Avogadro/C2/Build-molecules/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ ! Build Molecules ৰ এই টিউটোৰিয়েলটোত আপোনাক স্বাগতম। |
00:07 | এই টিউটোৰিয়েলত, আমি শিকিম: ডাটাবেসৰ পৰা অণু আমদানি কৰা |
00:11 | ঘোৰোৱা, জুম ইন আৰু জুম আউট কৰা |
00:15 | Panelত অণু তৈয়াৰ কৰা |
00:17 | ফোৰ্স ফিল্ড সেট কৰা আৰু জ্যামিতি অপটিমাইজ কৰা |
00:21 | বন্ড দৈৰ্ঘ্য, বন্ড কোণ, ডিহাড্ৰেল কোণ পৰিমাপ কৰা |
00:25 | ফ্ৰ্যাগমেন্ট লাইব্ৰেৰি দেখোৱা |
00:27 | DNA অণু আৰু পেপটাইডস তৈয়াৰ কৰা। |
00:31 | ইয়াতে মই উবুন্টু লিনাক্স অপাৰেটিং সিস্টেমৰ সংস্কৰণ 14.04 ব্যবহাৰ কৰিছো।
Avogadro সংস্কৰণ 1.1.1 আৰু কাৰ্যক্ষম ইন্টাৰনেট সংযোগ |
00:44 | এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ মৌলিক ৰসায়ন সম্বন্ধে জ্ঞান থাকা উচিত।
Avogadro ডাউনলোড কৰিবলৈ দয়া কৰি চাওক sourceforge.net/projects/avogadro লিঙ্কটো ব্যবহাৰ কৰক। |
00:53 | মই ইতিমধ্যে Avogadro ডাউনলোড কৰিছো |
00:56 | Avogadro খুলিবলৈ, Dash home ত ক্লিক কৰক। |
01:00 | সাৰ্চ বাৰত, Avogadro টাইপ কৰক। |
01:02 | এপ্লিকেশনটো খুলিবলৈ Avogadro আইকনত ক্লিক কৰক। |
01:08 | এতিয়া, chemical structure database পৰা xylene অণুক আমদানি কৰি আৰম্ভ কৰা যাওক । |
01:15 | এটা অণু আমদানি কৰিবলৈ, আমাক এটা কাৰ্যকৰী ইন্টাৰনেট সংযোগৰ প্ৰয়োজন। |
01:19 | File মেনুত ক্লিক কৰক, Import -ত নেভিগেট কৰক |
01:23 | এটা সাব-মেনু খোলে। |
01:25 | Fetch by chemical name নিৰ্বাচন কৰক। |
01:28 | Chemical name ডায়লগ বাক্স প্ৰদৰ্শিত হৈছে। |
01:30 | প্ৰদৰ্শনৰ বাবে মই সাৰ্চ বাক্সত xylene টাইপ কৰিম। |
01:36 | ওকে বাটনত ক্লিক কৰক। |
01:38 | এতিয়া আমাৰ Panel-ত xyleneঅণু আছে। |
01:42 | এতিয়া Panel-ত অনুটোক ঘোৰোৱা যাওক। |
01:45 | টুলবাৰত ন্যাভিগেশন টুলত ক্লিক কৰক। |
01:49 | অণুত কাৰ্সাৰ ৰাখক। |
01:52 | বাও মাউস বাটন ধৰি ৰাখক আৰু টানক। |
01:56 | লক্ষ্য কৰক direction তীৰবোৰে টানি আনা নিৰ্দেশ কৰে। |
02:00 | অণু translate কৰিবলৈ, সো মাউস বাটন ব্যবহাৰ কৰক আৰু টানি আনক। |
02:06 | মাউস-এৰ চকা স্ক্ৰল কৰি গঠনটোক জুম বড়াওক বা কমাওক |
02:10 | দেখা যাওক কিভাবে এটা অণু তৈয়াৰ কৰিব পাৰে। |
02:14 | এটা অণু তৈয়াৰ কৰিবলৈ, টুল বাৰত ড্ৰ টুল আইকনত ক্লিক কৰক। |
02:19 | ড্ৰ সেটিংস মেনুত, মই
এলিমেন্ট ড্ৰপ ডাউন বোতাম বন্ড অৰ্ডাৰড্ৰপ ডাউন বোতাম Adjust Hydrogens চেক বাক্স দেখো। |
02:30 | যদি আপোনি হাইড্ৰোজেনবোৰক গঠনত নিবিছাৰে, তেনেহলে Adjust Hydrogens চেক বাক্সটো অনিৰ্বাচন কৰক। |
02:37 | এলিমেন্ট ড্ৰপ ডাউনে, অণুবোৰৰ তালিকা দেখায়। |
02:42 | সম্পূৰ্ণ Periodic table ক এটা পৃথক উইন্ডোত চাবলৈ, Other ক্লিক কৰক। |
02:48 | উইন্ডো বন্ধ কৰিমলৈ Close (X) ক্লিক কৰক। |
02:51 | Panel ত Aniline এৰ গঠন আঁকা যাওক । |
02:55 | এলিমেন্ট ড্ৰপ ডাউন তালিকাৰ পৰা কাৰ্বন নিৰ্বাচন কৰক। |
02:59 | বন্ড অৰ্ডাৰ ড্ৰপ ডাউন পৰা Single নিৰ্বাচন কৰক। |
03:03 | Panel ' ত ক্লিক কৰক। |
03:05 | ছয় কাৰ্বন পৰমাণুৰ এটা বন্ধ শৃঙ্খল কৰিবলৈ টানক আৰু বহাওক। |
03:10 | ডাবল বন্ড দেখাবলৈ, বন্ড অৰ্ডাৰ ড্ৰপ ডাউনৰ পৰা ডাবল নিৰ্বাচন কৰক। |
03:16 | বেঞ্জিন' গঠন পাবলৈ বিকল্প বন্ডবোৰত ক্লিক কৰক। |
03:21 | আহক Aniline গঠনটো সম্পূৰ্ণ কৰা যাওক । |
03:24 | এলিমেন্ট ড্ৰপ ডাউন তালিকাৰ পৰা নাইট্ৰোজেন নিৰ্বাচন কৰক। |
03:29 | বন্ড অৰ্ডাৰ ড্ৰপ ডাউনৰ পৰা Single নিৰ্বাচন কৰক। |
03:33 | গঠনৰ উপৰত কাৰ্বন পৰমাণুবোৰৰ যিকোনো এটাত ক্লিক কৰক আৰু টানি আনক। |
03:39 | Build ' মেনুত যাওক আৰু Add Hydrogens নিৰ্বাচন কৰক। |
03:45 | Panel -ত আমাৰ Aniline গঠন আছে । |
03:49 | এটা স্থিতিশীল ৰূপান্তৰ পাবলৈ, Panel -এৰ Aniline গঠনক অপ্টিমাইজ কৰা প্ৰয়োজন। |
03:56 | অপ্টিমাইজ কৰিবলৈ, টুলবাৰৰ Auto Optimization Tool ত ক্লিক কৰক। |
04:02 | অটো অষ্টিমাইজেশন সেটিংস মেনু বাও ফালে প্ৰদৰ্শিত হয় |
04:06 | Force Field ড্ৰপ ডাউন তালিকাত ক্লিক কৰক, MMFF94 নিৰ্বাচন কৰক। |
04:13 | MMFF94 সাধাৰণতে সৰু জৈব অণুক অপ্টিমাইজ কৰিবলৈ ব্যবহৃত হয়। |
04:20 | স্টাৰ্ট বোতামত ক্লিক কৰক। |
04:23 | এই অপ্টিমাইজেশনক সম্পূৰ্ণ কৰিবলৈ কিছু সেকেন্ড লাগিব। |
04:28 | 'অপ্টিমাইজেশন সেটিংস বন্ধ কৰিবলৈ Stop ত ক্লিক কৰক। |
04:33 | এতিয়া Aniline-এৰ বন্ড দৈৰ্ঘ্য, বন্ডৰ কোণ আৰু ডিহাড্ৰেল এঙ্গেলস পৰিমাপ কৰা যাওক। |
04:40 | টুল বাৰত Click to Measure আইকন নিৰ্বাচন কৰক। |
04:44 | দূৰত্ব পৰিমাপ কৰিবলৈ, দুটা ক্ৰমিক কাৰ্বন পৰমাণুত ক্লিক কৰক। |
04:49 | কোণ পৰিমাপ কৰিবলৈ, 3 টা ক্ৰমিক পৰমাণুত ক্লিক কৰক। |
04:55 | ডায়াড্ৰাল এঙ্গেলস' পৰিমাপ কৰিবলৈ, 4 টা ক্ৰমিক পৰমাণুত ক্লিক কৰক। |
05:02 | পৰিমাপ কৰা মানবোৰ Panel এৰ তলত প্ৰদৰ্শিত হয়। |
05:07 | ফাইলটো সংৰক্ষণ কৰিবলৈ, File আৰু Save As ত ক্লিক কৰক। |
05:13 | Save Molecule As ডায়ালগ বক্সটো প্ৰদৰ্শিত হৈছে। |
05:17 | ফাইলৰ নাম হিসাবে Aniline.cml টাইপ কৰক। |
05:21 | অবস্থান হিসাবে ডেস্কটপ চয়ন কৰক আৰু Save বোতামটো ক্লিক কৰক। |
05:28 | নতুন উইন্ডো খুলিবলৈ New আইকনত ক্লিক কৰক। |
05:32 | Avogadro সফটওয়্যাৰটোত fragment লাইব্ৰেৰি ব্যবহাৰ কৰি জটিল অণু নিৰ্মাণ কৰাৰ এটা বৈশিষ্ট্য আছে। |
05:38 | Build মেনুত যাওক। |
05:40 | Insert ত নেভিগেট কৰক আৰু ফ্ৰ্যাগমেন্ট বিকল্পটো নিৰ্বাচন কৰক। |
05:45 | Insert Fragment ডায়ালগ বক্স খুলি গৈছে । |
05:49 | মই বিভিন্ন ৰাসায়নিক গঠনৰ cml ফাইল থকা ফোল্ডাৰবোৰৰ তালিকা চাব পাৰো। |
05:55 | উদাহৰণস্বৰূপে alkenes ফোল্ডাৰটো খুলক। |
06:00 | ফোল্ডাৰটোৰ বিষয়বস্তু চাবলৈ ফোল্ডাৰত ডাবল ক্লিক কৰক। |
06:04 | 2-methyl-buta-1,3-diene.cml নিৰ্বাচন কৰক । |
06:10 | Insert বোতামত ক্লিক কৰক |
06:13 | ডায়ালগ বাক্সটো বন্ধ কৰিবলৈ Close ক্লিক কৰক। |
06:17 | 2-methyl-buta-1,3-diene গঠন Panel ত প্ৰদৰ্শিত হৈছে। |
06:22 | এইটোক সাধাৰণভাবে Isoprene বুলি কয়। |
06:26 | আমি Isoprene ব্যবহাৰ কৰি অনেক প্ৰাকৃতিক পণ্য তৈয়াৰ কৰিব পাৰো |
06:30 | অণুটো নিৰ্বাচন মোডত আছে। |
06:33 | অ-নিৰ্বাচন কৰিবলৈ, একেসৈতে CTRL, SHIFT' আৰু A কী টিপক। |
06:39 | এটা উদাহৰণ হিসাবে: মই Isoprene ব্যবহাৰ কৰি তৈয়াৰ কৰা Vitamin A and natural rubber দেখোৱাম । |
06:47 | Vitamin A, natural rubber |
06:51 | মই এটা কোণত Isoprene ক অনুবাদ কৰিম। |
06:56 | Build মেনুত ক্লিক কৰক, Insert ত নেভিগেট কৰক আৰু Fragment নিৰ্বাচন কৰক। |
07:02 | macrocycles ফোল্ডাৰত স্ক্ৰোল কৰক; খুলিবলৈ ডাবল ক্লিক কৰক |
07:08 | porphin অংশ নিৰ্বাচন কৰক আৰু Insert' ক্লিক কৰক। |
07:14 | ডায়ালগ বাক্সটো বন্ধ কৰক। |
07:16 | porphyrin' অংশ ব্যবহাৰ কৰি, মই জটিল ৰাসায়নিক গঠন তৈয়াৰ কৰিব পাৰো: যেনে ক্লোৰোফিল আৰু ভিটামিন বি 12। |
07:25 | ক্লোৰোফিল |
07:27 | ভিটামিন বি 12 |
07:30 | DNA' আৰু পেপটাইডস নিচিনা জটিল অণুক, Avogadro ব্যবহাৰ কৰি সহজেই তৈয়াৰ কৰা যায়। |
07:37 | New আইকন ব্যবহাৰ কৰি এটা নতুন উইন্ডো খুলক। |
07:41 | DNA অণুৰ সন্নিবেশ কৰাৰ বাবে, Build মেনুত যাওক Insert ত যাওক আৰু
উপ-মেনু পৰা DNA/RNA ' ক্লিক কৰক । |
07:51 | Insert Nucleic Acids ডায়ালগ বক্স প্ৰদৰ্শিত হয়। |
07:55 | DNA/RNA Builder ড্ৰপ ডাউন পৰা DNA নিৰ্বাচন কৰক। |
08:00 | চাৰিটা nucleic acid bases বোতাম হিসাবে দেখোৱা গৈছে । |
08:05 | nucleic acid ক্ৰম নিৰ্বাচন কৰিবলৈ বোতামত ক্লিক কৰক। |
08:10 | আপোনি এসিড এৰ নিজস্ব ক্ৰম চয়ন কৰিব পাৰে। |
08:14 | মই প্ৰদৰ্শন-এৰ বাবে, A T G C A T G C নিৰ্বাচন কৰিম |
08:26 | নিউক্লিক এসিড-বোৰৰ নিৰ্বাচনৰ ক্ৰম Sequence টেক্সট বক্সত প্ৰদৰ্শিত হৈছে। |
08:32 | Bases Per Turn ড্ৰপ ডাউন ত, A নিৰ্বাচন কৰক, "5" নিৰ্বাচন কৰক: যি প্ৰতি হেলিক্স-ত base জোড়াৰ সংখ্যা হয়। |
08:41 | স্ট্ৰ্যান্ডস ক Single হিসাবে নিৰ্বাচন কৰক আৰু Insert' বোতামত ক্লিক কৰক। |
08:47 | ডায়ালগ বাক্সটো বন্ধ কৰিবলৈ Close ত ক্লিক কৰক। |
08:51 | এতিয়া আমাৰ Panel ত এটা stranded(অসহায়) DNA' অণু আছে । |
08:56 | গঠনটোক জুম আউট কৰক আৰু Panel এৰ কেন্দ্ৰলৈ টানক। |
09:01 | Panel-ত DNA অণুটো অনিৰ্বাচিত কৰিবলৈ CTRL, Shift আৰু A কী-তিনটা একেসৈতে টিপক । |
09:09 | মই পেপটাইড ক্ৰম তৈয়াৰ কৰিবলৈ Insert মেনুৰ পেপটাইড বিকল্পও ব্যবহাৰ কৰিব পাৰো। |
09:16 | আকৌ এবাৰ নতুন উইন্ডো খুলিবলৈ New আইকনত ক্লিক কৰক। |
09:21 | Build মেনুত যাওক আৰু পেপটাইড ত স্ক্ৰোল কৰক। |
09:26 | Insert Peptide ডায়ালগ বক্স প্ৰদৰ্শিত হৈছে । |
09:29 | এমিনো এসিড বোতামবোৰক ক্লিক কৰি পেপটাইড ক্ৰমৰ বাবে এমিনো এসিড নিৰ্বাচন কৰক। |
