Arduino/C3/Digital-Logic-Design-with-Arduino/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Digital Logic Design with Arduino স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: assembly ত AND, OR আৰু XOR operations ইমপ্লিমেন্ত আৰু ভেৰিফাই কৰিবলৈ, |
00:17 | সৰল Combinational Logic ইমপ্লিমেন্ত আৰু ভেৰিফাই কৰিবলৈ |
00:21 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ ইলেকট্রনিকচ আৰু Assembly লেংগুৱেজৰ মূল জ্ঞান থাকিব লাগিব |
00:31 | এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো: Arduino UNO Board |
00:38 | আৰু উবুন্তো লিনাক্স অপাৰেতিং চিষ্টেম ভাৰ্চন 14.04 |
00:44 | আমাক লগতে কিছু এক্সতাৰনেল দিভাইচ লাগিব যেনে: Breadboard, |
00:51 | Arduino UNO Board, |
00:54 | Seven Segment Display, |
00:57 | 220-ohm Resistor, |
01:00 | Decoder (7447 IC) আৰু Jumper Wires |
01:07 | আমি একেটা চাৰ্কিত চেতাপ ব্যৱ্হাৰ কৰিম decoder টোৰ বাবে কৰাৰ দৰে, আগৰ টিউট’ৰিয়েলটোত |
01:14 | আহক লাইভ কানেকচন চেতাপ চাওঁ |
01:17 | এতিয়া, আমি assembly program এটা লিখিম logical AND operations ভেৰিফাই কৰিবলৈ |
01:24 | যিকোনো text editor খোলক আৰু নিম্ন program টো লিখক |
01:29 | m328Pdef.inc ফাইল আৰু source code এই টিউট’ৰিয়েলৰ Code files লিংকত উপলদ্ধ |
01:38 | আপুনি ইয়াক দাউনল’দ কৰি ব্যৱ্হাৰ কৰিব পাৰে |
01:41 | হাইলাইত কৰা ক’ডে Arduino ৰ pins 2, 3, 4 আৰু 5 ক output pins হিচাবে কনফিগাৰ কৰে |
01:49 | আমি আমাৰ boolean operations ৰ বাবে r16 আৰু r17 ৰ মাত্ৰ প্ৰথম bit ক কনচিদাৰ কৰিছো । ইয়াত, দুয়োটা হৈছে 1 |
02:00 | এই লাইনে bitwise AND operation প্ৰদৰ্শন কৰে r16 আৰু r17 ৰ bits ত । ফলাফলটো r16 ত জমা হয় |
02:12 | প্ৰোগ্ৰামটোৰ বাকী অংশই এই আউতপুতটো দৰ্শিত কৰে |
02:17 | r16 ৰ LSB ত আমাৰ ফলাফল আছে । ইয়াক বাওঁফালে দুটা প’জিচনৰে স্থানান্তৰ কৰিব লাগিব |
02:26 | code ৰ এই লাইনে loopw নামৰ লোপটোক মাতে |
02:31 | এই লোপে r16 ৰ LSB ক দুবাৰ স্থানান্তৰ কৰে |
02:38 | r16 ত থকা ভেলুক PORTD লৈ পঠোৱা হয় । ই Seven segment display ত হয়তো 0 বা 1 দৰ্শিত কৰে |
02:48 | ইয়াত, r16 ৰ উপাদানক বাওঁফালে এবাৰ স্থানান্তৰ কৰা হয় । তেতিয়া r20 ৰ ভেলুটো 1 ৰে অবনমিত হয় |
02:58 | যদি r20 ৰ ভেলুটো জিৰ’ৰ সমান নহয়, loop টো পুনৰ চলে |
03:05 | মই ক’ডটো save কৰিম boolean.asm হিচাবে home slash spoken slash Assembly ফ’ল্দাৰত |
03:15 | terminal টোলৈ যাওঁক |
03:18 | ফ’ল্দাৰটোলৈ যাওঁক য’ত boolean.asm ফাইলটো ছেভ আছে । লিখক: avra space boolean.asm আৰু Enter টিপক |
03:29 | ই ক’ডটো এচেম্বল কৰিব আৰু ফাইল এটা বনাব boolean.hex |
03:34 | আহক screen খালি কৰো |
03:36 | পাছত, আমি ক’ডটো Arduino লৈ আপল’দ কৰিব লাগিব |
03:41 | ইয়াৰ বাবে, লিখক: avrdude space hyphen p space atmega328p space hyphen c space arduino space hyphen b space 115200 space hyphen capital P space forward slash dev forward slash ttyACM0 space hyphen capital U space flash colon w colon boolean dot hex আৰু Enter টিপক |
04:17 | এতিয়া, আপুনি দেখিছে যে seven segment display ত দিজিত one জ্বলিছে |
04:23 | টিউট’ৰিয়েলটো ৰখাওঁক আৰু তলৰ অনুশিলনীটো কৰক |
04:27 | r16 আৰু r17 ৰ ভেলুচ ম’দিফাই কৰক AND ৰ বাকীথকা truth table ভেৰিফাই কৰিবলৈ |
04:35 | প্ৰোগ্ৰামটোত and কীৱৰ্দক or ৰে ৰিপ্লেচ কৰক logical OR operation প্ৰদৰ্শন কৰিবলৈ |
04:42 | প্ৰোগ্ৰামটোত and কীৱৰ্দক xor ৰে ৰিপ্লেচ কৰক logical XOR operation প্ৰদৰ্শন কৰিবলৈ |
04:49 | পাছত, আমি কিছু সৰল combinational logics ইমপ্লিমেন্ত আৰু ভেৰিফাই কৰিম |
04:55 | আহক লাইভ কানেকচন চেতাপ চাওঁ । ই আগৰ চেতাপটোৰ দৰে একে হ’ব |
05:02 | আমি প্ৰোগ্ৰামটোত এই সমীকৰণখিনি ইমপ্লিমেন্ত কৰিম আৰু সিহঁতৰ truth table ভেৰিফাই কৰিম |
05:09 | এইখন হৈছে truth table ওপৰত দেখুৱা সমীকৰণবোৰৰ বাবে |
05:14 | ইয়াত W, X, Y আৰু Z হৈছে ইনপুতচ |
05:19 | A, B, C আৰু D হৈছে আউতপুতচ । আহক truth table ৰ প্ৰথম ৰৌক লওঁ । সেইবাবে, সকলো ইনপুতচ জিৰ’ হ’ব |
05:31 | truth table অনুসৰি, আমি আউতপুতটো 1 হিচাবে আশা কৰিব পাৰো |
05:36 | আমি আউতপুতটো seven segment display ত দৰ্শিত কৰিম |
05:40 | আহক এটা assembly প্ৰোগ্ৰাম লিখো এই সমীকৰণবোৰ ইমপ্লিমেন্ত আৰু ভেৰিফাই কৰিবলৈ |
05:46 | যিকোনো টেকস্ত এদিতৰ খোলক আৰু নিম্ন program টো লিখক |
05:50 | মই program টো ব্যাখ্যা কৰিম |
05:53 | এই লাইনে Arduino ৰ pins 2, 3, 4 আৰু 5 ক output pins হিচাবে কনফিগাৰ কৰে |
06:00 | r30 হৈছে এটা dummy variable আউতপুতটো জমা কৰিবলৈ |
06:05 | input variables W, X, Y আৰু Z ৰ ভেলুচ registers r17, r18, r19 আৰু r20 ত জমা হয় |
06:16 | r17, r18, r19 আৰু r20 ৰ ভেলুচ dummy variables r0, r1, r2 আৰু r3 ত জমা হয় |
06:27 | এই ভেলুচ ব্যৱহৃত হয় অপাৰেচনচ প্ৰদৰ্শন কৰাৰ পাছত আচল registers ৰিষ্ট’ৰ কৰিবলৈ |
06:35 | 'comp' subroutine ব্যৱহৃত হয় variable এটাৰ complement টো বিচাৰিবলৈ |
06:41 | W, X, Y আৰু Z ৰ complement গণনা কৰি জমা কৰা হয় r21, r22, r23 আৰু r24 ত |
06:52 | r21, r22, r23 আৰু r24 ৰ ভেলুচ dummy variables r4, r5, r6 আৰু r7 ত জমা কৰা হয় |
07:04 | মন কৰিব যে A হৈছে W ৰ complement । এতিয়া, আমি প্ৰথম সমীকৰণক ইমপ্লিমেন্ত কৰিলো |
