BOSS-Linux/C2/Basic-Commands/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 লিনাস্ক অপাৰেটিং চিষ্টেম স্পকেন টিউটৰিয়েললৈ আপোনাসবক স্বাগতম৷
00:05 এই টিউটৰিয়েলত আমি কিছুমান সাধাৰণ কামাণ্ডৰ বিষয়ে শিকিম৷
00:10 মই লিনাস্ক অপাৰেটিং চিষ্টেম ব্যৱহাৰ কৰিছো৷
00:12 আদি ধৰি লৈছো ঘে লিনাস্ক অপাৰেটিং চিষ্টেম কেনেকৈ আৰম্ভ কৰে তাক আপুনি জানে৷
00:17 ঘদি আপোনি জানিব বিচাৰিছে তেন্তে এইটো অন্য এটা ষ্পকেন টিউটৰিয়েলৰ ঘোগেদি http://spoken-tutorial.org এই ৱেবছাইটত উপলব্ধ৷
00:26 এই টিউটৰিয়েলত আমি কামাণ্ডবোৰ আৰু কামাণ্ড ইন্টাৰপ্ৰিতাৰ কি হয় তাক চাম
00:33 তাৰ পিছত man কামাণ্ড ব্যৱহাৰ কৰি লিনাক্সত কেনেকৈ সহায় পাব পাৰি তাক শিকিম৷
00:39 এতিয়া প্ৰথম প্ৰশ্নটো হ’ল, ‘‘কামাণ্ডবোৰ কি("what are commands?")"
00:43 সাধাৰণ ভাষাত ক’ব পাৰি যে লিনাক্স কামাণ্ডবোৰ হ’ল কিছুমান শব্দ ঘিবোৰ লিখি কিছু একচন ল’ব পাৰি৷
00:51 লিনাক্স কামাণ্ডবোৰ স্বাধীন হয় আৰু কেতিয়াবাহে চাৰিটা কেৰেকতাৰতকৈ দীঘলীয়া হয় উদাহৰণস্বৰূপে ls, who, ps ইত্যাদি৷
00:59 কামাণ্ডবোৰ লো’ৱাৰ কেছত থাকে আৰু এইবোৰ কেচচেনজিতিভ হয়, এটা উদাহৰণ চাউ
01:05 এপ্লিকেচন মেনুলৈ ঘাওক৷
01:08 একচ্চেৰিজ চিলেক্ট কৰি আৰু উপলব্ধ অপচনবোৰৰ পৰা টাৰমিনেলত ক্লিক কৰক৷
01:14 এতিয়া আমি প্ৰমপ্ট আৰু ইয়াৰ পিছফালে এডাল কাড়চাৰ দেখা পাম৷ ইয়াতে আমি কামাণ্ড টাইপ কৰিব লাগিব৷
01:22 টাইপ কৰক who আৰু এন্টাৰ ডবাওক৷
01:28 ইউজাৰৰ নাম লগ ইন হোৱা আমি দেখা পাম৷ আচলতে অলপ আগতে আমি কামাণ্ডড এটা দেখোৱাইছিলো যি who হয় য'ত চিষ্টমত কোনে কোনে লগ’ ইন কৰিছিলে হেয়া দেখুৱায়৷
01:41 কিন্তু ই কিছো আখৰৰ কি বস্তু বা এনটিটি যি ই কম্মান্দবোৰক একচনত সলনি কৰে
01:47 এইটো কামাণ্ড ইন্টাৰপ্ৰিটাৰৰ কাম যাক shell বুলিও কোৱা হয়৷
01:53 আমি shell ক প্ৰগাম ৰুপত পৰিভাষিত কৰিব পাৰো যি আমাৰ আৰু লিনাস্কচিস্তেমৰ মাজত ইন্টাৰফেচৰ নিচিনা কাম কৰিব৷
02:02 আমি অপাৰেটিং চিষ্টেমত একজিকিউট কৰিবলৈ কামাণণ্ডবোৰ এন্টাৰ কৰিবলৈ অনুমিত দিয়ে৷
02:07 লিনাস্কত বিবিধ ধৰণৰ shell ইনষ্টল কৰিবলৈ সম্ভব হয় আৰু, য'ত বয়ৱহাৰকাৰীয়ে নিজৰ পচন্দ মতে বাছি লব পাৰে৷
02:16 লিনাস্কত স্টেন্দাৰ্দ ছেল যি সদায় /bin/sh ৰুপত ইনষ্টল হৈ থাকে যাক bash কোৱা হয় the GNU Bourne-Again SHell যি GNU চোট অফ টোল্চৰে (suite of tools)ৰ পৰিপূৰ্ণ৷
02:29 এইটো টিউটৰিয়েলত যি কামাণ্ডবোৰ আমি দেখিম সেইখিনি প্ৰায়ে সামানয় হয় আৰু অলপ সালসলনিৰ লগত প্ৰায়বোৰ লিনাস্ক ছেলচত ৰান হয়৷
02:38 তথাপিও আমি এই টিউটৰিয়েলত প্ৰৰ্দশন কৰিব কাৰনে shellৰ ৰুপত bash প্ৰয়োগ কৰিম
02:44 কাৰণ এই bash বহুত জনপ্ৰিয় shell আৰু প্ৰায়বোৰ UNIX লৈ সংঘোগী৷
02:52 বেলেবোৰ shell হৈছে Bourne shell (sh) যি আচল Unix shell, C Shell (csh) আৰু Korn shell (ksh) হয়
03:02 কোনটো shell আমি ব্যৱহাৰ কৰি আছো তাক চাবলৈ
03:08 টাৰ্মিনেল লৈ যাওক আৰু কামান্ড টাইপ কৰক echo space dollar কেপিটলত (ডাঙৰ বৰ্ণত) SHELL আৰু এন্টাৰ টিপক ৷
03:21 সামানয় ৰুপৰ পৰা /bin/bash আউটপুট হয় যি আমাক bash shell দিয়ে৷
03:28 বহুত ধৰণেৰে বেলেগ বেলেগ shellsক সক্ৰিয় কৰা হয় যি কি উন্নত টিউটৰিয়েলত দেখোৱাব
03:36 কামাণ্ডচবোৰ আছলতে ফাইলছ হয় যত প্ৰগ্ৰামছ হয় যি C আখৰে লিখা হয়৷
03:41 এই ফাইলটো directories ত থাকে কমান্দবোৰ ক'ত জমা হৈ থাকে তাক গম লবলৈ, টাইপ (type) কম্মান্দৰ প্ৰয়োগ কৰক
03:48 কামান্ড প্ৰৰ্ম্পটত Type স্পেচ ps টাইপ কৰক আৰু এনটাৰ দবাওক৷
03:58 এইটোৱে দেখাব ঘে ps কম্মান্দটো প্ৰকৃততে /bin ডাৰিকেটৰীত জমা হোৱা এটা ফাইল৷
04:03 ঘেতিয়া কামাণ্ড প্ৰমন্টত আমি কামাণ্ড দিম, তেতিয়া shell ডাইৰেকক্টৰীৰ তালিকাৰ পৰা কামাণ্ডৰ অনুৰূপ ফাইলতো বাছি ল’ব৷
04:12 ঘদি এইটো পায়, তেতিয়া প্ৰগ্ৰাম সন্নিবিষ্ট সেই ফাইলটো এক্সকিউট হব, নহলে “command not found” বুলি ভুল দেখৱাব৷
04:21 PATH ভেৰিৱেবোলে বাছি উলিওৱা ডাইৰেক্টৰীৰ তালিকাখন নিদ্দিষ্ট কৰে, ঘিটো আমি পিছত দেখা পাম৷
04:28 এতিয়াৰ বাবে, ঘদি আমি এই তালিকাখন চাব বিচাৰো, মাত্ৰ কামাণ্ড ষ্পেছ echo ষ্পেছ dollar PATH টাইপ কৰক৷
04:40 ডাঙৰ বৰ্ণত আৰু এনটাৰ দবাওক৷
04:45 কামাণ্ডৰ কথা কওতে আমি জনাৰ প্ৰয়োজন ঘে এইটো এটা প্ৰয়োজনীয় বস্তু৷
04:51 লিনাক্স কামাণ্ডবোৰ দুই ধৰণৰ - এক্সটাৰনেল কামাণ্ড আৰু ইন্টাৰনেল কামাণ্ড৷
04:56 এতিয়া আচুতিয়া files/programs বোৰ হৈছে এক্সটাৰনেল কামাণ্ড৷
05:00 লিনাক্চত প্ৰায় কম্মান্দবোৰ এইধৰনৰ হয় কিন্তু কিছুমান কম্মান্দ আছে যি যাৰ কাৰ্জ বিলাক shellতে লিখা যায় আৰু সেইবিলাক বেলেগ ফাইলৰ ৰুপত নাথাকে.
05:12 এইবোৰ ইন্টাৰনেল কামাণ্ড৷
05:14 echo কামাণ্ড, যাক আমি পিছত চাম, আছলতে ই এটা ইন্টাৰনেল কম্মান্দ হয়
05:18 টাৰমিনেলৈ ঘাওক আৰ টাইপ কৰক৷
05:26 type স্পেচ echo আৰু এন্টাৰ ডবাওক৷
05:34 আউটপুট echo ক shell built-in ৰুপত দেখোৱা হয়.
05:43 সেয়ে ফাইল নেম দিয়াতকৈ ই কয় যে echo কমান্ডৰ কাৰ্জ বিলাক এন্টাৰনেল হয় , সেই কাৰনে ইয়াক ইন্টাৰনেল কম্মান্দ কোৱা হয়.
05:50 আন এটা প্ৰয়েজনীয় বস্তু হৈছে ষ্ট্ৰাকচাৰ অফ কামাণ্ড ঘিটো জানাটো প্ৰয়োজনীয়৷
05:55 কামাণ্ডবোৰ এটা শব্দ বা মালটিপুল শব্দৰ হব, ঘি হুৱাইট ষ্পেচেৰে পৃথক কৰা হব
06:02 দ্বিতীয় কেসটোত প্রথম শব্দৰ কম্মানটোৰ আচল নাম হয় যি অনয় শব্দটো তৰ্ক (arguments) হয়.
06:09 আৰগিউমেন্ট অপচন, এক্সপ্ৰেচন বা ফাইল নেম হব পাৰে৷
06:14 এটা কামাণ্ডে অপচনৰ ওপৰত ভিত্তি কৰি বিভিন্ন কাম কৰিব পাৰে৷
06:20 সাধাৰণতে এইবোৰ চিংগ’ল বা ডাৱল মাইনাছ চাইনৰ দ্বাৰা সূচায়, ইয়াক মাইনাছ চিহ্ন বা চৰ্ত অপচন্ আৰু লঙ অপচন বোলে
06:28 টাৰ্মিনেল উইন্দোলৈ ঘাওক আৰু কামাণ্ড টাইপ কৰক আৰু তাৰ আউটপুটবিলাক চাওক৷
06:34 টাৰমিনেল উইন্ডোলৈ ক্লিয়াৰ কৰিবলৈ clear টাইপ কৰক৷
06:37 এতিয়া ls টাইপ কৰক আৰু এন্টাৰ ডবাওক৷
06:43 আকৌ clear টাইপ কৰক আৰু এনটোৰ ডবাওক৷
06:49 ls স্পেচ মাইনাচ a টাইপ কৰি এন্টাৰ ডবাওক৷
06:58 টাৰমিনেল উইন্ডলৈ ক্লিয়াৰ কৰিবলৈ clear টাইপ কৰক৷
07:04 এতিয়া ls স্পেচ মাইনাচ all টাইপ কৰি এন্টাৰ ডবাওক৷
07:13 আকৌ টাৰমিনেল ক্লিয়াৰ কৰিবলৈ clear টাইপ কৰক৷
07:18 এতিয়া ls স্পেচ মাইনাচ d টাইপ কৰি এন্টাৰ ডবাওক৷
07:26 এইবাৰ এইটো বোজিব পাৰিব যে কেনেকৈ অপচন বোৰ সালসলনি কৰাত কম্মান্দৰ অভয়্সবোৰ সলনি হৈছে
07:33 লিনাক্সত বহুত পৰিমানৰ কমাণ্ড থাকে৷
07:39 যাৰ প্ৰত্যেকৰে বিভিন্ন অপচন থাকে৷
07:42 কামান্ডবোৰ একলগ কৰিব পৰা ঘায় ঘিটো আমি পিছত দেখিম৷ কিন্তু ইমানবোৰ কেনেকৈ মনত ৰাখিম?
07:48 প্ৰত্যেকতে এইটো কৰিব লগা নহয় ৷ কাৰণ লিনাক্সৰ উত্তম অনলাইন সহায়ৰ সূবিধা উপলব্ধ৷
07:55 man কামাণ্ডে চিচটেমত সকেলাবোৰ কামাণ্ডৰ উপৰত থাকি ডকুমেন্ট আগবঢ়ায় ৷
08:01 ধৰিলওক, ls কামাণ্ডৰ বিষয়ে জানিবলৈ, অমি সকলো টাৰমিনেললৈ ঘাব লাগিব৷
08:09 আৰু আৰগুমেন্ট হিছাপে man কামাণ্ড ls কামাণ্ডৰ সৈতৈ লিখিবলৈ টাইপ কৰক man স্পেচ ls আৰু এন্টাৰ ডবাওক৷
08:23 বাহিৰলৈ আহিবলৈ q ডবাওক৷
08:29 man হ’ল চিষ্টেমৰ মেনোৱেল পেজাৰ৷ প্ৰতিটো আৰগুমেন্ট সাধাৰণতে প্ৰগ্ৰাম ইউটিলিটি বা ফাংচ’ন’ৰ নামহে৷
08:37 এই আবৰগুমেন্টবোৰৰ লগত জড়িত মেনোৱেলৰ পেজবোৰ তেতিয়া প্ৰত্যক্ষ হব৷
08:43 ঘদি এটা চেকছন আগবঢ়োৱা হয় তেন্তে man য়ে মেনুৱেলৰ সেই চেকচনটো দেখুৱাব৷
08:49 ডিফল্ট এক্চন এইটো হয় যে সকলো উপলব্ধ চেকচনত বিচাৰক আৰু তাকো পুৰ্ৱ নিৰ্ধাৰিত ক্ৰমত আৰু পোৱা পেজবোৰৰ পৰা খালি প্ৰথম পেজটো দেখাওক যদিও সেই পেজখন বিভিন্ন ছেকচনত আছে
09:00 আপুনি man কামাণ্ডৰ বিষয়ে জানিবলৈ man কামাণ্ড ব্যৱহাৰ কৰক৷
09:07 টাৰমিনেললৈ যাওক আৰু man স্পেচ man টাইপ কৰি এন্টাৰ দিয়ক৷
09:16 ওলাই আহিবলৈ q টিপক ৷
09:20 man কামাণ্ডৰ বহুত অপচন থাকে৷
09:23 ইয়াত মোক অতি প্ৰয়োজনীয়টো কওক৷ কেতিয়াবা আমি কি কৰিব লাগে আমি জানো কিন্তু তাৰ কামাণ্ডবোৰ নাজানো৷ তেতিয়া আমি কি কৰিব লাগে৷
09:35 man - k অপচন আবঢ়ায় যি এটা কি ৱৰ্ড আৰু সম্পূৰ্ণ বিবৰণ দি এখন কামাণ্ডৰ তালিকা দিব৷
09:44 উদাহৰণস্পৰুপে এখন ডাইৰেক্টৰী বনাওতে আমি একজেক্ট কামান্ড নাজানিব পাৰো৷
09:50 সেয়ে আমি কামাণ্ড প্ৰমটলৈ যাও আৰু man স্পেচ মাইনাচ k স্পেচ directories টাইপ কৰি এন্টাৰ ডবাও৷
10:06 এতিয়া আমিও সকলো কমান্ডবোৰ বিচাৰিব পাৰো যাতে আমি দেখা পাও আচলতে আমাক কি লাগে.
10:11 এই একেটা কামকে apropos কামাণ্ড ব্যৱহাৰ কৰিও পাব পাৰি৷
10:15 কামাণ্ডত প্ৰমটত apropos স্পেচ directories আৰু এন্টাৰ ডবাই আউটপুট চাওক৷
10:29 কেতিয়াবা আমাক ইমানবোৰ বিৱৰণৰ প্ৰয়োজন নহয়৷ এটা কামাণ্ডে কি কৰে তাকহে প্ৰয়োজন৷
10:35 সেইক্ষেত্ৰত, আমি কামাণ্ড কি বা man -f ব্যৱহাৰ কৰিব পাৰো৷ হয়তো কামাণ্ডৰ বিষয়ে একলাইনৰ বিবৰণ দিয়ে৷
10:45 টাৰমিনেলৈ ঘাওক আৰু টাৰমিনেল উইন্দো ক্লিয়াৰ কৰিবলৈ clear টাইপ কৰক৷
10:51 এতিয়া whatis স্পেচ ls টাইপ কৰি এন্টাৰ দিয়ক৷
10:59 কিছুমান কামাণ্ডৰ বহুত অপচন থাকে৷ আমি এটা কামাণ্ডৰ বিডিন্ন অপচন বা তালিকাখন পাব পাৰো৷
11:07 তেতিয়া আমি মাইনাচ অপচনৰ সহায় ল’ম৷
11:12 কামাণ্ড প্ৰমটলৈ গৈ ls স্পেচ মাইনাচ মাইনাচ help টাইপ কৰি এন্টাৰ ডবাওক৷
11:23 মই স্ক্ৰ’ল আপ কৰিম ঘাতে আমি মেনুৱেল পেজত থাকা সকেলা অপচন দেখা পাওঁ৷
11:38 এয়াই হ’ল লিনাস্ক স্পকেন টিউটৰিয়েলৰ ভাগ৷ স্পকেন টিউটৰিয়েলৰ Talk to a Teacher প্ৰজেক্টৰ এটা অংশ
11:49 ইয়াৰ উপৰত অধিক জানিবলৈ এই লিংকত চাওক৷
11:54 এই স্ক্ৰিপ্টটো অৰুন পাঠকৰ দ্বাৰা অনুবাদিত হৈছে আৰু মই মৌচুমী মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো. যোগ দানৰ বাবে ধনয়বাদ

Contributors and Content Editors

Mousumi