Difference between revisions of "Thunderbird/C2/How-to-Use-Thunderbird/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(6 intermediate revisions by 3 users not shown)
Line 1: Line 1:
 
{| border=1
 
{| border=1
!Time
+
|'''Time'''
!Narration
+
|'''Narration'''
 
|-
 
|-
|00.00
+
|00:00
থাণ্ডাৰবাৰ্ড কেনেকৈ ব্যৱহাৰ কৰা হয় সেই সম্পৰ্কীয় কথন শিক্ষণলৈ স্বাগতম।
+
|থাণ্ডাৰবাৰ্ড কেনেকৈ ব্যৱহাৰ কৰা হয় সেই সম্পৰ্কীয় কথন শিক্ষণলৈ স্বাগতম।
  
 
|-
 
|-
|00.05  
+
|00:05
এই শিক্ষণত আমি শিকিম, কেনেকৈ:
+
|এই শিক্ষণত আমি শিকিম, কেনেকৈ:
  
 
|-
 
|-
|00.07
+
|00:07
লঞ্চাৰত থাণ্ডাৰবাৰ্ড শ্বৰ্টকাট যোগ দিয়া হয়  
+
|লঞ্চাৰত থাণ্ডাৰবাৰ্ড শ্বৰ্টকাট যোগ দিয়া হয়  
  
 
|-
 
|-
|00.10
+
|00:10
মেচেজ কেনেকৈ টেগ কৰা হয়,
+
|মেচেজ কেনেকৈ টেগ কৰা হয়,
 
Quick Filter Sort আৰু Thread Messages-অৰ বিষয়ে
 
Quick Filter Sort আৰু Thread Messages-অৰ বিষয়ে
  
 
|-
 
|-
|00.17
+
|00:17
আমি আৰু শিকিম:
+
|আমি আৰু শিকিম:কেনেকৈ Save As কৰা হয় আৰু মেচেজ কেনেকৈ প্ৰিণ্ট কৰা হয়
  
 
|-
 
|-
|00.18
+
|00:21
কেনেকৈ Save As কৰা হয় আৰু মেচেজ কেনেকৈ প্ৰিণ্ট কৰা হয়
+
|ফাইল কেনেকৈ এটাশ্ব কৰা হয় মেচেজ কেনেকৈ আৰ্কাইভ কৰা হয়  
 
+
|-
+
|00.21
+
ফাইল কেনেকৈ এটাশ্ব কৰা হয়
+
 
+
|-
+
|00.22
+
মেচেজ কেনেকৈ আৰ্কাইভ কৰা হয়  
+
  
 
|-
 
|-
 
|00.24
 
|00.24
কেনেকৈ একটিভিটি মেনেজাৰ চোৱা হয়
+
|কেনেকৈ একটিভিটি মেনেজাৰ চোৱা হয়
  
 
|-
 
|-
|00.27
+
|00:27
ইয়াত আমি Ubuntu 12.04-অত Mozilla Thunderbird 13.0.1 ব্যৱহাৰ কৰিছোঁ।
+
|ইয়াত আমি Ubuntu 12.04-অত Mozilla Thunderbird 13.0.1 ব্যৱহাৰ কৰিছোঁ।
  
 
|-
 
|-
|00.36
+
|00:36
যিহেতু আমি সঘনে থাণ্ডাৰবাৰ্ড ব্যৱহাৰ কৰোঁ, ইয়াৰ বাবে এটা শ্বৰ্টকাট আইকন তৈয়াৰ কৰি লওঁ আহক।
+
|যিহেতু আমি সঘনে থাণ্ডাৰবাৰ্ড ব্যৱহাৰ কৰোঁ, ইয়াৰ বাবে এটা শ্বৰ্টকাট আইকন তৈয়াৰ কৰি লওঁ আহক।
 
   
 
   
 
|-
 
|-
|00.43
+
|00:43
থাণ্ডাৰবাৰ্ড শ্বৰ্টকাট আইকনটো ড্ৰেগ আৰু ড্ৰপ কৰি লঞ্চাৰত দিওঁ।
+
|থাণ্ডাৰবাৰ্ড শ্বৰ্টকাট আইকনটো ড্ৰেগ আৰু ড্ৰপ কৰি লঞ্চাৰত দিওঁ।
  
 
|-
 
|-
|00.49  
+
|00:49
প্ৰথমতে Dash Home-অত ক্লিক কৰক।
+
|প্ৰথমতে Dash Home-অত ক্লিক কৰক।
  
 
|-
 
|-
|00.52
+
|00:52
প্ৰদৰ্শিত হোৱা Search-অৰ ঘৰত Thunderbird টাইপ কৰক।  
+
|প্ৰদৰ্শিত হোৱা Search-অৰ ঘৰত Thunderbird টাইপ কৰক।  
  
 
|-
 
|-
|00.57
+
|00:57
Search ঘৰৰ অধীনত থাণ্ডাৰবাৰ্ড আইকনটো দেখা পোৱা যায়।  
+
|Search ঘৰৰ অধীনত থাণ্ডাৰবাৰ্ড আইকনটো দেখা পোৱা যায়।  
  
 
|-
 
|-
|01.01
+
|01:01
ইয়াক চিলেক্ট কৰক, মাউচৰ বাওঁ বুটামত দিয়া হেঁচাটো এৰি নিদিব।
+
|ইয়াক চিলেক্ট কৰক, মাউচৰ বাওঁ বুটামত দিয়া হেঁচাটো এৰি নিদিব।
  
 
|-
 
|-
|01.06
+
|01:06
এতিয়া, ড্ৰেগ আৰু ড্ৰপ কৰি আইকনটো লঞ্চাৰত দিয়ক
+
|এতিয়া, ড্ৰেগ আৰু ড্ৰপ কৰি আইকনটো লঞ্চাৰত দিয়ক
  
 
|-
 
|-
|01.09
+
|01:09
আৰু মাউচৰ বাওঁ বুটামত দিয়া হেঁচা এৰি দিয়ক।
+
|আৰু মাউচৰ বাওঁ বুটামত দিয়া হেঁচা এৰি দিয়ক।
  
 
|-
 
|-
|01.12
+
|01:12
ইয়াক বন্ধ কৰিবলৈ Dash home-অত ক্লিক কৰক।
+
|ইয়াক বন্ধ কৰিবলৈ Dash home-অত ক্লিক কৰক।
  
 
|-
 
|-
|01.14
+
|01:14
লঞ্চাৰৰ থাণ্ডাৰবাৰ্ড আইকনত ক্লিক কৰক।  
+
|লঞ্চাৰৰ থাণ্ডাৰবাৰ্ড আইকনত ক্লিক কৰক।  
  
 
|-
 
|-
|01.19
+
|01:19
থাণ্ডাৰবাৰ্ড উইণ্ড খোল খায়।
+
|থাণ্ডাৰবাৰ্ড উইণ্ড খোল খায়।
  
 
|-
 
|-
|01.23
+
|01:23
STUSERONE at gmail dot com আইডিৰ অধীনৰ Inbox-অত ক্লিক কৰক।
+
|STUSERONE at gmail dot com আইডিৰ অধীনৰ Inbox-অত ক্লিক কৰক।
  
 
|-
 
|-
|01.29
+
|01:29
লক্ষ্য কৰক যে কিছুমান মেচেজ ডাঠ হৈ আছে।
+
|লক্ষ্য কৰক যে কিছুমান মেচেজ ডাঠ হৈ আছে।
  
 
|-
 
|-
|01.32
+
|01:32
এইবিলাক এতিয়াও নপঢ়া মেচেজ।
+
|এইবিলাক এতিয়াও নপঢ়া মেচেজ।
  
 
|-
 
|-
|01.35
+
|01:35
Get Mail আইকনত ক্লিক কৰি Get All New Messages নিৰ্বাচন কৰক।
+
|Get Mail আইকনত ক্লিক কৰি Get All New Messages নিৰ্বাচন কৰক।
  
 
|-
 
|-
|01.41
+
|01:41
আমি জিমেইল একাউণ্টৰ মেচেজসমূহ পালো।
+
|আমি জিমেইল একাউণ্টৰ মেচেজসমূহ পালো।
  
 
|-
 
|-
|01.45
+
|01:45
ধৰা হওক, আমি প্ৰেৰক অনুযায়ী এই মেচেজবোৰ সজাব বিচাৰোঁ।
+
|ধৰা হওক, আমি প্ৰেৰক অনুযায়ী এই মেচেজবোৰ সজাব বিচাৰোঁ।
  
 
|-
 
|-
|01.49
+
|01:49
ইয়াৰ বাবে, column heading Form-অত ক্লিক কৰক।
+
|ইয়াৰ বাবে, column heading Form-অত ক্লিক কৰক।
  
 
|-
 
|-
|01.52
+
|01:52
মেচেজবোৰ এতিয়া বৰ্ণানুক্ৰমিকভাৱে সজ্জিত হ’ল।
+
|মেচেজবোৰ এতিয়া বৰ্ণানুক্ৰমিকভাৱে সজ্জিত হ’ল।
  
 
|-
 
|-
|01.57
+
|01:57
Form-অত আকৌ এবাৰ ক্লিক কৰোঁ।
+
|Form-অত আকৌ এবাৰ ক্লিক কৰোঁ।
  
 
|-
 
|-
|02.01
+
|02:01
এতিয়া মেচেজবোৰ উলোটা বৰ্ণানুক্ৰমিকভাৱে সজ্জিত হ’ল!
+
|এতিয়া মেচেজবোৰ উলোটা বৰ্ণানুক্ৰমিকভাৱে সজ্জিত হ’ল!
  
 
|-
 
|-
|02.06
+
|02:06
এতিয়া, আহক বিষয় অনুযায়ী সজাও।
+
|এতিয়া, আহক বিষয় অনুযায়ী সজাও।
  
 
|-
 
|-
|02.09
+
|02:09
সাধাৰণভাৱে Subject-অত ক্লিক কৰক।
+
|সাধাৰণভাৱে Subject-অত ক্লিক কৰক।
  
 
|-
 
|-
|02.12
+
|02:12
মেচেজবোৰ এতিয়া বিষয় অনুযায়ী সজ্জিত হ’ল!  
+
|মেচেজবোৰ এতিয়া বিষয় অনুযায়ী সজ্জিত হ’ল!  
  
 
|-
 
|-
|02.16
+
|02:16
এই শিক্ষণ সাময়িকভাৱে স্থগিত ৰাখি এই কামটো কৰিবলৈ চেষ্টা কৰক।
+
|এই শিক্ষণ সাময়িকভাৱে স্থগিত ৰাখি এই কামটো কৰিবলৈ চেষ্টা কৰক।
  
 
|-
 
|-
|02.20
+
|02:20
মেচেজ পোৱাৰ তাৰিখ অনুযায়ী মেচেজবোৰ সজাওক।
+
|মেচেজ পোৱাৰ তাৰিখ অনুযায়ী মেচেজবোৰ সজাওক।
  
 
|-
 
|-
|02.24
+
|02:24
আপুনি মেচেজবোৰ টেগ কৰিবও পাৰে।
+
|আপুনি মেচেজবোৰ টেগ কৰিবও পাৰে।
  
 
|-
 
|-
|02.26
+
|02:26
এই ধৰণে আপুনি পুনৰ খুলিব বিচৰা মেচেজবোৰ সহজে চিনাক্ত কৰিব পাৰে।
+
|এই ধৰণে আপুনি পুনৰ খুলিব বিচৰা মেচেজবোৰ সহজে চিনাক্ত কৰিব পাৰে।
  
 
|-
 
|-
|02.32
+
|02:32
একেধৰণৰ মেচেজ একগোট কৰিবৰ বাবেও আপুনি টেগ ব্যৱহাৰ কৰিব পাৰে।
+
|একেধৰণৰ মেচেজ একগোট কৰিবৰ বাবেও আপুনি টেগ ব্যৱহাৰ কৰিব পাৰে।
  
 
|-
 
|-
|02.37
+
|02:37
ধৰা হওক, আপুনি এটা মেইল Important হিচাপে টেগ কৰিব বিচাৰে।
+
|ধৰা হওক, আপুনি এটা মেইল Important হিচাপে টেগ কৰিব বিচাৰে।
  
 
|-
 
|-
|02.40
+
|02:40
ইনবক্সত ক্লিক কৰক আৰু প্ৰথমটো মেইল বাছনি কৰক।
+
|ইনবক্সত ক্লিক কৰক আৰু প্ৰথমটো মেইল বাছনি কৰক।
  
 
|-
 
|-
|02.44
+
|02:44
টুলবাৰৰ Tag আইকনত ক্লিক কৰক আৰু Important নিৰ্বাচন কৰক।  
+
|টুলবাৰৰ Tag আইকনত ক্লিক কৰক আৰু Important নিৰ্বাচন কৰক।  
  
 
|-
 
|-
|02.51
+
|02:51
লক্ষ্য কৰক যে মেইলটো ৰঙা ৰঙত প্ৰদৰ্শিত হৈছে।
+
|লক্ষ্য কৰক যে মেইলটো ৰঙা ৰঙত প্ৰদৰ্শিত হৈছে।
  
 
|-
 
|-
|02.54
+
|02:54
তলৰ পেনেলখনত চাওক।
+
|তলৰ পেনেলখনত চাওক।
  
 
|-
 
|-
|02.57
+
|02:57
মেইলটো Important বুলি টেগ হৈছে।
+
|মেইলটো Important বুলি টেগ হৈছে।
  
 
|-
 
|-
|03.00
+
|03:00
টেগ গুচাবৰ বাবে প্ৰথমতে মেইলটো নিৰ্বাচন কৰক।
+
|টেগ গুচাবৰ বাবে প্ৰথমতে মেইলটো নিৰ্বাচন কৰক।
  
 
|-
 
|-
|03.04
+
|03:04
টুলবাৰৰ Tag আইকনত ক্লিক কৰক আৰু তাৰ পিছত Important-অত আকৌ ক্লিক কৰক।
+
|টুলবাৰৰ Tag আইকনত ক্লিক কৰক আৰু তাৰ পিছত Important-অত আকৌ ক্লিক কৰক।
  
 
|-
 
|-
|03.09
+
|03:09
এইবাৰ আহক, ইনবক্সৰ প্ৰথম মেইলটো Important বুলি আৰু দ্বিতীয় মেইলটো Work বুলি টেগ কৰোঁ।  
+
|এইবাৰ আহক, ইনবক্সৰ প্ৰথম মেইলটো Important বুলি আৰু দ্বিতীয় মেইলটো Work বুলি টেগ কৰোঁ।  
  
 
|-
 
|-
|03.17
+
|03:17
ধৰা হওক, আমি সোঁফালৰ সূচীখনত কেৱল টেগ কৰা মেইলহে চাব বিচাৰোঁ।
+
|ধৰা হওক, আমি সোঁফালৰ সূচীখনত কেৱল টেগ কৰা মেইলহে চাব বিচাৰোঁ।
  
 
|-
 
|-
|03.22
+
|03:22
এইটো কৰা সম্ভৱ হ’ব নে?
+
|এইটো কৰা সম্ভৱ হ’ব নে?
  
 
|-
 
|-
|03.25
+
|03:25
মেচেজ খৰতকীয়াকৈ বাছিব আৰু চাবৰ বাবে Quick Filter টুলবাৰ ব্যৱহাৰ কৰিব পাৰে।
+
|মেচেজ খৰতকীয়াকৈ বাছিব আৰু চাবৰ বাবে Quick Filter টুলবাৰ ব্যৱহাৰ কৰিব পাৰে।
  
 
|-
 
|-
|03.31
+
|03:31
টেগ কৰা মেচেজ চাবৰ বাবে Quick Filter টুলবাৰৰ Tagged আইকনত ক্লিক কৰক।
+
|টেগ কৰা মেচেজ চাবৰ বাবে Quick Filter টুলবাৰৰ Tagged আইকনত ক্লিক কৰক।
  
 
|-
 
|-
|03.37
+
|03:37
কেৱল আমি টেগ কৰা মেচেজবোৰহে ওলাইছে!
+
|কেৱল আমি টেগ কৰা মেচেজবোৰহে ওলাইছে!
  
 
|-
 
|-
|03.42
+
|03:42
আকৌ Tagged আইকনত ক্লিক কৰোঁ আহক।
+
|আকৌ Tagged আইকনত ক্লিক কৰোঁ আহক।
  
 
|-
 
|-
|03.45
+
|03:45
এতিয়া আমি সকলোবোৰ মেইল চাব পাৰোঁ!
+
|এতিয়া আমি সকলোবোৰ মেইল চাব পাৰোঁ!
  
 
|-
 
|-
|03.49
+
|03:49
এতিয়া মেচেজ থ্ৰেডৰ বিষয়ে শিকোঁ আহক।
+
|এতিয়া মেচেজ থ্ৰেডৰ বিষয়ে শিকোঁ আহক।
  
 
|-
 
|-
|03.52
+
|03:52
মেচেজ থ্ৰেড কি? পৰস্পৰ সম্পৰ্কিত বাৰ্তা কিছুমান যেতিয়া
+
|মেচেজ থ্ৰেড কি? পৰস্পৰ সম্পৰ্কিত বাৰ্তা কিছুমান যেতিয়া
  
 
|-
 
|-
|03.57
+
|03:57
এটা ক্ৰমত বা এটা কথোপকথন হিচাপে প্ৰদৰ্শিত হয়, তেতিয়া তাক মেচেজ থ্ৰেড বুলি কোৱা হয়।
+
|এটা ক্ৰমত বা এটা কথোপকথন হিচাপে প্ৰদৰ্শিত হয়, তেতিয়া তাক মেচেজ থ্ৰেড বুলি কোৱা হয়।
  
 
|-
 
|-
|04.02
+
|04:02
পাৰস্পৰিক সম্পৰ্কিত বাৰ্তাসমূহ এটা অনুক্ৰমত সম্পূৰ্ণ কথোপকথন হিচাপে চাবলৈ আমি মেচেজ থ্ৰেড ব্যৱহাৰ কৰোঁ।
+
|পাৰস্পৰিক সম্পৰ্কিত বাৰ্তাসমূহ এটা অনুক্ৰমত সম্পূৰ্ণ কথোপকথন হিচাপে চাবলৈ আমি মেচেজ থ্ৰেড ব্যৱহাৰ কৰোঁ।
  
 
|-
 
|-
|04.10
+
|04:10
সেয়া কেনেকৈ কৰা হয়, সেই বিষয়ে শিকোঁ আহক।  
+
|সেয়া কেনেকৈ কৰা হয়, সেই বিষয়ে শিকোঁ আহক।  
  
 
|-
 
|-
|04.14
+
|04:14
ইনবক্সৰ বাওঁফালৰ চুকত থকা Click to display message threads আইকনত ক্লিক কৰক।
+
|ইনবক্সৰ বাওঁফালৰ চুকত থকা Click to display message threads আইকনত ক্লিক কৰক।
  
 
|-
 
|-
|04.21
+
|04:21
মেইলবিলাক এটা কথোপকথন হিচাপে প্ৰদৰ্শিত হৈছে।
+
|মেইলবিলাক এটা কথোপকথন হিচাপে প্ৰদৰ্শিত হৈছে।
  
 
|-
 
|-
|04.24
+
|04:24
গোটেই কথোপকথনটো চাবলৈ নিৰ্দিষ্ট কথোপকথনটোৰ কাষত থকা থ্ৰেডিং প্ৰতীকটোত ক্লিক কৰক।
+
|গোটেই কথোপকথনটো চাবলৈ নিৰ্দিষ্ট কথোপকথনটোৰ কাষত থকা থ্ৰেডিং প্ৰতীকটোত ক্লিক কৰক।
  
 
|-
 
|-
|04.33
+
|04:33
গোটেই কথোপকথনটো বাৰ্তা চোৱা সূচীখনত দেখা পোৱা গৈছে।
+
|গোটেই কথোপকথনটো বাৰ্তা চোৱা সূচীখনত দেখা পোৱা গৈছে।
  
 
|-
 
|-
|04.38
+
|04:38
থ্ৰেড ভিউৰ পৰা ওলাই আহিবলৈ, Thread আইকনত আকৌ ক্লিক কৰক।  
+
|থ্ৰেড ভিউৰ পৰা ওলাই আহিবলৈ, Thread আইকনত আকৌ ক্লিক কৰক।  
  
 
|-
 
|-
|04.45
+
|04:45
এতিয়া আমি, ফল্ডাৰত কেনেকৈ মেইল এটা সাঁচি থোৱা হয় আৰু তাৰ পিছত ছপা কৰা হয়, সেই বিষয়ে শিকিম।
+
|এতিয়া আমি, ফল্ডাৰত কেনেকৈ মেইল এটা সাঁচি থোৱা হয় আৰু তাৰ পিছত ছপা কৰা হয়, সেই বিষয়ে শিকিম।
  
 
|-
 
|-
|04.50
+
|04:50
এই শিক্ষণৰ বাবে:  
+
|এই শিক্ষণৰ বাবে:  
  
 
|-
 
|-
|04.53
+
|04:53
ডেস্কটপত আমি এটা ফল্ডাৰ তৈয়াৰ কৰিলো
+
|ডেস্কটপত আমি এটা ফল্ডাৰ তৈয়াৰ কৰিলো
  
 
|-
 
|-
|04.56
+
|04:56
আৰু ইয়াক Saved Mails বুলি নামকৰণ কৰিলো।
+
|আৰু ইয়াক Saved Mails বুলি নামকৰণ কৰিলো।
  
 
|-
 
|-
|05.00
+
|05:00
এতিয়া আমি প্ৰথম মেইলটো নিৰ্বাচন আৰু চেভ কৰোঁ আহক।
+
|এতিয়া আমি প্ৰথম মেইলটো নিৰ্বাচন আৰু চেভ কৰোঁ আহক।
  
 
|-
 
|-
|05.04
+
|05:04
মেইলটোত দুবাৰ ক্লিক কৰক।
+
|মেইলটোত দুবাৰ ক্লিক কৰক।
  
 
|-
 
|-
|05.06
+
|05:06
মেইলটো অন্য এটা টেবত খোল খায়।  
+
|মেইলটো অন্য এটা টেবত খোল খায়।  
  
 
|-
 
|-
|05.09
+
|05:09
টুলবাৰৰ File তাৰপিছত Save As আৰু File-অত ক্লিক কৰক।
+
|টুলবাৰৰ File তাৰপিছত Save As আৰু File-অত ক্লিক কৰক।
  
 
|-  
 
|-  
|05.15
+
|05:15
Save Message As ডায়লগ বাকচটো খোল খায়।
+
|Save Message As ডায়লগ বাকচটো খোল খায়।
  
 
|-
 
|-
|05.19
+
|05:19
ব্ৰাউজ কৰি ডেস্কটপলৈ যাওক আৰু Saved Mails ফল্ডাৰটো নিৰ্বাচন কৰক। Save-অত ক্লিক কৰক।  
+
|ব্ৰাউজ কৰি ডেস্কটপলৈ যাওক আৰু Saved Mails ফল্ডাৰটো নিৰ্বাচন কৰক। Save-অত ক্লিক কৰক।  
  
 
|-
 
|-
|05.26
+
|05:26
মেচেজটো ফল্ডাৰটোত চেভ হৈ যাব।
+
|মেচেজটো ফল্ডাৰটোত চেভ হৈ যাব।
  
 
|-
 
|-
|05.29
+
|05:29
এতিয়া Saved Mails ফল্ডাৰলৈ যাওঁ।  
+
|এতিয়া Saved Mails ফল্ডাৰলৈ যাওঁ।  
  
 
|-
 
|-
|05.33
+
|05:33
দুবাৰ ক্লিক কৰি ফল্ডাৰটো খোলক।
+
|দুবাৰ ক্লিক কৰি ফল্ডাৰটো খোলক।
  
 
|-
 
|-
|05.35
+
|05:35
মেইলটো এটা টেক্সট ফাইল হিচাপে Gedit-অত খোল খায়।
+
|মেইলটো এটা টেক্সট ফাইল হিচাপে Gedit-অত খোল খায়।
  
 
|-
 
|-
|05.40
+
|05:40
এতিয়া ফাইলটো বন্ধ কৰি ইয়াৰ পৰা ওলাই যাওঁ।
+
|এতিয়া ফাইলটো বন্ধ কৰি ইয়াৰ পৰা ওলাই যাওঁ।
  
 
|-
 
|-
|05.42
+
|05:42
আপুনি টেমপ্লেট হিচাপেও মেচেজটো চেভ কৰিব পাৰে।
+
|আপুনি টেমপ্লেট হিচাপেও মেচেজটো চেভ কৰিব পাৰে।
  
 
|-
 
|-
|05.46
+
|05:46
টুলবাৰৰ File, Save As আৰু Templates-অত ক্লিক কৰক।
+
|টুলবাৰৰ File, Save As আৰু Templates-অত ক্লিক কৰক।
  
 
|-
 
|-
|05.52
+
|05:52
মেচেজটো থাণ্ডাৰবাৰ্ডৰ Templates ফল্ডাৰত চেভ হৈছে।
+
|মেচেজটো থাণ্ডাৰবাৰ্ডৰ Templates ফল্ডাৰত চেভ হৈছে।
  
 
|-
 
|-
|05.56
+
|05:56
থাণ্ডাৰবাৰ্ডৰ বাওঁফালৰ সূচীত থকা Templates ফল্ডাৰত ক্লিক কৰক।  
+
|থাণ্ডাৰবাৰ্ডৰ বাওঁফালৰ সূচীত থকা Templates ফল্ডাৰত ক্লিক কৰক।  
  
 
|-
 
|-
|06.01
+
|06:01
মেইলটো নিৰ্বাচন কৰি তাত দুবাৰ ক্লিক কৰক।
+
|মেইলটো নিৰ্বাচন কৰি তাত দুবাৰ ক্লিক কৰক।
  
 
|-
 
|-
|06.04
+
|06:04
মেইলটো এটা সুকীয়া টেবত খোল খায় আৰু To ঠিকনাৰ ঘৰত প্ৰকৃত মেইলটোত থকা যোগাযোগৰ ঠিকনা ভৰ্তি হৈ থাকে।
+
|মেইলটো এটা সুকীয়া টেবত খোল খায় আৰু To ঠিকনাৰ ঘৰত প্ৰকৃত মেইলটোত থকা যোগাযোগৰ ঠিকনা ভৰ্তি হৈ থাকে।
  
 
|-
 
|-
|06.13
+
|06:13
আপুনি এতিয়া এই মেইলটোৰ যোগাযোগৰ ঠিকনা সালসলনি কৰিব পাৰে, ঠিকনা যোগ বা বিয়োগ কৰি প্ৰেৰণ কৰিব পাৰে।
+
|আপুনি এতিয়া এই মেইলটোৰ যোগাযোগৰ ঠিকনা সালসলনি কৰিব পাৰে, ঠিকনা যোগ বা বিয়োগ কৰি প্ৰেৰণ কৰিব পাৰে।
  
 
|-
 
|-
|06.20
+
|06:20
Subject-অৰ ঘৰত 1 সংখ্যাটো লিখক।
+
|Subject-অৰ ঘৰত 1 সংখ্যাটো লিখক।
  
 
|-
 
|-
|06.23
+
|06:23
এই টেমপ্লেটটো বন্ধ কৰিবলৈ টেবৰ ওপৰৰ বাওঁফালে থকা X আইকনত ক্লিক কৰক।
+
|এই টেমপ্লেটটো বন্ধ কৰিবলৈ টেবৰ ওপৰৰ বাওঁফালে থকা X আইকনত ক্লিক কৰক।
  
 
|-
 
|-
|06.29
+
|06:29
Save Message ডায়লগ বাকচটো ওলাই আহে। Don’t Save-অত ক্লিক কৰক।
+
|Save Message ডায়লগ বাকচটো ওলাই আহে। Don’t Save-অত ক্লিক কৰক।
  
 
|-
 
|-
|06.36
+
|06:36
এতিয়া এটা বাৰ্তা ছপা কৰোঁ আহক।
+
|এতিয়া এটা বাৰ্তা ছপা কৰোঁ আহক।
  
 
|-
 
|-
|06.39
+
|06:39
ইনবক্সত ক্লিক কৰক আৰু সোঁফালৰ সূচীত থকা দ্বিতীয়টো মেইল নিৰ্বাচন কৰক আৰু দুবাৰ ক্লিক কৰক।
+
|ইনবক্সত ক্লিক কৰক আৰু সোঁফালৰ সূচীত থকা দ্বিতীয়টো মেইল নিৰ্বাচন কৰক আৰু দুবাৰ ক্লিক কৰক।
  
 
|-
 
|-
|06.46
+
|06:46
মেইলটো এটা নতুন টেবত খোল খায়।
+
|মেইলটো এটা নতুন টেবত খোল খায়।
  
 
|-
 
|-
|06.50
+
|06:50
Main মেনুৰ File-অলৈ যাওক আৰু তাৰ পিছত Print নিৰ্বাচন কৰক।
+
|Main মেনুৰ File-অলৈ যাওক আৰু তাৰ পিছত Print নিৰ্বাচন কৰক।
  
 
|-
 
|-
|06.55
+
|06:55
Print ডায়লগ বাকচটো ওলাই আহে।
+
|Print ডায়লগ বাকচটো ওলাই আহে।
  
 
|-
 
|-
|06.58
+
|06:58
আমি এই মেইলটো এ-ফ’ৰ কাগজত থিয়কৈ দুটা কপি ছপা কৰিম।
+
|আমি এই মেইলটো এ-ফ’ৰ কাগজত থিয়কৈ দুটা কপি ছপা কৰিম।
  
 
|-
 
|-
|07.08
+
|07:08
Page Setup টেবত ক্লিক কৰক।
+
|Page Setup টেবত ক্লিক কৰক।
  
 
|-
 
|-
|07.11
+
|07:11
Paper Size-অৰ ঘৰত থকা ড্ৰপ-ডাউন তালিকাত ক্লিক কৰি A4 নিৰ্বাচন কৰক।
+
|Paper Size-অৰ ঘৰত থকা ড্ৰপ-ডাউন তালিকাত ক্লিক কৰি A4 নিৰ্বাচন কৰক।
  
 
|-
 
|-
|07.16
+
|07:16
Orientation ঘৰত থকা ড্ৰপ-ডাউন তালিকাত ক্লিক কৰি Portrait নিৰ্বাচন কৰক?  
+
|Orientation ঘৰত থকা ড্ৰপ-ডাউন তালিকাত ক্লিক কৰি Portrait নিৰ্বাচন কৰক?  
  
 
|-
 
|-
|07.22
+
|07:22
এতিয়া General টেবত ক্লিক কৰক।
+
|এতিয়া General টেবত ক্লিক কৰক।
  
 
|-
 
|-
|07.25
+
|07:25
Copies-অৰ ঘৰত 2 ভৰাওক। এতিয়া Print-অত ক্লিক কৰক।
+
|Copies-অৰ ঘৰত 2 ভৰাওক। এতিয়া Print-অত ক্লিক কৰক।
  
 
|-
 
|-
|07.31
+
|07:31
যদি আপোনাৰ প্ৰিণ্টাৰ ঠিকে-ঠাকে সজ্জিত হৈ আছে, তেনেহ’লে মেইলটো এতিয়া ছপা হ’বলৈ আৰম্ভ কৰিব।
+
|যদি আপোনাৰ প্ৰিণ্টাৰ ঠিকে-ঠাকে সজ্জিত হৈ আছে, তেনেহ’লে মেইলটো এতিয়া ছপা হ’বলৈ আৰম্ভ কৰিব।
  
 
|-
 
|-
|07.38
+
|07:38
Print ডায়লগ বাকচটো বন্ধ কৰিবলৈ Cancel-অত ক্লিক কৰোঁ। Mail টেবটোও বন্ধ কৰোঁ আহক।  
+
|Print ডায়লগ বাকচটো বন্ধ কৰিবলৈ Cancel-অত ক্লিক কৰোঁ। Mail টেবটোও বন্ধ কৰোঁ আহক।  
  
 
|-
 
|-
|07.46
+
|07:46
এতিয়া এটা ভিডিঅ’ এটাশ্বমেণ্ট হিচাপে য়াহু একাউণ্টলৈ পঠাওঁ আহক।
+
|এতিয়া এটা ভিডিঅ’ এটাশ্বমেণ্ট হিচাপে য়াহু একাউণ্টলৈ পঠাওঁ আহক।
  
 
|-
 
|-
|07.51
+
|07:51
আহক, এতিয়া নতুন বাৰ্তা লিখোঁ।
+
|আহক, এতিয়া নতুন বাৰ্তা লিখোঁ।
  
 
|-
 
|-
|07.54
+
|07:54
মেনুবাৰৰ Write-অত ক্লিক কৰক। New Message উইণ্ড’ খোল ফায়।
+
|মেনুবাৰৰ Write-অত ক্লিক কৰক। New Message উইণ্ড’ খোল ফায়।
  
 
|-
 
|-
|08.00
+
|08:00
To-ৰ ঘৰত য়াহু আইডিৰ প্ৰথম আখৰটো অৰ্থাৎ S টাইপ কৰক।  
+
|To-ৰ ঘৰত য়াহু আইডিৰ প্ৰথম আখৰটো অৰ্থাৎ S টাইপ কৰক।  
  
 
|-
 
|-
|08.06
+
|08:06
লক্ষ্য কৰক যে য়াহু মেইল আইডিটো নিজেনিজেই ভৰ্তি হৈ গৈছে।
+
|লক্ষ্য কৰক যে য়াহু মেইল আইডিটো নিজেনিজেই ভৰ্তি হৈ গৈছে।
  
 
|-
 
|-
|08.11
+
|08:11
Subject-অৰ ঘৰত Video Attachment বুলি টাইপ কৰক।
+
|Subject-অৰ ঘৰত Video Attachment বুলি টাইপ কৰক।
  
 
|-
 
|-
|08.16
+
|08:16
টুলবাৰৰ Attach-অত ক্লিক কৰক। Attach Files ডায়লগ বাকচটো খোল খায়।
+
|টুলবাৰৰ Attach-অত ক্লিক কৰক। Attach Files ডায়লগ বাকচটো খোল খায়।
  
 
|-
 
|-
|08.23
+
|08:23
ডেস্কটপত থকা What is a Spoken Tutorial.rar ফাইলটো নিৰ্বাচন কৰক। Open-অত ক্লিক কৰক।
+
|ডেস্কটপত থকা What is a Spoken Tutorial.rar ফাইলটো নিৰ্বাচন কৰক। Open-অত ক্লিক কৰক।
  
 
|-
 
|-
|08.34
+
|08:34
ফাইলটো এটাশ্বমেণ্ট হিচাপে যোগ হ’ব আৰু সেইটো ওপৰৰ সোঁফালৰ কোণত দেখা যাব। এতিয়া Send-অত ক্লিক কৰক।
+
|ফাইলটো এটাশ্বমেণ্ট হিচাপে যোগ হ’ব আৰু সেইটো ওপৰৰ সোঁফালৰ কোণত দেখা যাব। এতিয়া Send-অত ক্লিক কৰক।
  
 
|-
 
|-
|08.44
+
|08:44
এতিয়া য়াহু একাউণ্টত লগিন কৰোঁ।
+
|এতিয়া য়াহু একাউণ্টত লগিন কৰোঁ।
  
 
|-
 
|-
|08.56
+
|08:56
এটাশ্বমেণ্টৰ সৈতে মেচেজটো আমি পালো।
+
|এটাশ্বমেণ্টৰ সৈতে মেচেজটো আমি পালো।
  
 
|-
 
|-
|08.59
+
|08:59
য়াহু একাউণ্টটো বন্ধ কৰোঁ
+
|য়াহু একাউণ্টটো বন্ধ কৰোঁ
  
 
|-
 
|-
|09.03
+
|09:03
এনেকুৱা হ’ব পাৰে যে আমাৰ এটা দৰকাৰী মেচেজ পিছতো প্ৰয়োজন হ’ব পাৰে,
+
|এনেকুৱা হ’ব পাৰে যে আমাৰ এটা দৰকাৰী মেচেজ পিছতো প্ৰয়োজন হ’ব পাৰে,
  
 
|-
 
|-
|09.07
+
|09:07
কিন্তু ইনবক্সত বহুতো মেইল থকাৰ বাবে ই সান-মিহলি হৈ থাকিব।  
+
|কিন্তু ইনবক্সত বহুতো মেইল থকাৰ বাবে ই সান-মিহলি হৈ থাকিব।  
  
 
|-
 
|-
|09.12
+
|09:12
থাণ্ডাৰবাৰ্ডে তেনেকুৱা মেচেজ আৰ্কাইভ কৰাৰ সুবিধা দিয়ে।
+
|থাণ্ডাৰবাৰ্ডে তেনেকুৱা মেচেজ আৰ্কাইভ কৰাৰ সুবিধা দিয়ে।
  
 
|-
 
|-
|09.16
+
|09:16
প্ৰথমে আমি আৰ্কাইভৰ চেটিং পৰীক্ষা কৰিব লাগিব।
+
|প্ৰথমে আমি আৰ্কাইভৰ চেটিং পৰীক্ষা কৰিব লাগিব।
  
 
|-
 
|-
|09.20
+
|09:20
বাওঁফালৰ সূচীত থকা STUSERONE gmail একাউণ্টত ক্লিক কৰক।
+
|বাওঁফালৰ সূচীত থকা STUSERONE gmail একাউণ্টত ক্লিক কৰক।
  
 
|-
 
|-
|09.25
+
|09:25
সোঁফালৰ সূচীৰ Accounts-অৰ অধীনত থকা View Settings for this account-অত ক্লিক কৰক।
+
|সোঁফালৰ সূচীৰ Accounts-অৰ অধীনত থকা View Settings for this account-অত ক্লিক কৰক।
  
 
|-
 
|-
|09.31
+
|09:31
Account Settings ডায়লগ বাকচ ওলাই আহে।
+
|Account Settings ডায়লগ বাকচ ওলাই আহে।
  
 
|-
 
|-
|09.35
+
|09:35
বাওঁফালৰ সূচীৰ STUSERONE gmail একাউণ্টত ক্লিক কৰক আৰু তাৰপিছত Copies and Folders-অত ক্লিক কৰক।
+
|বাওঁফালৰ সূচীৰ STUSERONE gmail একাউণ্টত ক্লিক কৰক আৰু তাৰপিছত Copies and Folders-অত ক্লিক কৰক।
  
 
|-
 
|-
|09.43
+
|09:43
Message Archive বিকল্পটো এতিয়া সক্ৰিয় হ’ল।
+
|Message Archive বিকল্পটো এতিয়া সক্ৰিয় হ’ল।
  
 
|-
 
|-
|09.48
+
|09:48
এই বিকল্পটোৱে মেচেজ কোনটো ফল্ডাৰত আৰ্ভাইভ কৰিব সেইটো সিদ্ধান্ত কৰে।
+
|এই বিকল্পটোৱে মেচেজ কোনটো ফল্ডাৰত আৰ্ভাইভ কৰিব সেইটো সিদ্ধান্ত কৰে।
  
 
|-
 
|-
|09.53
+
|09:53
যদি বিকল্পটো সক্ৰিয় হোৱা নাই, তেনেহ’লে:
+
|যদি বিকল্পটো সক্ৰিয় হোৱা নাই, তেনেহ’লে:
  
 
|-
 
|-
|09.57
+
|09:57
Keep message archives in box-অত শুদ্ধ চিন দিয়ক  
+
|Keep message archives in box-অত শুদ্ধ চিন দিয়ক  
  
 
|-
 
|-
|10.01
+
|10:01
STUSERONE at gmail.com-অৰ বাবে Archives Folder অপশ্যনটো নিৰ্বাচন কৰক। OK-ত ক্লিক কৰক।
+
|STUSERONE at gmail.com-অৰ বাবে Archives Folder অপশ্যনটো নিৰ্বাচন কৰক। OK-ত ক্লিক কৰক।
  
 
|-
 
|-
|10.10
+
|10:10
এতিয়া, STUSERONE Gmail একাউণ্টৰ ইনবক্সত ক্লিক কৰক।
+
|এতিয়া, STUSERONE Gmail একাউণ্টৰ ইনবক্সত ক্লিক কৰক।
  
 
|-
 
|-
|10.15
+
|10:15
তৃতীয় মেচেজটো আৰ্কাইভ কৰোঁ আহক।
+
|তৃতীয় মেচেজটো আৰ্কাইভ কৰোঁ আহক।
  
 
|-
 
|-
|10.19
+
|10:19
সোঁফালৰ সূচীৰ পৰা মেচেজটো নিৰ্বাচন কৰক।
+
|সোঁফালৰ সূচীৰ পৰা মেচেজটো নিৰ্বাচন কৰক।
  
 
|-
 
|-
|10.21
+
|10:21
কনটেক্সট মেনুৰ বাবে ইয়াত সোঁ-ক্লিক কৰক আৰু Archive নিৰ্বাচন কৰক।
+
|কনটেক্সট মেনুৰ বাবে ইয়াত সোঁ-ক্লিক কৰক আৰু Archive নিৰ্বাচন কৰক।
  
 
|-
 
|-
|10.27
+
|10:27
STUSERONE Gmail একাউণ্টৰ Archive ফল্ডাৰলৈ মেচেজটো গুচি গৈছে।
+
|STUSERONE Gmail একাউণ্টৰ Archive ফল্ডাৰলৈ মেচেজটো গুচি গৈছে।
  
 
|-
 
|-
|10.36
+
|10:36
ইয়াক আৰু ইনবক্সত দেখিবলৈ পোৱা নাযায়।
+
|ইয়াক আৰু ইনবক্সত দেখিবলৈ পোৱা নাযায়।
  
 
|-
 
|-
|10.39
+
|10:39
থাণ্ডাৰবাৰ্ড ব্যৱহাৰ কৰি আমি কৰা কামখিনি যদি চাব বিচাৰোঁ, তাৰ উপায় কি?
+
|থাণ্ডাৰবাৰ্ড ব্যৱহাৰ কৰি আমি কৰা কামখিনি যদি চাব বিচাৰোঁ, তাৰ উপায় কি?
  
 
|-
 
|-
|10.44
+
|10:44
খুব সহজ!  থাণ্ডাৰবাৰ্ডত কৰা কামবোৰ Activity Manager-এ প্ৰদৰ্শন কৰে।
+
|খুব সহজ!  থাণ্ডাৰবাৰ্ডত কৰা কামবোৰ Activity Manager-এ প্ৰদৰ্শন কৰে।
  
 
|-
 
|-
|10.52
+
|10:52
Main মেনুৰ Tool-অত ক্লিক কৰি Activity Manager-অত ক্লিক কৰক।
+
|Main মেনুৰ Tool-অত ক্লিক কৰি Activity Manager-অত ক্লিক কৰক।
  
 
|-
 
|-
|10.57
+
|10:57
Activity Manager ডায়লগ বাকচ ওলাই আহে।
+
|Activity Manager ডায়লগ বাকচ ওলাই আহে।
  
 
|-
 
|-
|11.01
+
|11:01
আপুনি এতিয়া মেইল সংক্ৰান্তীয় সকলোবোৰ কাৰ্যকলাপৰ তালিকা চাব পাৰে!
+
|আপুনি এতিয়া মেইল সংক্ৰান্তীয় সকলোবোৰ কাৰ্যকলাপৰ তালিকা চাব পাৰে!
  