07:12 | পাছত, আমি বাওঁফালে দুটা shift operations প্ৰদৰ্শন কৰো আৰু ভেলুটো r30 ত জমা কৰো ।
তেনেদৰে, r30 ৰ তৃতীয় bit টোত ভেলু আছে A |
07:24 | 'reload' subroutine এ ভেলুচ r0, r1, r2, r3, r4, r5, r6 আৰু r7 ক ইয়াৰ ক’পিবোৰৰ পৰা ৰিল’দ কৰে |
07:36 | সিহঁত হয়তো সলনি হ’ব পাৰে আগৰ operations ৰ সময়ত |
07:41 | B ৰ বাবে logic টো ইমপ্লিমেন্ত কৰা হয় আৰু ফলাফলটো r0 ত জমা হয় |
07:47 | r0 ত থকা ভেলুটো বাওঁফালে তিনিবাৰ স্থানান্তৰ হয় আৰু r30 ত জমা হয় |
07:54 | এতিয়া, r30 ৰ চতুৰ্থ bit টোৱে B ৰ ফলাফলক ধৰি ৰাখে |
08:00 | C ৰ বাবে logic টো ইমপ্লিমেন্ত কৰা হয় আৰু ফলাফলটো r0 ত জমা হয় |
08:06 | r0 ত থকা ভেলুটো বাওঁফালে চাৰিবাৰ স্থানান্তৰ হয় আৰু r30 ত জমা হয় |
08:13 | এতিয়া, r30 ৰ পঞ্চম bit টোৱে C ৰ ফলাফলক ধৰি ৰাখে |
08:19 | D ৰ বাবে logic টো ইমপ্লিমেন্ত কৰা হয় আৰু ফলাফলটো r0 ত জমা হয় |
08:25 | r0 ত থকা ভেলুটো বাওঁফালে পাঁচবাৰ স্থানান্তৰ হয় আৰু r30 ত জমা হয় |
08:32 | এতিয়া, r30 ৰ ষষ্ঠ bit টোৱে D ৰ ফলাফলক ধৰি ৰাখে |
08:38 | শেষত, r30 ত জমা হৈ থকা ভেলুটো PORTD লৈ পঠোৱা হয় দৰ্শিত কৰিবলৈ |
08:46 | ক’ডটো Save কৰক combination.asm হিচাবে home slash spoken slash Assembly ফ’ল্দাৰত |
08:55 | terminal টোলৈ যাওঁক |
08:58 | লিখক: avra space combination.asm আৰু Enter টিপক |
09:05 | ই ক’ডটো এচেম্বল কৰিব আৰু ফাইল এটা বনাব combination.hex । আহক টাৰ্মিনেল খালি কৰো |
09:14 | আপল’দ কৰিবলৈ, আপ এৰ’ টিপক আগৰ command পাবলৈ |
09:19 | এতিয়া ফাইলনেমটো সলাওঁক দেখুৱা দৰে আৰু Enter টিপক |
09:26 | এতিয়া আপুনি seven-segment display ত দেখুৱা আউতপুতটোৰ সৈতে truth table ভেৰিফাই কৰিব পাৰিব |
09:34 | টিউট’ৰিয়েলটো ৰখাওঁক আৰু তলৰ অনুশিলনীটো কৰক |
09:38 | W, X, Y আৰু Z ৰ ভেলুচ সলাওঁক আৰু truth table ৰ বিভিন্ন ৰৌচ ভেৰিফাই কৰক |
09:46 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
09:52 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো: assembly ত AND, OR আৰু XOR operations ইমপ্লিমেন্ত আৰু ভেৰিফাই কৰিবলৈ, |
10:01 | সৰল Combinational Logic ইমপ্লিমেন্ত আৰু ভেৰিফাই কৰিবলৈ |
10:05 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
10:13 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
10:23 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
10:27 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
10:38 | এই টিউট’ৰিয়েলটো FOSSEE আৰু Spoken Tutorial Project, IIT Bombay এ অৱদান দিছে ।
মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |