Blender/C2/Types-of-Windows-User-Preference/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:02 | ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃঙ্খলালৈ আপোনাক স্বাগতম। |
00:05 | এই টিউটোৰিয়েলটো ব্লেন্ডাৰ 2.59 ত ইউসাৰ প্রেফেৰেন্সেস উইন্ডো সম্পর্কে হয়। |
00:12 | মই অনামিকা মেধী এই টিউটোৰিয়েলটো অনুবাদ কৰিছো। |
00:22 | এই টিউটোৰিয়েলটো দেখাৰ পিছত, আমি ইউসাৰ প্রেফেৰেন্সেস উইন্ডো সম্পর্কে শিকিম; |
00:30 | ইউসাৰ প্রেফেৰেন্সেস উইন্ডোত উপলব্ধ বিভিন্ন বিকল্পবোৰ কি; |
00:36 | আৰু ইউসাৰ প্রেফেৰেন্সেস উইন্ডো ব্যবহাৰ কৰি ব্লেন্ডাৰ ইন্টাৰফেসক কিভাবে কাস্টমাইজ কৰে। |
00:43 | আমি ধৰি লও যে আপোনি ব্লেন্ডাৰ ইন্টাৰফেসৰ মৌলিক উপাদান সম্পর্কে জানে। |
00:48 | নহলে আমাৰ আগৰ টিউটোৰিয়েলটো পড়ক। |
00:52 | Basic Description of the Blender Interface. |
00:58 | ব্লেন্ডাৰ ইন্টাৰফেসৰ উপৰৰ বাঁও কোনৰ Fileলৈ যাওক। |
01:05 | File খোলাৰ বাবে বাও ক্লিক কৰক। |
01:08 | ইয়াত বিকল্পৰ সূচী আছে, যি ইতিমধ্যে ফাইল ব্রাউজাৰ আৰু ইনফো প্যানেলৰ টিউটোৰিয়েলত ব্যাখ্যা কৰা হৈছে। |
01:19 | User Preferences নির্বাচন কৰক। |
01:22 | কীবোর্ডৰ শর্টকাটৰ বাবে, Ctrl, Alt আৰু U টিপক। |
01:32 | এইটো হল ইউসাৰ প্রেফেৰেন্সেস উইন্ডো। |
01:38 | ইউসাৰ প্রেফেৰেন্সেস উইন্ডোৰ উপৰৰ বাঁওৰ কোণত Interface লৈ যাওক। |
01:45 | ইয়াত ব্লেন্ডাৰ ইন্টাৰফেসক কাস্টমাইজ কৰাৰ বাবে বিভিন্ন বিকল্প আছে। |
01:50 | মৌলিক প্রয়োজনীয় অপশনবোৰ ইতিমধ্যে ডিফল্টৰুপে সক্রিয় আছে। |
01:56 | Display mini axisএ 3D ভিউৰ তলৰ বাঁও কোণত উপস্থিত মিনি অক্ষৰ আকাৰ নিয়ন্ত্রণ কৰে। |
02:05 | ডিফল্ট আকাৰ হল 25. |
02:09 | আমি ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃঙ্খলাত ভাল দেখাৰ উদ্দেশ্যেৰ বাবে আকাৰ 60 ব্যবহাৰ কৰিছো। |
02:16 | আমি প্রদর্শন কৰিছো। |
02:18 | ইউসাৰ প্রেফেৰেন্সেস উইন্ডো বন্ধ কৰক। |
02:24 | 3D ভিউৰ তলৰ বাঁও কোণত, আমাৰ মিনি অক্ষ দেখিব পাৰি। |
02:32 | মিনি অক্ষ এ ব্লেন্ডাৰত 3D স্পেসৰ গ্লোবেল ট্রান্সফর্ম অক্ষ প্রতিনিধিত্ব কৰে। |
02:40 | ব্লেন্ডাৰত এনিমেট কৰাৰ সময়ত এইটো দৰকাৰী। |
02:44 | আমি গ্লোবেল আৰু লোকেল ট্রান্সফর্ম অক্ষ সম্পর্কে পৰবর্তী টিউটোৰিয়েলত বিস্তাৰিতভাবে আলোচনা কৰিম। |
02:52 | ইউসাৰ প্রেফেৰেন্সেস উইন্ডো খুলিবলৈ Ctrl, Alt আৰু U টিপক। |
