট ফ্রেম ইন্ডিকেটৰৰ ৰঙ নিয়ন্ত্রণ কৰে।
07:45 আমি এইটো ৰঙা ৰঙত সলাব বিচাৰিছো।
07:49 White dot ত বাও ক্লিক কৰক আৰু আপোনাৰ মাউস ধৰি ৰাখি ৰঙা ক্ষেত্রৰ ফালে ড্রেগ কৰক।
07:58 বাও ক্লিক এৰি দিয়ক।
08:01 লক্ষ্য কৰক যে RGB-ৰ মান ও কিভাবে সলনি হৈছে।
08:07 এইভাবে, আমি অন্য সূচিবদ্ধ বিকল্পৰ ৰং ও পৰিবর্তন কৰিব পাৰো।
08:15 File ত বাও ক্লিক কৰক।
08:20 ইয়াত আমি আমাৰ সিস্টেমত Fonts, Textures, Plugins, Render output, Scripts, Sounds ইত্যাদিৰ স্থান নির্ধাৰিত কৰিব পাৰো।
08:38 ফন্টসৰ বাবে স্থান নির্ধাৰিত কৰক।
08:42 প্রথম আয়তকাৰ(rectangle) বাৰৰ সো ফালে শেষলৈ file আইকনত বাও ক্লিক কৰক।
08:53 এটা ফাইল ব্রাউজাৰ খোলে।
08:56 ডিফল্টৰুপে, আমি লোকেল সি ড্রাইভ ডিৰেক্টৰিত আছো।
09:02 windows directory ত বাও ক্লিক কৰক।
09:07 ফন্সলৈ যাওক।
09:11 পর্দাৰ উপৰৰ সো ফালৰ কোণত Acceptত বাও ক্লিক কৰক।
09:19 প্রথম আয়তকাৰ বাৰত এটা পাথ প্রদর্শিত হয়।
09:25 ব্লেন্ডাৰে এতিয়া জানে যে, আমাৰ সিস্টেমত ফন্টসৰ বাবে কত চাব লাগে।
09:32 একেইভাবে, দ্বিতীয় আয়তকাৰ বাৰৰ সো ফালে শেষলৈ file আইকনত বাও ক্লিক কৰক।
09:40 আকৌ, ফাইল ব্রাউজাৰ খোলে।
09:43 এতিয়া আমি আমাৰ সিস্টেমত textures ৰ বাবে স্থান নির্ধাৰিত কৰিব পাৰো যেনেকৈ আমাৰ ফন্টসৰ বাবে কৰিছিলো।
09:52 কি হব যদি মই texturesৰ বাবে স্থান নির্বাচন নকৰি এই ফাইল ব্রাউজাৰৰ পৰা প্রস্থান কৰিব চাও?
10:00 ইউসাৰ প্রেফেৰেন্সস উইন্ডোলৈ উভতি অহাৰ বাবে পর্দাৰ উপৰত হেল্পৰ আগত Back to previous ত বাও ক্লিক কৰক।
10:11 দ্বিতীয় আয়তকাৰ বাৰত কোনো পাথ দেখা নাই, কাৰণ মই এটাও নির্বাচন কৰা নাই।
10:20 System ত বাও ক্লিক কৰক।
10:23 ইয়াত ব্যবহৃত কম্পিউটাৰৰ বৈশিষ্ট্য অনুযায়ী আমি ব্লেন্ডাৰ সেটিংসক কাস্টমাইজ কৰিব পাৰো।
10:29 DPIএ ব্লেন্ডাৰত ডিসপ্লেৰ বাবে ফন্ট সাইজ আৰু ৰেজল্যুশন পৰিবর্তন কৰে।
10:36 ব্লেন্ডাৰত ডিফল্ট DPI হল 72.
10:42 ব্লেন্ডাৰ টিউটোৰিয়েল শৃঙ্খলাত ভালকৈ দেখাৰ উদ্দেশ্যেৰ বাবে আমি DPI:90 ব্যবহাৰ কৰিছো।
10:52 তলৰ বাঁও কোণত Save as default, ব্লেন্ডাৰ ইন্টাৰফেসত কাস্টমাইজড পৰিবর্তনবোৰ সংৰক্ষণ কৰাত ব্যবহাৰ কৰা হয়।
11:01 কীবোর্ড শর্টকাটৰ বাবে Ctrl আৰু U টিপক।
11:07 সেয়ে এইটো ইউসাৰ প্রেফেৰেন্সস উইন্ডো সম্পর্কে প্রাথমিক তথ্য আছিল।
11:13 আৰু, ইয়াত ইউসাৰ প্রেফেৰেন্সস উইন্ডোত অন্য বিকল্প উপস্থিত আছে যাৰ সম্পর্কে পৰবর্তী টিউটোৰিয়েলত আলোচনা কৰা হব।
11:25 এতিয়া কীবোর্ড শর্টকাট ব্যবহাৰ কৰি ব্লেন্ডাৰত ইউসাৰ প্রেফেৰেন্সস উইন্ডোটো খোলাৰ চেষ্টা কৰক।
11:33 ইয়াৰ পিছত, Rotate around selection ব্যবহাৰ কৰি, 3D ভিউত কিউবক ঘূর্ণনৰ কেন্দ্র (centre of rotation) কৰক।
11:42 ব্লেন্ডাৰৰ বাবে cloud generator plug-in সংস্থাপিত কৰক।
11:47 টাইমলাইনত কাৰেন্ট ফ্রেম ইন্ডিকেটৰৰ ৰঙ সলাওক আৰু আপোনাৰ কম্পিউটাৰত ৰেন্ডাৰ আউটপুটৰ বাবে স্থান নির্ধাৰিত কৰক।
11:57 শুভেচ্ছা থাকিল!
12:02 আৰু এইটো ইউসাৰ প্রেফেৰেন্সস উইন্ডোৰ এই টিউটোৰিয়েলটো সমাপ্ত হৈছে।
12:10 এই প্রকল্পটো আইসিটিৰ মাধ্যমেৰে জাতীয় শিক্ষা মিশনৰ দ্বাৰা সমর্থিত।
12:19 ইয়াৰ উপৰত অধিক তথ্য নিম্ন লিঙ্কত উপলব্ধ।
12:23 oscar.iitb.ac.in আৰু spoken-tutorial.org/NMEICT-Intro.
12:39 কথ্য টিউটোৰিয়েল প্রকল্প দলে,
12:41 কথ্য টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।
12:45 যোনে অনলাইন পৰীক্ষা পাস কৰা তেখেতলোকক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়।
12:50 আৰো বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক।
12:56 মই অনামিকা মেধী বিদায় লৈছো।
12:59 অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Anamika