Avogadro/C2/Create-Surfaces/Assamese
From Script | Spoken-Tutorial
|
|
---|---|
00:01 | নমস্কাৰ । Create surfaces বিষয়ক টিউটোৰিয়েলটোত সকলোকে স্বাগতম। |
00:07 | এই টিউটোৰিয়েলত,আমি শিকিম: অণুৰ বৈশিষ্ট্যবোৰ দেখা |
00:13 | partial charge দি পৰমাণু লেবেল কৰা |
00:17 | Van der waals পৃষ্ঠতল তৈয়াৰ কৰা |
00:20 | electrostatic potential 'শক্তিবোৰৰ অনুযায়ী পৃষ্ঠতলৰ ৰঙ কৰা |
00:25 | ইয়াতে মই উবুন্টু লিনাক্স OS সংস্কৰণ 14.04 ব্যবহাৰ কৰিছো।
'Avogadro সংস্কৰণ 1.1.1 |
00:35 | এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ Avogadro ইন্টাৰফেস-এৰ সৈতে পৰিচিত হোৱা উচিত '। |
00:41 | যদি নাই, প্ৰাসঙ্গিক টিউটোৰিয়েলৰ বাবে, অনুগ্ৰহ কৰি আমাৰ ওয়েবসাইটত চাওক। |
00:47 | ইয়াতে মই 'Avogadroউইন্ডোটো খুলিছো । |
00:51 | Insert Fragment Library পৰা butane -এৰ এটা অণু সোমাওক। |
00:57 | Build মেনুত ক্লিক কৰক আৰু তাৰপিছত Insert ->fragment ক্লিক কৰক। |
01:04 | alkanes ফোল্ডাৰ খুলিবলৈ ডাবল ক্লিক কৰক। butane.cml নিৰ্বাচন কৰক। |
01:11 | Insert বোতামটো ক্লিক কৰক। |
01:14 | ডায়ালগ বাক্সটো বন্ধ কৰক। |
01:17 | প্যানেলত n-butane -এৰ মডেলটো প্ৰদৰ্শিত হয়। |
01:21 | Select মেনুৰ পৰা Select none বিকল্পটো নিৰ্বাচন কৰি নিৰ্বাচনটো মুছি পেলাওক । |
01:26 | অণুটোৰ আণবিক বৈশিষ্ট্য প্ৰদৰ্শন কৰা যাওক। |
01:30 | View মেনুত ক্লিক কৰক, Properties বিকল্প নিৰ্বাচন কৰক। |
01:35 | সাব-মেনু পৰা, Molecule Properties ক্লিক কৰক। |
01:39 | Molecule Properties উইন্ডোয়ে কিছু তথ্য জনায় যেনে ,
IUPAC Molecule Name, Molecular weight, Chemical Formula, Dipole moment 'ইত্যাদি। |
01:54 | উইন্ডো বন্ধ কৰিবলৈ OK' ত ক্লিক কৰক। |
01:57 | অনুৰূপভাবে Atom Properties চাবলৈ: properties মেনুৰ পৰা 'Atom properties বিকল্প 'ক্লিক কৰক। |
02:04 | অণুটোৰ প্ৰত্যেক পৰমাণুৰ বৈশিষ্ট্য যেনে Element, Type, Valence, Formal charge 'ইত্যাদিৰ মানবোৰৰ সহ এটা টেবোল খুল খায় । |
02:17 | ডায়ালগ বাক্সটো বন্ধ কৰক। |
02:20 | তালিকাৰ পৰা Angle, Torsion আৰু Conformer নিচিনা অন্যান্য বৈশিষ্ট্যেৰ সন্ধান কৰক। |
02:27 | আহক এতিয়া মইpartial charge দি অণুত পৰমাণুবোৰক লেবেল কৰিবলৈ শিকো। |
02:33 | Display Types তালিকাৰ পৰা Display settings ত ক্লিক কৰক: লেবেল এৰ ফালৰ বক্সটোত চেক কৰক । |
02:43 | লেবেল চেক বক্স-এৰ সোফালৰ Spanner চিন্হত ক্লিক কৰক। |
02:48 | Label Settingsউইন্ডো খোলে। |
02:51 | atom labels' টেক্সট ড্ৰপ ডাউন পৰা Partial charge বিকল্পত ক্লিক কৰক। এতিয়া এই অণুৰ সকলো পৰমাণুই partial charge দি লেবেলযুক্ত হৈছে। |
