Blender/C2/How-to-Change-Window-types-in-Blender/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:03 নমস্কাৰ দৰ্শক সকল. ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃঙ্খলালৈ আপোনাক স্বাগতম।
00:07 এই টিউটোৰিয়েলটো ব্লেন্ডাৰ 2.59 ত উইন্ডোৰ ধৰন পৰিবর্তন সম্পর্কে।
00:16 মই অনামিকা মেধী এই টিউটোৰিয়েলটো অনুবাদ কৰিছো।
00:26 এই টিউটোৰিয়েলটো দেখাৰ পিছত, আমি ব্লেন্ডাৰ ইন্টাৰফেসত যি কোনো উইন্ডোৰ আকাৰ পৰিবর্তনৰ সম্পর্কে শিকিম;
00:36 বিভিন্ন উইন্ডোৰ মাজত টগল কিভাবে কৰে;
00:40 উইন্ডোক বিভাজিত আৰু একেসৈতে মাৰ্জ কিভাবে কৰে;
00:46 আৰু পূর্ণ স্ক্রীন মোডত যিকোনো উইন্ডোক ম্যাক্সিমাইজ কিভাবে কৰে
00:55 আমি ধৰি লও যে আপোনি ব্লেন্ডাৰ ইন্টাৰফেসৰ মৌলিক উপাদান সম্পর্কে জানে।
01:01 নহলে আমাৰ আগৰ টিউটোৰিয়েলটো পড়ক
01:05 Basic Description of Blender Interface.
01:11 আমি ব্লেন্ডাৰ ইন্টাৰফেসত উপস্থিত উইন্ডোৰ বিভিন্ন ধৰন দেখিছো।
01:17 এই উইন্ডোজৰ আকাৰ সলাবও পাৰে।
01:21 আউটলাইনাৰ উইন্ডোৰ বাও প্রান্তত মাউস কার্সাৰক লৈ যাওক।
01:28 আমি এটা ডাবল হেডেড অ্যাৰো দেখো।
01:32 এতিয়া বাও ক্লিক কৰক আৰু মাউসটো ড্রেগ কৰক।
01:37 মাউসটো গতি কৰাত আউটলাইনাৰ উইন্ডোৰ আকাৰ পৰিবর্তন হৈ যায়।
01:45 এতিয়া মাউস কার্সাৰক আউটলাইনাৰ উইন্ডোৰ তলৰ প্রান্তলৈ লৈ যাওক।
01:51 আমি এটা ডাবল হেডেড অ্যাৰো দেখো।
01:55 এতিয়া বাও ক্লিক কৰক আৰু মাউস ড্রেগ কৰক।
01:59 মাউসে গতি কৰাত আউটলাইনাৰ উইন্ডোৰ আকাৰ পৰিবর্তন হৈ যায়।
02:07 এইভাবে যি ব্লেন্ডাৰ ইন্টাৰফেসত যি কোনো উইন্ডোৰ আকাৰ পৰিবর্তন কৰিব পাৰি।
02:14 এতিয়া দেখো যে ব্লেন্ডাৰ ইন্টাৰফেসৰ বিভিন্ন উইন্ডোৰ মাজত টগল কিভাবে কৰে।
02:22 3D ভিউৰ বাও কোণলৈ যাওক।
02:27 ইয়াত up আৰু down অ্যাৰোৰ বোতাম আছে যি বর্তমান এডিটৰৰ ধৰন প্রদর্শন কৰে।
02:35 বোতামত বাও ক্লিক কৰক।
02:38 বিভিন্ন বিকল্পৰ সৈতে এটা মেনু প্রর্দশিত হয়।
02:42 এইটো হল Editor Type মেনু।
02:46 এই মেনু ব্লেন্ডাৰ ইন্টাৰফেসত প্রত্যেক উইন্ডোৰ বাও কোণত উপস্থিত।
02:52 আৰু বিভিন্ন উইন্ডোৰ মাজত টগল কৰাৰ বাবে এইটো ব্যবহাৰ কৰা হয়।
02:59 আপোনাৰ মাউস, মেনু বিকল্প লৈ যাওক।
03:04 শর্টকাটৰ বাবে, আপোনি আপোনাৰ কীবোর্ডত up আৰু down অ্যাৰো কী ব্যবহাৰ কৰিব পাৰিব।
03:12 UV/ Image Editor ত বাও ক্লিক কৰক।
03:16 3D ভিউ UV/ Image Editor লৈ পৰিবর্তিত হৈ যায়।
03:25 এবাৰ editor type মেনুত বাও ক্লিক কৰি 3D ভিউ নির্বাচন কৰক।
03:31 এতিয়া আমি 3D ভিউত আছো।
03:36 সেয়ে এইভাবে যি আপোনি editor type মেনু ব্যবহাৰ কৰি বিভিন্ন উইন্ডোৰ মাজত টগল কৰিব পাৰিব।
03:47 ডিফল্ট 3D ভিউ ৪ ভাগত ভাগ কৰা যাব পাৰে।
03:53 3D ভিউ বিভক্ত কৰাৰ দুটা উপায় আছে।
03:57 প্রথমে, editor type মেনুৰ আগত 3D ভিউৰ তলৰ বাঁও কোণত View ত বাও ক্লিক কৰক।
04:07 উপৰ পৰা দ্বিতীয় বিকল্পটো নির্বাচন কৰক Toggle Quad view.
04:13 শর্টকাটৰ বাবে, Ctrl, Alt আৰু Q টিপক।
04:20 3D ভিউ ৪টা বিভিন্ন ভিউত বিভাজিত হয়।
04:26 Top view, Front view, Right view আৰু Camera view.
04:38 ব্লেন্ডাৰত মডেলিং আৰু এনিমেট কৰাৰ বাবে আপোনি এইটোক খুব প্রয়োজনীয় পাব।
04:47 Quad view অক্ষম কৰাৰ বাবে Ctrl, Alt আৰু Q টিপক।
04:55 space bar টিপক আৰু সার্চ ক্ষেত্রত Toggle টাইপ কৰক।
05:05 সূচীৰ পৰা Toggle Quad view বিকল্পটো নির্বাচন কৰক।
05:12 এইটো Quad view সক্রিয় কৰাৰ দ্বিতীয় পদ্ধতি।
05:18 Quad view এবাৰ অক্ষম কৰাৰ বাবে Ctrl, Alt আৰু Q টিপক।
05:27 আমি এবাৰ ব্লেন্ডাৰৰ ডিফল্ট Camera view ত আছো।
05:33 এই পাঁচটা পৃথক উইন্ডোজ যি ডিফল্টৰুপে ব্লেন্ডাৰ ইন্টাৰফেসত উপস্থিত আছে, ইয়াৰ বাহিৰেও
05:39 আপোনি ক্ষেত্র বিভক্ত কৰি ব্লেন্ডাৰ ইন্টাৰফেসত নতুন উইন্ডোসও যুক্ত কৰিব পাৰে।
05:46 ইয়াত এইটো কৰাৰ দুটা উপায় আছে।
05:50 আমি এইটো আউটলাইনাৰ উইন্ডোত প্রদর্শিত কৰিছো।
05:55 মাউস কার্সাৰক আউটলাইনাৰ উইন্ডোৰ তলৰ বাও কোণত তিনি তির্যক ৰেখালৈ(three slanted lines) লৈ যাওক যেতিয়ালৈকে প্লাস চিহ্ন প্রদর্শিত নহয়।
06:07 বাও ক্লিক ধৰি ৰাখি মাউসক সো ফালে টানি আনক।
06:12 এতিয়া আউটলাইনাৰ উইন্ডো দুটা নতুন প্যানেলত বিভাজিত হয়।
06:19 প্রতিটো নতুন প্যানেলত এইদেৰ নিজস্ব টুলসৰ সেট আছে।
06:26 এতিয়া দুটা নতুন প্যানেলক একেসৈতে মাৰ্জ কৰিবলৈ, আমি একেই পদ্ধতি ব্যবহাৰ কৰো।
06:33 সোপ্যানেলে বাওৰ সৈতে জোড়া আবশ্যক হয়।
06:39 মাউস কার্সাৰক সো আউটলাইনাৰ প্যানেলৰ তলৰ বাও কোণত তিনি তির্যক ৰেখালৈ লৈ যাওক যেতিয়ালৈকে প্লাস চিহ্ন প্রদর্শিত নহয়।
06:50 বাও ক্লিক ধৰি ৰাখি মাউসক বাও প্যানেলৰ ফালে টানি আনক।
06:56 প্যানেলটো ছায়াময় কৰা হৈছে আৰু এটা স্পষ্ট তীৰ চিহ্ন ইয়াৰ উপৰত প্রদর্শিত হয়।
07:02 বাও ক্লিক এৰি দিয়ক।
07:05 দুটা উইন্ডো মাৰ্জ হৈছে।
07:10 এতিয়া, উইন্ডোৰ ক্ষেত্রক বিভক্ত কৰিবলৈ দ্বিতীয় পদ্ধতি চাও।
07:15 প্রথমে আমি আউটলাইনাৰ উইন্ডোক অনুভূমিকভাবে বিভক্ত কৰো।
07:21 ডাবল হেডেড অ্যাৰো প্রদর্শিত হোৱা পর্যন্ত আপোনাৰ মাউস কার্সাৰক আউটলাইনাৰ উইন্ডোৰ বাও প্রান্তলৈ লৈ যাওক।
07:29 arrow চিনহত সো ক্লিক কৰক।
07:33 Split area ত বাও ক্লিক কৰক।
07:37 আপোনাৰ মাউসক আউটলাইনাৰ উইন্ডোৰ মাজৰফালে ড্রেগ কৰক।
07:43 ডাবল হেডেড অ্যাৰোৰ সৈতে এটা অনুভূমিক ৰেখা প্রদর্শিত হয়।
07:48 জাগাটো স্থিৰ ৰখাৰ বাবে বাও ক্লিক কৰক।
07:54 আউটলাইনাৰ উইন্ডো এতিয়া দুটা নতুন অনুভূমিক প্যানেলত বিভাজিত হয়।
08:01 ঠিক আগৰ মতেই, প্রতিটো প্যানেলত এইদেৰ নিজস্ব টুলসৰ সেট আছে।
08:07 এতিয়া, একেই ভাবে নতুন প্যানেলক একেসৈতে জোড়া যাওক।
08:14 ডাবল হেডেড অ্যাৰো প্রদর্শিত হোৱা পর্যন্ত আপোনাৰ মাউস কার্সাৰক দুটা নতুন প্যানেলৰ মাজত অনুভূমিক প্রান্তলৈ লৈ যাওক।
08:26 সো ক্লিক কৰি Join area নির্বাচন কৰক।
08:31 মাউসক উপৰ বা তলৰ যি কোনো এটা প্যানেললৈ লৈ যাওক।
08:35 আমি তলৰ প্যানেল নির্বাচন কৰিছো।
08:40 নির্বাচিত প্যানেলটো ছায়াময় হৈছে আৰু এটা স্পষ্ট তীৰ চিহ্ন ইয়াৰ উপৰত প্রদর্শিত হয়।
08:47 ছায়াময় প্যানেলত (shaded panel) বাও ক্লিক কৰক।
08:50 দুটা প্যানেল এবাৰ একেসৈতে জুড়া গৈছে।
08:54 এতিয়া, আউটলাইনাৰ উইন্ডো উল্লম্বভাবে বিভক্ত কৰাৰ চেষ্টা কৰক আৰু নতুন প্যানেল এবাৰ একেসৈতে যুক্ত কৰক।
09:03 ডাবল হেডেড অ্যাৰো প্রদর্শিত হোৱা পর্যন্ত আপোনাৰ মাউস কার্সাৰক আউটলাইনাৰ উইন্ডোৰ তলৰ প্রান্তলৈ লৈ যাওক।
09:12 arrow চিনহত সো ক্লিক কৰক।
09:16 Split area ত বাও ক্লিক কৰক।
09:21 আপোনাৰ মাউসক আউটলাইনাৰ উইন্ডোৰ মাজভাগলৈ ড্রেগ কৰক।
09:26 ডাবল হেডেড অ্যাৰোৰ সৈতে এটা উল্লম্ব ৰেখা প্রদর্শিত হয়।
09:33 জাগা স্থিৰ ৰাখিবলৈ বাও ক্লিক কৰক।
09:36 আউটলাইনাৰ উইন্ডো এতিয়া দুটা নতুন উল্লম্ব প্যানেলত বিভাজিত হয়।
09:45 মাউস কার্সাৰক দুটা নতুন প্যানেলৰ মাজত উল্লম্ব প্রান্তলৈ লৈ যাওক যেতিয়ালৈকে ডাবল হেডেড অ্যাৰো প্রদর্শিত নহয়।
09:55 সো ক্লিক কৰি Join area নির্বাচন কৰক।
10:01 মাউসক সো বা বাওফালৰ এটা প্যানেললৈ লৈ যাওক।
10:05 মই সো প্যানেল নির্বাচন কৰিছো।
10:10 নির্বাচিত প্যানেল ছায়াময় হৈ আছে আৰু এটা স্পষ্ট তীৰ চিহ্ন ইয়াৰ উপৰত প্রদর্শিত হয়।
10:16 ছায়াময় প্যানেলত (shaded panel) বাও ক্লিক কৰক।
10:19 দুটা প্যানেল একেসৈতে জুড়া গৈছে।
10:24 এতিয়া, প্রোপাৰটিস উইন্ডোত বিভিন্ন প্যানেলৰ স্থান পুনৰায় ব্যবস্থিত কৰা চাও।
10:32 উদাহৰণস্বৰুপে, আমি layers প্যানেলক render প্যানেলৰ সকলোতচে উপৰৰ ভাগত বিচাৰো।
10:40 মাউস কার্সাৰক layers প্যানেলৰ সকলোতচে উপৰৰ সো কোনলৈ তিনি তির্যক ৰেখালৈ(three slanted lines) লৈ যাওক।
10:50 বাও ক্লিক কৰক আৰু ধৰি থাকক আৰু আপোনাৰ মাউসক উপৰৰ ফালে ড্রেগ কৰক।
11:00 layers প্যানেলে render প্যানেলৰ উপৰৰ ভাগত স্থানান্তৰিত হয়।
11:07 এতিয়া, ব্লেন্ডাৰত কোনো বিশেষ উইন্ডো ম্যাক্সিমাইজ বা পূর্ণ স্ক্রীন মোডত স্যুইচ কিভাবে কৰে, চাও।
11:20 মাউস কার্সাৰ যি কোনো উইন্ডোলৈ লৈ যাওক।
11:23 মই  3D ভিউ নির্বাচন কৰিছো।
11:28 আপোনাৰ কীবোর্ডত Ctrl আৰু up অ্যাৰো বোতাম টিপক।
11:33 3D ভিউ এতিয়া পূর্ণ স্ক্রিন মোডত ম্যাক্সিমাইজ হৈ গৈছে।
11:41 পূর্ণ স্ক্রীণ মোডৰ পৰা উলাবলৈ Ctrl আৰু down অ্যাৰো কী টিপক।
11:48 আমি ব্লেন্ডাৰৰ ডিফল্ট ভিউলৈ উভতি আহিছো।
11:51 এইটো যি কোনো উইন্ডোত কৰা যাব পাৰে।
11:59 এইভাবে ব্লেন্ডাৰত যি কোনো উইন্ডোৰ আকাৰ পৰিবর্তন, বিভিন্ন উইন্ডোৰ মাজত টগল, উইন্ডো বিভক্ত আৰু একেসৈতে জুড়াব পাৰি।
12:11 এতিয়া, এটা নতুন ফাইল তৈয়াৰ কৰি Quad ভিউত 3D ভিউ টগল কৰাৰ চেষ্টা কৰো।
12:19 আউটলাইনৰ উইন্ডো বিভক্ত কৰক আৰু নতুন প্যানেলক যুক্ত কৰক।
12:27 প্রোপাৰটিস উইন্ডোত, Output প্যানেলক Render প্যানেলৰ উপৰৰ ভাগলৈ লৈ যাওক।
12:35 আৰু 3D ভিউক পূর্ণ স্ক্রীন মোডলৈ ম্যাক্সিমাইজ কৰক।
12:44 এই প্রকল্পটো ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত।
12:52 ইয়াৰ উপৰত অধিক তথ্য নিম্ন লিঙ্কত উপলব্ধ।
12:57 oscar.iitb.ac.in আৰু spoken-tutorial.org/NMEICT-Intro
13:10 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে,
13:13 টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।
13:17 অনলাইন পৰীক্ষা পাস কৰাত প্রশংসাপত্র (সার্টিফিকেট) দিয়ে।
13:21 বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক।
13:29 এই টিউটৰিয়েলটো অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে।
13:31 আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। যোগ দানৰ বাবে ধনয়বাদ.

Contributors and Content Editors

Anamika, Mousumi