BASH/C2/More-on-Loops/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নেষ্টেদ ফৰ লোপ ইন বেচৰ (Nested for loop in BASH) স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি নেষ্টেদ ফৰ লোপ (Nested for loop) এটা উদাহৰণৰ সহায়ত শিকিম
00:13 এই টিউটৰিয়েলটো বাণীবদ্ধ কৰিবৰ বাবে মই ব্যৱহাৰ কৰিছো Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 অপাৰেটিং চিষ্টেম(Operating System) আৰু GNU BASH(বেচ) তাঙৰণ 4.1.10
00:24 অনুগ্ৰহ কৰি মন কৰিব, GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে
00:31 এই টিউট’ৰিয়েলটো শিকিবলৈ, আপুনি বেচত (Bash) লোপচৰ (loops ) সৈতে পৰিচিত হ’ব লাগিব
00:37 সঙ্গত শিকনিৰ(relevant tutorials) বাবে, অনুগ্রহ কৰি দৰ্শিত ধৰণে আমাৰ উৱেবচাইট(website) পৰিদৰ্শন কৰক http://spoken-tutorial.org
00:43 আহক আমি নেষ্টেদ লোপৰ (nested loop) এটা পৰিচয়ৰে আৰম্ভ কৰো
00:46 এটা লোপৰ ভিতৰত থকা লোপ এটাক নেষ্টেদ লোপ (nested loop) হিচাবে জনা যায়
00:51 আহক আমি গাঠণিটো চাওঁ বহিস্থ ফৰ লোপ (Outer for loop) সমীকৰণ(expression) 1, 2, 3
00:57 আভ্যন্তৰীণ ফৰ লোপ(Inner for loop) সমীকৰণ(expression) 1, 2, 3
01:01 ষ্টেটমেন্ত(statement) 1 ষ্টেটমেন্ত(statement) 2
01:04 আভ্যন্তৰীণ ফৰ লোপৰ শেষ (Closing Inner for loop) বহিস্থ ফৰ লোপৰ শেষ (Closing Outer for loop)
01:09 আহক আমি নেষ্টেদ ফৰ লোপৰ (Nested for loop) এটা উদাহৰণ চাওঁ
01:12 প্ৰথমে আহক আমি দাইৰেক্তৰী গঠন (directory structure)টোৰ দ্বাৰা যাওঁ
01:17 ইয়াত দেক্সট’পত (Desktop) চিম্পল-নেষ্টেদ-ফৰ (simple-nested-for) নামৰ এটা দাইৰেক্তৰী আছে । আহক ইয়াক খুলো
01:24 আমাৰ ওচৰত চাবদাইৰেক্তৰীচ (subdirectories) টেষ্ট(test), টেষ্ট(test)2 আৰু টেষ্ট(test)3 আৰু এটা বেচ স্ক্ৰিপ্ত (Bash script) আছে
01:31 প্ৰত্যেক চাবদাইৰেক্তৰীত (sub-directory), বহুতো টেকষ্ট ফাইলচ (text files)আছে
01:36 এতিয়া আমি আমাৰ ক’ডলৈ যাম
01:39 এই প্ৰোগ্ৰামটোৱে প্ৰত্যেক চাবদাইৰেক্তৰীত (subdirectory) থকা সকলো ফাইলসমূহক দৰ্শিত কৰে
01:45 অনুগ্ৰহ কৰি মন কৰিব যে একেটা লাভ কৰিব পাৰি এটা একক শাৰী কমান্ড ls -1 (হাইফেন ওৱান) -R(হাইফেন R) test*(টেষ্ট এষ্টেৰিক্স) ব্যৱ্হাৰ কৰি
01:53 কিন্তু আমি এইটো এটা ফৰ লোপ (for loop) ব্যৱ্হাৰ কৰি কৰিম
01:58 মন কৰিব যে আমাৰ বেচ স্ক্ৰিপ্ত(Bash script)টোৰ নাম হৈছে নেষ্টেদ(nested)-(হাইফেন) ফৰ(for) দত(dot) sh
02:05 এইটো আমাৰ চিবেং শাৰী (shebang line)
02:08 এইটো হৈছে বহিস্থ ফৰ লোপ (outer for loop)
02:10 এই ফৰ লোপটোৱে টেষ্ট (test) নামৰে আৰম্ভ হোৱা দাইৰেক্তৰীৰ বাবে পৰীক্ষা কৰিব
02:15 প্ৰথম ইকৌ(echo) শাৰীটোৱে চাবদাইৰেক্তৰীৰ (sub-directories) নামসমূহ দৰ্শিত কৰিব
02:21 দ্বিতীয় ইকৌ(echo) শাৰীটোৱে এটা খালী শাৰী নিৰ্মাণ কৰিব
02:25 এইটো হৈছে আভ্যন্তৰীণ ফৰ লোপ (inner for loop) । ই দাইৰেক্তৰীৰ ভিতৰত অৱস্থিত ফাইলসমূহৰ বাবে পৰীক্ষা কৰিব
02:32 ls য়ে দাইৰেক্তৰীৰ বিষয়বস্তুটো দৰ্শিত কৰে
02:36 প্ৰত্যেক শাৰীত এটাকৈ ফাইল তালিকাভূক্ত কৰিবলৈ -1 (হাইফেন ওৱান) ব্যৱ্হাৰ কৰা হয়
02:41 ইয়াত আমি ফাইলসমূহ তালিকাভূক্ত কৰো । দান(done)য়ে আভ্যন্তৰীণ ফৰ লোপটো (inner for loop) সমাপ্ত কৰে
02:45 বহিস্থ ফৰ লোপৰ (outer for loop) প্ৰতিটো চক্ৰৰ (cycle) সমাপনৰ পাছত এই কমান্ডটোৱে এটা উলম্ব (vertical) শাৰী ছপা কৰে
02:53 দান(done)য়ে বহিস্থ ফৰ লোপটো (outer for loop) সমাপ্ত কৰে
02:57 আহক আমি প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো
02:58 আপোনাৰ কীবৰ্ড (keyboard)ত একেলগে ctrl+alt+t কীচ টিপি টাৰ্মিনেলটো (terminal) খোলক
03:08 এতিয়া, আহক আমি দাইৰেক্তৰীটোলৈ যাওঁ য’ত আমাৰ বেচ স্ক্ৰিপ্তটো (Bash script)আছে
03:13 এইটো দেস্কট’প(Desktop)ত আছে
03:15 লিখক cd দেস্কট’প(Desktop) । আহক আমি চিম্পল(simple)-(হাইফেন)নেষ্টেদ(nested)-(হাইফেন) ফৰ(for) ফ’ল্দাৰটোত যাওঁ
03:22 এন্টাৰ(Enter ) টিপক
03:24 লিখক chmod প্লাচ(plus) +x নেষ্টেদ(nested)-(হাইফেন) ফৰ(for) দত(dot) sh
03:32 এন্টাৰ(Enter ) টিপক
03:34 লিখক দত(dot) শ্লাচ(slash) নেষ্টেদ(nested)-(হাইফেন) ফৰ(for) দত(dot) sh
03:39 এন্টাৰ(Enter ) টিপক
03:40 আউতপুতটো দৰ্শিত হৈছে । ই দেখাইছে টেষ্ট(test) দাইৰেক্তৰীত ফাইলসমূহ । টেষ্ট(test)2 দাইৰেক্তৰীত ফাইলসমূহ আৰু টেষ্ট(test)3 দাইৰেক্তৰীত ফাইলসমূহ
03:52 ইয়াৰ দ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
03:56 আহক আমি মূলভাৱ চাওঁ । এই টিউট’ৰিয়েলটোত আমি শিকিলো, নেষ্টেদ ফৰ লোপ (Nested for loop)
04:02 এটা অনুশিলনী হিচাবে
04:04 নেষ্টেদ(nested) (হাইফেন)- ফৰ(for) দত(dot) sh বেচ স্ক্ৰিপ্তটো নেষ্টেদ হোৱাইল লোপ (nested while loop)ব্যৱ্হাৰ কৰি পুনৰ লিখক
04:11 আপোনাৰ প্ৰোগ্ৰামটো 'নেষ্টেদ(nested)-(হাইফেন) হোৱাইল(while) দত(Dot) sh' নামেৰে ছেভ কৰক
04:17 তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব । এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ
04:23 আপোনাৰ বেন্ডউইথ(bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব
04:28 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
04:37 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
04:45 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher) প্ৰকল্পৰ অংশ হয় ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে
04:57 এই মিচনৰ বিষয়ে অধিক তথ্য : http://spoken-tutorial.org\NMEICT-Intro ত উপলদ্ধ
05:03 স্ক্ৰিপ্তটো (script) FOSSEE আৰু স্প’কেন টিউট’ৰিয়েল দলে অৱ্দান (contributed) দিছে
05:08 সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9