Biopython/C2/Blast/Assamese
From Script | Spoken-Tutorial
| |
|
|---|---|
| 00:01 | Biopython টুল্স ব্যবহাৰ কৰা BLAST এই টিউটোৰিয়েলত আপোনাক স্বাগতম। |
| 00:06 | ইয়াতে Biopython টুল্স ব্যবহাৰ কৰি query sequence এৰ বাবে BLAST ৰান কৰা শিকিম। |
| 00:13 | আৰু আৰো বিশ্লেষণৰ বাবে BLAST আউটপুটক parse কৰা। |
| 00:17 | টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ অস্নাতকৰ বায়োকেমিস্ট্ৰ বা বায়োইনফৰমেটিক্স |
| 00:24 | আৰু মৌলিক Python প্ৰোগ্ৰামিং সম্পর্কে জানোব লাগিব। |
| 00:27 | প্ৰদত্ত লিঙ্কত Python টিউটোৰিয়েল চাওক। |
| 00:31 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো: উবুন্টু OS সংস্কৰণ 14.10 |
| 00:37 | Python সংস্কৰণ 2.7.8 |
| 00:41 | Ipython interpretor সংস্কৰণ 2.3.0 |
| 00:46 | Biopython সংস্কৰণ 1.64 আৰু এটা কার্যকৰ ইন্টাৰনেট সংযোগ। |
| 00:52 | BLAST এৰ মানে হৈছে Basic Local Alignment Search Tool. |
| 00:57 | এইটো ক্ৰমৰ তথ্য তুলনা কৰাৰ এটা এলগৰিদম। |
| 01:02 | প্ৰোগ্ৰামে ডেটাবেসত ক্ৰমৰ তুলনা nucleotide বা protein ক্ৰমৰ সৈতে কৰে আৰু মিলবোৰৰ পৰিসংখ্যানৰ গুৰুত্ব গণনা কৰে। |
| 01:14 | BLAST ৰান কৰাৰ দুটা ভিন্ন উপায় আছে: |
| 01:17 | আপোনাৰ মেশিনত লোকেল BLAST বা NCBI সার্ভাৰ দ্বাৰা ইন্টাৰনেটত BLAST ৰান কৰা। |
| 01:24 | Biopython ত BLAST ৰান কৰাৰ দুটা ধাপ আছে। |
| 01:28 | প্ৰথমত, ক্যোয়েৰী ক্ৰমৰ বাবে BLAST ৰান কৰক আৰু কিছু আউটপুট পাব। |
| 01:33 | দ্বিতীয় হেছে, আৰো বিশ্লেষণৰ বাবে BLAST আউটপুটক parse কৰক। |
| 01:38 | মই টার্মিনেল খুলি নিউক্লিওটাইড ক্ৰমৰ বাবে BLAST ৰান কৰিম। |
| 01:43 | Ctrl, Alt আৰু T কী একসৈতে টিপি টার্মিনেল খুলক। |
| 01:48 | প্ৰম্পটত লিখক: ipython আৰু এন্টাৰ টিপক। |
| 01:52 | এই টিউটোৰিয়েলত NCBI BLAST সার্ভিস ব্যবহাৰ কৰি ইন্টাৰনেটত BLAST ৰান কৰা দেখোৱাম। |
| 02:01 | প্ৰম্পটত নিম্ন লিখক: from Bio.Blast Import NCBIWWW, Enter টিপক। |
| 02:14 | ইয়াৰ পিছত ইন্টাৰনেটত BLAST ৰান কৰিবলৈ প্ৰম্পটত নিম্ন লিখক। |
| 02:20 | NCBIWWW মডিউলত qblast function ফাংশন ব্যবহাৰ কৰিম। |
| 02:25 | qblast ফাংশনে তিনটা আর্গুমেন্ট লয়: |
| 02:29 | প্ৰথম আর্গুমেন্ট হৈছে blast program যি বিছৰাত ব্যবহৃত হয়। |
| 02:33 | দ্বিতীয়ত, সেই ডেটাবেসক নির্দিষ্ট কৰা, যি বিৰুদ্ধে খোঁজা হৈছে। |
| 02:38 | তৃতীয় আর্গুমেন্ট হল query sequence. |
| 02:43 | ক্যোয়েৰি ক্ৰমৰ বাবে ইনপুট GI নম্বৰ বা FASTA ফাইলৰ আকাৰত হব পাৰে। বা এইটো sequence record object ও হব পাৰে। |
| 02:53 | এইটোক দেখাবলৈ, মই nucleotide sequence এৰ বাবে GI নম্বৰ ব্যবহাৰ কৰিছো। |
| 02:58 | GI নম্বৰ হৈছে insulin এৰ nucleotide sequence এৰ বাবে। |
| 03:03 | qblast ফাংশনে অন্য বিকল্প আর্গুমেন্টও লয়। |
| 03:09 | এই আর্গুমেন্টবোৰ বিভিন্ন পেৰামিটাৰৰ সমান যাক BLAST ৱেব পেজত সেট কৰিব পাৰে। |
| 03:15 | qblast ফাংশনে xml ফৰম্যাটত BLAST ফলাফল ৰিটার্ন কৰিব। |
| 03:20 | টার্মিনেলত উভতি যাওক। |
| 03:22 | query sequence, nucleotide নে protein sequence হয়, ইয়াৰ উপৰত ভিত্তি কৰি উপযুক্ত Blast প্ৰোগ্ৰাম ব্যবহাৰ কৰিব লাগিব। |
| 03:30 | যিহেতু আমাৰ কোয়েৰি হল nucleotide, মই blastn প্ৰোগ্ৰাম ব্যবহাৰ কৰিম আৰু nt, nucleotide ডাটাবেসক বোঝায়। |
| 03:39 | এই সম্পর্কে বর্ণন NCBI BLAST ওয়েবপেজত উপলব্ধ। |
| 03:45 | blast আউটপুট xml ফাইলৰ আকাৰত, result নামৰ ভ্যাৰিয়েবলত সংৰক্ষিত হয়। |
| 03:51 | এন্টাৰ টিপক। |
| 03:53 | ইন্টাৰনেটৰ গতিৰ উপৰত নির্ভৰ কৰি, এইটোৱে BLAST বিচৰা সম্পন্ন কৰাত কিছু সময় লব পাৰে। |
| 03:59 | আগোৱাই যোৱাৰ আগে xml ফাইলক ডিস্কত সংৰক্ষণ কৰা গুৰুত্বপূর্ণ। |
| 04:05 | xml ফাইলটো সংৰক্ষণ কৰিবলৈ নিম্ন লাইনটো লিখক। |
| 04:09 | কোডৰ এই লাইনবোৰে home ফোল্ডাৰত blast.xml হিসাবে বিচৰা ফলাফলক সংৰক্ষণ কৰিব। |
| 04:18 | home ফোল্ডাৰত যাওক আৰু ফাইলটো বিচাৰক। |
| 04:21 | ফাইলত টিপক আৰু ফাইলৰ বিষয়বস্তু ছেক কৰক। |
| 04:30 | আপোনি FASTA ফাইলক query হিসাবে ব্যবহাৰ কৰিব বিচাৰিলে এই টেক্সট ফাইলত প্ৰদর্শিত কোড ব্যবহাৰ কৰক। |
| 04:36 | আপোনি query এৰ হিচাবে এটা FASTA ফাইলৰ পৰা sequence record objectক ব্যবহাৰ কৰিব বিচাৰিলে, এইটোৱে সেই কোড। |
| 04:42 | টার্মিনেলত উভতি যাওক। |
| 04:44 | পিছৰ ধাপ, ডেটা এক্সট্র্যাক্ট কৰিবলৈ ফাইলক parse কৰা। |
| 04:48 | পার্সিংত প্ৰথম ধাপ হল ইনপুটৰ বাবে xml ফাইল খোলা। |
| 04:53 | প্ৰম্পটত নিম্ন লিখক। এন্টাৰ টিপক। |
| 04:57 | ইয়াৰ পিছত Bio.Blast প্যাকেজৰ পৰা NCBIXML মডিউলক ইম্পোর্ট কৰক। |
| 05:05 | Enter টিপক। |
| 05:07 | Blast আউটপুক parse কৰিবলৈ নিম্ন লাইনটো লিখক। |
| 05:11 | BLAST আউটপুটৰ পৰা এক্সট্র্যাক্ট কৰিব বিচৰা সকলো তথ্য BLAST recordত থাকে। |
| 05:18 | এতিয়া BLAST report ত সকলো hits এৰ কিছু তথ্য প্রিন্ট কৰো যি এটা নির্দিষ্ট থ্রেশহোল্ডৰত চে ডাঙৰ। |
| 05:27 | তলৰ কোড লিখক। |
| 05:30 | matchক গুৰুত্বপূর্ণ হোৱাৰ বাবে অপেক্ষিত স্কোৰ 0.01 চে কম হোৱা উচিত। |
| 05:37 | প্ৰতিটো hsp অর্থাৎ হাই স্কোৰিঙ পেয়াৰ এৰ বাবে মই title, length, hsp score, gaps আৰু expect value পাও। |
| 05:49 | মই ক্যোয়েৰী থকা স্ট্ৰি্ংস, এলাইন কৰা ডেটাবেস সিকোয়েন্স আৰু স্ট্ৰি্ং যি ম্যাচ আৰু মিসম্যাচ স্থিতিক নির্দিষ্ট কৰে, সেইটোও প্রিন্ট কৰিম। |
| 06:02 | আউটপুট পাবলৈ দুইবাৰ এন্টাৰ কী টিপক। |
| 06:05 | আউটপুট চাওক। |
| 06:09 | প্ৰতিটো এলাইনমেন্টৰ বাবে length, score, gaps, e value আৰু strings আছে। |
| 06:16 | Bio.Blast প্যাকেজত উপলব্ধ অন্যান্য ফাংশন দ্বাৰা প্ৰয়োজনীয় তথ্য এক্সটার্ক্ট কৰিব পাৰে। |
| 06:24 | মই টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
| 06:26 | সংক্ষেপে, ইয়াতে GI নম্বৰ দ্বাৰা কোয়েৰি নিউক্লিওটাইডৰ ক্ৰমৰ বাবে BLAST ফাংশন ৰান কৰা |
| 06:36 | আৰু Bio.Blast.Record মডিউল দ্বাৰা BLAST আউটপুট parse কৰা শিকিছো। |
| 06:43 | অনুশীলনী ৰুপে, আপোনাৰ পছন্দৰ প্ৰোটিন ক্ৰমৰ বাবে BLAST Search ৰান কৰক। |
| 06:50 | আউটপুট ফাইলক সংৰক্ষণ কৰি ফাইলত থাকা ডেটা parse কৰক। |
| 06:55 | আপোনাৰ সম্পন্ন কাম এই ফাইলত দেখোৱাৰ মতে কোডৰ নিম্ন লাইন থকা উচিত। |
| 07:01 | কোড চাওক। যিহেতু query হল protein sequence, মই blastp প্ৰোগ্ৰাম আৰু nr যি BLAST এৰ বাবে নন-ৰিডান্ডেন্ট প্ৰোটিন ডাটাবেস, তাক ব্যবহাৰ কৰিছো। |
| 07:16 | এই লিঙ্কত উপলব্ধ ভিডিওটো প্ৰকল্পক সাৰসংক্ষেপে বোঝায়। |
| 07:20 | এইটোক ডাউনলোড কৰি চাওক। |
| 07:22 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰ দিয়ে। |
| 07:30 | অধিক জানিবলৈ আমাৰ সৈতে যোগাযোগ কৰক। |
| 07:33 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত। |
| 07:40 | এই বিষয়ে বিস্তাৰিত তথ্য এই লিঙ্কত প্ৰাপ্তিসাধ্য। |
| 07:45 | আইআইটি বোম্বেৰ পৰা মই বিদায় লৈছো। অংশগ্্ৰহণৰ বাবে ধন্যবাদ। |