Arduino/C2/First-Arduino-Program/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 First Arduino Program স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম: Arduino প্ৰোগ্ৰাম এটা কেনেকৈ লিখা হয়,

প্ৰোগ্ৰামটো Compile আৰু upload কৰা আৰু LED এটা ব্লিংক কৰিবলৈ

00:19 ইয়াত, মই ব্যৱ্হাৰ কৰিছো:

Arduino UNO Board,

00:23 উবুন্তো লিনাক্স 14.04 অপাৰেতিং চিষ্টেম আৰু

Arduino IDE

00:30 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ মূল জ্ঞান থাকিব লাগিব ইলেকট্রনিক্সৰ,
00:36 এটা C বা C++ প্ৰোগ্ৰাম লিখাৰ মূল জ্ঞান,
00:41 আৰু, Arduino UNO Board USB power cable ৰ সৈতে
00:46 আহক Arduino IDE খোলো আমাৰ প্ৰথম প্ৰোগ্ৰামটো লিখিবলৈ
00:52 ইয়াত, আমি বিভিন্ন মেনুচ দেখিছো Menu বাৰত
00:57 Arduino পৰিবেশত, প্ৰতিটো প্ৰোগ্ৰাম ছেভ হৈছে Sketch হিচাবে
01:03 দিফল্টভাবে, ই নেমটো বনায় Sketch underscore আৰু এটা নেম হিচাবে
01:11 আপুনি নেমটো সলাব পাৰে ফাইলটোত ক্লিক কৰি আৰু তেতিয়া Save
01:18 ফাইলনেমটো লিখক BlinkLed হিচাবে ।

এতিয়া Save বুটামত ক্লিক কৰক

01:26 এইটো হৈছে দিফল্ট প্ৰোগ্ৰামৰ পৰিবেশ দুটা খালি ফাংচনৰ সৈতে -void setup আৰু void loop
01:35 এতিয়া, আমি এটা Arduino প্ৰোগ্ৰাম লিখিম LED টো ব্লিংক কৰিবলৈ
01:41 মই মোৰ IDE আৰু Arduino board ক চাইদ বাই চাইদ থ’লো
01:47 ই আমাক সহায় কৰিব প্ৰোগ্ৰামটোৰ execution চাবলৈ আৰু board ত আউতপুতটো চাবলৈ
01:54 এই LED প্ৰোগ্ৰামটোৰ বাবে, মই ব্লিংক কৰিব বিচাৰো pin নাম্বাৰ 13
02:00 ই হৈছে এই LED ৰ সৈতে ইন্তাৰনেলি সংযুক্ত হৈ থকা এটা digital input/output pin
02:07 মাৰ্কাৰৰ সৈতে হাইলাইতক মন কৰক
02:10 এতিয়া, আমি আমাৰ ক’ড লিখিব লাগিব
02:13 void setup ফাংচন হৈছে microcontroller এটা চেতাপ কৰিবৰ বাবে
02:18 আমাৰ ক্ষেত্ৰত, pin নাম্বাৰ 13 ক প্ৰথমে চেতাপ কৰিব লাগিব
02:24 ইয়াক কৰিবলৈ, আমি এটা in-built ফাংচন ব্যৱহাৰ কৰিম pinMode নামৰ
02:31 ইয়াৰ দুটা পাৰামিটাৰচ আছে - pin number comma mode
02:36 গতিকে, লিখক: pinMode খোলা বন্ধনী 13 comma output বন্ধ বন্ধনী semicolon
02:48 আমি কিয় মোদটো output হিচাবে ৰাখিব লাগে?
02:51 ইয়াৰ কাৰণ হৈছে pin নাম্বাৰ 13 LED ৰ সৈতে ইন্তাৰনেলি সংযুক্ত হৈ আছে
02:58 ই জ্বলিব যেতিয়া ভল্টেজ উচ্চ হয় কিন্তু ভল্টেজ জিৰ’ হ’লে ই নজ্বলে
03:05 আমি মোদক ‘output’ হিচাবে কনফিগাৰ কৰিব লাগিব LED টোলৈ ভল্টেজক চাৰ্ভ কৰিবলৈ
03:12 পাছত আমি code লিখিম void loop ফাংচনলৈ
03:17 আমি LED এটাক ব্লিংক কৰাৰ আগতে, আহক LED এটাক জ্বলাওঁ
03:22 এটা ফাংচন আছে digitalWrite নামৰ যি digital pin এটালৈ লিখা হ’ব
03:29 এই ফাংচনৰ দুটা পাৰামিটাৰচ আছে pin number আৰু value বা state হিচাবে
03:36 ইতিমধ্যে, আমি পিন নাম্বাৰ 13 হিচাবে জানো । ভেলুটো হ’ব লাগিব HIGH বা LOW
03:44 গতিকে, লিখক: digitalWrite খোলা বন্ধনী 13 comma HIGH বন্ধ বন্ধনী semicolon
03:55 আমি LED টো জ্বলাব বিচাৰো । গতিকে, ভল্টেজ হ’ব লাগিব HIGH
04:00 সেয়াই সকলো । ক’ডটো অতি সৰল
04:04 পাছৰ ষ্টেপ হৈছে প্ৰোগ্ৰামটো কম্পাইল কৰা
04:08 প্ৰোগ্ৰামটো ভেৰিফাই কৰিবলৈ মেনু বাৰত Tick icon ক্লিক কৰক
04:14 ই আমাৰ প্ৰোগ্ৰামক binary format ত কম্পাইল কৰিব যাক microcontroller এ বুজি পায়
04:22 আপুনি IDE ৰ তলত কম্পাইলেচন ষ্টেতাচ চাব পাৰে
04:27 পাছত আমি প্ৰোগ্ৰামটো microcontroller লৈ আপল’দ কৰিব লাগিব
04:32 আপল’দ কৰিবলৈ মেনু বাৰত ৰাইত এৰ’ বুটামত ক্লিক কৰক ।

অন্যথা, আপুনি বাচিব পাৰে Sketch মেনু আৰু তেতিয়া upload

04:48 আপুনি দেখিছে TX RX অলপ সময় ব্লিংক হৈছে । ই সূচাই ট্ৰেঞ্চমিচন ON হৈছে
04:57 এতিয়া আপুনি দেখিছে LED টো জ্বলিছে
05:01 LED টো কেনেকৈ বন্ধ কৰিম?

আমি এই প্ৰোগ্ৰামটো এনেকৈ ম’দিফাই কৰিব লাগিব যাতে দ্বিতীয় পাৰামিটাৰ ভেলুটো LOW হয়

05:11 এতিয়া, আহক এই প্ৰোগ্ৰামটো compile আৰু upload কৰো
05:16 আপুনি দেখিছে LED এতিয়া বন্ধ হৈছে
05:20 আমি জানো কেনেকৈ LED টো ON আৰু OFF কৰিব লাগে
05:25 পাছত, আমি প্ৰোগ্ৰামটো ম’দিফাই কৰিম LED টো ব্লিংক কৰাবলৈ,
05:31 যি হৈছে, ON আৰু OFF, এক চেকেন্দৰ ইন্তাৰভেলৰ সৈতে
05:36 আমি প্ৰোগ্ৰামটো দৰ্শিত ধৰণে সলাম । Delay হৈছে এটা built-in function যিয়ে প্ৰোগ্ৰামটো নিৰ্দিষ্ট সময়ৰ বাবে প’জ কৰে
05:46 মই লিখিম: delay খোলা বন্ধনী 500 বন্ধ বন্ধনী semicolon

ইয়াত, 500 এ বুজায় 500 মিলিচেকেন্দচ, যি হৈছে, এক চেকেন্দৰ আধা সময়

06:01 পাছত, লিখক digitalWrite খোলা বন্ধনী 13 comma LOW বন্ধ বন্ধনী semicolon
06:12 digital pin 13OFF মোদলৈ নিয়ে
06:17 আমি ইয়াক কিমান সময়ৰ বাবে OFF ৰাখিব বিচাৰো?

লিখক: delay খোলা বন্ধনী 500 বন্ধ বন্ধনী semicolon

06:28 পুনৰ, আমি ইয়াক 500 মিলিচেকেন্দচৰ বাবে OFF কৰিব বিচাৰো
06:34 মই Void loop প্ৰোগ্ৰামটো লাইন বাই লাইন পুনৰ ব্যাখ্যা কৰিম
06:40 Void loop হৈছে এটা অসীম লোপ আৰু ই ক্ৰমান্বয়ে এক্সিকিউত হ’ব
06:45 LED টোত সংযুক্ত হৈ থকা পিন নাম্বাৰ 13 HIGH ষ্টেতত থকিব 500 মিলিচেকেন্দচৰ বাবে । আৰু তেতিয়া, LOW ষ্টেতত থকিব 500 মিলিচেকেন্দচৰ বাবে
06:57 এই প্ৰোগ্ৰামটো লোপটোত ক্ৰমান্বয়ে এক্সিকিউত হৈ থাকিব
07:02 আহক প্ৰোগ্ৰামটো আপল’দ কৰো
07:05 আমি দেখিছো আমাৰ LED টো ব্লিংক কৰি আছে
07:10 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
07:16 এই টিউট’ৰিয়েলটোত, আমি শিকিলো: Arduino প্ৰোগ্ৰাম এটা কেনেকৈ লিখা হয়,
07:21 প্ৰোগ্ৰামটো Compile আৰু upload কৰা আৰু LED এটা ব্লিংক কৰিবলৈ
07:27 নিম্ন অনুশিলনীটো কৰক । ওপৰৰ Blink LED প্ৰোগ্ৰামটোত দিলেই সময়ক 1500 লৈ সলাওঁক
07:37 প্ৰোগ্ৰামটো কম্পাইল আৰু আপল’দ কৰক আৰু LED টোত ব্লিংকিঙক লক্ষ্য কৰক
07:45 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
07:53 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাচ কৰিলে প্ৰমাণ পত্ৰ দিয়ে ।

অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক

08:06 আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি? অনুগ্ৰহ কৰি এই চাইতলৈ যাওঁক
08:13 মিনিট আৰু চেকেন্দটো বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে ।

আপোনাৰ প্ৰশ্নটো সংক্ষিপ্তকৈ ব্যাখ্যা কৰক । আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব

08:24 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
08:35 এই টিউট’ৰিয়েলটো FOSSEE আৰু Spoken Tutorial Project, IIT Bombay এ অৱদান দিছে ।

সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9