Avogadro/C2/Build-molecules/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ ! Build Molecules ৰ এই টিউটোৰিয়েলটোত আপোনাক স্বাগতম।
00:07 এই টিউটোৰিয়েলত, আমি শিকিম: ডাটাবেসৰ পৰা অণু আমদানি কৰা
00:11 ঘোৰোৱা, জুম ইন আৰু জুম আউট কৰা
00:15 Panelত অণু তৈয়াৰ কৰা
00:17 ফোৰ্স ফিল্ড সেট কৰা আৰু জ্যামিতি অপটিমাইজ কৰা
00:21 বন্ড দৈৰ্ঘ্য, বন্ড কোণ, ডিহাড্ৰেল কোণ পৰিমাপ কৰা
00:25 ফ্ৰ্যাগমেন্ট লাইব্ৰেৰি দেখোৱা
00:27 DNA অণু আৰু পেপটাইডস তৈয়াৰ কৰা।
00:31 ইয়াতে মই উবুন্টু লিনাক্স অপাৰেটিং সিস্টেমৰ সংস্কৰণ 14.04 ব্যবহাৰ কৰিছো।

Avogadro সংস্কৰণ 1.1.1 আৰু কাৰ্যক্ষম ইন্টাৰনেট সংযোগ

00:44 এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ মৌলিক ৰসায়ন সম্বন্ধে জ্ঞান থাকা উচিত।

Avogadro ডাউনলোড কৰিবলৈ দয়া কৰি চাওক sourceforge.net/projects/avogadro লিঙ্কটো ব্যবহাৰ কৰক।

00:53 মই ইতিমধ্যে Avogadro ডাউনলোড কৰিছো
00:56 Avogadro খুলিবলৈ, Dash home ত ক্লিক কৰক।
01:00 সাৰ্চ বাৰত, Avogadro টাইপ কৰক।
01:02 এপ্লিকেশনটো খুলিবলৈ Avogadro আইকনত ক্লিক কৰক।
01:08 এতিয়া, chemical structure database পৰা xylene অণুক আমদানি কৰি আৰম্ভ কৰা যাওক ।
01:15 এটা অণু আমদানি কৰিবলৈ, আমাক এটা কাৰ্যকৰী ইন্টাৰনেট সংযোগৰ প্ৰয়োজন।
01:19 File মেনুত ক্লিক কৰক, Import -ত নেভিগেট কৰক
01:23 এটা সাব-মেনু খোলে।
01:25 Fetch by chemical name নিৰ্বাচন কৰক।
01:28 Chemical name ডায়লগ বাক্স প্ৰদৰ্শিত হৈছে।
01:30 প্ৰদৰ্শনৰ বাবে মই সাৰ্চ বাক্সত xylene টাইপ কৰিম।
01:36 ওকে বাটনত ক্লিক কৰক।
01:38 এতিয়া আমাৰ Panel-ত xyleneঅণু আছে।
01:42 এতিয়া Panel-ত অনুটোক ঘোৰোৱা যাওক।
01:45 টুলবাৰত ন্যাভিগেশন টুলত ক্লিক কৰক।
01:49 অণুত কাৰ্সাৰ ৰাখক।
01:52 বাও মাউস বাটন ধৰি ৰাখক আৰু টানক।
01:56 লক্ষ্য কৰক direction তীৰবোৰে টানি আনা নিৰ্দেশ কৰে।
02:00 অণু translate কৰিবলৈ, সো মাউস বাটন ব্যবহাৰ কৰক আৰু টানি আনক।
02:06 মাউস-এৰ চকা স্ক্ৰল কৰি গঠনটোক জুম বড়াওক বা কমাওক
02:10 দেখা যাওক কিভাবে এটা অণু তৈয়াৰ কৰিব পাৰে।
02:14 এটা অণু তৈয়াৰ কৰিবলৈ, টুল বাৰত ড্ৰ টুল আইকনত ক্লিক কৰক।
02:19 ড্ৰ সেটিংস মেনুত, মই

এলিমেন্ট ড্ৰপ ডাউন বোতাম

বন্ড অৰ্ডাৰড্ৰপ ডাউন বোতাম

Adjust Hydrogens চেক বাক্স দেখো।

02:30 যদি আপোনি হাইড্ৰোজেনবোৰক গঠনত নিবিছাৰে, তেনেহলে Adjust Hydrogens চেক বাক্সটো অনিৰ্বাচন কৰক।
02:37 এলিমেন্ট ড্ৰপ ডাউনে, অণুবোৰৰ তালিকা দেখায়।
02:42 সম্পূৰ্ণ Periodic table ক এটা পৃথক উইন্ডোত চাবলৈ, Other ক্লিক কৰক।
02:48 উইন্ডো বন্ধ কৰিমলৈ Close (X) ক্লিক কৰক।
02:51 Panel Aniline এৰ গঠন আঁকা যাওক ।
02:55 এলিমেন্ট ড্ৰপ ডাউন তালিকাৰ পৰা কাৰ্বন নিৰ্বাচন কৰক।
02:59 বন্ড অৰ্ডাৰ ড্ৰপ ডাউন পৰা Single নিৰ্বাচন কৰক।
03:03 Panel ' ত ক্লিক কৰক।
03:05 ছয় কাৰ্বন পৰমাণুৰ এটা বন্ধ শৃঙ্খল কৰিবলৈ টানক আৰু বহাওক।
03:10 ডাবল বন্ড দেখাবলৈ, বন্ড অৰ্ডাৰ ড্ৰপ ডাউনৰ পৰা ডাবল নিৰ্বাচন কৰক।
03:16 বেঞ্জিন' গঠন পাবলৈ বিকল্প বন্ডবোৰত ক্লিক কৰক।
03:21 আহক Aniline গঠনটো সম্পূৰ্ণ কৰা যাওক ।
03:24 এলিমেন্ট ড্ৰপ ডাউন তালিকাৰ পৰা নাইট্ৰোজেন নিৰ্বাচন কৰক।
03:29 বন্ড অৰ্ডাৰ ড্ৰপ ডাউনৰ পৰা Single নিৰ্বাচন কৰক।
03:33 গঠনৰ উপৰত কাৰ্বন পৰমাণুবোৰৰ যিকোনো এটাত ক্লিক কৰক আৰু টানি আনক।
03:39 Build ' মেনুত যাওক আৰু Add Hydrogens নিৰ্বাচন কৰক।
03:45 Panel -ত আমাৰ Aniline গঠন আছে ।
03:49 এটা স্থিতিশীল ৰূপান্তৰ পাবলৈ, Panel -এৰ Aniline গঠনক অপ্টিমাইজ কৰা প্ৰয়োজন।
03:56 অপ্টিমাইজ কৰিবলৈ, টুলবাৰৰ Auto Optimization Tool ত ক্লিক কৰক।
04:02 অটো অষ্টিমাইজেশন সেটিংস মেনু বাও ফালে প্ৰদৰ্শিত হয়
04:06 Force Field ড্ৰপ ডাউন তালিকাত ক্লিক কৰক, MMFF94 নিৰ্বাচন কৰক।
04:13 MMFF94 সাধাৰণতে সৰু জৈব অণুক অপ্টিমাইজ কৰিবলৈ ব্যবহৃত হয়।
04:20 স্টাৰ্ট বোতামত ক্লিক কৰক।
04:23 এই অপ্টিমাইজেশনক সম্পূৰ্ণ কৰিবলৈ কিছু সেকেন্ড লাগিব।
04:28 'অপ্টিমাইজেশন সেটিংস বন্ধ কৰিবলৈ Stop ত ক্লিক কৰক।
04:33 এতিয়া Aniline-এৰ বন্ড দৈৰ্ঘ্য, বন্ডৰ কোণ আৰু ডিহাড্ৰেল এঙ্গেলস পৰিমাপ কৰা যাওক।
04:40 টুল বাৰত Click to Measure আইকন নিৰ্বাচন কৰক।
04:44 দূৰত্ব পৰিমাপ কৰিবলৈ, দুটা ক্ৰমিক কাৰ্বন পৰমাণুত ক্লিক কৰক।
04:49 কোণ পৰিমাপ কৰিবলৈ, 3 টা ক্ৰমিক পৰমাণুত ক্লিক কৰক।
04:55 ডায়াড্ৰাল এঙ্গেলস' পৰিমাপ কৰিবলৈ, 4 টা ক্ৰমিক পৰমাণুত ক্লিক কৰক।
05:02 পৰিমাপ কৰা মানবোৰ Panel এৰ তলত প্ৰদৰ্শিত হয়।
05:07 ফাইলটো সংৰক্ষণ কৰিবলৈ, File আৰু Save As ত ক্লিক কৰক।
05:13 Save Molecule As ডায়ালগ বক্সটো প্ৰদৰ্শিত হৈছে।
05:17 ফাইলৰ নাম হিসাবে Aniline.cml টাইপ কৰক।
05:21 অবস্থান হিসাবে ডেস্কটপ চয়ন কৰক আৰু Save বোতামটো ক্লিক কৰক।
05:28 নতুন উইন্ডো খুলিবলৈ New আইকনত ক্লিক কৰক।
05:32 Avogadro সফটওয়্যাৰটোত fragment লাইব্ৰেৰি ব্যবহাৰ কৰি জটিল অণু নিৰ্মাণ কৰাৰ এটা বৈশিষ্ট্য আছে।
05:38 Build মেনুত যাওক।
05:40 Insert ত নেভিগেট কৰক আৰু ফ্ৰ্যাগমেন্ট বিকল্পটো নিৰ্বাচন কৰক।
05:45 Insert Fragment ডায়ালগ বক্স খুলি গৈছে ।
05:49 মই বিভিন্ন ৰাসায়নিক গঠনৰ cml ফাইল থকা ফোল্ডাৰবোৰৰ তালিকা চাব পাৰো।
05:55 উদাহৰণস্বৰূপে alkenes ফোল্ডাৰটো খুলক।
06:00 ফোল্ডাৰটোৰ বিষয়বস্তু চাবলৈ ফোল্ডাৰত ডাবল ক্লিক কৰক।
06:04 2-methyl-buta-1,3-diene.cml নিৰ্বাচন কৰক ।
06:10 Insert বোতামত ক্লিক কৰক
06:13 ডায়ালগ বাক্সটো বন্ধ কৰিবলৈ Close ক্লিক কৰক।
06:17 2-methyl-buta-1,3-diene গঠন Panel ত প্ৰদৰ্শিত হৈছে।
06:22 এইটোক সাধাৰণভাবে Isoprene বুলি কয়।
06:26 আমি Isoprene ব্যবহাৰ কৰি অনেক প্ৰাকৃতিক পণ্য তৈয়াৰ কৰিব পাৰো
06:30 অণুটো নিৰ্বাচন মোডত আছে।
06:33 অ-নিৰ্বাচন কৰিবলৈ, একেসৈতে CTRL, SHIFT' আৰু A কী টিপক।
06:39 এটা উদাহৰণ হিসাবে: মই Isoprene ব্যবহাৰ কৰি তৈয়াৰ কৰা Vitamin A and natural rubber দেখোৱাম ।
06:47 Vitamin A, natural rubber
06:51 মই এটা কোণত Isoprene ক অনুবাদ কৰিম।
06:56 Build মেনুত ক্লিক কৰক, Insert ত নেভিগেট কৰক আৰু Fragment নিৰ্বাচন কৰক।
07:02 macrocycles ফোল্ডাৰত স্ক্ৰোল কৰক; খুলিবলৈ ডাবল ক্লিক কৰক
07:08 porphin অংশ নিৰ্বাচন কৰক আৰু Insert' ক্লিক কৰক।
07:14 ডায়ালগ বাক্সটো বন্ধ কৰক।
07:16 porphyrin' অংশ ব্যবহাৰ কৰি, মই জটিল ৰাসায়নিক গঠন তৈয়াৰ কৰিব পাৰো: যেনে ক্লোৰোফিল আৰু ভিটামিন বি 12
07:25 ক্লোৰোফিল
07:27 ভিটামিন বি 12
07:30 DNA' আৰু পেপটাইডস নিচিনা জটিল অণুক, Avogadro ব্যবহাৰ কৰি সহজেই তৈয়াৰ কৰা যায়।
07:37 New আইকন ব্যবহাৰ কৰি এটা নতুন উইন্ডো খুলক।
07:41 DNA অণুৰ সন্নিবেশ কৰাৰ বাবে, Build মেনুত যাওক Insert ত যাওক আৰু

উপ-মেনু পৰা DNA/RNA ' ক্লিক কৰক ।

07:51 Insert Nucleic Acids ডায়ালগ বক্স প্ৰদৰ্শিত হয়।
07:55 DNA/RNA Builder ড্ৰপ ডাউন পৰা DNA নিৰ্বাচন কৰক।
08:00 চাৰিটা nucleic acid bases বোতাম হিসাবে দেখোৱা গৈছে ।
08:05 nucleic acid ক্ৰম নিৰ্বাচন কৰিবলৈ বোতামত ক্লিক কৰক।
08:10 আপোনি এসিড এৰ নিজস্ব ক্ৰম চয়ন কৰিব পাৰে।
08:14 মই প্ৰদৰ্শন-এৰ বাবে, A T G C A T G C নিৰ্বাচন কৰিম
08:26 নিউক্লিক এসিড-বোৰৰ নিৰ্বাচনৰ ক্ৰম Sequence টেক্সট বক্সত প্ৰদৰ্শিত হৈছে।
08:32 Bases Per Turn ড্ৰপ ডাউন ত, A নিৰ্বাচন কৰক, "5" নিৰ্বাচন কৰক: যি প্ৰতি হেলিক্স-ত base জোড়াৰ সংখ্যা হয়।
08:41 স্ট্ৰ্যান্ডস Single হিসাবে নিৰ্বাচন কৰক আৰু Insert' বোতামত ক্লিক কৰক।
08:47 ডায়ালগ বাক্সটো বন্ধ কৰিবলৈ Close ত ক্লিক কৰক।
08:51 এতিয়া আমাৰ Panel ত এটা stranded(অসহায়) DNA' অণু আছে ।
08:56 গঠনটোক জুম আউট কৰক আৰু Panel এৰ কেন্দ্ৰলৈ টানক।
09:01 Panel-ত DNA অণুটো অনিৰ্বাচিত কৰিবলৈ CTRL, Shift আৰু A কী-তিনটা একেসৈতে টিপক ।
09:09 মই পেপটাইড ক্ৰম তৈয়াৰ কৰিবলৈ Insert মেনুৰ পেপটাইড বিকল্পও ব্যবহাৰ কৰিব পাৰো।
09:16 আকৌ এবাৰ নতুন উইন্ডো খুলিবলৈ New আইকনত ক্লিক কৰক।
09:21 Build মেনুত যাওক আৰু পেপটাইড ত স্ক্ৰোল কৰক।
09:26 Insert Peptide ডায়ালগ বক্স প্ৰদৰ্শিত হৈছে ।
09:29 এমিনো এসিড বোতামবোৰক ক্লিক কৰি পেপটাইড ক্ৰমৰ বাবে এমিনো এসিড নিৰ্বাচন কৰক।
09:36 প্ৰদৰ্শন-এৰ বাবে মই Glycine(Gly) -Valine(Val) -Proline(Pro) and Cystine(Cys) অনুসাৰে ক্ৰমটো নিৰ্বাচন কৰিম।
09:45 Sequence টেক্সট বক্সত নিৰ্বাচন কৰাৰ ক্ৰমটো প্ৰদৰ্শিত হয়।
09:50 Insert Peptide বোতামত ক্লিক কৰক
09:53 Insert Peptide ডায়ালগ বাক্সটো বন্ধ কৰক।
09:57 পেপটাইড চেইনটো Panel-ত প্ৰদৰ্শিত হৈছে ।
10:00 Panel-এৰ পেপটাইড''-টো অনিৰ্বাচন কৰিবলৈ, CTRL, Shift আৰু A একেসৈতে টিপক।
10:07 আপোনি আপোনাৰ পছন্দমতে এমিনো এসিড নিৰ্বাচন কৰিব পাৰে আৰু পেপটাইড ক্ৰম তৈয়াৰ কৰিব পাৰে।
10:13 ইয়াৰ সংক্ষিপ্ত বিবৰণ
10:15 এই টিউটোৰিয়েলত আমি শিকিছো:
10:18 ডাটাবেসৰ পৰা অণুক আমদানি
10:21 ঘোৰোৱা, জুম ইন আৰু জুম আউট
10:24 Panel-ত অণু তৈয়াৰ কৰা
10:26 ফোৰ্স ফিল্ড সেট কৰা আৰু জ্যামিতি অপ্টিমাইজ কৰা
10:30 বন্ড ধৈৰ্ঘ্য, বন্ড কোণ, ডিহাড্ৰেল কোণ পৰিমাপ কৰা
10:35 ফ্ৰ্যাগমেন্ট লাইব্ৰেৰি দেখোৱা
10:37 DNA অণু আৰু পেপটাইড তৈয়াৰ কৰা ।
10:41 এটা অনুশীলনী হিসাবে - নিম্নলিখিত এমিনো এসিড অবশিষ্টাংশ ব্যবহাৰ কৰি এটা প্ৰোটিন ক্ৰম তৈয়াৰ কৰক:
10:49 UFFফোৰ্স ফিল্ড ব্যবহাৰ কৰি জ্যামিতি অপ্টিমাইজ কৰা
10:53 ছবিক .cml হিসাবে সংৰক্ষণ কৰা ।
10:58 Nucleic acids: AUGC ব্যবহাৰ কৰি RNA ক্ৰম তৈয়াৰ কৰা
11:04 MMFF94 ফোৰ্স ফিল্ড' ব্যবহাৰ কৰি জ্যামিতি অপ্টিমাইজ কৰা
11:10 ছবিটোক .cml ফাইল হিসাবে সংৰক্ষণ কৰা ।
11:14 এই ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সাৰসংক্ষেপে দেখায়
11:18 যদি আপোনাৰ ভাল ব্যান্ডউইডথ নাই, তেনেহলে আপোনি এইটোক ডাউনলোড কৰি চাব পাৰে।
11:23 আমি স্পোকেন টিউটোৰিয়েলবোৰ ব্যবহাৰ কৰি কৰ্মশালা পৰিচালনা কৰো আৰু সাৰ্টিফিকেটবোৰ দিও । আমাৰ সৈতে যোগাযোগ কৰক ।
11:30 স্পোকেন টিউটোৰিয়েল প্ৰকল্পটো ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা পৰিচালিত হয়।
11:36 অাই আই টি বম্বোৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো । যোগদান কৰাৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi