Tux-Typing/S1/Getting-started-with-Tux-Typing/Assamese

From Script | Spoken-Tutorial
Revision as of 19:51, 22 September 2013 by Mousumi (Talk | contribs)

Jump to: navigation, search

Tux-Typing/S1/Getting-started-with-Tux-Typing/Assamese-timed Time Narration

|- |00.00 |টাক্স টাইপিঙৰ পৰিচয় বিষয়ৰ কথিত প্ৰশিক্ষণ ব্যৱস্থালৈ স্বাগতম।

|- |00.04 |এই পাঠ্যক্ৰমত আপুনি টাক্স টাইপিং আৰু ইয়াৰ পদ্ধতিৰ বিষয়ে শিক্ষা লাভ কৰিব।

|- |00.10 |আপুনি টাইপ কৰিব শিকিব -

|- |00.12 |নিখুতভাৱে, সোনকালে আৰু পাৰ্গতশীলতাৰে, ইংৰাজী কী-বোৰ্ড থকা এটা কম্পিউটাৰত।

|- |00.19 |আপুনি লগতে শিকিব, কী-বোৰ্ডলৈ নোচোৱাকৈয়ে টাইপ কৰিবলৈ।

|- |00.25 |টাক্স টাইপিং কি?

|- |00.27 |টাক্স টাইপিং এটা টাইপিং প্ৰশিক্ষক।

|- |00.30 |ই আপোনাক খেল ধেমালিৰ মাধ্যমেৰে তথা পৰ্য্যায়ক্ৰমে বিভিন্ন আখৰ টাইপ কৰিবলৈ শিকায়।

|- |00.38 |আপুনি নিজৰ গতিত টাইপিং শিকিব পাৰিব।

|- |00.41 |আৰু লাহে লাহে শুদ্ধ টাইপিং শিকাৰ লগতে আপোনাৰ টাইপিঙৰ গতি বৃদ্ধি কৰিব পাৰিব।

|- |00.46 |টাক্স টাইপিঙে অনুশীলনৰ বাবে নতুন শব্দ সন্বিৱিষ্ট কৰাৰ লগতে টাইপিঙৰ ভাষা বাচনিৰ সুবিধা আগবঢ়ায়।

|- |00.54 |এয়া, আমি Urbuntu 11.10 ত টাক্স টাইপিং 1.8.0 ব্যৱহাৰ কৰিছো।

|- |01.02 |আপুনি Urbuntu Softeare Centre ব্যৱহাৰ কৰি টাক্স টাইপিং Install কৰিব পাৰে।

|- |01.07 |Ubuntu Software Centre ৰ সম্পৰ্কে অধিক জানিবৰ বাবে, এই websiteত থকা Urbuntu Linux Tutorial অধ্যয়ণ কৰক।

|- |01.16 |টাক্স টাইপিং খোলো আহক।

|- |01.19 |প্ৰথমে Dash Home(ডেচ হম), যিটো আপোনাৰ কম্পিউটাৰ Desktopৰ ওপৰত বাওঁফালে থকা এটা ৰঙা বুটাম, তাত ক্লিক কৰক।

|- |01.26 |Dash Home (ডেচ হম) ৰ কাষত থকা আখৰ লিখিব পৰা বাকচটোত Tux Typing লিখক।

|- |01.34 |লিখিব পৰা বাকচটোৰ তলত টাক্স টাইপিঙৰ প্ৰতীক চিহ্ন এটা দেখা দিব।

|- |01.39 |টাক্স টাইপিঙৰ প্ৰতীক চিহ্নটোত ক্লিক কৰক।

|- |01.42 |টাক্স চাইপিঙৰ Window খোল খাব।

|- |01.46 |টাক্স টাইপিঙত তলত উল্লেখিত Menu (আহাৰিকা) আছে।

|- |01.50 |Fish Cascade (ফিছ কেচকেড) – এটি খেলৰ ক্ষেত্ৰ। Comet Zap (কমেট জেপ) – আন এটি খেলৰ ক্ষেত্ৰ।

|- |01.56 |Lessons (অনুশীলন) – আখৰ শিকিব পৰা বিভিন্ন অনুশীনল।

|- |02.01 |Options (বাচনি) – শব্দ সম্পাদনা, বাক্য টাইপিং, টাক্স টাইপিং প্ৰকল্প সম্পৰ্কীয় তথ্য, ভাষা বাচনি কৰিবৰ বাবে Menu (আহাৰিকা)।

|- |02.13 |Quit (প্ৰস্থান) – খেলৰ পৰা প্ৰস্থান কৰিবলৈ ক্লিক কৰক।

|- |02.16 |অনুশীলনবোৰৰ মাধ্যমৰে টাইপিং অভ্যাস কৰো আহক।

|- |02.20 |Main menu ত অনুশীলন [Lessons]ত ক্লিক কৰক।

|- |02.23 |অনুশীলন সমূহ থকা Window খন খোল খাব।

|- |02.26 |প্ৰথম অনুশীলনটোৰে আৰম্ভ কৰো আহক।

|- |02.30 |basic_lesson_01.xml ত ক্লিক কৰক।

|- |02.35 |ব্যৱহাৰৰ বিধি থকা Window খোল খাব। বিধি সমূহ পঢ়ক।

|- |02.41 |অনুশীলন আৰম্ভ কৰিবৰ বাবে space bar ত ক্লিক কৰক।

|- |02.45 |কী-বোৰ্ড থকা window খন খোল খাব।

|- |02.48 |আমি a আখৰটো টাইপ কৰিব শিকো।

|- |02.52 |অনুশীলনৰ বাবে কী-বোৰ্ডত p টিপক।

|- |02.56 |টাইপ কৰিব লগা আখৰ বোৰৰ এখন Window খোল খাব।

|- |03.01 |‘aaa aaa…..’ দেখুওৱা শাৰীটোৰ অৰ্থ কি?

|- |03.07 |আপুন্ এই আখৰবোৰ টাইপ কৰিব লাগিব।

|- |03.10 |এই শাৰী আখৰক ‘শিক্ষকৰ শাৰী’ নাম দিওঁ।

|- |03.13 |এতিয়া আমি সাধাৰণতে ব্যৱহাৰ কৰা ইংৰাজী কী-বোৰ্ড দেখা পাইছো।

|- |03.19 |aক ঘেৰি থকা ৰঙা বাকচটো দেখিছেনে? ই ৰঙা বাকচটোৰ মাজত থকা আখৰটো টাইপ কৰিবলৈ সূচায়।

|- |03.27 |কী-বোৰ্ডৰ প্ৰথম শাৰীটোৱে সংখ্যা, বিষেশ চিহ্ন আৰু Back Space বুটাম দেখুৱাই।

|- |03.35 |টাইপ কৰা আখৰ মচিবলৈ আপুনি Back Space বুটামটো ব্যৱহাৰ কৰে।

|- |03.39 |কী-বোৰ্ডত তিনি শাৰী আখৰ, সংখ্যা আৰু অন্যান্য চিহ্নৰ বুটাম আছে।

|- |03.51 |কী-বোৰ্ডৰ দ্বিতীয় শাৰীত আখৰ, বিশেষ চিহ্ন আৰু Enter বুটাম আছে।

|- |03.58 |টাইপিঙৰ দ্বিতীয় শাৰীলৈ যাবৰ বাবে আপুনি Enter বুটামটো ব্যৱহাৰ কৰে।

|- |04.02 |কী-বোৰ্ডৰ তৃতীয় শাৰীত আখৰ, কলন, ছেমি কলন আৰু Caps Lock (ডাঙৰ ফলা)ৰ বুটাম আছে।

|- |04.10 |ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Caps Lock ব্যৱহাৰ কৰক।

|- |04.14 |কী-বোৰ্ডৰ চতুৰ্থ শাৰীত আখৰ, বিশেষ চিহ্ন আৰু Shift বুটাম আছে।

|- |04.21 |ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Shift আৰু আখৰটোৰ বুটাম একেলগে টিপক।

|- |04.27 |বুটামৰ ওপৰৰ অংশত থকা চিহ্ন টাইপ কৰিবলৈ চিহ্নটোৰ বুটামৰ লগত Shift বুটাম টিপক।

|- |04.34 |উদাহৰণ স্বৰূপে, 1 বুটামৰ ওপৰৰ অংশত ভাৱবোধক চিহ্ন আছে।

|- |04.39 |ভাৱবোধক চিহ্ন টাইপ কৰিবলৈ Shift আৰু 1 বুটাম একেলগে টিপক।

|- |04.44 |কী-বোৰ্ডৰ পঞ্চম শাৰীত [Ctrl] কন্ট্ৰল, [Alt] অল্টাৰ আৰু Function বুটামবোৰ আছে। লগতে এই শাৰীত Space bar আছে।

|- |04.52 |এতিয়া চাওঁ আহক টাক্স টাইপিং কী-বোৰ্ড আৰু সাধাৰণ Laptop অথবা Desktop কী-বোৰ্ডৰ মাজত কিবা প্ৰাৰ্থক্য আছে নিকি?

|- |05.00 |লক্ষ্য কৰক যে টাক্স টাইপিং কী-বোৰ্ড আৰু সাধাৰণ Laptop অথবা Desktop কী-বোৰ্ড একেই।

|- |05.10 |এতিয়া কী-বোৰ্ডৰ ওপৰত আঙুলিৰ সঠিক স্থাপন চাওঁ আহক।

|- |05.14 |এই ছৱিখন চাওক।

|- |05.16 |ই আঙুলি কেইটা আৰু সিহঁতৰ নামবোৰ দেখুৱাইছে। বাওঁফালৰ পৰা সোঁ ফাললৈ আঙুলিৰ নাম হৈছে -

|- |05.21 |কনিষ্ঠ আঙুলি, অনামিকা আঙুলি, মধ্যমা আঙুলি, তৰ্জনী আঙুলি আৰু বৃষ্ঠাঙ্গুল

|- |05.27 |কী-বোৰ্ডৰ ওপৰত, আপোনাৰ বাওঁ হাতখন কী-বোৰ্ডৰ বাওঁফালে ৰাখক।

|- |05.32 |লক্ষ্য ৰাখত যাতে বাওঁহাতৰ কনিষ্ঠ আঙুলিটো ‘A’ বৰ্ণৰ ওপৰত থাকে।

|- |05.35 |অনামিকা আঙুলিটো ‘S’ বৰ্ণৰ ওপৰত থাকে।

|- |05.38 |মধ্যমা আঙুলিটো ‘D’ বৰ্ণৰ ওপৰত থাকে।

|- |05.41 |তৰ্জনী আঙুলিটো ‘F’ বৰ্ণৰ ওপৰত থাকে।

|- |05.44 |এতিয়া কী-বোৰ্ডৰ ওপৰত, আপোনাৰ সোঁ হাতখন কী-বোৰ্ডৰ সোঁফালে ৰাখক।

|- |05.49 |লক্ষ্য ৰাখত যাতে সোঁহাতৰ কনিষ্ঠ আঙুলিটো কলন/ছেমিকলন ‘:/;’ বৰ্ণৰ ওপৰত থাকে।

|- |05.54 |অনামিকা আঙুলিটো ‘L’ বৰ্ণৰ ওপৰত থাকে।

|- |05.56 |মধ্যমা আঙুলিটো ‘K’ বৰ্ণৰ ওপৰত থাকে।

|- |06.00 |তৰ্জনী আঙুলিটো ‘J’ বৰ্ণৰ ওপৰত থাকে।

|- |06.03 |সোঁহাতৰ বৃষ্ঠাঙ্গুল space bar টিপিবলৈ ব্যৱহাৰ কৰক।

|- |06.08 |হাত দুখনৰ ছৱি দুটিয়ে আপোনাক সঠিক আঙুলিৰে আখৰ টাইপ কৰিবলৈ দৰ্শাব।

|- |06.14 |বাওঁহাতৰ কনিষ্ঠ আঙুলিৰ ওপৰত ৰঙা বৃত্তটো কি চিন্তা কৰিছে নিকি?

|- |06.19 |অনুমান কৰিছে, আপুনি a টাইপ কৰিবলৈ সেই আঙুলিটোৱেই ব্যৱহাৰ কৰিব লাগিব।

|- |06.23 |এই অধ্যায়টোত আগতে কোৱাৰ দৰে আপোনাৰ আঙুলিবোৰ কী-বোৰ্ডত স্থাপন কৰক।

|- |06.29 |এটিয়া টাইপিং আৰম্ভ কৰো আহক।

|- |06.32 |আমি টাইপ কৰি যোৱাৰ লগে লগে আখৰবোৰ ‘শিক্ষকৰ শাৰী’ৰ তলৰ শাৰীত দেখা যাব।

|- |06.39 |এই শাৰীটোক ‘ছাত্ৰৰ শাৰী’ নাম দিওঁ আহক।

|- |06.42 |এতিয়া ‘শিক্ষকৰ শাৰী’ত নথকা আখৰ এটি টাইপ কৰো আহক।

|- |06.47 |‘ছাত্ৰৰ শাৰী’ত ভুলকৈ টাইপ কৰা আখৰটো দেখিছেনে? আখৰটো দেখুওৱা নাই।

|- |06.53 |ইয়াৰ পৰিৱৰ্ত্তে কী-বোৰ্ডৰ ভূলকৈ টাইপ কৰা আখৰটোত ক্ষন্তেকৰ বাবে ক্ৰছ চিহ্ন দেখা গৈছে।

|- |06.59 |আৰু কেইটামান আখৰ টাউপ কৰো আহক।

|- |07.02 |এতিয়া আমি টাইপ কৰা আখৰবোৰৰ Metrics সংগ্ৰহ কৰো।

|- |07.07 |বাওঁফালে থকা Field এ কি সূচায়, এতিয়ালৈকে আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে।

|- |07.13 |Time – ই আপোনাৰ টাইপিঙৰ গতি সূচায়।

|- |07.17 |Chars – ই আপুনি টাইপ কৰা আখৰৰ পৰিমান সূচায়।

|- |07.21 |CPM- ই প্ৰতি মিনিটত আপুনি টাইপ কৰা আখৰৰ পৰিমান সূচায়।

|- |07.26 |WPM – ই প্ৰতি মিনিটত আপুনি টাইপ কৰা শব্দৰ পৰিমান সূচায়।

|- |07.31 |Errors – ই আপুনি কৰা ভুলবোৰৰ সংখ্যা সূচায়।

|- |07.34 |Accuracy – ই আপোনাৰ টাইপিঙৰ শুদ্ধতা সূচায়।

|- |07.40 |main menu লৈ উভতি যাবৰ বাবে দুবাৰ Escape key টিপক।

|- |07.45 |আমি আমাৰ প্ৰথমটো টাইপিং অনুশীলন শিকিলো।

|- |07.47 |প্ৰথমে কম গতিত শুদ্ধভাৱে টাইপ কৰিব শিকাটো ভাল অভ্যাস।

|- |07.52 |নিৰ্ভূলভাৱে নিয়াৰীকৈ টাইপ কৰিব শিকাৰ পিছত, টাইপ কৰাৰ গতি বৃদ্ধি কৰিব পাৰো।

|- |07.59 |টাক্স টাইপিঙৰ প্ৰথমটো পাঠ ইয়াতে অন্ত হল।

|- |08.03 |এই পাঠটোত আমি টাক্স টাইপিঙৰ প্ৰণালী সম্পৰ্কে শিকিলো আৰু প্ৰথমটো অনুশীলন সম্পূৰ্ণ কৰিলো।

|- |08.11 |অভ্যাস কৰিবৰ বাবে আপোনালৈ এটা পাঠ দিওঁ আহক।

|- |08.13 |basic_lesson_02.xml আৰম্ভ কৰক।

|- |08.19 |এই পাঠটো অনুশীলন কৰক।

|- |08.21 |পাঠটোত থকা আখৰবোৰ সম্পূৰ্ণ কৈ টাইপ কৰক আৰু Enter টিপক।

|- |08.26 |এনেদৰে আপুনি অন্য পাঠবোৰো অভ্যাস কৰিব পাৰে।

|- |08.30 |http://spoken-tutorial.org/What_is_a_Spoken_Tutorial থকা ভি ডি অ’ চাওক।

|- |08.33 |ইয়াত কথিত প্ৰশিক্ষণ সম্পৰ্কে সকলো তথ্য আছে।

|- |08.36 |ইন্টাৰনেটৰ গতি কম হলে ভি ডি অ’ টো download কৰি চাব পাৰে।

|- |08.41 |কথিত পাঠ্যক্ৰম প্ৰকল্পটোৰ কাৰ্য্যকৰ্ত্তা সকলে

|- |08.43 |কথিত পাঠ্যক্ৰম সম্পৰ্কীয় কৰ্মশালা অনুষ্ঠিত কৰে।

|- |08.46 |online test ত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰেৰণ কৰে।

|- |08.50 |অধিক তথ্যৰ বাবে, spoken hyphen tutorial dot org লৈ লিখক।

|- |08.56 |কথিত পাঠ্যক্ৰম প্ৰকল্পটো ‘Talk to a Teacher project’ ৰ অন্তৰ্গত।

|- |09.00 |National Mission on Education through ICT, MHRD, Government of India ৰ দ্বাৰা সমৰ্থিত।

|- |09.08 |এই মিছনৰ অধিক তথ্থ spoken hyphen tutorial dot org slash NMEICT hyphen Intro ত পাব।

|- |09.19 |এই পাঠ্যক্ৰমটো DesiCrew Solutions Pvt. Ltd.ৰ দ্বাৰা পৰিৱেশিত। সংযুক্ত হোৱাৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Gaurav, Mousumi, PoojaMoolya, Pratik kamble, Sakinashaikh