03:00 | Rotate around selection সক্রিয় কৰক। |
03:06 | এইটোৱে আপোনাক নির্বাচিত বস্তুৰ কেন্দ্রৰ চাৰিওপাশে ঘুৰিবলৈ সক্ষম কৰে। |
03:12 | দেখা যাওক ইয়াৰ অর্থ কি। |
03:15 | ইউসাৰ প্রেফেৰেন্সেস উইন্ডো বন্ধ কৰক। |
03:19 | 3D ভিউত lamp ত ৰাইট ক্লিক কৰক। |
03:27 | মাউস হুইল বা মধ্যম মাউস বাটন টিপি ধৰি আৰু আপোনাৰ মাউসটো ঘোৰাওক। |
03:35 | আমি নির্বাচিত বস্তুৰ চাৰিউ পাশে ঘুৰি আছো। |
03:42 | একেইভাবে, Camera ত সো ক্লিক কৰক। |
03:47 | মাউস হুইল বা মধ্যম মাউস বাটন টিপি ধৰি আৰু আপোনাৰ মাউস ঘোৰাওক। |
03:55 | এতিয়া আমি ক্যামেৰাৰ চাৰিওপাশে ঘুৰিছো। |
04:03 | ইউসাৰ প্রেফেৰেন্সেস উইন্ডো খুলিবলৈ Ctrl, Alt আৰু U টিপক। |
04:10 | Editing ত বাও ক্লিক কৰক। |
04:14 | ইয়াত প্যাৰামিটাৰ আছে, যি অবজেক্ট এডিটিং মোড বা এডিটিং মোডত ব্লেন্ডাৰৰ আচৰণ প্রতিফলিত কৰে। |
04:24 | লগতে মৌলিক বিকল্পবোৰ ইতিমধ্যে ডিফল্টৰুপে সক্রিয় হৈ গৈছে। |
04:32 | Global undoএ আনডু স্টেপসৰ সংখ্যা বৃদ্ধি আৰু হ্রাস কৰে যি এডিটিংৰ সময়ত প্রয়োজন হব পাৰে। |
04:44 | Input ত বাও ক্লিক কৰক। |
04:46 | ইয়াত আমি ব্লেন্ডাৰত ব্যবহৃত সকলো কীবোর্ডৰ শর্টকাট কাস্টমাইজ কৰিব পাৰো। |
04:53 | ব্লেন্ডাৰত Emulate 3-button mouseএ আপোনাৰ 2 বাটন মাউসক 3 বাটন মাউসৰ নিচিনা আচৰণ কৰাব। |
05:04 | Select withএ আপোনাৰ মাউসৰ নির্বাচন বিকল্পক সো ফালৰ পৰা বাও লৈ সলাব পাৰে। |
05:12 | এইটো বাও হাতৰ ব্যবহাৰকাৰীৰ বাবে উপযোগী। |
05:19 | Emulate numpadএ আপোনাৰ কীবোর্ডত নম্বৰ কী বনাব, যি ব্লেন্ডাৰত numpad কীৰ নিচিনা আচৰণ কৰিব। |
05:29 | এইটো ল্যাপটপ ব্যবহাৰকাৰীৰ বাবে উপযোগী, যাৰ কীবোর্ডত পৃথক নামপ্যাড নাই। |
05:41 | Add-ons ত বাও ক্লিক কৰক। |
05:43 | এইটোৱে ব্লেন্ডাৰত এটা প্লাগ-ইন্স সূচী ৰাখে। |
05:49 | Enabled ত বাও ক্লিক কৰক। |
05:52 | কিছু প্লাগ-ইন্স ডিফল্টৰুপে সক্রিয় হৈ গৈছে। |
05:55 | অন্য প্লাগ-ইন্স সম্বন্ধিত ওয়েবসাইটৰ পৰা সংস্থাপিত কৰা যাব পাৰে। |
06:00 | উদাহৰণস্বৰুপে, মেঘ তৈয়াৰ কৰাৰ বাবে এটা প্লাগ-ইন সংস্থাপিত কৰক। |
06:07 | Object ত বাও ক্লিক কৰক। |
06:11 | Cloud generator অবজেক্টৰ আগৰ ত্রিভুজত বাও ক্লিক কৰক। |
06:19 | link to wiki ত বাও ক্লিক কৰক। |
06:23 | এই লিঙ্কে আমাৰ ইন্টাৰনেট ব্রাউজাৰত এটা ওয়েব পেজ খোলে। |
06:29 | মই ফায়াৰফক্স 3.09 ইন্টাৰনেট ব্রাউজাৰ ব্যবহাৰ কৰিছো। |
06:35 | ইয়াত আমি ব্লেন্ডাৰৰ বাবে ক্লাউড জেনাৰেটৰ প্লাগ-ইন ডাউনলোড আৰু সংস্থাপিত কৰিব পাৰো |
06:42 | মাত্ৰ এই পৃষ্ঠাৰ নির্দেশাবলী অনুসৰণ কৰক। |
06:47 | ইয়াত প্রদর্শিত পদক্ষেপবোৰ, সকলো ইন্টাৰনেট ব্রাউজাৰত একেই। |
06:56 | Theme ত বাও ক্লিক কৰক। |
06:59 | ইয়াত আপোনি ব্লেন্ডাৰ ইন্টাৰফেসৰ প্রতিটো প্যানেলৰ ৰঙ পৰিবর্তন কৰিব পাৰিব। |
07:09 | উদাহৰণস্বৰুপে, Timeline ত বাও ক্লিক কৰক। |
07:14 | ইয়াত আপোনি কাৰেন্ট ফ্রেম ইন্ডিকেটৰ, গ্রিড আৰু তাৰ সৈতে অন্যান্য সকলো এট্রিব্যুটসৰ ৰঙ দেখিব পাৰিব। |
07:24 | Current frame ৰ আগত green barত (সেউজীয়া বাৰত) বাও ক্লিক কৰক। |
07:30 | এইটো হল ব্লেন্ডাৰত কালৰ মোড উইন্ডো। |
07:38 | ইয়াত সেউজীয় ক্ষেত্রৰ উপৰত থকা White dotএ কাৰেন্ট ফ্রেম ইন্ডিকেটৰৰ ৰঙ নিয়ন্ত্রণ কৰে। |
07:45 | আমি এইটো ৰঙা ৰঙত সলাব বিচাৰিছো। |
07:49 | White dot ত বাও ক্লিক কৰক আৰু আপোনাৰ মাউস ধৰি ৰাখি ৰঙা ক্ষেত্রৰ ফালে ড্রেগ কৰক। |
07:58 | বাও ক্লিক এৰি দিয়ক। |
08:01 | লক্ষ্য কৰক যে RGB-ৰ মান ও কিভাবে সলনি হৈছে। |
08:07 | এইভাবে, আমি অন্য সূচিবদ্ধ বিকল্পৰ ৰং ও পৰিবর্তন কৰিব পাৰো। |
08:15 | File ত বাও ক্লিক কৰক। |
08:20 | ইয়াত আমি আমাৰ সিস্টেমত Fonts, Textures, Plugins, Render output, Scripts, Sounds ইত্যাদিৰ স্থান নির্ধাৰিত কৰিব পাৰো। |
08:38 | ফন্টসৰ বাবে স্থান নির্ধাৰিত কৰক। |
08:42 | প্রথম আয়তকাৰ(rectangle) বাৰৰ সো ফালে শেষলৈ file আইকনত বাও ক্লিক কৰক। |
08:53 | এটা ফাইল ব্রাউজাৰ খোলে। |
08:56 | ডিফল্টৰুপে, আমি লোকেল সি ড্রাইভ ডিৰেক্টৰিত আছো। |
09:02 | windows directory ত বাও ক্লিক কৰক। |
09:07 | ফন্সলৈ যাওক। |
09:11 | পর্দাৰ উপৰৰ সো ফালৰ কোণত Acceptত বাও ক্লিক কৰক। |
09:19 | প্রথম আয়তকাৰ বাৰত এটা পাথ প্রদর্শিত হয়। |
09:25 | ব্লেন্ডাৰে এতিয়া জানে যে, আমাৰ সিস্টেমত ফন্টসৰ বাবে কত চাব লাগে। |
09:32 | একেইভাবে, দ্বিতীয় আয়তকাৰ বাৰৰ সো ফালে শেষলৈ file আইকনত বাও ক্লিক কৰক। |
09:40 | আকৌ, ফাইল ব্রাউজাৰ খোলে। |
09:43 | এতিয়া আমি আমাৰ সিস্টেমত textures ৰ বাবে স্থান নির্ধাৰিত কৰিব পাৰো যেনেকৈ আমাৰ ফন্টসৰ বাবে কৰিছিলো। |
09:52 | কি হব যদি মই texturesৰ বাবে স্থান নির্বাচন নকৰি এই ফাইল ব্রাউজাৰৰ পৰা প্রস্থান কৰিব চাও? |
10:00 | ইউসাৰ প্রেফেৰেন্সস উইন্ডোলৈ উভতি অহাৰ বাবে পর্দাৰ উপৰত হেল্পৰ আগত Back to previous ত বাও ক্লিক কৰক। |
10:11 | দ্বিতীয় আয়তকাৰ বাৰত কোনো পাথ দেখা নাই, কাৰণ মই এটাও নির্বাচন কৰা নাই। |
10:20 | System ত বাও ক্লিক কৰক। |
10:23 | ইয়াত ব্যবহৃত কম্পিউটাৰৰ বৈশিষ্ট্য অনুযায়ী আমি ব্লেন্ডাৰ সেটিংসক কাস্টমাইজ কৰিব পাৰো। |
10:29 | DPIএ ব্লেন্ডাৰত ডিসপ্লেৰ বাবে ফন্ট সাইজ আৰু ৰেজল্যুশন পৰিবর্তন কৰে। |
10:36 | ব্লেন্ডাৰত ডিফল্ট DPI হল 72. |
10:42 | ব্লেন্ডাৰ টিউটোৰিয়েল শৃঙ্খলাত ভালকৈ দেখাৰ উদ্দেশ্যেৰ বাবে আমি DPI:90 ব্যবহাৰ কৰিছো। |
10:52 | তলৰ বাঁও কোণত Save as default, ব্লেন্ডাৰ ইন্টাৰফেসত কাস্টমাইজড পৰিবর্তনবোৰ সংৰক্ষণ কৰাত ব্যবহাৰ কৰা হয়। |
11:01 | কীবোর্ড শর্টকাটৰ বাবে Ctrl আৰু U টিপক। |
11:07 | সেয়ে এইটো ইউসাৰ প্রেফেৰেন্সস উইন্ডো সম্পর্কে প্রাথমিক তথ্য আছিল। |
11:13 | আৰু, ইয়াত ইউসাৰ প্রেফেৰেন্সস উইন্ডোত অন্য বিকল্প উপস্থিত আছে যাৰ সম্পর্কে পৰবর্তী টিউটোৰিয়েলত আলোচনা কৰা হব। |
11:25 | এতিয়া কীবোর্ড শর্টকাট ব্যবহাৰ কৰি ব্লেন্ডাৰত ইউসাৰ প্রেফেৰেন্সস উইন্ডোটো খোলাৰ চেষ্টা কৰক। |
11:33 | ইয়াৰ পিছত, Rotate around selection ব্যবহাৰ কৰি, 3D ভিউত কিউবক ঘূর্ণনৰ কেন্দ্র (centre of rotation) কৰক। |
11:42 | ব্লেন্ডাৰৰ বাবে cloud generator plug-in সংস্থাপিত কৰক। |
11:47 | টাইমলাইনত কাৰেন্ট ফ্রেম ইন্ডিকেটৰৰ ৰঙ সলাওক আৰু আপোনাৰ কম্পিউটাৰত ৰেন্ডাৰ আউটপুটৰ বাবে স্থান নির্ধাৰিত কৰক। |
11:57 | শুভেচ্ছা থাকিল! |
12:02 | আৰু এইটো ইউসাৰ প্রেফেৰেন্সস উইন্ডোৰ এই টিউটোৰিয়েলটো সমাপ্ত হৈছে। |
12:10 | এই প্রকল্পটো আইসিটিৰ মাধ্যমেৰে জাতীয় শিক্ষা মিশনৰ দ্বাৰা সমর্থিত। |
12:19 | ইয়াৰ উপৰত অধিক তথ্য নিম্ন লিঙ্কত উপলব্ধ। |
12:23 | oscar.iitb.ac.in আৰু spoken-tutorial.org/NMEICT-Intro. |
12:39 | কথ্য টিউটোৰিয়েল প্রকল্প দলে, |
12:41 | কথ্য টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে। |
12:45 | যোনে অনলাইন পৰীক্ষা পাস কৰা তেখেতলোকক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়। |
12:50 | আৰো বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক। |
12:56 | মই অনামিকা মেধী বিদায় লৈছো। |
12:59 | অংশগ্রহনৰ বাবে ধন্যবাদ। |