 
|-
 
|-
|11.05
+
|11:05
Activity Manager ডায়লগ বাকচটো বন্ধ কৰোঁ আহক।
+
|Activity Manager ডায়লগ বাকচটো বন্ধ কৰোঁ আহক।
  
 
|-
 
|-
|11.09
+
|11:09
থাণ্ডাৰবাৰ্ড উইণ্ড’ৰ বাওঁফালৰ কোণত থকা ৰঙা বৰণীয়া পূৰণচিনত ক্লিক কৰি এতিয়া থাণ্ডাৰবাৰ্ড বন্ধ কৰোঁ।
+
|থাণ্ডাৰবাৰ্ড উইণ্ড’ৰ বাওঁফালৰ কোণত থকা ৰঙা বৰণীয়া পূৰণচিনত ক্লিক কৰি এতিয়া থাণ্ডাৰবাৰ্ড বন্ধ কৰোঁ।
 
   
 
   
 
|-
 
|-
|11.16
+
|11:16
এই শিক্ষণত আমি শিকিলো:
+
|এই শিক্ষণত আমি শিকিলো:
  
 
|-
 
|-
|11.20
+
|11:20
লঞ্চাৰত কেনেকৈ থাণ্ডাৰবাৰ্ড আইকন যোগ দিয়া হয়
+
|লঞ্চাৰত কেনেকৈ থাণ্ডাৰবাৰ্ড আইকন যোগ দিয়া হয়
  
 
|-
 
|-
|11.23
+
|11:23
মেচেজ কেনেকৈ টেগ কৰা হয়; কুইক ফিল্টাৰ, চৰ্ট আৰু থ্ৰেড মেচেজৰ বিষয়ে।
+
|মেচেজ কেনেকৈ টেগ কৰা হয়; কুইক ফিল্টাৰ, চৰ্ট আৰু থ্ৰেড মেচেজৰ বিষয়ে।
  
 
|-
 
|-
|11.28
+
|11:28
আমি আৰু শিকিলো:
+
|আমি আৰু শিকিলো:
  
 
|-
 
|-
|11.30
+
|11:30
চেভ এজ আৰু প্ৰিণ্ট মেচেজ, ফাইল এটাশ্ব
+
|চেভ এজ আৰু প্ৰিণ্ট মেচেজ, ফাইল এটাশ্ব
  
 
|-
 
|-
|11.34
+
|11:34
মেচেজ আৰ্কাইভ আৰু একটিভিটি মেনেজাৰৰ বিষয়ে।
+
|মেচেজ আৰ্কাইভ আৰু একটিভিটি মেনেজাৰৰ বিষয়ে।
  
 
|-
 
|-
|11.38
+
|11:38
এতিয়া আপোনাৰ বাবে কাম।
+
|এতিয়া আপোনাৰ বাবে কাম।
  
 
|-
 
|-
|11.41
+
|11:41
থাণ্ডাৰবাৰ্ডত লগিন কৰক।
+
|থাণ্ডাৰবাৰ্ডত লগিন কৰক।
  
 
|-
 
|-
|11.44
+
|11:44
এটা মেচেজ থ্ৰেড চাওক।
+
|এটা মেচেজ থ্ৰেড চাওক।
 
এটা মেচেজ চেভ কৰক আৰু প্ৰিণ্ট কৰক।
 
এটা মেচেজ চেভ কৰক আৰু প্ৰিণ্ট কৰক।
  
 
|-
 
|-
|11.48
+
|11:48
এটা মেইল নিৰ্বাচন কৰক, কনটেক্সট মেনু পাবৰ বাবে তাত সোঁ-ক্লিক কৰক।
+
|এটা মেইল নিৰ্বাচন কৰক, কনটেক্সট মেনু পাবৰ বাবে তাত সোঁ-ক্লিক কৰক।
  
 
|-
 
|-
|11.53
+
|11:53
তাত থকা সকলোবোৰ অপশ্যন চাওক।
+
|তাত থকা সকলোবোৰ অপশ্যন চাওক।
  
 
|-
 
|-
|11.56
+
|11:56
Activity Manager ডায়লগ বাকচটো চাওক।
+
|Activity Manager ডায়লগ বাকচটো চাওক।
  
 
|-
 
|-
|12.00
+
|12:00
থাণ্ডাৰবাৰ্ডৰ পৰা লগআউট কৰক।
+
|থাণ্ডাৰবাৰ্ডৰ পৰা লগআউট কৰক।
  
 
|-
 
|-
|12.03
+
|12:03
আকৌ লগিন কৰি Activity Manager ডায়লগ বাকচ পৰীক্ষা কৰক।
+
|আকৌ লগিন কৰি Activity Manager ডায়লগ বাকচ পৰীক্ষা কৰক।
  
 
|-
 
|-
|12.07
+
|12:07
তলৰ সংযোগত থকা ভিডিঅ’টো চাওক:
+
|তলৰ সংযোগত থকা ভিডিঅ’টো চাওক:
  
 
|-
 
|-
|12.10
+
|12:10
কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে।
+
|কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে।
  
 
|-
 
|-
|12.13
+
|12:13
যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
+
|যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
  
 
|-
 
|-
|12.18
+
|12:18
কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
+
|কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
  
 
|-
 
|-
|12.20
+
|12:20
কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
+
|কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
  
 
|-
 
|-
|12.23
+
|12:23
এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
+
|এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
  
 
|-
 
|-
|12.27
+
|12:27
অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক।
+
|অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক।
  
 
|-
 
|-
|12.33
+
|12:33
কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
+
|কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
  
 
|-
 
|-
|12.37
+
|12:37
ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে।
+
|ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে।
  
 
|-
 
|-
|12.45
+
|12:45
এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
+
|এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
  
 
|-
 
|-
|12.56
+
|12:56
এই শিক্ষণ সহায়িকা আগবঢ়ালে DesiCrew Solutions Pvt. Ltd-এ। যোগদানৰ বাবে ধন্যবাদ।
+
|এই শিক্ষণ সহায়িকা আগবঢ়ালে পল্লভ প্ৰান গুস্বামীয়ে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ.

Latest revision as of 09:21, 5 March 2017

Time Narration
00:00 থাণ্ডাৰবাৰ্ড কেনেকৈ ব্যৱহাৰ কৰা হয় সেই সম্পৰ্কীয় কথন শিক্ষণলৈ স্বাগতম।
00:05 এই শিক্ষণত আমি শিকিম, কেনেকৈ:
00:07 লঞ্চাৰত থাণ্ডাৰবাৰ্ড শ্বৰ্টকাট যোগ দিয়া হয়
00:10 মেচেজ কেনেকৈ টেগ কৰা হয়,

Quick Filter Sort আৰু Thread Messages-অৰ বিষয়ে

00:17 আমি আৰু শিকিম:কেনেকৈ Save As কৰা হয় আৰু মেচেজ কেনেকৈ প্ৰিণ্ট কৰা হয়
00:21 ফাইল কেনেকৈ এটাশ্ব কৰা হয় মেচেজ কেনেকৈ আৰ্কাইভ কৰা হয়
00.24 কেনেকৈ একটিভিটি মেনেজাৰ চোৱা হয়
00:27 ইয়াত আমি Ubuntu 12.04-অত Mozilla Thunderbird 13.0.1 ব্যৱহাৰ কৰিছোঁ।
00:36 যিহেতু আমি সঘনে থাণ্ডাৰবাৰ্ড ব্যৱহাৰ কৰোঁ, ইয়াৰ বাবে এটা শ্বৰ্টকাট আইকন তৈয়াৰ কৰি লওঁ আহক।
00:43 থাণ্ডাৰবাৰ্ড শ্বৰ্টকাট আইকনটো ড্ৰেগ আৰু ড্ৰপ কৰি লঞ্চাৰত দিওঁ।
00:49 প্ৰথমতে Dash Home-অত ক্লিক কৰক।
00:52 প্ৰদৰ্শিত হোৱা Search-অৰ ঘৰত Thunderbird টাইপ কৰক।
00:57 Search ঘৰৰ অধীনত থাণ্ডাৰবাৰ্ড আইকনটো দেখা পোৱা যায়।
01:01 ইয়াক চিলেক্ট কৰক, মাউচৰ বাওঁ বুটামত দিয়া হেঁচাটো এৰি নিদিব।
01:06 এতিয়া, ড্ৰেগ আৰু ড্ৰপ কৰি আইকনটো লঞ্চাৰত দিয়ক
01:09 আৰু মাউচৰ বাওঁ বুটামত দিয়া হেঁচা এৰি দিয়ক।
01:12 ইয়াক বন্ধ কৰিবলৈ Dash home-অত ক্লিক কৰক।
01:14 লঞ্চাৰৰ থাণ্ডাৰবাৰ্ড আইকনত ক্লিক কৰক।
01:19 থাণ্ডাৰবাৰ্ড উইণ্ড খোল খায়।
01:23 STUSERONE at gmail dot com আইডিৰ অধীনৰ Inbox-অত ক্লিক কৰক।
01:29 লক্ষ্য কৰক যে কিছুমান মেচেজ ডাঠ হৈ আছে।
01:32 এইবিলাক এতিয়াও নপঢ়া মেচেজ।
01:35 Get Mail আইকনত ক্লিক কৰি Get All New Messages নিৰ্বাচন কৰক।
01:41 আমি জিমেইল একাউণ্টৰ মেচেজসমূহ পালো।
01:45 ধৰা হওক, আমি প্ৰেৰক অনুযায়ী এই মেচেজবোৰ সজাব বিচাৰোঁ।
01:49 ইয়াৰ বাবে, column heading Form-অত ক্লিক কৰক।
01:52 মেচেজবোৰ এতিয়া বৰ্ণানুক্ৰমিকভাৱে সজ্জিত হ’ল।
01:57 Form-অত আকৌ এবাৰ ক্লিক কৰোঁ।
02:01 এতিয়া মেচেজবোৰ উলোটা বৰ্ণানুক্ৰমিকভাৱে সজ্জিত হ’ল!
02:06 এতিয়া, আহক বিষয় অনুযায়ী সজাও।
02:09 সাধাৰণভাৱে Subject-অত ক্লিক কৰক।
02:12 মেচেজবোৰ এতিয়া বিষয় অনুযায়ী সজ্জিত হ’ল!
02:16 এই শিক্ষণ সাময়িকভাৱে স্থগিত ৰাখি এই কামটো কৰিবলৈ চেষ্টা কৰক।
02:20 মেচেজ পোৱাৰ তাৰিখ অনুযায়ী মেচেজবোৰ সজাওক।
02:24 আপুনি মেচেজবোৰ টেগ কৰিবও পাৰে।
02:26 এই ধৰণে আপুনি পুনৰ খুলিব বিচৰা মেচেজবোৰ সহজে চিনাক্ত কৰিব পাৰে।
02:32 একেধৰণৰ মেচেজ একগোট কৰিবৰ বাবেও আপুনি টেগ ব্যৱহাৰ কৰিব পাৰে।
02:37 ধৰা হওক, আপুনি এটা মেইল Important হিচাপে টেগ কৰিব বিচাৰে।
02:40 ইনবক্সত ক্লিক কৰক আৰু প্ৰথমটো মেইল বাছনি কৰক।
02:44 টুলবাৰৰ Tag আইকনত ক্লিক কৰক আৰু Important নিৰ্বাচন কৰক।
02:51 লক্ষ্য কৰক যে মেইলটো ৰঙা ৰঙত প্ৰদৰ্শিত হৈছে।
02:54 তলৰ পেনেলখনত চাওক।
02:57 মেইলটো Important বুলি টেগ হৈছে।
03:00 টেগ গুচাবৰ বাবে প্ৰথমতে মেইলটো নিৰ্বাচন কৰক।
03:04 টুলবাৰৰ Tag আইকনত ক্লিক কৰক আৰু তাৰ পিছত Important-অত আকৌ ক্লিক কৰক।
03:09 এইবাৰ আহক, ইনবক্সৰ প্ৰথম মেইলটো Important বুলি আৰু দ্বিতীয় মেইলটো Work বুলি টেগ কৰোঁ।
03:17 ধৰা হওক, আমি সোঁফালৰ সূচীখনত কেৱল টেগ কৰা মেইলহে চাব বিচাৰোঁ।
03:22 এইটো কৰা সম্ভৱ হ’ব নে?
03:25 মেচেজ খৰতকীয়াকৈ বাছিব আৰু চাবৰ বাবে Quick Filter টুলবাৰ ব্যৱহাৰ কৰিব পাৰে।
03:31 টেগ কৰা মেচেজ চাবৰ বাবে Quick Filter টুলবাৰৰ Tagged আইকনত ক্লিক কৰক।
03:37 কেৱল আমি টেগ কৰা মেচেজবোৰহে ওলাইছে!
03:42 আকৌ Tagged আইকনত ক্লিক কৰোঁ আহক।
03:45 এতিয়া আমি সকলোবোৰ মেইল চাব পাৰোঁ!
03:49 এতিয়া মেচেজ থ্ৰেডৰ বিষয়ে শিকোঁ আহক।
03:52 মেচেজ থ্ৰেড কি? পৰস্পৰ সম্পৰ্কিত বাৰ্তা কিছুমান যেতিয়া
03:57 এটা ক্ৰমত বা এটা কথোপকথন হিচাপে প্ৰদৰ্শিত হয়, তেতিয়া তাক মেচেজ থ্ৰেড বুলি কোৱা হয়।
04:02 পাৰস্পৰিক সম্পৰ্কিত বাৰ্তাসমূহ এটা অনুক্ৰমত সম্পূৰ্ণ কথোপকথন হিচাপে চাবলৈ আমি মেচেজ থ্ৰেড ব্যৱহাৰ কৰোঁ।
04:10 সেয়া কেনেকৈ কৰা হয়, সেই বিষয়ে শিকোঁ আহক।
04:14 ইনবক্সৰ বাওঁফালৰ চুকত থকা Click to display message threads আইকনত ক্লিক কৰক।
04:21 মেইলবিলাক এটা কথোপকথন হিচাপে প্ৰদৰ্শিত হৈছে।
04:24 গোটেই কথোপকথনটো চাবলৈ নিৰ্দিষ্ট কথোপকথনটোৰ কাষত থকা থ্ৰেডিং প্ৰতীকটোত ক্লিক কৰক।
04:33 গোটেই কথোপকথনটো বাৰ্তা চোৱা সূচীখনত দেখা পোৱা গৈছে।
04:38 থ্ৰেড ভিউৰ পৰা ওলাই আহিবলৈ, Thread আইকনত আকৌ ক্লিক কৰক।
04:45 এতিয়া আমি, ফল্ডাৰত কেনেকৈ মেইল এটা সাঁচি থোৱা হয় আৰু তাৰ পিছত ছপা কৰা হয়, সেই বিষয়ে শিকিম।
04:50 এই শিক্ষণৰ বাবে:
04:53 ডেস্কটপত আমি এটা ফল্ডাৰ তৈয়াৰ কৰিলো
04:56 আৰু ইয়াক Saved Mails বুলি নামকৰণ কৰিলো।
05:00 এতিয়া আমি প্ৰথম মেইলটো নিৰ্বাচন আৰু চেভ কৰোঁ আহক।
05:04 মেইলটোত দুবাৰ ক্লিক কৰক।
05:06 মেইলটো অন্য এটা টেবত খোল খায়।
05:09 টুলবাৰৰ File তাৰপিছত Save As আৰু File-অত ক্লিক কৰক।
05:15 Save Message As ডায়লগ বাকচটো খোল খায়।
05:19 ব্ৰাউজ কৰি ডেস্কটপলৈ যাওক আৰু Saved Mails ফল্ডাৰটো নিৰ্বাচন কৰক। Save-অত ক্লিক কৰক।
05:26 মেচেজটো ফল্ডাৰটোত চেভ হৈ যাব।
05:29 এতিয়া Saved Mails ফল্ডাৰলৈ যাওঁ।
05:33 দুবাৰ ক্লিক কৰি ফল্ডাৰটো খোলক।
05:35 মেইলটো এটা টেক্সট ফাইল হিচাপে Gedit-অত খোল খায়।
05:40 এতিয়া ফাইলটো বন্ধ কৰি ইয়াৰ পৰা ওলাই যাওঁ।
05:42 আপুনি টেমপ্লেট হিচাপেও মেচেজটো চেভ কৰিব পাৰে।
05:46 টুলবাৰৰ File, Save As আৰু Templates-অত ক্লিক কৰক।
05:52 মেচেজটো থাণ্ডাৰবাৰ্ডৰ Templates ফল্ডাৰত চেভ হৈছে।
05:56 থাণ্ডাৰবাৰ্ডৰ বাওঁফালৰ সূচীত থকা Templates ফল্ডাৰত ক্লিক কৰক।
06:01 মেইলটো নিৰ্বাচন কৰি তাত দুবাৰ ক্লিক কৰক।
06:04 মেইলটো এটা সুকীয়া টেবত খোল খায় আৰু To ঠিকনাৰ ঘৰত প্ৰকৃত মেইলটোত থকা যোগাযোগৰ ঠিকনা ভৰ্তি হৈ থাকে।
06:13 আপুনি এতিয়া এই মেইলটোৰ যোগাযোগৰ ঠিকনা সালসলনি কৰিব পাৰে, ঠিকনা যোগ বা বিয়োগ কৰি প্ৰেৰণ কৰিব পাৰে।
06:20 Subject-অৰ ঘৰত 1 সংখ্যাটো লিখক।
06:23 এই টেমপ্লেটটো বন্ধ কৰিবলৈ টেবৰ ওপৰৰ বাওঁফালে থকা X আইকনত ক্লিক কৰক।
06:29 Save Message ডায়লগ বাকচটো ওলাই আহে। Don’t Save-অত ক্লিক কৰক।
06:36 এতিয়া এটা বাৰ্তা ছপা কৰোঁ আহক।
06:39 ইনবক্সত ক্লিক কৰক আৰু সোঁফালৰ সূচীত থকা দ্বিতীয়টো মেইল নিৰ্বাচন কৰক আৰু দুবাৰ ক্লিক কৰক।
06:46 মেইলটো এটা নতুন টেবত খোল খায়।
06:50 Main মেনুৰ File-অলৈ যাওক আৰু তাৰ পিছত Print নিৰ্বাচন কৰক।
06:55 Print ডায়লগ বাকচটো ওলাই আহে।
06:58 আমি এই মেইলটো এ-ফ’ৰ কাগজত থিয়কৈ দুটা কপি ছপা কৰিম।
07:08 Page Setup টেবত ক্লিক কৰক।
07:11 Paper Size-অৰ ঘৰত থকা ড্ৰপ-ডাউন তালিকাত ক্লিক কৰি A4 নিৰ্বাচন কৰক।
07:16 Orientation ঘৰত থকা ড্ৰপ-ডাউন তালিকাত ক্লিক কৰি Portrait নিৰ্বাচন কৰক?
07:22 এতিয়া General টেবত ক্লিক কৰক।
07:25 Copies-অৰ ঘৰত 2 ভৰাওক। এতিয়া Print-অত ক্লিক কৰক।
07:31 যদি আপোনাৰ প্ৰিণ্টাৰ ঠিকে-ঠাকে সজ্জিত হৈ আছে, তেনেহ’লে মেইলটো এতিয়া ছপা হ’বলৈ আৰম্ভ কৰিব।
07:38 Print ডায়লগ বাকচটো বন্ধ কৰিবলৈ Cancel-অত ক্লিক কৰোঁ। Mail টেবটোও বন্ধ কৰোঁ আহক।
07:46 এতিয়া এটা ভিডিঅ’ এটাশ্বমেণ্ট হিচাপে য়াহু একাউণ্টলৈ পঠাওঁ আহক।
07:51 আহক, এতিয়া নতুন বাৰ্তা লিখোঁ।
07:54 মেনুবাৰৰ Write-অত ক্লিক কৰক। New Message উইণ্ড’ খোল ফায়।
08:00 To-ৰ ঘৰত য়াহু আইডিৰ প্ৰথম আখৰটো অৰ্থাৎ S টাইপ কৰক।
08:06 লক্ষ্য কৰক যে য়াহু মেইল আইডিটো নিজেনিজেই ভৰ্তি হৈ গৈছে।
08:11 Subject-অৰ ঘৰত Video Attachment বুলি টাইপ কৰক।
08:16 টুলবাৰৰ Attach-অত ক্লিক কৰক। Attach Files ডায়লগ বাকচটো খোল খায়।
08:23 ডেস্কটপত থকা What is a Spoken Tutorial.rar ফাইলটো নিৰ্বাচন কৰক। Open-অত ক্লিক কৰক।
08:34 ফাইলটো এটাশ্বমেণ্ট হিচাপে যোগ হ’ব আৰু সেইটো ওপৰৰ সোঁফালৰ কোণত দেখা যাব। এতিয়া Send-অত ক্লিক কৰক।
08:44 এতিয়া য়াহু একাউণ্টত লগিন কৰোঁ।
08:56 এটাশ্বমেণ্টৰ সৈতে মেচেজটো আমি পালো।
08:59 য়াহু একাউণ্টটো বন্ধ কৰোঁ
09:03 এনেকুৱা হ’ব পাৰে যে আমাৰ এটা দৰকাৰী মেচেজ পিছতো প্ৰয়োজন হ’ব পাৰে,
09:07 কিন্তু ইনবক্সত বহুতো মেইল থকাৰ বাবে ই সান-মিহলি হৈ থাকিব।
09:12 থাণ্ডাৰবাৰ্ডে তেনেকুৱা মেচেজ আৰ্কাইভ কৰাৰ সুবিধা দিয়ে।
09:16 প্ৰথমে আমি আৰ্কাইভৰ চেটিং পৰীক্ষা কৰিব লাগিব।
09:20 বাওঁফালৰ সূচীত থকা STUSERONE gmail একাউণ্টত ক্লিক কৰক।
09:25 সোঁফালৰ সূচীৰ Accounts-অৰ অধীনত থকা View Settings for this account-অত ক্লিক কৰক।
09:31 Account Settings ডায়লগ বাকচ ওলাই আহে।
09:35 বাওঁফালৰ সূচীৰ STUSERONE gmail একাউণ্টত ক্লিক কৰক আৰু তাৰপিছত Copies and Folders-অত ক্লিক কৰক।
09:43 Message Archive বিকল্পটো এতিয়া সক্ৰিয় হ’ল।
09:48 এই বিকল্পটোৱে মেচেজ কোনটো ফল্ডাৰত আৰ্ভাইভ কৰিব সেইটো সিদ্ধান্ত কৰে।
09:53 যদি বিকল্পটো সক্ৰিয় হোৱা নাই, তেনেহ’লে:
09:57 Keep message archives in box-অত শুদ্ধ চিন দিয়ক
10:01 STUSERONE at gmail.com-অৰ বাবে Archives Folder অপশ্যনটো নিৰ্বাচন কৰক। OK-ত ক্লিক কৰক।
10:10 এতিয়া, STUSERONE Gmail একাউণ্টৰ ইনবক্সত ক্লিক কৰক।
10:15 তৃতীয় মেচেজটো আৰ্কাইভ কৰোঁ আহক।
10:19 সোঁফালৰ সূচীৰ পৰা মেচেজটো নিৰ্বাচন কৰক।
10:21 কনটেক্সট মেনুৰ বাবে ইয়াত সোঁ-ক্লিক কৰক আৰু Archive নিৰ্বাচন কৰক।
10:27 STUSERONE Gmail একাউণ্টৰ Archive ফল্ডাৰলৈ মেচেজটো গুচি গৈছে।
10:36 ইয়াক আৰু ইনবক্সত দেখিবলৈ পোৱা নাযায়।
10:39 থাণ্ডাৰবাৰ্ড ব্যৱহাৰ কৰি আমি কৰা কামখিনি যদি চাব বিচাৰোঁ, তাৰ উপায় কি?
10:44 খুব সহজ! থাণ্ডাৰবাৰ্ডত কৰা কামবোৰ Activity Manager-এ প্ৰদৰ্শন কৰে।
10:52 Main মেনুৰ Tool-অত ক্লিক কৰি Activity Manager-অত ক্লিক কৰক।
10:57 Activity Manager ডায়লগ বাকচ ওলাই আহে।
11:01 আপুনি এতিয়া মেইল সংক্ৰান্তীয় সকলোবোৰ কাৰ্যকলাপৰ তালিকা চাব পাৰে!
11:05 Activity Manager ডায়লগ বাকচটো বন্ধ কৰোঁ আহক।
11:09 থাণ্ডাৰবাৰ্ড উইণ্ড’ৰ বাওঁফালৰ কোণত থকা ৰঙা বৰণীয়া পূৰণচিনত ক্লিক কৰি এতিয়া থাণ্ডাৰবাৰ্ড বন্ধ কৰোঁ।
11:16 এই শিক্ষণত আমি শিকিলো:
11:20 লঞ্চাৰত কেনেকৈ থাণ্ডাৰবাৰ্ড আইকন যোগ দিয়া হয়
11:23 মেচেজ কেনেকৈ টেগ কৰা হয়; কুইক ফিল্টাৰ, চৰ্ট আৰু থ্ৰেড মেচেজৰ বিষয়ে।
11:28 আমি আৰু শিকিলো:
11:30 চেভ এজ আৰু প্ৰিণ্ট মেচেজ, ফাইল এটাশ্ব
11:34 মেচেজ আৰ্কাইভ আৰু একটিভিটি মেনেজাৰৰ বিষয়ে।
11:38 এতিয়া আপোনাৰ বাবে কাম।
11:41 থাণ্ডাৰবাৰ্ডত লগিন কৰক।
11:44 এটা মেচেজ থ্ৰেড চাওক।

এটা মেচেজ চেভ কৰক আৰু প্ৰিণ্ট কৰক।

11:48 এটা মেইল নিৰ্বাচন কৰক, কনটেক্সট মেনু পাবৰ বাবে তাত সোঁ-ক্লিক কৰক।
11:53 তাত থকা সকলোবোৰ অপশ্যন চাওক।
11:56 Activity Manager ডায়লগ বাকচটো চাওক।
12:00 থাণ্ডাৰবাৰ্ডৰ পৰা লগআউট কৰক।
12:03 আকৌ লগিন কৰি Activity Manager ডায়লগ বাকচ পৰীক্ষা কৰক।
12:07 তলৰ সংযোগত থকা ভিডিঅ’টো চাওক:
12:10 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে।
12:13 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
12:18 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
12:20 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
12:23 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
12:27 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক।
12:33 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
12:37 ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে।
12:45 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
12:56 এই শিক্ষণ সহায়িকা আগবঢ়ালে পল্লভ প্ৰান গুস্বামীয়ে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ.

Contributors and Content Editors

Gaurav, Mousumi, Pratik kamble