Arduino/C2/Overview-of-Arduino/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | Overview of Arduino স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: বিভিন্ন ইলেকট্ৰনিক উপাদানসমূহ আৰু সিহঁতৰ কানেকচনচ আৰু
এই চিৰিজৰ বিভিন্ন টিউট’ৰিয়েলচত উপলদ্ধ বিষয়বস্তুৰ বিষয়ে |
| 00:19 | এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ. মই ব্যৱ্হাৰ কৰিছো: উবুন্তো লিনাক্স 14.04 অপাৰেতিং চিষ্টেম |
| 00:26 | আমাৰ এই চিৰিজত Basic আৰু Intermediate লেভেলৰ টিউট’ৰিয়েলচ আছে |
| 00:32 | Basic লেভেল চিৰিজ অনুসৰণ কৰিবলৈ, আপোনাৰ ইলেকট্রনিক্স আৰু চাৰ্কিতচৰ জ্ঞান থাকিব লাগিব |
| 00:38 | Intermediate লেভেলৰ বাবে, আপোনাৰ Assembly আৰু C programming language ৰ জ্ঞান থাকিব লাগিব |
| 00:45 | Arduino যিকোনো লোকে ব্যৱ্হাৰ কৰিব পাৰে যি ইলেকট্ৰনিক উপাদানৰ সৈতে পৰীক্ষা কৰিবলৈ আগ্ৰহী হয় |
| 00:54 | উদাহৰণস্বৰূপে: কলেজ ষ্টুদেন্তচ বা যিকোনো হাৰ্দৱেৰ বিশেষজ্ঞ বা লোক যোন আগ্ৰহী হয় হাতৰ সৃজনশীলতাত |
| 01:06 | এতিয়া, আমি এই চিৰিজৰ টিউট’ৰিয়েলসমূহৰ মাজেদি সংক্ষিপ্তকৈ যাম |
| 01:12 | এই চিৰিজৰ প্ৰথম টিউট’ৰিয়েলটোৱে ব্যাখ্যা কৰে বিভিন্ন ইলেকট্ৰনিক উপাদানসমূহ আৰু কানেকচনচৰ বিষয়ে |
| 01:19 | আমি শিকিম কেনেকৈ ব্যৱ্হাৰ কৰা হয়: Breadboard আৰু ইয়াৰ ইন্তাৰনেল কানেকচনচ, |
| 01:24 | breadboard ত LED,
PushButton আৰু Seven Segment Display |
| 01:33 | আমি লগতে শিকিম সাধাৰণ ভুলবিলাক যি মানুহে কৰে কানেকচনচ বনাবলৈ breadboard, LED আৰু Pushbutton ব্যৱ্হাৰ কৰোতে |
| 01:43 | এইটো হৈছে টিউট’ৰিয়েলটোৰ এটা আভাস |
| ________@01:47, add audio of tutorial Electronic components and connections from 00:23 to 00:46 ________ | |
| 02:11 | এই চিৰিজৰ পাছৰ টিউট’ৰিয়েলটোৱে ব্যাখ্যা কৰে:
Arduino দিভাইচ, |
| 02:17 | Arduino ৰ বৈশিষ্ট্যসমূহ, Arduino board ৰ উপাদানসমূহ, |
| 02:22 | Microcontrollers আৰু উবুন্তো লিনাক্স অপাৰেতিং চিষ্টেমত Arduino IDE ইনষ্ট’ল কৰিবলৈ |
| 02:29 | এইটো হৈছে টিউট’ৰিয়েলটোৰ এটা আভাস |
| ________@02:33, add audio of tutorial Introduction of Arduino from 02:35 to 02:59 __________ | |
| 02:58 | পাছৰ টিউট’ৰিয়েলটো হৈছে Arduino উপাদানসমূহ আৰু IDE |
| 03:03 | ই আমাক বুজিবলৈ সহায় কৰিব:
Arduino আৰু এটা কম্পিউটাৰৰ মাজত কেনেকৈ ফিজিকেল কানেকচন এটা চেতাপ কৰা হয়, |
| 03:10 | Arduino board ত উপলদ্ধ বিভিন্ন পিনচৰ বিষয়ে আৰু Arduino প্ৰোগ্ৰামিং লেংগুৱেজ |
| 03:17 | আহক এই টিউট’ৰিয়েলটো এবাৰ চাওঁ |
| _________@03:20, add audio of tutorial Arduino Components and IDE from 00:59 to 01:28 _________ | |
| 03:50 | পাছৰ টিউট’ৰিয়েলটো হৈছে First Arduino Program |
| 03:54 | ইয়াত, আমি শিকিম: এটা সৰল Arduino প্ৰোগ্ৰাম লিখিবলৈ, |
| 03:59 | প্ৰোগ্ৰামটো Compile আৰু upload কৰিবলৈ আৰু |
| 04:02 | LED এটা ব্লিংক কৰিবলৈ প্ৰোগ্ৰাম এটা লিখিবলৈ |
| 04:06 | এইটো হৈছে টিউট’ৰিয়েলটোৰ এটা আভাস |
| __________@04:09, Add audio of First Arduino Program tutorial from 04:04 to 04:26 ___________ | |
| 04:33 | পাছৰ টিউট’ৰিয়েলটো হৈছে Arduino with Tricolor LED আৰু Pushbutton |
| 04:38 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: Arduino board ত tricolor LED এটা সংযুক্ত কৰিবলৈ, |
| 04:45 | tricolor LED টো ব্লিংক কৰিবলৈ প্ৰোগ্ৰাম এটা লিখিবলৈ আৰু |
| 04:48 | ব্লিংকিং নিয়ন্ত্ৰণ কৰাৰ বাবে Pushbutton ব্যৱ্হাৰ কৰিবলৈ |
| 04:53 | মই এই টিউট’ৰিয়েলটো প্লে কৰিম |
| ____________@04:56, add audio of Arduino with Tricolor LED and Push button from 05:56 to 06:08 ________ | |
| 05:10 | পাছৰ টিউট’ৰিয়েলটো হৈছে Interfacing Arduino with LCD |
| 05:15 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: Arduino board লৈ LCD এটা সংযুক্ত কৰিবলৈ আৰু
LCD ত টেকস্ত মেচেজ এটা দৰ্শিত কৰিবলৈ প্ৰোগ্ৰাম এটা লিখিবলৈ |
| 05:27 | এইটো হৈছে টিউট’ৰিয়েলটোৰ এটা আভাস |
| _________@05:30 add audio of Arduino with LCD tutorial from 01:09 to 01:28 __________ | |
| 05:50 | পাছৰ টিউট’ৰিয়েলটো হৈছে Display counter using Arduino |
| 05:56 | ইয়াত, আমি শিকিম: Arduino board লৈ LCD এটা আৰু Pushbutton এটা সংযুক্ত কৰিবলৈ আৰু |
| 06:04 | যেতিয়াই pushbutton টো টিপা হয় কাউন্টটো বৰ্ধিত কৰিবলৈ প্ৰোগ্ৰাম এটা লিখিবলৈ |
| 06:10 | আহক এই টিউট’ৰিয়েলটো এবাৰ চাওঁ |
| ________@06:13, Add audio of Display counter using Arduino tutorial from 00:47 to 01:05_____ | |
| 06:32 | পাছৰ টিউট’ৰিয়েলটো হৈছে Seven Segment Display ৰ বিষয়ে |
| 06:36 | ই ব্যাখ্যা কৰে Arduino board লৈ Seven Segment Display এটা কেনেকৈ কানেক্ত কৰা হয় আৰু |
| 06:42 | Seven Segment Display ত 0 ৰ পৰা 4 লৈকে দিজিতচ দৰ্শিত কৰিবলৈ প্ৰোগ্ৰাম এটা লিখিবলৈ |
| 06:50 | এইটো হৈছে টিউট’ৰিয়েলটোৰ এটা আভাস |
| __________@06:53, Add audio of Seven Segment Display tutorial from 01:08 to 01:26_________ | |
| 07:12 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
| 07:17 | এই টিউট’ৰিয়েলটোত, আমি পালো বিভিন্ন ইলেকট্ৰনিক উপাদানসমূহ আৰু সিহঁতৰ কানেকচনচ আৰু এই চিৰিজৰ বিভিন্ন টিউট’ৰিয়েলচত উপলদ্ধ বিষয়বস্তুৰ বিষয়ে |
| 07:29 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
| 07:37 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে ।
অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
| 07:46 | আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি?
অনুগ্ৰহ কৰি এই চাইতলৈ যাওঁক |
| 07:53 | মিনিট আৰু চেকেন্দটো বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে ।
আপোনাৰ প্ৰশ্নটো সংক্ষিপ্তকৈ ব্যাখ্যা কৰক |
| 08:00 | আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব |
| 08:04 | স্প’কেন টিউট’ৰিয়েল ফ’ৰাম হৈছে এই টিউট’ৰিয়েলৰ বিশিষ্ট প্ৰশ্নৰ বাবে |
| 08:08 | অনুগ্ৰহ কৰি তাত অসংগত আৰু সাধাৰণ প্ৰশ্ন প’ষ্ট নকৰিব |
| 08:13 | ই অব্যৱস্থা কমোৱাত সহায় কৰিব । কম অব্যৱস্থাৰ সৈতে, আমি এই আলোচনাক শিকণ সামগ্ৰী হিচাবে ব্যৱ্হাৰ কৰিব পাৰিম |
| 08:21 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
| 08:34 | মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |