BASH/C2/More-on-Loops/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নেষ্টেদ ফৰ লোপ ইন বেচৰ (Nested for loop in BASH) স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত, আমি নেষ্টেদ ফৰ লোপ (Nested for loop) এটা উদাহৰণৰ সহায়ত শিকিম |
00:13 | এই টিউটৰিয়েলটো বাণীবদ্ধ কৰিবৰ বাবে মই ব্যৱহাৰ কৰিছো Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 অপাৰেটিং চিষ্টেম(Operating System) আৰু GNU BASH(বেচ) তাঙৰণ 4.1.10 |
00:24 | অনুগ্ৰহ কৰি মন কৰিব, GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে |
00:31 | এই টিউট’ৰিয়েলটো শিকিবলৈ, আপুনি বেচত (Bash) লোপচৰ (loops ) সৈতে পৰিচিত হ’ব লাগিব |
00:37 | সঙ্গত শিকনিৰ(relevant tutorials) বাবে, অনুগ্রহ কৰি দৰ্শিত ধৰণে আমাৰ উৱেবচাইট(website) পৰিদৰ্শন কৰক http://spoken-tutorial.org |
00:43 | আহক আমি নেষ্টেদ লোপৰ (nested loop) এটা পৰিচয়ৰে আৰম্ভ কৰো |
00:46 | এটা লোপৰ ভিতৰত থকা লোপ এটাক নেষ্টেদ লোপ (nested loop) হিচাবে জনা যায় |
00:51 | আহক আমি গাঠণিটো চাওঁ বহিস্থ ফৰ লোপ (Outer for loop) সমীকৰণ(expression) 1, 2, 3 |
00:57 | আভ্যন্তৰীণ ফৰ লোপ(Inner for loop) সমীকৰণ(expression) 1, 2, 3 |
01:01 | ষ্টেটমেন্ত(statement) 1 ষ্টেটমেন্ত(statement) 2 |
01:04 | আভ্যন্তৰীণ ফৰ লোপৰ শেষ (Closing Inner for loop) বহিস্থ ফৰ লোপৰ শেষ (Closing Outer for loop) |
01:09 | আহক আমি নেষ্টেদ ফৰ লোপৰ (Nested for loop) এটা উদাহৰণ চাওঁ |
01:12 | প্ৰথমে আহক আমি দাইৰেক্তৰী গঠন (directory structure)টোৰ দ্বাৰা যাওঁ |
01:17 | ইয়াত দেক্সট’পত (Desktop) চিম্পল-নেষ্টেদ-ফৰ (simple-nested-for) নামৰ এটা দাইৰেক্তৰী আছে । আহক ইয়াক খুলো |
01:24 | আমাৰ ওচৰত চাবদাইৰেক্তৰীচ (subdirectories) টেষ্ট(test), টেষ্ট(test)2 আৰু টেষ্ট(test)3 আৰু এটা বেচ স্ক্ৰিপ্ত (Bash script) আছে |
01:31 | প্ৰত্যেক চাবদাইৰেক্তৰীত (sub-directory), বহুতো টেকষ্ট ফাইলচ (text files)আছে |
01:36 | এতিয়া আমি আমাৰ ক’ডলৈ যাম |
01:39 | এই প্ৰোগ্ৰামটোৱে প্ৰত্যেক চাবদাইৰেক্তৰীত (subdirectory) থকা সকলো ফাইলসমূহক দৰ্শিত কৰে |
01:45 | অনুগ্ৰহ কৰি মন কৰিব যে একেটা লাভ কৰিব পাৰি এটা একক শাৰী কমান্ড ls -1 (হাইফেন ওৱান) -R(হাইফেন R) test*(টেষ্ট এষ্টেৰিক্স) ব্যৱ্হাৰ কৰি |
01:53 | কিন্তু আমি এইটো এটা ফৰ লোপ (for loop) ব্যৱ্হাৰ কৰি কৰিম |
01:58 | মন কৰিব যে আমাৰ বেচ স্ক্ৰিপ্ত(Bash script)টোৰ নাম হৈছে নেষ্টেদ(nested)-(হাইফেন) ফৰ(for) দত(dot) sh |
02:05 | এইটো আমাৰ চিবেং শাৰী (shebang line) |
02:08 | এইটো হৈছে বহিস্থ ফৰ লোপ (outer for loop) |
02:10 | এই ফৰ লোপটোৱে টেষ্ট (test) নামৰে আৰম্ভ হোৱা দাইৰেক্তৰীৰ বাবে পৰীক্ষা কৰিব |
02:15 | প্ৰথম ইকৌ(echo) শাৰীটোৱে চাবদাইৰেক্তৰীৰ (sub-directories) নামসমূহ দৰ্শিত কৰিব |
02:21 | দ্বিতীয় ইকৌ(echo) শাৰীটোৱে এটা খালী শাৰী নিৰ্মাণ কৰিব |
02:25 | এইটো হৈছে আভ্যন্তৰীণ ফৰ লোপ (inner for loop) । ই দাইৰেক্তৰীৰ ভিতৰত অৱস্থিত ফাইলসমূহৰ বাবে পৰীক্ষা কৰিব |
02:32 | ls য়ে দাইৰেক্তৰীৰ বিষয়বস্তুটো দৰ্শিত কৰে |
02:36 | প্ৰত্যেক শাৰীত এটাকৈ ফাইল তালিকাভূক্ত কৰিবলৈ -1 (হাইফেন ওৱান) ব্যৱ্হাৰ কৰা হয় |
02:41 | ইয়াত আমি ফাইলসমূহ তালিকাভূক্ত কৰো । দান(done)য়ে আভ্যন্তৰীণ ফৰ লোপটো (inner for loop) সমাপ্ত কৰে |
02:45 | বহিস্থ ফৰ লোপৰ (outer for loop) প্ৰতিটো চক্ৰৰ (cycle) সমাপনৰ পাছত এই কমান্ডটোৱে এটা উলম্ব (vertical) শাৰী ছপা কৰে |
02:53 | দান(done)য়ে বহিস্থ ফৰ লোপটো (outer for loop) সমাপ্ত কৰে |
02:57 | আহক আমি প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো |
02:58 | আপোনাৰ কীবৰ্ড (keyboard)ত একেলগে ctrl+alt+t কীচ টিপি টাৰ্মিনেলটো (terminal) খোলক |
03:08 | এতিয়া, আহক আমি দাইৰেক্তৰীটোলৈ যাওঁ য’ত আমাৰ বেচ স্ক্ৰিপ্তটো (Bash script)আছে |
03:13 | এইটো দেস্কট’প(Desktop)ত আছে |
03:15 | লিখক cd দেস্কট’প(Desktop) । আহক আমি চিম্পল(simple)-(হাইফেন)নেষ্টেদ(nested)-(হাইফেন) ফৰ(for) ফ’ল্দাৰটোত যাওঁ |
03:22 | এন্টাৰ(Enter ) টিপক |
03:24 | লিখক chmod প্লাচ(plus) +x নেষ্টেদ(nested)-(হাইফেন) ফৰ(for) দত(dot) sh |
03:32 | এন্টাৰ(Enter ) টিপক |
03:34 | লিখক দত(dot) শ্লাচ(slash) নেষ্টেদ(nested)-(হাইফেন) ফৰ(for) দত(dot) sh |
03:39 | এন্টাৰ(Enter ) টিপক |
03:40 | আউতপুতটো দৰ্শিত হৈছে । ই দেখাইছে টেষ্ট(test) দাইৰেক্তৰীত ফাইলসমূহ । টেষ্ট(test)2 দাইৰেক্তৰীত ফাইলসমূহ আৰু টেষ্ট(test)3 দাইৰেক্তৰীত ফাইলসমূহ |
03:52 | ইয়াৰ দ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
03:56 | আহক আমি মূলভাৱ চাওঁ । এই টিউট’ৰিয়েলটোত আমি শিকিলো, নেষ্টেদ ফৰ লোপ (Nested for loop) |
04:02 | এটা অনুশিলনী হিচাবে |
04:04 | নেষ্টেদ(nested) (হাইফেন)- ফৰ(for) দত(dot) sh বেচ স্ক্ৰিপ্তটো নেষ্টেদ হোৱাইল লোপ (nested while loop)ব্যৱ্হাৰ কৰি পুনৰ লিখক |
04:11 | আপোনাৰ প্ৰোগ্ৰামটো 'নেষ্টেদ(nested)-(হাইফেন) হোৱাইল(while) দত(Dot) sh' নামেৰে ছেভ কৰক |
04:17 | তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব । এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ |
04:23 | আপোনাৰ বেন্ডউইথ(bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব |
04:28 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
04:37 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
04:45 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher) প্ৰকল্পৰ অংশ হয় ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে |
04:57 | এই মিচনৰ বিষয়ে অধিক তথ্য : http://spoken-tutorial.org\NMEICT-Intro ত উপলদ্ধ |
05:03 | স্ক্ৰিপ্তটো (script) FOSSEE আৰু স্প’কেন টিউট’ৰিয়েল দলে অৱ্দান (contributed) দিছে |
05:08 | সংযোগ কৰাৰ বাবে ধন্যবাদ |