BOSS-Linux/C2/Simple-filters/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
|---|---|
| 0:02 | নমস্কাৰ দৰ্শক সকল. স্পকেন টিউটোৰিয়েলৰ লিনক্সৰ সৈতে চিমপল ফিলটাৰ্চলৈ আপোনালোকৰলৈ স্ৱাগতম |
| 0:09 | আমি ইয়াত শিকিম head, Tail, sort, cut আৰু paste. |
| 0:18 | এই সকলোবুৰ হৈছে কমান্দ লাইন টেক্চত ম্যানিপুলেশন টুল্চ. |
| 0:22 | আপোনি যদি টার্মিনেলত এট hash (#) চিহ্ন দেখে আপোনি সেই কম্মান্দবোৰ দেখোৱাবলৈ ৰুত বনাব লাগিব |
| 0:29 | sudo su or su root, আপোনি যদি টাৰ্মিনেলত ডলাৰ চিহ্ন এটা দেখে তেনেহলে আপোনি সেই কম্মান্দবোৰ দেখোৱাবলৈ এজন সাধাৰন বয়ৱহাৰকাৰী হব লাগিব. |
| 0:38 | মই ধৰিলৈচো যে আপোনি এটা দিফল্ত ইনস্টলেশন কৰি থৈছে আৰু পাথবুৰ সলনি কৰা নাই যত ফাইলবুৰ ছেভ হয় |
| 0:46 | মই Linux ব্যবহাৰ কৰিছু |
| 0:51 | এইটু মডিউলৰ কাৰনে আপোনি মাউস তথা কীবোর্ডৰ প্ৰয়োগ কৰা আৰু ৱিন্দো মেকচিমাইজ তথা মিনিমাইজ বটনৰ প্ৰয়োগ কৰা জনা উছিত হয় |
| 1:02 | এই ফাইলটুৰ প্ৰথম দচতা লাইন প্ৰৰ্দশিত কৰিবলৈ আমি Head কমান্দ ব্যবহাৰ কৰো আৰু তাৰ পিছত ascii ফাইল নাম দিও |
| 1:10 | আহক আমি এটা ফাইল বনাও. |
| 1:13 | Applications > Accessories > Text Editor লৈ যাও |
| 1:20 | কম সময়ৰ কাৰনে মোৰ উচৰত এই নম্বৰবুৰ আগৰে পৰাই এটা ফাইলত আছিলে |
| 1:26 | জাক আমি কপি আৰু পেচ্ত কৰিম |
| 1:34 | ফাইলত হিত কৰক চেভ কৰক |
| 1:37 | ফাইলত numbers dot txt নামেৰে নাম দিয়ক আৰু saveত ক্লিক কৰক |
| 1:44 | এইতু ফাইল এতিয়া বন্ধ কৰক |
| 1:50 | এতিয়া Applications > Accessories > আৰু Terminalত যাওক |
| 01:58 | এতিয়া চাবলৈ চেছ্তা কৰক যে যুনতু ফাইল অামি বণাই থৈছিলু হেতু ফাইল আমি চাব পাৰু |
| 2:02 | ls টাইপ কৰক আৰু এন্তাৰ টিপক |
| 2:05 | আমি ইয়াত যি কৰিলু হেইতুৰে আমাৰ home দাইৰেকতোৰিট সকলু ফাইল্ছ আৰু ফোল্দাৰ দেখুৱা হব |
| 2:11 | আমি যুন্তু ফাইল বনাইছো সেইখিনিৰ কনটেন্টচ পহিবলৈ কেট(cat) কমান্দৰ প্ৰয়ুগ কৰিব পাৰে |
| 2:18 | Cat n-u-m ফাইল নেমটু autofill মানে নিজে নিজে আনিবলৈ tabত টিপক আৰু এন্টাৰ টিপক |
| 2:26 | বলক এনেকৈৱে head কমান্ডৰে কৰো |
| 2:30 | head numbers dot txt, আৰু এন্টাৰ টিপক |
| 2:36 | এতিয়া প্ৰথম ১০ টা লাইন প্ৰৰ্দশিত হৈছ |
| 2:39 | যদি আমি প্ৰথম ৫টা লাইন দেখিব বিচাৰো তেন্তে head কমান্ড তথা ফাইলৰ মাজেৰে hyphen n5 অপচনৰ প্ৰয়োগ কৰক |
| 2:49 | আপ এৰো hyphen n5 টিপক আৰু এন্টাৰ প্ৰেচ কৰক |
| 2:55 | এতিয়া খালি প্ৰথম ৫টা লাইন প্ৰৰ্দশিত হৈছে |
| 02:59 | প্ৰেজেন্টেচনলৈ উভতি আহক |
| 3:04 | tail কমান্ডে head কমান্ডৰ বিপৰিত কাম কৰে. এইটো দিফল্ট ৰুপেৰে শেষৰ ১০টা লাইন প্ৰৰ্দশিত কৰে |
| 3:12 | ট্যাৰমিনেলত ঘূৰি অাহিবলৈ ALT Tab প্ৰেচ কৰক |
| 3:17 | tail numbers dot txt |
| 3:21 | ঘদি আপোনি শেষৰ ৫টা লাইন চাব বিচাৰে, tail কমান্ড আৰু ফাইল নেমৰ মাজেৰে hyphen n5 অপ্শনৰ প্ৰয়োগকৰক |
| 3:31 | hyphen n5, আৰু এন্টাৰ কৰক |
| 3:36 | স্লাইডলৈ ঘূৰি ব'লক |
| 3:39 | এটা লগ ফাইলত চ্যিচটেমত হোৱা ইভেন্ট আৰু কাৰ্য়ক্ৰম থাকে |
| 3:45 | Auth dot log ফাইল যোনে লগইন আৰু লগআউত কৰে তাৰ লগ ভালকে বনাই ৰাখে |
| 03:51 | টেইল কমান্ডৰ ব্যৱহাৰকাৰীক অপ্চন হৈছে hyphen f অপ্চনৰ প্ৰয়োগ কৰি লগ ফাইলৰ টেইলৰ অনুসৰন কৰা. |
| 03:59 | যদি লগ ফাইলত এটা নতুন লগিন ঘোৰা হয়, তেন্তে টেল কমান্ডে তাক শেষৰ লাইন মানিব. আৰু দিফল্ট ৰুপে ইয়াৰ উপৰত ১০টা লাইন দেখোৱাব |
| 4:09 | ট্যাৰ্মিৰেলত যাওক৷ |
| 4:11 | tail hyphen f forward slash var slash log slash auth dot log |
| 4:21 | এইটো টাৰ্মিনেলৰ চাইজ সলনি কৰা হওক |
| 4:28 | ব'লক আৰু এটা টাৰ্মিনেল খোলো, Application- > Accessories - > Terminal. |
| 4:36 | টাৰ্মিনেলৰ চাইজ সলনি কৰা হওক |
| 4:42 | যাতে আপোনাক দেখোৱাব পৰো যে এখন স্ক্ৰীনত কেনেকৈ log ফাইলত tailলে শেষৰ লাইন পালন কৰে. |
| 04:50 | নিজে নিজে su ৰুপত চেস্টা কৰক, এন্টাৰ টিপক. |
| 04:54 | কিছো ভোল পাচবৰ্দ দিয়ক আৰু এন্টাৰ প্ৰেচ কৰক |
| 04:58 | অাপোনি দেখিব যে টাৰ্মিনেলত tail যি ৰান হৈ আছে , এটা নতুন logৰ সৈতে যোৰা হৈছে . |
| 5:05 | তাৰিখ আৰু সময় নিৰ্দিস্ট কৰে যে কেতিয়া authentication মানে প্ৰমানিকৰন বিভল হৈছে. |
| 5:13 | date টাইপ কৰক , চিচ্টেমৰ দেট তথা টাইমক চাবলৈ এন্টাৰ টিপক. |
| 5:22 | এইটো টাৰ্মিনেল বন্ধ কৰিবলৈ Exit টাইপ কৰক . |
| 5:26 | ৰানিঙ tail কম্মান্দক বন্ধ কৰিবলৈ CTRL C প্ৰেচ কৰক আৰু স্ক্ৰীন খন মেকচিমাইজ (maximize) কৰক. |
| 5:42 | আমি আগৰ উদাহৰনত খালি auth dot log ফাইল দেখিলো |
| 5:47 | এই লগ ফাইলবোৰ লিনাক্সত প্ৰায়ে বয়বহাৰ কৰা হয় |
| 05:51 | যদি কোনো সমচয়া আছে তেনেহলে লিনাক্চ চিচ্টেম এদমিনিচত্ৰেটৰ তেখেতলোকৰ মেছিনক ট্ৰাবলছোট (troubleshoot) কৰি এই লগ ফাইলৰ বিষয়ে আধিক জানিবলৈ চাব |
| 6:02 | Sort কম্মান্দে নামেৰে বুজিব পাৰি যে এখন ফাইলক আমাৰ কাৰনে দুয়োটা আৰোহি তথা অবৰোহি ক্ৰমত চৰ্ত কৰিব পাৰে. |
| 6:13 | sort numbers dot txt, এইটোৱে আমাৰ numbers dot txt ফাইলক আৰোহি প্ৰকাৰত ক্ৰম বদ্ধ কৰিব |
| 6:21 | মন কৰিব যে কিছো বেলেগ ধৰনৰ. চৰ্ত কৰা সময়ত চৰ্তে খালি প্ৰথম আখৰটো দেখে,সেয়ে কাৰনে ১০, ১১,আৰু ১২ নম্বৰটো ২ নম্বৰৰ আগত আহে. |
| 6:33 | ইয়াৰ পৰা বাচিবলৈ অপছন hyphen n'ক যোৰগ আৰু এন্টাৰ প্ৰেছ কৰক |
| 6:43 | এতিয়া চৰ্তে চৰ্ত কৰিবলৈ পূৰা নম্বৰটো দেখা পাই. |
| 6:47 | number dot txt ক উলোটা ক্ৰমত চৰ্ত কৰিবলৈ অপছন hyphen rক যোৰক |
| 06:59 | এইটো ফাইলত কিছো বহুতো নম্বৰ অাছে যি পূণৰ আহে বিশিস্ঠ নম্বৰবোৰক উলাবলৈ hyphen u অনয় এটা অপছন যোৰক. |
| 07:07 | টাৰ্মিনেল লৈ যাওক |
| 07:09 | Up Arrow |
| 7:11 | 'U " এন্টাৰ কৰক, |
| 7:15 | আগতে দোবাৰ ২ দেখোৱাইছিল এতিয়া খালি এবাৰ ২ দেখোৱাইছে |
| 7:28 | এতিয়া আমি চাম যে কিছো কলমৰ আধাৰত কেনেকৈ এটা ফাইল চৰ্ত কৰিব পাৰে. |
| 7:33 | ব'লক এটা ফাইল বনাও আৰু কি ইন কৰক যেনেকৈ কোৱা হৈছে |
| 7:38 | Applications > Accessories > Text Editorত যাওক |
| 7:46 | সময় বচাব কাৰনে আগৰে পৰা এখন বেলেগ ফাইলত দেটা অাছে যাৰ পৰা মই কপি আৰু পেস্ট কৰিম, CTRL+C; CTRL+V কৰিম |
| 8:01 | ফাইলখনক marks dot txt ৰে চেভ কৰক, Saveত ক্লিক কৰক |
| 8:11 | এই ফাইলত থকা বিশেষ আখৰবোৰ মন নকৰিব. মই নিবিচাৰো যে কোনেও মোক কম মাৰ্ক্স দিয়াৰ কাৰনে মোক কিবা কয় |
| 8:18 | এইটো ফাইলক বন্ধ কৰক |
| 8:24 | marks dot txt ফাইলক বেলেগ এটা কলমৰ আধাৰত চৰ্ত কৰক. |
| 8:30 | টাৰ্মিনেলত যাওক |
| 8:32 | sort স্পেচ marks dot txt স্পেচ hyphen t স্পেচ উৰ্দ্ধকমা খোলক স্পেচ উৰ্দ্ধকমা বন্ধ কৰক স্পেচ. |
| 8:43 | ইয়াত hyphen t delimiter হয় আৰু কোট্চ বোৰৰ মাজত স্পেচ দেখোৱই |
| 08:52 | hyphen k2 দ্বীতিয় কলমৰ কাৰনে হয় যত চৰ্ত প্ৰৰ্দশিত হব |
| 9:04 | এন্টাৰ প্ৰেচ কৰক |
| 9:10 | Cat marks dot txt |
| 9:14 | এইটো অৰিজিনেল (original)ফাইল হয়, যদি আপোনি দেখে যে Avir উপৰত গুচি গৈছে আৰু Bala তলত আহি গৈছে যি অামি দ্বীতিয় কলমৰ আধাৰত চৰ্ত কৰিছিলো |
| 9:33 | Cut কম্মান্দৰ প্ৰয়োগ এটা ফাইলৰ পৰা কিছো তথয় অতৰুৱাবলৈ কৰা হয় |
| 9:41 | ব'লক marks dot txt কিছো নাম উলাও |
| 9:44 | টাৰ্মিনেল যাও ALT + Tab |
| 9:48 | cut স্পেচ marks dot txt স্পেচ hyphen d স্পেচ উৰ্দ্ধকমা খোলক স্পেচ উৰ্দ্ধকমা বন্ধ কৰক স্পেচ. |
| 09:58 | এইটো cut কম্মান্দত d এটা delimiter হয় আৰু কোট্চবোৰৰ মাজত থকা স্পেচখিনিত delimiter বোলা হয়. |
| 10:10 | hyphen f2 দ্ৱীতিয় কলমৰ কাৰনে. এন্টাৰ প্ৰেচ কৰক |
| 10:21 | Paste কম্মান্দে ফাইলৰবোৰৰ সকলো লাইনবোৰ মাৰ্জ কৰি যোৰাব. |
| 10:26 | এতিয়া numbers dot txt তথা marks dot txt দুইখনৰে ফাইল প্ৰয়োগ কৰিম |
| 10:31 | টাৰ্মিনেল লৈ যাওক |
| 10:33 | Paste numbers dot txt marks dot txt আৰু এন্টাৰ টিপক |
| 10:40 | এতিয়া marks dot txt ৰ প্ৰথম লাইন আৰু numbers dot txt প্ৰথম লাইনবোৰ যোৰা হৈছে. |
| 10:47 | concatefile dot txt নামৰ ফাইলত পুনৰ নিৰ্দিস্ট কৰিবলৈ আমি ৰিদাইৰেক্ট (redirect) কিৰ প্ৰয়োগ কৰিব পাৰো |
| 10:56 | টাৰ্মিনেলত যাওক |
| 10:58 | Up arrow টিপক. ৰিদাইৰেক্ট কি (redirect key)ত টিপক যি concatfile dot txt চিহ্নতকৈ ডাঙৰ হয় . এন্টাৰ প্ৰেচ কৰক |
| 11:07 | Cat concatfile dot txt |
| 11:12 | এতিয়া স্লাইদলৈ যাও |
| 11:15 | যদি আমি নম্বৰবোৰক ক্ৰমানুসাৰে টেব চিহ্ন দ্ৱাৰা প্ৰীন্ট কৰিবলৈ পেস্ট বিচাৰো, তেনেহলে আমি 'hyphen s অপছনৰ প্ৰয়োগ কৰিব পাৰো |
| 11:25 | paste hyphen s |
| 11:29 | numbers dot txt |
| 11:33 | স্লাইদলৈ যাও |
| 11:34 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
| 11:39 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 11:45 | অধিক জানিবলৈ এই লিঙ্ক টো অনুসৰন কৰক. |
| 11:48 | এই পাঠটি অৰুন পাঠকৰ দ্ৱৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |