Blender/C2/Types-of-Windows-Outliner/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:03 | নমস্কাৰ দৰ্শক সকল.ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃঙ্খলালৈ আপোনাক স্বাগতম। |
00:07 | এই টিউটোৰিয়েলটো ব্লেন্ডাৰ 2.59 ত আউটলাইনৰ উইন্ডো সম্পর্কে। |
00:16 | মই অনামিকা মেধী এই টিউটোৰিয়েলটো অনুবাদ কৰিছো। |
00:28 | এই টিউটোৰিয়েলটো দেখাৰ পিছত, আমি শিকিম |
00:33 | আউটলাইনৰ উইন্ডো কি; |
00:36 | আউটলাইনৰ উইন্ডোত Eye, এৰো আৰু ক্যামেৰা আইকন কি; |
00:43 | আৰু আউটলাইনাৰ উইন্ডোত ডিসপ্লে মেনু কি। |
00:49 | আমি ধৰি লও যে আপোনি ব্লেন্ডাৰ ইন্টাৰফেসৰ মৌলিক উপাদান সম্পর্কে জানে। |
00:54 | নহলে আমাৰ আগৰ টিউটোৰিয়েলত Basic Description of the Blender Interface পড়ক। |
01:03 | ব্লেন্ডাৰত, আউটলাইন, তথ্যৰ ফ্লোচার্ট তালিকা হয়। |
01:09 | ডিফল্টৰুপে এইটো ব্লেন্ডাৰ ইন্টাৰফেসৰ উপৰৰ সো ফালৰ কোণত উপস্থিত। |
01:15 | আউটলাইনৰ উইন্ডোৰ আকাৰ পৰিবর্তন কৰো. |
01:20 | তলৰ প্রান্তত বাও ক্লিক কৰক আৰু এইটো তললৈ টানি আনক। |
01:26 | বাও প্রান্তত বাও ক্লিক কৰক আৰু এইটোক বাও ফালে টানি আনক। |
01:36 | এতিয়া আউটলাইনৰ উইন্ডোত বিকল্পবোৰ আৰু স্পষ্টৰুপে দেখিব পাৰি। |
01:41 | ব্লেন্ডাৰ উইন্ডোৰ আকাৰ কিভাবে সলায়, তাক শিকিবলৈ আমাৰ টিউটোৰিয়েলটো চাওক |
01:47 | ব্লেন্ডাৰত উইন্ডো টাইপ্স কিভাবে সলায় |
01:59 | View ত বাও ক্লিক কৰক। |
02:03 | এইটো বিভিন্ন ৰকমৰ বিকল্প, যেনে |
02:06 | Show restriction columns, |
02:09 | show active, |
02:11 | show or hide one level, |
02:14 | show hierarchy, |
02:17 | Duplicate area into New window আৰু Toggle full screen. |
02:25 | Show Restriction columns নিষ্ক্রিয় কৰক। |
02:30 | এইটোৱে আউটলাইনাৰ উইন্ডোৰ সো ফালৰ কোনত উপস্থিত সকলো দর্শনীয়, নির্বাচন যোগ্য আৰু প্রস্তুতীয় (viewable, selectable and renderable ) বিকল্প নিষ্ক্রিয় কৰে। |
02:42 | আকৌ, View ত বাও ক্লিক কৰক। |
02:46 | দর্শনীয়, নির্বাচন যোগ্য আৰু প্রস্তুতীয় বিকল্প সন্মুখলৈ অনাৰ বাবে Show restriction columnsক সক্রিয় কৰক। |
02:56 | আউটলাইনৰ উইন্ডোত কিউবৰ বাও ফালে প্লাস চিনহত বাও ক্লিক কৰক। |
03:03 | এটা ক্যাসকেড তালিকা প্রদর্শিত হয়। |
03:05 | এইটোৱে আপোনাক নির্বাচিত বস্তুৰ বৈশিষ্ট্যাবলীৰ তালিকা প্রদর্শন কৰে। |
03:11 | আমি এইটো পিছৰ টিউটোৰিয়েলত বিষদভাবে আলোচনা কৰিম। |
03:16 | Eyeএ আপোনাৰ অবজেক্টক 3D ভিউত দৃশ্যমান বা অদৃশ্য কৰি তোলে। |
03:24 | উদাহৰণস্বৰুপে কিউবৰ বাবে Eye ত বাও ক্লিক কৰক। |
03:29 | এতিয়া কিউব, 3D ভিউত আৰু দৃশ্যমান নহয়। |
03:35 | আকৌ কিউবৰ বাবে Eye ত বাও ক্লিক কৰক। |
03:41 | কিউব এতিয়া 3D ভিউত দেখা যায়। |
03:48 | অ্যাৰোএ 3D ভিউত আপোনাৰ বস্তু নির্বাচনযোগ্য বা নির্বাচনযোগ্য নহোৱা কৰি তোলে। |
03:56 | উদাহৰণস্বৰুপে, কিউবৰ বাবে অ্যাৰোত বাও ক্লিক কৰক। |
04:02 | 3D ভিউত কিউবত সো ক্লিক কৰক। কিউব নির্বাচন কৰা নাযায়। |
04:10 | আকৌ আউটলাইনাৰ উইন্ডোত কিউবৰ বাবে অ্যাৰোত বাও ক্লিক কৰক। |
04:17 | 3D ভিউত কিউবত সো ক্লিক কৰক। |
04:21 | কিউব এতিয়া নির্বাচন কৰা যাব। |
04:28 | ক্যামেৰাএ আপোনাৰ অবজেক্টক প্রস্তুতীয়(render-able) বা অপ্রস্তুতীয়(non-renderable) কৰি তোলে। |
04:34 | কিউবৰ বাবে ক্যামেৰাত বাও ক্লিক কৰক। |
04:38 | সীন( scene) প্রস্তুত কৰাৰ বাবে কীবোর্ডত f12 টিপক। |
04:46 | কিউব ৰেন্ডাৰত দৃশ্যমান নহয়। |
04:51 | 3D ভিউলৈ উভতি যাবলৈ আপোনাৰ কীবোর্ডত esc টিপক। |
04:56 | আকৌ, আউটলাইনৰ উইন্ডোত কিউবৰ বাবে ক্যামেৰাত বাও ক্লিক কৰক। |
05:03 | সীন প্রস্তুত কৰাৰ বাবে f12 টিপক। |
05:09 | কিউব এতিয়া ৰেন্ডাৰত দেখা যাব পাৰে। |
05:15 | 3D ভিউত উভতি যাবলৈ esc টিপক। |
05:21 | আউটলাইনৰ উইন্ডোত থকা Search বাৰত বাও ক্লিক কৰক। |
05:28 | যদি আপোনাৰ সীনত একাধিক বস্তু থাকে, তেনেহলে এই সার্চ টুলে অনুৰুপ বর্গৰ বস্তু বা এটা নির্দিষ্ট বস্তু খুঁজিবলৈ সাহায্য কৰে। |
05:40 | আউটলাইনৰ উইন্ডোৰ উপৰৰ বাঁও কোণৰ সীনে, আপোনাৰ ব্লেন্ডাৰ সীনত সকলো বস্তু আৰু তাৰ সম্বন্ধিত উপাদান সূচীবদ্ধ কৰে। |
05:51 | All scenes ত বাও ক্লিক কৰক। |
05:55 | এই ড্রপডাউন তালিকা হল ডিসপ্লে মেনু। |
05:59 | ইয়াত আউটলাইনৰ প্যানেলৰ বাবে ডিসপ্লে বিকল্পবোৰ আছে। |
06:04 | current scene ত বাও ক্লিক কৰক। |
06:08 | আপোনি আউটলাইনৰ উইন্ডোত তালিকাভুক্ত সকলো বস্তু বর্তমান সীনত দেখিব পাৰিব। |
06:18 | ডিসপ্লে মেনু খুলিবলৈ current scene ত বাও ক্লিক কৰক। |
06:26 | visible layers ত বাও ক্লিক কৰক। |
06:30 | এক্টিভ লেয়াৰ বা লেয়ার্সত উপস্থিত সকলো বস্তু আউটলাইনৰ উইন্ডোত তালিকাভুক্ত হয়। |
06:38 | আমি লেয়ার্স সম্পর্কে বিষদভাবে পিছৰ টিউটোৰিয়েলত শিকিম। |
06:44 | ডিসপ্লে মেনু খুলিবলৈ visible layers ত বাও ক্লিক কৰক। |
06:52 | selected ত বাও ক্লিক কৰক। |
06:55 | আউটলাইনৰে মাত্র সেই বস্তু সূচীবদ্ধ কৰে যি 3D ভিউত নির্বাচিত আছে। |
07:04 | ডিসপ্লে মেনু খুলিবলৈ selected ত বাও ক্লিক কৰক। |
07:09 | Active ত বাও ক্লিক কৰক। |
07:12 | আউটলাইনাৰে মাত্র সেই বস্তু সূচীবদ্ধ কৰে যি 3D ভিউত অতি সম্প্রতি নির্বাচিত কৰা হৈছে। |
07:22 | ডিসপ্লে মেনু খুলিবলৈ Active ত বাও ক্লিক কৰক। |
07:28 | Same types ত বাও ক্লিক কৰক। |
07:31 | নামটোৰ পৰা বোঝা যায় যে, আউটলাইনৰ উইন্ডোত same type বিকল্পয়ে সেই সকলো বস্তু সূচীবদ্ধ কৰে, যি একেই শ্রেণীত পৰে। |
07:41 | উদাহৰণস্বৰুপে, ডিফল্টৰুপে 3D ভিউত কিউব নির্বাচিত আছে। |
07:47 | সেয়ে আউটলাইনাৰে সকলো মেশ অবজেক্টক (mesh objects) সীনত সূচীবদ্ধ কৰে। |
07:51 | এই ক্ষেত্রত, সীনত মাত্র কিউবেই মেষ অবজেক্ট হয়। |
07:58 | আমি মেষ অবজেক্টৰ সম্পর্কে বিস্তাৰিতভাবে ব্লেন্ডাৰত অ্যানিমেশনৰ উপৰত অধিক উন্নত টিউটোৰিয়েলত শিকিম। |
08:08 | ডিসপ্লে মেনু খুলিবলৈ Same types ত বাও ক্লিক কৰক। |
08:14 | groupsএ সীনত সকলো সমুহীত বস্তুক সূচীবদ্ধ কৰে। |
08:20 | ইয়াত কিছো অন্যান্য বিকল্প আছে, যি আমি পিছৰ টিউটোৰিয়েলত দেখোৱাম। |
08:27 | সেয়ে এইটো আউটলাইনাৰ উইন্ডোৰ বিশ্লেষণ। |
08:32 | ডাঙৰ সীনৰ সৈতে কাম কৰাৰ সময়ত, যত একাধিক বস্তু থাকে, সীনত প্রতিটো বস্তুৰ সম্পর্কে অবগত থকাৰ বাবে আউটলাইনৰ উইন্ডো এটা খুবেই দৰকাৰী টুল হৈ যায়। |
08:45 | এতিয়া এটা নতুন ফাইল তৈয়াৰ কৰক, আউটলাইনৰত নির্বাচিত বস্তু সূচীবদ্ধ কৰক আৰু কিউবক অপ্রস্তুতীয় (un renderable) বনাওক। |
08:58 | এই প্রকল্পটো আইসিটিৰ মাধ্যমেৰে জাতীয় শিক্ষা মিশনৰ দ্বাৰা সমর্থিত। |
09:07 | ইয়াৰ উপৰত অধিক তথ্য নিম্ন লিঙ্কত উপলব্ধ। |
09:12 | oscar.iitb.ac.in আৰু spoken-tutorial.org/NMEICT-Intro |
09:28 | কথ্য টিউটোৰিয়েল প্রকল্প দলে, |
09:30 | কথ্য টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে। |
09:34 | যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক প্রশংসাপত্র (সার্টিফিকেট ) ও দিয়া হয়। |
09:38 | আৰো বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগাযোগ কৰক। |
09:45 | এই টিউটৰিয়েলটো অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে। |
09:46 | আই আই টি বম্বেৰ পৰা মই অনামিকা মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। যোগ দানৰ বাবে ধনয়বাদ. |