03:01 | partial charge distribution 'কাৰ্বন পৰমাণুৰ প্ৰতিক্ৰিয়াশীলতাৰ পূৰ্বাভাস দিবলৈ সহায়তা কৰে। |
03:07 | পৰমাণুবোৰক partial charge' দ্বাৰা লেবেল কৰি Inductive effectক ব্যাখ্যা কৰা যাব পাৰে। |
03:14 | এটা হাইড্ৰোজেন ক ক্লোৰিন দি প্ৰতিস্থাপন কৰক ।
কাৰ্বন চেইন-ত partial charge মানৰ পৰিবৰ্তন লক্ষ্য কৰক। |
03:22 | inductive effect এৰ বাবে, chlorine এৰ কাষৰ কাৰ্বোনবোৰ আৰো ধনাত্মক হৈ উঠিছে। |
03:28 | বন্ড লেবেল কৰাৰও এটা বিকল্প আছে। bond labels টেক্সট বক্সত ক্লিক কৰক। |
03:35 | ড্ৰপ ডাউন মেনুত বন্ডক লেবেল কৰাৰ বিকল্প আছে। |
03:39 | বন্ড লেন্থ ত ক্লিক কৰক। সমস্ত বন্ডনৰ বাবে বন্ড লেন্থ প্যেনেলত প্ৰদৰ্শিত হয়। |
03:46 | লেবেলবোৰৰ ৰঙ পৰিবৰ্তন কৰিবলৈ, ৰং দি ভৰা বাক্সত ক্লিক কৰক। |
03:51 | Select atoms label color 'উইন্ডো পৰা ৰং নিৰ্বাচন কৰক। OK বোতামটোত ক্লিক কৰক। |
03:59 | মই ' লেবেলবোৰক X, Y আৰু Z-এৰ ফালে স্থানান্তৰ কৰিব পাৰো। |
04:04 | label shift মেনু'ত' increment or decrement buttons ত ক্লিক কৰক।
ডায়ালগ বাক্সটো বন্ধ কৰক। |
04:12 | Avogadro এৰ অন্য এটা খুব দৰকাৰী বৈশিষ্ট্য হল, পৃষ্ঠতল তৈয়াৰৰ ক্ষমতা। |
04:18 | extensions মেনুত পৃষ্ঠতল তৈয়াৰৰ বিকল্পটো পোৱা যায়। |
04:24 | extensions মেনুত ক্লিক কৰক, তাৰপিছত create surfaces বিকল্পটোত ক্লিক কৰক। |
04:30 | এটা create surface ডায়ালগ বক্স পৰ্দাত খোলে। |
04:34 | সাৰফেস টাইপ ড্ৰপ ডাউন এৰ দুটা বিকল্প আছে: Van der waals আৰু electro-static potential । |
04:42 | Avogadro ত electro-static potential সমৰ্থিত নহয় । |
04:48 | Van der waals বিকল্পটো নিৰ্বাচন কৰক। 'Color By ড্ৰপ ডাউন-ত নিৰ্বাচন কৰক Nothing |
04:55 | ৰেজোলিউশন Medium সেট কৰক |
04:58 | Iso value শূন্য ত । Calculate বোতামটোত ক্লিক কৰক। |
05:04 | ডায়ালগ বাক্সটো বন্ধ কৰক। |
05:07 | van der waals পৃষ্ঠতল প্যানেলত প্ৰদৰ্শিত হয়। |
05:11 | van der waals পৃষ্ঠতল এনে এটা পৃষ্ঠতলক উপস্থাপনা কৰে যাৰ মাধ্যমেৰে এটা অণু, অন্যান্য অণুৰ সৈতে সংবাদ কৰে । |
05:19 | পৃষ্ঠতলৰ সেটিংস পৰিবৰ্তন কৰিবলৈ: পৃষ্ঠতলৰ সৈতে সংশ্লিষ্ট স্প্যানাৰ প্ৰতীকটোত ক্লিক কৰক। |
05:26 | এটা পৃষ্ঠতল সেটিং ডায়লগ বক্স খোলে । opacity সমন্বয় কৰিবলৈ স্লাইডাৰ টানি আনক |
05:34 | ৰেন্ডাৰ ড্ৰপ-ডাউনত, পছন্দ কৰাৰ বাবে বিভিন্ন প্ৰদৰ্শন বিকল্প আছে যেনে:
Fill, lines and points। |
05:42 | ডিফল্ট বিকল্প হল fill |
05:45 | পৃষ্ঠতলৰ ৰঙ পৰিবৰ্তন কৰিবলৈ: 'positive বিকল্পৰ ফালে ৰঙেৰে ভৰা বাক্সত ক্লিক কৰক। |
05:52 | ৰঙৰ উপৰত ক্লিক কৰি মৌলিক ৰঙৰ চাৰ্টৰ পৰা ৰঙ নিৰ্বাচন কৰক। OK' বোতামটোত ক্লিক কৰক। |
06:00 | তাৰপিছত, Create surface উইন্ডোৰ পৰা : Color by ড্ৰপ-ডাউনৰ পৰা Electrostatic potential' নিৰ্বাচন কৰক । |
06:07 | ৰেজোলিউশনক medium ত সেট কৰক। 'Iso valueক 0.02 ত সেট কৰক। |
06:14 | কম Iso value সেট কৰিলে এটা সূক্ষ্ম পৃষ্ঠতল পোৱা যায় । |
06:18 | Calculate button ক্লিক কৰক। |
06:21 | প্যানেল ত আমি 1-chloro butane এৰ পৃষ্ঠতল দেখা পাইছো, যি পৰমাণুবোৰৰ electro-static potential values অনুযায়ী ৰঙিন হৈছে |
06:31 | 'electro-static potential surfaceএ , অনুৰ charge distributionsক চিত্ৰাঙ্কন কৰে । |
06:37 | সেইবোৰক অণুৰ আচৰণ-এৰ পূৰ্বাভাস কৰিবলও ব্যবহৃত হয় । |
06:42 | ডিফল্টভাবে, বেশি electronegativity এৰ ক্ষেত্ৰবোৰ ৰঙা আৰু কম বোৰ নীলা ৰঙত ৰঙিন আছে। |
06:49 | ইয়াতে electro-static potential surfaces. এৰ সৈতে অণুবোৰৰ আৰো কিছু উদাহৰণ আছে। |
06:56 | Aniline আৰু cyclohexylamine. |
07:00 | cyclohexylamine এৰ Nitrogen ত electron density, aniline এৰ তুলনাত বেশি lস্থানীয় । |
07:08 | সেয়ে cyclohexylamine এটা শক্তিশালী ক্ষাৰ হয়। |
07:12 | ইয়াৰ সংক্ষিপ্ত বিবৰণ দেখা যাওক, এই টিউটোৰিয়েলত আমি শিকিছো:: অণুটোৰ বৈশিষ্ট্যবোৰ চোৱা। |
07:20 | partial charge দি পৰমাণু লেবেল কৰা |
07:24 | Van der waals পৃষ্ঠতল তৈয়াৰ কৰা |
07:27 | electrostatic potential ৰ শক্তি অনুযায়ী পৃষ্ঠতল ৰং কৰা |
07:33 | এটা অনুশীলনী হিসাবে: electro-static potential surface ব্যবহাৰ কৰি acetaldehyde আৰু formamide এৰ প্ৰতিক্ৰিয়াশীলতাৰ তুলনা কৰক । |
07:43 | partial charge দি পৰমাণু লেবেল কৰক |
07:47 | আপোনাৰ সম্পন্ন কামটো নিম্নৰূপ হোৱা উচিত। |
07:51 | ৰঙাত নিৰ্দেশিত ঋণাত্মক চাৰ্জ, acetaldehyde এৰ oxygen পৰমাণুত কৈ আৰো বেশি স্থানীয় আছে । |
07:58 | formamideত ঋণাত্মক চাৰ্জ আৰো বেশি অস্থানীয় হয়। |
08:02 | সেয়ে Acetaldehyde, Formamide ত কৈ বেশি প্ৰতিক্ৰিয়াশীল । |
08:07 | এই ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সাৰসংক্ষেপে দেখায় । যদি আপোনাৰ ভাল ব্যান্ডউইডথ নাই, তেনেহলে আপোনি এইটোক ডাউনলোড কৰি চাব পাৰে। |
08:15 | আমি স্পোকেন টিউটোৰিয়েলবোৰ ব্যবহাৰ কৰি কৰ্মশালা পৰিচালনা কৰো আৰু সাৰ্টিফিকেট দিও । আমাৰ সৈতে যোগাযোগ কৰক । |
08:22 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পটো ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা পৰিচালিত হয়। |
08:29 | অাই আই টি বম্বোৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো ।
যোগদান কৰাৰ বাবে ধন্যবাদ। |