BOSS-Linux/C2/Basic-Commands/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:00 | লিনাস্ক অপাৰেটিং চিষ্টেম স্পকেন টিউটৰিয়েললৈ আপোনাসবক স্বাগতম৷ |
00:05 | এই টিউটৰিয়েলত আমি কিছুমান সাধাৰণ কামাণ্ডৰ বিষয়ে শিকিম৷ |
00:10 | মই লিনাস্ক অপাৰেটিং চিষ্টেম ব্যৱহাৰ কৰিছো৷ |
00:12 | আদি ধৰি লৈছো ঘে লিনাস্ক অপাৰেটিং চিষ্টেম কেনেকৈ আৰম্ভ কৰে তাক আপুনি জানে৷ |
00:17 | ঘদি আপোনি জানিব বিচাৰিছে তেন্তে এইটো অন্য এটা ষ্পকেন টিউটৰিয়েলৰ ঘোগেদি http://spoken-tutorial.org এই ৱেবছাইটত উপলব্ধ৷ |
00:26 | এই টিউটৰিয়েলত আমি কামাণ্ডবোৰ আৰু কামাণ্ড ইন্টাৰপ্ৰিতাৰ কি হয় তাক চাম |
00:33 | তাৰ পিছত man কামাণ্ড ব্যৱহাৰ কৰি লিনাক্সত কেনেকৈ সহায় পাব পাৰি তাক শিকিম৷ |
00:39 | এতিয়া প্ৰথম প্ৰশ্নটো হ’ল, ‘‘কামাণ্ডবোৰ কি("what are commands?")" |
00:43 | সাধাৰণ ভাষাত ক’ব পাৰি যে লিনাক্স কামাণ্ডবোৰ হ’ল কিছুমান শব্দ ঘিবোৰ লিখি কিছু একচন ল’ব পাৰি৷ |
00:51 | লিনাক্স কামাণ্ডবোৰ স্বাধীন হয় আৰু কেতিয়াবাহে চাৰিটা কেৰেকতাৰতকৈ দীঘলীয়া হয় উদাহৰণস্বৰূপে ls, who, ps ইত্যাদি৷ |
00:59 | কামাণ্ডবোৰ লো’ৱাৰ কেছত থাকে আৰু এইবোৰ কেচচেনজিতিভ হয়, এটা উদাহৰণ চাউ |
01:05 | এপ্লিকেচন মেনুলৈ ঘাওক৷ |
01:08 | একচ্চেৰিজ চিলেক্ট কৰি আৰু উপলব্ধ অপচনবোৰৰ পৰা টাৰমিনেলত ক্লিক কৰক৷ |
01:14 | এতিয়া আমি প্ৰমপ্ট আৰু ইয়াৰ পিছফালে এডাল কাড়চাৰ দেখা পাম৷ ইয়াতে আমি কামাণ্ড টাইপ কৰিব লাগিব৷ |
01:22 | টাইপ কৰক who আৰু এন্টাৰ ডবাওক৷ |
01:28 | ইউজাৰৰ নাম লগ ইন হোৱা আমি দেখা পাম৷ আচলতে অলপ আগতে আমি কামাণ্ডড এটা দেখোৱাইছিলো যি who হয় য'ত চিষ্টমত কোনে কোনে লগ’ ইন কৰিছিলে হেয়া দেখুৱায়৷ |
01:41 | কিন্তু ই কিছো আখৰৰ কি বস্তু বা এনটিটি যি ই কম্মান্দবোৰক একচনত সলনি কৰে |
01:47 | এইটো কামাণ্ড ইন্টাৰপ্ৰিটাৰৰ কাম যাক shell বুলিও কোৱা হয়৷ |
01:53 | আমি shell ক প্ৰগাম ৰুপত পৰিভাষিত কৰিব পাৰো যি আমাৰ আৰু লিনাস্কচিস্তেমৰ মাজত ইন্টাৰফেচৰ নিচিনা কাম কৰিব৷ |
02:02 | আমি অপাৰেটিং চিষ্টেমত একজিকিউট কৰিবলৈ কামাণণ্ডবোৰ এন্টাৰ কৰিবলৈ অনুমিত দিয়ে৷ |
02:07 | লিনাস্কত বিবিধ ধৰণৰ shell ইনষ্টল কৰিবলৈ সম্ভব হয় আৰু, য'ত বয়ৱহাৰকাৰীয়ে নিজৰ পচন্দ মতে বাছি লব পাৰে৷ |
02:16 | লিনাস্কত স্টেন্দাৰ্দ ছেল যি সদায় /bin/sh ৰুপত ইনষ্টল হৈ থাকে যাক bash কোৱা হয় the GNU Bourne-Again SHell যি GNU চোট অফ টোল্চৰে (suite of tools)ৰ পৰিপূৰ্ণ৷ |
02:29 | এইটো টিউটৰিয়েলত যি কামাণ্ডবোৰ আমি দেখিম সেইখিনি প্ৰায়ে সামানয় হয় আৰু অলপ সালসলনিৰ লগত প্ৰায়বোৰ লিনাস্ক ছেলচত ৰান হয়৷ |
02:38 | তথাপিও আমি এই টিউটৰিয়েলত প্ৰৰ্দশন কৰিব কাৰনে shellৰ ৰুপত bash প্ৰয়োগ কৰিম |
02:44 | কাৰণ এই bash বহুত জনপ্ৰিয় shell আৰু প্ৰায়বোৰ UNIX লৈ সংঘোগী৷ |
02:52 | বেলেবোৰ shell হৈছে Bourne shell (sh) যি আচল Unix shell, C Shell (csh) আৰু Korn shell (ksh) হয় |
03:02 | কোনটো shell আমি ব্যৱহাৰ কৰি আছো তাক চাবলৈ |
03:08 | টাৰ্মিনেল লৈ যাওক আৰু কামান্ড টাইপ কৰক echo space dollar কেপিটলত (ডাঙৰ বৰ্ণত) SHELL আৰু এন্টাৰ টিপক ৷ |
03:21 | সামানয় ৰুপৰ পৰা /bin/bash আউটপুট হয় যি আমাক bash shell দিয়ে৷ |
03:28 | বহুত ধৰণেৰে বেলেগ বেলেগ shellsক সক্ৰিয় কৰা হয় যি কি উন্নত টিউটৰিয়েলত দেখোৱাব |
03:36 | কামাণ্ডচবোৰ আছলতে ফাইলছ হয় যত প্ৰগ্ৰামছ হয় যি C আখৰে লিখা হয়৷ |
03:41 | এই ফাইলটো directories ত থাকে কমান্দবোৰ ক'ত জমা হৈ থাকে তাক গম লবলৈ, টাইপ (type) কম্মান্দৰ প্ৰয়োগ কৰক |
03:48 | কামান্ড প্ৰৰ্ম্পটত Type স্পেচ ps টাইপ কৰক আৰু এনটাৰ দবাওক৷ |
03:58 | এইটোৱে দেখাব ঘে ps কম্মান্দটো প্ৰকৃততে /bin ডাৰিকেটৰীত জমা হোৱা এটা ফাইল৷ |
04:03 | ঘেতিয়া কামাণ্ড প্ৰমন্টত আমি কামাণ্ড দিম, তেতিয়া shell ডাইৰেকক্টৰীৰ তালিকাৰ পৰা কামাণ্ডৰ অনুৰূপ ফাইলতো বাছি ল’ব৷ |
04:12 | ঘদি এইটো পায়, তেতিয়া প্ৰগ্ৰাম সন্নিবিষ্ট সেই ফাইলটো এক্সকিউট হব, নহলে “command not found” বুলি ভুল দেখৱাব৷ |
04:21 | PATH ভেৰিৱেবোলে বাছি উলিওৱা ডাইৰেক্টৰীৰ তালিকাখন নিদ্দিষ্ট কৰে, ঘিটো আমি পিছত দেখা পাম৷ |
04:28 | এতিয়াৰ বাবে, ঘদি আমি এই তালিকাখন চাব বিচাৰো, মাত্ৰ কামাণ্ড ষ্পেছ echo ষ্পেছ dollar PATH টাইপ কৰক৷ |
04:40 | ডাঙৰ বৰ্ণত আৰু এনটাৰ দবাওক৷ |
04:45 | কামাণ্ডৰ কথা কওতে আমি জনাৰ প্ৰয়োজন ঘে এইটো এটা প্ৰয়োজনীয় বস্তু৷ |
04:51 | লিনাক্স কামাণ্ডবোৰ দুই ধৰণৰ - এক্সটাৰনেল কামাণ্ড আৰু ইন্টাৰনেল কামাণ্ড৷ |
04:56 | এতিয়া আচুতিয়া files/programs বোৰ হৈছে এক্সটাৰনেল কামাণ্ড৷ |
05:00 | লিনাক্চত প্ৰায় কম্মান্দবোৰ এইধৰনৰ হয় কিন্তু কিছুমান কম্মান্দ আছে যি যাৰ কাৰ্জ বিলাক shellতে লিখা যায় আৰু সেইবিলাক বেলেগ ফাইলৰ ৰুপত নাথাকে. |
05:12 | এইবোৰ ইন্টাৰনেল কামাণ্ড৷ |
05:14 | echo কামাণ্ড, যাক আমি পিছত চাম, আছলতে ই এটা ইন্টাৰনেল কম্মান্দ হয় |
05:18 | টাৰমিনেলৈ ঘাওক আৰ টাইপ কৰক৷ |
05:26 | type স্পেচ echo আৰু এন্টাৰ ডবাওক৷ |
05:34 | আউটপুট echo ক shell built-in ৰুপত দেখোৱা হয়. |
05:43 | সেয়ে ফাইল নেম দিয়াতকৈ ই কয় যে echo কমান্ডৰ কাৰ্জ বিলাক এন্টাৰনেল হয় , সেই কাৰনে ইয়াক ইন্টাৰনেল কম্মান্দ কোৱা হয়. |
05:50 | আন এটা প্ৰয়েজনীয় বস্তু হৈছে ষ্ট্ৰাকচাৰ অফ কামাণ্ড ঘিটো জানাটো প্ৰয়োজনীয়৷ |
05:55 | কামাণ্ডবোৰ এটা শব্দ বা মালটিপুল শব্দৰ হব, ঘি হুৱাইট ষ্পেচেৰে পৃথক কৰা হব |
06:02 | দ্বিতীয় কেসটোত প্রথম শব্দৰ কম্মানটোৰ আচল নাম হয় যি অনয় শব্দটো তৰ্ক (arguments) হয়. |
06:09 | আৰগিউমেন্ট অপচন, এক্সপ্ৰেচন বা ফাইল নেম হব পাৰে৷ |
06:14 | এটা কামাণ্ডে অপচনৰ ওপৰত ভিত্তি কৰি বিভিন্ন কাম কৰিব পাৰে৷ |
06:20 | সাধাৰণতে এইবোৰ চিংগ’ল বা ডাৱল মাইনাছ চাইনৰ দ্বাৰা সূচায়, ইয়াক মাইনাছ চিহ্ন বা চৰ্ত অপচন্ আৰু লঙ অপচন বোলে |
06:28 | টাৰ্মিনেল উইন্দোলৈ ঘাওক আৰু কামাণ্ড টাইপ কৰক আৰু তাৰ আউটপুটবিলাক চাওক৷ |
06:34 | টাৰমিনেল উইন্ডোলৈ ক্লিয়াৰ কৰিবলৈ clear টাইপ কৰক৷ |
06:37 | এতিয়া ls টাইপ কৰক আৰু এন্টাৰ ডবাওক৷ |
06:43 | আকৌ clear টাইপ কৰক আৰু এনটোৰ ডবাওক৷ |
06:49 | ls স্পেচ মাইনাচ a টাইপ কৰি এন্টাৰ ডবাওক৷ |
06:58 | টাৰমিনেল উইন্ডলৈ ক্লিয়াৰ কৰিবলৈ clear টাইপ কৰক৷ |
07:04 | এতিয়া ls স্পেচ মাইনাচ all টাইপ কৰি এন্টাৰ ডবাওক৷ |
07:13 | আকৌ টাৰমিনেল ক্লিয়াৰ কৰিবলৈ clear টাইপ কৰক৷ |
07:18 | এতিয়া ls স্পেচ মাইনাচ d টাইপ কৰি এন্টাৰ ডবাওক৷ |
07:26 | এইবাৰ এইটো বোজিব পাৰিব যে কেনেকৈ অপচন বোৰ সালসলনি কৰাত কম্মান্দৰ অভয়্সবোৰ সলনি হৈছে |
07:33 | লিনাক্সত বহুত পৰিমানৰ কমাণ্ড থাকে৷ |
07:39 | যাৰ প্ৰত্যেকৰে বিভিন্ন অপচন থাকে৷ |
07:42 | কামান্ডবোৰ একলগ কৰিব পৰা ঘায় ঘিটো আমি পিছত দেখিম৷ কিন্তু ইমানবোৰ কেনেকৈ মনত ৰাখিম? |
07:48 | প্ৰত্যেকতে এইটো কৰিব লগা নহয় ৷ কাৰণ লিনাক্সৰ উত্তম অনলাইন সহায়ৰ সূবিধা উপলব্ধ৷ |
07:55 | man কামাণ্ডে চিচটেমত সকেলাবোৰ কামাণ্ডৰ উপৰত থাকি ডকুমেন্ট আগবঢ়ায় ৷ |
08:01 | ধৰিলওক, ls কামাণ্ডৰ বিষয়ে জানিবলৈ, অমি সকলো টাৰমিনেললৈ ঘাব লাগিব৷ |
08:09 | আৰু আৰগুমেন্ট হিছাপে man কামাণ্ড ls কামাণ্ডৰ সৈতৈ লিখিবলৈ টাইপ কৰক man স্পেচ ls আৰু এন্টাৰ ডবাওক৷ |
08:23 | বাহিৰলৈ আহিবলৈ q ডবাওক৷ |
08:29 | man হ’ল চিষ্টেমৰ মেনোৱেল পেজাৰ৷ প্ৰতিটো আৰগুমেন্ট সাধাৰণতে প্ৰগ্ৰাম ইউটিলিটি বা ফাংচ’ন’ৰ নামহে৷ |
08:37 | এই আবৰগুমেন্টবোৰৰ লগত জড়িত মেনোৱেলৰ পেজবোৰ তেতিয়া প্ৰত্যক্ষ হব৷ |
08:43 | ঘদি এটা চেকছন আগবঢ়োৱা হয় তেন্তে man য়ে মেনুৱেলৰ সেই চেকচনটো দেখুৱাব৷ |
08:49 | ডিফল্ট এক্চন এইটো হয় যে সকলো উপলব্ধ চেকচনত বিচাৰক আৰু তাকো পুৰ্ৱ নিৰ্ধাৰিত ক্ৰমত আৰু পোৱা পেজবোৰৰ পৰা খালি প্ৰথম পেজটো দেখাওক যদিও সেই পেজখন বিভিন্ন ছেকচনত আছে |
09:00 | আপুনি man কামাণ্ডৰ বিষয়ে জানিবলৈ man কামাণ্ড ব্যৱহাৰ কৰক৷ |
09:07 | টাৰমিনেললৈ যাওক আৰু man স্পেচ man টাইপ কৰি এন্টাৰ দিয়ক৷ |
09:16 | ওলাই আহিবলৈ q টিপক ৷ |
09:20 | man কামাণ্ডৰ বহুত অপচন থাকে৷ |
09:23 | ইয়াত মোক অতি প্ৰয়োজনীয়টো কওক৷ কেতিয়াবা আমি কি কৰিব লাগে আমি জানো কিন্তু তাৰ কামাণ্ডবোৰ নাজানো৷ তেতিয়া আমি কি কৰিব লাগে৷ |
09:35 | man - k অপচন আবঢ়ায় যি এটা কি ৱৰ্ড আৰু সম্পূৰ্ণ বিবৰণ দি এখন কামাণ্ডৰ তালিকা দিব৷ |
09:44 | উদাহৰণস্পৰুপে এখন ডাইৰেক্টৰী বনাওতে আমি একজেক্ট কামান্ড নাজানিব পাৰো৷ |
09:50 | সেয়ে আমি কামাণ্ড প্ৰমটলৈ যাও আৰু man স্পেচ মাইনাচ k স্পেচ directories টাইপ কৰি এন্টাৰ ডবাও৷ |
10:06 | এতিয়া আমিও সকলো কমান্ডবোৰ বিচাৰিব পাৰো যাতে আমি দেখা পাও আচলতে আমাক কি লাগে. |
10:11 | এই একেটা কামকে apropos কামাণ্ড ব্যৱহাৰ কৰিও পাব পাৰি৷ |
10:15 | কামাণ্ডত প্ৰমটত apropos স্পেচ directories আৰু এন্টাৰ ডবাই আউটপুট চাওক৷ |
10:29 | কেতিয়াবা আমাক ইমানবোৰ বিৱৰণৰ প্ৰয়োজন নহয়৷ এটা কামাণ্ডে কি কৰে তাকহে প্ৰয়োজন৷ |
10:35 | সেইক্ষেত্ৰত, আমি কামাণ্ড কি বা man -f ব্যৱহাৰ কৰিব পাৰো৷ হয়তো কামাণ্ডৰ বিষয়ে একলাইনৰ বিবৰণ দিয়ে৷ |
10:45 | টাৰমিনেলৈ ঘাওক আৰু টাৰমিনেল উইন্দো ক্লিয়াৰ কৰিবলৈ clear টাইপ কৰক৷ |
10:51 | এতিয়া whatis স্পেচ ls টাইপ কৰি এন্টাৰ দিয়ক৷ |
10:59 | কিছুমান কামাণ্ডৰ বহুত অপচন থাকে৷ আমি এটা কামাণ্ডৰ বিডিন্ন অপচন বা তালিকাখন পাব পাৰো৷ |
11:07 | তেতিয়া আমি মাইনাচ অপচনৰ সহায় ল’ম৷ |
11:12 | কামাণ্ড প্ৰমটলৈ গৈ ls স্পেচ মাইনাচ মাইনাচ help টাইপ কৰি এন্টাৰ ডবাওক৷ |
11:23 | মই স্ক্ৰ’ল আপ কৰিম ঘাতে আমি মেনুৱেল পেজত থাকা সকেলা অপচন দেখা পাওঁ৷ |
11:38 | এয়াই হ’ল লিনাস্ক স্পকেন টিউটৰিয়েলৰ ভাগ৷ স্পকেন টিউটৰিয়েলৰ Talk to a Teacher প্ৰজেক্টৰ এটা অংশ |
11:49 | ইয়াৰ উপৰত অধিক জানিবলৈ এই লিংকত চাওক৷ |
11:54 | এই স্ক্ৰিপ্টটো অৰুন পাঠকৰ দ্বাৰা অনুবাদিত হৈছে আৰু মই মৌচুমী মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো. যোগ দানৰ বাবে ধনয়বাদ |