09:36 | প্ৰদৰ্শন-এৰ বাবে মই Glycine(Gly) -Valine(Val) -Proline(Pro) and Cystine(Cys) অনুসাৰে ক্ৰমটো নিৰ্বাচন কৰিম। |
09:45 | Sequence টেক্সট বক্সত নিৰ্বাচন কৰাৰ ক্ৰমটো প্ৰদৰ্শিত হয়। |
09:50 | Insert Peptide বোতামত ক্লিক কৰক |
09:53 | Insert Peptide ডায়ালগ বাক্সটো বন্ধ কৰক। |
09:57 | পেপটাইড চেইনটো Panel-ত প্ৰদৰ্শিত হৈছে । |
10:00 | Panel-এৰ পেপটাইড''-টো অনিৰ্বাচন কৰিবলৈ, CTRL, Shift আৰু A একেসৈতে টিপক। |
10:07 | আপোনি আপোনাৰ পছন্দমতে এমিনো এসিড নিৰ্বাচন কৰিব পাৰে আৰু পেপটাইড ক্ৰম তৈয়াৰ কৰিব পাৰে। |
10:13 | ইয়াৰ সংক্ষিপ্ত বিবৰণ |
10:15 | এই টিউটোৰিয়েলত আমি শিকিছো: |
10:18 | ডাটাবেসৰ পৰা অণুক আমদানি |
10:21 | ঘোৰোৱা, জুম ইন আৰু জুম আউট |
10:24 | Panel-ত অণু তৈয়াৰ কৰা |
10:26 | ফোৰ্স ফিল্ড সেট কৰা আৰু জ্যামিতি অপ্টিমাইজ কৰা |
10:30 | বন্ড ধৈৰ্ঘ্য, বন্ড কোণ, ডিহাড্ৰেল কোণ পৰিমাপ কৰা |
10:35 | ফ্ৰ্যাগমেন্ট লাইব্ৰেৰি দেখোৱা |
10:37 | DNA অণু আৰু পেপটাইড তৈয়াৰ কৰা । |
10:41 | এটা অনুশীলনী হিসাবে - নিম্নলিখিত এমিনো এসিড অবশিষ্টাংশ ব্যবহাৰ কৰি এটা প্ৰোটিন ক্ৰম তৈয়াৰ কৰক: |
10:49 | UFFফোৰ্স ফিল্ড ব্যবহাৰ কৰি জ্যামিতি অপ্টিমাইজ কৰা |
10:53 | ছবিক .cml হিসাবে সংৰক্ষণ কৰা । |
10:58 | Nucleic acids: AUGC ব্যবহাৰ কৰি RNA ক্ৰম তৈয়াৰ কৰা |
11:04 | MMFF94 ফোৰ্স ফিল্ড' ব্যবহাৰ কৰি জ্যামিতি অপ্টিমাইজ কৰা |
11:10 | ছবিটোক .cml ফাইল হিসাবে সংৰক্ষণ কৰা । |
11:14 | এই ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সাৰসংক্ষেপে দেখায় |
11:18 | যদি আপোনাৰ ভাল ব্যান্ডউইডথ নাই, তেনেহলে আপোনি এইটোক ডাউনলোড কৰি চাব পাৰে। |
11:23 | আমি স্পোকেন টিউটোৰিয়েলবোৰ ব্যবহাৰ কৰি কৰ্মশালা পৰিচালনা কৰো আৰু সাৰ্টিফিকেটবোৰ দিও । আমাৰ সৈতে যোগাযোগ কৰক । |
11:30 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পটো ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা পৰিচালিত হয়। |
11:36 | অাই আই টি বম্বোৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো । যোগদান কৰাৰ বাবে ধন্যবাদ। |